No video

LIVE | Himanta Biswa Sarma | কি ডাঙৰ কথা। বিজেপি পৰা কংগ্ৰেছলৈ যোৱাটোঃ মুখ্যমন্ত্ৰী | N18L

  Рет қаралды 57,626

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Himanta Biswa Sarma | কি ডাঙৰ কথা। বিজেপি পৰা কংগ্ৰেছলৈ যোৱাটোঃ মুখ্যমন্ত্ৰী | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#himantabiswasarma #bjp #congress #news18live
#newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 30
@mridulduwarah7897
@mridulduwarah7897 Ай бұрын
নাও বুৰিলেও টিঙৰ পৰা ননমাৰ বাবেই আজি এই অবস্হা. ৭ খন ৰাজ্যৰ উপ-নিবাচনত পতন হোৱাৰ পিছতো শিক্ষা হোৱা নাই তাৰমানে.
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge Ай бұрын
Mama তোমাৰ দিন গল কাৰণ তোমাৰ মায়া জাল অসমৰ মানুহে গম পালে যে তুমি এজন মিছা কথা কোৱা মহনায়ক , তুমি এদিন তৰুণ গগৈ ডাঙৰীযাক কন্দুৱাৰ কথা মনত আছে
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
আপুনি হিন্দু মুছলিমৰ কথা কয় ২৬ত মুখ্যমন্ত্ৰী হব নোৱাৰে আৰু আগত মুখ্যমন্ত্ৰী নহওঁতেই এইবোৰ কথাই আপোনাৰ মুখত শোভা পাইছিল। এতিয়া কিন্তু এজন মুখ্যমন্ত্ৰী মুখত এইবোৰ কথা শুভা নাপাই।
@daizee4510
@daizee4510 Ай бұрын
মানুহৰ যেতিয়া অধঃপতন ঘটিবলৈ আৰম্ভ কৰে ৷ তেতিয়া মানসিক ভাৰসাম্যতা হেৰুৱাটো স্বাভাৱিক কথা ৷ হিমন্তৰো সেই একে দশা ৷
@santanurajkonwar4093
@santanurajkonwar4093 Ай бұрын
যিমানেই ওফাইদাং নামাৰক কিয়, ভিতৰি কিন্তু কম্পমান। দাদাবিগেদৰ অধীনত সকলো থাকিব নিবিচাৰিবও পাৰে।
@AjitTayeng
@AjitTayeng Ай бұрын
Apuni tu congress ot asile aru congress pora rajnitik hikile apuni etiya bjp loi goise
@Abdulrazak-so2jq
@Abdulrazak-so2jq Ай бұрын
CM চাহাবে নিজৰ আদৰ্শৰ কথা পাহৰি দল এৰি গল বুলিয়েই প্ৰমাণ কৰিলে। CM চাহাবৰ কথা মতে BJP ত যোগদান কৰা সকল নীতি আদাৰ্শ নথকা লোকৰ বুলি কোৱা যেন অনুমান হয়।😂😂😂😂😂
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ তিনি গগৈ জিন্দাবাদ জিন্দাবাদ
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
হিন্দু মুছলিম, হিন্দু মুছলিম কৰি,কৰি অসম খন খেখ কৰিলা আৰু নিজৰ টকা সম্প্ৰীতিৰ পাহাৰ কৰিলা এয়াই হৈছে অসমৰ উন্নতি আৰু অন্ধ ভক্ত আৰু চুয়া চেলাকা বিলাকৰ কাৰণে এয়াই হৈছে উন্নতি অসমৰ
@pintubhuyan-rg3do
@pintubhuyan-rg3do Ай бұрын
Congres jindabad.
@mukutborah4081
@mukutborah4081 Ай бұрын
বিজেপি শেষ হব। মুখ্যমন্ত্রীৰ দেবে নতুন দল সৃষ্টি কৰিব।
@bububorah
@bububorah Ай бұрын
আপুনি কেতিয়া আহিব কংগ্ৰেছলৈ সেইটো কওক?? পিছে আপুনি কিন্তু এইবাৰ আহিব নোৱাৰে????
@PronabDeori-xt1wc
@PronabDeori-xt1wc Ай бұрын
Side eta thailand logun ceremony patibi juwa manuoh tu😂😂😂😂😂😂
@ramnathborah7356
@ramnathborah7356 Ай бұрын
BJP Bay Bay
@shahidulislam-dc1tk
@shahidulislam-dc1tk Ай бұрын
Why speak down
@RubulBora-t7o
@RubulBora-t7o Ай бұрын
Member's reverse is not a good sign for Bjp. It happens due to high profile leader's leading.
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
BJP ৰ পৰা এজনো নাহিলেও কংগ্ৰেছ দল শক্তিশালী হৈ আহিছে আহিব।
@ismailhussainkhan1385
@ismailhussainkhan1385 Ай бұрын
Asol kotha hol honmanor.powa nopowa byapar nohoy.
@sultanmamud3177
@sultanmamud3177 Ай бұрын
বিজেবি।সেখ।হব
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
কংগ্ৰেছৰ লগত ৰাইজ আহি আছে। ফালটো নেতা দৰকাৰ নাই।
@mohsinahasin8071
@mohsinahasin8071 Ай бұрын
মূখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কিয় ক্ঙগ্ৰেছ দল এৰি কিয় বি জে পি ত গৈছিল
@gh12138.
@gh12138. Ай бұрын
Aibar2026 bjp axom prai ses hobo🙏
@user-lc6rb2pb1q
@user-lc6rb2pb1q Ай бұрын
Jiman. Kolio. Arw. Kam. Nohobo. B. J. P. Ahitaka. 2026. Aber. Akomor. Raiesh. Kosaton
@user-ml8ww9sg7p
@user-ml8ww9sg7p Ай бұрын
Himanta ni j lovia. Himanta nisina lovia assamyot montri mla nai.
@KutubUddin-ur6gt
@KutubUddin-ur6gt Ай бұрын
Akhomor raijoloi anurud, amar CM jen apoman nokore,cong. Powerot ahile taur babe lajor kotha he hobo karon taun cong. Ari BJP ahi he.
@emptysakar
@emptysakar Ай бұрын
Holeu Namgharr paisa khabo nalage #bjp
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 42 МЛН
Doing This Instead Of Studying.. 😳
00:12
Jojo Sim
Рет қаралды 35 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 21 МЛН
SR : Freddy Malsawmdawngzela Thihna Chungchang
43:17
Vanneihthanga Vanchhawng
Рет қаралды 123 М.
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 42 МЛН