কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song LIVE || Evergreen Hits

  Рет қаралды 367,267

Times Guwahati News

Times Guwahati News

Күн бұрын

Top Evergreen Hit song of Assam
Songs::
♪ Tomar Marame Mor
♪ Manuhe Manuhar
♪ Shile Shile Theka Khale
♪ Sham Kanu Duraihai Najaba
♪ Ma O Ma
♪ Mor Mon
♪ Agali Batahe Kanpale
♪ More Minoti
♪ Aah Aah Olai Aah
♪ Katiaba Bajarate
#timesguwahati #music #oldassamesesong
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.co...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
assamese song,assamese old hit song,zubeen garg assamese song,old assamese song,assamese new song,nk production assamese song,assamese evergreen song,assamese old song,assamese love song,assamese songs,assamese song zubeen,latest assamese song,assamese bihu song,assamese modern song,old assamese song new version,old assamese song dipen baruah,old assamese song dr bezbaruah,rdc assamese,assamese bihu,old assamese song bipin chawdangBest old Assamese song LIVE

Пікірлер: 612
@nirendranathsarmah6721
@nirendranathsarmah6721 Жыл бұрын
অতি ভাল লাগিছে।
@tulshinath9568
@tulshinath9568 8 ай бұрын
বা কি ধুনিয়া যেন সেই পুৰণি দিনলৈ ঘুৰি আহিলো আজি ধন্যবাদ দাদা
@jayantasaikia1874
@jayantasaikia1874 Жыл бұрын
Hundor dada
@rabiramnarzary4769
@rabiramnarzary4769 Жыл бұрын
Bohut dhunia puroni geet Shunisu ye onustanot.Thar babe anthorik dhonnobad.
@satyajitmitra7655
@satyajitmitra7655 13 күн бұрын
😅😅😅🎉😮😮😅😅 8:57
@nabanitaojah3260
@nabanitaojah3260 7 ай бұрын
সুন্দৰ অনুষ্ঠান , পুৰণি দিনবোৰলৈ উভতি গলো । অশেষ ধন্যবাদ জনালো ।
@RakibarZaman
@RakibarZaman 8 күн бұрын
Anekowa git bor di thakiba bhot val lage
@dipokkumargogoi8190
@dipokkumargogoi8190 Жыл бұрын
কল্পতৰু এটি অপূৰ্ব, অনন্য আৰু অতুলনীয় গীতৰ অনুষ্ঠান।৪৫ বছৰৰ আগৰ যি জনপ্ৰিয়তা আৰু আজিও সেইয়া যেন অম্লান অটুট।মন উভতি যায় তাহানিৰ সেই সপোন হৈ পৰা দিন বিলাকলৈ। সকলোয়ে অধীৰ আগ্ৰহেৰে বাট চায় অনুষ্ঠানটি আৰম্ভ হ'বলৈ।সুৱদি শুৱলা গীতৰ মধুৰ গুঞ্জনত সকলো কাহ পৰি জিন যোৱা অৱস্থা হয়।
@AkaniMedhi-td9nt
@AkaniMedhi-td9nt Жыл бұрын
কল্পতৰু অনুষ্ঠাতো মোৰ বৰ প্ৰিয় ❤❤❤
@NazrulIslam-bo5qx
@NazrulIslam-bo5qx Жыл бұрын
পুৰণিগীতে পুৰণি স্মৃতিক মনত পেলাই। আপোনাক অশেষ ধন্যবাদ জনালো।
@monuranjankutum984
@monuranjankutum984 Жыл бұрын
বহুত বহুত ভাল লাগিল। পুৰণি দিন বোৰলৈ মনত পৰে।
@bulbulisarmah1530
@bulbulisarmah1530 7 ай бұрын
