Рет қаралды 3,197,259
অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাৰ পাছত এইবাৰ গুৱাহাটীত বলীউডৰ তাৰকা অভিনেত্ৰী কেটৰিনা কাইফ। তাৰকা অভিনেত্ৰীগৰাকীক এপলক চাবলৈ হেতা-ওপৰা অজস্ৰ গুণমুগ্ধৰ। মহানগৰীত কল্যাণ জুৱেলাৰ্ছৰ শ্ব’ৰুম মুকলি অনুষ্ঠানত কেটৰিনাক চাবলৈ অগণন গুণমুগ্ধই ভিৰ কৰাত স্তব্ধ হৈ পৰে জি এছ ৰোড।
#KatrinaInGuwahati #KatrinaKaif
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/