কিদৰে শ্ৰেণীকোঠাৰ ভিতৰতে হত্যা কৰা হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰজনক? শিহৰণকাৰী বৰ্ণনা

  Рет қаралды 134,674

News Live

News Live

Күн бұрын

Пікірлер: 282
@muktiborah-pe6ix
@muktiborah-pe6ix Ай бұрын
ল'ৰা কেইটাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে
@PabitraKalita-hy9we
@PabitraKalita-hy9we Ай бұрын
মাৰিলে অভিভাৱকে শিক্ষক সকলক খেদি আহে । মই সকলো ছাত্ৰ-ছাত্ৰী ক কোৱা নাই , কিন্তু কিছুমান ল'ৰা ছোৱালী উদণ্ড হৈছে । এয়া একমাত্ৰ ম'বাইল ৰ কাৰণে হৈছে । মেডিকেলত মানুহ মৰিব। ডাক্তৰ , নাৰ্চক মাৰিব, বিদ্যালয় ত অঘটণ হ'ব শিক্ষক ,শিক্ষয়িত্ৰীক মাৰিব লাগে । আগতে ঘটনাটো কি সেইটোও বিচাৰ কৰি চাব লাগে ।
@alldimension7423
@alldimension7423 Ай бұрын
This generation has destroyed, al though I am from this generation , a student of class 10 .
@jibonfukon
@jibonfukon Ай бұрын
11 on
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
আপুনি কথাটো ঠিকেই কৈছে নিতীশীক্ষা ঘৰৰপৰা শিকে। ভাল সংস্কাৰত অভাবত
@dikshitasarmah611
@dikshitasarmah611 Ай бұрын
Thikei koise..aji kali punishment duror kotha..eku kobou nuwari.
@purnimamoran4128
@purnimamoran4128 Ай бұрын
সঁচা কথা । কিছুদিন আগতে এগৰাকী শিক্ষকক হত্যা কৰা বাতৰি পাইছিলো ।
@_axomia_lora_2624
@_axomia_lora_2624 Ай бұрын
শিক্ষক সকলক দোষ দি লাভ নাই। আজিকালি ছাত্ৰ ছাত্ৰীৰ ভয়ত শিক্ষকসকল কম্পমান।
@babuldas4341
@babuldas4341 Ай бұрын
হয়
@ranjanborah6503
@ranjanborah6503 Ай бұрын
Actually ajir chatra ekolobiya nohoi, je teacher ok hator burha dibo, teacheror bura angoli kati lobo, aru class ten lora kintu haru buliu kobo nuyari karon hou hidinalike metric exam expel korile externaloko batot dhori pite
@bulbulisarmah1530
@bulbulisarmah1530 Ай бұрын
প্ৰকৃত শিক্ষক হ'লে কিয চাএৰ ভযভ কমপমান হ'ব লাগে শিক্ষক সকলে কি কৰি আছিল
@suravi23
@suravi23 Ай бұрын
Hosa agikali lora soali a teacher k voy nokore hidina ajon student a teacher ajonk Mari pelale ami voyot pepua lagi thakisilu atiao krobat dekhile Mur tol kori thio hoi rou gari r pora nami diu
@sabinayasmin5814
@sabinayasmin5814 Ай бұрын
Akbare right koise Teachers bure o voy kre Respect kribo njane ajikli bhut lora sualiye
@Mainamou
@Mainamou Ай бұрын
অভিভাৱক বহুত আছে যি নিজৰ ল'ৰা ছোৱালী ৰ কিবা বেয়া দেখি শিক্ষকে ক'লে বেয়া পায় । সেই বাবেই এনে ঘটনা ঘটে
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 Ай бұрын
ঠিকেই কৈছে
@mainudavi9510
@mainudavi9510 Ай бұрын
এইটো ঘটনাৰ পরা সকলোবে শিক্ষা ল'ব লাগে যে Full power দিব লাগে শিক্ষকক।
@ArupSarma-qr2qg
@ArupSarma-qr2qg Ай бұрын
Kihr full power dib lga..AK47 dib lga naki..hotai kyjn teacher k suspan krib lga
@prakashhazarika2441
@prakashhazarika2441 Ай бұрын
Keo koribo lage suspend . Ami lora swalik pohabo jaw terroristk pohabo najaw je okonman time class t nathakile xehote neje mora mori kori manuh mari pelabo.
@parthapratimdas8426
@parthapratimdas8426 Ай бұрын
শিক্ষাব্যৱস্থা সলনি হব লাগে ! প্রাচীন শিক্ষাব্যৱস্থা পুনর্গমন হোৱাটো বিচাৰো !
