LIVE | টকা দিম বুলিয়ে দিব নোৱাৰিব, সুদলৈ দিলেই বিপদ।

  Рет қаралды 402,120

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 776
@AynalHoque-v1o
@AynalHoque-v1o 8 ай бұрын
SHG গোটৰ পৰা ১২জনী মহিলাই ১লাখ টকালোনত লয় বেংকৰ পৰা পিছে টকা খিনি---২,৫০পইচা কৰি টকা খিনি সুদত দিছিল । সুদত নিয়া মানুহজনে এতিয়া এইবোৰ বাতৰি শুনি টকা গুৰাই নিদিয়াৰ সোমকি দি আছে । সেইটো কি হবো ? ইফালে লোনৰ টকাৰ কিস্তি কোনে দিবো???
@purnimagogoigohain9786
@purnimagogoigohain9786 4 ай бұрын
😊😅
@pratuldas282
@pratuldas282 3 ай бұрын
আলোচনাটো ভাল লাগিল।
@anuborgohain9955
@anuborgohain9955 Ай бұрын
SHG. Memberburr. Luve. Khale ... Besi. Toka. Pambuli. Bhabi. Disil. Bapeke. Pale. Moja .......
@anjaliborah4614
@anjaliborah4614 8 ай бұрын
কিছুমান মানুহৰ এনে বিপদ হয় ধাৰলৈ বা সুদলৈ নললে নহয়ে যে । দুখীয়া পৰিয়ালৰ মানুহ মৰিলে ইমান ডাঙৰকৈ সকাম পাতিব লাগে ধাৰ নললে নহয়ে ।চৰকাৰে ১১ দিনত বেংকৰ পৰাটো নিদিয়ে
@didarhussain7381
@didarhussain7381 8 ай бұрын
প্ৰয়োজনত ,বিপদতৰ সময়ছোৱাত মাত দিয়া মানুহ নেথাকে, চৰকাৰ তো বহুত দূৰৰ কথা, অপ্ৰিয় হলেও সুদলৈ টকা লৈ সমস্যাৰ মুকাবিলা কৰিছোঁ , শান্তি পাইছো ।
@updeshmala2737
@updeshmala2737 8 ай бұрын
সুত লোৱাত কোনো আপত্তি নাই চৰকাৰে পৰিমাণটো বান্ধি দিয়ক। যাতে দুয়োৰ পক্ষৰ বাবে সুবিধাজনক হয়।
@ChintuNath-m4b
@ChintuNath-m4b 6 ай бұрын
Right
@bot.R55
@bot.R55 5 ай бұрын
যি সকলে পুলিচৰ চিনাকি আৰু বন্ধু তেওলোকে সুতখোৰৰ কাম কৰিয়ে আছে । এনকুৱা চৰকাৰত এইবোৰ সৰু কথা ।
@ISeeYou-fc5zg
@ISeeYou-fc5zg 8 ай бұрын
ধৰক এজন ব্যক্তিৰ জৰুৰী কৈ টকাৰ আৱশ্যক হল তেতিয়া চৰকাৰৰ ওচৰত হাত পাতিলে চৰকাৰে দিবনে?
@dhritirajkashyap1827
@dhritirajkashyap1827 8 ай бұрын
Dhar ru khut blg blg
@Arabinda931
@Arabinda931 8 ай бұрын
​@dhritirajমোক১ হাজাৰ টকা ধাৰে লাগিছিল দিব নেকি kashyap1827
@rajibkeshre4116
@rajibkeshre4116 7 ай бұрын
Ghanta dibo 😂😂
@DhrubaBaruah-z4t
@DhrubaBaruah-z4t 8 ай бұрын
আপোনি বহুত সুন্দৰ ভাবে বিশ্লেষণ কৰিছে। চৰকাৰে ভাল পদক্ষেপ লৈছে। বহুত দুখীয়া শ্ৰেণীৰ মানুহ উপকৃত হব।
@LakhesooarBoruah
@LakhesooarBoruah 8 ай бұрын
Ji
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 8 ай бұрын
Sutkorbilakok fasi dib lage.
@UttamDas-kz1ux
@UttamDas-kz1ux 8 ай бұрын
Cl 11:26 h​ 12:06
@GokulPegu-v5p
@GokulPegu-v5p 8 ай бұрын
Dhukia manuhok kune toka help krib
@Arabinda931
@Arabinda931 8 ай бұрын
কিহৰ কাৰণে ​@@SAILENDRAPRASADGOSWAMI
@nuartddinahmed6380
@nuartddinahmed6380 8 ай бұрын
Bajaj Faines je 35/ xud loi tar bisar korile bohut manuh upokit hobo,
@sharmahdoley6121
@sharmahdoley6121 8 ай бұрын
বিপদত কাৰোবাৰ পৰা সূদ লবলগীয়া হয় । কিছুমানে বিপদত সহায়ো কৰে । কিন্তু কিছুমানে ইমান সূদ লৈ যে এক বছৰেকত দহ হাজাৰ টকা ললে বিছ হাজাৰ টকা দিবলগীয়া হয় । ঘূৰাই দিব নোৱাৰিলে মাটি বাৰীি বন্ধকত লয় । চৰকাৰে সুদৰ নিৰ্ধাৰণ কৰিও দিব লাগে । চৰকাৰে দিয়া সুদৰ নিৰ্ধাৰণ যদি নামানে তেতিয়া উচিত ব্যৱস্থা কৰিব লাগে ।
@SinkyKalita
@SinkyKalita 8 ай бұрын
Oow
@Mave.16
@Mave.16 8 ай бұрын
টকা লুৱা সময়ত টকা দিয়াজন বৰভালমুজন বুলি কয় এতিয়া কিয় টকা দিয়াজন বে‌য়াহল তাৰ ওপৰত কিয় কেছকৰি জেললে পঠাইছ পাগল হত তহত মৰিগলেও সহাই কৰিব নালাগে
@budheswarnath6516
@budheswarnath6516 8 ай бұрын
চৰকাৰে এটা নিয়ম তথা নিৰিশ বান্ধি দিয়ক সোনকালে... এটা কথা থিক যে দুখীয়া শ্ৰেণীয়ে বিপদৰ সময়ত এনে লোকৰ আশ্রয় লবই লাগিব , আজি- কালি কোনেও টকা- পইছা দি কাকো সহায় নকৰে ( বিনা স্বাগত) , চৰকাৰেও দুখীয়া লোকৰ বিপদৰ সময়ত কম সময়তে লোণ দি উপকাৰ নকৰে ; গতিকে অসহায় জনে সুদ লৈ হলেও সমস্যা টো সমাধান কৰিব লগাত পৰে...!!
@ratannath4207
@ratannath4207 8 ай бұрын
100 percent correct comment.
@ParashKonwar-pk7ko
@ParashKonwar-pk7ko 6 ай бұрын
@AmitDas-mf4jg
@AmitDas-mf4jg 6 ай бұрын
14q we add ​@@ratannath4207es hi ni in
@UpenKalita-dx2cr
@UpenKalita-dx2cr 8 ай бұрын
বেংকত লোন ল'ব পাৰি কিন্তু দুখিয়া মানুহৰ বাবে ই ইমান পাপৰ বেলিব লাগে। গতিকে বিপদৰ সময়ত তৎকালীন টকাৰ আবশ্যক হ'লে এই সকলে কোনো বিনিময়ত একো নিবিচাৰে। সেয়ে এওঁলোকৰ ওচৰত যায়। গতিকে চৰকাৰে লোণ সমূহ সহজে পোৱা কৰি দিব লাগে।
@rubulbaishya7403
@rubulbaishya7403 8 ай бұрын
Write
@ramu9037
@ramu9037 8 ай бұрын
