No video

Lurinjyoti Gogoi News: AJPত একাংশ ব্যক্তিৰ যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ

  Рет қаралды 10,897

ND24

ND24

Күн бұрын

‘ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ এতিয়াও বাকী৷ অপেক্ষা কৰক, শীঘ্ৰে আহি আছে ভয়াৱহ ছুনামি’৷ AJPত একাংশ ব্যক্তিৰ যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ...
#assam #nd24news #livenews #assamesenews #nd24assamese #nd24live
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 26
@gagankumarnath9425
@gagankumarnath9425 Ай бұрын
ভূপেন বৰা এজন অদূৰদৰ্শী, অহংকাৰী মানুহ। বহুত পোৱা বুলি ভাবি গৰ্বিত হৈছে। ভূপেন বৰাৰ চিন্তা-কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিব লাগে।
@jahanarayasmin15
@jahanarayasmin15 Ай бұрын
লুৰিনদা আপুনি পিছুৱাই নাহিব কেতিয়াও৷
@bishaldas3964
@bishaldas3964 Ай бұрын
Good step
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
ভূপেন বৰা কৰপুটে অনুৰোধ জনাও বিজেপি বিৰোধী আটাইকেইটা দল একলগ হৈ নিৰ্বাচন খেলক 🙏🙏🙏🙏
@sofikulislam7533
@sofikulislam7533 Ай бұрын
লুৰিন দা ৰ কথা ৰ গভীৰতা আছে, কিন্তু অখিল দাৰ কথা ৰ গভীৰতা কম।সকলো কথা মিডিয়া ৰ আগত কব নালাগে, গোপনীয়তা ৰাখিব লাগে
@alpishkmomin6612
@alpishkmomin6612 Ай бұрын
Good Gogoi sir ❤❤❤❤❤
@dharmeswarbaruah9797
@dharmeswarbaruah9797 Ай бұрын
জয় আই অসম
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
নাই একোলাভ নাই 24 ৰ নিৰ্বাচনত দেখিলো। 30 ৰ নিৰ্বাচনত কিবা এটা হব পাৰে 30 লৈকে অলপ জিৰণি লওক
@rsaikia6841
@rsaikia6841 Ай бұрын
মাউথে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।ভুপেন বৰাৰ কথাই বিজেপিকে লাভাম্বিত কৰিব ্।।
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx Ай бұрын
BJP দলৰ agent এজেন হিচাবে ভূপেন বৰা দাই কাম কৰে ।
@NripenThakuria
@NripenThakuria Ай бұрын
ঐক্যবদ্ধ কেনেকৈ হ’ব লাগে সেইকথা ধুবুৰীৰ আৰু নগাঁওৰ সংখ্যাগৰিষ্ঠ লোক সকলৰ পৰা শিকিব লাগে ৷
@MoonBora-ni1mc
@MoonBora-ni1mc Ай бұрын
We want Upper Assam CM
@ArupDas-qr6qc
@ArupDas-qr6qc Ай бұрын
বাবা কংগ্ৰেছৰ সভাপতি আপোনালোক ক বোলে লগত নাৰাখে কি হল একোটা
@saddakahmed6481
@saddakahmed6481 Ай бұрын
Good decision
@bishnuprasaddeka8800
@bishnuprasaddeka8800 Ай бұрын
Lurin is the best leader of Assam.
@Aditygogoi123
@Aditygogoi123 Ай бұрын
কঙগ্ৰেচৰ সভাপতি সলনি কৰিব লাগে,
@user-rg1tu3py7n
@user-rg1tu3py7n Ай бұрын
মহাশয় নিবাচনত হাৰি লাজতে ওলোৱা নাছিল 😂 বেচেৰা লাজ নাই 😂ছি:ছি:
@bot.R55
@bot.R55 Ай бұрын
মিয়াক আৰু অসমৰ ঘাৰত বহুৱাবি নেকি কাকা ?
@dipalidoleydipalidoleypegu
@dipalidoleydipalidoleypegu Ай бұрын
100. % RIGHT
@golamrasul5081
@golamrasul5081 Ай бұрын
উজনি অসমৰ পৰা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰো।
@tapanrajbongshi5953
@tapanrajbongshi5953 Ай бұрын
O bopai kam nahab, congress e lat marib
@smhazarika5640
@smhazarika5640 Ай бұрын
Ako
@hiranyasarma5778
@hiranyasarma5778 Ай бұрын
Lagate MLA hb ligibo !.
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
লোক সভাৰ নিৰ্বাচনৰ আগত বহুত দাইলগ দেখিলো।পিছে ফলাফল শুন্যই দেখিলো।অসমৰ ৰাইজে কি বিচাৰিলে লোক সভা নিৰ্বাচনে প্ৰমান দিলেই।
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 16 МЛН
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 85 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 19 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 7 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 16 МЛН