মাধৱক পাগল আখ্যা দি মহাবিপদত জুবিন গাৰ্গ!

  Рет қаралды 466,747

Asom Live 24

Asom Live 24

Күн бұрын

মাধৱক পাগল আখ্যা দি মহাবিপদত জুবিন গাৰ্গ!
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 1 400
@mostafijur4224
@mostafijur4224 Жыл бұрын
জুবিন দাক আমিও ভাল পাও কিন্তু জুবিনে যিটো কব সেইটোৱেই যে শুদ্ধ হ'ব তেনেকুৱা নহয় ।
@kutandey4444
@kutandey4444 Жыл бұрын
Ekadam right 👍
@kajalbhaitattoostudio9846
@kajalbhaitattoostudio9846 Жыл бұрын
Same
@2.0247
@2.0247 Жыл бұрын
Right 👍👍
@sktaye130
@sktaye130 Жыл бұрын
Right kotha koise
@dhan345
@dhan345 Жыл бұрын
Right ktha koisa
@mousumidas8463
@mousumidas8463 Жыл бұрын
জুবিনতকৈ দেখোন কথা বতৰাত মাধবকহে মোৰ পৰিপক্ক যেন লাগিল । কষ্ট কৰি ডাঙৰ হোৱা ল'ৰা যে । মাধবলৈ অশেষ শুভকামনা ।
@rajeshrabha6565
@rajeshrabha6565 Жыл бұрын
Horu krne to Zubeen gali dia ny.pgol bly kwa ny .pagol hy jbu bly he koise.zubeen val kthay koise
@priyankaborah5761
@priyankaborah5761 Жыл бұрын
Xi xasak pgl hb goi asil... Bt zubeen dai bosale madhobk
@kashyapnayak3255
@kashyapnayak3255 Жыл бұрын
@@priyankaborah5761 right
@thunderbolt483
@thunderbolt483 Жыл бұрын
Fokotia lora eta ahi zubeen garg or 40 years or legendary career khabo.. হাহি উঠা কথা.. enekua fokotia news korile news nosolibo tohotor
@Surajitsagormusical
@Surajitsagormusical Жыл бұрын
Right
@Suraj-CR36
@Suraj-CR36 Жыл бұрын
Right গায়ক হ'ল বুলি‌ কেতিয়াও ভগৱানটো নহয়.... পাৰিলে প্ৰেৰণা দিয়ক.... মন ভাঙিব নাযাব কিন্তু। জুবিন দালৈ গোটেই অসমৰ মানুহৰ আৰ্শীবাদ আছে... কিন্তু মাধৱলৈ ! সিটো সৰু ল'ৰা।বুজাই মেলি কওঁক,...সি নিশ্চয় বুজিলে হেঁতেন। আচলতে জুবিন দা মানুহ জনেই খাংখাচ ,পেটত কথা নাথাকে। জুবিন দাই কিন্তু কথাখিনি বেয়া মতলবত কোৱা নাছিল, কোৱা ধৰণ টোহে বেলেগ হল
@VoiceBodo
@VoiceBodo Жыл бұрын
Kitte o jubin a nijok bhogoban buli koa ni aro teo madhab xomporke clerification o dise. Courtt gole o rupa hajarika gaali khabo judge r, jubeen a ako bea koa ni... Pagol hoi jabo buli ha koise, pagol buli koa no
@Study_with_Nayan
@Study_with_Nayan Жыл бұрын
Thikei koisa vai
@maraminath7447
@maraminath7447 Жыл бұрын
I ❤ love zubinda da,
@kashyapnayak3255
@kashyapnayak3255 Жыл бұрын
Bll 𝚔𝚘𝚒𝚜𝚘 𝚔𝚕𝚊
@abhajeeta6345.
@abhajeeta6345. Жыл бұрын
Hoi
@mdoley5126
@mdoley5126 Жыл бұрын
উটি অহা যুৱকৰ প্রতিভা সমুহ ভাঙিব নাপায়। কিয়নো যি যাৰ প্রতিভা তেওঁক আগবাঢ়িব দিয়ক। আমি সকলোৱে আগবঢ়াই দিয়াতো প্রকৃতপক্ষত সত্য।
@priyankaborah5761
@priyankaborah5761 Жыл бұрын
Vlke likhib xika 1st tr pst montoibo kriba.. uti nhoi uthi hoi okk
@dhirendeka04
@dhirendeka04 Жыл бұрын
আমাৰ যুৱকবোৰ কোন নদীত "উটি" আহিছে ? শব্দবোৰ ব্যৱহাৰ কৰোতে সাৱধান হওক দলে ডাঙৰীয়া
@mdoley5126
@mdoley5126 Жыл бұрын
@@dhirendeka04 ভালদৰে লিখিবলৈ চেষ্টা কৰিম ডেকা ডাঙৰীয়া।
@NLS1996
@NLS1996 Жыл бұрын
@@dhirendeka04 হওক নহয় হওঁক 😂😂
@jayantagowalla3592
@jayantagowalla3592 Жыл бұрын
@@priyankaborah5761 jubin da aku buji napai...
@pareshdas2570
@pareshdas2570 Жыл бұрын
জুবিনৰ এনেকুৱা আচৰণে আমাক মৰ্মাহত হৈছো৷জুবিন ভগৱান নহয়৷আচলতে জুবিন অহংকাৰী হৈছে৷এইয়া পতনৰ আৰম্ভণি৷মানুহক সন্মান দিব পাৰিব লাগিব৷
@debajitthakuria9744
@debajitthakuria9744 Жыл бұрын
Asolote jubin dai tekhetor dore aan kunubai huwa2 nibisare jen lagise. Tekhetor ohongkar hoise
@AjitRava-np6oi
@AjitRava-np6oi Жыл бұрын
@@debajitthakuria9744 kela zubeen zubeen hoi...tar jaga Koneo lobu noware kela.....2ta ke zubeen dar nisena kotha kole hoi gol nki zubeen
@nitugogoi8133
@nitugogoi8133 Жыл бұрын
Right
@Prasanta511
@Prasanta511 Жыл бұрын
Right
@Bitopan77
@Bitopan77 Жыл бұрын
Ki ganta ktha koise he apuni
@devdas8542
@devdas8542 Жыл бұрын
ভাল সিদ্ধান্ত বাইদেউ...!! জুবিন গাৰ্গ হল বুলিয়ে যি কলেই শুদ্ধ হব নোৱাৰে... আমি জুবিনক ভাল পাওঁ কিন্তু জুবিন অন্ধ ভক্ত নহয়....
@kashmiribora9517
@kashmiribora9517 Жыл бұрын
Right 💓
@_agenish_music
@_agenish_music Жыл бұрын
Hoi diya
@nivagogoi9859
@nivagogoi9859 Жыл бұрын
কাকো মনত দুখ দিব নাপাই
@Ride384
@Ride384 Жыл бұрын
Monot Dukh logabole Zubben Daa kotha xar koa nasil. Lora jon Xoru Assume kori loise h nije Je tak Pagol kole. Xomajor manhu a tak besi uthai dise Negative vabi bole.
@rumilchetia4560
@rumilchetia4560 Жыл бұрын
❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️
@subratadhar7269
@subratadhar7269 Жыл бұрын
Gud
@SKTeer-l8s
@SKTeer-l8s Жыл бұрын
জুবিন দাই তেওঁক কি দোখ দিছে তই ক পাৰো যদি
@hukhorpooja
@hukhorpooja Жыл бұрын
নৱ প্ৰজন্মক উৎসাহ হে দিব লাগে❤.....
@hasirvideo405
@hasirvideo405 Жыл бұрын
❤❤❤
@rahinathRabha-cv7lz
@rahinathRabha-cv7lz Жыл бұрын
মানুহে মানুহক অনুসৰণ কৰেই । ই বাস্তৱ । কিওনো সকলোৱে একোজন Hero হব খোজে ।
@sanugogoi2947
@sanugogoi2947 Жыл бұрын
নিজকে ডাঙৰ মানুহ বুলি ভাবি ললে কেনেকৈ হব 😥 ভাল হিচাপতেই কৈছে বাও আমি বুজিছোঁ 🥲 কিন্তু সেই সৰু লৰাটোক মনত আঘাত নিদিয়াকৈ মৰমৰেও বুজাই কব পাৰিলে হয় 😞 এজন মানুহক ভাল পোৱা পিছত সেই ভাল পোৱা মানুহজনে যদি তেনেকৈ কৈ দিয়ে কাৰ বেয়া নালাগিব
@pinkugogoi4461
@pinkugogoi4461 Жыл бұрын
Madhab gat kunu dukh nai .
@priyankaborah5761
@priyankaborah5761 Жыл бұрын
Asee
@user-nj8kq2dk6p
@user-nj8kq2dk6p Жыл бұрын
Kaori kola hbo pare kintu kuli ketiao nhoi 😂😂😂😂
@aftabahmed-cx5qp
@aftabahmed-cx5qp Жыл бұрын
Very good step mam 🙏🙏🙏
@bijoysarma9332
@bijoysarma9332 Жыл бұрын
জুবিন নিজে এজন পাগল যেন লাগে । মাধৱ লৰাটো ঠিকে আছে । যদি ভাল লগা মানুহে এনেদৰে কলে বহুত দুখ পাব আৰু সি দুখ পাইচেও কিয়নো সি কৈছিল যে মোৰ দেউতা মৰি গলেও হয়টো মই ইমান নকান্দিলো হয় । সি কিমান দুখ পালে এইখৰ কথা কব পাৰে অনুমান কৰক ।
@singlelife9450
@singlelife9450 Жыл бұрын
মদ খালেহে জুবিন পাগলৰ দৰে হৈ পৰে।মই সপোনতো ভবা নাছিলো জুবিনে মাধৱক এইদৰে কব বুলি ।
@sonohandique7484
@sonohandique7484 Жыл бұрын
Sudurvai kun oy mak sudu
@runudevi588
@runudevi588 Жыл бұрын
বঢ়িয়া
@sarmilaekka1181
@sarmilaekka1181 Жыл бұрын
ঠিক ।কাৰণ আইন সকলোৰে বাবে সমান।কাৰোবাৰ ইতিবাচক তথা প্ৰতিভা বিকাশত উৎসাহ প্ৰেৰণা যোগোৱাটোহে গুণী জ্ঞানীৰ কাম।মন ভাঙাটো জ্ঞানীৰ কাম নহয় ।
@khirodadas-rt9fe
@khirodadas-rt9fe 9 ай бұрын
Right .kotha
@hdrupkareng9741
@hdrupkareng9741 Жыл бұрын
মাধৱৰ টো এতা সুন্দৰ মন আছে
@matudeka7372
@matudeka7372 Жыл бұрын
Right
@devdasnate1404
@devdasnate1404 Жыл бұрын
Ami asu madhabor logot👍👍
@আলোকৰবাটেৰে
@আলোকৰবাটেৰে Жыл бұрын
জনপ্রিয় মানুহে ভুল কৰিলে ও আমি একো কব নোৱাৰো।🙏
@rajivdeka334
@rajivdeka334 Жыл бұрын
Why???
@paranbora797
@paranbora797 Жыл бұрын
Janapia manuhe kora shakalu kam shalu kathay shudh buli mani lom.whay?
@jiliborpegu7956
@jiliborpegu7956 Жыл бұрын
Hsakoi
@buddyproject8458
@buddyproject8458 Жыл бұрын
Leoraa ko tr
@assamese_facts
@assamese_facts Жыл бұрын
Kunubai bhul koribo , laage xi jonopriyoi nohouk Kio , raijor agot khyoma khujibp lagiboi
@HirakNath-d6f
@HirakNath-d6f 5 ай бұрын
Right
@rupshreedevi9179
@rupshreedevi9179 Жыл бұрын
মাধব উঠি সৰু ল'ৰা হ'ব পাৰে কিন্ত তাৰ চিন্তা ধাৰা উচ্চ. সেই হিচাপে জুবিনৰকথা খিনিত অহঙ্কাৰ ভাৱ প্ৰকাশ পাইছে. সৰু ল'ৰা হিচাপে তাক বুজাই দিব লাগিছিল।
@ashiqahmed4531
@ashiqahmed4531 Жыл бұрын
Right koise
@nipankoch4406
@nipankoch4406 Жыл бұрын
নিজেই পাগল আনকো পাগল আখ্যা দিয়ে 😊
@jatramoimanash
@jatramoimanash Жыл бұрын
অসমৰ সম্পদ পাপন ও কিন্তু জুবিনৰ দৰে চেলেং পেলেং নহয় ক'ত কি কথা কব লাগে সেইটো জানে আৰু লেবেল চুতাই নুফুৰে ক'তো ভাল পাওঁ জুবিনৰ গান কিন্তু তাৰ কথা নহয় অসমৰ ভূপেন হাজৰিকাৰ দৰে ও মহান শিল্পীৰ জন্ম হৈ মৃত্যু হৈ গ'ল সকলোৱে জানে কোনো দিন শুনা পোৱা নাই ক'তো চেলেং পেলেং কৰি ফুৰা সেয়েহে ভাল পাওঁ বুলি মানুহ পাগলামি কৰি নুফুৰিলে ও মানুহৰ মন জয় কৰিব পাৰি ।
@jumankumarsarmah5131
@jumankumarsarmah5131 Жыл бұрын
আমি 90 ত জন্ম গ্ৰহণ কৰা লৰা।জুবিনক আগতে ভাল পাইছিলোঁ।কিন্তু আজিকালি নাপাওঁ।
@deepranjankoibortta1083
@deepranjankoibortta1083 Жыл бұрын
@@badansaikia3029 হেৰী মাৰি মুতি পেলাই শুই থাক। কাৰণ মইও 80 দশকৰ লৰা।
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Letera montyabo nokoribo zubin bhokta hokol
@jumankumarsarmah5131
@jumankumarsarmah5131 Жыл бұрын
@@badansaikia3029 তোক মই একো কোৱা নাই।
@originaldwonloder2954
@originaldwonloder2954 Жыл бұрын
​@@badansaikia3029toi Badam ne Badan
@bidyotborah8930
@bidyotborah8930 Жыл бұрын
@@deepranjankoibortta1083 behen chod zubeen hagi dile tur murot
@najbinsultana7646
@najbinsultana7646 Жыл бұрын
Vl Lagel apunar hedhanto.thank you mam
@GAMING_SZ
@GAMING_SZ Жыл бұрын
Zubin da Madhab k utkhah he dibo lagisil iman beya ke kobo nalagisil amaru beya lagise
@shankardas3069
@shankardas3069 Жыл бұрын
Eku beyake kuwanaui...na gali parise
@axomalex
@axomalex Жыл бұрын
@@shankardas3069 anke sobor agt pgl kobo napai aku vlke kua ni tumi jdi ajir karbar fan hola hoi tumiu jdi Madhab or nisina hola hoi then tumku jdi pgl kole hoi tumr kene kua lgile hoi wht u feel on that time he was just a child man he don't have power to fight with this types shirty things....!!!
@amiokachari4375
@amiokachari4375 Жыл бұрын
ভাল আৰু বেয়া দুই ধৰণৰ চিন্তাই মানুহৰ মনত বাস কৰে ।আমি কোনটো কাটি কৰি আচলটো ক সুবিধা দিব লাগে তাৰ বাবে নিজকে প্ৰস্তুত কৰিলে জন মানসৰ মাজত এজন শিল্পী নিৎসয় স্খল ন হব নালাগে !
@pallabihandique2851
@pallabihandique2851 Жыл бұрын
Right 👌👌👌
@minakshi667
@minakshi667 Жыл бұрын
আচলতে জুবিনৰ গান শুনি বেয়া পোৱা বয়োজ্যেষ্ঠ জনৰ পৰা সৰু বাচ্চা এটাও নাই ছাগে । তেওঁক কিমান ভাল পালে মানুহ এজন তেওঁৰ দৰে হবলৈ চেষ্টা কৰে সেইটো জুবিনে বুজি পোৱা হলে ভাল লাগিল হয় ৷ তেওঁ ল’ৰাজনক তেনেকৈ মন ভাঙি নিদি উৎসাহ দিয়া হলে আৰু বেছি মহানুভৱতা হ’ল হয় জুবিন ৷
@jujusaikia
@jujusaikia Жыл бұрын
এজন লৰাই যদি লোকক এনেকে অনুসৰণ কৰি যি টি কৰি ফুৰে , তেন্তে কবটো লাগিবই কাৰণ সেই লৰাটোৱে জুবিন দাৰ দৰে যি টি কৰি ফুৰিলে সি ফেমাচ হৈ যাব কিন্তু সেয়া জানো আছ্ল পপোলাৰিটি জুবিন দা জুবিন দাই তেও কষ্ট কৰিহে এইখিনি ঠাই পাইচেহি জুবিন দাৰ দৰে টো বেলেগ এজন ওলাব নোৱাৰে ন ল'ৰাটোৱে যদি জুবিন দাৰ আদৰ্শ লৈছে সেইটো ভাল কথা কিন্তু সি যে অকল জুবিন দাৰ দৰেই সকলো কাম কৰিব সেইটো ইমান ভাল কথা হোৱা নাই । এই যে মেডিয়া বোৰে এইবোৰ দি আছে এইবোৰ কৰাতকে ল'ৰাটোক বুজাব হে লাগে তাৰ যদি ৰিজাল্ট হয় এই মিডিয়া বোৰে ভাল কৰি দিব পাৰিবনে সি টো সৰু ল'ৰা তাক বুজালে বুজি পাব জুবিন দায়ে কথাশাৰ বেয়া ভাৱত কোৱা নাছিল । এবাৰ জুবিন দায়ে instagramot দিয়া post টো পঢ়ি চাওক ।
@minakshi667
@minakshi667 Жыл бұрын
@@jujusaikia , আচলতে মইয়ো ল’ৰাটোৱে আনক অনুসৰণ কৰাটো ভাল বুলি কব বিচৰা নাই আৰু মই নিজেও আনক কেতিয়াও অনুসৰণ নকৰোঁ ৷ কোনো মানুহ কাৰো দৰে হব নোৱাৰে চেহেৰাই হওক নাইবা স্বভাৱ চৰিত্ৰই হওক কিন্তু মই এটাই কব গৈছোঁ জুবিনে মেডিয়াৰ আগত কওঁতেই ল’ৰাটোৰ বিষয়ে অলপ নৰমেল ভাৱে কব পাৰিলে হয় কাৰণ তেওঁহে বেয়া ভাবি কোৱা নাই কিন্তু শুনাতটো বেয়া ভাবি কোৱাৰ দৰেই লাগিছে নহয় জানো ? তাক তেতিয়াই বুজাই কোৱা হলেও ভাল লাগিল হয় ৷ বহু ক্ষেত্ৰততে জুবিনে আনক ডাউন দিয়া শুনা পোৱা যায় বৰ্তমানৰ কেইবাজনো নৱ প্ৰজন্মৰ শিল্পীৰ মুখতো শুনিব পোৱা গৈছিল তেওঁলোকক আগবাঢ়ি যোৱাৰ উৎসাহ যোগোৱাতকৈ কি গান গাইছে বুলি ঠাট্টা কৰা দৰে কোৱা হৈছিল ৷ সেইবাবেই কওঁ সকলোৱে কষ্ট কৰিয়েই আগবাঢ়ি যায় সেয়ে জেষ্ঠ্য জনে অলপ উৎসাহ যোগালে তেওঁলোক আৰু অলপ আগবাঢ়ি যাব পাৰিব ৷🙏 শিল্পী শিল্পীয়েই আমি সকলো শিল্পীকে সন্মান জনাও 🙏 ৷
@jujusaikia
@jujusaikia Жыл бұрын
@@minakshi667 আপুনিও কথাষাৰ থিকেই কৈছে বাৰু হলেও এনেকৈ সমালোচনা হ'লে ভাল নালাগে।
@minakshi667
@minakshi667 Жыл бұрын
@@jujusaikia , তাকেহে উপায়টো নাই কি কৰিব আজিকালি মানুহৰ কামেই আৰু আনক সমালোচনা কৰা ৷
@jujusaikia
@jujusaikia Жыл бұрын
@@minakshi667 উম হয় আৰু এই মেডিয়া বোৰেও নিউজ এটা পালে অলপ অভাৰ কৰি দিয়ে ।
@jadabkalita5697
@jadabkalita5697 Жыл бұрын
সুখী হ'লোঁ।
@SurajSurajRabha
@SurajSurajRabha 6 ай бұрын
দিবই কাৰন জুবিন সদায় জুবিনেই 👑👑👑👑
@ssansumaaboro4120
@ssansumaaboro4120 Жыл бұрын
Yes you are right medam
@Legal_weapon295
@Legal_weapon295 Жыл бұрын
অপ্ৰিয় হ’লেও সত্য এয়াই যে আগৰ জুবিন গাৰ্গ নাই , এই কথাটোৰ বিৰোধীতা কেৱল অন্ধভক্তবোৰেহে কৰিব , কৰিলেও একোডাল নাযায় কাৰন যিটো সত্য সেইটো কেতিয়াও লুকাই নাথাকে।
@pauldas8810
@pauldas8810 Жыл бұрын
Zubin da ei Tak encourage kori tar life beya kora nai Jodi manuh ei madhab or development bisarise tenehole tar career ot help korile hoi media r agot ahi Zubin da k ulta pulta comment kori eku laav nai
@sanjayray1567
@sanjayray1567 Жыл бұрын
এই নিউজ বোৰ খুবেই বেয়া কেতিয়াবা ভাল কৰি লক্ষ্য কৰিবা এওঁলোকে এদিনতে super star আৰু এদিনতে ফুতপাথত নমাই দিবো
@bontiburagohainchetia1953
@bontiburagohainchetia1953 Жыл бұрын
পাগল মাধ্ব নহয়।
@user-nj8kq2dk6p
@user-nj8kq2dk6p Жыл бұрын
Nhoi kintu hbo goi aasil zubeen Dai bosale
@sanjitadasbayan4503
@sanjitadasbayan4503 Жыл бұрын
Tur mura
@pallobibharali941
@pallobibharali941 Жыл бұрын
@@user-nj8kq2dk6p jubeen pagol buli assame jane .
@AjitRava-np6oi
@AjitRava-np6oi Жыл бұрын
@@pallobibharali941 toi ata madarsod hoi
@dhan345
@dhan345 Жыл бұрын
Pgl mdhb nhy pgl jai koi xi Jon mhnu hoi
@dilipgogoi1808
@dilipgogoi1808 Жыл бұрын
জুবিন দা আপোনাক বহুত ভাল পাওঁ কিন্তু আপুনি মাধৱক অলপ সহযোগ কৰক।
@kapildeka2811
@kapildeka2811 Жыл бұрын
madhobo gat kunu dukh nii zubin daa😔😔😔😔
@matudeka7372
@matudeka7372 Жыл бұрын
Right
@devdas8542
@devdas8542 Жыл бұрын
জুবিন গাৰ্গে গান হে গাইছে তাৰ পৰা আমাৰ মানু্ৰ পৰা বৃহৎ অংকৰ পইচা লৈছে.. দেশৰ হৈ একো ডাঙৰ কাম কৰা নাই.... কাৰোবাক অলপ সহায় কৰি মঞ্চই মঞ্চই চিঞৰি ফুৰিছে তাত কৈ বহুত বেছি সহায় কৰা মানু্হ অসমত আছে কিন্তু জুবিনৰ দৰে চিঞৰা নাই....... শিল্পী ভূপেন হাজৰিকা যাক বিশ্বই চিনি পাইছিল
@Bitopan77
@Bitopan77 Жыл бұрын
Apuni pgl hoi
@dimpusvolgs
@dimpusvolgs Жыл бұрын
Olp besi bokoli neki
@jayantagowalla3592
@jayantagowalla3592 Жыл бұрын
@@Bitopan77 moja kotha.koise...jubin dar dore.gayok asamot bhout ase...horu lora.atak keneka bujabo lage....haitu lage...
@jitulsingha18
@jitulsingha18 Жыл бұрын
​@@dimpusvolgs 😮
@ranjibborah3274
@ranjibborah3274 Жыл бұрын
থিক কৈছে।
@rajubora3485
@rajubora3485 Жыл бұрын
একো নহয় জুবিন বিজেপিৰ মানুহ এতিয়া সেই বাবে যিমান বেয়া দেখিলেও আজিকালি চৰকাৰৰ বিপক্ষে এটাও কথা নকয়। অহংকাৰী হল মানুহ জন ।
@kumarananta6930
@kumarananta6930 Жыл бұрын
💯 Right
@mrinmoy814
@mrinmoy814 Жыл бұрын
Kotha to xuni tumar pora val nalgil
@user-nj8kq2dk6p
@user-nj8kq2dk6p Жыл бұрын
Kio matibo zubeen Dai axomor thika loithoise nki ..axom zubeen dar jiman aamar aapuner sobre homan
@jaangogoi3992
@jaangogoi3992 Жыл бұрын
জুবিন দা কিয় কলে আৰু কিয় কব লগা হল। তাক বিবেচনা কৰা দৰকাৰ ইনেই এগাল মান কথা কলে মানি নলম । জুবিন দাৰ গান আমি সোনি বহুত ভাল পাওঁ। জয় আই অসম জুবিন দা
@bitupandeka9385
@bitupandeka9385 Жыл бұрын
Right
@drkknath
@drkknath Жыл бұрын
কোৱাৰ ধৰণ বা ভাষা ভুল হব পাৰে কিন্তু ভাৱি চালে একো অশুদ্ধ কোৱা নাই!
@RubanRabha-se6es
@RubanRabha-se6es 10 ай бұрын
মইও আছ❤মাধৱ😮
@trideepdas
@trideepdas Жыл бұрын
It's truly appreciate to you madam.
@BabuliDas-en2cp
@BabuliDas-en2cp Жыл бұрын
🎉 জুবিন গাৰ্গ পাগল হৈছে 😅
@guanglidiy7166
@guanglidiy7166 Жыл бұрын
Right.
@suhil4978
@suhil4978 Жыл бұрын
Zubeen Zubeen ai❤
@dhurbaborah6837
@dhurbaborah6837 Жыл бұрын
Good news
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL Жыл бұрын
জুবিন দা❤জয় আই অসম ❤
@pinkubharali5654
@pinkubharali5654 Жыл бұрын
Jai Zubeen da apuni vogoban ♥️
@nirabdekaofficial
@nirabdekaofficial Жыл бұрын
Zubeen da love you 💖💖
@arupsangma974
@arupsangma974 Жыл бұрын
Good news 👍
@jyotishnath5520
@jyotishnath5520 Жыл бұрын
Bohut bhal lagil...
@mralbindutta288
@mralbindutta288 Жыл бұрын
😂😂😂😂😂😂😂😅😅😅MØJA
@anandakalita2042
@anandakalita2042 Жыл бұрын
Thik a korisa
@tapandutta7449
@tapandutta7449 Жыл бұрын
জুবিন দাক ভাল পাওঁ,,,কিন্তু অন্ধ ভাৱে নহয়,,,,শিল্পী,,, কণ্ঠ ভাল,,,সেই বাবেই জনতাই ভাল পাই আদৰি লৈছে,,,কিন্তু জুবিন গাৰ্গে যিখিনি পাগলামী কৰে,,,জুবিন দাৰ ঠাইত বেলেগ হোৱা হলে,,,,জনতাই কেনেদৰে ললে হয়,,,,,?
@anjansaikia9189
@anjansaikia9189 Жыл бұрын
Yes
@ManjulaKalita-n2c
@ManjulaKalita-n2c 7 ай бұрын
তুমি। গাই জুৱা। গান। গান‌‌ বণাবলৈ। লিখিবলৈ শীকা❤❤❤❤ ‌ জয়। আই। অসম
@deulboro7250
@deulboro7250 Жыл бұрын
Buhut val huise
@khargeswarnath2624
@khargeswarnath2624 Жыл бұрын
জুবিনৰ দৰে হ'ব বিচৰা ল'ৰাটো যদি জুবিনৰ ভাষাত পাগল হয় তেনেহলে জুবিনে হাজাৰ হাজাৰ মানুহৰ আগত গীত পৰিৱেশন কৰিব এৰি ষ্টেজৰ পোষ্টত উঠে আৰু মাজে মাজে কমিটীৰ বিষয়ববীয়াৰ লগত কাজিয়া কৰি ঘেন্টা কাকো খাতিৰ নকৰো দাম্ভিক মন্তব্য আগবঢ়ায় তেন্তে জুবিনে নিজক কি বুলি কব ?
@nipengaming8279
@nipengaming8279 Жыл бұрын
Zubeen da 1jon ru kunu hbo noware zuben da nisina joi zuben da ❤️
@VASTUGYANASSAMESE
@VASTUGYANASSAMESE Жыл бұрын
জুবিন অহংকাৰি
@majonisharma4393
@majonisharma4393 Жыл бұрын
Best.
@ranjudeka9656
@ranjudeka9656 Жыл бұрын
জুবিন নিজে চেলেং পেলেং
@nanigogoi969
@nanigogoi969 Жыл бұрын
Val kotha
@rajnagmiriraj2063
@rajnagmiriraj2063 Жыл бұрын
Love you zuben da❤❤
@gorima153
@gorima153 Жыл бұрын
অসম বাসী জুবিনৰ অনুগ্ৰহ ত জীয়াই থকা‌ নাই।
@originaldwonloder2954
@originaldwonloder2954 Жыл бұрын
Yes Gorima ilvu
@bijaykrishnasarma1680
@bijaykrishnasarma1680 Жыл бұрын
সঁচাকৈ ভাবিব লগীয়া
@kushalborah8981
@kushalborah8981 Жыл бұрын
জুবিন দাই আচলতে মাধৱক পাগল বুলি কোৱা নাই । তেওঁ আচলতে কৈছে যে এজন মানুহে যদি আন এজন মানুহক দিমাকত লৈ লৈ তেতিয়া দিমাক টো বেয়া হব পাৰে বুলি কৈছে ।
@sburagohain5806
@sburagohain5806 Жыл бұрын
কথাটো মিছা নহয়।লৰা জন সম্ভাৱ্য বিপদৰ পৰা উদ্ধাৰ হে হ'ল বুলি ভাবিব লাগে । লৰা জনে ইয়াক positively ল'ব লাগে। লৰা জনৰ সছা অৰ্থত প্ৰতিভা আছে। সেইটো জুবিনৰ প্ৰতি দিয়া প্ৰতিক্ৰিয়াত প্ৰকাশ পাইছে। কিন্তু জুবিনে লৰাটোৰ সমস্য মনটো উপলব্ধি কৰিছ এবাৰ সাক্ষাত এটি পথ দেখুৱায় দিয়া হ'লে মাধবে জুবিনৰ কথা অনুসৰণ কৰিলেহেতেন। যিহক মাধবেও মৰম আৰু জনপ্ৰিয়তা ৰ সুযোগত ভগৱানৰ আশীৰ্বাদত প্ৰতিভাৰ উন্মেষ কৰিব পাৰিব।
@sarongbambungdiphuk5206
@sarongbambungdiphuk5206 Жыл бұрын
Good
@abhi...b
@abhi...b Жыл бұрын
Dhuniya lagise suni🙏
@kamalmajhi8119
@kamalmajhi8119 Жыл бұрын
Zubinহে বৰ্তমান পাগল হৈছে।লৰাটোৱে মিমিক্ৰি কৰাটো ভুল আছিল নেকি
@prasantagogoi6265
@prasantagogoi6265 Жыл бұрын
ল'ৰা জনে অ'ট চলাই যে পঢ়ি আছে সেইটো মানৱ অধিকাৰ ক'ত গ'ল? 14 বছৰত অ'ট কিয় ? তাৰ পঢ়াৰ খৰছ কোন জন নেতা , অধিকাৰীয়ে দিছে ।
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Auto nohoi Tom Tom he cholai hei buli tar atmosanman nai neki
@dhirendranathchoudhury86
@dhirendranathchoudhury86 Жыл бұрын
Auto nahay E-Ricsaw. Auto chalowar license powa bayakh tar howa nai, jihetu lorajan class ix ot pare.
@bidyutmohan2400
@bidyutmohan2400 Жыл бұрын
Tar Account number ase. Dim neki deposite kor. Ghorot income kora manuh nai. Mimicry and tom tom chalai income kore. Mimicry bondh hol, tom tom u bondh koribo lage neki
@redshoe6195
@redshoe6195 Жыл бұрын
​@@bidyutmohan2400you are correct
@njyotithangta999
@njyotithangta999 Жыл бұрын
বহুত বহুত ভাল পাওঁ জুবিন দাক , কিন্তু আজিকালি কিবা অলপো ভাল নলগা হ'ল তেখেতৰ কথাবোৰ ।।।
@Prasanta511
@Prasanta511 Жыл бұрын
Same
@rdsiviyan1646
@rdsiviyan1646 Жыл бұрын
Buhut vl krisa baideu
@allrounderhumen
@allrounderhumen Жыл бұрын
জুবিন দাই তাৰ ভালৰ বাবে হে কৈছিল , কিন্তু জুবিন দাই কথা বোৰ চিধা চিধি কয় বাবেই জুবিন দা দুখী নেকি
@jumankumarsarmah5131
@jumankumarsarmah5131 Жыл бұрын
জুবিনে পাগল বুলি যিটো সুৰত কৈছে।একেবাৰে ফালটু লাগিছে শুনি।
@rajugogoi1644
@rajugogoi1644 Жыл бұрын
Madhab r besi talent ase well done madam
@rupshreedevi9179
@rupshreedevi9179 Жыл бұрын
নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন, কিন্তু সেইবুলি জুবিনৰ সকলো কথা মানিল'ব পাৰি জানো? বিশেষকৈ মদখাই ভালদৰে প্ৰগেম এটাও নকৰে। আৰু মাজে মাজে তেওঁ গীত গোৱাতকৈ অটপালিহে বেছি কৰে।
@sjhazarika5437
@sjhazarika5437 Жыл бұрын
কোন পাগল আচৰণেই কয়।
@bimanprasadlahon3115
@bimanprasadlahon3115 Жыл бұрын
সচাকৈ ল'ৰাজনে বৰ দুখ পাইছে
@rupamvlogs2984
@rupamvlogs2984 Жыл бұрын
Zubeen da.... Love you❤❤. Hero zubeen da🖤
@romakantagogoi9037
@romakantagogoi9037 Жыл бұрын
Goodstep🎉.
@musicindia1572
@musicindia1572 Жыл бұрын
মাধৱে জুবিনৰ কাৰণে কিয় পাগল হব লাগে ।
@jyotimakaman2029
@jyotimakaman2029 Жыл бұрын
ঠিক কৰিছে
@MaghenMoran-ej4di
@MaghenMoran-ej4di 5 ай бұрын
Dhonya bad bhobisat kamona korilo
@MaghenMoran-ej4di
@MaghenMoran-ej4di 5 ай бұрын
Mon nabhangiba bhoija hohokare agbari joya
@sonayanvlogs5593
@sonayanvlogs5593 Жыл бұрын
Thik kotha koise
@reemagogoi7865
@reemagogoi7865 Жыл бұрын
আপোনাৰ কথাখিনি সঁচাকৈয়ে বহুত ভাল লাগিছে!
@babluborah9574
@babluborah9574 Жыл бұрын
নিজকে পাহৰি ,মানে নিজৰ অস্তিত্বক পাহৰি আনক ইমান অনুকৰণ কিয় কৰিব লাগে
@mukulbaruah1833
@mukulbaruah1833 Жыл бұрын
Toi jiman Bamunr goo khale u Brahmon padunnati nepao.
@dhroubasaikia5156
@dhroubasaikia5156 Жыл бұрын
Belegor nokol koribo napai
@basudev220
@basudev220 Жыл бұрын
Zubeen daai aku bul kuwa nai tar beya huwatu bisora nai 👍
@Rahul_zg
@Rahul_zg Жыл бұрын
News channel tuk unsubscribe korilo fast kotha 2nd kotha report dim joy zubeen da
@dhonnathnath5786
@dhonnathnath5786 Жыл бұрын
Absulty correct
@lsworld5664
@lsworld5664 Жыл бұрын
কাম নাই জুবিনৰ....অহংকাৰী হল....আগৰ জুবিন নাই
@disivraj6265
@disivraj6265 Жыл бұрын
Mimicry is the an arc of human being in this world.madhab has right to mimicry not only Zubeen but also other.zubeen Garg has not right to mental harassment to the children and adults.
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
The boy is a good artist than zubin garh
@jyotiprasadsingha5684
@jyotiprasadsingha5684 Жыл бұрын
Yes, U r right, sir
@nripenbubuli4094
@nripenbubuli4094 Ай бұрын
Good advice mam
@subhashborolitileworld2003
@subhashborolitileworld2003 Жыл бұрын
100 correct
@ridingwithrzdep3841
@ridingwithrzdep3841 Жыл бұрын
Joy jubin da I lov you moi bahirot asu jodiu bohut val pau ❤❤❤
@Debojitvlogs924
@Debojitvlogs924 Жыл бұрын
আইন সকলোৰে বাৱে সমান হব লাগে 4:39
@hirendrasaikia3719
@hirendrasaikia3719 Жыл бұрын
Right kotha.
@jujusaikia
@jujusaikia Жыл бұрын
জুবিন দায়ে instagram ত এটা post দিছে অনুগ্ৰহ কৰি এবাৰ পঢ়ি চাব |
@themagicalbaker5276
@themagicalbaker5276 Жыл бұрын
Zubin eta pagol e kaku uthibo nidiye....
World‘s Strongest Man VS Apple
01:00
Browney
Рет қаралды 68 МЛН
World‘s Strongest Man VS Apple
01:00
Browney
Рет қаралды 68 МЛН