প্ৰথম ৰাজীৱ শদিয়াৰ পত্নীয়ে মুখ খুলিলে 😯😭মৃত্যুৰ আগত কি আশা আছিল শদিয়াৰ😭

  Рет қаралды 279,459

Susanta Vlog

Susanta Vlog

Күн бұрын

প্ৰথম ৰাজীৱ শদিয়াৰ পত্নীয়ে মুখ খুলিলে 😯😭
মৃত্যুৰ আগত কি আশা আছিল শদিয়াৰ😭
পত্নী উপাসনাৰ ৰাইজক কি অনুৰোধ জনাইছিল!
হৃদয় জোকাৰি যাব পত্নীৰ কথাকেইটা শুনাৰ পাছত!😯😭
স্বামীৰ বিষয়ে কি কলে পত্নী উপাসনাই😭

Пікірлер: 136
@pranabjyotihazarika7145
@pranabjyotihazarika7145 5 күн бұрын
কথা খিনি হৃদয় চুই গল 😢😢 ভাল সংগত থাকিলে সকলো ভাল হয় । ৰাজীৱ ককাই পত্নী ও ৰাজীৱ শদিয়া দেৱৰ দৰেই । ভাল লাগিল
@narayanchetia7538
@narayanchetia7538 5 күн бұрын
আইদেউ কথা কেইটা শুনি ভাল লাগিল। সাহসেৰে আগবাঢ়ি যাওক।❤দুখ কৰি নাথাকিব ।আমি অসমীয়া নাৰী ইমান দুৰ্বল নহয়। মূলা গাভৰু আইদেউয়ে যেনে দৰে স্বামী, পুত্ৰ ক হেৰুৱায় ও অলপো পিছলৈ ঘুৰি চোৱা নাছিল। সাহসেৰে যুঁজ দিছিল নিজ দেশ, ৰাজ্যৰ প্ৰজাৰ শান্তিৰ বাবে। গতিকে আহক ওলাই আইদেউ বিধবা বুলি নিজকে চাৰি বেৰৰ মাজত আবদ্ধ কৰি নাৰাখি বিৰাঙ্গনাৰ হৈ সাহসেৰে যুঁজ দি যাওঁ জন্ম ভূমি ৰ বাবে,জয় আই অসম 👏🏻🪔🇳🇪🇳🇪🇳🇪🪔👏🏻🌹🌲
@papori
@papori 5 күн бұрын
🇮🇳🇮🇳 জয় আই অসম
@sanjibdas5042
@sanjibdas5042 5 күн бұрын
❤❤ সঁচা অৰ্থত এজন মহান শিল্পী মৃত্যু হোৱাত সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 күн бұрын
❤❤❤❤❤ অতি হৃদয়স্পৰ্শী আৰু সময়োপযোগী কথা কৈছে প্ৰয়াত বিপ্লৱী গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী আৰু পিতৃয়ে। প্ৰয়াত গণশিল্পী গৰাকীৰ পত্নী আৰু পিতৃৰ লগতে পৰিয়ালৰ সকলোৰে ব্যৱহাৰ অতি ভদ্ৰ আৰু বহল মনৰ চিন্তাৰ পৰিচায়ক। তেওঁলোকৰ দৃষ্টিভংগী উদাৰ আৰু বহল চিন্তাৰ পৰিচায়ক। তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলোঁ। ভগৱানে সকলোকে কুশলে ৰাখক।❤❤❤❤❤
@JituGogoi123
@JituGogoi123 4 күн бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছো । ৰাজীৱ শদিয়া ৰ বিষয়ে সুন্দৰ উপস্থাপনেৰে ভিডিঅ টো দিয়া বাবে ❤🙏
@PoragHazarika-o5h
@PoragHazarika-o5h 2 күн бұрын
অতি সুন্দৰ পৰিবেশন কৰা হৈছে, বহুত ভাল লাগিছে, তেওঁ যতে আছে অসমীয়াৰ মাজত জিলিকি থাকক, ৰাজীৱ শদিয়া অসমত অমৰ হৈ থাকক এয়ে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো, কৃষ্ণ,
@kanaktalukdar2847
@kanaktalukdar2847 3 күн бұрын
জাতিক জগোৱা মহান শিল্পী গৰাকী প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব 🙏🙏🙏
@GobinDastidar
@GobinDastidar 5 күн бұрын
ৰাজীৱ শদিয়া এগৰাকী নিষ্ঠাবান অসম প্ৰেমী, লগতে প্ৰকৃত অসমীয়া শিল্পী আছিল যে সেয়া ডিব্ৰুগড় জিলাৰ শিল্পী সমাজেই হওক কিম্বা সচেতন সমাজেই হওক কোনেও তেওঁৰ বিষয়ে গুৰুত্ব নিদিয়াটো অতি দূৰ্ভাগ্যজনক । শদিয়াৰ চিৰশান্তি কামনা কৰি ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালো ।
