কিহৰ ভিত্তিত সুনীল গগৈক জীৱিত আখ্যা দিছে CID-এ?

  Рет қаралды 6,740

Pratidin Time

Pratidin Time

17 күн бұрын

CIDৰ আশ্বাস- সুনীল গগৈ জীয়াই আছে...কিহৰ ভিত্তিত সুনীল গগৈক জীৱিত আখ্যা দিছে CID-এ? সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #sunilgogoi #CID

Пікірлер: 5
@minakshiborgohain7378
@minakshiborgohain7378 15 күн бұрын
সংযুক্তা পৰাশৰৰ দৰে এগৰাকী উচ্চপদস্থ বিষয়াই নিঃসন্দেহে যি মন্তব্য কৰিছে আশাকৰোঁ ‌ এটা সিদ্ধান্ত দিব‌ যিহেতু মই ভাবোঁ তেওঁৰ দৰে সাহসী সৎ দক্ষ এগৰাকী CID IGP হৈ নিশ্চিত ভাৱে ‌ অৰ্থবহ মন্তব্য কৰিছে ‌। আশাকৰোঁ সোনকালেই সামাধান ওলাব । লগতে এটা কথা গৰু-ছাগলী হেৰালে বিচাৰি পায় কিন্তু ‌ধুৰন্ধৰ মানুহে ইচ্ছা কৰি যেতিয়া পলাই বা আঁতৰি থাকে তেতিয়া অলপ কঠিন হয় বিচাৰি উলিয়াবলৈ । সংযুক্তা পৰাশৰ ‌এগৰাকী rear parsonalty ৰ সাহসী মহিলা প্ৰসাশনিক বিষয়া অলপ ধৈৰ্য ধৰক ।
@pabinsarma2989
@pabinsarma2989 15 күн бұрын
Good khabar Dada,,
@happyboy4579
@happyboy4579 14 күн бұрын
Dhorebo pora nai kiu
@gaganborah8907
@gaganborah8907 15 күн бұрын
Kiman breaking news sunim aru,, aitu news sai sai boring hoi goisu. 😫😫😫
@pabinsarma2989
@pabinsarma2989 15 күн бұрын
নাটক বন্ধ কৰি,, শুদ্ধ সত্য প্ৰকাশ কৰক দাদা চৰকাৰে ৰাইজক জনাব লাগে
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 9 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 8 МЛН
Дарю Самокат Скейтеру !
00:42
Vlad Samokatchik
Рет қаралды 8 МЛН
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 9 МЛН