LIVE : Ashok Sharma News : বিজেপি এৰি কংগ্ৰেছলৈ যাব ওলোৱা অশোক শৰ্মাৰ বিষ্ফোৰণ N18L

  Рет қаралды 77,790

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE : Ashok Sharma News : বিজেপি এৰি কংগ্ৰেছলৈ যাব ওলোৱা অশোক শৰ্মাৰ বিষ্ফোৰণ N18L
#live #ashoksharma #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 95
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
অশোক শৰ্ম্মাই শুদ্ধ কথা কৈছে | অশোক শৰ্ম্মা জিন্দাবাদ🙏❤🙏 2026 চনত নলবাৰীৰ কংগ্রেছৰ বিধায়ক হব 🙏❤🙏
@Rahul-e2x7z
@Rahul-e2x7z Ай бұрын
অশোক শৰ্মা দাঙৰিয়াক শুভেচ্ছা জনালোঁ অশোক শৰ্মা দাঙৰিয়া আপুনি 26 চনত নলবাৰী দখল কৰিব লাগিব
@RojitaDas
@RojitaDas Ай бұрын
Welcome 2.. Congress 🖐️ Ashok Sarma
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf Ай бұрын
Right decision
@dhimanbaishya6810
@dhimanbaishya6810 Ай бұрын
Good Decision
@rubitamuli3279
@rubitamuli3279 Ай бұрын
Good decision
@UtpalGogoi-h1z
@UtpalGogoi-h1z Ай бұрын
শৰ্মা ডাঙৰীয়াই যি কৈছে একেবাৰে সঁচা কথা. কংগ্ৰেছ ধ্বংস কৰি এটি য়া bi je pi পুৰণি নেতা কৰ্মী ক ধ্বংস কৰি বলৈ গেলা হোপা আহি চে.
@nurulamin9544
@nurulamin9544 Ай бұрын
00⁰0000⁰
@kalitakamal1859
@kalitakamal1859 Ай бұрын
ক্ষমতা ত্যাগ কৰি যাব লাগিলে কিন্তু সাহসী, আত্মসন্মানবোধ থকা আৰু নিৰ্লোভী হ'ব লাগিব
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
হিমন্তই লৰা ৰজা শাসন চলাইছে | স্বেচ্ছাচাৰী শাসন অসমৰ ৰাইজে মিবিচাৰে | অশোক শৰ্ম্মা জিন্দাবাদ🙏❤🙏
@hazarika3679
@hazarika3679 Ай бұрын
Most welcome to congress 🙏🙏🙏
@MayawatiChungkrang-d7b
@MayawatiChungkrang-d7b Ай бұрын
Right kotha 💯. Misa nahay Oxmor CM Jon Bohut Misa kotha koi
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru Ай бұрын
Ashok sarma good decesion
@tapanchandrakalita6420
@tapanchandrakalita6420 Ай бұрын
সিংহ ই কেতিয়াও যুঁজ কৰিবলৈ ভয় নকৰে
@dhaniramhatiboruah5982
@dhaniramhatiboruah5982 Ай бұрын
Good Disition.
@sanibdoley525
@sanibdoley525 Ай бұрын
কাৰোবাৰ কষ্ট ,ত্যাগ স্বীকাৰ কৰি বনোৱা ঘৰ দখল কৰাতো মানৱতাৰ কেনে পৰিপক্কতা??
@nirmalpegu2841
@nirmalpegu2841 Ай бұрын
Right version sir well come to congress
@alamali5932
@alamali5932 Ай бұрын
Good disition
@anamlaskar5010
@anamlaskar5010 Ай бұрын
@RajuKumar-vh6mp
@RajuKumar-vh6mp Ай бұрын
Sealot sharma sir good
@mathstutorialchannel9184
@mathstutorialchannel9184 Ай бұрын
কোনো দলৰে স্বেচ্ছাচাৰী শাসন স্হানী হৈ নাথাকে
@KhaibarHussain
@KhaibarHussain Ай бұрын
Good decision ashok.sarma
@gagandeka4188
@gagandeka4188 Ай бұрын
Very good
@narentalukdar9711
@narentalukdar9711 Ай бұрын
Good
@muhimphukon8486
@muhimphukon8486 Ай бұрын
Wel,coom,to,con,
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
সচাঁ কথা কৈছে অশোক শৰ্মাই
@SAIFULISLAM-ts8bq
@SAIFULISLAM-ts8bq Ай бұрын
Right 💯
@OmarAli-ee7jo
@OmarAli-ee7jo Күн бұрын
Gooddisison
@shamim3d96
@shamim3d96 Ай бұрын
Right.