❤❤❤❤ আওপুৰনী গীত বোৰ শুনোৱৰ বাবে বহুত বহুত ধন্যবাদ লগতে গীত বোৰৰ লগতে মনতো অতীতলৈ ধাপলি মেলে ❤❤❤❤
@haraprasadgoswami3268
@haraprasadgoswami3268 7 ай бұрын
বহুত ভাল লাগিছে 👌👌👌❤️❤️❤️
@ManajkumarRabha
@ManajkumarRabha 6 ай бұрын
❤😂🎉😢😮😅😊
@ManajkumarRabha
@ManajkumarRabha 6 ай бұрын
❤😂🎉😢😮😅😊
@surajitbaruah3460
@surajitbaruah3460 Жыл бұрын
আগতে কল্পতৰু শুনিয়ে ই ডাঙৰ হলো। পুৰনি সময় বোৰ সুন্দৰ আছিল। ৰেডিঅ ৰ সেই সোনালী যুগ, নষ্টালজিক হৈ পৰিলো। ❤
@satyasandhyasaikia8010
@satyasandhyasaikia8010 Жыл бұрын
কল্পতৰু অনুষ্ঠান তো বৰ ভাল লাগিল। শৈশৱ কালত কল্পতৰু সদাই শুনিছিলো।আকৌ যেন শৈশৱ ঘূৰাই পালো।শুভেচ্ছা থাকিল
@ratulbaruah4598
@ratulbaruah4598 Жыл бұрын
Hosakey bohut bhal lagil. Tahanir hai dinoloi ubhoty goisilu. Hokolu loi antorikotarey dirghayiu kamona korar logotey hubha kamona jonalu.❤🙏
@btalukdar7418
@btalukdar7418 Ай бұрын
খুব সুন্দৰ পদক্ষেপ ।
@dipubhuyan4530
@dipubhuyan4530 Жыл бұрын
Khub xundir lagil dhanaybad ...agolu anykoi puroni git bur jan xunai jaiii....😊😊😊
@RaniRaja-bs1rc
@RaniRaja-bs1rc Жыл бұрын
Bohut bohut dhuniya lagise purana gaan 👌👌👌👌
@sudarshanbez7849
@sudarshanbez7849 7 ай бұрын
Val lagil❤
@prasantadas7361
@prasantadas7361 Жыл бұрын
পুৰণি কালৰ গীতবোৰ শুনিলে দেহা শীতল পৰা যায় সেই দিনবোৰে শীতল আছিল। মধোময় অনুষ্ঠাত বহুত ভাল লাগিছে।
@SailenDeka-sr3hj
@SailenDeka-sr3hj Жыл бұрын
Sailen Deka
@BristiTamuli-dp1oc
@BristiTamuli-dp1oc 4 ай бұрын
একমাত্ৰ অসমীয়া সংগীতে মোৰ আমনি নলগাই যিমানে নুশুনো কিয় ।❤
@binabhatta8800
@binabhatta8800 4 ай бұрын
Khub valo laglo.
@RanjitDoley-n4w
@RanjitDoley-n4w Жыл бұрын
Mur jiwanor priyo hongi asil kolapatoru.atiya log pai bahut bhal lagise.dhanyabhat
@junmoniborah7443
@junmoniborah7443 Жыл бұрын
এই পুৰণি গীতৰ সমাহাৰৰ সুমধু সোৱাদ যাতে আমালৈ উপহাৰ দি থাকে তাৰ বাবে আশাৰে বাট চাই ৰলো ।
@hirakjyotideka3347
@hirakjyotideka3347 Жыл бұрын
চিৰসেউজীয়া গীতবোৰ শুনি বহুত ভাল লাগিল। আগলৈ শুনিবৰ বাবে বাট চাই থাকিলো।
@sabitadas1852
@sabitadas1852 4 ай бұрын
সেই দিন আজি নাই কিন্তু সেই কালজয়ী গীত বোৰ ৰৈ গল বহুত দিনৰ পিছত গান শুনি নমানে ভাল লাগিছে মনবোৰ সেই দিনলৈ টাইমচৃ বহুত বহুত ধন্যবাদ
@SabitaChakraborty-e9e
@SabitaChakraborty-e9e Жыл бұрын
সছা কৈ পুৰণি দিনৰ কথা মনত পৰি গ'ল। বৰ ভাল লাগিল। ৰেডিঅ' ত কল্পতৰু শুনি থকা যেন লাগিল।
@MukundaBorah-u5n
@MukundaBorah-u5n Ай бұрын
Bohut Bohut DhonyBad
@mondirachutia5392
@mondirachutia5392 Ай бұрын
বহুত ভাল লাগিছে, পুনৰ ঘূৰি গ'লো আমাৰ মৰমৰ কল্পতৰুলৈ....
