Kauri Pore (কাউৰী পৰে) - by Khagen Mahata

  Рет қаралды 558,768

Assamese Old Songs অসমীয়া পুৰণি গীত

Assamese Old Songs অসমীয়া পুৰণি গীত

Күн бұрын

Пікірлер: 223
@pradipbora6282
@pradipbora6282 11 ай бұрын
অন্তৰৰ গভীৰৰ পৰা ওলাই অহা মৰ্মস্পৰ্শী কথা, কন্ঠ আৰু সুৰৰ কালজয়ী স্তম্ভ
@motomanzy5838
@motomanzy5838 25 күн бұрын
মোৰ যেতিয়া বয়স ৪-৫ বছৰ আছিলে তেতিয়া দেউতাই অফিচৰ পৰা সন্ধিয়া আহি পৰা পাছত বিছনাত বহি এই গান টো প্ৰায় গাই থাকিছিল । তেতিয়াই এই গান টোৱে মোৰ মনত এটা সাঁচ বহাই ৰৈ গৈছিল । আৰু মই যেতিয়া দেউতাৰ পৰা দূৰত থাকিব লগা হ'ল সৰু কালৰ কোনোবা এটা সময়ত তেতিয়া স্কুলত শনিবাৰে পতা ৰং - ধেমালিত প্ৰথম বাৰ জীৱনত মই এই গানটো গাইছিলো । আৰু মোৰ লগৰ বোৰৰ লগতে ছাৰ বাইদেউ সকলে খুব ভাল পাইছিল। মই এই গানটো গাওঁতে ' জেউতি ' শব্দটো সলাই ' দেউতি ' লগাই গাইছিলো। কাৰণ মই দেউতাক এই গানটো ককা দেউতাক মনত পেলাই গাই থাকিছিল বুলি ভাবিছিলো । কাৰণ দেউতা সঁচাকৈ নিজৰ গাঁওৰ পৰা দূৰৈত শ্বিলং চহৰত পিয়নৰ চাকৰিত আছিলে তেতিয়া । সেইবাবে এই গান টো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ সোঁৱৰণী হৈ ৰৈ গল।
@bipultalukdar9594
@bipultalukdar9594 3 жыл бұрын
এইএ গান ! সুনীও আমনি নলগা অপৰূপ আনন্দ দায়ক । প্ৰতিজন শিল্পীৰে আছে সুকীয়া মৰ্জদা.......!
@dancerqueenshaswatitalukda3405
@dancerqueenshaswatitalukda3405 2 жыл бұрын
😂🙏
@Gjkknbc
@Gjkknbc Жыл бұрын
​@@dancerqueenshaswatitalukda3405 😊
@RuprekhaSharma-l9e
@RuprekhaSharma-l9e Жыл бұрын
কেতিয়াও পাহৰিব নোৱাৰা, সুন্দৰ গীত
@amalkrishnamedhi5465
@amalkrishnamedhi5465 4 ай бұрын
But atiya ajir projnmo aibur gan kot hunib😢
@sanatpatar7265
@sanatpatar7265 9 ай бұрын
কোনে কোনে ২০২৪ চনত শুনিছা লাইক কৰা
@hemantahazarika5757
@hemantahazarika5757 2 жыл бұрын
আগতে গীতৰ সৃষ্টি হৈছিল আজিকালি গীত বনাই... Old is gold.