@mainudavi9510
@mainudavi9510 Ай бұрын
শিক্ষকে কি শাষন করিব? অভিভাবক একাংখ বদমাছ।বদমাছ ল'রাক শিক্ষকে শাষন করিলে অভিভাবক মেডিয়া লৈ পায় যা
@AnupDas-ef2cx
@AnupDas-ef2cx Ай бұрын
Hoi kothatu
@tikendramazumdar1424
@tikendramazumdar1424 Ай бұрын
পাগল সা্ংবাদিক কেইটাই কিমান টকা লৈ হত্যাকাৰি কেইজনৰ নাম প্ৰকাশ কৰা নাই । ইয়াৰ বিছাৰ কৰিব লাগে।
@educationforallassam9691
@educationforallassam9691 Ай бұрын
ইয়াত যিহে শিক্ষকৰ কথা বেয়াকে কৈছে আপোনালোকৰ লৰা ছোৱালীৰ বোৰক ভালকে নীতি শিক্ষা দি লব । যেতিয়া আপোনাৰ লৰা বা ছোৱালীক শিক্ষক এজনে এচাটো মাৰে তেতিয়া আপোনালোকে লৰাটোক কিয় পিঠন দিলে বুলি শিক্ষকজনেকে পিঠিব আহিব । আপোনালোকে লৰাটোক কি কাৰবে শিক্ষকে মাৰিলে এইবিষয়ে নোসোধে । বিদ্যালয়ত মাথো দিনৰ পাছ ঘন্টা সময় থাকে বাকী দিনৰ ১৯ ঘন্টা ঘৰত সময় অতিবাহিত কৰে তেনে ক্ষেত্ৰত লৰা বা ছোৱালী নৈতিক শিক্ষা বা আনুষঙ্গিক শিক্ষা লাভ কৰাটো নিশ্চিত বাবে ঘৰত পোৱাৰ অবকাশ থাকে , কিবা বিদ্যালয়ত ঘটনা ঘটিলে মানুহবোৰে কেবল শিক্ষকক দোষাৰোপ কৰিব খুজে। বৰ্তমান আপোনালোকৰ সন্তানক আপোনালোকে দেখোন বাধ্য কৰাব নোৱাৰে । যেনে - মবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত । অলপ শিক্ষকৰ বদনাম দিয়াৰ আগতে নিজৰ লৰা ছোৱালী বা ভাই-ভনী চৰিত্ৰসমুহ পৰ্যালোচনাকৰি চাব।
@bandanakonwar664
@bandanakonwar664 Ай бұрын
আপোনাৰ হতে একমত
@manishaborgohain
@manishaborgohain Ай бұрын
শিক্ষকে বিদ্যালয়ত শিক্ষা দান কৰিবলৈ আহে। private detective নহয় তেওঁ লোক। শিক্ষাৰ ঘাই কঠীয়া তলী। সেয়েহে ঘৰতেই নৈতিকতাৰ শিক্ষা দিবলৈ চেষ্টা কৰিব লাগে। বাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক কিয় অৱগত নকৰিলে। কাজিয়া খন উপভোগ কৰি আছিল নেকি। নিজ ভালেই জগত ভাল। এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সচেতন হোৱা প্ৰয়োজন।
@jyotishnagogoidehingia5255
@jyotishnagogoidehingia5255 Ай бұрын
লৰা ছোৱালীক মাক দেউতাকে সৰুৰে পৰা সদায় নীতি শিক্ষা দিয়াটো অতিকৈ প্ৰয়োজন।
@paragthakuria1995
@paragthakuria1995 Ай бұрын
এয়াই ঘোৰ কলি যুগৰ অভিশপ্ত সময়‼️ ‼️ধিক্কাৰ ছাত্র সমাজ
@kalpatoru-bepossitive7997
@kalpatoru-bepossitive7997 Ай бұрын
শিক্ষকলৈ কোনো ছাত্ৰই ভয় নকৰা হ’ল।অনুশাসন কৰিব কেনেকৈ?যিহে কাঢ়া আইনৰ ধাৰা।
@khargeswarbaruah8139
@khargeswarbaruah8139 Ай бұрын
উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে।লগে লগে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী খিনিকো তদন্তৰ আওঁতালৈ আনিব লাগে।
@PunyaLahan-l7j
@PunyaLahan-l7j Ай бұрын
শিক্ষকে এনেকুৱা এজন বদমাচ ছাত্ৰক শাস্তি দি চাওক , শিক্ষক জনক অভিভাৱকে কি যে অৱস্থা কৰিব ।
@AnupDas-ef2cx
@AnupDas-ef2cx Ай бұрын
Hoi kothatu