@subarnagogoi3517
@subarnagogoi3517 5 күн бұрын
আপুনি কি সুন্দৰ ভাৱে সবিশেষ বিশ্লেষণ কৰিছে। বহু বহু ধন্যবাদ।
@rajenchekanidhara8805
@rajenchekanidhara8805 5 күн бұрын
Thank
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 5 күн бұрын
কথোপকথন টি বৰ মনোগ্ৰাহী হৈছে ।ৰাজীৱ শদিয়াৰ সুযোগ্যা পত্নী উপাসনা বকলীয়ালৰ তত্ব গভীৰ কথা আৰু চিন্তা ধাৰা অতি আকৰ্ষণীয় ।তেওঁৰ পৰিকল্পনাই বাস্তব ৰূপ পাওক আৰু কনমানি সন্তানক সু নাগৰিক হিছাপে গঢ়ি তুলিবলৈ ভগবানে সহায় কৰি যাওক এয়াই কামনা কৰিছো শ্রী হৰি ৰ শ্রী চৰণত ।আন্তৰিক মৰম আৰু সমবেদনা জনাইছো গোলাঘাট ৰ পৰা ।
@JinuLahon-o9b
@JinuLahon-o9b 5 күн бұрын
Hosakoi
@NirmaliAcharjee-cl6ey
@NirmaliAcharjee-cl6ey 4 күн бұрын
হয় কথা খিনিয়ে হৃদয় চুই গ'ল। বহুত বহুত ধন্যবাদ 😢😮❤,,👏🏼👌🏼👍🏼♥️🙂
@gogoi5064
@gogoi5064 4 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ প্ৰদৰ্শন লগতে আইক সাহখ দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🙏🙏 ভগৱানে কৃপা কৰিব।
@SamiranDas-ld5mn
@SamiranDas-ld5mn 3 күн бұрын
Dhoinabad Subasona .Atia tumar sompod loratu tak tumi Maa Dewta duio jonore morom di ,aguai loi joa.Ishware tumalokor mongal koribo ♥️♥️✨
@rebotgogoi3236
@rebotgogoi3236 3 күн бұрын
আপোনাৰ সাক্ষাৎকাৰটো সঁচাই ভাল লাগিল দাদা
@junemonidohutia3792
@junemonidohutia3792 2 күн бұрын
Rajib da tumi omor hoi riwa.bou aru beta aajibon kukhole thakok..vogobanor usorot ojut pronam.
@kalpanasaikia4588
@kalpanasaikia4588 6 күн бұрын
ভগৱন্তই তেখেতৰ আত্মাক সৰ্গলৈ ধাৱমান কৰাওক কৃষ্ণ 👏👏
@ritulsaikia1298
@ritulsaikia1298 4 күн бұрын
সাংবাদিক জনে আপুনি বুলি সম্বোধন কৰা হ'লে আৰু ভাল লাগিল হেতেন😢😢
@kanaklalsutradhar6998
@kanaklalsutradhar6998 2 сағат бұрын
I agree 👍
@koushiksankar8490
@koushiksankar8490 5 күн бұрын
Khub xundar kotha ata koise moina joniye,rajib xadiya vaitir jiai thatha xamayat jodi eman video dekha hai nisai bahut val asil,
@HuntyBora
@HuntyBora 4 күн бұрын
আপুনি সুন্দৰ ভাৱে সবিশেষ কথা কৈছে বহুত ধন্যবাদ
@MrinalGoyari-sb6et
@MrinalGoyari-sb6et 5 күн бұрын
ৰাজিব শদিয়া আছিল এজন গণ শিল্পী। তেখেতে যিবোৰ গীত ৰচনা কৰিছে অতি সাহসেৰে উপস্থাপন কৰিছে। তেওঁ একেধাৰে এজন মানুহ আৰু মাটিৰ গোন্ধ থকা সমাজৰ গীত ৰচক, অতি পৈণত সুৰকাৰ আছিল। অথচ এনে বহুত গুণৰ অধিকাৰি এজন শিল্পীক এচাম ব্যক্তি বা আন কিছু শিল্পীয়ে জীৱিত কালৰ কথাটো বাদেই মৃত্যুৰ পাছতো স্বীকৃতি দিব নোখোজাতো অতি পৰিতাপৰ বিষয়। মই তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ পত্নী আৰু কণমানি লৰাটোৰ ভৱিষ্যত উত্তৰোত্তৰ কমনা কৰিছোঁ ।
