KOCH PRESS MEET

  Рет қаралды 11,791

GTPL V&S NEWS

GTPL V&S NEWS

Күн бұрын

Пікірлер: 173
@manojdeka5430
@manojdeka5430 Ай бұрын
Koch ❤❤❤❤
@ProhladKoch-fj3bd
@ProhladKoch-fj3bd Жыл бұрын
Koch jati keng tong
@Sabyasachijpg
@Sabyasachijpg 9 ай бұрын
Koch and Rajbanshi do not belong to the same caste. But many of the Koch caste once declared themselves or themselves as Rajbanshi caste. But later that mistake was broken and he identified himself as Koch (Koch-Rajbanshi). The Koch (Koch-Rajbanshi) language belongs to the "Tibetan-Barmi" group and the caste belongs to the Mongoloid group. But Rajbanshi (Kamtapuri) language belongs to Ariyan group and caste is Rajbanshi Kshatriya. But as a result of conversion of religionRajbanshi caste is now divided into different sects like: Hindu, Muslim, Buddhist, Christian. A closer look reveals the anatomical path deference of the Rajbanshi Kshatriya race and the Koch (Koch-Rajbanshi) race. But due to living side by side for a long time, the Koch caste and the Rajbanshi caste have matrimonial relations. As a result, in many Koch caste or Rajbanshi Kshatriya caste families, children born from the same mother's have the anatomical path deference of two brothers or two sisters. But in those families where that mixture did not happen, the facial structure of the children of those families is the same. This mixture is more common in West Bengal bordering Assam and Assam. Also few seen in other places. In families in which this admixture is found, there is no difficulty in understanding the matter by investigating the previous family marital history of the family. But many wrongly comment about 'Rajbanshi Kshatriya caste' without knowing the issue, it is never desirable. Due to living side by side for a long time, most of the Koch people have forgotten their own language and there they speak Rajbanshi (Kamtapuri) language, Assamese and Bengali language. In the future, if the Koch language is not protected and taught, this ancient Koch (Koch-Rajbanshi) language will be lost forever from the world. That is by no means desirable. The authorities should take some action in this regard.
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 5 ай бұрын
😂😂😂 Rajbongshi language info -aryn but family belongs Mongolia
@guidetomlbb
@guidetomlbb 4 ай бұрын
Koch Rajbongshi 👎 Koch tribe👍 Rajbongshi 👍
@RahulRaj-dt7gc
@RahulRaj-dt7gc Ай бұрын
Naranarayan aru chilarai kuntu jatir hoi ?
@Bishnu5874
@Bishnu5874 6 ай бұрын
Jai Chilarai koch Rajbongshi
@KarishmaGogoi23
@KarishmaGogoi23 5 ай бұрын
Chilarai mech kachari hou
@RintuMo-i6e
@RintuMo-i6e 2 ай бұрын
​@@KarishmaGogoi23koch and mech
@RintuMo-i6e
@RintuMo-i6e 2 ай бұрын
@@KarishmaGogoi23 kot ghr aapunar
@কোচ_লৰা
@কোচ_লৰা Ай бұрын
​@@KarishmaGogoi23 Aru Biswa Singha kon hoi Nara Narayan kon hoi nonsense Koch Rajbongshi ata royal community hoi aru meghalaya Kocha ravha ata Mongolian jati Hoi ami koch Rajbongshi indo aryn Amar vaxa kamrupi ba kamatapuri asil amar tittle rai,ray,roy,barma,barman, Rajbongshi, Singha,boruwa Amie koch kintu rojar bongxo babe tat Rajbongshi + kori dile Aku najano chilarai mech asil amar ata rich culture ase tohotor nisisa vixari jati nohoi
@user9030-ig4ig
@user9030-ig4ig Ай бұрын
​@@কোচ_লৰাbro ami mongoloid race r ne dravidian race r please clear my doubt, i have a confusion 🤔
@sanjukkoch6451
@sanjukkoch6451 2 жыл бұрын
Ami Koch Rajbongshi nohong ami Koch ami kochei thakim
@bklife1shorts324
@bklife1shorts324 3 ай бұрын
Gooolge ot joya sarch kor kuch/rajbonshe bagol na akha 🤨
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
এইবিলাক কি জানে আমাৰ বৰ দেউতা আগতে কোচ লিখিছিল । এতিয়া বৰ্মণ আৰু কুচ্ৰজবংশি
@Rajasthan4090
@Rajasthan4090 Жыл бұрын
জয় কোচ জাতি❤️
@chillmonk4340
@chillmonk4340 3 жыл бұрын
Correct Koch and rajbongshi is different..Those Rajbongshi is trying to convert Original Koch people.That is dangerous
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
তহঁতে যিবিলাক ভাষা কও সেই বিলাক ভাষা আমাৰো আছিল। আগৰ দিনৰ বৰ দেউতাই কৈছিলে। মোৰ মায় এটা দুটা ভাষা কয় এতিয়া মই বুজি নাপাওঁ । মোৰ জনা মতে নিজৰ ভাষা নিজেই পাহৰি গৈছো। কিছুমানে কয় 100পৰ্চেন কোচ সকলে নিজৰ 50পৰ্চেন ভাষা হেওঁৱাই পেলাই। মই কোৱা খিনি কথা বিলাক আপোনালোকে জানে নীকী । আৰু আছে বহুত কথা জানিবলৈ । যদি চিন্তা চৰ্চা কৰে তেতিয়া গম পাব।
@beplobkoch5701
@beplobkoch5701 3 жыл бұрын
Angba tintikea kochco I read the history of kochces there is no koch-rajbongshi only koch we have our nikani also read the history
@Diazdew
@Diazdew 3 жыл бұрын
Yes I'm from bodo/mech community and koch and mech had a good relationship before but all these fake Rajbongshi,das,Roy,borah,rai are trying to get benefits from koch community.
@himrajkashyapdolpa-bq5um
@himrajkashyapdolpa-bq5um Жыл бұрын
Please recommend a nice book on kocha rabha. And also koch.
@Thekamatapurthinks
@Thekamatapurthinks Жыл бұрын
​@@Diazdewoi Borah Koch hoine Rajbonchi vall koi sai l
@Ljh076
@Ljh076 Жыл бұрын
@@Diazdew oi what bora? Bora is Ahom given rank. It is not rajbongshi title.
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 5 ай бұрын
​@@Ljh076saikia?
@UtpalDas-d1r
@UtpalDas-d1r Ай бұрын
Ami agorporai st. Amar agote khurai paisile st. Kintu amak assam sorkar bondha kori thoise.
@JituKoch-dc3cv
@JituKoch-dc3cv 8 ай бұрын
Big right
@kochboy
@kochboy 2 жыл бұрын
আমি কোচ হয় ৰাজবংশী নহয়
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
Toi ekjan মূৰ্খ
@kochboy
@kochboy Жыл бұрын
@@hemantabarman3839 toy he murkho আমি কোচ হয় ৰাজবংশী নহয়। আমাক জুৰ কৰি ৰাজবংশী নকৰিব । আমিও আপোনাৰ ৰাজবংশী সকল ক একো কৰা নাই আৰু আপোনালোকে ও কোচ সকলক ভাল কৈ জীয়াই থাকিবলৈ দিয়াক
@pandasa4519
@pandasa4519 Жыл бұрын
@@kochboy Koch vakha ataw najna toi
@kochboy
@kochboy Жыл бұрын
@@pandasa4519 তয় জানো নে কেলা
@pandasa4519
@pandasa4519 Жыл бұрын
@@kochboy Janu to
@akonkoch9971
@akonkoch9971 3 жыл бұрын
বাপৰে, দ্বীজেন ডাঙৰীয়া ,জনগোষ্টীতোৰ ওপৰত আপোনাৰ জ্ঞানৰ গভীৰতা আৰু আস্ফালন শুনি মূৰটো ঘূৰাই গল । আপোনাৰ মতে , ৰাজবংশীসকলনো কোন । আপুনি কৈছে পাবত গজা জাতি , থিক আছে মানি ললো , পাবত গজা হলেওটো গুৰি গুষ্টি কিবা নিশ্চয় আছে আৰু আপুনি নিশ্চয় জানে, সেইবোৰ । অনুগ্ৰহ কৰি জনাবচোন । বুৰজ্ঞীয়ে কয় , ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে আহোমসকলৰ আধিপত্য আছিল , কিন্তু উত্তৰপাৰে কোন আছিল , দৰঙী ৰজা কোন আছিল । কোচ হাজো ৰাজ্যখনৰ ঠাইবোৰ কত আছিল , আপুনি নিশ্চয় জানে । ইফালে , বৰ্তমানৰ উত্তৰ বংগৰ ঠাইসমূহ মালদা লৈকে - কোচৰ ৰাজ্য়ৰে অন্তভূক্ত আছিল । উপৰুক্ত এই ঠাইসমূহত বৰ্তমান কোচ লিখা মানুহ নাই বুলিলেও ভূল নহব । তেনেহলে কোচ মানুহখিনি গল কলৈ , অনুগ্ৰহ কৰি জনাবচোন । তাত থকা মানুহখিনিয়ে নিজকে ৰাজবংশী বুলি চিনাকি দিয়ে , কিনতু কিয় ,জনাবচোন । মই জনাত কোচ মানুহ সমগ্ৰ অসম, উত্তৰ বংগ , বাংলাদেশ, বিহাৰৰ কিষানগজ্ঞ, নেপালৰ ঝাপা, চোনসাৰী, মৰাং , কাছাৰ, ত্ৰিপুৰা আৰু ভূটানৰ পাদদেশলৈকে বসবাস কৰে , কিনতু তেওলোকে নিজকে কোচ বুলি কমেই চিনাকি দিয়ে । বেচিভাগেই ৰাজৰংশী বুলি চিনাকি দিয়ে , কিনতু তেওলোকৰ দৈনন্দীন জীৱন প্ৰনালী , উ্তসৱ পাৰ্বনৰ ক্ৰমনিকা মন কৰিব সাদৃশ্বতা বিচাৰি পাব । তেওলোকে বীৰ চিলাৰায় , মহাৰাজ নৰনাৰায়নৰ জয়ন্তীসমূহ বৰ নিষ্ঠা সহকাৰে পালন কৰে , গতিকে তেওলোক কোন , এবাৰ ভাবি চাবছোন । পঞ্চানন বাৰ্মা আৰু তেওৰ জীৱনৰ সংগ্ৰাম , কৰ্মৰাজি আদিৰ বিষয়ে জানিবলৈ চাবছোন ,। ৰাজবংশী আৰু কোচৰ যোগসূত্ৰ বিচাৰি পাব । উত্তৰ বংগত কোচৰ স্বকীয়তা উদ্ধাৰৰ সংগ্ৰামখন আৰু ইয়াক মষিমুৰ কৰিবলৈ কৰা প্ৰয়াসবোৰৰ বিষয়ে জানিবলৈ চাবছোন ,। সেইপ্ৰয়াসবোৰৰে অন্যতম বৰ্হি প্ৰকাশ ৰাজবংশী জাতিৰ ইতিবৃত্ত উদ্দেশ্য় প্ৰনোদীতভাৱে বিকৃত কৰি প্ৰচাৰ কৰা । কোচৰাজ্য়খন ভাৰতৰ অংগৰাজ্য় হোৱাৰ পৰাই ,বিভিন্ন ৰাজনৈতিক কূট কৌশলৰ ভূক্তভূগী । ফলশ্ৰতিত , কোচ জনগুষ্টীয়ে দীকদিবিক হেৰুৱাই পেলাইচে । কিন্তু জনাই জানে ,ৰাজবংশীসকল আন কোনো নহয় কোচেই হয় । হয়, আপুনি এটা কথা ঠিকেই কৈছে, যিহেতু আমাৰ মূল জাতিটো কোচেই হয় , গতিকে আমি সকলোৱে কোচ বুলিয়েই চিনাকি দিব লাগে । ৰাজবংশী বা আন কিবা বুলি নহয় । আৰু সেয়ে যদি হয় , আমি বহু আহুকলীয়া পৰিবেশৰ পৰা পৰিত্ৰান পাম । আমি ইতিমধ্য়ই বহুতো বহু বাক বিতন্দা কৰিছো , বহু সময় নষ্ট কৰিছো ,এইবিলাকত । তদুপৰি ভৱিষ্য়তৰ প্ৰজন্ময়ও বহু আহুকালৰ পৰা মুক্তি পাব । আমাৰ জনগুষ্টীটোৱে সাংবিধানিক ৰক্ষাকবচ পোৱাটো আমাৰ সকলোৰে আন্তৰিক কাম্য় , কিন্তু জাতিটোক ভাগ ভাগ কৰি নহয় । হয় ,অসমৰ কোচৰ ক্ষেত্ৰত বৈষ্য়মতা হৈছে , কিয়নো একেই মানহখিনিয়ে প ঃবংগ , মেঘালয়, বিহাৰ , নেপালটো সাংবিধানিক ৰক্ষা কবচ পাইছে ।
@bodobhaijaan6575
@bodobhaijaan6575 2 жыл бұрын
Yeah very good sir.👍
@rupamanideka3553
@rupamanideka3553 2 жыл бұрын
Jatitu bhag bhag nokrib ami khokolu akei
@NIBIRNIRAVASM
@NIBIRNIRAVASM Жыл бұрын
Ei sob manuh gilan hey pabot goja jata montoibyo diye
@guidetomlbb
@guidetomlbb 4 ай бұрын
Rajbongshi people r not koch .koch belong to boro Kochari family.plzzz save koch tribe from these fraudters n imposters Rajbongshi people who is a abomination from the assemilition ofAssamese, bangali Assamese,bihari n various Aryan n Dravidian people
@kunalkoch3949
@kunalkoch3949 Ай бұрын
Amar axomor koch manuhor value e nai axomot,....kunuba koi koch kunuba koi koch rajbongshi kunubae koi rajbongshi....amak nijore matit amak bongalor hoi buli koi.........70lakh koch ase kunu nijor main gurie nejane.....beleg eku nai amar koch manuhok sobe thatha e kore......
@kokrajharchirang6634
@kokrajharchirang6634 3 жыл бұрын
কোচ আৰু ৰাজবশী একেই মানুহ । এটাই জাতি । নিজৰ জাতিটোক নিজেই ভাগ নকৰিবা । জাতিটোক প্ৰথমে জানিবলৈ চেষ্টা কৰা, তাৰ পিচত এনে বিৰ্তকসমূহত ভাগ লবা । আমাৰ মাজত ৰাজবংশী শব্দটিৰ উদ্ভাৱক আৰু প্ৰৱৰ্তক পঞ্চানন বৰ্মা ডাঙৰীয়া । কিন্তু কিয় তেওঁ তেনেকুৱা কৰিবলগীয়া হল তাকো জানিবলগীয়া চেষ্টা কৰা । তেওঁৰ দিনৰপৰাই আমাৰ কোচ ৰাইজে ৰাজবংশী বুলি চিনাকি দিবলৈ ধৰে । তেওঁৰ শিকনী সমূহ তথা ক্ষত্ৰিয়কৰন আন্দোলনৰ প্ৰভাৱ সমগ্ৰ উত্তৰ বংগ আৰু অবিভক্ত গোৱালপাৰাত বিশেষভাবে পৰিছিল , সেইবাবে সেই অঞ্চলসমূহত অগনন ৰাজবংশী ৰাইজ পোৱা যায় , জাতি হিচাবে তেওঁলোক কিন্ত কোচ । এবাৰ কোচবিহাৰলৈ গৈ আহা । বহু ধাৰনাৰ পৰিবৰ্তন হব । মেঘালয় আৰু উজনি অসমত তেওঁৰ আন্দোলনৰ প্ৰভাৱ নাছিল , সেইবাবে এইবোৰ ঠাইত কোচ ৰাইজ পোৱা যায় ।
@guidetomlbb
@guidetomlbb 4 ай бұрын
They r not same.stop ur propaganda plzzz n stop stealing history from koch tribe.Rajbonsi is a made up words by people from Aryan, Dravidian n mixed of various non tribal people.which u can't find in any history
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
মূৰ্ক বিলাক তই আৰু মই একেই
@sanjukkoch6451
@sanjukkoch6451 2 жыл бұрын
Amar kokrajhar district kot bohut Koch ase
@Ljh076
@Ljh076 7 ай бұрын
Are you known there as koch or kocha rabha?
@relaxyourmind1121
@relaxyourmind1121 2 жыл бұрын
Koch Brothers please don't mingle with Bongsi at any cost.... We are Great Kachary!!!!
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
কোচ সকলৰ ৰজা কোন আছিল মূৰ্খ বিলাক । কব পৰিবি নে । ইতিহাস কিমান জান তয়।
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
ভাৰত বুৰঞ্জী অধ্যন কৰিছ তয়। ভাৰত বুৰঞ্জী অধ্যয়ন কৰিলে গম পাপি কি লিখা আছে । মূৰ্খ বিলাক
@kochboy
@kochboy Жыл бұрын
@@hemantabarman3839 koch r purb purus jon achil hariya koch Jano ne
@DulumaniDaimary
@DulumaniDaimary 9 ай бұрын
Buji powa nai mui
@guidetomlbb
@guidetomlbb 4 ай бұрын
I support u
@gaorlora3127
@gaorlora3127 Жыл бұрын
Hoi sir thik kotha hoi
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
ভাৰত স্বাধীন হোৱাৰ আগৰ কথা । আগতে আমাৰ বৰ দেউতা বিলাকে কোচ তাইটেল লিখিছিল । আৰু মাইকি বিলাকৰ টাইটেল আছিল দেৱী। ভাৰত স্বাধীন হোৱাৰ পিছত বৰ্মন তাইতেল হল। এই কথা আপোনাৰ লোকে নাজানে । প্ৰথমতে কোচ আছিল তাৰ পিছত বৰ্মন হল এতিয়া ৰাজবংশী লিখে । কোচ মানুহবোৰ বেলেগ বেলেগ সম্ৰদাইত ভাগ ভাগ হৈছে। সেই কাৰণে ভাষাবোৰো বেলেগ বেলেগ।
@dhrubajyotikoch2440
@dhrubajyotikoch2440 Жыл бұрын
ভাই, তুমি ঠিকেই কৈছে। কিন্তু, আপুনি উল্লেখ কৰাৰ দৰে সেই সকল যদি কোচেই হয় , তেনেহলে তেওঁ লোক সকলোৱে কোচ তাইতেল আকৌ লিখিব লাগে আৰু তেতিয়া এই সকলোবোৰ বিৰ্তকৰ অন্ত পৰিব। কোচ জাতিটো বহু বিভক্ত হৈ পৰা সেইয়া সেইয়া সচাকথা । তাৰেই ফলস্বৰূপে আমি নিজৰ কলা সংস্কৃতিৰ বিষয়ে একোৱেই নাজানো। যিহেতু আমি বহুতেই নিজৰ অতীতৰ বিষয়ে জানিবলৈ বিচাৰিছো, গতিকে আমি বৰ্তমানৰ পৰিবেশ, পৰিস্থিতি, বিশেষকৈ ভৌগোলিক আৰু ৰাজনৈতিক পৰিসীমাৰ কথা সমূহো মনত ৰাখিব লাগিব। উদাহৰণ স্বৰূপে আমাৰ মানুহ নেপাল, উত্তৰ বংগ, ভূটান, মেঘালয়, বাংলাদেশ , বিহাৰ আদি ঠাইসমূহতো আছে । গতিকে আমি তেওঁ লোকৰ মাজত বিভিন্ন ক্ষেত্ৰত বৈষম্য পৰিলক্ষিত কৰাতো একেবাৰে স্বাভাবিক কথা। জাতিটোৰ স্বকীয়তা উদ্ধাৰৰ প্ৰচেষ্টাৰ আমি এই বিলাক কথা মনত ৰাখিব লাগিব। শেষত আকৌ কৈছোঁ, যিহেতু আমাৰ মূল পৰিচয় কোচ, যিবোৰ ক্ষেত্ৰত বিৰ্তকৰ সৃষ্টি হৈছে, তেওঁ লোকে নিজকে কোচ বুলি পৰিচয় দিয়ক আৰু তাইতেল কোচ লিখা আৰম্ভ কৰক। দেখিব, বহু বিৰ্তকৰে অন্ত পৰিব।
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 5 ай бұрын
​@@dhrubajyotikoch2440kotha to hosai hoi Ami koch kintu Amar gharr manuhe Narayan dev likha asil majote Sarkar pora xobidha nopowa babe akow 1987 title lalani koril aru amar fale koch title manuh asil boro bure ghar jalai disil tetiya xihote korobat kalita hol korobat deka likhile kintu deka bure atiya amar fale koch boli koi
@Getreadytofight-p9c
@Getreadytofight-p9c 8 ай бұрын
Bohut kalita manuhe koch buli koi obc certificate ulai ase
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 5 ай бұрын
Nai misa kotha, Kalita bure koch title change korileo general thake
@Diazdew
@Diazdew 3 жыл бұрын
Yes I'm from bodo/mech community and koch and mech had a good relationship before but all these fake Rajbongshi,das,Roy,borah,rai are trying to get benefits from koch community.
@northeastmusicbites3154
@northeastmusicbites3154 2 жыл бұрын
But IAM barman what About me
@Diazdew
@Diazdew 2 жыл бұрын
@@northeastmusicbites3154 u r goru sur 🤣🤣🤣🤣🤣 gahorir loom thaka jati .
@northeastmusicbites3154
@northeastmusicbites3154 2 жыл бұрын
@@Diazdew ball bolo tum what about you tum log ka toh koi kingdoom hi nhi hai oma kaywa jati tum log kaha ka hai tum log kuchari or Bodo Kya same hai Kya bsdk cpa hwn Ng 😂😂😂😂😂
@northeastmusicbites3154
@northeastmusicbites3154 2 жыл бұрын
Hum log ka toh kingdoom hai
@Diazdew
@Diazdew 2 жыл бұрын
@@northeastmusicbites3154 thanks for knowing boro language 🤣🤣🤣🤣🤣Now listen u gahorir loom thaka jat,rajbhangshis are slaves of boros brought from Bangladeshi that's the reason why u people hate tribals and steal boros traditional dress dokhona.🤣🤣🤣🤣🤣🤣🤣🤣
@pankaj934
@pankaj934 3 жыл бұрын
Moy KOCH Kin2 Caste Certificate KOCH-RAJBONGSHI HOI ASE...AMI MODAHI KOCH HOy.
@rajani8724
@rajani8724 3 жыл бұрын
Dada pankaj anga bo modahi koch dowa 👍👍👍
@pankaj934
@pankaj934 3 жыл бұрын
@@rajani8724 hee ajong..
@rajani8724
@rajani8724 3 жыл бұрын
@@pankaj934 nang bini matada?
@pankaj934
@pankaj934 3 жыл бұрын
@@rajani8724 ang Assam ni
@rajani8724
@rajani8724 3 жыл бұрын
@@pankaj934 ahh..
@lancelott36
@lancelott36 2 жыл бұрын
I couldn't understand 😕...hey koch is garo
@rahulkoch4421
@rahulkoch4421 8 ай бұрын
Koch manu bahut ase kintu serabera 1 jagat nohoi
@fungusamongus.76
@fungusamongus.76 3 жыл бұрын
Sir okol lower assamot bohi thakile nohobo gutei akhomot a koch manuhok represent koribole eta organisation lagey mur ghor jorhat aru yat koch rajbongshi office he ase amak yat u hubidha kori diyouk jate koch manuhe nijok a koch buli porisoi dibo pare
@relaxyourmind1121
@relaxyourmind1121 2 жыл бұрын
Lol Bongshi Dokhona sur
@spinboro8756
@spinboro8756 2 жыл бұрын
Most welcome to Koch indigenous people! But not for Bongshis
@VikashRoy-qg5lo
@VikashRoy-qg5lo Жыл бұрын
Kama ka itihaas Pur dakila Kamrup Kamakhya ka jo itihaas hai rajbanshi lokaya aap dekhe na badhiya se itihaas dekhne ke bad apna Jo yah bhashan hi rahana theek hai Koch Rajbongshi kya hai coach matlab kya hai aur rajbanshi kya hai Rajvanshi ka Raj Darbar Aaj bhi Kamrup Kamakhya Kamakhya Devi ke mandir Koch rajbanshi bir silarai ne banaya tha
@sanjukkoch6451
@sanjukkoch6451 2 жыл бұрын
Moyo Koch moi kokrajhar district kot thaku
@Ljh076
@Ljh076 Жыл бұрын
Tumi kocho rabha nki?
@dunghaoswargiyary4049
@dunghaoswargiyary4049 2 жыл бұрын
Bhoyongokor tenehole
@rahulkoch4421
@rahulkoch4421 8 ай бұрын
Tar ka tr one problem
@dipen5012
@dipen5012 2 жыл бұрын
Seen of historical society
@DesiBoy-dn2tw
@DesiBoy-dn2tw 3 жыл бұрын
দিযেন ভগত কি উপাধি
@kochboy
@kochboy Жыл бұрын
আমাৰ কোচ ৰ
@NotreallyChiranjib
@NotreallyChiranjib Ай бұрын
Mur tu koch hisape obc ase
@VikashRoy-qg5lo
@VikashRoy-qg5lo Жыл бұрын
Mirchi la Rai Kamakhya Mandir banaya tha Assam ke andar to Koch rajbanshi kamtapuri alag chij hai kamtapuri rajbanshi log ka hai iska kar itihaas dekhna hai to pura kitab padh
@lakhyadharray1296
@lakhyadharray1296 Жыл бұрын
Jene tumi ata tumio duplicate sertificate loisa😂
@hemantabarman3839
@hemantabarman3839 Жыл бұрын
Apuniluke কেনেকৈ O B C hol বুজাই দিব লাগিব । অসমৰ কোচ ,ৰাজবংশী, ক্ষত্ৰিয়, সকল গোটেই খিনি O B C হয়। কেনেকৈ কোচ আৰু ৰাজবংশী সকল বেলেগ বেলেগ হব। বুজাই দিয়ক।
@patradhimal7998
@patradhimal7998 Жыл бұрын
Koches and Rabansies are different communities.Because,Koches are Mongoliod race,while Rabansies are Dravidian race ,according historical and ethnology documents.Kochbehar rajas certainly not ancestor of the Rajbansies. Koches are speaks Tibet-Barman language,but Rajbansies are speaks Bharopeli language (Bangali).Koches belong to own progenitor religion ,so they are tribe (st).But Rajbansies belong to Hindu rerigion ,so they are Hindu cast (sc). Edward Gait-“the Koch king of Mongoliod origin ,while Rajbansies are Dravidian ,who probably own name(Rabansi) long before the Koch king rose to power.”(Emperial gazetteer India 1908 AD). Resley-“The origin nucleus of the Rajput group may have been Aryan as that of the Rajbansies was certainly Dravidian.””A good observe describes the Rajbansies are as the must conpecuously Dravidian race in Bengal”(Tribes and casts of Bengal.p491)(1Mr w Baldan then deputy commissioner of Darjiling ). O,Dennel-“The original nucleus of Rajbansi was certainly Dravidian.”(Rajbansies of North Bengal .p.12). Edward Gait-“The seems however to be no doubt that the Koches were Mongoliod race very closely allied to Mech and Garos.””that acute observe Brian Hogdson classed the Koch the Bodo and Dhimal and same view is taken by Buchanan and in Dacca Blue book,”(AHistory of Assam p43). Thomson pulopali phd-“Haria Mech leader of twelve Mech family ,had a son called Bissu Mech,who was given the name of viswa shimha and began rule in 1509AD.”(Bewali p 63). Ambika choron choudhuri (Rajbansi)-“when Bissu(Biswa sinh) the son of Haria Mech or aHariadasa or Haria Mandal established independent kingdom by becoming Maharaja.”(varies p48). Kochbehar rajas belong to Mech or Bodo tribes ,according to historical documents.(net) So,Kochbehar rajas are certainly not ancestor of the Rajbansies.o,Melly stats-“Dhimal are non Hindu Koch.(Utter Banger bhasha p467)B Hogdson-“At present Koch is nothing, a Dhimal another ,a Bodo another but some centuries they are all Koch .”(Koch Bodo and Dhimal tribes .p95)Edwar Gaid-“The Koch are frequently referred to as “kuvacha” in the puran and Tantras.”(A History of Assam p43). whose language “Kuvacha”(Tibet burman),they are all Koch.But Rajbansies language are Bharopeli(Bangali) so Rajbansies are certainly not Koch.
@himrajkashyapdolpa-bq5um
@himrajkashyapdolpa-bq5um Жыл бұрын
So many proves. Btw can u pls cite some books on kocha rabha .I m confused about their origin.
@abhishekraaz8124
@abhishekraaz8124 Жыл бұрын
Why your dress petani and silver ornaments as same like rajbanshi in nepal Why dhimal people's convert themself in rajbanshi in Nepal...where dhimal society lives your every villages name ends with bari.
@himrajkashyapdolpa-bq5um
@himrajkashyapdolpa-bq5um Жыл бұрын
@@abhishekraaz8124 are u asking me ? Or him . If ur Askin me then I don't know ,I am Assamese rabha ,what is dhimal ,what patani .
@abhishekraaz8124
@abhishekraaz8124 Жыл бұрын
Come to Nepal and ask koch people's there are thousands of koch peoples living in Nepal they write koch. their caste what they say themselves.they say we are rajbanshi ..but they write koch cast at last of their names. They wear same dress same ornaments same culture every things .
@abhishekraaz8124
@abhishekraaz8124 Жыл бұрын
Dont create steps between us .
@MahadevBarman-hz9kl
@MahadevBarman-hz9kl Жыл бұрын
Dangoriya jodi ami koch nohoy tenehole 350AD pusyo barman to 650AD t bhashkar barman kun asil,pal bonkho kun asil,xalostombo bonkho,khen bonkho,singha bonkho hokol kun baru olopman itihax amaku hikabosun amiu jate amar adhikar paboloi hoxyom hou
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 5 ай бұрын
Eibur kachari koch nhy koch rabha ba kachari polai goisil jodhya ari😅 bujila meghalaya t asil kachari hoi atiya amake hikabo history
@anandkoch6572
@anandkoch6572 8 ай бұрын
Koch namore st pabo lage amak
@anime_hub6__9
@anime_hub6__9 2 жыл бұрын
Moi anupam koch , but i don’t know i am rajbangshi or koch
@pandasa4519
@pandasa4519 Жыл бұрын
Tumi Rajbongshi
@Ljh076
@Ljh076 Жыл бұрын
Where are you from? In upper assam there are no rajbongshi...even if there, they will be very small number. We are koch here. Rajbongshi movement did not reach upper assam.
@parimalrdxroy5211
@parimalrdxroy5211 Жыл бұрын
He kela parag das hoy bangali ny ba horon loy axomiya hoise kela kor pora koch hol ami a koch ami
@linarabha1083
@linarabha1083 3 жыл бұрын
Sir apunalok Rabha kambang loise dekhun aitu tu rabha traditional hoi
@Nabojitnature
@Nabojitnature 3 жыл бұрын
Right
@Mustafa-gc1yn
@Mustafa-gc1yn 3 жыл бұрын
This is a ancient koch gamusha, ironically Rabha also has the same , as Rabha were earlier a part of this great Tribe
@fungusamongus.76
@fungusamongus.76 3 жыл бұрын
Koch aru rabha prai ekei hoi besi parthoiko nai aru bhakha tu prai ekei hoi
@junpreet9261
@junpreet9261 3 жыл бұрын
There is a story that garo people asked KOCH people to do agricultural work in garo hills. They called them RABA or RABHA. Also there is another clan who call themselves KOCH-RABHA. Moi ji janu takehe koisu. Beya pabo nelage
@rajani8724
@rajani8724 3 жыл бұрын
@@junpreet9261 RABA term derived from atong garo language
@dunghaoswargiyary4049
@dunghaoswargiyary4049 2 жыл бұрын
Tribaolr majot tenekua kono rajbongsi pujari bhagbhag uch nis nathake that is tribal caste divideless all r equal
@ProhladKoch-fj3bd
@ProhladKoch-fj3bd Жыл бұрын
Koch jati Mata dung
@axomicreation.1041
@axomicreation.1041 3 жыл бұрын
কোচ ভাষাত কথা ক পাগল। অসমীয়াত কিয় কথা কৈ আছা
@spinboro8756
@spinboro8756 2 жыл бұрын
Thik koisa bondhu
@Ljh076
@Ljh076 Жыл бұрын
They are from Dibrugarh, here everyone speak assamese, tribal languages are not known much.
@sanjoybarman4948
@sanjoybarman4948 2 жыл бұрын
Vakha loi matha Mari asa dada Koch lgt kio lecture namari asa.... kak ki koi asa pgolor dore
@lancelott36
@lancelott36 2 жыл бұрын
I'm bodo boy...I think rajbongshi are copy for koch title....koch language sino tibetan Burmese language family.. Rajbongshi no language they taking mixed in Bengali Assamese....koch people different rajbongshi people different...
@dipen5012
@dipen5012 2 жыл бұрын
Read history 1st
@bijoydaimary1981
@bijoydaimary1981 2 жыл бұрын
Koch st lage rajbongshi ko st lage
The Koches of Meghalaya | Tribes of India
13:25
Prasar Bharati Archives
Рет қаралды 26 М.
Motorbike Smashes Into Porsche! 😱
00:15
Caters Clips
Рет қаралды 15 МЛН
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 22 МЛН
Ishrat Jahan Encounter
44:56
Nitish Rajput
Рет қаралды 7 МЛН
Motorbike Smashes Into Porsche! 😱
00:15
Caters Clips
Рет қаралды 15 МЛН