@kunjalatabhuyan9074
@kunjalatabhuyan9074 Ай бұрын
শিক্ষকে কি কৰি থাকে কিছুমান শিক্ষকে মাত্ৰ দৰমহা খাইছে
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 Ай бұрын
স্কুলত ৰেগিং চলিছে নেকি উচিত ব্যবস্থা কৰিৱ লাগে 😠😠😠😠😡😡.. ভৱেশৰ আত্মা শান্তি পাওক 😢😢🙏🙏😂
@bipulborah2193
@bipulborah2193 Ай бұрын
আচলতে ল'ৰা বিলাক বদমাচ, শিক্ষা গুৰুক নামেৰে। Head Teacher ৰ গাত ভুল নাই। কেচু ৱা নহয় সিহঁতে সকলো জানে ভাল বেয়া কি।জানি বুজি মাৰিছে, বাইদেউ গৰাকীয়ে কৈছেই নহয় শিক্ষা গুৰুক সন্মান নকৰে।
@PapuKalita-bx4dn
@PapuKalita-bx4dn Ай бұрын
ভলুকা বাঁহৰ জেকেনী চিঙি যোৱা কে এক চাত উপৰৰ চাল গুছি যোৱা কে দিৱ লাগে ইহঁতক। ঘৰত মাকে বনাই দিয়া গৰম ভাত খাই আহি স্কুলত w wখেলি কাৰোবাৰ জীৱন লোৱা অধিকাৰ কত পালে। স্কুল তথা সমগ্ৰ দৰং বাসী আজি লজ্জিত ইহঁতৰ বাবে। ধিক্কাৰ স্কুল কৰ্তৃপক্ষ সেই সময়ত এজন শিক্ষক বা স্কুলৰ কৰ্মচাৰী নাছিল নে? উচিত তদন্ত হ'ব লাগে সেই সময়ত থকা বিদ্যালয় সকলো কৰ্মচাৰী চাকৰি খাৱ লাগে। বহুত আছে নিবনুৱা এনেই চাকৰি পদবী কেইটা লৈ মাহৰ মুৰত মোটা অংকৰ চেলাৰী লৈ থাকিব নালাগে। Himanta Biswa Sarma GP Singh ছাৰ আপোনালোকৰ হস্তক্ষেপ বিচাৰিছোঁ কম সময়ৰ ভিতৰত।।
@anupomsonowal9539
@anupomsonowal9539 Ай бұрын
😂
@mitalinath6601
@mitalinath6601 Ай бұрын
আজিৰ এই ঘটনাটোৰ বাবে দৰং বাসী হিচাপে লজ্জিত হৈছো 😢 এই ঘটনাটোৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ 100%নহলেও 80/90% দোষী হয় 😢 কিন্তু আপুনি কোৱা ধৰণে ভলুকা বাঁহৰ জেকেনী চিঙি যোৱা কুব কেইটা কোনে দিব, আজিৰ চৰকাৰী শিক্ষা ব্যৱস্থাত শিক্ষকে ছাত্ৰক শাস্তি দিয়া নিয়ম নাই, যদি কোনোবা উদণ্ড ছাত্ৰৰ অতাপালি সহ্য কৰিব নোৱাৰি শিক্ষকে শাস্তি দিয়ে মাক বাপেকৰ লগতে সমাজৰ আন দহ জন আহি শিক্ষকৰ বিৰুদ্ধে থিয় দিব😢moblie ত vdo কৰি social media ত এৰি দিব 😢 যাৰ ফলত আজিৰ ছাত্ৰ ছাত্ৰী ইমান বেছি অধপতনে গৈছে 😢 আগৰ লৰা ছোৱালীও দুষ্টামি কৰিছিল কিন্তু বাকী নহলেও শিক্ষকক ভয় কৰিছিল...
@ArabindaRoy-v6l
@ArabindaRoy-v6l Ай бұрын
মস্তান কেইটাৰ ফটো পাব্লিচড কৰিলে সিহঁতৰ চেহেৰা কেইটা দেখিলোঁ হেঁতেন ?
@fakrulislam1322
@fakrulislam1322 Ай бұрын
জুন ল'ৰা জনে হত্যা কৰিছে,নাম উল্লেখ কৰিলে ভালে আছিল!
@never_backdown8611
@never_backdown8611 Ай бұрын
এই school ৰ সমগ্র শিক্ষক সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰক। শিক্ষক হোৱাৰ যোগ্যতা নায়।
@JLI321
@JLI321 Ай бұрын
Nishoy ,nishoy 😢😢
@udaychangmai7625
@udaychangmai7625 Ай бұрын
Teacher r vul nai...yat government ar government r policy r vul ase...enekuwa bodmas kora lorak suspend korile apunaluk hangabadik aru government r manuh ahi jabo.....ajikali students e teachers k voi nokore ...
@suryaKumaryadavlover-m5d
@suryaKumaryadavlover-m5d Ай бұрын
June marise heituk Mari pelauk encounter koribo lage
@Qari_ajmol-fg9no
@Qari_ajmol-fg9no Ай бұрын
Oi Hindu ulai se o 😂 si si ane Hindu lora hoi ne 😂si
@birajbarman8964
@birajbarman8964 Ай бұрын
Mar pit korar siksha teacher a nidiye... Ghor r upbringing tu o sabo lage alp 😡 😡 😡 😡
@lakshmipriyadutta1091
@lakshmipriyadutta1091 Ай бұрын
লৰা কেইটাৰ নাম উল্লেখ কৰক
@hemantabhagawati9596
@hemantabhagawati9596 Ай бұрын
দুষ্ট আৰু দোষীক স্কুলীয়া লৰা ভাবি ক্ষমা নকৰিব। নহলে আগলৈ গৈ আৰু বহুত খতি কৰিব।
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
মাৰা লৰা কেইটাক মাৰি পেলাব লাগে উচিত বিচাৰ সিহঁতক কোনে লৰা মাৰিব দিছে
@Sontara-nl2bi
@Sontara-nl2bi Ай бұрын
ফাঁচি দিয়ক ইহঁতক
@bipulkalita9799
@bipulkalita9799 Ай бұрын
Physical punishment nohole student control nahai
@bipulborah1718
@bipulborah1718 Ай бұрын
প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ প্ৰশাসনিক দক্ষতা অলপো নাই। এনে অযোগ্য প্ৰধানৰ বিদ্যালয় এনেকুৱা হ'ব ই
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
আজিকালি বহুতো ছাত্ৰ-ছাত্ৰী টিউচনলৈ যোৱাৰ নামত ৰাস্তাই ঘাটে মোবাইল ফোন গেম আৰু ইউ টিউব চাই থকা দেখা যায়। এই ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব পালনত ব্যৰ্থ হোৱা দেখা গৈছে।
@AnupDas-ef2cx
@AnupDas-ef2cx Ай бұрын
Right
@prasantahazarika202
@prasantahazarika202 Ай бұрын
অভিজিত নামৰ লৰা জনৰ নামটো Beep কৰি দিলে যে?
@Rahul-tk6lo
@Rahul-tk6lo Ай бұрын
লৰা কেইটা ৰ নাম কিয় কোৱা নাই??? এতিয়া কব বয়স কম কাৰণে কোৱা নাই ,কিন্তু ইয়াতকৈ সৰু কোনো মুছলিম লৰা কৰিলে তাৰ নাম প্ৰথমতে কল হয়।
@rajkumarbarman2129
@rajkumarbarman2129 Ай бұрын
মেইন হল প্ৰেম তদন্ত কৰিলেই ওলাব
@udaydas8823
@udaydas8823 Ай бұрын
ছাত্ৰ বুলি এৰি দিব নালাগে। আইন সকলোৰ কাৰণে সমান। upper class ৰ ল'ৰা বিলাকে lower class ল'ৰা ছোৱালীক অত্যাচাৰ বন্ধ কৰিব লাগে।
@arundewri8315
@arundewri8315 Ай бұрын
আমাৰ দিনত এনেকুৱা নাই হোৱা দেই কাহানিও...
@pradunmadeka5238
@pradunmadeka5238 Ай бұрын
কোনোবাই ল'ৰা কেইটাৰ নাম আৰু ঠিকনা জানে যদি ইয়াতে কমেণ্ট কৰক
@manojpegu4065
@manojpegu4065 Ай бұрын
বিদ্যালয় চৌহদত এনে ঘটনা ঘটাতো বৰ দুৰ্ভাগ্যজনক!!!.... ইয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ সম্পূৰ্ণ জগৰীয়া , গতিকে উচিত তদন্ত কৰি দূৰ্ভগীয়া পৰিয়ালটিয়ে যাতে ন্যায় পায়।
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
যৰৰ মানুহৰ শাসন কম আজিৰ দিনত
@RBshorts7assam
@RBshorts7assam Ай бұрын
Muru voi lage baru media agt ktha kb.. But,vonti joni.. Next level.., 😂😂😂
@kalindradeka2804
@kalindradeka2804 Ай бұрын
According to government rules teachers are helpless.
@kp23456
@kp23456 Ай бұрын
শিক্ষকৰ ওপৰত চিঞৰি লাভ নাই ।কিয় হৈছে এইবোৰ একমাত্ৰ চৰকাৰৰ মুৰব্বী জনৰ শাসন ব্যৱস্থাৰ বাবেই হৈছে। সঁচা কথাটো কব । লাগে
@RantuDas-o1d
@RantuDas-o1d Ай бұрын
আমি মানু্হ হৈ আছোঁ নে বাৰু
@mainudavi9510
@mainudavi9510 Ай бұрын
পতিখন বিদ্যালয়ৰ বদমাছ ল'রা বিলাকৰ অভিভাবকলৈ নতগচ পেৰন কৰক।কাৰন আমিও ভূকতূভূগী আজিৰ পরা 4 দিনৰ আগত মোৰ Class 2ত পঢ়া ল'রাটোক চকুত মারি ফুলাই দিলে।শিক্ষকক ক ওতে গমে নাপাই বুলে ।সরু পোবালি লাগিব ই বুলিহে কয়।সরু2 কৈ থাকোতে এয়া কি হ'ল
@sonseiRongVerse888
@sonseiRongVerse888 Ай бұрын
Apunak Assamese Kune xikale Axomiya likhibo Jane ne najane judi nilikhibo Kla
@birajbarman8964
@birajbarman8964 Ай бұрын
Mar pit korar siksha teacher a nidiye... Ghor r upbringing tu o sabo lage alp 😡 😡 😡 😡
@kamawgrup2391
@kamawgrup2391 Ай бұрын
ইয়াত এজন বা দুজন মানুহক দোষ দি লাভ নাই ইয়াত সকলোৰে দোষ আছে ( এয়া সমাজৰ প্ৰবাহ )
@manjubarman1855
@manjubarman1855 Ай бұрын
শিক্ষক সকলকহে কঠোৰ শাস্তি দিব লাগে।
@SEWALIHAZARIKA-z2v
@SEWALIHAZARIKA-z2v Ай бұрын
এনেধৰণৰ উদ্ভণ্ডালি মবাইলৰ ব্যৱহাৰৰ পৰিণতি | আনহাতে দোষিয়েটো আজি কালি দোষীয়ে শাস্তি নাপায় | এনে সাহস ছাত্ৰই কৰ পৰা পাইছে | নিতান্তই চিন্তনীয় |
@rinkushivam8759
@rinkushivam8759 Ай бұрын
শিক্ষক সকল একো একোজন অফিচাৰ অফিচত চাকৰি কৰা যেন পায়।অপদাৰ্থ শিক্ষক
@ManashSaharia-ix1vl
@ManashSaharia-ix1vl Ай бұрын
Mc teacher😂
@rimpi5132
@rimpi5132 Ай бұрын
Right 😢
@JLI321
@JLI321 Ай бұрын
Padi padi dormoha khaise ,horu holeo ihotok Sri dbo nalage , teacher oky dhoribo lage ,ane onupojukto teacher
@udaychangmai7625
@udaychangmai7625 Ай бұрын
Tur dore hikhya nothoka eta pora yatke besi akha koribo nuwari....
@prakashhazarika2441
@prakashhazarika2441 Ай бұрын
Loraswali bur a oxibhyaa.
@rinasaikiadas4911
@rinasaikiadas4911 Ай бұрын
আগৰ দিনত আমি চাৰ বাইদক দেখিলে ভয় লাগে আৰু খনমান কৰোঁ কিন্তু আজিৰ চাত সত্তিয়ে খিক্ষাগৰুক ভয় নকৰে লগতে খনমান ও নকৰে আৰু মষ্টোৰে যদি খাখন কৰি দুই এছআত মাৰে গৰ্জেন্ত গৈ স্কুলত হাল্লা কৰে তেতিয়া হলে মষ্টোৰে নিউ কি কৰিব নিজৰ মাক দেউতাকে বেআ কৰিছে
@dulalbania6604
@dulalbania6604 Ай бұрын
Immediate suspension of Head Mistres of the said School as per law also four persons student (accds) arrest them and forwarded to the judicial custody in future reference.
@mitalinath6601
@mitalinath6601 Ай бұрын
Head master গৰাকীয়ে বাকী কাম নকৰি class room ৰ দুৱাৰে দুৱাৰে ফুৰিলে চাকৰিটো থাকিব জানো তেওঁৰ
@local-et1eh
@local-et1eh Ай бұрын
😮
@MoonMohan-j2p
@MoonMohan-j2p Ай бұрын
ইস্কুলখনৰাইজে,তলামাৰিবন্ধকৰিদিবলাগে। শিক্ষক শিক্ষয়িত্ৰী থাকোতেইযদিএনেকোৱাহয়।কিলাভ।
@axomiabuwari
@axomiabuwari Ай бұрын
ইস্কুলত থকা অৱস্থাত কেনেকৈ ঘটিল ঘটনা।শিক্ষক ক'ত আছিল।
@dhanbarsaikia2568
@dhanbarsaikia2568 Ай бұрын
শিক্ষক সকলে কেবল বেতন পোৱাৰ বাবেহে আহে, ল'ৰা ছোৱালীক সৎ শিক্ষা দিয়াত ব্যৰ্থ হৈছে।
@mitalinath6601
@mitalinath6601 Ай бұрын
কাইলৈ যদি কোনোবা ছাত্ৰক অভদ্ৰ আচৰণৰ বাবে শিক্ষকে অলপ কঠোৰ শাস্তি দিয়ে তেতিয়া আপোনাৰ লেখীয়া মানুহে আহি আগত থিয় দিব শিক্ষকৰ বিৰুদ্ধে
@hadaihasmi4725
@hadaihasmi4725 Ай бұрын
ঘটনা এটা হৈ যোৱা পাছত হে মানু্হ সজাগ হয়। সেইয়া ও অলপ দিনলৈ
@bborpatragohain722
@bborpatragohain722 Ай бұрын
Below 18th year.... no case...aje kale students sob janea...heai babea...ebur case hob pai..
@AyushRaj-u3i
@AyushRaj-u3i Ай бұрын
@@bborpatragohain722 সেইটোৱেই কথা। জুভেইলনাল কোৰ্টত একো শাস্তি নহয়।
@sagaryoung8179
@sagaryoung8179 Ай бұрын
baakii ji houk baa nhouk aamar darrangiya language tu xunibloii bor mzahh lge dei khatarnak axe kintu... # LIKIRA😅😅
@Pranabff_Editz_1k
@Pranabff_Editz_1k Ай бұрын
Teacher k je koi ase apunaloke Jane ne nai je sorkare teacher k punishment diya bndha karise 😮‍💨
@mrinalboruah2191
@mrinalboruah2191 Ай бұрын
Dukhi hakalar nam kiy koba khuja nai ,Teachers hokalor lagate class r anay students r 100% bhul ase😊
@jahangirhussain6989
@jahangirhussain6989 Ай бұрын
So sad
@Hypergaming-rc8gr
@Hypergaming-rc8gr Ай бұрын
Ajir prajotmo kon dishe dhabwan?
@xtremeoffroadvlogs8038
@xtremeoffroadvlogs8038 Ай бұрын
ai class 10 boys bure nijoke ki buli vhabe..... ehote metric nohoy jail pass he hobo lage........teacher buror kunu dukh nai.....teacher thaakile kajia nokore nohoy.....teacher paar holei kisuman ghotona ghote
@RaghuKaman-t1q
@RaghuKaman-t1q Ай бұрын
অনুশাসন বহুত দুৰ্বল আছে
@rameshrabha2703
@rameshrabha2703 Ай бұрын
Anekuwa udanto aru Jogralu student karone nijor xontanok schoolot pothowa tu sintar bikhoy hoise
@RintuDeka-oy3dp
@RintuDeka-oy3dp Ай бұрын
সিহঁতে জাতে কোনো স্কুলত পৰহীব নোৱাৰা কৰি দিএ যেনে। 😂😂
@hiteshdeka153
@hiteshdeka153 Ай бұрын
স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বাধ্যতামূলক অৱসৰ দিব লাগে। লগতে অধ্যক্ষক জেলত থব লাগে
@msm747
@msm747 Ай бұрын
Teacher hkle ki krib .olop gali dlei media garden ahi jai...pitibloitu sorkare mana krise...
@BinaBaruah-jo4lr
@BinaBaruah-jo4lr Ай бұрын
Aibilak.larak.aridiba Nalage.aru.kiman.bandhuk.mariba.pare.jel.nahay.phasi.haba.lage
@Suranjita-t5q
@Suranjita-t5q Ай бұрын
Ajikali iman horu horu lora swali blk e imn joghonya kam blk kora hoise bohut Bea hoise deii
@rashidcreation1652
@rashidcreation1652 Ай бұрын
এইবিলাক আজিকালি সীমান্তৰ কাৰণে হৈছে। কিয় হৈছে ভাবি চাওঁক
@sancomedy2135
@sancomedy2135 Ай бұрын
satro nohoi yeitu sotru amar oxom khonor karone..dangor hoi gundai bonibo aru ekudal nohoi
@pritamvolga7453
@pritamvolga7453 Ай бұрын
Fasi di diok 4ta lorak
@momiyasmin1234
@momiyasmin1234 Ай бұрын
গুণ্ডা গিৰি কেইজনৰ নাম কিয় উল্লেখ কৰা নাই????
@bandanabarman8394
@bandanabarman8394 Ай бұрын
Jetialoi teacherok anukhakhon kora dayitto nidie tetialoi aibur ghotona ghotie thakibo. Ami school ot porhute teacher a amak marile ketiao obhibhaboke teacher or uport complain kora nasil ulta besike mar dibo koi. Kintu ajikali olp tanke kotha kole ba asat logaleu sidha obhibhabok bure complain dibo jai. Jar porinam aibur gunda satrosatrir tel barhi goise. Oporadh koribo o bhoi nokora hoise. Aiburok bhalkoi khasti diok.
@sonseiRongVerse888
@sonseiRongVerse888 Ай бұрын
June june Vhaxha tu buji pua nai xhihot ok Moi sutmrni 8fail buli kom ,,Upobhakha olp xhikibi ..axom ot thaki upobhaxha buji nupua Only upper or accent marile educatated person buli Kole Lawra buli he kom..🙏
@NarayanSarma-ri2qh
@NarayanSarma-ri2qh Ай бұрын
Miss you bhabesh 😢
@paramanandapatar3967
@paramanandapatar3967 Ай бұрын
এইকেতা আগলে দাঙৰ দকাইত হৱ
@manikadas6987
@manikadas6987 Ай бұрын
School mane aji kali bisnes hayse. Kak ki kabo . Schoolr pora olai sigaret tani thake.
@alldimension7423
@alldimension7423 Ай бұрын
This generation has destroyed . although I am from this generation , a student of class 10 , I don't have much friends
@prakashhazarika2441
@prakashhazarika2441 Ай бұрын
Tohote oxibhyaa pwali jonma debe aru ami teacher jailt jabo lage.
@JLI321
@JLI321 Ай бұрын
Thikse dyok
@bireswardeka4968
@bireswardeka4968 Ай бұрын
Etiya camera t boki ase kintu xeikhini time t kaku kobo time napale
@runuaxomiachanalvloge5064
@runuaxomiachanalvloge5064 Ай бұрын
বলৰ ছোৱালী এতিয়া মৰাৰ পিছত কব আহিচা মাষ্টৰক লগে লগে কবা পাৰা নাচিলি দেখিও নখলি ।
@rajibgogoi3232
@rajibgogoi3232 Ай бұрын
Aru jate anekua nhoi lora gejonok sobor agot ....... Kri deok
@knowledgeinassamese3885
@knowledgeinassamese3885 Ай бұрын
এক বা দুই ঘোচাত মানুহ নমৰে এই ছোৱালী কেইজনীক শিক্ষক কেইজনে তেনেকৈ কবলৈ লগাই দিছে কিজানি।
@ManjuBorah-p8i
@ManjuBorah-p8i Ай бұрын
Thik koise mur o tene anuman hoise
@knowledgeinassamese3885
@knowledgeinassamese3885 Ай бұрын
@@ManjuBorah-p8i ইয়াত গভীৰ ৰহস্য লুকাই আছে
@udaychangmai7625
@udaychangmai7625 Ай бұрын
Teachers bure students hakhon koribole karone dusat pitile hangbadik , gurdian, government r manuh sob ahi jai kio lorak pitibo buli...
@Saclin_2
@Saclin_2 Ай бұрын
😢😢😭
@satyabiswas5643
@satyabiswas5643 Ай бұрын
Iyar uchit bichar habo lage
@rebajittalukdar7488
@rebajittalukdar7488 Ай бұрын
Teacher quit movement salu kori diya
@im_buah
@im_buah Ай бұрын
Bhagobanr usort pathana Lrato hot gti pable 🙏🙏🙏🙏 enekow aru jen hb nalag
@kailashkashyap6364
@kailashkashyap6364 Ай бұрын
nam ko
@ABparichoy
@ABparichoy Ай бұрын
1numbarot Abhibhabok jogoriya Aji Kali Lara suwalik Murorr uoprot uthai loisy
@manjubarman1855
@manjubarman1855 Ай бұрын
নেৰিব
@RoujigogoiGogoi
@RoujigogoiGogoi Ай бұрын
Teacher or gat vul nathakibo pare aji kali lora swali a teacher ok respect nkore . Direct teacher ok dukh diya tu vul. Kunu ajon teacher a nihikay karubak mariba kiba koriba. Kajiya khon kali a hoisile june dekhisile hihote teacher ok complent koribo lagisile nai kora buli swali joni a nije koise. Jodi kole hoi teacher a kiba ata action lole hoi
@SailenDas-nd6vi
@SailenDas-nd6vi Ай бұрын
Ekangsha udanda studentar karane aji ene dukhjanak ghatana hoboloi dharise
@Rdk922
@Rdk922 Ай бұрын
Sosma pindha dutokia leader tue koise teacher r dokh ase..are bhai ajikali lora k pitile tahatei agot ahi ulabi kio pitisa buli
@mitalinath6601
@mitalinath6601 Ай бұрын
Right, অসমৰ মানুহ বিলাকে কিয় জানো teacher ৰ পিছত উঠি পৰি লাগিছে 😢 সকলো পিনে teacher ৰ ভুল দেখে
@habibtanbir7003
@habibtanbir7003 Ай бұрын
Ragging type r hoi😢 School college t senior junior words dutar bohute misuse kore
@birajbarman8964
@birajbarman8964 Ай бұрын
Sobe khali teachers khinik dokh di... Sala teacher r respect tu namot he ase.. Ghar t ako neeti sikha nai.. Aibur parents r upbringing r fol 😡 😡 😡 😡 😡 😡 😡
