Рет қаралды 1,015
কুকুৰা পোৱালি প্ৰথম ভেকচিন (ranikhet disease)কেনেকৈ কৰিব /haw to do the first vaccine of chicks#
🙏 নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছো। লোকেল বা সোনালী কুকুৰা পোৱালি প্ৰথম ranikhet ভেকচিন কেনেকৈ কৰা হয় তাৰে অলপ কথা আপোনাকলৈ আগবঢ়ালোঁ আশা কৰিলোঁ মোৰ ভিডিও জৰিয়তে আপোনালোকে নিশ্চয় উপকাৰ হ'ব আৰু যদি উপকৃত হয় তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে যেন ধন্যবাদ ।
local chicken farm
SGRB farming
sunali chiken farming
Assam farming
duck farm
broilar farming
haw to make local murgi farm
home made incubator
layer egg production
Morigaon kapahera farm