@rajibbhattacharjya5111
@rajibbhattacharjya5111 Жыл бұрын
Very nice song
@beenaborah1098
@beenaborah1098 4 ай бұрын
অশেষ ধন্যবাদ, আপোনাকে সেই হে'ৰাই যোৱা পুৰনি দিনবোৰ আমাক ঘূৰাই দিছে।
@GangaRamNeog
@GangaRamNeog 4 ай бұрын
অতি সুন্দৰ লাগিছে l ধন্যবাদ জনাইছোঁ l পুৰণা গান বোৰ শুনিলে শুনি থাকিবৰ মন যায় l আজি কালি গানবোৰ শ্চুনিব লাজ হে লাগে l ধন্য বাদ দিলোঁ l
@Anitasingha-rp6lg
@Anitasingha-rp6lg 3 ай бұрын
ৰেডিঅৰ এই অনুষ্ঠান টি মোৰ বৰ প্ৰিয় আছিল। তাহানিৰ শৈশৱৰ দিনবোৰ মধুৰ কৰি ৰাখিছিল এই অনুষ্ঠান বোৰে।বৰ ভাল লাগিল।
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
আশা কৰিছো সদায়েই যনে পাই থাকো ।
@LukeswarpatarPL-or8dg
@LukeswarpatarPL-or8dg 4 ай бұрын
অতি সুন্দৰ হৈছে।
@ashimadas76
@ashimadas76 4 ай бұрын
আগৰ দিনবোৰ লৈ মনত পৰিল ,, ৰেডিঅ' শুনা মজাই সুকীয়া 🎉🎉🎉
@rubikalita7201
@rubikalita7201 Жыл бұрын
Thank you kalpatoru k jiyai rakha karone ru aasha thakil xodai eneke aamar puroni Sampada bur dhari rakha karone❤❤❤❤❤
@sudarshanbez7849
@sudarshanbez7849 7 ай бұрын
পুৰণিগীতে পুৰণি স্মৃতিক মনত পেলাই, আগলৈও শুনিম
@manashinath7106
@manashinath7106 Жыл бұрын
Waiting ✋️
@jupitara8969
@jupitara8969 Жыл бұрын
বৰ ধুনীয়া।
@debojitborkotoky3333
@debojitborkotoky3333 Жыл бұрын
এটি সুন্দৰ প্ৰচেষ্টা 👏👏🌷🌹
@bhabanitalukdar8694
@bhabanitalukdar8694 Жыл бұрын
খুউৱ সুন্দৰ অনুষ্ঠান ❤
@ratultlkdr
@ratultlkdr 4 ай бұрын
বহুত বেছি ভাল লাগিল গানবোৰ শুনি,সঁচাকৈ পুৰণি দিনবোৰৰ কথা মনত পৰি গল,কল্পতৰু অনুষ্ঠানলৈ ৰৈ থকা, ৰেডিঅ লৈ বহি যোৱা ঘৰৰ সকলোবোৰ
@babulgogoi1025
@babulgogoi1025 3 ай бұрын
পুৰণি গীতবোৰ সদায় মধুৰ❤
@pixelvillge7395
@pixelvillge7395 4 ай бұрын
সঁচাই এক বুজাব নোৱাৰা অনুভূতি। সেই তাহানিৰ সন্ধিয়া চোতাল বহি আকাশবাণী কেন্দ্ৰৰ কথা মনত পৰিছে । আকাশবাণী সঁচাই একক আৰু অন্যন্যা ❤
@meerajaiswal6008
@meerajaiswal6008 2 ай бұрын
Very😅2 nice. Bahut bhal lagil. Purani katha manat paril. God bless all of u....
@bimanborah325
@bimanborah325 11 ай бұрын
মনটো বহুত দিনৰ আগতে এৰি অহা ‌দিনবিলাকলৈ উৰা মাৰিলে। কিমান ভাল লাগিছে লিখিবলৈ ভাষা বিচাৰি পোৱা নাই। ‌‌বিমান চন্দ্ৰ বৰা," যোৰহাট বাহনা ভূঞাচুক।
@JugalKaibarta-h1h
@JugalKaibarta-h1h 10 ай бұрын
কল্পতৰু গীত সমূহ সঁচাকৈ মন প্ৰাণ জুৰ পেলাই দিয়ে আজি 2001 চন ৰ পৰা শুনি আহিছোঁ আজি লৈকে শুনি আছোঁ দীৰ্ঘ জীবি হক কল্পতৰু অনুষ্ঠানটি
@tikendranathborah7027
@tikendranathborah7027 Жыл бұрын
সুন্দৰ হৈছে। আগৰ গীতবোৰ মনত পৰিল।
@himadrishikhabarman9149
@himadrishikhabarman9149 Жыл бұрын
বহুত ভাল লাগিল, ৰেডিঅত শুনা কল্পতৰু ৰ কথা মনত পৰিছে, আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলো।।।
@jyotimaipegu7097
@jyotimaipegu7097 Жыл бұрын
কল্পতৰু কল্পতৰুহে যিয়ে মনপ্ৰাণ ফুলকিত কৰি তুলিব পাৰে।ধন্যবাদ জনালোঁ।
@hiranmunu4090
@hiranmunu4090 Жыл бұрын
সঁচাকৈ বহুতে ভাল লাগিল। ❤
@DipakDas-ui4qg
@DipakDas-ui4qg 27 күн бұрын
বহুত ভাল লাগে, ভাষা নাই লিখিবলৈ। সৰুৰ সময়ৰ কথাবোৰ মণলৈ আহে! ৰেদিঅটোৰ বাবে মাঁৰ কিমান মাৰ খাইছিলো! তথাপিয়ো ৰেদঅ সুনি গীত গোৱাৰ চেষ্টা কৰিছিলো।
@parashuramkalita1364
@parashuramkalita1364 Жыл бұрын
পুৰনি গীতবোৰ ভাল লাগে আশা কৰো সদায় শুনিবলৈ পাম
@junmoniburagohain9394
@junmoniburagohain9394 Жыл бұрын
এই গীতবোৰ শুনি ল'ৰালী দিনলৈ মনত পৰিল,বৰ ভাল লাগিছে।
@SweetyPegu-s7j
@SweetyPegu-s7j Жыл бұрын
পুৰণি গীত। বহুত ভাল লাগিল।
@bandanadas9879
@bandanadas9879 Жыл бұрын
বৰ ভাল লাগিল ।আকৌ সেই স্কুলীয়া দিনবোৰলৈ মনত পৰিল ।কেনেকৈ কল্পতৰু শুনিবলৈ ৰডিঅ'ৰ কাষত বহিছিলো ।
@rekhamalakar1315
@rekhamalakar1315 Жыл бұрын
Bhut vall lagil ....vall lga git bor akloge khuni❤️
@AbdulHoque-w4h
@AbdulHoque-w4h Жыл бұрын
Khub val lagil ,punor Radio loi Monot poril🎉
@nirugohain3692
@nirugohain3692 Жыл бұрын
খুৱ সুন্দৰ গীত। উঠি অহাৰ ল'ৰা ছোৱালী বোৰে এই গীত শুনি আগবাঢ়ি যাওক বুলি আশা ৰাখিলোঁ
@pranabjyotiborah8985
@pranabjyotiborah8985 Жыл бұрын
বৰ সুন্দৰ..... ❤
@gunabatidas4267
@gunabatidas4267 5 ай бұрын
সুন্দৰ অনুষ্ঠান, পুৰণি গীতবোৰ শুনি বহুত ভাল লাগে ।
@rathindevchoudhury8326
@rathindevchoudhury8326 Жыл бұрын
শুনি বৰ ভাল লাগিছে। আগলৈও শুনিম। শুভেচ্ছা জনাইছোঁ।
@bijoymoran2667
@bijoymoran2667 Жыл бұрын
Bohut bohut val lagil ❤❤❤
@gitanjalipathak1375
@gitanjalipathak1375 Жыл бұрын
বৰ ভাল লাগিল ❤️❤️
@padamikalita9299
@padamikalita9299 3 ай бұрын
পুৰণি সুমধুৰ গীতে মনত আনন্দ দিয়ে❤
@lmtajuddin7786
@lmtajuddin7786 Жыл бұрын
বহুত ভাল লাগিছে,, পুৰণি গীত বহুত ভাল লাগে ❤️❤️❤️❤️
@PadmawatiDeuri-t9j
@PadmawatiDeuri-t9j 3 ай бұрын
