😮লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাংআৰু আছে হাতী দাঁতৰ পাতি

  Рет қаралды 22,926

Travnil

Travnil

Күн бұрын

লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং,হাতী দাঁতৰ পাতি #aauniaati_satra #travnil #travel #vlog #island_majuli #majuli_rakh #satras_of_majuli #majuli_travel
Another Chinese family at Ledo...
_________________________________________
• China Village in ASSAM...
About Majuli:
_____________________
Mājuli is a large river island located in Assam, India. It is formed by the Brahmaputra River to the south and east, the Subansiri River to the west and an anabranch of the Brahmaputra River called Kherkutia Xuti to the North.
The island is inhabited by members of the Mising, Deori and Sonowal Kachari tribes and is a hub of Assamese neo-Vaishnavite culture.It's reachable by ferry from Jorhat, about 250 kilometers northeast of Guwahati.
Due to regular flooding in the rainy season and frequent changes in the river, the island experiences significant erosion. From its 18th century size of 1,300 km2 (500 sq mi), by 2014, the remaining land mass has shrunk to 352 square kilometres (136 sq mi).
It was the first island in the country to become a governmental district in 2016,and since 2004 Majuli is on the UNESCO Tentative List for nomination as a World Heritage..
Please subscribe like comments and suggestions me...
Please open this link:
• China Village in ASSAM...
• CHINA family In ASSAM,...
• Famous Bibi Mazar/মৌলব...

Пікірлер: 89
@julenbora8979
@julenbora8979 3 ай бұрын
লাচিত বৰ’ফুকনৰ হেংদাং’খন কত দেখুৱালে ? দেখুৱাব নোৱাৰিলে জহাই কবও নেলাগে ?
@Travnil
@Travnil 3 ай бұрын
বৰা ডাঙৰীয়া, হয় আপোনাৰ কথাটো... Informative video he কৰিছোঁ। হেংদাং খনৰ video কৰিব নিদিলে বাকী অলপ কৰিব দিছে। কোনোবা গলে চাব পাৰিব সেয়ে তথ্যটো দিছোঁ। ধন্যবাদ
@user-tz8rm5tr5g
@user-tz8rm5tr5g 3 ай бұрын
মিছাকে হেংদান আছে কৈ গান বাজনা সজুলি দেখালে.
@Travnil
@Travnil 3 ай бұрын
গলে চাব পাৰিব।
@kabyashreesaikia3984
@kabyashreesaikia3984 3 ай бұрын
Val lagil.. informative vedio
@Travnil
@Travnil 3 ай бұрын
অশেষ ধন্যবাদ জনালোঁ
@BiswajitPhukon-bq9oi
@BiswajitPhukon-bq9oi 3 ай бұрын
Nice
@Travnil
@Travnil 3 ай бұрын
Thanks for comments 🙏
@bijuduarah6490
@bijuduarah6490 3 ай бұрын
Video টো ভাল লাগিল
@Travnil
@Travnil 3 ай бұрын
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ
@DebojitGogoi-j8e
@DebojitGogoi-j8e 3 ай бұрын
Video tu bhal lagil❤
@Travnil
@Travnil 3 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ. সামান্য প্ৰয়াস এটি
@MonNilim-xm7fq
@MonNilim-xm7fq 3 ай бұрын
বৰ ভাল লাগিল চাই 🥰👌
@Travnil
@Travnil 3 ай бұрын
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। চাই থাকিব 🙏🙏
@DipuDeb-ep4vp
@DipuDeb-ep4vp 3 ай бұрын
Bhal lagil sir
@Travnil
@Travnil 3 ай бұрын
Thanks for comments 🙏
@kushalkaibarta5461
@kushalkaibarta5461 3 ай бұрын
লাচিত বৰফুকনৰ হেংদাং খন কি হল?
