Kodombor Tole Shyam Nase|Sushmita Trisha Das| Hemanta Gogoi| Dihanam |New Assamese Devotional song

  Рет қаралды 902,115

Sushmita Trisha Official

Sushmita Trisha Official

Күн бұрын

Пікірлер
@sushmitatrishaofficial7348
@sushmitatrishaofficial7348 4 ай бұрын
আপোনাসৱৰ চৰণত অশেষ ধন্যবাদ জনাইছোঁ আমাৰ হৰিনাম ভাগি ইমান মৰম দিয়াৰ বাবে। এইয়া মোৰ প্ৰথমটো হৰিনাম, মাথো আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ গাবলৈ প্ৰয়াস হে কৰিছোঁ। আচলতে বহু কম সময়ৰ ভিতৰতে গীতভাগি বাণীবদ্ধ কৰিব লগা হোৱাৰ বাবে বহুতো ভূল ক্ৰটি ৰৈ গৈছে ,তাৰ বাবে এই অভাগিনীক যেন ক্ষমা কৰি দিয়ে। আগন্তুক দিনতো যেন আপোনাসৱৰ মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতাবোৰ এনেদৰেই যেন আমাক দি যায়, তাৰে কামনা কৰিছোঁ। আপোনাসৱৰ মৰমৰ অবিহনে আমি আধৰুৱা 😊🙏😌
@LakhiNath-qt4mu
@LakhiNath-qt4mu 3 ай бұрын
.00pp 0aà
@tarunkakati7270
@tarunkakati7270 3 ай бұрын
বহুত ধুনীয়া হৈছে
@tarunkakati7270
@tarunkakati7270 3 ай бұрын
আৰু অলপ হাতৰ মদ্ৰা হলে ভাল হব যেন পাও
@PompiborahMunu
@PompiborahMunu 3 ай бұрын
আপোনাৰ সুমধুৰ কণ্ঠই মন প্ৰাণ মুহি নিলে।
@JBentertainment-e1o
@JBentertainment-e1o 3 ай бұрын
নাম ভাগ শ্ৰুতিমধুৰ হৈছে। তোমাৰ কণ্ঠ অনন্য ....আগতেও বহুত বাৰ শুনিছোঁ তোমাৰ কণ্ঠত মৰাণ বিহু ....বন্ধু হেমন্ত গগৈ লৈ ধন্যবাদ জনালোঁ । আধ্যাত্মিক যাত্ৰা শুভ হওঁক।🙏🙏🙏💞
@dandadhardeka8300
@dandadhardeka8300 3 ай бұрын
বাহ বাহ অতি সুন্দৰ, ভগৱানে তোমাক মঙ্গল কৰক
@DhubajyotiGogoi
@DhubajyotiGogoi 4 ай бұрын
বহুত ধুনীয়া হৈছে বা ইমান সুন্দৰ কন্ঠ তোমাৰ।বা তুমি আৰু আগুৱাই যোৱা তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।🙏🙏🙏🙏🙏🙏👍👍👍❤️❤️❤️❤️❤️❤️
@BornaliKhangiaPator
@BornaliKhangiaPator 2 ай бұрын
বহুত ধুনীয়া হৈছে বা ইমান সুন্দৰ কন্ঠ তোমাৰ বা তুমি আগুৱাই যোৱা তাৰেই ভগৱানৰ ওচৰত প্রার্থনা জনাইছোঁ ❤❤🙏🙏🙏
@pranjalkakati960
@pranjalkakati960 3 ай бұрын
হিয়া মন জুৰোৱা নাম আৰু কণ্ঠ । দলটোক শুভেচ্ছা জনালোঁ।🙏
@sanjibdas5636
@sanjibdas5636 3 ай бұрын
সুন্দৰ কণ্ঠৰ গৰাকী ৷ সুস্মিতা আইদেও
@manuranjangogoi4426
@manuranjangogoi4426 3 ай бұрын
🙏সুন্দৰ সচাঁই বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manuranjangogoi4426
@manuranjangogoi4426 3 ай бұрын
🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ সচাঁই সুন্দৰ সমুহ দলটিলৈ অশেষ আন্তৰিকতাই সুভেচ্ছা জনালো 🙏
@uddhabdas3864
@uddhabdas3864 3 ай бұрын
কৃষ্ণ কৃষ্ণ,সুন্দৰ কণ্ঠ বহুত ভাল লাগিছে সেৱা জনাইছোঁ
@sanjibhazarika4673
@sanjibhazarika4673 4 ай бұрын
সুন্দৰ উপস্থাপন । প্ৰাণ পাইছে
@bituponduttavlog7287
@bituponduttavlog7287 4 ай бұрын
অতি সুন্দৰ হৈছে দেই বাইদেউ❤❤ , লগত সংগত কৰা সকলোলৈকে শুভেচ্ছা জনালোঁ বৰ সুন্দৰ হৈছে , । হেমন্ত কথানো আৰু কি কম , সি সদায় বিশেষ❤❤
@hemantagogoi1714
@hemantagogoi1714 4 ай бұрын
ধন্যবাদ বিতোপন সদায় আশীৰ্বাদ কৰিবা নতুন নতুন কৰ্মবিলাক কৰি যাবলৈ
@apurbajyotimohanofficial2548
@apurbajyotimohanofficial2548 4 ай бұрын
পুৱাই মনটো ভৰি গ'ল, বৰ ধুনীয়া ❤❤, শুভেচ্ছা জনালোঁ 💐💐
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
সুন্দৰ সুন্দৰ, ভাষা নাই আই।
@hiranyadas3255
@hiranyadas3255 Ай бұрын
জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি অতি সুন্দৰপ্ৰদৰ্শন ভক্তি ভৰা নাম বৰভাল লাগিছে শুভ সন্ধিয়া আন্তৰিকতাৰে সকলো সদস্যকে শুভেচ্ছা জনালোঁ 🪷🥰😊👌👍🙏
@surjyakantadeka3551
@surjyakantadeka3551 3 ай бұрын
পৰম প্ৰভুৰ শ্ৰীচৰণত আপোনাসকলৰ মাধ্যমেৰে শত সহস্ৰকোটি প্ৰণাম জনাইছোঁ।কৃষ্ণ কৃষ্ণ।👋👋👋👋👋
@bidyutboruah5724
@bidyutboruah5724 4 ай бұрын
ইমান ধুনীয়া কণ্ঠ❤😊
@MonNilim-xm7fq
@MonNilim-xm7fq 3 ай бұрын
অতি সুন্দৰ হৈছে কণ্ঠ শুনিলে শুনি থাকিবৰ মন 💞🥰🤗👌👌👌🙏🙏🙏
@bhupenhazarika1097
@bhupenhazarika1097 3 ай бұрын
Bhut সুন্দৰ...
@June-b3j
@June-b3j Күн бұрын
ইমান সুন্দৰভাৱে হৰি নাম কৃষ্ণ কৃষ্ণ
@ManojDas-i5e
@ManojDas-i5e 3 ай бұрын
Huni bor vl lagise,,bor hundor ❤️‍🔥🔥❤ Krishna.....
@monjitlahon7671
@monjitlahon7671 18 күн бұрын
তাল, লয় সৱ সুন্দৰকৈ মিলি পৰিছে তোমাৰ কণ্ঠটো ত ভক্তি নিহৰিত হৈ আছে। জয় জগন্নাথ 🙏🙏❤️
@RanjitDeka-yy3jo
@RanjitDeka-yy3jo 2 ай бұрын
Bahut dhuniya
@bijitdas7930
@bijitdas7930 16 сағат бұрын
বহুত বহুত সুন্দৰ প্ৰদৰ্শন।
@AjitDas-w6e4e
@AjitDas-w6e4e 3 ай бұрын
সুন্দৰ কণ্ঠ কৃষ্ণই কৃপা কৰক
@SamenDas-b1q
@SamenDas-b1q Ай бұрын
Dhuniya lagise kontha namaste
@RimjimGogoi-i3n
@RimjimGogoi-i3n 2 ай бұрын
Bohut bohut bohut bohut bohut dhuniya mon paran vori gooll
@assam.H2470
@assam.H2470 3 ай бұрын
অতি সুন্দৰ 👌🏻
@ProsantoboraBora
@ProsantoboraBora Ай бұрын
অ.তুমি.বৰ.সুন্দৰ. গান গাই. আছা
@munmihazarika779
@munmihazarika779 4 ай бұрын
বহুত মজা লাগিছে দেই। কৃষ্ণ কৃষ্ণ
@prashantadas1407
@prashantadas1407 Ай бұрын
গীতটো শুনি ভাগ লাগিল । হৃদয়ৰ পৰা অভিনন্দন জনালো । আগুৱাই যোৱা
@nolinsaikia1949
@nolinsaikia1949 2 ай бұрын
Ati opurba hoise
@pradipgogoi3182
@pradipgogoi3182 Ай бұрын
কৃষ্ণ কৃষ্ণ আই শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। সকলোলৈকে শুভেচ্ছা জনালোঁ 🙏🙏🙏।
@allrounderhumen
@allrounderhumen 3 ай бұрын
ভাল লাগিল বাইদেউ
@bipulchutia-t5u
@bipulchutia-t5u 3 ай бұрын
সুন্দৰ হৈছে ।
@বিহুৱাযতীন
@বিহুৱাযতীন 3 ай бұрын
কণ্ঠ অতি সুন্দৰ অপূৰ্ব ❤
@dharmendrasaikia6890
@dharmendrasaikia6890 3 ай бұрын
অতি বিতোপন,,, ধন্যবাদ ❤❤
@pankajrajbongshi8213
@pankajrajbongshi8213 4 ай бұрын
সুন্দৰ, সুন্দৰ কণ্ঠ
@lakhidas9742
@lakhidas9742 Ай бұрын
Bohut dhunia hoise. Eman dhunia kontha.. aguai jaok.🎉
@abhijitdas1370
@abhijitdas1370 25 күн бұрын
khosai bhut dhunia hoise .tumar mator surort mur Mon Santo hoi pore .bhut val hoise .anekoi agbahi juwar kamona krilu
@Axomranijtvlogs
@Axomranijtvlogs 2 ай бұрын
ইমান সুন্দৰ কণ্ঠ বহুত ভাল লাগিল শুনি ❤🙏❤
@ghanashyamdas1636
@ghanashyamdas1636 2 ай бұрын
Hundor kantho 🎉
@axomiyaloraprince
@axomiyaloraprince 4 ай бұрын
Bohut val lagise nam bhag, xundra konth
@PranjalGogoi-lt1qe
@PranjalGogoi-lt1qe 4 ай бұрын
বহুত সুন্দৰ হৈছে ভন্তী। অভিনন্দন থাকিল, আগবাঢ়ি যোৱা।
@pranjalmedhi9390
@pranjalmedhi9390 Ай бұрын
Iman dhuniya lagise xunile xuniye thakibo mon goise .....bohut dhunia hoise sushmita baaa cutie pie in the world ❤
@PranjalGogoi-lt1qe
@PranjalGogoi-lt1qe 4 ай бұрын
সুন্দৰ কণ্ঠ 👌👍
@jyotibora487
@jyotibora487 2 ай бұрын
সুন্দৰ কণ্ঠ। শুনি বৰ ভাল লাগিল
@puja.makeupartist
@puja.makeupartist 3 ай бұрын
কৃষ্ণ বহুত ধুনীয়া হৈছে।❤
@riturajkalita2767
@riturajkalita2767 4 ай бұрын
বহুত বহুত ভাল লাগিল আপোনাৰ কণ্ঠেৰে নিগৰা দিহানামটি শুনি। কণ্ঠ ও অতি সুন্দৰ। শুভেচ্ছা ও আশীৰ্বাদ জনাইছোঁ, আগুৱাই যোৱাৰ বাবে।
@PrakashLahon-om9im
@PrakashLahon-om9im 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@vedashree2960
@vedashree2960 4 ай бұрын
কৃষ্ণ🎉
@AsaUpn-dx9wf
@AsaUpn-dx9wf 2 ай бұрын
অতি সুন্দৰ কন্ঠ ভগৱানে মংগল কৰক❤️❤️❤️
@BabulNath-qk8dp
@BabulNath-qk8dp 2 ай бұрын
Krishna.krishno.bhut.dhunia.ba❤
@umaramkalita1234
@umaramkalita1234 2 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন
@U-zy4rj
@U-zy4rj Ай бұрын
Eman hundor kontho, Aguai jua tumi
@DeepJuti-x6q
@DeepJuti-x6q 2 ай бұрын
Hosakoi bohut dhuniha hur dai aguwai juwa
@SimantaBora-y9u
@SimantaBora-y9u Ай бұрын
অতি সুন্দৰ 🙏
@MrPARTHAMrPARTHAMrPARTHA
@MrPARTHAMrPARTHAMrPARTHA 2 ай бұрын
My god xosake iman xundor kontho je asorit hoisu..
@upashnasaikia
@upashnasaikia 2 ай бұрын
❤❤❤❤❤🙏🙏🙏🙏🙏 খুউব ধুনীয়া 🙏❤️
@senswasvlog2795
@senswasvlog2795 3 ай бұрын
Xundr horinam 🙏🙏🙏🙏❣️❣️❣️
@jsaikia9851
@jsaikia9851 4 ай бұрын
Bohut val lagil. Really....
@AchyutHazarika-f8n
@AchyutHazarika-f8n 2 ай бұрын
চুচমীতা বা তোমাৰ নিযৰ সো হাতৰ বা বাযনীয়ে ভালকে গোৱা নাই। তুমী আৰু আগুৱাই যোৱা ভাগৱানৰ ওচৰত পার্থনা কৰিম 😊😊😊😊
@niranjanboruah9257
@niranjanboruah9257 4 ай бұрын
সুন্দৰ কন্ঠ❤❤
@SewaliChutia-x9y
@SewaliChutia-x9y 3 ай бұрын
Bohut dhunia hoise❤❤
@prafullabora5941
@prafullabora5941 2 ай бұрын
মই সদায় চাৰি পাঁচ বাৰকৈ শুনো😊 ল'ৰাটোক এই গানটো শুনালে সি ধুনীয়াকৈ টোপনি যায় বহুত ভাল লাগে,, তোমাৰ মাততো বহুত ধুনীয়া 🥰 তুমি দেখিবলৈও বহুত মৰমলগা😘❤️ ইমান ধুনীয়া তুমি ❤মই এতিয়াও এইটো গান শুনি আছো😁 বহুত বহুত মৰম তোমালৈ,, আগুৱাই যোৱা🙌🙏 কৃষ্ণ
@rajumajhi3539
@rajumajhi3539 2 ай бұрын
অতি সুন্দৰ ❤❤❤❤
@RadhaRadhabakti
@RadhaRadhabakti 25 күн бұрын
Bohut val lagil ❤️❤️❤️❤️🙏🙏🙏
@NitumoniSaikia-b2h
@NitumoniSaikia-b2h Ай бұрын
Dhuni kontho, val lagil❤❤❤
@pramodgogoi522
@pramodgogoi522 4 ай бұрын
সুন্দৰ হৈছে ❤❤❤❤🙏🙏🙏
@SirajulIslam-c7y
@SirajulIslam-c7y Ай бұрын
Bohut vhl lagil ❤
@SibanandaGogoi-ho7lq
@SibanandaGogoi-ho7lq 3 ай бұрын
Khub hundar poribekhon apunar baidu aru ati humodhur kontho moinu ki coment korim apunar dhuniya konthott moiu Gan gau holeu apunar konthoi mon mukkdho korise mur bor Val lagise gittu xuni ati bitupon
@Priyangana-x2e
@Priyangana-x2e 3 ай бұрын
মন-প্ৰাণ হৰিনিলা দেই ভন্তী । সুন্দৰ ।🙏
@souravchutiaofficial5072
@souravchutiaofficial5072 4 ай бұрын
খুওব সুন্দৰ,,,,কথা সুৰ সকলো অন্তৰ পৰশা হৈছে
@podmeswarhazarika2050
@podmeswarhazarika2050 3 ай бұрын
বহুত ভাল লাগিল।
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
অপূৰ্ব, আপ্লুত, আই
@DipankarBhatta-vp7uw
@DipankarBhatta-vp7uw 2 ай бұрын
সুন্দৰ, কৃষ্ণ
@ManojKumar-vj6or
@ManojKumar-vj6or 4 ай бұрын
১০০০০০০ বাৰ শুনিলেও আমনি নলগা দিহা নাম🙏🙏🙏❤❤
@jayantabaruah208
@jayantabaruah208 3 ай бұрын
শুনি বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ
@deepdas2621
@deepdas2621 Ай бұрын
Eman dhunia diha nam ajiloike ketiyao huna nai❤❤
@SonjoyAFPFVL69
@SonjoyAFPFVL69 4 ай бұрын
ধুনীয়া গাইছে আগবাঢ়ি যোৱা আৰু মৰম লগা বা জনি ❤❤❤❤❤❤