@TazerAli-x4v
@TazerAli-x4v Ай бұрын
Good ,Better, Best
@prabinsarma7499
@prabinsarma7499 Ай бұрын
আমি সৰ্বসাধাৰণ দৰিদ্ৰ লোকে এইখন চৰকাৰৰ শাসনত দুৰ্বিসহ জীৱন কটাইছো ।
@osmangani4818
@osmangani4818 Ай бұрын
Congratulations
@JagatSaikia-jo3nu
@JagatSaikia-jo3nu Ай бұрын
Good ❤❤
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 22 күн бұрын
Ashok Sarma Saying Real Truth
@digantachangmai1076
@digantachangmai1076 Ай бұрын
Well Come To Ashok Sarmah For Congress party
@dinanathrabha8261
@dinanathrabha8261 Ай бұрын
বি জে পিক উফৰাবই লাগিব।
@jatinbaishha3540
@jatinbaishha3540 26 күн бұрын
অশোক শৰ্মাৰ সত্য কথাই কৈছে ।বৰ্তমান লৰা ৰজাৰ শাসন চলি আছে । মই সমৰ্থন কৰোঁ বৰ্তমান তেওঁ ৰাজ্যৰ জনসাধাৰণ কথা নুশুনে । এক নায়কত্ব শাসন চলাই আছে ।
@MaxShort-o4d
@MaxShort-o4d Ай бұрын
Nice ❤❤❤❤❤❤❤❤
@julhaz3336
@julhaz3336 Ай бұрын
Welcome to Congress Party. This strong person can be benefited to Congress Party.
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
মই 1500টকীয়া সকলে আজি কালি উত্তৰ বিলাক বৰ কাৰ্যক্ষম দেখা গৈছে 1500টকা সঠিক সময়ত সোমাই আছে সম্ভৱ।
@jogennath9685
@jogennath9685 Ай бұрын
Good Decision !Congress Jindabad!
@prarinitasaikia4380
@prarinitasaikia4380 Ай бұрын
একেবাৰে সচা কথা কৈ দাদা আমিও সেই কাৰণে বিজেপি ক ভুট দিছিলোঁ।
@suzaulhoque7397
@suzaulhoque7397 27 күн бұрын
Ashok Sarmah ajibon Nalbari samasti dhori rakhiba paribo Aiya Nalbari raijor pratisruti
@bitupandas1535
@bitupandas1535 Ай бұрын
এটা দলৰ নীতি আদৰ্শত থাকি MLA হল। আৰু এতিয়া টিকট নোপোৱাত দলৰ নীতি আদৰ্শ ভাল নলগা হল। MLA হৈ থকা হলে এনে নকৰিলে হয়।
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
হিমন্ত লগতে এতিয়া শাসন কৰি থকা সকল দেখোন ডাঙৰ ডাঙৰ মন্ত্ৰীৰ হৈ আছিল কংগ্ৰেছৰ নীতি অৰ্দশত বিশ্বাসী আছিল। সেইটো কথা কিয় নকলে।
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Bitupan das toi Himanta Bamunr paikhana latrine safa kari thak.
@MdeepDeep
@MdeepDeep Ай бұрын
Tumi BJP
@NayanmiliMili-j4j
@NayanmiliMili-j4j 20 күн бұрын
Congras jidbad
@alamali773
@alamali773 Ай бұрын
Ok
@binodsaikia1882
@binodsaikia1882 26 күн бұрын
সুবিধা বাদিয়ে কেতিয়াও , শান্তি ত থাকিব নোৱাৰে আৰু এওঁ লোকে জীৱনত আনকো শান্তিত থাকিব নিদিয়ে।
@BuluBoruah-ui8oe
@BuluBoruah-ui8oe Ай бұрын
Well come to congress.
@TaraniHazarika
@TaraniHazarika Ай бұрын
অশোক শৰ্মা আনৰ ঘৰত জুই জিলাৰে নিজৰ ঘৰত জুইলাগে
@SusitaBegum
@SusitaBegum Ай бұрын
@babulbora8228
@babulbora8228 Ай бұрын
এই বিলাক নেতাৰ কোনো ideology নাই।বিজেপি আৰু কংগ্ৰেছ দুয়োটাই বেলেগ ৰাজনৈতিক মতাদৰ্শ ৰ দল।বিজেপি তে থাকি বিজেপি ৰ বেয়া বিলাক কম বেছি পৰিমাণে শুদ্ধ কৰিব নোৱাৰাৰ কাৰণ কি,কিন্তু আচলতে ৰাইজে তৰুণ গগৈ চৰকাৰৰ অপ শাসন উফৰাবৰ বাবেহে বিজেপি ক শাসন লৈ আনিছিল।নেতা বিলাক MLA,MP থকালৈকে দল ভাল।বাংলাদেশী মূলৰ মুছলমান ভোটৰ আশাত কংগ্ৰেছ ৰ নিচিনা দললৈ অশোক শৰ্মা ৰ দৰে নেতাই ভৰিত কুঠাৰ মাৰিবলৈ ওলাইছে।
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
এতিয়া বিজেপি চলাই থকা সকল কংগ্ৰেছৰ আদৰ্শ লৈ মন্ত্ৰী বিধায়ক হৈ আছিল হেই কথা নকল যে।
@rinkumili2957
@rinkumili2957 Ай бұрын
ভুকি থকা কুকুৰে কামুৰিব নোৱাৰে বুলি এটা প্ৰবাদ আছিল।ঠিক অশোক শৰ্মাৰ কথাবোৰ তেনেকুৱা ই হৈছে। সকলোকে মুঠতে পাৱাৰ লাগে।
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
মই 1500টকীয়া দুজন মানৰ লিখা কথা উত্তৰ দিছো তেঁওলোকে লিখাৰ তলত। কিন্তু তেওঁলোকে উডৰ দিব পৰা ক্ষমতা নাই। 1500টকাৰ কাৰণে লিখিছে। মোৰ লিখাটো ডিলিট কৰি দিব। গতিকে পুনৰাই লিখিছো শৰ্মা ডাঙৰীয়া বিষয়ে লিখি কৈছে যে এটা দলৰ নীতি আদৰ্শ লৈ অন্য এটা দললৈ গৈ লাভ নাই। কিন্তু মই তেওঁলোকক সুধিব বিচাৰো হিমন্ত বিশ্বৰ লগতে দাদা বিগেদৰ পৰা আদি কৰি অন্যান্য যি সকলক কংগ্ৰেছ পৰা আহি যি সকলে বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰা অৱস্থালৈ লৈ অহা সকলক খেদি কেনেকৈ বিজেপি কৰি থকা সকলৰ কথা কিয় কোৱা নাই। বাবুল বৰাই মই তেওঁৰ বিপক্ষে লিখা কথা ডিলিট কৰিলেই।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
কাৰোবাক ১৫০০ টকাৰ লগত তুলনা কৰাৰ আগত নিজকে লুঙ্গি, কম্বল, মদলৈ মনত পেলাব লাগে। শুনা যায় কিছুমান কংগ্রেসী ছামচাৰ এগিলাচ মদেই যথেষ্ট। দেখা গেছে তুমিও দহ টকীয়া গিলাছ ধাৰীয়ে হবা। 😂😂😂😂😂😂🎉🎉🎉🎉🎉
@TaraniHazarika
@TaraniHazarika Ай бұрын
মাটিত ৰঙ দিলে সোন নহয়
@NirmolRay1996
@NirmolRay1996 Ай бұрын
😂😂😂এয়া কেৱল নিজৰ স্বাৰ্থ।।একো নহয়।।।।কংগ্ৰেছ আহিলেও 5 বছৰতে আমুৱাব।।।সেইটো স্বাভাৱিক কথা।।।জনগণে কেতিয়াও এটা দলকে দীৰ্ঘ সময়ৰ কাৰণে শাসনত নাৰাখে।।।
@MdeepDeep
@MdeepDeep Ай бұрын
Ek tigers
@UtpalakshyaDas
@UtpalakshyaDas Ай бұрын
M.L.A hoi thakib parile bhal. Electricity congress r din t koi bartaman bahut bahut bhal.
@pranabbaruah7687
@pranabbaruah7687 Ай бұрын
ৰাজনৈতিক বৃত্তিজীৱী এওঁলোক,যত ভাল পেকেজ তাতেই যাব,নিজৰ পেকেজ বৃদ্ধিৰ চেষ্টা কৰা ডাঙৰ খবৰ নহয়।🤣🤣
@lnl6069
@lnl6069 29 күн бұрын
Danob jetiya Manob hoi, laz pab kuneno kua...? Ami laz pab logiya hoise, kosto pab logiya hoise, loghone thakib logiya hoise...Karon okhom khonk Danob burk Gotai di teuloke nijor kori thakise...jene Sarkari School Madrsa bur bondho kori, Baktigoto School Madrasa bur kath phular dore phulai thakise..jar babe Okhomiya kuno unnoti nai, Okhomiyak Dr. Engineer hob lage buli koi, porhar naam koi... toka poisa bur khoros koruai thaki, Okhomi aai lone loi, ghar mati bikri kori khai thakib loga obosta korise.. ? Modr dukan bur khuli dise. Ei bur khab di, khuai thaki teuloke desh salai Okhomiyak mari thakise..?
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Modi Sarkar Assam very very
@BabulKakati-gv5fm
@BabulKakati-gv5fm Ай бұрын
Wrong decision
@mukutnath1419
@mukutnath1419 Ай бұрын
Bad worker quarrels with tools
@surathbarman9588
@surathbarman9588 Ай бұрын
্লাভ নাই অশোকর
@SouravDas-hk9ir
@SouravDas-hk9ir Ай бұрын
No a s
@tamanna2813
@tamanna2813 Ай бұрын
Tumak ticket lage
@BabulKakati-gv5fm
@BabulKakati-gv5fm Ай бұрын
Ashok opinion wrong opinion next govt bjp again
@DharmeshwarPayeng-dr6is
@DharmeshwarPayeng-dr6is Ай бұрын
কাম নাই অশোক শৰ্মা
@octanesson
@octanesson Ай бұрын
All ☪️ league congrats him😂
@basantakumarpoddar2942
@basantakumarpoddar2942 Ай бұрын
অশোক শমা’ কি এজন ডাঙৰ নেতা সাংবাদিকেহে তেওঁক ডাঙৰ কৰিছে তেওঁ কত যায় গৈ থাকক তাৰ বাবে বিজিপিৰ একো নহয়
@taruntalukdar2776
@taruntalukdar2776 Ай бұрын
B j p মানে কংগ্ৰেছ ।
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
বিজেপিত মাত্ৰ হিমন্তৰ কোম্পানীহে দাঙৰ বস্তূ
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Basanta kumar podder Bangali bilake bhabi aso Bjp a adin Axomr rajjik(State vasaa) Bangali kariba.
@basantakumarpoddar2942
@basantakumarpoddar2942 Ай бұрын
@@mukulbaruah1833 উপাধিৰে জাতি নিণ’য় কৰিব নাপায়
@umeshboro3588
@umeshboro3588 Ай бұрын
Godo. Neu
@aswinikumardas3188
@aswinikumardas3188 Ай бұрын
অশোক শৰ্মাৰ একো লাভ নাই ।
@sarbeswarboro2412
@sarbeswarboro2412 Ай бұрын
Balor guti duta
@HasenAli-py2dl
@HasenAli-py2dl Ай бұрын
Good decision
@NayanmiliMili-j4j
@NayanmiliMili-j4j 20 күн бұрын
Good Decision
@shahabuddinahmed6696
@shahabuddinahmed6696 Ай бұрын
Ok
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
সচাঁ কথা কৈছে অশোক শৰ্মাই
@mankacharvlog168
@mankacharvlog168 Ай бұрын
Good decision
@bikashhazarika3885
@bikashhazarika3885 Ай бұрын
Good decision
@ZakirHussain-fq2sq
@ZakirHussain-fq2sq Ай бұрын
Good decision
@NayanmiliMili-j4j
@NayanmiliMili-j4j 20 күн бұрын
Good Decision
@HasenAli-py2dl
@HasenAli-py2dl Ай бұрын
Good decision
GTA 5 vs GTA San Andreas Doctors🥼🚑
00:57
Xzit Thamer
Рет қаралды 31 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 61 МЛН
小丑和白天使的比试。#天使 #小丑 #超人不会飞
00:51
超人不会飞
Рет қаралды 45 МЛН
RSS ഉം ADGP ഉം!''ഗം'  | #GUM | 13 September 2024
19:57
asianetnews
Рет қаралды 225 М.
GTA 5 vs GTA San Andreas Doctors🥼🚑
00:57
Xzit Thamer
Рет қаралды 31 МЛН