LAHI LAHI || OFFICIAL MUSIC VIDEO || ZUBEEN GARG || DR. ADITI DAS || ZUBEEN GARG MUSIC

  Рет қаралды 930,903

Zubeen Garg Music

Zubeen Garg Music

Жыл бұрын

Lahi Lahi a romantic number penned by maestro Zubeen Garg. The song says about passion of love. Zubeen Garg and Dr.Aditi Das rendered their melodious voice on the composition of Sibabrata Sharma(Bablu).
Audio credits:
COMPOSITION & MUSIC PRODUCTION - BABLU SIBABRATA SHARMA
SINGER - ZUBEEN GARG, DR. ADITI DAS
LYRICS - ZUBEEN GARG.
MIXED & MASTERED BY - DIGANTA SHARMA
Video credits:
CAST: HIMANGSHU GOGOI, SMRITA RANI BORA.
FEATURING: ZUBEEN GARG, DR.ADITI DAS
DIRECTED BY: BITOPAN KASHYAP
DIRECTOR OF PHOTOGRAPHY: GYAN GAUTAM
AERIAL PHOTOGRAPHY: CHANDAN BHUYAN
ASST. DIRECTOR: SURAJIT PHUKAN
EDITING- BITOPAN KASHYAP
D.I.: RAJESH YADAV
VISUAL PROMOTION: BITOPAN KASHYAP
PRODUCTION DESIGN: RHITU PRAYAG GARG (MON)
MAKE UP - BHASKARJYOTI DUTTA, KARISHMA BURAGOHAIN
LINE PRODUCER - MANOJ KR MISHRA.
#LahiLahi #OfficialMusicVideo #ZubeenGarg #DrAditiDas #HimangshuGogoi #SmritaRaniBora #ZubeenGargMusic
----------------------------------------------------------------
🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
Subscribe for more such videos:
KZbin: / @zubeengargmusic4594
Follow ZubeenGargMusic on:
Instagram: / zubeengargmusic
Facebook: / zubeengargmusicofficial
Twitter: / zubeengargmusic

Пікірлер: 887
@xonmonizg8068
@xonmonizg8068 Жыл бұрын
মোক জীৱনত একো নালাগে ভগৱানে আপোনাক সদাই ভালে ৰাখক দাদা ❣️ আপুনি আমাৰ জীৱন দাদা❣️ হৃদয়ত আপুনি আছা❣️👑👑joi zubeen da
@bharatzg25
@bharatzg25 Жыл бұрын
সৰুৰে পৰাই যাৰ সুৰত মুগ্ধ হৈ থাকোঁ বৰ্তমান সময়তো তেওঁৱেই প্ৰিয় যিজনৰ স্থান কোনোৱেই দখল কৰিব নোৱাৰে।। মৰমৰ ককাইদেউ💖🙏
@BhimmAZ
@BhimmAZ Жыл бұрын
৫০ বছৰ বয়সত এনেকুৱা উতপাত কন্ঠ আজিলৈ কোনো গায়কৰ শুনা নাই বয়সৰ ক্ৰমে কন্ঠস্বৰ বাহি গৈছে। এই কন্ঠ ঈশ্বৰৰ দান ভগৱানে আপোনাক আৰু আশীৰ্বাদ কৰক আৰু দীৰ্ঘায়ু কৰক। আপোনাৰ এজন অনুৰাগী হিচাপে বহুত মৰম আৰু শুভকামনা যাছিলো। ❤️🙏🙏
@HirakHkentertaining
@HirakHkentertaining Жыл бұрын
কন্ঠটো বহুত বেয়া হৈছে এতিয়া ষ্টেজ প্ৰগ্ৰেম চালে গম পাই
@riyan5211
@riyan5211 Жыл бұрын
@@HirakHkentertaining Kun sdrvy toi
@SHANZGEDITZ
@SHANZGEDITZ Жыл бұрын
@@HirakHkentertaining হয় নেকি। তোমাৰ টো খুব ধুনীয়া ন
@bjpatowary2780
@bjpatowary2780 Жыл бұрын
@@HirakHkentertaining absolutely right agor kontho aru xur brtmn nai. Kiman gabo aru bohut gale
@bhrigumonikalita5942
@bhrigumonikalita5942 Жыл бұрын
@@HirakHkentertaining tumar toh bahut val badhai nah 🤣.......
@kulajitbarman4668
@kulajitbarman4668 Жыл бұрын
তেওঁ নিৰ্ভিক, তেওঁ আপোচ বিহীন, তেওঁ স্পষ্টবাদী, তেওঁ অদ্বিতীয়..🥰🥰
@____axomsamiran____7494
@____axomsamiran____7494 Жыл бұрын
আপোনাৰ গানৰ মাজতেই লুকাই থাকে হ্ৰদয়ৰ নকোৱা কথাবোৰ 😌❤ ______________🤍 জয় জুবিন দা 🤍 _______________
@uditnath289
@uditnath289 Жыл бұрын
কি এই কণ্ঠ হেৰুৱালো মই সপোন বাটৰ ঠিকনা ❤️🔥 জয় জুবিন দা ❤️🔥
@barashadas5525
@barashadas5525 Жыл бұрын
যিদিনা খন এই গীত টি শুনিছিলো..সিদিনাই গম পাইছিলো যে মোৰ প্ৰিয় গীতৰ তালিকাত এই গীত টি অন্তৰ্ভুক্ত হৱ।💚💙 আৰু এতিয়ালৈ কিমানবাৰ যে শুনিলো এই গীত টি তাৰ টিকনা নাই।...এই গীত টি আগবঢ়োৱাৰ বাবে জুবিন দা আৰু গীত টিৰ লগত জড়িত team টোক অশেষ ধন্যবাদ ।🙏🙏
@sahidulalamkhan6368
@sahidulalamkhan6368 Жыл бұрын
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
@kaushiktalukdar3135
@kaushiktalukdar3135 Жыл бұрын
জুবিন দাৰ কণ্ঠ আবেগৰ অনুভূতি ...
@pabhatnath6153
@pabhatnath6153 8 ай бұрын
#q
@gabindaroy641
@gabindaroy641 Жыл бұрын
🔹 যিজনৰ গানেৰে জীৱাই থাকিবলৈ মোৰ হেঁপাহ জাগ্ৰত কৰে 😌 love you❤ zubeen da 🍁
@babuldaszubeenanuragi9296
@babuldaszubeenanuragi9296 Жыл бұрын
বহুত ধুনীয়া লাগিছে জুবিন দা ❤️ জয় জুবিন দা
@prasannabora9534
@prasannabora9534 Жыл бұрын
Uff voice 🔥🔥🔥🔥❤❤❤ Love you zubeen da❤❤❤❤
@bhargavrajzero8617
@bhargavrajzero8617 Жыл бұрын
প্ৰত্যেকটো গীতৰ দৰে এইটো গীতেও হৃদয় চুই গল 💞🥀 জয় জুবিন দা 💝💞
@basahazarika8269
@basahazarika8269 11 ай бұрын
@rajuboruah612
@rajuboruah612 Жыл бұрын
আপোনাৰ সুৰৰ সংজ্ঞা দি কেতিয়াও কোনেও ভাগৰি নপৰে গোটেই জীৱন শেষ হৈ যাব , আপুনি অনন্ত দাদা ❤️❤️ from -dhemaji, চিমেন চাপৰি❤️❤️,
@parthaprotimsaikia4000
@parthaprotimsaikia4000 Жыл бұрын
সংগীত জগতৰ ভগৱান জুবিন দা❤️😘😍
@zubeengargjukebox
@zubeengargjukebox Жыл бұрын
জীৱন মানেই জুবিন 😍 তেওঁৰ কণ্ঠ অতুলনীয় তেওঁ আনতকৈ পৃথক তেওঁ মানৱ ৰূপী ভগৱান তেওঁৰ কণ্ঠত আছে এসাগৰ মৰম ভালপোৱা😍 ভালে থাকক সদায় গানৰ ভগৱান জন 🙂❤️
@RjZubeenZG
@RjZubeenZG Жыл бұрын
❤️❤️
@zubeengargkaraokewithlyrics
@zubeengargkaraokewithlyrics Жыл бұрын
🙂❤️
@AkashKumar-33
@AkashKumar-33 Жыл бұрын
Besi hol olop bhai
@zubeengargjukebox
@zubeengargjukebox Жыл бұрын
@@AkashKumar-33 একো বেছি হোৱা নাই 🙂❤️ মোৰ বাবে তেওঁ ভগৱান এজন মানৱ ৰূপী ভগৱান
@MayabiniMou
@MayabiniMou Жыл бұрын
@@AkashKumar-33 toi k bujibi ttyahole gaan ki bostu? Aajikalir thuunuk thanak burhe val pawo, heye2 mohan xilpik apoman kribole olopu bya nlagil, mohamurkhohat
@zubeenbandanagarg1677
@zubeenbandanagarg1677 Жыл бұрын
উফ্ কন্ঠ দাদা হৃদয় চুই গল বুকুৰ দাদা.... ❤😘😘😘😘😘মোৰ কলিজাৰ টুকুৰা
@tanujdekaofficial6483
@tanujdekaofficial6483 Жыл бұрын
কোনে কোনে ভাৱে জুবিন দাৰ মাত ধুমুহাৰ সদৃশ । 🌪️🍂🥰
@news8assamofficial
@news8assamofficial Жыл бұрын
জয় জুবিন দা 😍 জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠে সকলো শব্দ এটা গীতলৈ 😍 Love you Zubeen daa 🌸
@zubeengargjukebox
@zubeengargjukebox Жыл бұрын
জয় জুবিন দা 😍❤️
@RjZubeenZG
@RjZubeenZG Жыл бұрын
🙂❤️
@zubeengargkaraokewithlyrics
@zubeengargkaraokewithlyrics Жыл бұрын
🙂❤️
@trailukyabhoralibarua7690
@trailukyabhoralibarua7690 Жыл бұрын
জুবিনৰ সকলোবোৰ গানেই বৰ সুন্দৰ।বৰ ভাল লাগিল।
@rakeshmedhi7723
@rakeshmedhi7723 Жыл бұрын
Once again awesome song release.. Jai Zubeen da
@mishongao8383
@mishongao8383 Жыл бұрын
জুবিন দা এনেকৈ ভাল ভাল গান উপহাৰ দি থাকিব। আপোনাৰ গান নুশুনিলে ভাল নালাগে। জুবিন দা 🔥🔥🔥🔥🔥💯
@hemantabharali1624
@hemantabharali1624 Жыл бұрын
চকুলোৰে সেমেকা মোৰ দুহাত আছে যে ৰৈ, অসীমৰে সেই আকাশ আজুৰি...🥰♥️ জুবিন দা ♥️♥️♥️
@palashbhuyan1503
@palashbhuyan1503 Жыл бұрын
উফ্ফফ হৃদয় চুই গ'ল সংগীত মানেই জুবিন দা জুবিন দাৰ বাবে টিপ চহী এটাকৈ মাৰি যাওঁক 😍😘
@r2z190
@r2z190 Жыл бұрын
ইমান ধুনীয়া গান❣️বহুত ভাল লাগিল শুনি ।
@joysridaimary7258
@joysridaimary7258 Жыл бұрын
Ki kommm.. Aru.. Koboli vakha nykia hoi jy.. Jar babe hoi Zubeen daa..... Kio baru sui jai zubeen daar voice....🙏love you Zubeen daa.... ❤❤❤❤😘😘😘😘😘😘😘😘❤❤❤❤❤❤❤❤❤
@santanudiary4928
@santanudiary4928 Жыл бұрын
জুবিন মানেই গানৰ উষা❣️❣️
@pranjitdas4628
@pranjitdas4628 Жыл бұрын
i love zubeen garg ❤❤❤❤
@bitupansonowal5726
@bitupansonowal5726 Жыл бұрын
Zubeen daa your voice is unbelievable.... Love you ❤️
@dharmeswarkalita7610
@dharmeswarkalita7610 Жыл бұрын
Wow..... Zubeeeeen daaaaaaaa ...... Mojjjjjaaaa lagi gol ......
@zgnayan6988
@zgnayan6988 Жыл бұрын
Zubeen da apuni bhagawan hoi 😭❤️🥰
@donno8730
@donno8730 Жыл бұрын
Jai Zubeen Daa♥️♥️♥️✨✨✨✨ love you ❣️
@DIPANKARCREATION-16
@DIPANKARCREATION-16 Жыл бұрын
আকাশসম এখন হৃদয়ৰ নাম জুবিন গাৰ্গ 😌❤️
@sattanshil1494
@sattanshil1494 Жыл бұрын
Mor jiban joubon sakolo zubeen
@nabanitapatar4
@nabanitapatar4 Жыл бұрын
Uffff heart touching 💖💖🥀 Love you Zubeen daa 💝
@padumkrishnastudiopk120
@padumkrishnastudiopk120 Жыл бұрын
আপোনাৰ গান শুনিলে যে কিমান ভাল লাগে, সেইয়া মই দেখুৱাব বা বুজাব নোৱাৰো। কিয়নো আপুনি মোৰ কাৰণে এজন প্ৰিয় ব্যক্তি। জয় জুবিন দাৰ জয়।
@Dipjyotizglahkar
@Dipjyotizglahkar Жыл бұрын
জয় জুবিন দা ❤️‍💝 🧡জয় আই অসম 💛💖🥰
@ArijeetGallery
@ArijeetGallery Жыл бұрын
So melodious. Beautifully panned by zubeen garg, beautiful composition, music and the video.
@Kt0.3
@Kt0.3 Жыл бұрын
Love from udalguri Zubeen da🥰🌼🌼
@keshabsarmah9170
@keshabsarmah9170 Жыл бұрын
Joi zubeen daa..zubeen daa bhogobaan💗🙏
@mbijayrajputs
@mbijayrajputs Жыл бұрын
Wowwww very nice 🥰
@bijuchetia4765
@bijuchetia4765 Жыл бұрын
Zubeen mane ❤️mur prithibi 👌👌 love you dada ❤️❤️❤️
@prem97073
@prem97073 Жыл бұрын
Jubeen dar hridoy khon jenekuwa teor kontho u tenekuwai, hunile deha hat pori jai
@dijupriyammedhi7505
@dijupriyammedhi7505 Жыл бұрын
সাগৰসম হৃদয় যাৰ তেওঁৰ নামেই জুবিন গাৰ্গ ♥️♥️ জয় জুবিন দা ❤❤❤
@randomcatonstreet2885
@randomcatonstreet2885 Жыл бұрын
Such a beautiful song... everything is so perfect..Dr Aditi 's. Voice...too good
@aditi44
@aditi44 Жыл бұрын
Thank you so much ❤
@pobitrogogoi3077
@pobitrogogoi3077 Жыл бұрын
স্বৰ্গীয় সুখ অনুভৱ কৰোঁ দাদা , মই আপোনাক বুজাই কব নোৱাৰো আপোনাক কিমান যে ভাল পাওঁ , আপুনি নহলে জীয়াই থকাটোয়ে অসম্ভৱ হব মোৰ বাবে । ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ আয়ুস দিব পৰা হেতেন মোৰ আয়ুস যিমান আছে গোটেই খিনি দি দিলোঁ হয় । আপোনাৰ হাৰ্মিং বোৰ শুনিলে কিবা স্বৰ্গ যাত্ৰা কৰাযেন অনুভৱ হয় । ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@nipu.das_
@nipu.das_ Жыл бұрын
Amazing Song 🥰🥰🥰🎧🎧🎧🎧
@jagadishdas9546
@jagadishdas9546 Жыл бұрын
Old is Now Zubeen is Diamond 💎.
@dipchandburagohain2185
@dipchandburagohain2185 Жыл бұрын
বহুত ভাল‌ লাগিছে শুনি 💖💝🧡
@papudas2137
@papudas2137 Жыл бұрын
Zubin Garg=Superhit.... love you brother 👍
@pilingadeka
@pilingadeka 10 ай бұрын
উফ জেগাত লাগি গৈছে মোৰ❤mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai ilove you I like it miss you ❤️ joi zubeen da god bless you birat moja palu bohriya boria
@robinkvlogs5178
@robinkvlogs5178 Жыл бұрын
Ajibon loiki val pai thakim Zubeen da 🙏👌👌👌😘🥰
@operamusical3451
@operamusical3451 Жыл бұрын
হৃদয় চুই যায় আপোনাৰ গানে দাদা।💙 "জয় জুবিন দা" ❤️🤟✌️
@nayanboruah9366
@nayanboruah9366 Жыл бұрын
Dada r voice ufff🔥❤❤❤❤❤
@SHANZGEDITZ
@SHANZGEDITZ Жыл бұрын
জয় জুবিন দা 👑 Love you GOD ❤️🔥
@manalishadas2421
@manalishadas2421 Жыл бұрын
বাৰে বাৰে আপোনাৰ কণ্ঠৰ প্ৰেমত পৰো জুবিন দা ❤❤❤
@mbijayrajputs
@mbijayrajputs Жыл бұрын
M Bijay Rajput KZbin channel
@zglverboy8212
@zglverboy8212 Жыл бұрын
Love you zubeen da ❤️জয় জুবিন দা ❤️😘
@BabulKhan-xk2yf
@BabulKhan-xk2yf Жыл бұрын
Lo by
@loboray6685
@loboray6685 Жыл бұрын
Love 💕 u Zubeen daa.you are great.you voice is soulful.
@monjitzubeenkalia2940
@monjitzubeenkalia2940 Жыл бұрын
Mojja zubeen da ❤️❤️❤️
@dancewithshibani1816
@dancewithshibani1816 Жыл бұрын
Such a melodious song! And everything was perfect in the song! ❤️ Bohut besi bhal lagil! ❤️
@zgpallab7750
@zgpallab7750 Жыл бұрын
Mjja hoise Zubeen da ❤️
@manisundarlimbuofficial
@manisundarlimbuofficial Жыл бұрын
God of music one and only zubeen garg da 👌👌👌❤️❤️❤️❤️
@pinkudas1641
@pinkudas1641 Жыл бұрын
Osm songs Zubeen daa 🔥🔥🔥
@rububora5994
@rububora5994 Жыл бұрын
Love you zubeen da 🔥🔥🔥🔥🔥
@bonoriya_pokhi7184
@bonoriya_pokhi7184 Жыл бұрын
Jai zubeen da ❤️🤗
@skmehtab513
@skmehtab513 Жыл бұрын
Zubeen da legend ❤❤❤❤🔥🔥🔥🔥
@cbfilmproduction2846
@cbfilmproduction2846 Жыл бұрын
Very lovely song Love you zubeen da
@d.dentertainment
@d.dentertainment Жыл бұрын
Voice❤️❤️❤️💞💖জুবিন দা💖
@PrinceMusicalZG
@PrinceMusicalZG Жыл бұрын
Tumi xubakh axomire Zubeen daa ❤️, love you
@dulanzubeensaikia8257
@dulanzubeensaikia8257 Жыл бұрын
Love you God Father ❤️🙏🏾🙏🏾
@hiyanbarman4355
@hiyanbarman4355 Жыл бұрын
Last humming khni uff❤️🔥🔥
@mohanbhai1891
@mohanbhai1891 Жыл бұрын
জয় আই অসম❤ জয় জুবিন দা ✊
@coversongsmazikmaniadipank9952
@coversongsmazikmaniadipank9952 Жыл бұрын
Bohut dhunia hoise Dada.
@niyoreditor
@niyoreditor Жыл бұрын
জয় জুবিন দা ❣️ Love You This Song🦋
@manashsakia9623
@manashsakia9623 Жыл бұрын
Kaku khatir nkru ❤️u forever zubeen da🙏moi morar aagmuhuta loike vl pai thakim
@nibashdutta6599
@nibashdutta6599 Жыл бұрын
King of Music ❤️❤️zubeen da
@junakvlogs5422
@junakvlogs5422 Жыл бұрын
Zubeen brother proud of Assam man this is zubeen voice deee arrr🔥🔥🔥
@ruhulamin5003
@ruhulamin5003 Жыл бұрын
Zubeen da always rock... Love u Zubeen da
@apurbahazarika9059
@apurbahazarika9059 Жыл бұрын
সুন্দৰ, সুমধুৰ । জুবিন সদায়েই অনন্য । ডাঃ অদিতিৰ কণ্ঠৰ আমেজে সদায়েই আপ্লুত কৰে ।
@M3_PRODUCTION
@M3_PRODUCTION Жыл бұрын
Love zubeen Daa ❤️🥀
@ZGFANS-lg5un
@ZGFANS-lg5un Жыл бұрын
So sweet 🥰😘❤️jai zubeen da 🥀🥀🥀❤️
@BiplabDas-rx7fl
@BiplabDas-rx7fl Жыл бұрын
Love you zubeen da❤️❤️
@ankitakalita5551
@ankitakalita5551 Жыл бұрын
বহুত ধুনীয়া। জয় জুবিন দা🙏❤🥀
@krishanu1285
@krishanu1285 Жыл бұрын
জুবিন দাৰ গান বেয়া হব পাৰে নে.. সুন্দৰ ❤️👌
@introvert_sanjib
@introvert_sanjib Жыл бұрын
Mind-blowing😻extra ordinary💕 funtastic❤️ sir❤️
@robinkvlogs5178
@robinkvlogs5178 Жыл бұрын
Zubeen dar protitu gaan aru film, album video sai bohut bohut val paw 🙏👌😘🥰
@technobitez1326
@technobitez1326 Жыл бұрын
No words to say........💜💙
@sangitrabha3374
@sangitrabha3374 Жыл бұрын
Bahut val lagil video Sai ZG da ♥️♥️👌
@appubaruah3616
@appubaruah3616 Жыл бұрын
The way Zubeen Daa sings...ohh just awesome
@redsky7670
@redsky7670 Жыл бұрын
Bhal likhise goldi daa👍👍👍
@DEBAJIT_PATHAK.
@DEBAJIT_PATHAK. Ай бұрын
কথা , কণ্ঠ : জুবিন গাৰ্গ। আৰু নো কি লাগে ... কণ্ঠ কথাৰ নতুনকৈ ক'বলৈ একো নাই , গানৰ শব্দ কেইটাই মন চুই যায় ❤
@biswajitsingh7625
@biswajitsingh7625 Жыл бұрын
Legendary voice never disappoint us....love from Dibrugarh Zubeen daa😊
@MozamilHoque-sz6ug.
@MozamilHoque-sz6ug. 10 ай бұрын
Qeqqeqqqqeqee
@educationpoint6480
@educationpoint6480 Жыл бұрын
Live long man for making the world flood through your melody voice 💝
@parashjyotibarman
@parashjyotibarman Жыл бұрын
Love you zubeen da 💖💖🔥
@Hirakbarua01
@Hirakbarua01 Жыл бұрын
Lovee you zubeen daaa ❤❤❤❤❤
@abhigyanmaiti9311
@abhigyanmaiti9311 Жыл бұрын
What a charming voice Zubeen sir🙏
@arupgogoi3961
@arupgogoi3961 Жыл бұрын
ভাল লাগে ভাল লাগিছিল ভাল লাগি থাকিব। 🥰🥰🥰🥰🥰👌👌
@kaustavmusical21
@kaustavmusical21 Жыл бұрын
Lyrics -- Zubeen Garg Uhhh 🙆👀❤️❤️
@maryborah3224
@maryborah3224 Жыл бұрын
জুবিন দা আৰু বৌ আপোনালোক দুয়োৰে কণ্ঠত ইমান সুমধুৰ হৈছে শুনিবলৈ গানটো, বহুত ভাল লাগিল👏👏👌👌❤️🙏..ভিডিঅ দুয়োটোও বৰ সুন্দৰ হৈছে 💐💐. আটাইকেইজনকে হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ,💐💐💐👏👏..
@mangaldeepboy111
@mangaldeepboy111 Жыл бұрын
Lovely ♥️🥰🥰🥰 Song zubeen Daa♥️♥️♥️♥️♥️♥️♥️ Very nice ❤️❤️ very good 👍 song🥰🥰
@HirakJyotiSarma3601
@HirakJyotiSarma3601 Жыл бұрын
Love you zubeen Da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ my heart is 💕💕💕💕💕.
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 23 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 40 МЛН
Survival skills: A great idea with duct tape #survival #lifehacks #camping
00:27
Boroxun | Audio Jukebox | Zubeen Garg | NK Production
41:53
RDC Assamese Official
Рет қаралды 612 М.
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 23 МЛН