@GitikaDeka-s5f
@GitikaDeka-s5f Ай бұрын
Mi vabo aji kali lra sowali bdms kito ato nhy j school t xomuwar pist xikh xikhyty dait , xihtr sku thakibi lage ajn lra Mariyai mariyai Mari pelale ki kri acil mastr mastrni ,xei lra keitak faci dib lage aru mastr mastrni scpen krib lage 🙏🙏
@NarBahadurChetri-f1e
@NarBahadurChetri-f1e Ай бұрын
Lora keitak sasti diyak, ihatey society nasta koribo, gatike minor buli ari didibo
@satishtamuli3082
@satishtamuli3082 Ай бұрын
nnn
@chinamoniduwarirajkonwari9323
@chinamoniduwarirajkonwari9323 Ай бұрын
Mrigi bemar koi Tai dayitto hamoribole ahise..??? She should be punishable
@BinudRajbongshi-yi3kg
@BinudRajbongshi-yi3kg Ай бұрын
Baki kijanak fasi diba lagae
@AyushRaj-u3i
@AyushRaj-u3i Ай бұрын
মাষ্টৰকেইটাকো ৰাইজে ধৰি ৰাম ধুলাই দিয়ক।
@mitalinath6601
@mitalinath6601 Ай бұрын
আপুনি আহিব হাতত লাঠি লৈ আগত আপোনাৰ পিছে পিছে বাকি বিলাক আহিব, আপোনাৰ লেখীয়া মানুহৰ উচতনিৰ বাবে আজি কালিৰ লৰা ছোৱালীয়ে শিক্ষকক সন্মান কৰিব নজনা হৈছে, আপোনাৰ লেখীয়া মানুহে যেতিয়া কয় বাদ দি কিহৰ মাষ্টৰ কিহৰ ভয় কৰা মাষ্টৰক তেতিয়াই এনেকুৱা হত্যাকাৰী ছাত্ৰৰ জন্ম হয়
@AyushRaj-u3i
@AyushRaj-u3i Ай бұрын
@@mitalinath6601 তইও চাগৈ মাষ্টৰণী। ছাত্ৰক সম্ভালিব নোৱাৰ লেকচাৰ মাৰিব আহ? দৰমহাৰ কাৰণে ৰাষ্টাত আন্দোলন কৰ। তোৰ ল'ৰা মৰিলে গম পাবি।
@mitalinath6601
@mitalinath6601 Ай бұрын
​@@AyushRaj-u3iআপোনাৰ দৰে পিতৃ মাতৃ বা আত্মীয়ৰ আশীৰ্বাদ পোৱা ছাত্ৰ আছিল চাগে হত্যাকাৰী ছাত্ৰ কেইজন 😢 যিয়ে পৱিত্ৰ জ্ঞানৰ মন্দিৰ কলুষিত কৰিলে 😢 যিয়ে হাজাৰ জনক জ্ঞানৰ পোহৰ দিয়া শিক্ষাগুৰু সকলৰ মুখত কালিমা সানিলে 😢 আপোনাৰ কোনোবা আত্মীয়ৰ অকাল মৃত্যু হৈছেনে?? মোৰ হৈছে 😢 পিতৃ মাতৃৰ চকুৰ আগত সন্তানৰ মৃতুৰ যিমান দুখ সিমান জোখাৰে দুখ মই আৰু মোৰ পৰিয়ালে পাই থৈছোঁ 😢 মৃত ছাত্ৰজনৰ পিতৃ মাতৃৰ বুকুৰ বিষ আপোনাতকৈ মই বেছি অনুভব কৰিছো 😢 কিন্তু তাত শিক্ষকৰ 100% ভুল আছে বুলি কলে মানি নলও কিন্তু এইটোও নকওঁ যে বিদ্যালয় কৰ্তৃপক্ষ নিৰ্দোষী, কোনো শিক্ষকে ছাত্ৰক অসত কাম কৰিবলৈ নিশিকাই এয়া চিৰন্তন সত্য যদি কোনোবা শিক্ষকে ছাত্ৰক বেয়া কাম কৰিবলৈ শিকাই তেওঁ শিক্ষক হবই নোৱাৰে, শিক্ষকৰ অনুশাসনক লৈ আঙুলি উঠোৱাৰ আগতে বৰ্তমানৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো অলপ ভালকৈ চাবচোন চৰকাৰে শিক্ষক সকলক অনুশাসনৰ ক্ষেত্ৰত কেনেদৰে নাকি লগাই থৈছে, যদি তাৰ বিপৰীতে কোনো শিক্ষকে উদণ্ড ছাত্ৰ এজনক অলপ শাস্তি দিয়ে তেতিয়া মাক বাপেক লগতে আপোনাৰ লেখীয়া মানুহে শিক্ষকৰ বিৰুদ্ধে থিয় দিবলৈ উঠি পৰি লাগে লগত social media বোলা অস্ত্ৰপাত আছেই... বেছি নুবুজাও অসমীয়াত এষাৰ কথা আছে "বোলে বুজাক বুজাবি আকাৰে ইংগিতে নুবুজাক বুজাবি . ...."
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 97 МЛН
ТЫ В ДЕТСТВЕ КОГДА ВЫПАЛ ЗУБ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 3,3 МЛН
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 108 МЛН
Disrespect or Respect 💔❤️
00:27
Thiago Productions
Рет қаралды 36 МЛН
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 97 МЛН