Aitor bikhy sosakoi sorakre gurutto dib nalage dhar kune ane dib lowa manuhkhini smymote dhar marile hoito sut nolowakoi hol hy dib nowara karone belegbor soku diya
@SanjayDas-yu2gy
@SanjayDas-yu2gy 8 ай бұрын
হয় সকলো সঁচা কথা কিন্তু আজি মোৰ এজন সম্পৰ্কীয় ভাইটী নাৰচিঙ হওমত পৰি আছে উপাই দিয়ক ছোন
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 8 ай бұрын
চৰকাৰক বহুত বহুত ধন্যবাদ। সুদখোৰ বিলাকক এৰেষ্ট কৰা বাবে। ইহঁতৰ বাবে বহুত মানুহৰ জীৱন ধংশ হৈ গৈছে। গোটেই অসমৰ সুদখোৰ বিলাকক জেইলত ভাৰাব লাগে। আফগানিস্তানৰ পৰা আহি কাবুলিওয়ালা বিলাকে সুদৰ ব্যবসায় চলাই আছে ১০% লৈ। গুৱাহাটীত পিতপিতাই ঘুৰি আছে ইহঁতক এৰেষ্ট কৰিব লাগে অতি শিঘ্রই। 14:49
@Movieshub_099
@Movieshub_099 8 ай бұрын
Manuhe jodi poisa khuja bandha kore, khudkhur nijei naikia hobo
@Arabinda931
@Arabinda931 8 ай бұрын
সুদত টকা নললে হ'ল
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 8 ай бұрын
এই তদন্ত সদাই থাকিবনে যদি থাকে ধন্যবাদ ❤
@allmyloveindia1234
@allmyloveindia1234 8 ай бұрын
হাজো ট বহুত মানুহ আছে এই শতৰ বিজনিছ কৰা মানুহ মামা আপুনি অলপ চাব লাগে। আপুনি অলপ গাঁৱখনৰ খনৰ নাম বিলাক কয় দিছোঁ কলিতাকচি। দলৈতলল । শনিয়াদি।আধিয়াপাড়া।বৰণি। এই খিনি জাগা অলপ চাফা অভিজান চলিব লাগে । Assam police ক মোৰ ফালৰ পৰা অনগক ৰ কৰি মোৰ আহ্বান জয় আই অসম ।
@Bornali_devi
@Bornali_devi 8 ай бұрын
এটা সীমা বান্ধি দিব লাগে। চৰকাৰে যি কৰিছে ভালে কৰিছে।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 8 ай бұрын
Sutkor bilake bahut manuhok dewliya korise
@principriya2346
@principriya2346 8 ай бұрын
Thanks sir
@premalatadeka1340
@premalatadeka1340 8 ай бұрын
মোৰ জীৱনত তেনেকুৱাই হৈছে । স্বামীৰ বেমাৰৰ বাবে সুতত টকা লৈছিলোঁ আৰু অৱশেষত মোৰ ঘৰ মাটি সকলো বিক্ৰি হৈ গল আৰু মোৰ স্বামী ও ঢুকাল । এতিয়া মই ছোৱালী জনীৰ লগত বহু কষ্টৰে জীৱাই আছোঁ
@ISeeYou-fc5zg
@ISeeYou-fc5zg 8 ай бұрын
কিবা এটা লাভা লাভ নাথাকিলে অন্য এজন ব্যক্তিক ততাতয়াকৈ নিজৰ সাচতীয়া টকা দিবলৈ কি দৰকাৰ?
@jushnadoley8155
@jushnadoley8155 7 ай бұрын
,
@kamalapatar1465
@kamalapatar1465 8 ай бұрын
আজি কালি LIC য়ে ও সুত লয় এইবিলাকক ধৰক ছোন
@KamalaPatar-kt1si
@KamalaPatar-kt1si 7 ай бұрын
❤❤❤
@KamalaPatar-kt1si
@KamalaPatar-kt1si 7 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤
@subratadey9156
@subratadey9156 8 ай бұрын
বন্ধনবেঙ্কৰ সুদে কিছুমান পৰিয়ালৰ টোপনি কাঢ়িছে।
@weirdoimpact5172
@weirdoimpact5172 7 ай бұрын
Karbi anglong diphut besihut dia manu ase
@jayadass2681
@jayadass2681 8 ай бұрын
চৰকাৰী বেংকেএটা ঋণ দিয়া পিছত আনএটা ঋণ নিদিয়ে মানুহৰ হথাৎ এনে বিপদআহে তেনে ধৰণৰ মানুহৰ পৰা ধাৰ লব লাগে।
@pratapdas-so2ex
@pratapdas-so2ex 8 ай бұрын
Manuhe rin lay kintu rin namare tar babe rin dia Jan dayi nahay
@bikashmishra7293
@bikashmishra7293 8 ай бұрын
সুখত বা মাঙস খাবলৈ মানুহে সুদত টকা নলয় ,সেইতোই সুবিধা লব নাপায়।
@NibaranNath-bx4ee
@NibaranNath-bx4ee 8 ай бұрын
আমি নিজে মিতব্যয়ী হলে সমস্যাৰ 60% সমাধান হব। নহলে এইবিলাক বন্ধ হব বুলি নভাবো। এইবিলাক পানীৰ তলৰ কাইত বুলি সকলো ক্ষেত্ৰতে কব নোৱাৰি।
@sunildas4361
@sunildas4361 8 ай бұрын
কিছুমান মানুহক বিপদত পেলাব চৰকাৰে এতিয়া , কাৰন বিপদত পইছা চৰকাৰেও নিদিব সুদতো নাপাব .
@rajibkeshre4116
@rajibkeshre4116 7 ай бұрын
😂😂
@kailakshidutta1099
@kailakshidutta1099 8 ай бұрын
Jorhat অত এই অভিযান আৰম্ভ কৰে যেন
@PulakSarmah-s4u
@PulakSarmah-s4u 8 ай бұрын
অসম চৰকাৰৰ কিছুমান অফিচত এতিয়াও অৱাধ হাৰত কিছুমান কৰ্মচাৰী সূতৰ ৱেপাৰ কৰি আছে।
@hemchandraboruah2671
@hemchandraboruah2671 8 ай бұрын
অধিক সুদ খুৱাটো যি দৰে অপৰাধ , ঠিক সেইদৰে অধিক সুদ দিওতা জনো সমানেই অপৰাধী বুলি এটা বাৰ্তা দিব পাৰিলে প্ৰকৃত ছবিখন উলাই পৰিব। এতিয়াৰে পৰা আৰক্ষীক অৱগত কৰিহে সুদ দিবৰ বাবে আহ্বান জনালে ভাল হ'ব। ইতিমধ্যেই সৰ্বশ্ৰান্ত হোৱা সকলক কিছু সকাহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
@dulaldoley6518
@dulaldoley6518 8 ай бұрын
মোৰ emergency চিকিৎসাধিনৰ সময়ত বেংক নতুবা চৰকাৰৰ পৰা টকা পাব নোৱাৰো ৷ কাৰণ তেওঁলোকৰ পৰা system ৰ দ্বাৰাহে টকা পাব পাৰোঁ ৷ গতিকে কোনোবা ব্যক্তিৰ পৰা 5% সুতত টকা পালে সকাহ পাব পাৰোঁ ৷ কিন্তু চক্ৰবৃদ্ধি সুত লোৱাটো ব্যক্তিজনৰ বাবে বিপত হ’বই ৷
@jagadishgandhiya1650
@jagadishgandhiya1650 8 ай бұрын
কি কম নিজে বহুতো প্ৰচেষ্টাই আছো।আমাৰ থানা পুলিচে ঘাটিয়া যত আমি টকা লোৱা কোনো প্ৰমাণ নোহোৱাকৈ থানা পুলিচৰ লগত ভাল সম্পৰ্ক বজাই ৰখা মানুহে অথচ দিছে আৰু অচি চাৰৰ মতে 24/2/24তাৰিখে টকা নিদিলে আইনগত ভাবে মোক দন্দনীয় কৰিম বুলি কৈছিল । কিন্তু প্ৰমাণ নোহোৱাকৈ আইন তুলি লোৱা আমাৰ ওদালগুৰি জিলা খৈৰাবাৰী চাৰে নিজে কত আইন তুলি ললে। কিছুমান কথা জানিও ডাঙৰ মানুহৰ লগত লাভ নহ'ব বুলি ভিজা মেকুৰী হৈ আছোঁ।
@anilkrdeka5931
@anilkrdeka5931 8 ай бұрын
বেংকৰ সুত আৰু প্ৰাইভেত মানুহেই দিয়া সুতৰ মাজত বহুত পাৰ্থক্য আছে। বেংকৰ সুত ৮ টকাৰ পৰা ১৫/১৬% মান হয় বছৰেকত আৰু কিস্তি দিওতেই সুত মুল ২টাই যায়, কিন্তু ব্যক্তিগত সুত ৫% পৰা ১৫/২০% পৰ্যন্ত লয় মাহেকত আৰু সেই বাবেই বছৰৰ পিছত বছৰ সুত দি থাকিব লাগে। চৰকাৰৰ কাম টোত মই আদৰনি জনাইছো। এইবোৰৰ পৰা চৰকাৰে কিবা ৰেভিনিউ পায় জানো ?
@amarendranathsarma6283
@amarendranathsarma6283 8 ай бұрын
AI PORIBEH TU MAMA R BABA KISHU VAL HOL NISHOY. ?TU SIR.🌹👏
@minakshinath750
@minakshinath750 8 ай бұрын
Right 👍
@SukumalPondit
@SukumalPondit 8 ай бұрын
Thanks
@BharatiRaibarman-nm9ee
@BharatiRaibarman-nm9ee 7 ай бұрын
সুন্দৰ পদক্ষেপ
@Tarunchdeka-cb4go
@Tarunchdeka-cb4go 8 ай бұрын
দুটা পৰিয়ালক মই বচায় দিলোঁ,এজনে চাকৰি কৰে আনজনে নকৰে,এনে সূতৰ টকা দিথাকোতে মাহেকত টকা এটাও নেথাকে,উপায় নেপায় মই মুলটো ঘুৰাই দিবলৈ দুয়োটা পৰিয়ালকে কিছুটকা দি যাৰ পৰা লৈছিলে দিব দিলো,ভবিষ্যতে তেনে সূত নলবলৈ কলো,যদি বিবেকে কয় মােক যেতিয়া পাৰ দিবা
@Kaustabbaruah
@Kaustabbaruah 8 ай бұрын
Very good News Sir..
@batenmondal9948
@batenmondal9948 8 ай бұрын
Thank s CM sir
@minotisonowal3334
@minotisonowal3334 8 ай бұрын
চৰকাৰ খনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@rituray7947
@rituray7947 8 ай бұрын
Professor Bank manager
@hariprasadsarmah6405
@hariprasadsarmah6405 8 ай бұрын
Khub val je news tu dile Thanks
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp 8 ай бұрын
Right your discation
@ThageswarDoley
@ThageswarDoley 2 ай бұрын
Tank you sir
@sangitaChetia-p4o
@sangitaChetia-p4o 8 ай бұрын
ঠিকেই কৈছে
@rajibpatgiri7602
@rajibpatgiri7602 8 ай бұрын
Thank you sir, Good advice.God will help your chennal
@sanjaybasumatary9649
@sanjaybasumatary9649 7 ай бұрын
This is a good initiative of CM sir
@SheophilKorkoria
@SheophilKorkoria 8 ай бұрын
Thank you dada bor val lagil
@RamenBorman
@RamenBorman 5 ай бұрын
মই সুদ লৈছিলো 20% এক লাখ টকা তাৰিখ হেৰ ফেৰ হলেই ঘৰত আহি দম দিয়ে
@monkaman4394
@monkaman4394 8 ай бұрын
পৰচুনৰ পৰা ২৯ হাজাৰ টকা লৈছিল। ৬০ হাজাৰ দিব লাগিয়ে হৈছে। কি হব।
@Fyron_ffx
@Fyron_ffx 8 ай бұрын
যি যনে লয় সুদলে তেওঁ এশবাৰ ভাবি ঢাব লাগে।ঘূৰাব পৰা তেওঁ ক্ষমতা আছে নাই।সহজতে পালে মানুহে হাতীকো কিনিব বিচাৰে।যিমানলৈকে বোজা সহিব পাৰে সিমানহে‌ লব লাগে।এনেকুৱা হব লাগে বুলি মই ভাবো যে পইচা যিমান দিনৰ বাবে লয় সিমান দিনৰ‌ বাবে সুত লব লাগে।১২ মাহৰ ১০০০০ ললে‌ মুঠ এবছৰত ১৩০০০ ঘূৰাব‌ লাগিব।মাহত‌ সুত বঢ়িলে ধাৰ দি শেষ‌ নহয়।আৰু যিমান বিপদ আহিলেও লব নালাগে তেনেকৈ। উদাহৰণহে দিছোঁ পইচাটো।
@hariprasadsarmah6405
@hariprasadsarmah6405 8 ай бұрын
News tu sai val lagil Sundor explain korise.
@PRANATIBORAKAKATI
@PRANATIBORAKAKATI 8 ай бұрын
Bahut bhal step loise cm sirok thanks
@swarmilansangeet3348
@swarmilansangeet3348 8 ай бұрын
A legal system and ℅ should be needed. Government should needed to make a certain system.
@bibhujitgogoi5767
@bibhujitgogoi5767 4 ай бұрын
Thik koise
@JonilaKholar
@JonilaKholar 8 ай бұрын
Excellent good explanation bro
@tarunchdeka1464
@tarunchdeka1464 7 ай бұрын
কাবুলীৱালা ৰ.বেপাৰ আমাৰ মানুহৰ গাত আহিছে,বেয়া লাগি দুটা পৰিয়ালক সহায় কৰিলো,জানিলো মাহেকত দহ শতাংশ সূতত টকালৈছিল বেমাৰত পৰি উপায় নাছিল,চাকৰিৰ ধন এটাও ঘৰলৈ নাহে,দুখ লাগিল কাহিনীশুনি মই মূলটো ঘুৰাই দিবলৈ ধাৰৰ টকাখিনি দিলো,কলো মোক যেেতিয়াই পাৰে ঘুৰাই দিব কোনো প্ৰমান ৰখা নাই,চাৰি বছৰ হল দিয়া নাই,কোৱাও নাই,তেওলোকৰ বিবেকে যেতিয়া কবো দিব
@pravachutia931
@pravachutia931 8 ай бұрын
সুদ খোৱা মানুহবোৰ জোকৰ দৰে বহুত শকত হৈ যায় ।
@BharatiRaibarman-nm9ee
@BharatiRaibarman-nm9ee 7 ай бұрын
বৰ ভাল হৈ ছে । বেছি সুত ললে জগৰীয়া হবই😊
@chinudutta9595
@chinudutta9595 8 ай бұрын
ICICI Bank/LIC/Axis Bank নিজৰ জীৱন বীমা ৰ পৰা সঊতলঐ টকা লৈছো। বহুত সূত ভৰিব লগা হৈছে। চৰকাৰে এটা নিয়ম বাধ্যতামূলক কৰি দিয়ক। এইয়া আমাৰ অনুৰোধ চৰকাৰ লৈ।
@ItsMe-p2q9y
@ItsMe-p2q9y 8 ай бұрын
Thenks for you❤❤ Nice information 🎉🎉🎉❤😮
@niroba7747
@niroba7747 8 ай бұрын
আমি মহিলা সকলে যে হাতত টকা ৰাখিব নোৱাৰো কাৰনে চোচাটি কৰো। কাৰোবাক লাগিলে দিব লাগিব । তেতিয়া সেই সকলে সুবিধা ল'ব। সকলোকে লাগে । এতিয়া তেওঁ লোকে সুবিধা ললে।
@MamaniDeka-tr4ek
@MamaniDeka-tr4ek 3 ай бұрын
Yes
@MangalBoro-m6h
@MangalBoro-m6h 8 ай бұрын
Thank you very well sir
@PutulPawe-sf1ck
@PutulPawe-sf1ck 8 ай бұрын
Thank-you apuni eta gurthapurno montoibo Pradhan korise raijoloi.
@ranjugogoi419
@ranjugogoi419 8 ай бұрын
এই বিলাক কথা শুনিলে দেখোন বহু মানুহে সোদে মোলে নাচি নাচি টকা খাই পেলাব
@lailaakhtara5888
@lailaakhtara5888 8 ай бұрын
বহুত ভাল পদক্ষেপ 🤝👍
@AnkitBarma-fp4gw
@AnkitBarma-fp4gw 6 ай бұрын
Interests lob lage but 1%/2% tenke lob lage eman besi loi j manuh dib nuwara hoi jai
@AnantaBaruah-y4w
@AnantaBaruah-y4w 8 ай бұрын
Bajaj finance rate of 35%
@Mixergaming-13
@Mixergaming-13 8 ай бұрын
2 বা 3%কৈ ল'লে লগতে মূলধনৰ এটা অংশ ধাপে ধাপে পৰিশোধ কৰি থাকিলে বা ল'লে, সোনকালেই সকাহ পাব। ভাওঁৰাগুৰি, চিৰাং, বি,টি, আৰ,অসম।
@KumudSunuwal-wi8sz
@KumudSunuwal-wi8sz 8 ай бұрын
Current Bill dibo nuwara babe. Charkare ba. Thikadare lua. hud bilaku band ha. Koribo. lage , kintu Kiya nokore ,,???
@PromilaGogoi-l1n
@PromilaGogoi-l1n 8 ай бұрын
সুন্দৰ বিষয় এটা উপস্থাপন কৰিলে , বহু কথা জানিব পাৰিলো
@ajaydas8824
@ajaydas8824 8 ай бұрын
❤❤❤
@mamoniborah6686
@mamoniborah6686 8 ай бұрын
আমি নিজেই ভুক্তভোগী. দেউতা ক্ সিহঁতে মাৰি পেলালে. আৰু ভাইটী মৰি মৰি জীয়াই আছে. নাৰায়ণপুৰৰ বহুপথাৰৰ ঢকুৱা আদিতো আৰু বহুত আছে.
@mrinmoy13
@mrinmoy13 8 ай бұрын
Moi ejonor pora lolu 2.25 lakh.. 3 yrs hol 14500 /- interest di asu.. Immergency lolu.. But maribo pora nai muldhon tu . Nagaon district, Raha pora loisu.. One month miss hole manoxik otyssar bht xohibo lage . Kobloiu beya lagise
@anowara.begum23
@anowara.begum23 8 ай бұрын
আমাৰ দৰঙ জিলাত বহুত সূদসুৰ আছে
@nirmalirajkumari7584
@nirmalirajkumari7584 8 ай бұрын
বশুত ভাল পদক্ষেপ লৈছে চৰকাৰক ধন্যবাদ দিছো ।❤
@GubinDas-k6q
@GubinDas-k6q 8 ай бұрын
বহুত ভাল কথা
@binitaboruah-h7g
@binitaboruah-h7g 8 ай бұрын
Bohut hundor podokhep val lagisea .
@ajaydas8824
@ajaydas8824 8 ай бұрын
Aibur kotha ullekh korar babe dahu bahut dhanyavad hohole aamiu aatmo khamapon karilu hoi ❤❤❤
@kiranbalaroy4196
@kiranbalaroy4196 8 ай бұрын
Good news
@Anandita_boruah_official
@Anandita_boruah_official 8 ай бұрын
উপযুক্ত ব্যৱস্থা হ'ব লাগে। চৰকৰৰ দায়িত্ব আছে।
@mukutborah4081
@mukutborah4081 8 ай бұрын
মানুহ এঘৰ যেতিয়া বিপদ হলে কোনো এজনে মানুহে এটকা পইচা নিদিয়ে। তেতিয়া সুদলে লব লাগিব।
@protima-yq8tm
@protima-yq8tm 8 ай бұрын
মামাই বিপদত পৰা মানুহৰ বাবে সহজতে টকা পোৱা এটা উপায় উলিয়ালে ভাল হয়।
@PinkyThakuria-q6r
@PinkyThakuria-q6r 8 ай бұрын
Tq good
@saishabdas5093
@saishabdas5093 7 ай бұрын
Morigaon ahatgurit bohut ase plz sir avijan joldi solauk nahale bohut manuh koribo plz
@HemantaPegu-ui5xi
@HemantaPegu-ui5xi 4 ай бұрын
Sorkaror ji podokyep oti bhal aru dhorua rajyor upokari
@apurbabhuyan8121
@apurbabhuyan8121 8 ай бұрын
চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ
@Ritupan12
@Ritupan12 8 ай бұрын
বহুত ভাল কাম কৰিছে 👍
@MaheshKardong-n4t
@MaheshKardong-n4t 7 ай бұрын
Hut loi pawngte tumiye esor buli koi jabo diyar omyod tan pai
@joytipegu4623
@joytipegu4623 7 ай бұрын
হাজাৰ ত ১০ টকাকৈ সূদ লয় । সেইকাৰণে অসূবিধা হয়। লোৱাজনৰ বাবে অসূবিধা হয়।
@prosaddehingia3936
@prosaddehingia3936 2 ай бұрын
Some pvt. Finance company like bajaj allianze , are also taking such type of interest from loanee. This is also a very serious concern to be looked after from Govt. Side.
@pankajkakati8969
@pankajkakati8969 8 ай бұрын
তেজপুৰত কেতিয়া হ'ব অনুসন্ধান
@daizee4510
@daizee4510 8 ай бұрын
আৰক্ষীৰ কিছুমান কৰ্মচাৰী , বিষয়াৰো এই কাৰ্যত পইচা invest কৰি থৈছে ৷ তেওঁলোকৰ কি হ’ব ৷
@sbaniksbanik7266
@sbaniksbanik7266 7 ай бұрын
Example all great members 25% very intelligent 🧠 Sahi karo ne ankhwa hoi aase
@labanyagogoi1426
@labanyagogoi1426 8 ай бұрын
হয়,শিৱসাগৰ নাজিৰা গেলেকীটো 1:00টকাত 20টকা লয়
@krishnaborah4700
@krishnaborah4700 8 ай бұрын
সুদখোৱা বোৰৰ বিষয়ে জনাবলৈ ঠিকনাটো পামনে?
@saratborah8166
@saratborah8166 8 ай бұрын
Moi sixty thousand loisilo 4year hol three thousand di asu
@PRABINKumardas-h6t
@PRABINKumardas-h6t 8 ай бұрын
Dada apuni bohut dhunia news read kore
@junuray2319
@junuray2319 8 ай бұрын
আমি ভুক্তভোগী ৷ আমিও মৰিবলৈহে বাকী আছে ৷ ঘৰত আহি চিঞৰ বাখৰ কৰি সমাজত আমাক হেও প্ৰতিপন্ন কৰে
@ArjumaArjumabegum-lf6bw
@ArjumaArjumabegum-lf6bw 2 ай бұрын
Right 👍
@palpaldilkepas3566
@palpaldilkepas3566 8 ай бұрын
আগতে গৰুৰ গাত পোক দিলে মানুহে ৭তা সুদ খোৰৰ নাম লিখি বাহৰ চুঙাত ভৰাই গৰুৰ দিঙিত বান্ধি দিয়ে । তিনি দিনত পোক সৰি পৰে । আমি নিজে দেখা সৰুতে । গতিকে কিমাম মহা পাপ সুদলে ধন দিয়াতো ……সেইতো আৰু আজিৰ দিনৰ মানুহে কত বুজিব । কলে মাৰহে দিব ।
@ShyamaliChangmai
@ShyamaliChangmai 8 ай бұрын
মজা ❤❤❤❤
@ashimdas2907
@ashimdas2907 8 ай бұрын
Apunaloiu dhanyabad Anchordada.apunar video sai bohut bhal lage.apuni dhuniake kothabur bislekhon kore
@taradsharma2024
@taradsharma2024 8 ай бұрын
CM চাৰে ভাল কাম কৰিছে,,, ধন্যবাদ sir 🙏🙏🙏
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 41 МЛН
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 124 МЛН
the balloon deflated while it was flying #tiktok
00:19
Анастасия Тарасова
Рет қаралды 34 МЛН
raslila today episode - 103
19:27
Hell Tiku
Рет қаралды 17 М.
ভালৰ কাৰণে | Assamese Video | Rong Dhemali
29:23
Rong Dhemali
Рет қаралды 237 М.
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 41 МЛН