@sinkuburagohain6723
@sinkuburagohain6723 5 күн бұрын
Hundor dada sadiyar pora morom jasilu ❤❤❤
@anjananeog-t7t
@anjananeog-t7t 6 күн бұрын
ভগৱানে আগবঢ়াই নিয়ক পৰিয়ালটিক 😪😪🙏🙏।
@gogoi5064
@gogoi5064 4 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ ধন্যবাদ জ্ঞাপন কৰিছোঁ হৃদয় ভৰা সেৱা নিবেদন কৰিলোঁ 🙏🙏🙏🙏
@RebakantaBori
@RebakantaBori 3 күн бұрын
He is immortal and he will exist forever among Assamese people and for this we need good will and an untiring effort to exist him among us.
@taradoi7957
@taradoi7957 6 күн бұрын
যি কম সঁচা কম---------- প্ৰৱিত্ৰ আত্মাৰ এক বৌদ্ধিক চিন্তা ৰ গৰাকী হল ৰাজীৱ শদিয়া । জাতিক সঁচা অন্তৰেৰে নিভাজ ভাৱেৰে ভাল পোৱা ভূপেন হাজৰিকাৰ পিছত ৰাজীৱ শদিয়া ই একমাত্ৰ বলিষ্ঠ কন্ঠৰ জাতি, মাটি, ভেটিক লৈ নিজৰ জীৱন উচগা' কৰাৰ ব্যক্তি । তুলনা বিহীন ।
@gouravburagohain597
@gouravburagohain597 4 күн бұрын
প্ৰয়াত ৰাজিৱ শদিয়া অমৰ হওঁক
@therangamer4795
@therangamer4795 4 күн бұрын
Bhut val lagile Baidu Kotha khini sokut Pani ulai gol😢😢😢😢
@axomia612
@axomia612 4 күн бұрын
Bow apunar ktha khini akdom right hsa aji dinot amr majot akota nai 😢😢 sob vag vag hol 😢😢
@Dibakarborah-v9o
@Dibakarborah-v9o 5 күн бұрын
Tekheyor bidehi atmaar xotgoti kamona korilu ,logote apunar apunaxobor xuko xontopto poriyal borgoloi xomobedona gyapon korilu🙏🙏🙏
@tulumoniborahomgogoi4313
@tulumoniborahomgogoi4313 5 күн бұрын
কথোপকথনটো বহুত ভাল লাগিল।
@Tgrplayz-n5q
@Tgrplayz-n5q 5 күн бұрын
তেওঁৰ আত্মাই শান্তি পাই তাৰে কামনা কৰিলোঁ 🙏🙏🙏
@munindrabaruah6897
@munindrabaruah6897 5 күн бұрын
Kotha bur bor Val lagil thank you
@moromiborthakur3619
@moromiborthakur3619 5 күн бұрын
সুন্দৰ কথা কৈছে
@ArpanGogoi-p5b
@ArpanGogoi-p5b 4 күн бұрын
Rajib da jiyai thakutai jado gol hatn bht vl holheten😭😭tau hadai amer lgt jiyai thakib🙏❤️❤️
@অতুলঅসম
@অতুলঅসম 5 күн бұрын
কি কম ভাষা নাই 😢
@arzedhussain387
@arzedhussain387 3 күн бұрын
বহুত সহজ সৰল পৰিয়ালটি
@SureshSaikia-wg9lh
@SureshSaikia-wg9lh 5 күн бұрын
Kotha bur bohut val lagile bhagvane hodai hohai korak baa tumar mainak val manuh korak
@KiranchutiaKalita
@KiranchutiaKalita 4 күн бұрын
