কিয় বেংকৰ চাকৰিৰ পৰা নিলম্বিত হৈছিল বিষ্ণু খাৰঘৰীয়া?

  Рет қаралды 167,411

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 154
@ponakalita3005
@ponakalita3005 5 ай бұрын
সুন্দৰ অভিনয়, অভিনয়বিলাক বাস্তৱ যেন লাগে দীৰ্ঘায়ু কামনা কৰিছো
@kamalsaikia7179
@kamalsaikia7179 5 ай бұрын
মোৰ আটাইতকৈ ভাল লগা অভিনেতা জনেই হৈছে বিষ্ণু খাৰঘৰীয়া। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো। তেখেতক বাস্তবত লগ কৰা খুব হেপাহ এটা আছে।
@mukheswarkonwar9754
@mukheswarkonwar9754 2 жыл бұрын
বহুত দিনৰ মূৰত দেখা পাই খুওব ভাল লাগিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভালে কুশলে থাকক তাৰেই কামনাৰে....
@kamalsaikia7179
@kamalsaikia7179 5 ай бұрын
মোৰ মৰমৰ ইলা, মৰম বুজি নাপালা বিহু গীতটোৰ অভিনয় বিষ্ণু দাৰ ইমান ভাল লাগে। মই গীতটো চেভ কৰি লৈ মনত পৰিলেই দুই তিনিবাৰ মান চাই থাকো।
@nitulsaikia6652
@nitulsaikia6652 2 жыл бұрын
অতি প্ৰিয় অভিনেতা সহজে সৰল প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁ অভিনয় সদায় জীয়াই থাকিব
@bhbxyz
@bhbxyz 2 жыл бұрын
বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏💐
@JituAhmedRJFilms
@JituAhmedRJFilms 5 ай бұрын
বিষ্ণু দাৰ লগত ছবিত কাম কৰাৰ সুন্দৰ অভিজ্ঞতাৰ কথা বিলাক মনত পৰি গ'ল।।।।
@b.sc.physicskeypoints6384
@b.sc.physicskeypoints6384 6 ай бұрын
প্ৰিয় আৰু নমস্য অভিনেতা জনলৈ প্ৰণাম জনালো, কুশলে থাকক❤
@brothersglobe5706
@brothersglobe5706 2 жыл бұрын
স্বনামধন্য বিষ্ণু খাৰঘৰীয়া দেৱৰ সাক্ষাৎকাৰটো অতি উচ্চ মানদণ্ডৰ হৈছে,যাৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰা জন উচ্চ প্ৰশংসাৰ পাত্ৰ। কাৰণ আজিকালিৰ এচাম তথাকথিতই কাক কেনেকৈ,কি প্ৰশ্ন কৰিব লাগে,তাৰ সম্যক জ্ঞানকণ অন্ততঃ এই সংবাদ সেৱী জনৰ পৰা লোৱা উচিত।যিকি নহওঁক, বহুত প্ৰয়োজনীয় কথা জনাব পৰা অনুষ্ঠানটোৰ দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ জনাইছোঁ 🌹🙏❤️
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
ভাল লাগিল খাৰঘৰীয়াদেৱৰ লগত হোৱা সাক্ষাৎকাৰটি...প্ৰাপ্তি আৰু অপ্ৰাপ্তিয়ে কেতিয়াও আমনি নকৰা সহজ সৰল এই গৰাকী শিল্পী চিৰসেউজ হৈ থাকক।
@mohanboruah3956
@mohanboruah3956 2 жыл бұрын
ভাল লাগিল প্ৰিয় অভিনেতাজনৰ মনৰ কথাবোৰ জানি ৷ এজন সহজ সৰল সকলোৱে অন্তৰ জয় কৰা মৰমৰ অভিনেতা জন ৷ অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা জনৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কমনা কৰিলো
@durlovhatiboruah4950
@durlovhatiboruah4950 2 жыл бұрын
সৰু ঠাইত মানুহৰ আন্তৰিকতা বেছি💞 প্রিয় অভিনেতাজন সদায় কুশলে থাকক💕💕
@sandhyadevi9094
@sandhyadevi9094 5 ай бұрын
বিষ্ণু মোৰ লগৰীয়া ৷একেলগে পঢ়িছিলো দুয়ো আমি চিৰিং চাপৰিৰ বাসিন্দাৰ আছিলো ৷ক্লাছ ছিক্সত আমি হেৰম্ব বৰদলৈৰ ওচৰত টিউছন কৰিছিলো ৷তেওঁ বহুত চোকা ল'ৰা আছিল ৷অঙ্কত বুৎপত্তি আছিল ৷সকলোতকৈ প্ৰথমেই চাৰক দেখুৱাইগৈ ৷এদিন আমি দুজনী মানে চাৰৰ পিতন খাইছিলো বিষ্ঞুৰ বাবে ৷ আজি আমাৰ তাকলৈ গৌৰৱ কৰো ৷ তেওঁৰ সুস্বাস্থ্য কামনা কৰো ৷
@meghalisaikia1863
@meghalisaikia1863 2 жыл бұрын
মোৰ প্ৰিয় অভিনেতা। বৃষ্টি বোলছবিত কৰা দুৰ্দান্ত অভিনয় সৰু তেই দেখিছিলো। তেখেতৰ জীৱনৰ দৰ্শন পোনপটীয়া আৰু নিস্পাপ। সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল। তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।
@bipulgogoi7193
@bipulgogoi7193 2 жыл бұрын
Ya..why not
@dipalidowarah1795
@dipalidowarah1795 2 жыл бұрын
তেখেত কুশলে থাকক আৰু দীঘায়ু কামনা কৰি লো
@dalimanideka4848
@dalimanideka4848 2 жыл бұрын
কিমান যে ভালপাও বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াক .......ভাষা নাই কবলৈ......... সদায় ভালে থাকক 🙏🥰😘
@hemantagogoi6104
@hemantagogoi6104 5 ай бұрын
সাক্ষাৎকাৰ টো চাই ভাল লাগিল
@rashnahazarika4602
@rashnahazarika4602 2 жыл бұрын
বৰ ভাল লাগিল ,মোৰ প্ৰিয় অভিনেতা জনৰ বিষয়ে জানিব পাৰি । অভিনেতা জনৰ দীৰ্ঘায়ু কামনা কৰিলো
@AnjaliBuragohain-m6k
@AnjaliBuragohain-m6k 5 ай бұрын
আপুনি মোৰ প্ৰিয় অভিনেতা, আপোনাৰ দীৰ্ঘায়ো কামনা কৰিলোঁ ।
@MohendraBaruah-m6r
@MohendraBaruah-m6r 5 ай бұрын
শিল্পী মনৰ মানুহ সদায় সৰল ।
@alakakalita8075
@alakakalita8075 2 жыл бұрын
চাৰৰ অভিনয় বহুত ভাল লাগে বিশেষ কৈ বাৰুদৰ অভিনয়।
@rajenmili1049
@rajenmili1049 2 жыл бұрын
সুন্দৰ সাক্ষাৎকাৰ । সংলাপ, শাৰীৰিক ভাষা, কাহিনীৰ লগত সম্পৰ্কিত চৰিত্ৰৰ সম্যক ধাৰণাৰ অধিকাৰী তাক জীৱন্ত ৰূপ দিয়াত সিদ্ধহস্ত আৰু নিজস্ব প্ৰতিভাক সদ ব্যৱহাৰ কৰি সুন্দৰ অভিনয়ৰ দ্বাৰা অসমৰ চলচ্চিত্ৰ আৰু অভিনয় জগতক এক অনন্য মাত্ৰা প্ৰদান কৰা বিষ্ণু খাৰঘৰীয়া দেৱ সচাই অনন্য । Dominant Voiceৰ অধিকাৰী খাৰঘৰীয়া দেৱে আমাৰ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এক বৰ্ণনাতীত আলোৰণৰ সৃষ্টি কৰে। এতিয়াও তৰুণ তৰুণ লাগে। অধিক তজবজীয়া আৰু দীঘলীয়া সাংস্কৃতিক জীৱনৰ আশা কৰিলোঁ।
@prabhatkrgogoi8153
@prabhatkrgogoi8153 2 жыл бұрын
লেঠাৰি নিচিগাকৈ ৰাজনৈতিক বাতৰিবোৰ আগস্থান দি থকাতকৈ এইদৰে মাজেসময়ে শিল্পী সাহিত্যিক সাংস্কৃতিক কৰ্মী সকলৰ সাক্ষাৎকাৰ দি থাকিলে ভাল পাওঁ ৷
@dipjyotikalita4819
@dipjyotikalita4819 2 жыл бұрын
Val katha koise apuni👍
@bidyaburagohain6504
@bidyaburagohain6504 2 жыл бұрын
মোৰ প্ৰিয় অভিনেতা । তেখেতলৈ সেৱা জনাইছো । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো।
@rajibgogoi6006
@rajibgogoi6006 2 жыл бұрын
মোৰ অতিকৈ প্ৰিয় অভিনেতা জনক দেখি বৰ ভাল লাগিল। কুশলে থাকক দাদা ।
@binodray1133
@binodray1133 2 жыл бұрын
মোৰ আটাইতকৈ ভালপোৱা অভিনেতা জন সাক্ষাৎকাৰ চাই বহুত ভাল লাগিল
@arunpathak2120
@arunpathak2120 2 жыл бұрын
তেখেত অসমীয়া ছবিৰ ভোটাতৰা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@birajcreation1385
@birajcreation1385 2 жыл бұрын
সাংবাদিকজনক কিন্তু ভাল লাগিল দেই বহুত কথাই অধ্যয়ন কৰি আহিছে
@TapanDas-ph4wk
@TapanDas-ph4wk 2 жыл бұрын
আমাৰ প্ৰিয় অভিনেতা তথা মৰমৰ খুড়া বিষ্ণু খাৰঘৰীয়া ছাৰ 🖤🖤
@bubulboruah2881
@bubulboruah2881 2 жыл бұрын
একো নেজানিলে অভিনয় কৰিবলৈ অলপ অসুবিধা হয়। এখেতৰ অভিনয় মোৰ বৰ ভাল লাগে। ধন্যবাদ💐💐💐
@mamonidevi617
@mamonidevi617 5 ай бұрын
Bohut bhal lage kharghoriya sir eman dhunia abhinoy
@dipbhuyan1808
@dipbhuyan1808 2 жыл бұрын
ভগৱানে আপোনাক সুস্থ শৰীৰেৰে আৰু বহু বছৰ জীয়াই ৰাখক।। প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ অভিনয় অতুলনীয়।।
@drumeshbarman2474
@drumeshbarman2474 5 ай бұрын
Very good interview
@monjulahon7712
@monjulahon7712 2 ай бұрын
Very very nice person .
@ranjandeka5737
@ranjandeka5737 2 жыл бұрын
Sir bohut bhal lagil,🙏🙏🙏❤❤❤
@MadhabMajuli
@MadhabMajuli 2 жыл бұрын
বহু দিনৰ মূৰত আজি দেখিবলৈ পাইছোঁ আপোনাক খুৰা ☺️ ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা সদায় আপোনাৰ লগতে আপোনালোকৰ নিছিনা শিল্পীৰ বাবে,, শিল্পী সমাজ এৰি ৰাজনীতি ভৰ্তি হোৱা সকললৈ নহয়।।💐💐
@beautisivsagar2354
@beautisivsagar2354 2 жыл бұрын
Mur priyo abhineta Bishnu khaghari sir ❤️❤️❤️
@DilipBhorali
@DilipBhorali 5 ай бұрын
মোৰ প্ৰিয় অভিনেতা।
@ryuujintanji
@ryuujintanji 5 ай бұрын
প্ৰিয় অভিনেতা বিষ্ণু খাৰঘৰীয়া দেৱৰ বিষয়ে জানিব পাৰি ভাল পালো
@jitenborah52
@jitenborah52 5 ай бұрын
​@@DilipBhorali❤😂😂😂😂😂😊😊😊😊😊
@sidharthabhuyan474
@sidharthabhuyan474 2 жыл бұрын
Bohut val lagil.
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
Moi bisaru aru 30 years anekoi thakok Bishnu borta apunak hodai sabo mon jai cinema serial aiburot akedorei, apunar hu swasthiyo aru Dirghau kamona korilu👍🙏🙏
@ilimalahon8502
@ilimalahon8502 2 жыл бұрын
বহুত ভাল লাগিল
@ridipdeka116
@ridipdeka116 2 жыл бұрын
Apunar avinoy bor bhut bhut vl lage. Apunar dirghayo kamona korilu vogobanor orst.
@beautifullifejourney28liza
@beautifullifejourney28liza 2 жыл бұрын
Sir apuni bhale thakok....Bhagawane apunak bhale rakhak...Apunar abhinoy mur priyo...Bhal lagil apunar kotha bur huni
@biswajitborgohain3386
@biswajitborgohain3386 2 жыл бұрын
Kharghoria sir Iam salute 2 tó yóu again & again, long live you & all your family,
@dilipdas7344
@dilipdas7344 2 жыл бұрын
বিষ্ণু খাঘৰীয়া দেৱ শত বছৰ পাৰ কৰক, পৰম পিতা পৰমেশ্বৰ ওচৰত প্ৰাৰ্থনা।
@dipaliray5259
@dipaliray5259 2 жыл бұрын
Aijon mur oti priyo. God bless you sir🙏🙏 🥰💐👌👌
@kirangogoi4748
@kirangogoi4748 2 жыл бұрын
ৰতনৰ মাক এওঁ ক কথাবোৰ কমনে ?(বৰ ভাল লাগে)।
@mintutalukdar9619
@mintutalukdar9619 2 жыл бұрын
Bohut. Val. Lagil. Vidio. Tu. Sai.
@nayanmoni1493
@nayanmoni1493 2 жыл бұрын
Best Anchoring 🙏🙏🙏🙏
@krishnagogoi1657
@krishnagogoi1657 2 жыл бұрын
খাৰঘৰীয়া দেৱৰ দীৰ্ঘায়ু কামনা কৰিলোঁ |
@utpalnathblogs1758
@utpalnathblogs1758 2 жыл бұрын
Khub val lage
@bobyborah28
@bobyborah28 2 жыл бұрын
মোৰ অতি প্ৰিয় অভিনেতাজন। সদায় সুস্থ হৈ থাকক।
@jugendersaikia4176
@jugendersaikia4176 2 жыл бұрын
অসমীয়া চিনেমাৰ জগতখন এওঁ সকলৰ কাৰণেহে জীয়াই আছিল। এতিয়া আৰু তেনেকুৱা ভাল লগা অভিনেতাও নাই চিনেমাও নাই।
@bhubenthakuria9006
@bhubenthakuria9006 2 жыл бұрын
বিষ্ণু খোৰা ডাঙৰীয়া ভগৱন্তই সুস্বাস্থ্য কৰি ৰাখে যেন।
@prabhatahom4010
@prabhatahom4010 2 жыл бұрын
আইঐ মোৰ অতিকৈ মৰমলগা,অতিকৈ চেনেহ লগা খাৰঘৰিয়াদা, আপোনি মোৰ হৃদয়ৰ মাজত সদায় আছে আৰু সদায় থাকিব ।
@pranatibaruah3467
@pranatibaruah3467 Жыл бұрын
সাক্ষাৎ লোৱা গৰাকি প্ৰশংসাৰ যোগ্য
@টুটুমনিঅসম
@টুটুমনিঅসম 5 ай бұрын
Mor ati priy abhineta❤
@jahnabibora9141
@jahnabibora9141 2 жыл бұрын
Best Actor of Assam
@deboborah5858
@deboborah5858 Жыл бұрын
বলিষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰিয়া ।আপুনি কুশলে থাকক।
@diptidutta1058
@diptidutta1058 2 жыл бұрын
অনুষ্ঠানটো চাই খুব ভাল লাগিল ।
@Dolykalita1234
@Dolykalita1234 2 жыл бұрын
ছাৰৰ অভিনয় চাই ভাল লাগে। ছাৰক মই বহুত শ্ৰদ্ধাৰ কৰোঁ।
@porishmitachutia7835
@porishmitachutia7835 2 жыл бұрын
প্ৰিয় অভিনেতা
@debabrata9864
@debabrata9864 5 ай бұрын
Great actor an actor of my heart.
@lizaborthakur8432
@lizaborthakur8432 Жыл бұрын
চিৰ নমস্য ব্যক্তি❤❤❤❤❤
@younggboro2908
@younggboro2908 2 жыл бұрын
Bohut Val lagil dekha pai, God bless you 🙏 🙏🙏 sir,,, from : Hyderabad ch Rabha
@jyotsnaborah8880
@jyotsnaborah8880 2 жыл бұрын
অতি প্ৰিয় অভিনেতা ❤️❤️❤️
@romendrachakravorty3058
@romendrachakravorty3058 4 ай бұрын
Bishnuda was senior to us in Dibrugarh Govt.Boys' school by 5 years(?), if I remember correctly. That time the school was operating from Berry White Medical school . He is really a talented actor in all form. As a Dibrugarhian,presently residing in the outskirt of Guwahati, known as Borjhar I always have the fascination towards Dibrugarh and those born in Dibrugarh.Almost all contemporaries of Bishnuda were very good actors. Late Deuti Baruah of New Amolapatty was the man who created those actors and became famous in Assamese cinema.I was very fortunate to see many of those actors performing dramas in Dibrugarh Arts Players hall during Durga Pujas as well as in different days of mid '60s.I miss those days of Dibrugarh!
@dibakargogoi5181
@dibakargogoi5181 2 жыл бұрын
Our family like this person, we like his personality, behaviour , nice personality mannnnnn
@globalvillage6416
@globalvillage6416 2 жыл бұрын
Best Assamese actor in my view
@arunasenapati1099
@arunasenapati1099 2 жыл бұрын
প্ৰিয় অভি নেতা।
@dreamer3165
@dreamer3165 2 жыл бұрын
Birat besi val pau manuh jon♥️. Apuni hodai vale thakok 🙏
@manalishavlogs2447
@manalishavlogs2447 2 жыл бұрын
my good eman dinar murat sirk dekha palu val lagil aji bahu dinar murat teuk dekha palu aru kene ase lagate khabar tu palu je teu vale ase .val lagil aji bahu dinar murat tekhetar khabar palu .
@alokkalita1028
@alokkalita1028 2 жыл бұрын
মোৰ অতি প্ৰিয় অভিনেতা ।
@saranias7330
@saranias7330 2 жыл бұрын
সাংঘাটিক অভিনয় কৰিছিলে এখেত আমাৰ প্ৰিয় অভিনেতা ।
@bimalborah6113
@bimalborah6113 6 ай бұрын
Moja Lagil
@JyotismanHazarika-dm6qt
@JyotismanHazarika-dm6qt 2 жыл бұрын
Mur khub val loga actor hoi.. Kharghoriya sir
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 жыл бұрын
মোৰ প্ৰিয় অভিনেতা জন🙏🙏🙏🙏
@rajanichutia6366
@rajanichutia6366 Жыл бұрын
১৯৬৫, ১৯৬৬/৬৭ চনত খাৰঘৰীয়া,হেমন্ত দত্ত কানৈ কলেজত পঢ়ি আছিল। দুটা বছৰত দেখিছিলো কলেজত অনুষ্ঠিত নাটকত প্ৰতি বছৰে হেমন্ত দত্ত প্ৰথম হৈছিল আৰু শ্ৰীযুত খাৰঘৰীয়া দ্বিতীয় স্থান পাইছিল। যিহেতু তেতিয়া ম ই তাত পঢ়ি আছিলোঁ
@minakshinath750
@minakshinath750 2 жыл бұрын
Mur prio abhineta jon🙏🙏🙏❤❤❤
@ashinikumargogoi
@ashinikumargogoi 2 жыл бұрын
খুড়া প্ৰতিটো অভিনয় সুকীয়া, পুত্ৰ কৌশিকৰ সৈতে মই সহপাঠী। সেই হেতুকে কথা বতৰা হৈ আছিল, দীৰ্ঘদিন ধৰি লগ পোৱা নাই,
@dipjyotikakati456
@dipjyotikakati456 2 жыл бұрын
love you sir🙏🏼🙏🏼
@jonjyotideka5370
@jonjyotideka5370 2 жыл бұрын
Dhuniya ❤️😘
@kamalakantanath9931
@kamalakantanath9931 2 жыл бұрын
Kharghariya sir ar avinay mur bor bhal lage. Tekhetor utjal kamana karilu.
@purabibora2048
@purabibora2048 2 жыл бұрын
Sir bohudinloi avinoy kori thakibo.bhal lage apuner avinoy Sai.
@saqleinmostak5589
@saqleinmostak5589 2 жыл бұрын
god bless you..with good health...🙏
@utpalakonwargogoi2173
@utpalakonwargogoi2173 2 жыл бұрын
Bahot val lage apunak bartta,
@debashishazarika9886
@debashishazarika9886 2 жыл бұрын
Bohot bhal pao apunar obhinoi.bhogobane kukhole rakhok apunak
@mridultalukdar7913
@mridultalukdar7913 2 жыл бұрын
Bhut val lage apunak💚
@riturajgogoi3807
@riturajgogoi3807 2 жыл бұрын
Legend😍
@iconic-24
@iconic-24 2 жыл бұрын
Gems of assamese flim industry ❤
@swopnabaruah9088
@swopnabaruah9088 2 жыл бұрын
Bohut val pau aponar abhinoy sai.
@gadgettech3599
@gadgettech3599 2 жыл бұрын
khub natural manuh , ❤
@mask1129
@mask1129 2 жыл бұрын
সুন্দৰ
@sidharthabhuyan474
@sidharthabhuyan474 2 жыл бұрын
Khargharia sir llong live.
@subhambhattacharyya2495
@subhambhattacharyya2495 2 жыл бұрын
Love you sir
@arabinda1714
@arabinda1714 2 жыл бұрын
Best 💝
@bhanitakakati7950
@bhanitakakati7950 2 жыл бұрын
God bless you khura
@DDhar-l5j
@DDhar-l5j 5 ай бұрын
অতিকে প্ৰিয় শিল্পী
@rajudeka4679
@rajudeka4679 2 жыл бұрын
বহুত প্ৰিয়া আপুনি। সদায় ভালে কুশলে থাকক আপুনি।।
@bulbulinath7612
@bulbulinath7612 2 жыл бұрын
heri ratanr mak kun to rastai di jam 一.moja lge sir
@patkai504
@patkai504 2 жыл бұрын
Enekoiye na - purani hilpi hokolok interview louk . Dekhile ako agor din bur hojib hoi pore
@dimpibhuyan2163
@dimpibhuyan2163 2 жыл бұрын
ভালে থাকক ছাৰ
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,5 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН