Smart Meter Controversy || স্মাৰ্ট মিটাৰে মোৰ ঘৰৰো বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিলে! || Atanu Bhuyan

  Рет қаралды 233,748

Satya - The Truth India

Satya - The Truth India

Күн бұрын

Пікірлер: 902
@RareSpoy
@RareSpoy 2 ай бұрын
ইতিহাসত অসম ধ্বংস কৰা কেইজনৰ ভিতৰত আপোনাৰ অৱদানো কিন্তু থাকিব।
@sowailahmed6540
@sowailahmed6540 2 ай бұрын
Yes
@DipumoniRajbongshi
@DipumoniRajbongshi 2 ай бұрын
Right ✅️
@digantachangmai1076
@digantachangmai1076 2 ай бұрын
অই হিমন্ত বিশ্ব ত ই জিৱনত কেতিয়াবা লাইটৰ বিল দি পালিনে ৰাইজক তেজ খাইছ ত ই তোৰ ধ্বংস অনিবাৰ্য
@lakhiteok6813
@lakhiteok6813 2 ай бұрын
Kukure bill dibo korpora..amar poisare khai ase...Kukure mitha kotha koi khaise
@goutamdas2531
@goutamdas2531 2 ай бұрын
Atunu bhuyan b j p saportar
@sfilmmovie726
@sfilmmovie726 2 ай бұрын
Right brother support
@AzizurRahman-vp7wr
@AzizurRahman-vp7wr 2 ай бұрын
কলা দন 15 লাক টকা দিব মামা হে nijor হে sorkar
@namobilesolutions
@namobilesolutions 2 ай бұрын
Good
@paragdutta9155
@paragdutta9155 2 ай бұрын
2026 লৈকে থাক তাৰ পাছত তোৰ খেল খতম হিমন্ত । গাওঁৰ মানুহে তহঁতক ভোট নিদিয়ে ।
@sumanvlogs-my7uf
@sumanvlogs-my7uf 2 ай бұрын
Ok
@jayantadas1442
@jayantadas1442 2 ай бұрын
😂
@genuinelyrics3304
@genuinelyrics3304 2 ай бұрын
Pisot akou akei hobo goi **P a jikibo 🙂
@biswajitbora9365
@biswajitbora9365 Ай бұрын
Rit
@bhabanandranath7171
@bhabanandranath7171 2 ай бұрын
মানুহৰ জিনা হাৰাম কৰি দিছে।সবতে মুল্য বৃদ্ধি
@jomeruddin1602
@jomeruddin1602 2 ай бұрын
স্মাৰ্ট মিটাৰত যাৰ বিল বৃদ্ধি হোৱা নাই বুলি কৈছে, নিশ্চয় কৈ সেইজন বিদ্যুৎ চুৰ কৰি চলাইছে
@keshabrabha6442
@keshabrabha6442 2 ай бұрын
@@jomeruddin1602 বিদ্যুত চোৰ নহলে শক্তি বিভাগৰ চামচা নহলে মামাৰ চামচা
@sajalbiswas9390
@sajalbiswas9390 2 ай бұрын
বেলেগ মানুহে চুৰি কৰিছেনে নাই সেই কথা আমি নাজানো কিন্তু আপুনি যে বিদ্যুৎ চুৰি কৰিছে সেয়া নিশ্চিত।
@axomiayt2285
@axomiayt2285 2 ай бұрын
Amar Kom ahise
@BhaskarJyotiBora-hy5cp
@BhaskarJyotiBora-hy5cp 2 ай бұрын
Ji sur korisil agote tar bil atya besi ahise...ktha himanei😂
@axomiayt2285
@axomiayt2285 2 ай бұрын
@@BhaskarJyotiBora-hy5cp একদম মইও সেইটোকে ভাবিছোঁ
@PranjyotiPatiri
@PranjyotiPatiri 2 ай бұрын
লাজ লগা নাই টোক CM হিচাপে অসম বাহি ৰাইজে কেতিয়াও বিচৰা নাছিল।
@lakhiteok6813
@lakhiteok6813 2 ай бұрын
Right...kukur tuk CMjen nalagei...goru sur jen ha lage
@syedmossarafhussain5788
@syedmossarafhussain5788 2 ай бұрын
12:34 12:35 12:35
@keshabrabha6442
@keshabrabha6442 2 ай бұрын
Smart ধন ঘটা মেচিন,,,
@badanpathak4986