আশীৰ্বাদ কৰিছো
@nilishaika5262
@nilishaika5262 5 күн бұрын
Veri. Nice. Dhonyobad
@MahendraMahendra-l1m
@MahendraMahendra-l1m 5 күн бұрын
😢 khub hundarkoi uupasthapan karise val lagile oi brother love you from Assam Golaghat District Sri Sri Natun Athkhelia Namghor
@MadanDihingia-u7q
@MadanDihingia-u7q 4 күн бұрын
তেওঁ জীয়াই থাকোঁতে এনেদৰে 12:59 13:01 সকলোকে দেখা পালেহেটন আৰু আগবাঢ়িব পাৰিলেহেতেন ৰাজীৱ শদিয়া আদশ জিয়াই ৰখক সকলোৱে ।
@dipanjalidutta2454
@dipanjalidutta2454 5 күн бұрын
Tumar kotha kini bor hundor ka koisa
@GitimoniGogoi-n4h
@GitimoniGogoi-n4h 5 күн бұрын
Love from naharkatiya ❤❤❤
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 3 күн бұрын
Good good good🎉🎉🎉
@AnantaGogoi-l2c
@AnantaGogoi-l2c 6 күн бұрын
কৃষ্ণ | তেখেতৰ আধৰুৱা খিনি আমি সকলোৱে মিলি আগ বহাই নিয়াৰ সময় সমাগত ধন্যবাদ |
@durgeswardutta3313
@durgeswardutta3313 6 күн бұрын
Bor hundor, vogobane hohai koribo
@ranjitadeori6018
@ranjitadeori6018 5 күн бұрын
Very nice desicession upasana
@prafullabasumatary-e8b
@prafullabasumatary-e8b 5 күн бұрын
Mai Rajib hodiya gan bhal pau, hridoy suijai, bujaihe bujipabo aru hokulo Raije bujibole sesta rakhok👏👏
@pratimadas4613
@pratimadas4613 4 күн бұрын
God bless you
@CBknowledgeandinfo
@CBknowledgeandinfo 5 күн бұрын
God bless her
@khagenbharali9111
@khagenbharali9111 4 күн бұрын
Akdom hosa kotha
@IndiaGogoi64
@IndiaGogoi64 4 күн бұрын
সম্বোধন আপুনি কলে শুনিবলৈ ভাল হয়
@SusantaVlog76
@SusantaVlog76 4 күн бұрын
ধন্যবাদ🙏
@NirupomaNirmolia
@NirupomaNirmolia 6 күн бұрын
জাতিটোক বিশ্ব দৰ বাৰত উজলাই তোলাৰ প্ৰয়াস তেওঁৰ মনত আধাৰুৱা খিনি ৰাইজে পুৰন কৰাৰ দায়িত্ব ল'ব লাগে বুলি মোৰ মনে কয় । 😮
@Rupaboradasoffical
@Rupaboradasoffical 4 күн бұрын
Right❤❤❤
@HiranyaDowarah-x1r
@HiranyaDowarah-x1r 5 күн бұрын
Katha khini huni bar dukhe lagil
@bhobendeka6977
@bhobendeka6977 5 күн бұрын
BL lagil aponak thanks
@nripenpatar6356
@nripenpatar6356 4 күн бұрын
Great
@Userboy36-e7y
@Userboy36-e7y 6 күн бұрын
কৃষ্ণ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ।
@PramilaDeka-oo3bl
@PramilaDeka-oo3bl 3 күн бұрын
Baidor kota bilak xoni val lagile bhut
@rumivlog1
@rumivlog1 5 күн бұрын
Baideu jabo nurarilu kin2 apunak asibd kri vlei thakok❤
@rupamonisaikia4749
@rupamonisaikia4749 3 күн бұрын
agoteai jodi apunaluke enedore vidio bonale hoi .
