প্ৰকৃততে ভগৱান আছেনে ? ।। Prokitote Bhagawan Asane ?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।

  Рет қаралды 122,004

কৃষ্ণ চেতনা।। (KRISHNA SETONA)

কৃষ্ণ চেতনা।। (KRISHNA SETONA)

Жыл бұрын

প্ৰকৃততে ভগৱান আছেনে ? ।। Prokitote Bhagawan Asane ?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
#bhagawan #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha
Your Queries:-
ভগৱান আছেনে
Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
Facebook: / madhurjya.borah.31521
Instagram: madhurjya762?ig...
Phone no: 6001380050
Email: borahmadhurjya2001@gmail.com

Пікірлер: 430
@jyotibharali6113
@jyotibharali6113 Ай бұрын
আপোনাক কোটি কোটি প্ৰণাম জনাইছোঁ ।ইমান ধুনীয়া কৈ বাখ্যা আগবঢ়োৱা বাবে 🙏🙏🙏
@DipaliRay-tt6nc
@DipaliRay-tt6nc Жыл бұрын
ঘৰে ঘৰে তোমাৰ নিচিনা সন্তানৰ জন্ম হ'লে আজি সমাজ খনৰ বহুতো পৰিৱৰ্তন হ'ল হেঁতেন কৃষ্ণ কৃষ্ণ ❤❤
@JS-vj7nq
@JS-vj7nq Жыл бұрын
qওলালPপPI
@ajantarabha6050
@ajantarabha6050 10 күн бұрын
ॐ....................... 🐚🙏
@namitadasneog1020
@namitadasneog1020 11 күн бұрын
কৃষ্ণ ৰাম নাৰ‌য়ণ গোবিন্দ জয় জয় 🙏 🙏 🙏 🙏 প্ৰভু ঈশ্বৰ কৌটি কৌটি বাৰ কৰোঁ আপোনাক প্ৰণাম। আপোনাৰ অতি এই সুন্দৰ ব্যাখ্যাই শুদ্ধ ভক্তিত ভমনোগ্ৰাহী কৰি তুলিছে যেন সকলোকে🙏🙏🙏🙏
@user-po5ti8pt8d
@user-po5ti8pt8d 22 күн бұрын
কৃষ্ণ বাপ জন, ইমান সুন্দৰ বিশ্লেষণ আপোনাক শত কোটি প্ৰণাম জনাইছোঁ।🙏🙏
@user-ud8kr7ty7b
@user-ud8kr7ty7b Жыл бұрын
তোমাৰ দৰে সন্তান যদি ঘৰে ঘৰে পালো হেঁতেন তেন্তে এই জগত খনত সুন্দৰতাই ভৰি পৰিল হেঁতেন তুমি ভগৱানে দান বুলি মোৰ ভাৱ হয়
@tarininibari3231
@tarininibari3231 Жыл бұрын
Not, University is not called Bhagaban. Bhagawan never born himself. He may sent representative only. because he can't sleep in the abdomen of womens, that there's continuous sexual activities of men.
@PranatiBarua-pn6gm
@PranatiBarua-pn6gm 26 күн бұрын
​@@tarininibari3231pp0ippp😊) 😊nif😊. No no hiii😮zeera@book😮p noor hiii i oki mi nu I'm m bhul jootejhn
@samiran4767
@samiran4767 Жыл бұрын
অতি সুন্দৰ বিশ্লেষণ ঈশ্বৰৰ অস্তিত্ব সন্দৰ্ভত। কৃষ্ণ বাপ সেৱা জনালোঁ 🙏
@banigayan4963
@banigayan4963 Жыл бұрын
Krishna krishna🙏🙏🙏❤❤❤
@manjubarman2519
@manjubarman2519 Жыл бұрын
000000000000000⁰0⁰⁰⁰
@manjubarman2519
@manjubarman2519 Жыл бұрын
0
@manjubarman2519
@manjubarman2519 Жыл бұрын
00000
@bimansaikia4305
@bimansaikia4305 21 күн бұрын
, আপোনাৰ পদ যুগলত কোটি কোটি বাৰ সেৱা জনালো। জ্ঞান বিজ্ঞান তদন্ত আৰু ৰহস্যৰো ৰহস্য উদ্ঘাটন কৰি মনৰ সংশয় দুৰ কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ।
@malasaikia9389
@malasaikia9389 Жыл бұрын
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা 🙏🙏🙏
@user-gz7gl8vu7r
@user-gz7gl8vu7r Күн бұрын
Aponalai bahut....... Dhyanbad thakil .agalai Ane sundar Katha suniba pam buli asha thakil❤❤❤😮😊❤❤❤
@jutikasharma8510
@jutikasharma8510 Жыл бұрын
তোমাৰ দৰে ল'ৰা হাজাৰ হাজাৰ জন্ম হ'ক। পৃথিবীত শান্তিয়ে শান্তি বিৰাজ কৰিব। 🙏🙏🙏
@JanmoniDeka-im7ns