@badanpathak4986 2 ай бұрын
smart mitar toka ghata micine
@jomeruddin1602
@jomeruddin1602 2 ай бұрын
বোপা, দিন শেষ হৈছে। অপেক্ষা কৰক ২৬ লৈ
@SURENBorah-z8j
@SURENBorah-z8j 2 ай бұрын
চাকৰি কৰা লোকে 1000 টকা 2000 টকা দিব পাৰিব কিন্তু দিন হাজিয়া কৰা মানুহ বোৰ কৰ পৰা দিব আপোনাৰ দুখ নালাগে আপোনাৰ চাকৰি আছে কিন্তু দুখীয়া মানুহক শেষ কৰিছে এই চকাৰ
@boruahhoren4850
@boruahhoren4850 2 ай бұрын
আপুনি সাংবাদিকক নহ য় আপুনি নিজে ঘৰে ঘৰে চাওক।বিল বাঢিছে নে নাই।ৰাইজ মিছা নহয়।আপোনাৰ ধাৰণা ভুল, যাৰ বাবে আপুনি ভুগিব লাগিব।
@naruttamsharma561
@naruttamsharma561 2 ай бұрын
মোৰ ঘৰত দুবছৰৰ পৰা লগুৱা আছে আজিলৈকে টো কোনো খেলিমেলি পোৱা নাই
@assam775
@assam775 2 ай бұрын
😂​@@naruttamsharma561
@gamvlogs1748
@gamvlogs1748 2 ай бұрын
Bohut bahise bill muthote
@hasibur2255
@hasibur2255 2 ай бұрын
Apuni dekhun himantar dalal akow aji 😂
@arpanachutia4866
@arpanachutia4866 2 ай бұрын
Moi take buji napalu
@DipumoniRajbongshi
@DipumoniRajbongshi 2 ай бұрын
Yes😂
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
অতনু ভূঞা ডাঙৰীয়া ৰ ভাল, হিমন্ত বিশ্ব শৰ্মা ৰ লগত ভাল, যিমান বিল আহিলেও বাহিৰা পইছা দি আৰামত জীয়াই থাকিব, C.M ই ভূল কৰিলেও অতনু ভূঞাই news নকৰে , C.M মামা আপুনি জাতি মাটি ভেটিৰ নামত ৰিনিকি মামী, ভাগিন ৰ নামত অগাধ সম্পত্তিৰ মালিক হল, ভগৱান থাকিলে আপোনাৰ গতি বহুত ৱেয়া হব
@UjjalBhatta-x8f
@UjjalBhatta-x8f 2 ай бұрын
বিৰোধিতা কৰিলেই কংগ্ৰেছ বুলি নকন।বিজেপি য়েও কৰিছে।আপোনালোকে প্ৰতিবাদ কৰিলেই কংগ্ৰেছ বুলি আভুৱা নাভাৰি ব।
@ranjitkumardas4470
@ranjitkumardas4470 2 ай бұрын
দিন ডকাইত ইম্মাট মিটাৰ
@Nirendas812
@Nirendas812 2 ай бұрын
হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই আপুনি কোৱা দৰেই মিলাই দেখিছোঁ বেলেগ,বেলেগ বিল আহে।2021/22/23/24 সকলোবোৰ বিল slip জমা কৰি থৈছোঁ।
@dhiman2246
@dhiman2246 2 ай бұрын
ৰাইজৰ বিল তুলনা কৰাৰ বাবে এবছৰ অপেক্ষা কিয় কৰিব লাগে ।
@manashmotivation5573
@manashmotivation5573 2 ай бұрын
স্মাৰ্ট কৰিব লাগে লাইনৰ তাৰ কেইদাল ,স্মাৰ্ট কৰিব লাগে তাত চাকৰি কৰা মানুহ বোৰ ,স্মাৰ্ট কৰিব লাগে ভল্টেজ স্মাৰ্ট কৰিছে কি টকাৰ মেচিনটো তাতেই গম পাই ভেকুলী মুটিলেই 3দিনলৈ কাৰেণ্ট নাপাই গছৰ পাত লৰিলেই কাৰেণ্ট নাই এইবোৰ কি স্মাৰ্ট হৈছে নে কৰিব লাগে কি ঠিক আছে আপোনালোকে স্মাৰ্ট মিতাৰে আগৰ দৰেই কাম কৰিছে তেনেকৈ থাকিব লাগে কি কথা কয় মানুহ আগৰদৰে বুৰ্বক বুলি নাভাবিব এতিয়া বহুত জনা বুজা হল বুৰ্বক বনাই বনাম বুলি এতিয়াও ভাবিছে
@sudiptagogoi8540
@sudiptagogoi8540 2 ай бұрын
মোৰ ঘৰত দুটাই আছে স্মাৰ্ট আৰু pre-paid, মই june july আৰু august 21তাৰিখৰ লৈকে ব্যৱহাৰ কৰিছো মোৰ বিল বেছি আহিছে,আৰু এতিয়া minus লাগি 21 তাৰিখৰ পৰা কাটি থোৱা আছে,মই 1912 কল কৰো আৰু জানিব বিচাৰোঁ যে মই ৰিচাৰ্ছ নকৰিলে মোৰ কিবা অসুবিধা হব নিকি।তেতিয়া জনাই যে,যিহেতু মিটাৰ লৈকে আহি আছে তাৰ বিনিময়ত প্রতেইক দিনাই 4টকা কেই fixed charge নামত দিব লাগিব। মই 4টকা fixed charge দি জাম কিন্তু আৰু স্মাৰ্ট মিটাৰ ৰিচাৰ্ছ নকৰো।মই মোৰ post paid টো তে সুখী।
@dilipsarma6766
@dilipsarma6766 2 ай бұрын
মিছা কথাৰ ভড়াল এইজন।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 ай бұрын
স্মাৰ্ট মিতাৰ বদলি কৰাৰ আগতে ৰাজ্যেৰ মুখ্যমন্ত্ৰী জন বদলি কৰক
@Tapanbaruah-dq3to
@Tapanbaruah-dq3to 2 ай бұрын
এই বাৰ মুখ্যমন্ত্ৰীয়ে পত্নীৰ নামত আৰু কিবা কিনিব বিচাৰিছে। কিনি ল এই বাৰেই শেষ।
@NabaktTayung-eh6zr
@NabaktTayung-eh6zr 2 ай бұрын
অতুল ডাঙৰিয়া আপুনি ৰাইজৰ কমেন তেখেতক জনাব মিছলিয়াক।
@saminkumar1259
@saminkumar1259 2 ай бұрын
মুখ্যমন্ত্ৰীৰ বক্তব্য সত্য নহয়।কাৰণ বিল যদি বেছিনাহেই তেতিয়াহ'লে আগৰ মিটাৰবোৰেই বাহাল ৰাখক।
@hussainaliassam449
@hussainaliassam449 2 ай бұрын
@anjankumardutta6850
@anjankumardutta6850 2 ай бұрын
এতিয়াহে বুজি পালোঁ 😤😤😤😤🙏 প্ৰভু হ'ব দিয়ক বহুত হ'ল
@nayonroy6116
@nayonroy6116 2 ай бұрын
এইবাৰ himantak লাত মাৰি বিদাই দিয়ক। নিজৰ propaty কোৰি আছে
@SulemanAliAhmed
@SulemanAliAhmed 22 күн бұрын
Thanks Sri Atanu Bhuyan Dangaria for your presentation regarding smart MTR of APDCL I am Suleman Ali Ahmed from Goalpara Bapujinagar Assam
@dekatechnology5403
@dekatechnology5403 2 ай бұрын
ইয়াৰ ফলাফল ২০২৬ ত পাব
@keshabsaikia4609
@keshabsaikia4609 2 ай бұрын
Bjp go back
@DinoChutia
@DinoChutia 2 ай бұрын
সত্যৰ নামত অসত্য প্ৰকাশ কৰি আছে ।আপুনি আৰু কিমান মেকিং কৰি কৰি চৰকাৰৰ জয় গুণ গাব। ইমান মানুহৰ কথা মিছা আপোনাৰ কথা সচা ।নে কিকয় ।
@joshnaray3117
@joshnaray3117 2 ай бұрын
হিমন্ত মামা আবু তাবু বকি থাকে , আপুনি নিজে অসমৰ ঘৰে ঘৰে ৰিদিং কৰক চাই ফুৰক , আমাৰ আগৰ মিটাৰৰবিল ৭০০ শ আহিছিল বৰ্তমান ১৫ শ বিল 😅😢
@bimangogoi7813
@bimangogoi7813 2 ай бұрын
এবজৰত তোমাৰ চৰকাৰে বিলৰ নামত বহুত টকা উঠাবা দেখোন এবছৰ সময় কিয় লাগে
@aizurrohman538
@aizurrohman538 2 ай бұрын
Right kotha
@babulkakati9395
@babulkakati9395 2 ай бұрын
অসমৰ যত যত স্মার্ট মিটাৰ লগোৱা হৈছে সকলোৱে চিঞৰি আছে বিদ্যুৎ বিল বাঢ়িছে, কিন্তু মূখ্যমন্ত্রীয়ে কৈছে ২৩ৰ তুলনাত ২৪ৰ বিলৰ তাৰতম্য নাই। দৰিদ্ৰৰ পৰা তেজ শুহি দৰিদ্ৰকে চেলাইন দিছে।
@movimovi9654
@movimovi9654 19 күн бұрын
যোৱা বছৰৰ যিকোনো এটা মাহৰ বিল আৰু এই বছৰৰ একেটা মাহৰ বিল তুলনা কৰি সমাধান উলিয়াব নোৱাৰি , কাৰণ ইয়াত কিছুমান বিষয় আহি পৰে যেনে ১) যোৱা বছৰ লোডছেদিং/বিদ্যুৎ যোগান ব্যাহত হোৱা কিমান আছিল আৰু এইবছৰ একেটা মাহত কিমান আছিল সেইটো একসমান নহব পাৰে ২) যোৱা বছৰ বিদ্যুৎ কিমান ব্যবহাৰ কৰিছিল আৰু কি কি সৰঞ্জাম ব্যবহাৰ কৰিছিল যেনে, পানীৰ মটৰ , ইষ্ট্ৰী, গীজাৰ, এচি, ইত্যাদি আৰু এইবছৰ কিমান তেনেকুৱা সৰঞ্জাম ব্যবহাৰ কৰিছে , একে নহব পাৰে। গতিকে তেনেকুৱা আৰু দুই তিনি মাহৰ গঢ় হিচাব ধৰি বিদ্যুতৰ বিল তুলনা কৰাটোও সম্পূৰ্ণ শুদ্ধ হব নোৱাৰে বুলি ভাবোঁ।
@RanuBuragohain-h2z
@RanuBuragohain-h2z 2 ай бұрын
হিটলাৰৰ শাসন চলিছে।
@shyamolikabora2924
@shyamolikabora2924 2 ай бұрын
মায়া আপুনি কি ক'ব অতনূ দাই কোৱা কথতোত জনগণক বুৰবক বুলি নাভাবিব
@mikhanagbongshi3138
@mikhanagbongshi3138 2 ай бұрын
প্ৰভু কি তোমাৰ লীলা........চামুচেৰে দি তুমি বেলচা মৰি ললা....
@mamonidoley1004
@mamonidoley1004 2 ай бұрын
ম্মাট মিটাৰ আমাক নালাগে।
@babulali3277
@babulali3277 2 ай бұрын
Cm নিজেই বলপূৰ্বক হিচাপে হৈছে ,ৰাইজৰ মতামত ত ভোত দি cm হোৱা নাছিল। হেই কাৰণে অসমত জুই জ্বলিছে। বলপূৰ্বক কৌশল প্ৰয়োগ কৰি ৰাইজৰ পৰা টকা উলিয়াই ছে। apdcl চৰকাৰে থিকাদাৰক দায়িত্ব দিয়াৰ বাবেই এই বোৰৰ মিটাৰ ৰাইজৰ মূৰত টাঙোন দিছে।মিটাৰ সমুহ সঘনাই নতুন নতুন ৰূপত বদলিৰ কৰি থাকে।
@AjoyDoley-g6v
@AjoyDoley-g6v 2 ай бұрын
Apunitu BJP beya buli nokoye....karn ase
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
হিমন্ত ডাঙৰীয়া, কিয় নতুন মিটাৰ লগাব লাগে ? তাৰ কাৰণতো ভালদৰে বুজাই কোৱা উচিত। আমি ভাবোঁ কমিছনৰ অঙ্ক । বাইদেউৱে নিজা মেডিকেল কলেজ খোলাৰ কথা ভাবিছে নেকি?
@Advaita.Vedant
@Advaita.Vedant 2 ай бұрын
Oversmart Meter like Himanta Biswa Sharma
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
We should protest against the govt
@nripenborgohain201
@nripenborgohain201 Ай бұрын
ৰাইজৰ কথাই সঁচা - Rulling Party এ কিটিপ লগাইছে যেন পাইছে ৰাইজে
@jagadishsarmah.3933
@jagadishsarmah.3933 2 ай бұрын
Jaga grahok jaga. Sazag howa. Boycot adani smart 😎meater.
@dr.jainuddinislam3275
@dr.jainuddinislam3275 2 ай бұрын
অতনু দা, উদাহৰণ সহ সঠিক তথ্য আপুনি দাঙি ধৰিলে। বিভিন্ন ঠাইৰ পৰা smart meter ৰ বিষয়ে জানিব পাৰি গম পালোঁ যে এই মিটাৰ ৰ সঁচাকৈ বহু টকাৰ বিল আহে। সেয়ে চৰকাৰক অনুৰোধ জনাও smart meter বাতিল কৰি আগৰ meter বাহাল ৰখাৰ ব্যৱস্থা কৰক।
@moynalhoque3912
@moynalhoque3912 2 ай бұрын
মিছা কথা কৈছে
@abanidas6895
@abanidas6895 2 ай бұрын
স্মাৰ্ট মিটাৰ সমূহ পৰিক্ষা কৰি ছোৱা দৰকাৰ।
@boruahhoren4850
@boruahhoren4850 2 ай бұрын
খাই দিছেsmart metre এ।দেশ ৰসাতলে গল।খাই দিলে এইখন চৰকাৰে। অসমৰ কেৰাচিন তেল অসমৰ মানুহে নাপায় যেতিয়া আনেও পাব নোৱাৰা ব্যৱস্থা হ ওক।
@mahindryBayan
@mahindryBayan Ай бұрын
যদি মুখ্যমন্ত্ৰীৰ মতে একেই থাকে তেন্তে কিয় স্মাৰ্ট মিটাৰ কিয় লগাব‌লগীয়া হ'ল কিয়? তাৰ উত্তৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ পৰা পামনে?
@monir8657
@monir8657 2 ай бұрын
কিছুমান মিটাৰত নিশ্চয় বিসংগতি আছে
@alokranjanbaruah3418
@alokranjanbaruah3418 2 ай бұрын
১০০% সচা। মাজতে আসোৱাহৰ বাবে apdcl কিছুমান মিটাৰ বদলি কৰিছে।
@pradipchandrabairagi2601
@pradipchandrabairagi2601 2 ай бұрын
যোৱা বছৰৰ লগত এই বছৰৰ কোনো এমাহৰ বিল তুলনা সঠিক নহয়। কাৰণ unit consume একে নহবও পাৰে। বলিয়ালি এৰিবৰ হ'ল।
@mkalita94
@mkalita94 2 ай бұрын
গাওৰ মানুহৰ সকলোৰে স্মাৰ্ট ফোন আছেনে?
@pradipkhoud4665
@pradipkhoud4665 2 ай бұрын
সন্মানীয় অতনু ভূঞাৰ তথ্য পতিৰে আগবঢ়োৱা বাখ্যা অতি গুৰুত্বপূৰ্ণ ! মুঠতে অযথা জনসাধাৰণৰ হক ধন খৰছ হোৱাটো নিতান্তই চিন্তনীয় বিষয় !
@hirokgogoi7012
@hirokgogoi7012 2 ай бұрын
Kitanu
@dhrubajyotibarman5009
@dhrubajyotibarman5009 2 ай бұрын
ডাঙৰীয়া আপুনি ভাবিছে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল চাব কলে কোনে চাব কিন্তু এতিয়া 90% মানুহে গুগল পেৰে বিল দিয়ে গতিকে যোৱা বছৰৰ বিল চোৱা বেছি টান নহয়। মই নিজে চাই গম পালো 466 টকা এইবছৰ বেছি আহিছে। আপুনি নিজে বহুত বুদ্ধিমান বুলি ভাবে ঠিক আছে কিন্তু বেলেগ বোৰক কীয় মূৰ্খ বুলি ভাবে।
@BinoyGogoi-fv3no
@BinoyGogoi-fv3no 2 ай бұрын
আপুনি মোৰ ঘৰলৈ আহক চাওক কি কি ব্যৱহাৰ কৰো। আগৰ মিটাৰত যত ৩০০ৰ পৰা ৪০০ টকাৰ বিল আহিছিল এতিয়া ১৫০০ ৰ পৰা ১৬০০ টকাৰ বিল আহে।
@ranjibborah3274
@ranjibborah3274 2 ай бұрын
পিচে current অহা তাৰদাল বা তাৰ connection Smart নহয় ! অলপ বৰষুন আহিলেই current FUSSS./নাই আৰু । অ মুৰ্খ মন্ত্ৰী , কথাটো মন কৰিব !!!
@alokranjanbaruah3418
@alokranjanbaruah3418 2 ай бұрын
ঠিকেই কৈছে।গাজী গুমৰি আহিলেই smart apdcl এই লাইন কাটি দিয়ে,ধিক্ কটা।
@akhilbharali
@akhilbharali 2 ай бұрын
informative
@DipumoniRajbongshi
@DipumoniRajbongshi 2 ай бұрын
হিমন্তৰ মতে অসমৰ ৰাইজে মিচাঁ কথাৰ আশ্ৰয় লৈ আছে ☹️
@foizuddin8523
@foizuddin8523 2 ай бұрын
অখিল ছাৰৰ লগত, বহুত অন্যায় কৰা হল, smart meter ৰ বিলটো office ৰ পৰাহে monitoring কৰিব, বিল কম কৈ পঠিয়াব।
@BHUGENDRABHUYAN
@BHUGENDRABHUYAN 2 ай бұрын
অতনু দাদা ভাল লাগিল আপোনাৰ মন্তব্য,মুঠৰ ওপৰত স্মাৰ্ট মিটাৰ নালাগে আমাক
@manabendrakherkatary7936
@manabendrakherkatary7936 2 ай бұрын
Excellent
@jogengoswami4960
@jogengoswami4960 2 ай бұрын
মোৰ ঘৰৰ বিজুলীৰ মাছুল প্ৰায় তিনি গুণ বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত। অভিযোগ কেইবাবাৰো কৰিলো কিন্তু এবাৰ বিভাগৰ কেইজন মান লোক আহি কিবা চাই সকলো থিকেই আছে বুলি কৈ গল। স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে মাহত তিনি হেজাৰ বা গৰমৰ দিনত 3500 মান টকাৰ বিল আহিছিল কিন্ত এতিয়া এই আগষ্ট মাহত যোৱা 23.8.24 তাৰিখলৈ মই ইতিমধ্যে 7000 টকাৰ recharge কৰিলো।
@RanjitDas-de6qt
@RanjitDas-de6qt 2 ай бұрын
Bill.barise
@Mahirn1x-e9k
@Mahirn1x-e9k 2 ай бұрын
৬/১০ ইউনিট আহিছিল আজি মই নতুনকৈ মিটাৰ লাগলো এতিয়া ছাম কিমান আহে
@movimovi9654
@movimovi9654 2 ай бұрын
Subsidy for installation of Solar panels should be given to all sections of society in the state. This will benefit all citizens of the state.. Solar power is the best alternative in this Era of power crises as State's own power generation cannot meet demands..
@rohinibaruah7400
@rohinibaruah7400 2 ай бұрын
আমাৰ ঘৰৰ বিল প্ৰায় দুগুন আহি আছে । বিষয়টো অনুধাৱন কৰী মুখ্যমন্ত্ৰীক ততকাল ব্যবস্থা লবলৈ অনুৰোধ জনালোঁ।
@shahan1927
@shahan1927 2 ай бұрын
দাদা আপুনি নিজেই প্ৰমাণ পোৱাৰ পোৱাৰ পিছত আমি আৰু প্ৰমাণ দিব লাগে বুলি ময় নাভাৱো । ইয়াত আমি মধ্যবিত্ত শ্ৰেণীৰ কথা শুনিবলৈ বৰ্তমান চৰকাৰ খনৰ সময় নাই।
@monowarhussain4229
@monowarhussain4229 2 ай бұрын
আপুনি কি কব বিচাৰিছে,বাতৰিটোত একো বুজি নাপালো।যিজন মানুহে স্মাৰ্ট মিটাৰৰ পৰা একো অসুবিধা হোৱা নাই বুলি কৈছে,তেওক কিমান‌ টকাৰে মেনেজ কৰি আনিছে??
@mahendrasaikia8622
@mahendrasaikia8622 2 ай бұрын
স্মাৰ্ট মিটাৰত বিল বেছি আহে সেইটো সত্য কথা ।সাধাৰণ মানুহে স্মাৰ্ট মিটাৰৰ বিষয়ে নাজানে আৰু তাৰ সুবিধা লৈ চৰকাৰ বা এ পি দি সি এলযে ।
@gyanalbert1184
@gyanalbert1184 2 ай бұрын
কিমান দিন বু্ৰ্বক বনাব, মিঠা মিঠা কথা কৈ ! দিন চমু চাপি আহিছে ৰহ !
@KrishnajyotiHazarika
@KrishnajyotiHazarika 2 ай бұрын
একো নতুন বস্তু নলগোৱাকৈ যদি কোনো কাৰণত বিল বাঢ়িব নোৱাৰে, তেন্তে আমাৰ কেনেকৈ বাঢ়িল, আমাৰ কোনো নতুন বস্তু লোৱা নাই, বৰঞ্চ মাহটোত কাৰেণ্টৰ ইমানেই কাম চলিল যে 15দিনমান হে কাৰেণ্ট ব্যৱহাৰ কৰিব পাইছিলোঁ,আজি বোলে অ'ত কাম কৰিছে কাইলৈ বোলে ত'ত কাম কৰিছে,এনেকৈয়ে মাহটো গৰমত বিচনী মাৰি পাৰ হ'ল,তথাপিও কিন্তু বিল 750টকা বেছি আহিল আগতকৈ,এইটো কেনেকুৱা ধৰণৰ ন্যায় মুখ্যমন্ত্ৰী ডাঙৰীয়া🤔🤔
@RajenDutta-k5n
@RajenDutta-k5n 2 ай бұрын
তেওঁ যদি ৰাইজৰ কৰনে কাম কৰিছে । তেন্তে ৰাইজে নালাগে বুলি কোৱাত বন্ধ কৰি দিব নোৱাৰে কিয়।
@boramusicalyoutube8183
@boramusicalyoutube8183 2 ай бұрын
আমাৰ ১ দিনত ১৪৫.০০ টকা ১ মাহত কিমান হব । ৰব ঘৰত কি কি লগাইছো ৪ টা সিফাল লাইট আৰু ৩ খন চিলিং আৰু এটা সৰু পানী মটৰ।আগতে আহিছিল মাহত ৫৫০/ টকা। এতিয়া ভাবিচাওক।
@tapangogoi290
@tapangogoi290 2 ай бұрын
Good job sir
@paragjyotiduttavlogs4690
@paragjyotiduttavlogs4690 2 ай бұрын
সময়ে আজিলৈকে কাকো ক্ষমা কৰা নাই, গতিকে অলপ অপেক্ষা কৰোঁ।
@hamidulislam9130
@hamidulislam9130 2 ай бұрын
ঠিক আছে তেতিয়া হলে স্মাৰ্ট কিয় লগাব লগা হল ???
@prabinhazarika9699
@prabinhazarika9699 2 ай бұрын
বিল দেখুৱাই প্রতিবাদ কৰা বিল কেইখন মিচা নেকি এজনে কয় নহয় আনজনে কয় হয় মুঠতে মোৰ গৰম এই বোৰ বাদ দিব লাগিব যেন পাও,,
@PremanandaDeka-fg8ek
@PremanandaDeka-fg8ek 2 ай бұрын
Thanks sir
@ranjitpachung2340
@ranjitpachung2340 2 ай бұрын
Right. Mur agote haasil 70. Now 210 how much difference.
@foizuddin8523
@foizuddin8523 2 ай бұрын
গোটেই অসমৰ মানুহে কৈ আছে বিল বেছি অহা বুলি, সেইবোৰ মানুহে নিজৰ খাই, এনেই ৰাস্তাত ওলাই আহে নে, আপুনি নিজৰ পকেটৰ টকাৰে কেতিয়াবা বিল দিছেনে, অসমৰ মানুহৰ তেজ শুহি হে চলি আছে,
@ddtv7128
@ddtv7128 2 ай бұрын
কালন্ত ই অসম শেষ কৰি দিছে, মানুহৰ অভিশাপ লাগি ধ্বংস হব বেছি দিন নাই
@plabitabora-nt4op
@plabitabora-nt4op 2 ай бұрын
মুখ্য মন্ত্ৰী বা অন্য মন্ত্ৰীয়ে কৈছে যে দুটা দুই বিধৰ মিটাৰ নিদিষ্ট প্ৰতি বাদী নেতাৰ ঘৰত লগাই ইয়াৰ সত্য নিৰুপন কৰিব লাগে । কিন্তু মোৰ বিবেচনত এই পৰিক্ষাত ও জনতাক আভূৱা ভাৰিব পাৰে - কেনেকৈ শুনক - নিদিষ্ট মিটাৰ দুইটা নিৰ্ভেজাল কৰি সেই নিদিষ্ট ব্যক্তিৰ ঘৰত সংস্থাপন কৰি বিষয় টো সঠিক হৈ আছে বুলি মনুহক পতিয়ন নিয়াব পাৰিব হয় কিন্তু সমষ্যা সমষ্যা হৈয়ে থাকিব । এই ক্ষেত্ৰত ৫টা ৫টা মিটাৰ সছেতন ব্যক্তিয়ে কত্তৃ পক্ষক বাছি বাছি দিয়াৰ ব্যৱস্থা কৰিব লাগে । কথাটো এ পি ডি চি এলৰ পৰা গোপনে ৰাখিব লাগে । তেতিয়াহে সত্য ধৰা পৰিব যেন লাগে । ভেজাল কৰিলেও সফল নহ'ব । কিয়নো মই ইলেক টিক চিতি অফিচৰ ভিতৰৰ কোঠাত মিটাৰ মেৰামতি কৰা প্ৰত্যক্ষ কৰিছো । নিশ্চয় কিবা ৰহষ্য আছে ছাগে ।
@pulakchoudhury8327
@pulakchoudhury8327 2 ай бұрын
চৰকাৰে কেনেকৈ অনুভৱ কৰিব ৰাইজৰ অবস্হাৰ কথা, কাৰণ ৰাইজৰ টকাত চৰকাৰ খনে চলি আছে যে। কেৱল আচনি চলাই আছে এইখন চৰকাৰে। যিসকল ব্যক্তিয়ে ইনকাম টেক্স দি আছে সেইসকল ব্যক্তিক কি সুবিধা দিছে চৰকাৰ খনে। চব ফালৰ পৰা লুটি পুটি খাই আছে। চব আচনি বন্ধ কৰি দিয়ক আৰু চব বস্তুৰ মূল্য হ্ৰাস কৰক চৰকাৰ খনে অসমৰ সকলো ৰাইজে একেলগেই কওক যদিহে অসুবিধাবোৰ দূৰ কৰিব মন আছে
@Li-gz8un
@Li-gz8un 2 ай бұрын
একো নহয় হিমন্তবিশ শৰ্মাৰ কাৰণ ৰাজ্যত মুছলমান আৰু ওচৰত বাংলা দেশ আছে হিমন্তবিশ জিন্দাবাদ থাকিব
@dharmeswarsaikia4858
@dharmeswarsaikia4858 2 ай бұрын
হিমন্ত ই অসমীয়া ক শেষ কৰিহে এৰিব, আদামী আমবানী ৰ পৰা কেই কোটি পালে আমাক জনালে ভাল
@Mridul_Hazarika.
@Mridul_Hazarika. 2 ай бұрын
1912‌‌ অভিযোগ কৰক। নিতান্তই প্ৰয়োজনীয়।
@Assamesesong-786
@Assamesesong-786 2 ай бұрын
Kintu call nalage
@NurulHoque-vc5ln
@NurulHoque-vc5ln 2 ай бұрын
Smartmeters of all varities should compared and calibrated.
@pradyutpavansaikia2912
@pradyutpavansaikia2912 2 ай бұрын
এনেকুৱা কিয় হৈছে যে ৰাস্তাত প্ৰতিবাদ কৰা সকলো ৰাইজ ৰ্মূখ আৰু চৰকাৰ খনেই পণ্ডিত, তাকেই টো বুজাইছে আৰু যে এই বিল খনত পইছা বেছি অহাৰ বাবে লিখিত ভাবে complaint দিয়াৰ পাছত সকলো ঠিক হোৱা বুলি কৈছে যে কথাটোৱে কি বুজাইছে, নিশ্চয় কিবা এটা খেলি মেলি আছে,,, যি কি নহওঁক ৰাইজক লৈ আৰু ৰাইজৰ বাবে চৰকাৰ খন, সেইটো কথা পাহৰি যাব নেলাগে তেওঁলোকে ‍। ৰাইজে যদি বিচৰা নাই,নলগালেই হʼল ।
@MainulHoque-p7s
@MainulHoque-p7s 2 ай бұрын
স্মাৰ্ট মিটাৰে বিজেপি বিদায় নিশ্চিত কেৱল সময়ৰ অপেক্ষা।।
@JogeshChRabha-ry5er
@JogeshChRabha-ry5er 2 ай бұрын
Smart Mitter লগাই আগৰ তুলনাত যঠেষ্ট বিল বৃদ্ধি হৈছে ,,,এই কথা মুখ্যমন্ত্রী যিমানে তেতু ফালি কৈফদ নিদিয়া কিয় এয়া ১০০℅ সত্য
@chinmoydas4475
@chinmoydas4475 2 ай бұрын
আচল কথাটো এতিয়া হে কলে অতনু দা ধন্যবাদ।
@mannanmollah7837
@mannanmollah7837 2 ай бұрын
Bjpর এজেন্ট
@bishnuborah4204
@bishnuborah4204 2 ай бұрын
শুনিবলৈ বেয়া কিন্তু কব লাগিব আগতে মানুহবোৰে এটা ফেচ মিটাৰৰ যোগেদি ঘৰৰ ভিতৰত লাইট জ্বলাই আৰু এটি ফেচ মনে মনে বাহিৰে দি নি পানী মেচিন,পানী গৰম কৰা সেইবোৰ লগাইছিল। মানে কাৰেণ্ট চুৰ কৰিছিল, এতিয়া পৰা নাই। কি কৰিব 😂😂😂😂
@TulikaboraKkp
@TulikaboraKkp 2 ай бұрын
হব আৰু প্ৰভূ আৰু আপোনাৰ তেলিয়া কথা বহুত শুনিলো এতিয়া আমি শুনাম আপুনি শুনিব ৷
@dsnaturelover
@dsnaturelover 2 ай бұрын
হেমন্ত বিশ্বকৰ্মা sir কিবা এটা কৰক sir।😂
@natdebajit
@natdebajit 2 ай бұрын
Smart মিটাৰক লৈ ৰাজনীতি নকৰিব মামা। জনসাধাৰণৰ কথা শুনক আৰু বুজক ৰাইজে ভাঙিব ও জানে আৰু সাজিব ও জানে ।
@kaifaschetri1395
@kaifaschetri1395 2 ай бұрын
Yes it's true bills is increasing from before....
@LakhyaTaye-sp7ej
@LakhyaTaye-sp7ej 2 ай бұрын
Current বেছি চলালে বিল বাঢ়ি বৈ।
@tanishabaral9573
@tanishabaral9573 2 ай бұрын
পুৰণা মিটা ৰত কৈ নতুন মিটাৰত দুগুণ বিল আ হে এই কথা টো সচা ।
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,9 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 269 #shorts
00:26
Elza love to eat chiken🍗⚡ #dog #pets
00:17
ElzaDog
Рет қаралды 11 МЛН
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,9 МЛН