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ গীত।সকলো স্তৰৰ লোকৰে গীতটি অতি প্ৰিয়।আচলতে গীতিকাৰ কেশৱ মহন্ত, সুৰকাৰ ৰুদ্ৰ বৰুৱা আৰু দৰদী কন্ঠ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ ত্ৰিবেণী সঙ্গমেই মূল মন্ত্ৰ।
@indianartstudio9229
@indianartstudio9229 3 жыл бұрын
সেই যে সোনালী শৈশৱত শুনা গানবোৰ,কি সুন্দৰ।
@hemantahazarika4562
@hemantahazarika4562 3 жыл бұрын
কেশৱ মহন্তৰ অপূৰ্ব সৃষ্টিত খগেন মহন্তৰ অপূৰ্ব কন্ঠৰ সঙযোযনে সুন্দৰৰ অপূৰ্ব মাত্ৰ আ বহন কৰিছে। মই সৰু কালৰ পৰাই শুনিছোঁ।
@saratchandraroyprodhani985
@saratchandraroyprodhani985 3 жыл бұрын
পুৰণি চিত্ৰৰেই পুনৰাবৃত্তি হৈ আছে জগতত যেন নতুন ৰূপত,,, old is gold.👍🙏
@jishnupriyasaikia8682
@jishnupriyasaikia8682 2 жыл бұрын
Mur 6mohiya suwali jnik aitu gaan logai dile he suwe... Bht vl lge gaantu
@hemantahazarika4562
@hemantahazarika4562 3 жыл бұрын
সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ গীত। শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ অপূৰ্ব সৃষ্টি।
@roseleenayesmin8017
@roseleenayesmin8017 4 ай бұрын
Radio gol Tv gol 2G 3G 4G jai 5G ahil kintu ai geetbor roi gol xodai priyo hoi
@nikitabashistha01
@nikitabashistha01 Жыл бұрын
কিমান যে ভাল পাও গীতটি শব্দৰে বুজাব নোৱাৰোঁ.... বিশেষকৈ দেউতা বেগতে আহিবি আহোঁতে ঝুনুকা আনিবি,,,,,,,,,,,❤ বহুত ভালপাও ❤ মাৰ মুখত সৰুৰ পৰাই শুনি আহিছোঁ এই গীতটি ❤️
@nababarman2429
@nababarman2429 Ай бұрын
চিৰসেউজ গীত❤ সদায়েই প্ৰিয়, উফ কি সৃষ্টি আছিল, অমৰ হৈ থাকক এই গীতসমূহ ।
@aanganachutia9351
@aanganachutia9351 2 жыл бұрын
অপূৰ্ব সৃষ্টি, অপূৰ্ব পৰিৱেশন👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️
@mainasharmasharma3499
@mainasharmasharma3499 4 жыл бұрын
Eman khundar geet aji kali manuhe pahorise
@iyazkhalifa7303
@iyazkhalifa7303 3 жыл бұрын
Old is forever gold... 2021t khuni asu... Jiyai thokaloi khunim
@runudevisharma1242
@runudevisharma1242 3 жыл бұрын
কি যে অমিয় সুৰৰ সেই গীত
@jatindranathmahanta9039
@jatindranathmahanta9039 8 ай бұрын
কেতিয়াও আমনি নলগা এটি গীত।অপূৰ্ব।
@jyoti8935
@jyoti8935 2 жыл бұрын
হৃদয় মন শান্ত কৰা গান ।🤗❤️
@rumikalita9887
@rumikalita9887 Ай бұрын
ইমান সুন্দৰ সৃষ্টি ৰাজি কেনেকৈ পাহৰিম ❤❤ সদায় মনত থাকিব
@bobinkumar1744
@bobinkumar1744 3 жыл бұрын
Very beautiful song.. old is always gold
@Niraladeka-fn5if
@Niraladeka-fn5if 10 ай бұрын
পুৰনাগিতবোভাল.লাগে
@hemenneog7343
@hemenneog7343 3 жыл бұрын
আগতে দেউতাই গোৱা শুনো এতিয়া মোৰ প্ৰিয় হৈ পৰিল
@mrfcreations594
@mrfcreations594 Жыл бұрын
Same here bro😢
@najmabegum7816
@najmabegum7816 Жыл бұрын
Same
@BeliMalakar-ln9zg
@BeliMalakar-ln9zg Жыл бұрын
Same
@mysociety5215
@mysociety5215 11 ай бұрын
Bohut a priyo gan hoi mor
@manshibiswashi3237
@manshibiswashi3237 10 ай бұрын
Amar deutaiu khub gaisil ....😢
@nishadas69
@nishadas69 2 жыл бұрын
মা এ গানটি সদায় গাই থাকে....ভালো লগা হৈ গৈছে ....♥️♥️♥️
@swormah
@swormah 3 жыл бұрын
I can't believe there are some people who disliked such a beautiful song! Gaan tu buji napali ne ki?
@debasishmedicinescollectio2775
@debasishmedicinescollectio2775 Жыл бұрын
Teu luk fokotiya gaanor lover like Neel Akash, Kusum Koilashr dore gaanor lover
@kuldeepdas4792
@kuldeepdas4792 2 жыл бұрын
one of the best song in Assamese music history
@labhitasaud3272
@labhitasaud3272 Жыл бұрын
0:30 masterpiece.... 🌷🙃
@kuladeepdas4193
@kuladeepdas4193 2 жыл бұрын
আমাৰ হৃদয়ৰ গান।যত আমি আমাক বিচাৰি পাও।
@D_r342
@D_r342 3 жыл бұрын
Xundar gaan dei agr din bur aku pbo mn jai...❤️❤️❤️❤️❤️❤️
@Sumkukigouri
@Sumkukigouri Жыл бұрын
আগতে দেউতাই ৰেডিঅʼ ত গানটো ডাঙৰ ডাঙৰ কৈ লগাই থাকে । আজি সেই দিন বোৰ মনত পৰি গʼল । 😌
@dilipbharali6131
@dilipbharali6131 2 жыл бұрын
Aei geet sunile pradhamik bidyalayot parhi thoka din buraloi manot pore . Oti prio geet .
@kamaldas7962
@kamaldas7962 10 ай бұрын
My one month old boy goes to sleep only when I play this song. Amazing!! It's my favourite song..may be my son also love to hear this song..
@iftikarawalahmed4554
@iftikarawalahmed4554 2 жыл бұрын
গীতটি শুনিলেই চকুপানী ওলায়।।। Aibor Eman xundor..
@nilamjyoti5552
@nilamjyoti5552 2 жыл бұрын
2023 চনত এই গানটো শুনি বহুত ভাল লাগিল । আজিৰ দিনত বহুত কম মানুহে এই পুৰণা গীতবিলাক শুনে ।
@kamaldas7962
@kamaldas7962 10 ай бұрын
We should encourage our next generation for such old songs
@faijuddinahmed5800
@faijuddinahmed5800 4 жыл бұрын
খগেন মহন্তলৈ শ্ৰদ্ধা জনাইছোঁ 🙏🙏
@pankajsarmabarua785
@pankajsarmabarua785 4 жыл бұрын
ডাউনভোট দিয়া কেইজন মানুহ নে পিশাচ! মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত
@chinmoydeka1630
@chinmoydeka1630 4 жыл бұрын
2020 anyone ... Fvrt song ever
@nayanjyotinath358
@nayanjyotinath358 3 жыл бұрын
Always
@Supernova1212-v6w
@Supernova1212-v6w 2 жыл бұрын
কি হাও কত গুচি যাও নিজেই নাজানো,কিন্তু কাণ্ড মনত।মনত পৰে পুৰণি দিন বোৰ ৰ কথা কিবা লাগে মোৰ,কেতিয়া ও ঘূৰি নাহে খেই মধুৰ দিন বোৰ। মহন্ত চাৰ ৰ এই গানটো খুনিলে পগলা হৈ জাও
@hemaborgohain7752
@hemaborgohain7752 4 жыл бұрын
বহু দিনৰ মূৰত খগেনদাৰ original version টো শুনিবলৈ পাই ভাল লাগিল।
@niruborgohain4814
@niruborgohain4814 3 жыл бұрын
Very nice
@information4uvictorragnork617
@information4uvictorragnork617 2 жыл бұрын
lovly melodious...voice❤️
@AaratiBora
@AaratiBora 3 ай бұрын
মন শীত পৰি যোৱা গীত।
@chinmoymahanta1768
@chinmoymahanta1768 4 жыл бұрын
অতি সুন্দৰ গীত....
@jintukumarnath2557
@jintukumarnath2557 3 жыл бұрын
Heart Touching song😍😍😍😍
@deboborah5858
@deboborah5858 Жыл бұрын
কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱাআৰু খগেন মহন্তৰ অমৰ সৃষ্টি।
@santanakonwar8739
@santanakonwar8739 3 жыл бұрын
গানটি শুনি বহুত ভাল লাগিল
@Surajsarma9688
@Surajsarma9688 3 жыл бұрын
@Surajsarma9688
@Surajsarma9688 3 жыл бұрын
চঊঙচ
@mask1129
@mask1129 2 жыл бұрын
বহুত ভাল লাগিল শুনি ❤️❤️👍🤩
@mouchumiborahtamuli6903
@mouchumiborahtamuli6903 4 жыл бұрын
ইমান ধুনীয়া
@bidyutsaikia4676
@bidyutsaikia4676 Жыл бұрын
দেউতাৰ খুবেই প্ৰিয় গীতটো,, বৰ্তমান মোৰ,,,,,❤
@ashmabegum1804
@ashmabegum1804 Жыл бұрын
Old is always glod✨❤️
@pranjitmahanta9686
@pranjitmahanta9686 3 жыл бұрын
Gud&good ❤️❤️❤️👍
@NanditaMandal-sd3qu
@NanditaMandal-sd3qu 6 ай бұрын
Mor dautar val puwa git moro val lage 🙏🙏🙏🌺🌺🌺🌸🌸🌸🌷🌷🌷🌷🙏🙏🙏
@sibanikalita6575
@sibanikalita6575 3 жыл бұрын
Hridoi sui juwa geet.
@aparajitagogoi6233
@aparajitagogoi6233 Жыл бұрын
অন্যতম প্ৰিয় গীত। হিয়া দহিলে ।
@nakulbordoloi8279
@nakulbordoloi8279 3 жыл бұрын
Really mind blowing.
@bijitdas9775
@bijitdas9775 2 жыл бұрын
oti uttam
@ashiquemostofa4934
@ashiquemostofa4934 3 жыл бұрын
2021 still listening...
@dibakarboro7523
@dibakarboro7523 3 жыл бұрын
Akhomoiot aibur geet radio khunisilu ki je bhal lgisil..atioa bhal pao aibur geet🥰🥰
@devilgamer327
@devilgamer327 4 жыл бұрын
Old is gold 💛💛😍
@itz_himshikhar8610
@itz_himshikhar8610 3 жыл бұрын
জীয়েক আৰু বাপেকৰ এই চিৰন্তন সম্পৰ্ক গীতটোৱে যিমান সুন্দৰকৈ ধৰি ৰাখিছে, এয়া আনত বিচাৰি পোৱা নাযায়।
@digantakasyap3440
@digantakasyap3440 2 жыл бұрын
দেউতা ই গাইছিল। এতিয়া বৰকৈ মনত পৰে দেউতা লৈ
@hdvideo1913
@hdvideo1913 2 жыл бұрын
মজা
@binapathak1279
@binapathak1279 3 жыл бұрын
চিৰ যুগমীয়া গীত।মোৰ প্ৰিয় গীত।
@staycalm9789
@staycalm9789 3 жыл бұрын
😍😍😍love from Kokrajhar
@ptmusicwave4459
@ptmusicwave4459 4 жыл бұрын
suni dhunia lagil
@narayanbabubharali9846
@narayanbabubharali9846 4 жыл бұрын
*সুৰৰ সম্ৰাটদেৱ আমাৰ মাজত সদায় স্মিতি সমূহ জিয়াই থাকিৱ.....॥
@rupjyotisaikiaofficial
@rupjyotisaikiaofficial 2 жыл бұрын
Awesome
@pulinbaruah539
@pulinbaruah539 3 жыл бұрын
বহুত ভাল লাগিল
@yumiko5595
@yumiko5595 3 жыл бұрын
2022 still listening... 😊
@rumikalita9887
@rumikalita9887 Ай бұрын
আগতে দেউতা কমকৈ গলে মোক কৈছিল মই নাহালে তই দেউতা বেগেতে আহিবা গানটো গায় গায় বাহিৰত বহি থাকিব মই আহি পাম তেতিয়া ❤
@AshaRani-nx5sm
@AshaRani-nx5sm 3 жыл бұрын
I love this song 🥰🥰
@MimiBonita-ci1vq
@MimiBonita-ci1vq 6 ай бұрын
Kune kune 18s song bor vall powa like kora
@Aditisarmah214
@Aditisarmah214 3 жыл бұрын
Really,so heart tousching song
@bikashkalita8487
@bikashkalita8487 3 жыл бұрын
2121 ajio xuni aso ei gaan to❤❤❤
@sanijbchutia5663
@sanijbchutia5663 3 жыл бұрын
গীতটি শুনি বহুত ভাল পাওঁ মই!
@bhumitakalita1474
@bhumitakalita1474 Жыл бұрын
সচাকৈ বহুত বহুত ভাল লাগে 🙏
@dhrubafilms5576
@dhrubafilms5576 2 жыл бұрын
Agote radio t xunisilo ai gan tu
@anilgogoi317
@anilgogoi317 5 жыл бұрын
Mojjahh
@banamalibhattacharjya5995
@banamalibhattacharjya5995 2 жыл бұрын
Old is gold 🥇
@mijingthibaro6374
@mijingthibaro6374 3 жыл бұрын
Old is gold 🥇🥇
@RahulRaj-qj4qr
@RahulRaj-qj4qr 3 жыл бұрын
Old is gold ❤️❤️❤️❤️❤️
@shikhakalita2513
@shikhakalita2513 3 жыл бұрын
Heibur din a vl asill .... anekua lage Jen ...punor ghuri ahok...🥀❤️🌼
@utpalpatar1069
@utpalpatar1069 2 жыл бұрын
Evergreen song 💗❤️💗
@mdyoutubeboy7180
@mdyoutubeboy7180 4 жыл бұрын
aeburhe gieet hoi xuni bahut val lage atitaloi manot pori jai
@farhazhazarika
@farhazhazarika 2 ай бұрын
Prishrit Hazarika mur lora 9months hoise ajiu xi jonmo pora e atu gaan xunile h xue nohole tar tuponie nhoi. ❤old is gold
@Cookingwithsimu
@Cookingwithsimu 3 жыл бұрын
𝘒𝘶 𝘯𝘶 𝘨𝘢𝘢𝘯𝘳 𝘭𝘨𝘵 𝘵𝘶𝘭𝘰𝘯𝘢 𝘯𝘩𝘰𝘪 𝘵𝘦𝘶𝘭𝘶𝘬𝘳 𝘨𝘦𝘵...𝘹𝘴𝘢𝘪 𝘩𝘳𝘵 𝘵𝘰𝘶𝘤𝘩𝘪𝘯𝘨😍
@shivabania502
@shivabania502 9 ай бұрын
2024 চনত BA 4th semester r Assamese RC paper khonot pohi asu ai gan birur bikhoye 😊❤
@nayanjyotiborah30
@nayanjyotiborah30 2 жыл бұрын
Vl lgl
@bishmitasarmah8066
@bishmitasarmah8066 10 күн бұрын
দেউতাও নাহিলে জুনুকাও নানিলে হেৰাই গল দেউতা ৰৈ গল গীত খগেন দাৰ
@dhirendrakalita4326
@dhirendrakalita4326 3 жыл бұрын
No one can sing this song as you
@eddatali3840
@eddatali3840 4 жыл бұрын
Very very intersting
@greatindia5003
@greatindia5003 3 жыл бұрын
Old is gold 😍
@ANJANMEDHI-b2k
@ANJANMEDHI-b2k 2 ай бұрын
Good job🎉
@kabitabora8196
@kabitabora8196 3 жыл бұрын
Wow😍😍😍😍
@manpreetkalita2123
@manpreetkalita2123 3 жыл бұрын
I love this song ❤️❤️❤️❤️❤️❤️🙏🙏🙏
@pabitrakumardas2251
@pabitrakumardas2251 2 ай бұрын
Evergreen🌲 song🎵❤
@nabablock3239
@nabablock3239 3 жыл бұрын
Life time my favourite song
@gariyoshisuniqueworld6295
@gariyoshisuniqueworld6295 4 жыл бұрын
Awesome 😊🤩
@GayatriDevi-qb7ux
@GayatriDevi-qb7ux 4 жыл бұрын
Mont porile Aji khunilu montu Val lagise gol
@lifeslives7125
@lifeslives7125 4 жыл бұрын
Moi o bhaal pao
@priyankabarman927
@priyankabarman927 3 жыл бұрын
👏👏👏👏👏👏👏🙏🙏🙏🙏🙏 wow
@Edward-sp1sb
@Edward-sp1sb 2 жыл бұрын
Break up hol , kintu atu gan xuni mon val lagi gol
@deepmoni2715
@deepmoni2715 3 жыл бұрын
Axomor bahirot Thoka protijon manuhe buji paai ai bedona.Apun jonor pora aatori Thoka r dukh.
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
এটি চৰাই গুণ গুণাই||Nilima khatun||Ati Sorai Gun Gunai Lyrics
3:32
কাঁচিয়লি Kachiyoli
Рет қаралды 2,4 МЛН
Maa Ami Sadiyaloi Jamei | Lyrical Video | Khagen Mahanta | Assamese Musical World
5:13
KHAGEN MAHANTA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 60
21:25
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН