খণ্ড 2 শ্ৰী কৃষ্ণই যদু বংশৰ ধ্বংস কিয় কৰিলে || ব্যাখ্যাকাৰ অনিল তাঁতী Anil tanti bhagawat path ||

  Рет қаралды 37,054

ভক্তিৰ  সাগৰ Bhaktir Sagor

ভক্তিৰ সাগৰ Bhaktir Sagor

Күн бұрын

Пікірлер: 87
@AnimaDasAnimaDas-t6h
@AnimaDasAnimaDas-t6h 27 күн бұрын
নাৰায়ণপুৰৰ পৰা সমস্ত জনালৈ সেৱা জনাইছোঁ পাঠক বাপ জনা লৈ কোটি কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@pratimagogoi
@pratimagogoi Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@pranitachoudhury-my4do
@pranitachoudhury-my4do Жыл бұрын
Jai shri Krishna 🙏 ❤
@bhaskardas972
@bhaskardas972 Жыл бұрын
Ram Krishna Prabhu baap jon 🙏🕉️
@bharatinformation.4483
@bharatinformation.4483 Жыл бұрын
কৃষ্ণ
@tankeswardeka6070
@tankeswardeka6070 Жыл бұрын
Ram krishna pravo sipajhar 🌻🙏🌷🥀🙂🥀🙏
@TankeswarDeka-rn8li
@TankeswarDeka-rn8li Жыл бұрын
Ramrampravo SIPAJHAR🌹🌹🌹🌹
@IlumoniDuarah-id6pp
@IlumoniDuarah-id6pp Жыл бұрын
Krishna krishna 💚
@PapuGowala-v4p
@PapuGowala-v4p Жыл бұрын
Krishna bap
@mukheswarkonwar9754
@mukheswarkonwar9754 Жыл бұрын
কৃষ্ণ 🙏
@jinudeka7969
@jinudeka7969 Жыл бұрын
Krishna Krishna bap.❤❤
@narayanchetia7538
@narayanchetia7538 4 ай бұрын
কৃষ্ণ কৃষ্ণ ডাঙৰীয়া সেৱা নিবেদন কৰিলোঁ কৃষ্ণ 👏🏻🪔👏🏻
@PinkuLaskar-b1t
@PinkuLaskar-b1t Жыл бұрын
🙏🙏🙏
@ajitkumarphukan9736
@ajitkumarphukan9736 Жыл бұрын
Krishna 🙏 provu sewa jonalu,guru kripa houk Krishna 🙏 সমস্ত বাপ আৰু আই লৈ সেৱা জনালোঁ কৃষ্ণ
@padmanathkutum7730
@padmanathkutum7730 Жыл бұрын
Krishna Krishna Bap 🙏🙏
@debojitneog502
@debojitneog502 Жыл бұрын
Krishna Krishna Tati baap🙏🙏🙏
@mainawbora39
@mainawbora39 Жыл бұрын
Krishna Krishna Krishna
@DipangkarBishya
@DipangkarBishya Жыл бұрын
কৃষ্ণ বাপ
@NiruDevi-td3hn
@NiruDevi-td3hn 10 ай бұрын
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi Krishna Krishna Krishna He param Kripalu Bapjan Bhagawatar bar sundar updesh dile deai bahut val lagil kathabor suni Krishna pranam janalo aaponak Krishna
@hemalatakoch9204
@hemalatakoch9204 Жыл бұрын
Krishna sundar hoise bapjana
@Itzmylife-s1g
@Itzmylife-s1g 8 ай бұрын
Krishna Krishna....bahut val lagil
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@hirabora-wq2pw
@hirabora-wq2pw Жыл бұрын
হে, বাপ অতি মহা অম্ত
@ankitagogoi9376
@ankitagogoi9376 Жыл бұрын
Krishna Krishna provu sewa jonalu Krishna 🙏🙏🙏
@arpanaborah375
@arpanaborah375 Жыл бұрын
Krishna krishan 🙏🙏🙏🙏🙏
@achyutkumargogoi1837
@achyutkumargogoi1837 Жыл бұрын
Joy Krishna Joy Krishna Pranam
@MonojSaikia-l2b
@MonojSaikia-l2b Жыл бұрын
কৃষ্ণ বহুত ভাল লাগিল
@nirjurajgogoi319
@nirjurajgogoi319 Жыл бұрын
কৃষ্ণ ৷
@mamoniphukan3807
@mamoniphukan3807 Жыл бұрын
কৃষ্ণ কৃষ্ণ, অমৃতময় ভাগবত কথা পান কৰি ধন্য হ'লো ,বাপ জনাক অশেষ ধন্যবাদ ।প
@tapansaikia3114
@tapansaikia3114 Жыл бұрын
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@DipakDas-h3j
@DipakDas-h3j Жыл бұрын
Karertal Barpeta Krishna krishna
@NibaranBorah-t5y
@NibaranBorah-t5y 11 ай бұрын
Krishno krishno Bap
@rinakutumpegu1427
@rinakutumpegu1427 Жыл бұрын
🙏 Krishna Krishna Krishna Krishna.
