No video

LIVE | Assam Congress | ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত সংঘাত | বিভাজিত হ'ল সংখ্যালঘু বিধায়ক | N18L

  Рет қаралды 418,929

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Assam Congress | ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত সংঘাত | বিভাজিত হ'ল সংখ্যালঘু বিধায়ক | N18L
#livenews #live
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#pradyutbordoloi #gauravgogoi #congress #loksabhaelection2024 #rokibulhussain #rokibul #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 60
@localmusicvideo9399
@localmusicvideo9399 6 ай бұрын
এয়া নেতা সকলৰ ৰাজনীতি নে দলৰ স্থিতি অসমৰ পৰা শেষ কৰাৰ ৰাজনীতি হয়। দলৰ বিধায়ক / সাংসদ দলীয় সিদ্ধান্তৰ বিৰোধীতা কৰে তেন্তে AAP, TMC, বহি থাকিব নে?
@myindia0076
@myindia0076 6 ай бұрын
200%সঁচা, আমি আগৰ পৰাই কৈ আছো। কিন্তু সঁচা news টো প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ।
@nripenborgohain201
@nripenborgohain201 Ай бұрын
ৰকিবুলক লৈ কংগ্ৰেছৰ শক্তি বেছি হৈছে ৷ একত্ৰিত হৈহে কাম কৰি আছে ৷
@nripenborgohain201
@nripenborgohain201 Ай бұрын
মিছা বাতৰি এই সময়ত - কাৰণ ৰকিবুল আৰু গৌৰৱক ডাউন দিবলৈ এমখাৰ নানা কৌশল ৷
@afzalhussain1693
@afzalhussain1693 3 ай бұрын
Good Ajmal always King
@jaidulali3886
@jaidulali3886 3 ай бұрын
রাইজে নেতার কথা নোহুনে রাইজে হাতোর চিনোত ভোট দি জয় কোবো
@tapansaikia5798
@tapansaikia5798 6 ай бұрын
Mojja. Shess hobo lage
@eunusaliahmed5912
@eunusaliahmed5912 5 ай бұрын
কংগ্ৰেছৰ অৱস্থা শোচনীয় হোৱা খাটাং কাৰন কংগ্ৰেছৰ মাজত যি সকল সংখ্যালঘু বিধায়ক আছে ক'ব গ'লে সকলোৰ মাজত গাদ্দাৰ স্বভাৱ আছে। এই নেতাবোৰে সংখ্যালঘু ৰাইজৰ কোনো এটা স্থায়ী সমস্যা সমাধান কৰিব পৰা নাই।।
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 ай бұрын
হয় চালানী মাছ মানুহ পছন্দ নকৰে সেই বুলি লোকেল গেলা পুঠি মাছৰ ওচৰ লৈকে কোনো নাযায়।কৈছে, নাই মোমাইতকৈ কণা মোমাই ভাল। মাননীয় সাঙসদ আ,খালেক ডাঙৰীয়া ইতিপূৰ্বে দুবাৰ কৈ বিধান সভাৰ নিৰ্বাচনত আকৌ সাঙ্ সদৰ নিৰ্বাচনতো তেখেতক আমি নিৰ্বাচিত কৰি আমাৰ সমষ্টিৰ উন্নতি সম্পৰ্কে সাধাৰণ বৰ্ণনা এনেকুৱা
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 ай бұрын
জনীয়া সমষ্টিৰ অন্তৰ্গত আ,খালেক হতৰ গাঁৱৰ পশ্চিমে ইছপপুৰৰ পৰা আৰম্ভ কৰি বেকী নদীৰ পশ্চিমে গাওঁ কিমান টা আছে আ,খালেকে মোতকৈ বহত ভাল জানে। নাই বুলিলেও২৫_৩০টা গাঁৱ হব। উক্ত বৃহত অঞ্চলৰ লোকৰ সদৰ বৰপেটা, কাছাৰী বৰপেটা সকলো ধৰণৰ অফিচ আদালতৰ কামৰ বাবে বৰপেটা চহৰলৈ অহা বাট মাথো এটাই আছিল সেয়া ছনপুৰাহৈ উত্তৰ জনীয়া আৰু দক্ষিণ ডাউক মাৰী গাঁৱৰ মাজেৰে বাঙ্লীপাৰা গাওঁৰ মাজেৰে বৰপেটা চহৰলৈ ১৯৬৫_৭০চনলৈ১৯৬৭_৬৮চনত চাউল খোৱা নদীৰ ওপৰত কাঠৰ দলং এটা দিয়া হ'লেও বেকী নদীৰ পশ্চিমৰ মানুহ বাঙ্লীপাৰাৰ এই বাটেযাতায়ত কৰিছিল। এই বাট অসমৰ বৰ্তমানৰ ৰাজধানী গুৱাহাটীৰ বিমান বন্দৰৰ আগতে কমাৰচৰত ইঙৰাজে বিমান বন্দৰ সাজিবলৈ লৈছিল আৰু সেই সময়ত অসমত যি কেইটা ৰাস্তা,বাট আছিল তাৰ ভিতৰত উল্লেখযোগ্য বাট আছিল বাঙলীপাৰা গাঁৱৰ মাজেৰে যোৱা বাট, প্ৰধান মন্ত্ৰীৰ স্বৰকযোজনাৰ ৪০_৫০বছৰ পূৰ্বৰে এহেজাৰ নহয়,কমেও দুই তিনি হাজাৰ জন বসতি পূৰ্ণ গাওঁ। এই গাওঁৰ মাজেৰে যোৱা বাটে খালেকৰ বাপে লগতে তাৰ বাপেৰ লগ সমনিয়া খালেকৰ আতা আৰু আতাৰ সমনীয়াৰ বাট আজিলৈ মাননীয় সাঙসদৰ দৃষ্টিত নপৰিল। গতিকে লোকেল এই পচা পুঠিতকৈ চালানী নাখালেও মানুহ কব ৰৌৰ পেট্টী।পচা পুঠি গাত খান্দি পুতি থ ওক।
@binodsaikia1882
@binodsaikia1882 2 ай бұрын
ইহঁতে কেতিয়াও কাকো শান্তিত থাকিব নিদিয়ে।
@abdussattartalukdar446
@abdussattartalukdar446 5 ай бұрын
We don't want Rakibul.
@afzalhussain1693
@afzalhussain1693 3 ай бұрын
Ajmal sahab zindabad ❤️🌹
@AkmalHussain-qs4qx
@AkmalHussain-qs4qx 4 ай бұрын
Badruddin Ajmal Zindabad AIUDF Zindabad
@nasiruddinahead9296
@nasiruddinahead9296 4 ай бұрын
Undoubtedly win Bador uddin Ajmal.
@falusk-xl2uc
@falusk-xl2uc 4 ай бұрын
aiudf. jindabad
@pgoswami5378
@pgoswami5378 6 ай бұрын
বিধায়কে লোকসভা নিৰ্বাচন খেলিলে বিধায়ক পদৰ পৰা পদত্যাগ কৰিহে প্ৰাৰ্থীত্ব আগবঢ়ালে ভাল হব। এনে প্ৰাৰ্থীয়ে হাৰক বা জিকক দুয়োটা ক্ষেত্ৰতে বিধায়ক পদ খালি ৰ'ব আৰু উপনিৰ্বাচন হব লাগে। তেতিয়া হাই কাজিয়াও নহব পাৰে।
@masrafali927
@masrafali927 6 ай бұрын
যি সকলে সাংসদ হৈ সংসদত একো মাত নামাতে তেওঁলোকক টিকট দিব নালাগে ।
@sashibhatta5198
@sashibhatta5198 6 ай бұрын
কংগ্ৰেছত কমেও আৰু এজন পুৰুষ নেতা আছে দলটো সম্পূৰ্ণৰূপে শেষ কৰি দিবলৈ ৷ দ্বিতীয়জনৰ পত্নীও আছে সেই একে শাৰীত ৷ ভূপেন বড়াই চিনিব পাৰিলেও একো কৰিব নোৱাৰে বাবে সেই সকলেহে আগভাগ লয় ৷
@islamicaducation7863
@islamicaducation7863 5 ай бұрын
আজমল আগৰ পৰাই শক্তিশালী প্ৰাৰ্থী
@Kasrulislam-jr6ds
@Kasrulislam-jr6ds 5 ай бұрын
রকিবুল হারিব
@pranabjyotihazarika1479
@pranabjyotihazarika1479 6 ай бұрын
কংগ্ৰেছে আৰু নিৰ্বাচন নেখেলিলেও হ'ব । সকলো ৱে দা- কুথাৰ লৈ যুদ্ধ আৰম্ভ কৰক।
@AshrafulAlom-xj9fx
@AshrafulAlom-xj9fx 3 ай бұрын
রকিবুল হারব গেরানটি
@hemantamahanta5578
@hemantamahanta5578 6 ай бұрын
হুছেইন ডাঙৰীয়াই হাইকামাণ্ডৰ মতে চলিলে দলটোৰ সৃঙ্খলা ৰক্ষা পৰে ।
@mousm6612
@mousm6612 6 ай бұрын
Hussain dangoria jetia bonmontri asil tetiar pora nagaonr hokolu oncholote bandor meli di bandoror upodrop bohaise...kotu eku rubo nuari...Hussain roxatole jauk...duwa thakil
@user-sn5bi1ml6r
@user-sn5bi1ml6r 4 ай бұрын
Ajmol to jikiboi
@abuabdulla2339
@abuabdulla2339 4 ай бұрын
রকিবুলের কাম নাই
@indrajitbaruah1676
@indrajitbaruah1676 6 ай бұрын
সংখ্যালঘু == ×× মুচলিম === ✓✓ মুচলমান সংখ্যা লঘূ নহয় আপডেটেদ হৈ থকা ভাল। ।।
@PranjalGogoi-dg2fv
@PranjalGogoi-dg2fv 5 ай бұрын
Well
@isfakurrahmansarkar4558
@isfakurrahmansarkar4558 5 ай бұрын
Duburtih wazed Ali triket dile valo hoy
@user-cg4lj7gs3b
@user-cg4lj7gs3b 5 ай бұрын
Congress jindabad
@rajeshdoley2509
@rajeshdoley2509 5 ай бұрын
Congress zindabad
@user-xv6gt1xd1u
@user-xv6gt1xd1u 6 ай бұрын
বিজেপি এ আই ইও ডি এফ এ যিমান বদনাম কৰিলেও কংগ্রেছ কেতিয়াও শেষ নহয়। কোনোবা আহিব কোনোবা যাব।
@taijulislam5120
@taijulislam5120 5 ай бұрын
Rakibulok Heusen will come
@HumayunBadsha-ju3xk
@HumayunBadsha-ju3xk 4 ай бұрын
একে কথা বাৰে বাৰে কবি থকা কিয়া
@Akkas714
@Akkas714 3 ай бұрын
O
@user-cj4xp5if2h
@user-cj4xp5if2h 4 ай бұрын
রকিবুল জীনদাবাদ
@bishnuramdas2708
@bishnuramdas2708 3 ай бұрын
Raki bul jikato khatang ajmal ata bepari
@user-op6rs7gw7k
@user-op6rs7gw7k 5 ай бұрын
Hi
@mdshahjahan9551
@mdshahjahan9551 6 ай бұрын
Rakibul
@dulalsk669
@dulalsk669 3 ай бұрын
Hl
@babulranjit6131koti
@babulranjit6131koti 6 ай бұрын
Hindi chanelor Sentence
@Zxbossyt123
@Zxbossyt123 4 ай бұрын
Rokibul...jindabad
@babulranjit6131koti
@babulranjit6131koti 6 ай бұрын
Bhagomvag part 1Suru
@user-oh4kc4uj3r
@user-oh4kc4uj3r 5 ай бұрын
এইবাৰ কংগ্ৰেছে যাবো
@soburali7946
@soburali7946 3 ай бұрын
Aitu dalali
@arunsaikia3774
@arunsaikia3774 6 ай бұрын
Bihombadar babe congress dubi aase.
@nurmahammadali-vz4oz
@nurmahammadali-vz4oz 4 ай бұрын
😮😮😮😮😮
@user-mt1bc4cv7h
@user-mt1bc4cv7h 4 ай бұрын
Foltu new
@JohirulIslam-df9rz
@JohirulIslam-df9rz 5 ай бұрын
. In my
@fakrulmazumder7496
@fakrulmazumder7496 5 ай бұрын
CONGRESS BIG ZERO
@user-cj4xp5if2h
@user-cj4xp5if2h 4 ай бұрын
রকিবুল হুছেন জিন্দাবাদ
@AbdulMannan-ri9jh
@AbdulMannan-ri9jh 5 ай бұрын
Roke.longlaif
@jaidulali3886
@jaidulali3886 3 ай бұрын
রাইজে নেতার কথা নোহুনে রাইজে হাতোর চিনোত ভোট দি জয় কোবো
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 70 МЛН
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 39 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 50 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 45 МЛН
SR : Freddy Malsawmdawngzela Thihna Chungchang
43:17
Vanneihthanga Vanchhawng
Рет қаралды 113 М.
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 70 МЛН