#LPU #university #dimpubaruah #assamesevlogger #assamese For apply click the link below sms.lpu.in/q931bXTZf LPUJAR072 coupen Details....
Пікірлер: 1 000
@DimpusVlogs4 ай бұрын
sms.lpu.in/q931bXTZf This is the link if you apply in LPU ....and get scholarship
@Chemistry24684 ай бұрын
Dimpu why are you spread fake news
@Chemistry24684 ай бұрын
youtube.com/@desidudewithsign?si=1-AtNT95M1F3ieVo
@Chemistry24684 ай бұрын
youtube.com/@desidudewithsign?si=1-AtNT95M1F3ieVo
@Chemistry24684 ай бұрын
@Deshdudewithsgin.... Follow
@dibakarborahtrick45264 ай бұрын
Marketing atcha laga..😂 Lpu is not good brother.
@vlogging5984 ай бұрын
Dimpu dai hoise assamr ane ejon youtuber jar video sale bahut knowledge pua Jai...❤❤ Dimpu dar video hamuh haklu ager manuhr karne lavdaiyak❤❤❤love you dimpu da❤❤
@shekharjyotisaikia89404 ай бұрын
Kak kak phone kori kori pgl kori dise aikhn University pora eta like kori dia 😂
@Sabbir_vlog4 ай бұрын
Muk abar korisila
@__pallab0_4 ай бұрын
Hxake be kla mur e-mail aikhn University r mail ye full hoi ase 😂
@_agenish_music4 ай бұрын
Muku koresel moi matric a pass kora nai😂😂😂😂
@Amirofficial5004 ай бұрын
Hmm matha nosto kri disil mur...
@user-js9tw5kd3x4 ай бұрын
Muk u korise bohut bar call
@pranjalbarua51494 ай бұрын
KZbin খুলিয়েপ্ৰতিদিনে ডিম্পু দাৰ নতুন এটা ভিদিঅ লৈ ৰৈ থকা সকলে গম পাই ডিম্পু দা কিমান পচন্দৰ
@assamesekitchen-07774 ай бұрын
কিছুমানে dimpu da ক বেয়া পায় আমাৰ কাৰণে আপুনি এজন ভাল KZbinৰ কিবা ভোল হলে news channel কেইটাই যি টি কৈ video বনাই থাকে। এই ভাল কাম কৰিলে কোনেও নামাতে। সেই দেখি কয় যে অসমীয়া মানুহে লোকৰ উন্নতি দেখিব নোৱাৰে বুলি। Dimpu da karone like kora জয় আই অসম 💝 অসমত এনেকুৱা মানুহ আছে যাৰ ভাল হোৱাতো নিবিচাৰে। অসমীয়া বুলি কবলৈ লাজ লগা হৈছে। অসমীয়া মানুহ বোৰ এটা ভুল বাটত গৈ আছে। যত ৰাজনীতিৰ , সামাজিক, বা শিক্ষা দিশতেই হক। এনেকে থাকিলে এক সময়ত অসমীয়া মানুহে নিজক পাহৰি থাকিব যে মই কোন জাতি ৰ আছিলো। 😒অসমীয়া বুলি পাহৰি থাকিব। নিজৰ সুবিধা বিচাৰি থাকোঁতে সমাজখনক অসুবিধাত পেলাইছে। 😢উঠি আহা ৰ'লা -ছোৱালী ক ভাল বাট দেখুওৱাই দিয়া নাই।
@alful31584 ай бұрын
খুব সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিলা ছাত্ৰ ছাত্ৰীৰ বাবে,হৃদয়ৰ পৰা ধন্যবাদ দিম্পু ।
ভাই এইখন তো বহুত ধনী মানুহৰ লৰা - ছোৱালী ৰ কাৰণে Private University । তাত পঢ়িব টকা বহুত লাগে , এতিয়া আপুনি কব পাৰে কি কিছুমান students টো 100% scholarship ত পঢ়ি আছে টকা নালাগে , ইয়াৰ মাজত বহুত Business model লুকাই আছে তাত পঢ়ি থকা কেইজনে জানিব আৰু কিন্তু সকলো কথা খুলি কব নোৱাৰি নহয়, তাত পঢ়িব এক বছৰত লাখ লাখ টকা টো লাগে এইটো টো মই ভালদৰে জানো । আপুনি এনেকুৱা এখন University ৰ কথা কব লাগে যিখন সকলোৰে বাবে affordable হয়, যেনে Assam University, Silchar ; Guwahati University ; Tezpur University ; Jadavpur University ; ..... এনেকুৱা বহুত Government University আছে যি টকাৰ ফালৰ পৰা affordable আৰু উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয়। India ত এনেকুৱা Private University ৰ বাহিৰে বহুত ভাল ভাল Government University, college , Technical Institute আছে । আৰু এইখন সপোনৰ বিশ্ববিদ্যালয় নহয় । IIT , NIT , IISc , ISI , IIM এনেকুৱা বহুত সপোনৰ বিশ্ববিদ্যালয় আছে ।
@sagardewanjee32334 ай бұрын
Xosa e bhai😢
@mouchambhattacharya44984 ай бұрын
Best placement across india😅
@Chinmoy-nx5ew4 ай бұрын
কথা টো হৈ এ ভাই B Borooah college ও Naac A++
@minakshisarma38124 ай бұрын
Poisa pale sobote jabo.. hi jot poisa pae tate he jae..
@InformationAcademy-vl9frch4 ай бұрын
@@minakshisarma3812 umm thik kotha koise apuni
@YoureLyrics-ew9bs4 ай бұрын
আমাৰ অসমত লাগে এনেকুৱা এখন University ❤❤
@the_nowhalia4 ай бұрын
বাকী যি কি নহওঁক দিম্পু দা মেইন 😊❤❤
@kamalnath49254 ай бұрын
Dimpu Da নথকা হলে এইবোৰ video চাব নাপালোঁ হয়, one like 👍
Instagram story sai Ahilu dimpu da🎉🎉🎉❤❤ Nice👍 video
@assamesemixvideo13134 ай бұрын
First like 👍 First comment
@Vlogs_99544 ай бұрын
Bht val video dimpu da ❤️
@SamirKalandi5614 ай бұрын
Love From Sivasagar ❤
@sislam32964 ай бұрын
Love you dimpu da
@krishnapaul11484 ай бұрын
Big fan Dimou da ❤❤❤
@blueocean94304 ай бұрын
Hosa dei, Dimpu baruah Dimpu baruah ai aru.... ultimate content,🙌🥰
@MaxAmphili-gv9oc4 ай бұрын
Fast comment from Morigaon❤🎉🎉
@SharifKhan-xr3ym4 ай бұрын
First comment dimpu da
@Manujdeyofficial674 ай бұрын
Video2r কথা xuni xuni kune kune comment porhi asa like kra
@user-vo1ec5jb6v4 ай бұрын
Bahut bhal lagil dimpu..hosai tumi mohan.
@Bijengsss11554 ай бұрын
It's Amazing Dimpu Da Great
@MrigankaNath3634 ай бұрын
First comment please one like dimpu da
@dhritirekhadas27574 ай бұрын
বানাৰস হিন্দু ইউনিভাৰ্চিটি এৰিয়া হিচাপে এচিয়া মহাদেশৰে বৃহত্তম বুলি শুনিছোঁ ৷ যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ৷ BHU ৰ মাটিকালি 4000 ( চাৰিহাজাৰ ) একৰ।
@bhaskartamuli40084 ай бұрын
Assamese nojona mal tu val lagise beh eman cute ❤
@himanshubora66284 ай бұрын
Love to see the facilities and the real world of education which should be provided at each and every university, regardless its a private university or a central university. Education shouldn't be valued on money.