@JanmoniDeka-im7ns 26 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাব তোমাৰ ভগৱান উজ্জল কামনা কৰিলোঁ 🙏🙏🙏🙏🙏🙏🙏
@assamali4589
@assamali4589 2 ай бұрын
কৃষ্ণ, তোমাৰ ভাৱ ৰ লগত মোৰ ভাৱ অৰ মিল আছে! কৃষ্ণ ,কৃষ্ণ, কৃষ্ণ
@harikantaphukan2784
@harikantaphukan2784 Жыл бұрын
মাধুৰ্য্য বৰা দেৱে পৰমেশ্বৰ সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষনে পুৱাতো জীপাল কৰি তুলিলে। আমি জানো কেৱল বয়সে কোনো বিষয়ক শুদ্ধ ভাবে বিশ্লেষণ কৰিব নোৱাৰে তাৰ বাবে লাগিব এটা নীৰলশ প্ৰচেষ্টা। আমি তোমাৰ সেই মনপৰশা প্ৰচেষ্টাক দূৰৰ পৰাই সেৱা জনালোঁ। আশা ৰাখিম আগলৈও যাতে এনেবোৰ বিষয়ৰ ওপৰত বিজ্ঞানভিত্তিক বিশ্লেষণ ৰাখি নৱ প্ৰজন্মৰ লগতে আমাৰ দৰে কেৱল বয়সে আগুৱাই লৈ যোৱা সকলকো কৃতাৰ্থ কৰা।
@porinitadevi3939
@porinitadevi3939 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@buluboruah818
@buluboruah818 27 күн бұрын
❤❤❤❤❤
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। বহুতো শাস্ত্ৰৰ বাখ্যা শুনিলো যদিও এই ধৰণৰ ভগৱানৰ বিষয়ে সহজে বুজিব পৰাকৈ আজি শুনিৱলৈ কৃপা লাভ হ'ল, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। এনেদৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে সহজে বুজিব পৰাকৈ তত্ত্ব সম্পৰ্কীয় কথাবোৰ ফহিয়াই বাখ্যাৰ উন্মেষ ঘটাই কলিৰ প্ৰভাৱত পৰা মণুস্যক উদ্ধাৰ কৰিব বুলি আশা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@DebenGogoi-qb6hu
@DebenGogoi-qb6hu Жыл бұрын
Bhogoban xomporke byakhya huni aplut holu.okhekh dhonyobad.krishno
@troilokyaray677
@troilokyaray677 Жыл бұрын
বৰ সুন্দৰ বাখ্যা শুনি ভাল লাগিল জয় গুৰু শংকৰ 🙏🙏🙏
@papuldutta9971
@papuldutta9971 Жыл бұрын
অতি সুন্দৰ। এনেকৈ আগ বাঢ়ি গৈ থাকা। তোমাৰ দৰে ল'ৰা থাকিলে আজী কালি ল'ৰা ছোৱালী ভাল হ'ব।
@user-xg1od3jj8t
@user-xg1od3jj8t 8 күн бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 তোমাৰ সৎ উপদেশ সুন্দৰ কথা খিনি শুনি ভাল লাগিল
@saikiabikemachanic3201
@saikiabikemachanic3201 16 күн бұрын
বৰ‌ ভাল পাইছোঁ। সুন্দৰ প্ৰভু
@skp52101
@skp52101 Жыл бұрын
বহুত ভাল লাগিল আপোনাৰ এই যুক্তি কৃষ্ণ কৃষ্ণ ৷
@PrakashLahon-om9im
@PrakashLahon-om9im 20 күн бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
@eloraborah4643
@eloraborah4643 27 күн бұрын
কৃষ্ণ 🙏 ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিয়াৰ কাৰনে বহুত বহুত ধন্যবাদ জনাইছো।
@Foodu_soul_2005
@Foodu_soul_2005 Жыл бұрын
মোৰ বিশ্বাস ভগৱান সদায় সকলো ঠাইতে সদায় আছে মানে নেমানে সেইটো কিছুমান মানুহ লৈ কথা 😊😊
@manashbordoloi3944
@manashbordoloi3944 Жыл бұрын
বহুত ধুনীয়াকৈ আপুনি কথা খিনি বুজাই দিছে তাৰ আপোনাক অশেষ ধন্যবাদ দিছোঁ
@djiru5125
@djiru5125 14 күн бұрын
Bahut,Val,lagil🙏🙏🙏
@romeshpatarromeshpatar3190
@romeshpatarromeshpatar3190 19 күн бұрын
Dhnyo dhnyo bap aapunar মতবাদত মুৰো সন্মত
@user-mj5fr4ku1o
@user-mj5fr4ku1o 5 ай бұрын
মনোৰম ব্যাখ্যা ৷ আপোনাৰ উত্তৰ উত্তৰ কামনা কৰিলো বাপ ৷ কৃষ্ণ ৷
@rintumoniborah8745
@rintumoniborah8745 16 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@charulatakalita1905
@charulatakalita1905 21 күн бұрын
Ati sundar.
@kunjagogoi5085
@kunjagogoi5085 7 күн бұрын
Om shanti 🙏🙏🙏
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bhal lagil.krishna
@Binakalita-bw6xp
@Binakalita-bw6xp 4 күн бұрын
Krishno
@shivaprasadbarua7127
@shivaprasadbarua7127 11 күн бұрын
এনে মহান জ্ঞান সমূহ আমাৰ বিদ্যালয়ৰ পাঠয়্পুথিত অন্তভুক্ত কৰাতো বৰ্তমান বৰ প্রয়োজন। ধন্যবাদ।
@Botgirl18
@Botgirl18 3 ай бұрын
খুবেই সুন্দৰকৈ উপস্থাপন কৰিছে কৃষ্ণ🙏
@manuborah4135
@manuborah4135 Жыл бұрын
ইমান সুন্দৰ ব্যাখ্যা ঈশ্বৰৰ অস্তিত্বক । কৃষ্ণ কৃষ্ণ 🙏
@bharati8884
@bharati8884 Жыл бұрын
I think that you are goad scientist ect
@bharati8884
@bharati8884 Жыл бұрын
When I face you
@pragatibhuyan9764
@pragatibhuyan9764 27 күн бұрын
Bu nim ni un ni​b gg@@bharati8884y❤tu nu bi bi 20:25 😂🎉❤❤ Ry🎉😢😮
@user-wl5mh6zy5e
@user-wl5mh6zy5e Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনি ভগৱানৰ কথাবোৰ ইমান ধুনীয়াকৈ ব্ঞ্জণ্যা কৰিছে শুনি থাকিলে আমনি নালাগে আপোনাক আগলৈ আৰু বশুতো ভাল ব্যাতা দি জায়ক তাকে কামনা কৰিলো ধৰ্নবাদ।
@JayaDas-fy8th
@JayaDas-fy8th Жыл бұрын
অতি সুন্দৰ ব্যাখ্যা ডাঙি ধৰিলে। কৃষ্ণ 🙏
@user-gz7gl8vu7r
@user-gz7gl8vu7r Күн бұрын
Aponak bahut dhyanabad diso kiyano nanan udaharanere eswar je ai jagatt ase sundarkai bujai dile...❤❤❤❤❤😂❤😮❤
@mamoniphukan3807
@mamoniphukan3807 28 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@DowkonDas-o8n
@DowkonDas-o8n 18 күн бұрын
Krishna Mahapravu 🙏🙏 apuni khokolure pran, parampita
@DiplaliBoruah
@DiplaliBoruah 21 күн бұрын
Krishna krishna krishna.Madhujya Bora bap Jon apunark kouti kouti pranam.moi bisari fura eeshar astrita gadhur byakhya tu monugrahi koi agbohale.krishna.
@MahinChRajbongshi
@MahinChRajbongshi 15 күн бұрын
God blessed you
@Rebatichangmai
@Rebatichangmai 24 күн бұрын
ভাল লাগিল
@hemodharborah3067
@hemodharborah3067 7 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ।
@CINUDAS-cd1ff
@CINUDAS-cd1ff 15 күн бұрын
Kirsna kirsno prvo apuni iman dhuniwa kotha kyse bohot val lgil ma apunar vygaboti ani pota pyse❤❤❤❤❤❤
@padumibaruah2798
@padumibaruah2798 Жыл бұрын
Thank you Eman Dhunia koi Bhogobanor mahatmo Byakha kora Babe 👍
@sarbanandadas4111
@sarbanandadas4111 9 ай бұрын
অতি সুন্দৰ বাপ অতি সুন্দৰ।জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ।
@dasmanash627
@dasmanash627 Жыл бұрын
আপোনাৰ কথা শুনি মোৰ আমনি নালাগে, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো
@lakhikalita8394
@lakhikalita8394 5 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sabitakalita7065
@sabitakalita7065 24 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🏻
@anitahazarika7591
@anitahazarika7591 26 күн бұрын
Bor dhunia kotha koise🙏🙏🙏
@SDSongeet
@SDSongeet Ай бұрын
শ্ৰী কৃষ্ণাই নমো । শুনি বৰ সুখ পালো ।🙏🏻🙏🏻🙏🏻
@dhirajfouzder1058
@dhirajfouzder1058 20 күн бұрын
very good explanation krishna
@manasdeka6801
@manasdeka6801 9 күн бұрын
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
@drharmohansarmabardoloi7820
@drharmohansarmabardoloi7820 Жыл бұрын
সুন্দৰ বিশ্লেষণ , প্ৰণাম জনাইছোঁ
@johanchbiswas8920
@johanchbiswas8920 24 күн бұрын
Hare Krishna krishna
@ajoyrabha3294
@ajoyrabha3294 Жыл бұрын
Bhal lagil huni
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ বাপ মধুৰ ভগবান কৃষ্ণ কথা বহুত বহুত সুন্দৰ লাগিছে কৃষ্ণ কৃষ্ণ
@user-se7zz8ej5d
@user-se7zz8ej5d 22 күн бұрын
God isgood
@ruprammedhi9327
@ruprammedhi9327 24 күн бұрын
ভগৱানৰ বিশ্বাস আৰু চৈতন্য স্বৰূপ ইমান কথাবোৰ জানিব পাৰি ধন্যবাদ জ্ঞাপন কৰিলো ।
@analbhuyan
@analbhuyan 25 күн бұрын
সুন্দৰ ব্যাখ্যা কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ ।বান্ধৱ কৃষ্ণ।।
@malayagoswami3729
@malayagoswami3729 Жыл бұрын
ধন্যবাদ,সভাৰ লাগিল। আত্মা আৰু পৰজন্মৰ ওপৰত ও এটি বাখ্যা আগবঢ়ালে সুখী হ'ম , অনুৰোধ কৰিছো !বয়সত সৰু কিন্তু জ্ঞান ত মহান ❤
@madhurjyaborah-yy5rt
@madhurjyaborah-yy5rt Жыл бұрын
অনাগত সময়ত চেষ্ঠা কৰিম।
@dulumoniphukan2180
@dulumoniphukan2180 25 күн бұрын
কৃষ্ণ কৃষ্ণ
@krishnakakaty2624
@krishnakakaty2624 2 ай бұрын
Pronam. Provu
@ProvatGondhia-pp2jh
@ProvatGondhia-pp2jh Жыл бұрын
বহূত ভাল লাগিল।
@robinborah5848
@robinborah5848 Жыл бұрын
Sundar bhaykha krishna
@monidhansingh4815
@monidhansingh4815 Жыл бұрын
Bor val lagil ,dhanyabad.
@user-gv7xc4fe4s
@user-gv7xc4fe4s Ай бұрын
Jai sri krishna🙏❤
@minahazarika3820
@minahazarika3820 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, আপোনাৰ কথাখিনি যুৱ চামে গ্ৰহণ কৰক ,ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো ।আপোনাৰ সৌভাগ্যৱান পিতৃ মাতৃক প্ৰণাম 🙏
@user-nz4gt2so5u
@user-nz4gt2so5u 8 ай бұрын
বাপৰে বৰ ভাল লাগিল।
@kandarpasarma7929
@kandarpasarma7929 9 ай бұрын
সুন্দৰ |
@kunjagogoi7895
@kunjagogoi7895 Жыл бұрын
Krishna Krishna 🙏🙏💓 bahut bhal lagil ❤️ God bless you
@renubaruah360
@renubaruah360 3 күн бұрын
কৃষ্ণ 🙏🙏🙏
@anjukalita161
@anjukalita161 Жыл бұрын
বহুত বহুত ভাল লাগিছে শুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@birensaikia1934
@birensaikia1934 9 ай бұрын
ভাৰতীয় দৰ্শন তথা বৃহৎ চেতনা শক্তিৰ ওপৰত দিয়া বক্তব্য ভাগ বৰ ভাল লাগিল। লগতে আপুনি দাঙি ধৰা এই বৃহৎ চেতনা শক্তিৰ ওচৰত আমি পালন কৰি অহা আধ্যাত্মিক নীতি নিয়ম অথবা শ্ৰীকৃষ্ণৰ লীলা সমূহ কিমান গ্ৰহণযোগ্য তাৰ ওপৰত এটি বাস্তৱ সন্মত বিশ্লেষণ আগবহালে নথৈ সুখী হম।
@rekhaneog1101
@rekhaneog1101 Жыл бұрын
বৰ ভাল লাগিল শুনি
@jayadevigoswami5744
@jayadevigoswami5744 25 күн бұрын
Gd bless u
@ananditagogoi6299
@ananditagogoi6299 Жыл бұрын
অতি সুন্দৰআৰু অকল্পনীয় বক্তব্য ।কি বুলি তুলনা কৰিম ।ভাষা আৰু শব্দৰ নাটনি হৈছে ।ইমান গভীৰ ধ্যান ধাৰনাৰ এই যুৱকজনলৈ অকৃত্ৰিম মৰম আৰু আশীৰ্বাদ থাকিল ।দেশৰ এজনআগশাৰীৰ বিশিষ্ট ব্যক্তি হওক ।
@ranjuhazarika8799
@ranjuhazarika8799 Жыл бұрын
Krishno,,, Krish ❤❤noo❤❤🎉🎉🎉🎉🎉
@MahendraBorah-ul1nz
@MahendraBorah-ul1nz 14 күн бұрын
Prabhu...
@dipalimedhi3868
@dipalimedhi3868 11 ай бұрын
ইমান তত্ত্ব গধূৰ কথা ।সঁচাই বহুত ভাল লাগিছে।
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 Жыл бұрын
বৰ সুন্দৰ ব্যাখ্যা, শুনি ভাল বহুত আনন্দ লাগিল 🙏🙏কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ ! কৃষ্ণ !🙏🙏
@kalpanadaimari8010
@kalpanadaimari8010 Жыл бұрын
😢😢😢😮0p😅
@anjusaikia2483
@anjusaikia2483 Жыл бұрын
বৰ ভাল লাগিল। কৃষ্ণ🙏
@amiyabora-tg8ld
@amiyabora-tg8ld 22 күн бұрын
Krishna Krishna Krishna probhu
@sanjibjyotimalakar3116
@sanjibjyotimalakar3116 16 күн бұрын
Krishna🙏🙏🙏
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 9 ай бұрын
ৰাম-ৰাম, ৰাম-কৃষ্ণ,
@runugogoi2504
@runugogoi2504 Жыл бұрын
অতি সুন্দৰ বিশ্লেষণ।
@bimalabarman2525
@bimalabarman2525 23 күн бұрын
ভগৱান আছে,
@prodipborah1782
@prodipborah1782 Жыл бұрын
Val lagal
@padmadutta3158
@padmadutta3158 Жыл бұрын
কৃষ্ণ কৃষ্ণ,,,বহুতেই সুন্দৰ ব্যাখ্যা,,শুনি মন ভৰি গ'ল,,,, ভগৱানে কুশলে ৰাখক
@user-bm1bd8pw7g
@user-bm1bd8pw7g 22 күн бұрын
🙏🏻🙏🏻
@sanjuktadeka9302
@sanjuktadeka9302 22 күн бұрын
Krishna Krishna 🙏🏻🙏🏻
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 24 күн бұрын
Krishna Krishna 🙏🙏
@nayanrabha20191
@nayanrabha20191 Жыл бұрын
ওম নম: শিৱায়, অতি সুন্দৰ ব্যাখ্যা ।
@BabitaDutta-yy2mx
@BabitaDutta-yy2mx 11 күн бұрын
Krishna🙏
@babitahazarika6300
@babitahazarika6300 16 күн бұрын
Krishna 🙏
@rajibboruah4016
@rajibboruah4016 9 күн бұрын
কৃষ্ণ
@user-yu9yk9sp4u
@user-yu9yk9sp4u Жыл бұрын
বহোত বহোত ধন্যবাদ vdo টোভাল লাগিল । কূষ্ণ বোলি সেৱা জনালো ।কূষ্ণ।
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 5 күн бұрын
ভগৱান এই পৃথিৱীৰ বুকুত বাস কৰাৰ লগে লগে ভক্ত প্ৰাণ ৰাইজলৈ অধমৰ এষাৰ কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ হ'ল , ভগৱান আপোনাৰ চৌদিশে আগে পিছে , ইহাতে সিহাতে আপোনাসৱৰ লগে লগে ঘুৰি আছে আপোনাৰ সহায়ৰ বাবে প্ৰভুক সুন্দৰ ভাৱে নিজৰ মুখলৈ আনি অন্তৰত প্ৰেম ভাৱে প্ৰতিষ্ঠা কৰিবলৈ যাওতে বহোত ওলাই যাওঁতে পুনৰ আকৌ আহোতে ঈশ্বৰৰ নাম জপ কৰি কৱলৈ অভ্যাস গঢ়ি তুলিবলৈ যতন কাৰক আমি প্ৰভু তোমাৰ দাস সেয়ে তোমাৰ ইচ্ছা অনুসৰি যি। ভাবে পৰিচালনা কৰিবা কৰা আমাৰ ক'ব লগা নাথাকে।। এটা কথা মনত ৰাখিব ঈশ্বৰৰ ওচৰত এটা ফুল। নহ'লেবা এটি ফুলৰ পাট আগবঢ়ায় নাম উল্লেখ কৰি সেৱা লোৱা মানে আপোনাসৱৰ ঘৰখনেই নামঘৰ বা মন্দিৰ হৈ পৰে।। অন্যান্য দিশৰ কথা কোৱাৰ বাবে মোক বেছি পৰিমাণে জ্ঞানি বুলি ঠাট্টা মস্কৰা নকৰিলেও হৱ যদি পৰা হয় সৰু সৰু আৰু দুটামান নিয়ম নীতিৰে মান্যতা প্ৰদান কৰিলেও কিছু কথা কামৰ সুফল পোৱা যায় ৰন্ধন শালৰ প্ৰথম অগ্নি সংযোগ স্থাপন কৰোতে প্ৰভুৰ নাম লৱলাগে চৰুত ডাইল চাউল আদি দিওঁতে প্ৰথমে সামান্য অলপ হাতত লৈ কৃষ্ণ নাম মুখত লৈ পাৰি লে অলপ অলপকৈ তিনি অংশত নহ'লে প্ৰথম সৰু ভাগ এটা দি বাকীখিনি এবাৰতে দিয়া প্ৰয়োজন ।। কেৰাহিত ভাজি আদিৰ বাবে তেল ঘীউ দিওঁতে তেওঁ কৃষ্ণ বুলি কলে ভাল।। প্ৰতি দিনে অতিঠি আদি ঘৰত থাকিলেও প্ৰথমে ঘৰৰ মুখ্য মানুহ জনলৈ মহিলা বা পুৰুষ উভয় লিংগৰ জ্যেষ্ঠ জনলৈ প্ৰথম অন্ন বিতৰণ কৰা আৰম্ভ কৰাৰ পিছত বাকী কণিষ্ঠ সকললৈ ভগাব লাগে ।। সম্ভৱ হ'লে ঘৰৰ সকলো সদস্য খোৱাৰ সময়ত উপস্থিত থকা ভাল কথা খোৱাৰ সময়তে ঘৰখনৰ বহুতো ভাল বেয়া গুৰুত্বপূৰ্ণ কথা উল্লেখ পৰ্যালোচনা হয়।।ষেশত অন্ন গ্ৰহণ কৰাৰ প্ৰথম ভাগ কাহিৰ কাষত ভগৱানৰ নামলৈ থৱ লাগে।। কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বন্ধু বান্ধবী সকল ভুল ক্ৰুতি শব্দৰ জাল বোৰ এৰি চলিৱ।। শুভ সন্ধ্যা।।❤❤❤❤❤❤❤
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 52 МЛН
MEGA BOXES ARE BACK!!!
08:53
Brawl Stars
Рет қаралды 36 МЛН
That's how money comes into our family
00:14
Mamasoboliha
Рет қаралды 9 МЛН
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
হোজাই শঙ্কৰ - মাধৱ প্ৰাথমিক শাখা @jyotimoy6018
52:35
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 52 МЛН