@namitadas4731
@namitadas4731 Жыл бұрын
Krishna Krishna bap Hiya Sui jowa bakhya. Eman sumodhur.
@PhulmatiKalita
@PhulmatiKalita Жыл бұрын
Krishna Krishna bapjana seya janiso
@smritiborah1420
@smritiborah1420 Жыл бұрын
সচাঁকৈ বহুত ভাল লাগে ভাগৱত শুনি ধন্যৱাদ আপুনি ভিডিয় যোগে আমালৈ আগবঢ়াই দিয়া বাবে❤🙏🙏🙏
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Жыл бұрын
Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏
@abmonty7274
@abmonty7274 Жыл бұрын
Krishna🙏🙏🙏
@atulchdas1620
@atulchdas1620 5 ай бұрын
Krishna bap pranam.....
@prahladchetia4233
@prahladchetia4233 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@MinuMaji-i8y
@MinuMaji-i8y 4 ай бұрын
Krishnan Krishna
@rekhagogoi322
@rekhagogoi322 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ শতকোটি প্ৰণাম জনালো 🙏🙏 ।
@ankurentertainment2791
@ankurentertainment2791 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏🙏
@kanikadas9623
@kanikadas9623 2 ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@chitramalkakati4332
@chitramalkakati4332 Жыл бұрын
Krishna Bap Iswar, suni anandit holo, krishna krishna krishna,
@Sistryhazarika5761
@Sistryhazarika5761 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ,কথা। সুনি আমোদ লাগে
@barnalidas7784
@barnalidas7784 Жыл бұрын
Krishna Krishna Krishna Krishna bap
@bhumitabora2496
@bhumitabora2496 Жыл бұрын
Krishna Krishna
@kamalpayeng4938
@kamalpayeng4938 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰনাম🙏
@Ridipaxom
@Ridipaxom Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
Krishna krishna baap shwa gonalu
@UcjfufUcufufi
@UcjfufUcufufi Жыл бұрын
Krishna Krishna Pronam 👏👏🌷🌷🙏🙏🌷🌷🙏🙏🌷🌷🙏🙏🙏
@minatimech4993
@minatimech4993 Жыл бұрын
Krishna Krishna Krishna baap
@rumineogborah-rr6bu
@rumineogborah-rr6bu Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন সুনি বহুত ভাল লাগিল আমি মহা পাপি কৃষ্ণৰ চৰণত শত কুতি প্ৰমাণ জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏।
@jadavgogoi4008
@jadavgogoi4008 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@nibirsaikia686
@nibirsaikia686 Жыл бұрын
কৃষ্ণ কৃষ্ণ ❤🙏
@kishordas2331
@kishordas2331 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ!!@ বাপজনাৰ পদ্মমুখে ভাগৱতৰ অমৃতৰস পান কৰি ধন্য হলো। কৃষ্ণ কৃষ্ণ!!
@Brindaban-q2m
@Brindaban-q2m Жыл бұрын
ᴋʀɪꜱʜɴᴀ
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
পৰমেশ্বৰ একেশ্বৰ শ্ৰীহৰিৰ প্ৰকাশমান তিনিস্বৰূপ ব্ৰহ্মা বিষ্ণু মহেশক শ্ৰীহৰিৰ পৰা বেলেগ বেলেগ পৃথক বুলি ভবা লোকে যিমানেই গীতা ভাগৱতৰ শ্লোক পদ আওৰাই নাথাকক তেওঁ একো নাজানে ভাটৌৰ দৰে ।ও হৰি ও ৰাম । পুৰাণ আৰু চৰিত পুথিৰ তথ্যমতে গুৰু শংকৰদেৱ শিৱ শংকৰ মহেশ মহাদেৱৰ অৱতাৰ ।পুৰাণ গ্ৰন্থ আৰু শংকৰ চৰিত পুথিত সূন্দৰকৈ উল্লেখ আছে ভালকৈ চাব ও হৰি ও ৰাম । সংস্কৃত ভাগৱতৰ ১৮ হাজাৰ শ্লোকৰে ৪ হাজাৰ শ্লোক কৃষ্ণ নাম নহোৱাকৈ লিখিছে আপোনাৰ মতে ব্যাসও মুৰ্খ অজ্ঞ মন্দমতিয়েই আছিল কাৰণ চাৰি হাজাৰ শ্লোক বোজা আবৰ্জনা কৰি লিখিছিল যাৰ বাবে শংকৰদেৱে কৃষ্ণ নামহীন আবৰ্জনা শ্লোক অসমীয়া ভাগৱতত আতৰালে পিছে বাপ কথাটো সঁচানে শুদ্ধনে ?আতৰোৱা চাৰি হাজাৰ শ্লোকত সঁচাকৈ কৃষ্ণ বিষ্ণু হৰিৰ নাম নাছিল নেকি ? শংকৰদেৱে আতৰোৱা চাৰিহাজাৰ শ্লোক সংস্কৃত ভাগৱতৰ পৰা বিচাৰি উলিয়াই চাবচোন বাপ সেই চাৰি হাজাৰ শ্লোকত ঈশ্বৰ হৰি বিষ্ণু কৃষ্ণৰ নাম আছেনে নাই ? আপোনাৰ মন্তব্যটো ভুল যেন লাগিছে । গীতা ভাগৱতত পাইছো ঈশ্বৰ হৰিৰ অৰ্থে কৰা সকলো কাৰ্যই ঈশ্বৰ হৰিৰ কায্য হয় শুদ্ধ কাৰ্য হয় তেনেহলে গীতা ভাগৱত ঈশ্বৰ হৰি কৃষ্ণই কৈছে সকলো দেৱ দেৱীৰ স্বৰূপত মই জগতৰ কাৰ্য কৰি আছো সকল দেৱ দেৱী মোৰেই বিভুতি স্বৰূপ সেয়ে ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক ভজা বা ভজা ভক্তৰ লগত একেলোগ হোৱা বাবে আপোনাসবৰ শংকৰী ধৰ্ম আৰু মহন্ত সকল অশুচি অশুদ্ধ হৈছে আপোনালোকৰ শংকৰী একশৰণ ধৰ্ম ইমান আলোসুৱা ঠুনুকানে ??? আপোনাসব শংকৰী একশৰণীয়া ধৰ্ম আৰু একশৰণীয়া কৃষ্ণ ভক্ত বৈষ্ণৱ সবৰ বাবে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ শ শ কৌটি লোকৰ আৰাধ্য দেৱ দেৱী অশুচি অশুদ্ধ হৈ সৃষ্টি হৈছিলনে ???তাতী বাপ আপোনাসবৰ দেৱ দেৱী তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান মুণ্ডন নিন্দা ঘৃণা বিৰোধিতা কৰা কৃষ্ণত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমত প্ৰচলন হোৱা পাঁচশ বছৰ হে হল তাৰ আগত কিন্তু আমি সকলো একে সমান আছিলো গতিকে বৰ বেছি অতিৰঞ্জিত কৰি অসহিষ্ণু হৈ ব্যাখ্যা কৰি হাহিয়াতৰ পাত্ৰ নোহোৱাই ভাল ।কম বেছি পৰামানে সকলোৱে গীতা ভাগৱত জানে পঢ়িছে, ধৰ্ম কি ,শুদ্ধ সত্য কি জানে বাপ ।আও হৰি আও ৰাম । ঈশ্বৰ সৰ্বব্যাপী বিৰাজমান যিহেতু সকলোকে ঈশ্বৰ হৰি বিষ্ণু জ্ঞান কৰি যদি কোনোৱাই সৰ্বশাস্ত্ৰ সন্মত বেদবিহিত ভক্তি ধৰ্মৰে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ গণেশ বিশ্বকৰ্মা লক্ষ্মী সৰস্বতী শিৱক ভজিলে অশুচি অশুদ্ধ অকৰ্ম পাপকৰ্ম নহয় তাতী বাপ আপুনি যে কলে অন্য দেৱ ভক্ত সকলোৰ বাবে আপানাসবৰ শংকৰী একশৰণ বৈষ্ণৱ ধৰ্ম কলুষিত নহয় আপোনালোকও মায়াময় জগতৰ মায়াত বন্দী জীৱহে ঈশ্বৰ বা অন্য পৃথক প্ৰাণী নহয় ।আপুনিও কব নোৱাৰে আপুনিয়েই শুদ্ধ সত্য নিস্পাপ ভকত আৰু মুক্তি পাব বৈকুণ্ঠত যাব বুলি ।গতিকে অতিৰঞ্জিত কৰি কৈ বিৰোধ বিদ্বেষ নিন্দা নকৰাই ভাল সমাজৰ মংগলৰ বাবে ।কেৱল ঈশ্বৰেহে জানে কোন ভক্ত কোন অভক্ত । আপোনাৰ তীৰ্যক অসহিষ্ণু নিন্দাবাদ বিৰোধ মন্তব্য ব্যাখ্যা শুনি ভাব হৈছে আপুনি একান্ত শুদ্ধ সত্য বৈষ্ণৱ নহয় এজন গীতা ভাগৱতৰ শ্লোক পদ ভুলে শুদ্ধই আওৰাই থকা ভাগৱত ব্যাখ্যাকাৰী অভিনেতাহে ।আও হৰি খাও ৰাম ।
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Apuni muk phone number dibo Krishna 🙏 logote apuni muk matak nohale apunak moi matim ahibone Prabhu jodi apuni hastra Jane adin duu aklage sastratha korim jagtu nirbasan kora tumar khmata ase jodi ,,oh hori Oram,,aney sale bare kubai coment di nathakiba dam ase jodi mukha mukhi huaa ,,,,,, o hori o Ram,,,
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Krishna phone number dibo bap
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
@@AnilTantibhagawat বাপ এদিন নিশ্চয় মুখামুখি হম । মুখামুখিকৈ সংস্কৃত গীতা ভাগৱত পুৰাণ মেলি তথ্য লৈ আলোচনা কৰিম ।পিছে বাপ মই লিখা তথ্যবোৰ কথাবোৰ সঁচা মিচা ভুল শুদ্ধ একো মন্তব্য নকৰিলে যে ? ও হৰি ও ৰাম ।🙏
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
@@asomiaasom6008 apuner nijoar daykhta dekhu lukar logat lagi homi norata nakrajen oti hunkale log puar ahare,amr jodi hidanta bhul tane hajar hajar Manu amak adari Noli prbhu apuner dare pondit bramony kormo kandi hori nam dharma dhakibo ajiu biasre hai karane Tanti aru pranjeet dore arbhi bhab hoisae ,,,o Hori o Ram
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Aru phone number dibo Krishna logate jagtu nirbasan kora mohle ami nirmant jonam apuni nisat ahibone Prabhu jodi apuner khamota ase
@poragboruah4156
@poragboruah4156 Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@mainabordoloi2479
@mainabordoloi2479 Жыл бұрын
কৃষ্ণ, সকলো ভকত বৈষ্ণৱ প্ৰভু সকললৈ সন্ধিয়াৰ ভক্তিভৰা সেৱা জনালো🙏🙏🙏
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
মহা মানৱ মহাত্মা গান্ধীয়ে কৈছিল মানুহৰ সেৱাৰ যোগেদিহে ভগৱানক পাব বিছাৰো কাৰন পৃথিৱীতো নাই আকাশতো নাই ভগৱান।মা দেউতাকক সেৱা কৰা মানেই ভগৱানক সেৱা কৰা।
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰে, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@deepjyotihatimuria5311
@deepjyotihatimuria5311 Жыл бұрын
🙏🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@Mampy__official
@Mampy__official Жыл бұрын
🙏🙏🙏
@tapansaikia3114
@tapansaikia3114 Жыл бұрын
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@dipisaikia287
@dipisaikia287 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.