বহুত ভাল লাগিছে। মাজে সময়ে এনেকৈয়ে দি থাকিব লৈ অনুৰোধ জনালো
@dhrubajyotisaharia1042
@dhrubajyotisaharia1042 2 ай бұрын
পুৰণি গীত শুনি আনন্দিত হৈ পৰিলোঁ।পুৰণি স্মৃতি মনলৈ উভতি আহিল। ধন্যবাদ।
@RanjanaGogoi-z3p
@RanjanaGogoi-z3p Ай бұрын
এই গান ৰেডিৱত শুনি বৰ ভাল লগা দিনবোৰ মনত পৰে
@KushalKrRabha
@KushalKrRabha 4 ай бұрын
ড° ভূপেন হাজৰিকা দেৱৰ বহু কালজয়ী জনপ্ৰিয় গীতসমূহৰ অন্যতম এই “মানুহে মানুহৰ বাবে” গীতটো আজিও সমানে জনপ্ৰিয় আৰু প্ৰাসঙ্গিক ৷
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 4 ай бұрын
শুনিলে শুনি থাকিবৰ মন ।1971 72 চনত নৱম দশমত পঢ়িছিলোঁ ।কলিজাত খুন্দা মাৰি গল ।
@ranjandas1158
@ranjandas1158 Жыл бұрын
পুৰণি এই গীতবোৰৰ কথা-সুৰ-সংগীতৰ -কণ্ঠৰ যি সমাহাৰ সেয়া ক'ত পাম ।আৰু এই সময়ত আপোনাসবে শুনোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ।
@diptigoswami5315
@diptigoswami5315 Жыл бұрын
শৈশৱলৈ মনত পেলাই দিছে ।মন শাঁত পৰা গীত 🙏
@arnabshivam1834
@arnabshivam1834 Жыл бұрын
Bohut bhal lagil dei
@sikhadutta2482
@sikhadutta2482 Жыл бұрын
কল্পতৰু অতি সুন্দৰ অনুষ্ঠান
@anjumonidevi67
@anjumonidevi67 4 ай бұрын
সচাকৈ , অনুষ্ঠান টো শুনি বহুত বেছি ভাল লাগিছে । এই গীতবোৰৰ মাজেদি তাহানিৰ ৰেডিঅ'শুনা দিনবোৰলৈ উভতি যোৱা যেন লাগিছে ।
@diptikonwar8287
@diptikonwar8287 Жыл бұрын
সুন্দৰ অনুস্থান কল্পতৰু।সৰুৰেপৰাই শুনি ভাল পোৱা এইটো অনুস্থান। অনুৰোধ কৰি প্ৰতি সপ্তাহত চিঠি লিখিছিলো মন পছন্দৰ গীতবোৰ শুনিবলৈ।
@mamanip1206
@mamanip1206 10 ай бұрын
এনেকৈ যাতে আমাৰ মাজত পুৰণি গীত বোৰ জীয়াই থাকে। বহুত ভাল লাগিছে।
@mridulasonowal8626
@mridulasonowal8626 Жыл бұрын
বহুত ভাল লাগিল ৰেদিয় সুনাম মেন লাগিল
@ajaykumardas362
@ajaykumardas362 Жыл бұрын
সুন্দৰ গীতৰ শৰাই । আপ্লুত হলো। ধন্যবাদ জনাইছো।
@basantidas8161
@basantidas8161 Жыл бұрын
মনপৰসা পুৰণি গীতবোৰ শুনি দেহ-মন জুৰ পৰি যায় । কল্পতৰু অনুস্থানটিক আশীৰ্বাদ, শুভেচ্ছা জনালো লগতে দীৰ্ঘায়ু কামনা কৰিলো।🙏❤️
@keshabdas451
@keshabdas451 Жыл бұрын
v
@madantalukdar4141
@madantalukdar4141 Жыл бұрын
Dood
@nabadas3930
@nabadas3930 Жыл бұрын
Kalpataru geet bor bohudinor murat suni mur 65 years ato dekamonto utholi uthi se
@pratulrajbongshi7551
@pratulrajbongshi7551 11 ай бұрын
হঠাৎ তাহানিলৈ মনত পৰিল। আমাৰ গীত সংগ্ৰহৰ মাধ্যম আছিল তাহানিৰ এই কল্পতৰু অনুষ্ঠান। আমি গীতবোৰ শুনি শুনি লিখিছিলোঁ। এনেদৰে লিখোতে ৰৈ যোৱা অংশৰ বাবে পিছৰ কল্পতৰু লৈ অপেক্ষা কৰি থাকো।গীত লিখাও শেষ, মুখস্থ ও হৈ গ'ল। এই অনুষ্ঠানৰ পুনৰ আৰম্ভনীয়ে তাহানিলৈ মনত পেলাই দিলে।আপোনালোকলৈ অশেষ ধন্যবাদ।
@RinaDevi-su5gz
@RinaDevi-su5gz Ай бұрын
বহুত ভাল লাগিল কল্পতৰুৰ গান বোৰ শুনি
@biplabsaikia
@biplabsaikia Жыл бұрын
বহুত ভাল লাগিল গান খিনি শুনা পায়।❤❤❤❤
@runumihazarika8912
@runumihazarika8912 4 ай бұрын
পুৰণি গীতবোৰ বহুত ভাল লাগে ৷
@chandanmajuli6285
@chandanmajuli6285 Жыл бұрын
এই চিৰসেউজ গানবোৰে সঁচাকৈয়ে বৰ আপ্লুত কৰিছে । কল্পতৰু কৰ্মকৰ্তা সকলক ধন্যবাদ জনালোঁ।
@rajendraprasad9166
@rajendraprasad9166 Ай бұрын
Old is gold xosakoi a gaan bor xuni bahut bhal lagil ❤🎉
@TinkuManiSahariah
@TinkuManiSahariah Жыл бұрын
dhunia lagise agr gan bur xsai bhut dhunia ai program2 jate xdai aguai jai❤
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
চিৰযুগমীয়া এই গীতবোৰ শুনি নষ্টালজিক হৈ পৰোঁ‌।
@amritchetri9667
@amritchetri9667 Жыл бұрын
Very nice !!
@prasenjitpathak4579
@prasenjitpathak4579 Ай бұрын
বৰ ভাল লাগিল অতিতৰ আপুন ৰেডিঅটোৰ কথা মনত পৰিগল
@jurimapathak9123
@jurimapathak9123 Жыл бұрын
পুৰণি গীতবোৰে মনতো পুলকিত কৰে।
@GopalSharma-q5i
@GopalSharma-q5i 4 ай бұрын
❤❤❤❤❤❤❤mojja.
@PurabiDas-o9l
@PurabiDas-o9l 4 ай бұрын
অনন্য সুন্দৰ ।
@satyajyotichetiakonwar7253
@satyajyotichetiakonwar7253 11 ай бұрын
আপোনালোকলৈ পুৰণি গীতবোৰ শুনিবলৈ সুবিধা কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ। শুভ অপৰাহ্ন
@monikadas8609
@monikadas8609 Жыл бұрын
বৰ ভাল লাগে পুৰণি গীতবোৰ ...
@ambikrabha699
@ambikrabha699 11 ай бұрын
Bhut val lagile .. Ane kowa anush tan akow Pam buli akha rakhilu
@rinjusarmah1811
@rinjusarmah1811 Жыл бұрын
বহুত ভাল লাগিল আৰু নষ্টালজিক হৈ গৈছো। আগতে ৰেডিঅ শুনাৰ অভ্যাস আছিল। বহুত শুনিছিলোঁ এই গানবোৰ। পুৰনা গানবোৰ বৰ ভাল লাগিছিল। ইয়াত কল্পটৰু বুলি এই ভিডিঅ টো পাই বৰ ভাল লাগিল। দি থাকিব দেই। আগৰ আৰু এটা খণ্ডহে পালো দেখোন, আৰু নাইদিয়া নেকি বাৰু। মুঠতে দুটা পালোঁ। নিয়মিতভাৱে পাই থাকিম বুলি আশা কৰিলোঁ
@SudarshanNamatiDol
@SudarshanNamatiDol Жыл бұрын
আগৰ গানবিলাক মনত পৰি গ'ল।। বৰ ধুনীয়া
@dipalilahondehingia5062
@dipalilahondehingia5062 Жыл бұрын
চিৰসেউজ গীতবোৰে হৃদয় জুৰায়, সংস্কৃতিৰ অনবদ্য অৱদান এই সোণসেৰীয়া গীতবোৰ সদায় জীপাল হৈ থাকক আমাৰ প্ৰাণৰ কোঁ‌হে কোঁ‌হে।
@akangamili
@akangamili Жыл бұрын
Thank you, Times Guwahati❤ Lot's of Love❤❤
@dipjyotikalita2669
@dipjyotikalita2669 Жыл бұрын
80-90's r manuh y buji pai kolpotoru.. Childhood memories o loi gol😢😢apuni
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 322 М.
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 19 МЛН
Mom had to stand up for the whole family!❤️😍😁
00:39
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 322 М.