Рет қаралды 118,677
Project "BORGEET" by Suprotim Mahanta in collaboration with BLOKSENG
বৰগীত: "উদ্ধৱ চলহু"(মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত)
ৰাগ: "শ্ৰী"
তাল: "ধৰমজ্যোতি"
অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ অমূল্য সৃষ্টিৰাজিৰ ভিতৰত বৰগীত,সত্ৰীয়ানৃত্য আৰু মুখাশিল্প হৈছে এক অন্যতম উল্লেখযোগ্য অৱদান। মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱপূর্ণ নিৰ্দিষ্ট ৰাগবিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহেই হৈছে "বৰগীত"।
পঞ্চদশ শতিকাৰ শেষৰভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত গুৰুজনাৰ সৃষ্ট অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা নৃত্য ধাৰাটিয়ে হৈছে "সত্ৰীয়া নৃত্য" ।
গুৰু জনাৰ অপূৰ্ব সৃষ্টিৰাজী বৰগীত,সত্ৰীয়ানৃত্য আৰু মুখা শিল্পৰ লগত চিত্ৰ কলাৰ সমাহাৰ ঘটাই এই নতুন প্ৰজেক্টটি আপোনালোকলৈ আগবঢ়ালো ।
গুৰু জনাৰ অমূল্য সৃষ্টিৰাজীক এক বিশেষ শৈলীৰে প্ৰদৰ্শন কৰি আগুৱাই নিয়াৰ আমাৰ এইয়া মাথোঁ এক ক্ষুদ্ৰ প্ৰয়াস । এইখিনি কৰিবলৈ যাওঁতে আমাৰ ফালৰ পৰা হয়তো অনেক ভুল ত্ৰুটি ৰৈ গৈছে। ভুল খিনি আমাক আঙুলিয়াই দি ভিডিঅ'টি সহৃদয়ৰে আকোঁৱালি লব বুলি আশা ৰাখিলো । ধন্যবাদ ।
So here goes the most awaited collaboration with the "Bargeet", Satriya nritya, "mukha silpa" and "art".With this collaboration we are trying to show our rich culture created by our great saint Mahapurush Srimanta Sankardeva.
The objective of our channel is to showcase our art knowledge to the world and in the process elevate our own knowledge about the subject matter. What we hope from this channel is to connect to people with similar aspirations, share our knowledge with each other and learn from each other. We'll be posting videos on wall painting, portrait making, oil painting, crafting, etc. The videos will be of tutorial nature as well as a showcase of our own creativity.
🔽Follow Us On Instagram
✅Suprotim Mahanta / suprotim_mahanta
#borgeet , #বৰগীত #Artistic_Axom #Assamese_song #Zubeen_garg #ভাওনা
#সত্ৰীয়া_নৃত্য #project_borgeet #sankardev
ART BY~
Suprotim Mahanta.
DIRECTED BY~
Suprotim Mahanta
SINGER~
Gouranga Dutta
Prastuti Phukon
MUSIC ARRANGER~
Himangshu Dihingia
BAHI~
Kashyap Buragohain
KHOL~
Jintu Mahanta
TAL~
Dipankar Tamuly
DANCER~
Juktamukhi Mahanta
Kabyashree Mahanta
Nayanika katyayan Borah
Mukha~
শিল্পগুৰু ৰেৱকান্ত মহন্ত(Silpaguru Reba Kanta Mahanta)
VIDEOGRAPHER~
Agniv Mahanta
VIDEO EDITOR~
Abhigyan Mahanta
Agniv Mahanta
VISUAL EFFECTS AND ANIMATION~
Abhigyan Mahanta
BLOKSENG,MUSICAL BAND FROM SIVASAGAR
contact for live shows
8133002585
/ -
RECORDING~
R.K. Digital,Balighat,Sivasagar
MIXED AND MASTERED BY~
Nayan moni Boruah
SPECIAL THANKS TO~
শ্রী শংকৰদেৱ নামঘৰৰ সমূহ কৰ্মকৰ্তা আৰু গোমোঠাবাসী ৰাইজ
শিল্পগুৰু ৰেৱকান্ত মহন্ত
Jyotishman Mahanta
Dharma Phukon
Gauranga Hazarika
Mrinal Mahanta
Raktim Gogoi
Ujjal Mahanta