Live | Jorhat News | যোৰহাটত সংঘটিত এটা ভয়ংকৰ ঘটনা ! আপোনাৰ মন-মগজুক বিচলিত কৰি তুলিব এই ঘটনাই ।

  Рет қаралды 54,957

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Live | Jorhat News | যোৰহাটত সংঘটিত এটা ভয়ংকৰ ঘটনা ! আপোনাৰ মন-মগজুক বিচলিত কৰি তুলিব এই ঘটনাই ।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
#jorhatnews #assampolice #jorhatpolice #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 19
@bipinkonwar6673
@bipinkonwar6673 Ай бұрын
কি বকিলে একো বুজা না ই 2:30 2:32
@user-hl2dn1sw9j
@user-hl2dn1sw9j Ай бұрын
Good job😊
@user-nc2ph4th7r
@user-nc2ph4th7r Ай бұрын
আজিকালি অভিভাৱকে বিশেষ কৈ মাক গৰাকী য়ে কেচু ৱাৰ আমনি সহ্য নকৰি সহজে ডাঙৰ কৰিবলৈ কণমানি তেই মোবাইলটো দি দিয়ে।তাৰবাবে আমি অভিভাৱকেই দায়ি । প্ৰথম অভিভাৱক সচেতন হ'ব লাগিব।
@sameerkrneog4553
@sameerkrneog4553 Ай бұрын
এইবোৰ কলিযুগৰ পাপ ,ল'ৰা ছোৱালী বোৰৰ গাত ভূল নাই ম'বাইলত ৰাতি মাক বাপেকে ইউতুবত সেইবোৰ বেয়া ভিডিঅ'বোৰ চায় বাবে আহি থাকে ,,যদি ম'বাইলত সেইবোৰ নেতাই কোনো দিন নাহে বা নোলাই,চাই থাকে বাবে আহি যায় ,ভূল কাৰ ক'ত
@user-zn4qs4ie4v
@user-zn4qs4ie4v Ай бұрын
😢😢
@golapdeka4446
@golapdeka4446 Ай бұрын
উন্নত চেনেল দুজনে কৈ আছে ।
@jayadass2681
@jayadass2681 Ай бұрын
কি বাতৰি দিছে একো বুজি পোৱা নাই।এনে বাতৰি প্ৰকাশ নকৰিব।
@konamiborah3383
@konamiborah3383 Ай бұрын
বক্তব্য থকাৰো এটা সীমা থাকিব লাগে একে সহস্ৰ জনে একেলগে বকিলে কোনে বুজি পাব।
@niteswardutta
@niteswardutta Ай бұрын
কি বাকিচ একো বুজা নাই
@NehoruRamday
@NehoruRamday Ай бұрын
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আৰু অসম চৰকাৰে্ অতি সোনকালে ম'বাইলত জঘন্ন কৰ্ম ভিডিঅ'নেটৱৰ্কক বন্ধ কৰা ব্যৱস্থা কৰা বাবে অনুৰোধ কৰিলোঁ।নহ'লে অসম ভৱীৎ নতুন পজম্নৰ আদৰ্শ সৈনিক দিশত শেষ হৈ যাব।সময়ত আৰক্ষী বিভাগে নিৰ্মল কৰা অসম চৰকাৰে বিফলিত হ'ব।
@user-te4mb5de4w
@user-te4mb5de4w Ай бұрын
Bahut dangor kotha hoisr
@jayadass2681
@jayadass2681 Ай бұрын
ইউটিপ চেনেল হল বুলি কিছুমান মানুহে ভাল বেয়া দৃশ্য সমূহ প্ৰচাৰ কৰে তাত চেনেল সমূহে মাত কিয় নামাতে? প্ৰশাসনে ও নিমাত কিয়।
@purobidas616
@purobidas616 Ай бұрын
কিছুমানে যে কয় লৰা - ছোৱালীক মবাইল দিয়া টো মাক -বাপেকৰ ভূল কিন্তো এই কথাটো শুদ্ধ নহয় কিয়নো আজিকালি যে ধৰষণ হৈছে তাৰ কাৰণ হল মবাইল নহয় মবাইলত দিয়া জঘন্য ভিডিঅবোৰ যিবোৰ চৰকাৰে অতি সোনকালে বন্ধ কৰা উচিত আৰো ইয়াৰ বাবে সকলোৱে অতি সোনকালে এই জঘন্য ভিডিঅ বোৰ বন্ধ কৰাৰ ব্যৱস্থা হাতত লব লাগে । মবাইলটো সৰোৰৰ পৰা ডাঙৰ লৈকে বহুত উপকাৰী । কিয়নো মবাইলতে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেলা ধূলা লৈকে সকলো দৰকাৰী জ্ঞান আহৰণ কৰিব পাৰি গতিকে আমি মবাইল টোক বেয়া বুলিব নোৱাৰো ইয়াৰ উপায় হল এই জঘন্য বেয়া ভিডিঅ বোৰ বন্ধ কৰিলে অপকাৰ নহয় মাত্র উপকাৰ হব আৰো এখন শান্তি ৰ সমাজ স্থাপিত হব আৰো ধৰষণ ৰ মাত্রা হ্রাস পাব 🙏🙏🙏🙏🙏🙏
@dipabhuyan3684
@dipabhuyan3684 Ай бұрын
কি কৈছে ভাল কৈ কক দুই তিনি জনে কথা কলে বু জি পাই নেকি
@ranudevimorang9103
@ranudevimorang9103 Ай бұрын
একো বুজি পোৱা নাই ৷
@s_rgaming9256
@s_rgaming9256 Ай бұрын
Ki koi ase🫨🫨💩
@bipinkonwar6673
@bipinkonwar6673 Ай бұрын
মাক বাপেকৰ দুখ লৰাটোক মবাইল ই দিযে নে
@toxiclyrics37
@toxiclyrics37 Ай бұрын
Eibur Dede a hru lora burok ruh bya korok
@bikerayan0977
@bikerayan0977 Ай бұрын
Mak bapeke Sai sake khi bhur
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 2,4 МЛН
🤣শাহুৰ টেমপাৰ😂
12:17
JIMPI BORA
Рет қаралды 265 М.
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20