@Lalit_dutta_
@Lalit_dutta_ 4 күн бұрын
Bor val lagel sar Gute bari
@tumalukolemurhodymorom5080
@tumalukolemurhodymorom5080 4 күн бұрын
😭😭kokai jote ase apuni kukhole thakok
@sawvlog6974
@sawvlog6974 3 күн бұрын
Aapuni hei abodan bisari aji kyo goise . Bohut aagote jabo lagishil. Aji hei manuh jonik kyo aamoni korixo😡
@MonujGogoi-c8z
@MonujGogoi-c8z 2 күн бұрын
jai.iassam
@PankajKumarNath-t4u
@PankajKumarNath-t4u 5 күн бұрын
Right
@ConfusedDesert-lq3xp
@ConfusedDesert-lq3xp 5 күн бұрын
Joi aai asom hodai jugomiya hobo maa
@mrigankasharma9039
@mrigankasharma9039 5 күн бұрын
Manuh Jon xilpi asil❤❤mukhyo kaijyaloi kio lage😢😢😢rip bhal Manuh jon❤❤rest in peace fokotia xonghthonbur😢
@mrigankasharma9039
@mrigankasharma9039 5 күн бұрын
Aijon reporter ne😢😢manuh gorakik xantit thakibo diok😢😢😢trp karone Ji ti mane😢😢
@digantasonowal1731
@digantasonowal1731 5 күн бұрын
Jai i asam
@bhairabdhadumia
@bhairabdhadumia 5 күн бұрын
হয় ! কিন্ত বৰ অৰ্থপূৰ্ণ আছিল কথাবোৰ
@JadumoniNeog
@JadumoniNeog 5 күн бұрын
Mahendra hazarika sodekar git gai , jeyai thakute abar khabor lok . Mora pasot khabor loi lav nai ,
@Mr..nayan..0
@Mr..nayan..0 Күн бұрын
Ye Assam he janab yaha jinda rehte hue accha admi ko samman nahi milta
@BornaliBora-e7p
@BornaliBora-e7p 7 сағат бұрын
Xsakoi ,,,,Mahendra hazarika bht vl gan gaise,,,xunibo logia,,,,teu k abar lg dhoribo lage,
@NikugogoiNick
@NikugogoiNick 5 күн бұрын
🙏🙏
@punyalatakonwar6599
@punyalatakonwar6599 5 күн бұрын
🙏🙏🙏🙏🙏🙏🙏👌🙏🙏
@SamiranDas-ld5mn
@SamiranDas-ld5mn 3 күн бұрын
❤❤
@MakhaniBuragohain
@MakhaniBuragohain 5 күн бұрын
জীয়াই থকা সময়ত কিছুমান লোকে কিয় প্ৰচাৰ কৰা পৰা বিৰত আছিল ভাল কৈ বুজি নাপালোঁ।
@excusemeofficial799
@excusemeofficial799 5 күн бұрын
গীতৰ মাধ্যমেৰে তেওঁ জাতিটোক যি সজাগ কৰিব বিচাৰিছিল,তেনে ক্ষেত্ৰত চৰকাৰে ভয় খাই তেওঁলোকক টকাৰে মুখ সোপা দিছিল নি বাৰু ?
@rububorah1996
@rububorah1996 5 күн бұрын
🙏🙏🙏
@madhurjyaborah4669
@madhurjyaborah4669 5 күн бұрын
😢😢😢😢😢
@BiswajitMohan-pf3qo
@BiswajitMohan-pf3qo 5 күн бұрын
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@MaghenMoran-ej4di
@MaghenMoran-ej4di 6 күн бұрын
Rajib hodiya akhmor itihah hoi jiliki thakok
@PabitraMoran-lx1dj
@PabitraMoran-lx1dj 4 күн бұрын
কি কম ভাষ নাই 😢😢
@HemantaGogoi-q1r
@HemantaGogoi-q1r 5 күн бұрын
🙏🙏🙏👍👍👍🙏
@BornaliBora-e7p
@BornaliBora-e7p 7 сағат бұрын
Mehandra Hazarika abar lg kri porisoy diok,,,,teu jiai ase,,,,teu geet buru bht dorkari,,,,
@SusantaVlog76
@SusantaVlog76 7 сағат бұрын
@@BornaliBora-e7p সুন্দৰ পৰামৰ্শ।ধন্যবাদ।নিশ্চয় গুৰুত্ব দিম এই কথাষাৰ।এনেকুৱা পৰামৰ্শ অতি প্ৰয়োজন
@BornaliBora-e7p
@BornaliBora-e7p 7 сағат бұрын
@@SusantaVlog76 thnx ,,,,,,bht xunkle ai vidio to pam buli akha thakil
@SusantaVlog76
@SusantaVlog76 6 сағат бұрын
আচলতে কি জানা পৰিৱেশটো অলপ ঠাণ্ডা হওক।তাৰ পাছত আগবাঢ়িম।আজি সকাম আছে তেওঁলোকৰ ঘৰত।তুমি বুলি কব পাৰিম নে
@BornaliBora-e7p
@BornaliBora-e7p 5 сағат бұрын
@@SusantaVlog76 sure paribo ,,,,,,,,thik ase ,,,,,Mane moi bisaru tekhet jiai thakutei ,,,,,teuk amr nobo projonmo xokolk sinaki korai diyatu,,,,,,,,,bht val val geet amr majot di thoise teu,,,,,aji kali nobo projonmo k xudhile hoitu ,,,tekhet Kun hoi kboi nuaribo,,,so kolu beya npaba dei
@SusantaVlog76
@SusantaVlog76 4 сағат бұрын
ধন্যবাদ বৰ্ণালী
@usharanisaikia6912
@usharanisaikia6912 5 күн бұрын
🙏🙏🙏🙏🙏🙏🙏
@SurenKonwar-h8c
@SurenKonwar-h8c 5 күн бұрын
Bor hundar kotha koise
@JadumoniNeog
@JadumoniNeog 5 күн бұрын
Bor hunkale khabor lole bupai , keba ata lavor karone nohai 2 ,
@dulonhazarika7926
@dulonhazarika7926 3 күн бұрын
Right 👍
@MohendraSaikia-m4h
@MohendraSaikia-m4h 3 күн бұрын
Aapunaluke agote kio najai jikunu hilpi ba jikunu bioktir usoroloi....hoitu tew aapunalukor madhyamor jugedi nijoke potista koribo parile heten bohut agote.
@RunuRaj-bh3zi
@RunuRaj-bh3zi 5 күн бұрын
🙏🙏🙏🙏🙏
@jutikakumar9479
@jutikakumar9479 3 күн бұрын
কথাখিনি হ্নদয় চুই গৈছে
@BichitraBhuyan-z7n
@BichitraBhuyan-z7n 4 күн бұрын
Apunalom lok kot asil eman din apuna lokor views krone aahise na agote mati talot thakisili na
@purabiborgohain4494
@purabiborgohain4494 5 күн бұрын
Hasai Rajib dada bo kathahur bahut ispostabadi aru bahut dhunikakoi bislakhan Kari koisa
@MoonMohan-j2p
@MoonMohan-j2p 5 күн бұрын
এটাকথাকেই, কিয়নো ইউটিবাৰবোৰে,প্ইচাকেইটামানৰকাৰণে,ৰহনসানিসুৰলগাইকথাবোৰকয়।কিয়?
@joydeepSaikia-iq3gn
@joydeepSaikia-iq3gn 5 күн бұрын
আপুনি কথাকেইটা লেটিয়াই দিছে যে ডাঙৰীয়া অসমীয়া হৈ অসমীয়া ভাষাটো কেনেকৈ লিখে সেইটো শিকি লওক😂😂😂
@bhaskarborah7873
@bhaskarborah7873 3 күн бұрын
জীয়াই থাকোতে তহঁতে কত আছিলি।
@dibyajyotihaloi6610
@dibyajyotihaloi6610 5 күн бұрын
RIP 🙏🙏🙏
@digantadas3569
@digantadas3569 6 күн бұрын
RIP
@soneswarrabha1926
@soneswarrabha1926 5 күн бұрын
T R P lage sokoloke
@joydeepSaikia-iq3gn
@joydeepSaikia-iq3gn 5 күн бұрын
আপোনাক নালাগে নেকি😂😂
@DilipBorah-q9y
@DilipBorah-q9y 5 күн бұрын
Manua koi ja zubeen assam sampot buli ...bat rijib sodia dada Dora hobo nura .
@MintuDas-te8yg
@MintuDas-te8yg 4 күн бұрын
Hoy de bohut dukr kotha
@pabitraborah9777
@pabitraborah9777 5 күн бұрын
Dada agote apuni kot asil . Etya trp lge na😂
@BidyutChiring-em4if
@BidyutChiring-em4if 5 күн бұрын
Tohotr kam nai neki ki agod kot asil agod kot asil koi thako kla..
@DilipBorah-q9y
@DilipBorah-q9y 5 күн бұрын
Karon tau sorror protk sirra upa sirra maga maga assamar blood assel ..
@porimoran2970
@porimoran2970 4 күн бұрын
Pahar bur homan,na 7:36
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
তেজত উঠিছে পিৰ পিৰনি
4:25
Pankaj Bora
Рет қаралды 28 М.
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН