কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিবেশ দেখিলে মন ভৰি যাব আপোনাৰ

  Рет қаралды 119,483

Chakrapani Parashar's Baartalaap

Chakrapani Parashar's Baartalaap

Күн бұрын

এখন শিক্ষানুষ্ঠান আৰু লুটন চৰকাৰ
শিক্ষক লুটন চৰকাৰৰ বাবে সলনি হৈ গ'ল এটা অঞ্চল
এখন বিদ্যালয় আৰু ৪০০ ছাত্ৰ-ছাত্ৰী
এখন বিশাল খেলপথাৰত একত্ৰিত হয় সকলো
আন শিক্ষানুষ্ঠানতকৈ পৃথক এই বিদ্যালয়খন
সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ সমাহাৰ এইখন বিদ্যালয়ত
এক আৰম্ভৰপূৰ্ণ অনুষ্ঠানত বাৰ্তালাপ
কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিবেশ দেখিলে মন ভৰি যাব আপোনাৰ
কৌপাটি জাতীয় বিদ্যালয়ত বাৰ্তালাপ
#kopati #darrang #kopatijatiyavidyalaya #kopatijatiyavidyalayabaartalap

Пікірлер: 43
@PronotiMohon
@PronotiMohon Ай бұрын
এনেকুৱা মানসীকতাৰ মানুহক ভগৱানেও সহায় কৰে । এটা নামৰ মন্দিৰ গঢ়ি তুলিবলৈ যিমান সহজ এটা শিক্ষাৰ মন্দিৰ গঢ়ি জীয়াই তোলাটো খুৱেই কঠিন । প্ৰতিষ্ঠাতা শিক্ষক গৰাকীৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ ভক্তিপূৰ্ণ শ্ৰদ্ধা জনালো লগতে ছাত্ৰ ছাত্ৰী সকললৈ মৰমৰ স্নেহাশীষ থাকিল ।❤❤❤ মইও এগৰাকী শিক্ষয়িত্ৰী । এখন বিদ্যালয়ত ইমান বোৰ ছাত্ৰ ছাত্ৰী থকা সঁচাই বিৰল ।
@ruminath1781
@ruminath1781 5 күн бұрын
বহুতো ভাল লাগিল 🎉❤🎉
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিৱেশ অনন্য। ভিন্ন জাতি, উপজাতিৰ সয়ম্বৰৰ মহামিলন ক্ষেত্ৰ। অধ্যক্ষ মহোদয় লগতে সকলো শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলকো আন্তৰিক শলাগ আৰু অভিনন্দন জনাইছোঁ 🙏।
@krishnak.tboruah5536
@krishnak.tboruah5536 9 күн бұрын
Very good ভাল লাগিল এনে এখন বিদ্যালয় আছে যে আৰু এনে বিদ্যালয় আশা কৰিলো
@RintuDeka391
@RintuDeka391 7 күн бұрын
Bahut val lagil 🎉🎉🎉
@Ronjuchutia-nt6kx
@Ronjuchutia-nt6kx 17 күн бұрын
বশুত ধুনিয়া পৰিবেষ
@dipjyotidas1246
@dipjyotidas1246 Ай бұрын
Thank u so much chakra da❤❤❤
@dipanjalideka5577
@dipanjalideka5577 Ай бұрын
বহুত বহুত ধন্যবাদ পৰাশৰ ডাঙৰীয়া ।আপুনি ইমান ধুনীয়া স্কুল এখনৰ পৰিৱেশ দেখুৱালে ।স্কুল খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।
@giasuddinahmed8206
@giasuddinahmed8206 21 күн бұрын
Bahut Val lagil❤❤❤❤❤
@nayanfaxooficial123
@nayanfaxooficial123 Ай бұрын
Val lagil❤
@UserUser-xh2jc
@UserUser-xh2jc 24 күн бұрын
Very nice ❤❤❤❤
@namitasaikia1966
@namitasaikia1966 2 ай бұрын
বহুত ধুনীয়া
@Runjunmoni-b5v
@Runjunmoni-b5v Ай бұрын
Great School ❤🙏🏻🙏🏻🙏🏻🙏🏻
@bibhadeka.......
@bibhadeka....... Ай бұрын
Vall lagise
@manjushreedeka
@manjushreedeka 2 ай бұрын
লগ পাই ভাল লাগিল আপোনাক🥰❤️
@hirakjyotiborahhero1153
@hirakjyotiborahhero1153 Ай бұрын
Hoi nki😅
@AkhilKalita-e4p
@AkhilKalita-e4p Ай бұрын
Very nice
@pinkuboruah2245
@pinkuboruah2245 Ай бұрын
Moja
@dheerajsfunnyvidio7424
@dheerajsfunnyvidio7424 Ай бұрын
সুন্দৰ সকলোৰে পদক্ষেপ।❤❤❤❤❤❤
@bhrigukalita6479
@bhrigukalita6479 Ай бұрын
অতি সুন্দৰ
@aivlogs143
@aivlogs143 2 ай бұрын
Apunak log pai bohot val lagisil
@manjushreedeka
@manjushreedeka 2 ай бұрын
মইও আছোঁ 😁
@monjulahazarikadas8802
@monjulahazarikadas8802 Ай бұрын
Thanks
@dalimdas4723
@dalimdas4723 Ай бұрын
Very niçe
@sakilahmed119
@sakilahmed119 Ай бұрын
Salute principal and all teachers
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
বৰ সুন্দৰ ৷এনে বিদ্যালয় বিৰল৷
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
প্ৰতিখন জিলাতে জাতীয় বিদ্যালয়সমূহ লগ হৈ এনে অনুষ্ঠান পাতিব পাৰে।
@dipankarSaikia-t4k
@dipankarSaikia-t4k Ай бұрын
অনুষ্ঠানতো চাই চকুৰ পানি ওলাই গল
@PakhilaNath-k5p
@PakhilaNath-k5p Ай бұрын
❤❤❤❤🎉
@nitusmita1648
@nitusmita1648 2 ай бұрын
❤❤
@pagalm-rk5xy
@pagalm-rk5xy Ай бұрын
Moi pithibit oha bosoror school ❤
@PurneswarBora
@PurneswarBora Ай бұрын
Val lagil
@gwkuldeep2578
@gwkuldeep2578 18 күн бұрын
14:28 মোৰ নাম শ্ৰী Tushaparna Deka
@Gamerzbhaiji
@Gamerzbhaiji Ай бұрын
Sir
@KrishnamiliMili
@KrishnamiliMili Ай бұрын
Hii ❤❤
@chitranjanbora
@chitranjanbora 2 ай бұрын
Hii
@BolenMoran-q1s
@BolenMoran-q1s 11 күн бұрын
Very nice❤❤❤
@joyaborgohain892
@joyaborgohain892 Ай бұрын
বহুত ভাল লাগিল
@MadhuGogoi-q8j
@MadhuGogoi-q8j Ай бұрын
Val lagil ❤❤❤❤❤
@nitunitudewri6301
@nitunitudewri6301 Ай бұрын
❤❤
@BolenMoran-q1s
@BolenMoran-q1s 11 күн бұрын
Very nice❤❤❤
@SanjibKurmi-ug6yn
@SanjibKurmi-ug6yn 6 күн бұрын
❤❤❤
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН