ভাল লাগিল,অসমীয়া ভাষাটো যে ইমান দূৰলৈ বিস্তৃত আছে!
@amlan_daflary062 күн бұрын
হয়, কাৰণ আগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনজাতিসকলৰ নিজা ভাষা আছিল তেনে ক্ষেত্ৰত এটা জনজাতিয়ে আন এটা জনজাতিৰ মাজত মনৰ ভাৱ বিতৰণ কৰিবলৈ বা কথা পাতিবলৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল অৰ্থাৎ অসমীয়া ভাষা আছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা। সেইবাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এতিয়াও কম বেছি পৰিমাণে অসমীয়াত কথা পাতিব পাৰে।
@TaslimAliBabulКүн бұрын
@@Nirmalkumarray2000 বৰ অসমো গল লগতে ঠোনুক ঠানাক কৈ কোৱা মিঠা অসমীয়া শব্দ বোৰো নাইকীয়া হল ?
@PardinandMushahary5 сағат бұрын
Boria
@TaslimAliBabul2 күн бұрын
আমি নজনা কথাবোৰ জানিব ভাল লাগিল আৰু সুন্দৰ ভগা ভগা অসমিয়া ছন্দ বোৰ শুনি আপ্লুত হলো ! আশীৰ্বাদ কৰিছো যাতে এই পৰম্পৰা চিৰ কাল অব্যাহত থাকে ?👍🇮🇳👍
@satyabandas1007Күн бұрын
অতি সুন্দৰ সঁচাকৈ ভাল লাগিল যে সেই ঠাইৰ ৰজা জনেও যে আকৰ্ষণীয় অসমীয়া ভাষাটো সুন্দৰ ভাৱে ব্যৱহাৰ কৰি বাৰ্তালাপ কৰিলে।
@binoydeka7916Күн бұрын
বহুত বহুত ভাল লাগিল
@moran66642 күн бұрын
অসমীয়া ভাষাটো সমগ্ৰ উত্তৰ-পূব অঞ্চলতে সংযোগী ভাষা হিচাপে কোৱা হৈছিল, কিন্তু হিন্দী ভাষাই সকলো শেষ কৰিলে । 😢
অৰুণাচল ৰ নোযোৱা জেগাহ বোৰত গৈ ঘূৰি ফুৰিব মন যায় কিন্তু ভয় ও লাগে বেলেগ পাৰ্টীয়ে লৈ যায় বুলি।
@tayyeburrahman73622 күн бұрын
ইন্দিৰা মিৰিৰ দৰে চনামধন্য অসমীয়া প্রেমীয়ে এসময়ত পহাৰীয়া ৰাজ্যত অসমীয়া বিদ্যালয় গঢ়িছিল আজি হিন্দী বলয়ৰ প্রভাবত বিদ্যালয় শেষ হল আজি গৰু মাংসৰ আলোচনা বেছি