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য আকাৰে প্ৰচাৰ কৰিছোঁ। Video কৰাৰ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
@unath-ed1vt
@unath-ed1vt 3 ай бұрын
Aami sai aahilo
@Travnil
@Travnil 3 ай бұрын
হয় বৰ ধুনীয়া
@dr.gokulbaruah7690
@dr.gokulbaruah7690 3 ай бұрын
Nice information 🙏🙏🙏
@Travnil
@Travnil 3 ай бұрын
Thanks for comments 🙏 sir
@artbyvinod
@artbyvinod 3 ай бұрын
Unique hoise video tu, Informative..,
@Travnil
@Travnil 3 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ 🙏🙏
@Travnil
@Travnil 3 ай бұрын
Thanks for comments 🙏
@himangshuborah6994
@himangshuborah6994 3 ай бұрын
Jai lachit phukan
@Travnil
@Travnil 3 ай бұрын
জয়
@RakhiTeronpi-c2k
@RakhiTeronpi-c2k 3 ай бұрын
Hengdang dekhun nedekhuwale
@Travnil
@Travnil 3 ай бұрын
হেংদাং খনৰ video প্ৰচাৰ কৰিব নিদিলে সেয়ে information টো দিছোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত...মন্তব্যৰ বাবে ধন্যবাদ
@BarunBaruah-zf7vd
@BarunBaruah-zf7vd 3 ай бұрын
Bohut val youtuber ho too aisea
@Travnil
@Travnil 3 ай бұрын
মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। আগলৈ চাই থাকিব
@princhipriya4119
@princhipriya4119 3 ай бұрын
লাচিত বৰফুকনৰ হেঙদাঙ খন লাচিতক মৈদাম দিওঁতে লগত দিয়া হৈছিল, গতিকে মানুহক বিভ্ৰান্ত নকৰিব । যদি কোনোবাই আছে বুলি কৈছে মিছা মাতিছে। তেখেতৰ হেঙদাঙ খনৰ ওজন প্ৰায়১০কেজি আছিল বুলি কয়।
@Travnil
@Travnil 3 ай бұрын
আউনীআটী সংগ্ৰহালয়ত সংগ্ৰহ কৰি থৈ দিছে আৰু এখন ফলক লগোৱা আছে..Video কৰিব অনুমতি নিদিয়ে মই অনুৰোধ কৰিছিলোঁ। পৰিচালনাৰ দায়িত্বত থকা ব্যক্তি এজনক জানিব বিচাৰোতে ক'লে এই কথাখিনি.যদি নহয় সেইটো তথ্য প্ৰচাৰ হব লাগে...মই Information খিনি দিছোঁ। মন্তব্যৰ বাবে অশেষ ধন্যবাদ
@bkp9774
@bkp9774 3 ай бұрын
ক'ত আউনি আটি ক'ত লাচিত বৰফুকন, ফালটোৱামি এই সত্ৰৰ, বেপাৰ মাত্ৰ।
@Travnil
@Travnil 3 ай бұрын
২০ টকা কুপন সংগ্ৰহ কৰিব ভিতৰলৈ যোৱাৰ অনুমতি পাব।
@Hariparshadboruah
@Hariparshadboruah 3 ай бұрын
Handang kot
@Travnil
@Travnil 3 ай бұрын
Video কৰিব নিদিলে... বাকী বেলেগ অলপ কৰিব দিলে। আহিলে চাব পাৰিব... মন্তব্যৰ বাবে ধন্যবাদ
@dadugogoi5548
@dadugogoi5548 3 ай бұрын
হেংদাং যে নেদেখুৱালে ?
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি দিছোঁ । Video কৰিব অনুমতি নিদিলে অনুৰোধ কৰিছিলোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। মাত্ৰ information দিছো। মন্তব্যৰ বাবে ধন্যবাদ
@PRODIPCHETIA-r2h
@PRODIPCHETIA-r2h 3 ай бұрын
হেংদাংখন কলৈ গ'ল ?
@Travnil
@Travnil 3 ай бұрын
আচলতে video টো কৰিবলৈ অনুমতি নিদিলে। সেয়ে মই মাত্ৰ information টো দিছোঁ। আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত...
@jadabdeka1724
@jadabdeka1724 3 ай бұрын
Amiu dekhi ahisu meussiumor bhitorot likha aase lachitor heng dang buli kintu hoine nohoi kheituhe najanu
@Travnil
@Travnil 3 ай бұрын
হয়... মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ
@kanakpranvachyas3588
@kanakpranvachyas3588 3 ай бұрын
হেংদাং খন নেদেখুৱালে যে
@Travnil
@Travnil 3 ай бұрын
হেংদাং ৰ video প্ৰচাৰ কৰিব নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। মই মাত্ৰ information টো দিছোঁ। মন্তব্যৰ বাবে ধন্যবাদ
@pranabdeka9527
@pranabdeka9527 3 ай бұрын
Lachit r Taruwal kot ?
@Travnil
@Travnil 3 ай бұрын
মই মাত্ৰ information টো দিছোঁ। Video কৰাৰ অনুমতি নিদিলে আৰু কিছু সংগ্ৰহ video আকাৰে আগবঢ়ালোঁ। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। মন্তব্যৰ বাবে আপোনাক ধন্যবাদ 🙏
@NabaGoswami-x4r
@NabaGoswami-x4r 3 ай бұрын
তাত চাব লগা ঐতিহাষিক বস্তু একো নাই দেখোন । আপুনি কোৱা এবিধ বস্তুও নাই তাতে । সেইখিনি বস্তু সচৰাচৰ চবতে চাব পাৰি
@Travnil
@Travnil 3 ай бұрын
আছে বহু খিনি কিন্তু video প্ৰচাৰ কৰিব নিদিলে। অনুমতি নিদিলে। বহুখিনি সমল আছে কেতিয়াবা গলে চাব পাৰিব মই information টো দিছোঁ। মন্তব্যৰ বাবে আপোনাক ধন্যবাদ
@Bitulboro13
@Bitulboro13 3 ай бұрын
Hengdang khon kot
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
@caredestiny1
@caredestiny1 3 ай бұрын
LIKHE ETA DEKHAI ETA
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
@subhansaikia3952
@subhansaikia3952 3 ай бұрын
কৃষ্ণ।ভকতজনে চেলেঙ খন বাওঁ ফালে ল'লে ভাল হ'ল হেঁতেন ।
@Travnil
@Travnil 3 ай бұрын
কৃষ্ণ বাপ.... মন্তব্যৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ জনালোঁ 🙏🙏
@bishwajitduwarah7021
@bishwajitduwarah7021 3 ай бұрын
dekhibole pabo dekhibole pabo buli koi asil kintu Hangdang khon dekhibole napalu, misa kio koi dangoria👎
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য আকাৰে প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
@purnanandabarpatragohain
@purnanandabarpatragohain 3 ай бұрын
গধাধৰ সিংহ আৰু লাঢিতৰ হেঙদাঙ দেখা নেপালো ।
@Travnil
@Travnil 3 ай бұрын
আচলতে video টো কৰিবলৈ অনুমতি নিদিলে আৰু সেয়ে মই মাত্ৰ information টো দিছোঁ। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। তাৰ বাবে দুঃখিত
@manojburagohain4434
@manojburagohain4434 3 ай бұрын
Matang mane ki
@Travnil
@Travnil 3 ай бұрын
নুবুজিলো বাৰু
@princhipriya4119
@princhipriya4119 3 ай бұрын
আপোনাৰ দোষ নাই হয়, তেওঁলোকে আছে বুলি কোৱাতহে আপুনি প্ৰকাশ কৰিছে ,বেয়া নাপাব।
@Travnil
@Travnil 3 ай бұрын
হয় ... বেয়া নাই পোৱা বাৰু... ধন্যবাদ
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Ahomr Oitijya kenekoi Bamune adhikar kari rakhise.
@Travnil
@Travnil 3 ай бұрын
মন্তব্যৰ বাবে অশেষ ধন্যবাদ থাকিল
@kasimali6728
@kasimali6728 3 ай бұрын
Heng dang kot 😂😂
@Travnil
@Travnil 3 ай бұрын
ভাই, মাত্ৰ তথ্য খিনি প্ৰচাৰ কৰিছোঁ।
@ARMYBOY-798
@ARMYBOY-798 3 ай бұрын
Ane Thumbnail tu bonay dibo nalage dekhabo nowaril a views powar akhat.. apunar video tu gotey salu kintu Lachit borphukan or Hengdang khon he Dekha napalu 😂😂😂 parile blg ata video bonay dekhay dibo de kokai 😮😮
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে। কেতিয়াবা আউনীআটী সত্ৰ গলে চাব পাৰিব। পৰামৰ্শ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
@ARMYBOY-798
@ARMYBOY-798 3 ай бұрын
Ane video tu vle lagise kotha khini kuwa babe beya napabo dei 👌👌🙏
@Travnil
@Travnil 3 ай бұрын
নাই পোৱা বাৰু....
@Oldfriend-z4z
@Oldfriend-z4z 3 ай бұрын
Clickbait
@Travnil
@Travnil 3 ай бұрын
Thanks
@user-tz8rm5tr5g
@user-tz8rm5tr5g 3 ай бұрын
হেংদাং দেখাব বুলি ভিডিঅ hekholoike চালো. হেংদান নোলাল
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিছোঁ। Video টো কৰিবলৈ অনুমতি নিদিলে সেয়ে কেতিয়াবা আউনীআটী গলে চাব পাৰিব তাৰ বাবে দুঃখিত
@Blazegaming215
@Blazegaming215 3 ай бұрын
Miujiamot thobo lagisil
@Travnil
@Travnil 3 ай бұрын
হয় ... মন্তব্যৰ বাবে আপোনাক ধন্যবাদ
@Surfy-r5m
@Surfy-r5m 3 ай бұрын
হেভ দাঙ কত 😂 পাগল
@Travnil
@Travnil 3 ай бұрын
দাস ডাঙৰীয়া,Informative video হে কৰিছোঁ। কেতিয়াবা গ'লে চাব পাৰিব আৰু অনুৰোধ কৰা স্বত্ত্বেও video কৰিব নিদিলে হেংদাং খনৰ...বাকী কিছু কৰিব দিছে।
@CJaanGogoi
@CJaanGogoi 3 ай бұрын
Hengdang dekha napalu kio? MBkhua video.
@Travnil
@Travnil 3 ай бұрын
আচলতে মই তথ্য খিনি প্ৰচাৰ কৰিব চেষ্টা কৰিছো। হেংদাং খনৰ video কৰাৰ অনুমতি নিদিলে সেয়ে information টো দিছোঁ। কোনোবা যদি আহে আউনীআটী সত্ৰ তেতিয়া চাব পাৰিব। মন্তব্যৰ বাবে ধন্যবাদ 🙏
@padmaluchanswargiary2851
@padmaluchanswargiary2851 3 ай бұрын
Hang Da khon kot
@Travnil
@Travnil 3 ай бұрын
হেংদাং খনৰ video প্ৰচাৰ কৰিব নিদিলে। সেয়ে information টো দিছোঁ। আউনীআটী সত্ৰ আহিলে চাব পাৰিব। তাৰ বাবে দুঃখিত... মন্তব্যৰ বাবে ধন্যবাদ
@naturevillage.life.
@naturevillage.life. 3 ай бұрын
Kot hengdang
@Travnil
@Travnil 3 ай бұрын
Video টো কৰিব নিদিলে সেয়ে information টো দিছোঁ। কেতিয়াবা আউনীআটী গলে চাব পাৰিব। তাৰ বাবে দুঃখিত.. মন্তব্যৰ বাবে আপোনাক ধন্যবাদ জনালোঁ 🙏🙏
@naturevillage.life.
@naturevillage.life. 3 ай бұрын
@@Travnil photow maribo nidiye neki?
@Travnil
@Travnil 3 ай бұрын
নিদিয়ে... গলে চাব পাৰিব।
@naturevillage.life.
@naturevillage.life. 3 ай бұрын
@@Travnil hoi kintu tat jowa mane 2dinor planning loi jabo lagibo karon moi goalparar hoi
@Travnil
@Travnil 3 ай бұрын
Goalpara krishnai ৰ এখন গাড়ী যোৱা মাহত মাজুলী ত লগ পাইছোঁ।
Nupui 9 nei tawh kawmna hlimawm..! Nupui ngah pawl a ni em? En la, lo hlim ve teh....
33:41
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 5 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 107 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 58 МЛН
বৃদ্ধ দেউতা | Assamese Video| Panj Creator
12:01
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 5 МЛН