@prashantadutta569
@prashantadutta569 4 ай бұрын
Bor hundori kotho baa
@tarunbora2204
@tarunbora2204 3 ай бұрын
Moi hodai xunu hepah napolai xunu mur akha aru aguai jauk ane xur loi natun natun nam gab mui akha korilu 💐 Krishna💐
@surjyahazarika9509
@surjyahazarika9509 3 ай бұрын
Thanks for you,Thans for God and God bless you
@BijuBordoloi-n5v
@BijuBordoloi-n5v 2 ай бұрын
আপোনাক, ধন্য,বাদ,জনালৈ, কৃষ্ণ, কৃষ্ণ,
@bijitneogofficial1722
@bijitneogofficial1722 4 ай бұрын
Dhuniya ❤
@SunNath-gp5ch
@SunNath-gp5ch 3 ай бұрын
বহুতো ভাল লাগিল বাইদেউ
@sanitadewraja8422
@sanitadewraja8422 4 ай бұрын
Xunile xuni thakibo mon juwa mat tu emanei dhunia
@abhisaswat
@abhisaswat 4 ай бұрын
সুন্দৰ কণ্ঠ ৷ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷ হিমন্তলৈও শুভেচ্ছা জনালোঁ ৷
@santanuamchigameing7635
@santanuamchigameing7635 4 ай бұрын
সুন্দৰ কণ্ঠ ❤❤ শুনি বহুত ভাল লাগিল।
@binudas8708
@binudas8708 Ай бұрын
সুন্দৰ হৈছে।
@ManalishaNitul
@ManalishaNitul 4 ай бұрын
Dhuniya ❤❤ voice 2 vl krishna krishna
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
পুৱাতে মনপুলকিত হৈছে।
@অসমবিহুৱাসত্যজিৎনাথ
@অসমবিহুৱাসত্যজিৎনাথ 2 ай бұрын
সুন্দৰ কন্ঠ আপোনাৰ❤🎉
@AnuprabhaBoro
@AnuprabhaBoro 3 ай бұрын
Bohut dhuniya gaise dei huni bor hundor palu ...❤
@Munna_das-q2q
@Munna_das-q2q 19 күн бұрын
Mojaaa❤
@hemantagogoi8529
@hemantagogoi8529 4 ай бұрын
বহুত ভাল লাগিছে কৃষ্ণ কৃষ্ণ 🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 3 ай бұрын
সুন্দৰ কন্ঠ।
@JintuGogoi-n4b
@JintuGogoi-n4b 4 ай бұрын
Bor hundar hoise ....aguwai jua
@kamalchandralahkar2683
@kamalchandralahkar2683 2 ай бұрын
পাঠকৰ কণ্ঠত মধুৰতা আছে। কিন্তু বদ্যবাদক সকলৰ দাৰিগোফে ভয়ংকৰ।
@ritupondowarah3309
@ritupondowarah3309 4 ай бұрын
অতি সুন্দৰ বা মৰাণৰ পৰা মৰম যাচিলোঁ 🙏
@pabitragogoi4340
@pabitragogoi4340 2 ай бұрын
Bohot duniya hoise val lagies very nice
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
OCCUPIED #shortssprintbrasil
0:37
Natan por Aí
Рет қаралды 131 МЛН
번쩍번쩍 거리는 입
0:32
승비니 Seungbini
Рет қаралды 182 МЛН
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Madhurima saikia
Рет қаралды 2,2 МЛН
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН