No video

জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ - মুখ্যমন্ত্ৰী

  Рет қаралды 535,512

News Live

News Live

Күн бұрын

জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ - মুখ্যমন্ত্ৰী
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 544
@bikashkakati4546
@bikashkakati4546 7 ай бұрын
আপুনি ভালদৰে জীয়াই থাকোঁতে সন্মান দিব বা দিয়া কাৰনে সৰ্বশ্ৰেষ্ঠ মুখ্য মন্ত্ৰী ❤❤❤,, শেষত jay জুবিন দা ❤❤❤❤
@aimonihandique1136
@aimonihandique1136 4 ай бұрын
❤❤
@Frustratedmitu
@Frustratedmitu 7 ай бұрын
স্কুল বিলাকত যেনেকৈ ভূপেন্দ্ৰ সংগীত , জ্যোতি সংগীত, ৰাভা সংগীতৰ অনুষ্ঠান পাতে তেনেদৰে এতিয়াৰ পৰা যেন "জুবিন গাৰ্গ সংগীতো" যেন পাতে ❤
@danieldefoe2179
@danieldefoe2179 7 ай бұрын
জুবিন গাৰ্গে জীৱনৰ ঘাত-প্ৰতিঘাত সমুহক গুৰুত্ব নিদি সাংসাৰিক জীৱনৰ পৰা দূৰত থাকি অসমৰ সাংস্কৃতিক জগতখনক প্ৰগতিৰ হকে কাম কৰা এনে এজন মহান শিল্পী প্ৰতিজন অসমীয়াৰ বাবে চিৰস্মৰণীয়........ সচাঁকে, জ্যোতি-বিষ্ণু-ভূপেনৰ পিছতেই জুবিন গাৰ্গ ।
@chandanadas6658
@chandanadas6658 3 ай бұрын
আমার দেশৰ অমূল্য সম্পদ । তেওক অতি যতনৰে ৰখা উচিত।
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 7 ай бұрын
জুবিন ককাইদেউ লৈ মৰম যাচিলো❤NEWS LIVE Loi অভিনন্দন জনালোঁ❤
@dhanjitpathak5589
@dhanjitpathak5589 7 ай бұрын
সেই বাবে জুবিন দা সদায় একক আৰু অনন্য ❤❤❤❤❤ জুবিন দা জিন্দাবাদ
@j.swargiari1323
@j.swargiari1323 7 ай бұрын
মুখ্য মন্ত্ৰী হিমন্তবিশ্ব sir আৰু news live এ আগবঢ়োৱা জুবিন গাৰ্গৰ এই উল্লেখনীয় পদক্ষেপৰ বাবে বহু ত বহুত ধন্যবাদ থাকিল। লগতে মুখ্য মন্ত্ৰী sir. ৰ বক্তব্য ই যথেষ্ট আবেগিক কৰি তুলিছে 🙏🙏🙏🙏🙏
@BeaTbabA..
@BeaTbabA.. 7 ай бұрын
এই কলি যুগত আজি প্ৰথম বাৰ দেখিছো যে কোনোবাই কাৰোবাক হিয়া ভোৰা সন্মান দিছে ?!❤❤❤❤
@kajaldeb6178
@kajaldeb6178 7 ай бұрын
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বহুমুলীয়া শব্দ বাক্য ভাষনে মোক মোৰ ক্ষুদ্ৰ শিল্পীৰ অন্তৰ চুই গল,আগলৈও এনে মূল্যবান ভাষন শুনিবলৈ পাম বুলি আশা কৰিলো ধন্যবাদ।
@priyakshi
@priyakshi 7 ай бұрын
জুবিন দা সদাই আনতকৈ পৃথক,আৰু আগুৱাই যাওক❤
@NabajitSaikia-le3nz
@NabajitSaikia-le3nz 7 ай бұрын
জুবিন দাৰ গানেৰে মন জীপাল কৰি তোলে।❤❤❤
@BipulSonowal-qz5bm
@BipulSonowal-qz5bm 6 ай бұрын
জুবিন গাৰ্গ জীয়াই থাকোতেই ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' প্ৰদান কৰিব বুলি সমগ্ৰ অসমবাসীৰ অধীৰ আগ্ৰহৰে অপেক্ষাত । বহোত কৰিলে জুবিন গাৰ্গে অসমীয়া জাতিটোৰ কাৰনে ..শিকাই গল কেনেকৈই একত্ৰিত থাকিব লাগে গানৰ মাধ্যমেৰে । অধীৰ অপেক্ষাত ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' । Love you জুবিন দা । From Dhemaji....❤❤❤❤❤
@amiokachari4375
@amiokachari4375 7 ай бұрын
সঁচাই এনে চৰিত্ৰ কোনো দিনে এই দুজনৰ মনৰ কথা মুখ্যমন্ত্ৰী আৰু জুবিনৰ অসমৰ জন গনে শুনা নাই !"❤❤🙏🙏,"
@mitalideka6157
@mitalideka6157 6 ай бұрын
😊😊
@akashpatarofficial5946
@akashpatarofficial5946 7 ай бұрын
সেই বাবেই আমাৰ জুবিন দা সকলোতে কৈ অ পীঠ কীয় জায় জুবিন দা 👍
@runubaruah60
@runubaruah60 7 ай бұрын
বৰ ভাল লগে , যেতিয়া এজন প্ৰকৃত শিল্পী,সাহিত্যিক, সংগীতজ্ঞ , কবি আদি মহান পুৰুষ-মহিলা সকলে প্ৰকৃত সময়ত পুৰস্কৃত হয় , তেখেতসকলৰ সমাজলৈ অৱদানৰ বাবে। কিন্ত অতি দুখ লাগে যেতিয়া এনে মহান ব্যক্তিসকলক জীৱনৰ অন্তিম মূহুৰ্তত স্বীকৃতি প্ৰদান কৰা হয় অথবা মৰণোত্তৰ ভাবে, যেতিয়া সেই স্বীকৃতিৰ কোনো মূল্য নাথাকে ।
@swarnapachani4653
@swarnapachani4653 3 ай бұрын
Jay jubeen.
@DipankaSharma
@DipankaSharma 7 ай бұрын
CM is really a good speaker. situation specific Kotha kuwar feelings., style xikibo logiya. people easily gets motivated. He is really fit for politics.
@amarjyotitalukdar-zh7wu
@amarjyotitalukdar-zh7wu 7 ай бұрын
Apuni vale thakok Zubeen da apuni bht abeg hoi amar....love you so much ❤
@BikramDewri-pj4ik
@BikramDewri-pj4ik 7 ай бұрын
অসমৰ চুকে কোনে সকলোতে সকলোৰে অন্তৰত জুবিন দা আছে। জয় জুবিন দা।❤❤❤❤❤
@BontiDutta-dp6mh
@BontiDutta-dp6mh 3 ай бұрын
অসমৰ হৃদয় স্বৰূপ হৈছে জুবিন গাৰ্গ. . .নৱপ্ৰজন্মৰ বাবে এক বিশেষ আদৰ্শ তেওঁ... তেওঁৰ গান শুনিয়েই ডাঙৰ দীঘল হৈছো আমি তেওঁক কিছুমানে মদাহী বুলি কয়..সমালোচনা কৰে..তেনে কুকুৰবোৰক কৈছো নিজৰ স্হান চাই লবি কেলা... জুবিনে সমাজৰ বাবে যি কৰিছে .... তহঁতৰ 14 গোষ্ঠীয়ে সেইবোৰ কৰিব নোৱাৰে.. জুবিন গাৰ্গ আমাৰ জীৱন স্বৰূপ জয় জুবিন দা ❤
@SafikulIslam-mc3zj
@SafikulIslam-mc3zj 6 ай бұрын
Zubeen da তেজে তেজে বৈ আছে।❤❤❤ জুবিন দা আমাৰ অসমৰ দুৰ্লভ সম্পদ আৰু গৌৰৱ।❤❤❤।
@KangkonaMahanta-uz4mq
@KangkonaMahanta-uz4mq 3 ай бұрын
সঁচাকৈ , জুবিন দাৰ প্ৰতিভা আমাৰ অতিকৈ প্ৰিয় ❤❤❤ ভগৱানে সদায় কুশলে ৰাখক 🙏
@basisthaacharya6590
@basisthaacharya6590 7 ай бұрын
জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ ব্যক্তি যিজন সৰ্বকালৰ অসমীয়া।
@ritamdeka9246
@ritamdeka9246 7 ай бұрын
মামাই জুবিন দাক সন্মুখত বহুৱাই বহুত গুণ সলাগিছে,ভাল লাগিল । এটা কথা থিক , জুবিন দাৰ গান অসমত আৰু ১০০-১৫০ বছৰ চলিব । আশা কৰো মামাৰ ৰাজনৈতিক কালৰ সময়তো যাতে জিলিকক। কথা খিনি এইকাৰণে কলো , মামাক নিজৰ মানুহে ভিতৰে ভিতৰে তেখেতে গম নোপোৱাকৈ থগি থকা যেন অনুভৱ কৰিছো ।
@lh_fsh
@lh_fsh 4 ай бұрын
Always Zubeen daa❤❤....imane bhal paun, jitu hobdore prokas koribo nuaru 💕💕💕
@sankarjyoti1267
@sankarjyoti1267 7 ай бұрын
সদায় হৰিনাম শুনক জুবিন দাৰ বহত ভাল‌ লাগে । জয়‌ জুবিন দা 😊❤❤🎉
@babitadas3621
@babitadas3621 7 ай бұрын
খুউব ভাল পালোঁ,,,,
@robinkvlogs5178
@robinkvlogs5178 7 ай бұрын
আজীৱন লইকি ভাল পাই থাকিম জুবিন দা 🙏😘🥰💚🪔🇳🇪
@rashmiborah1103
@rashmiborah1103 3 ай бұрын
অভিনন্দন শ্ৰদ্ধাৰ প্রিয় শিল্পীজনালৈ ভগৱানে ভালে ৰাখক🙏♥️💐♥️🙏
@Bidbeast
@Bidbeast 7 ай бұрын
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ আপোনাৰ ন্যায় মানৱ দৰদি দিন দুখীয়াৰ প্ৰতি মৰম ।দুৰৰ পৰাই আপোনাক ভৰি চুই প্ৰণাম ।সদাই জিকি থাকক জন সাধাৰণ তথা ৰাইজৰ কল্যাণ কৰক।ধন্যবাদ।
@jollywoodworld7395
@jollywoodworld7395 7 ай бұрын
Jiyai thakute emn morom diya karone bhut dhonyabad .parile padmashree teuk diok❤
@bhashyajyoti7894
@bhashyajyoti7894 7 ай бұрын
জুবিন গাৰ্গক কিয় পদ্মশ্রী দিয়া নহল? ভূপেন হাজৰিকাৰ পিছতে অসমীয়া সংগীত জগতত তেখেতৰ অৱদান বহুখিনি আছে , লগতে অসমীয়া বোলছবি জগততো তেখেতৰ অৱদান অতুলনীয় । প্ৰায় 35 হাজাৰ অসমীয়া গীত গোৱাৰ উপৰিও তেখেতে বড়ো,মিছি , কাৰ্বি উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবিলাক ভাষাতে গীত গাইছে । বিখ্যাত হিন্দগান Ya ali ত তেখেতে দুটাকৈ ডাঙৰ বটা আনিৱলৈ সক্ষম হৈছিল । বলিউডৰ বহুকৈইখন ছবি ত তেখেতে কন্ঠ নিগৰাইছিল । ২০০৭ চনত তেখেতে ৰজত কমল বটা পাইছিল । ‌গতিকে ইমানখিনি সফলতা লাভ কৰাৰ পিছতো জুবিন গাৰ্গক পদ্মশ্রী নিদিয়াটো কিন্তু সচাকৈ দুৰ্ভাগ্যজনক ।
@Shunxhao
@Shunxhao 3 ай бұрын
Padmashree mon golei di dia bostu nhoi baba..
@nayakinfo4613
@nayakinfo4613 7 ай бұрын
সেইটো কথা আমি হাড়ে হিমজুৱে অনুভৱ কৰো যে জুবিন গাৰ্গ অসমীয়া ৰ জাতিয় জীৱনৰ সম্পদ।
@lakhiburagohain9649
@lakhiburagohain9649 7 ай бұрын
যাৰ লগত যুঁজিবলৈ ক্ষমতা নাথাকে তাৰ আগত সৰু হৈ থকাই ভাল 🎉🎉🎉🎉🎉
@pranjaltamulimusical3617
@pranjaltamulimusical3617 6 ай бұрын
জয় জুবিন দা❤❤❤
@pranjyotisarmah3484
@pranjyotisarmah3484 7 ай бұрын
Bhal lagil mama zubin k diar babe.... 👌
@biswaborah2219
@biswaborah2219 7 ай бұрын
100%hosa ....amar life ❤ zubeen da❤
@dipengogoi5076
@dipengogoi5076 7 ай бұрын
জুবিন দা অসমীয়া সকলোতে অসমীয়া আশাবাদী মৰম ১নং
@ratulmitra2306
@ratulmitra2306 7 ай бұрын
Long live Zubeen Da❤️Stay Blessed.Proud of you Dada
@manashvlogs2003
@manashvlogs2003 7 ай бұрын
Thank you news live ......zubin amar hosake hompod......jai aai axom
@Zubeen_Garg_IndianFan.
@Zubeen_Garg_IndianFan. 7 ай бұрын
Zubeen dak vaal powa xokole like korok👍👍❤️
@stargamingchannel4526
@stargamingchannel4526 7 ай бұрын
Zubeen da❤❤❤❤
@dhrubakonch4498
@dhrubakonch4498 7 ай бұрын
Wonderful program for our legend zg ❤🙏
@manashsharma7382
@manashsharma7382 7 ай бұрын
Many many congratulations 👏🎉 hrarthruub legend singer Zubben Garg da 🙏❤️❤️😍 love you zubeen da Jai zubben da 💪👌😊❤️❤️ all time' favorite and always best for ever everyone 👋🌞❤️💖💙
@ahmedmazumder6716
@ahmedmazumder6716 7 ай бұрын
@konwarmili3401
@konwarmili3401 7 ай бұрын
Mama thank you,,Jay zubeen da
@user-os1os6uk4d
@user-os1os6uk4d 6 ай бұрын
❤❤❤ জুবিন ❤❤❤cm himont sir
@taznurdhaq8689
@taznurdhaq8689 7 ай бұрын
জুবিন পৃথীৱীৰ পৰা পৃথক
@user-hw6ul5ut2j
@user-hw6ul5ut2j 7 ай бұрын
জয় জুবিন ! জয় হিমন্ত বিশ্ব শৰ্মা ৷
@styledreamsk9886
@styledreamsk9886 7 ай бұрын
মোৰ প্ৰিয় মানুহ কেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , জুবিন গাৰ্গ, আৰু দিম্পু কিয় জানো এওঁলোকৰ কথা বিলাক শুনিলে মনত বৰ আনন্দ লাগে আৰু বহুত হাঁহি উঠে মনতো ভাল লাগি যায়
@lakshyaojha4274
@lakshyaojha4274 7 ай бұрын
Zubeen da Zindabad...I love you........u r My love... Kunu kotayi karu Najanu apunak janu...joy Aai Axom.........
@dhanjitdas6299
@dhanjitdas6299 7 ай бұрын
জুবিন এজন অতি উচ্চ স্তৰৰ শিল্পী কিন্তু জ্যোতি-বিষ্ঞু-সুধাকণ্ঠৰ দৰে শিল্পী হবলৈ এতিয়াও হেজাৰ মাইল বাকী আছে। আৰু কষ্ট কৰিব লাগিব।
@sangitadas8022
@sangitadas8022 7 ай бұрын
Bharat ratna award dibo lage❤❤❤❤
@user-ic1ld3jo3l
@user-ic1ld3jo3l 7 ай бұрын
জুবিন দা। ❤❤❤❤❤😊
@user-hm9wi9cd5n
@user-hm9wi9cd5n 7 ай бұрын
Wahh🙏🙏🙏🙏🙏zubeen da
@sanjaychetri9754
@sanjaychetri9754 7 ай бұрын
Love u heart beat of Assam❤
@jumandeep
@jumandeep 7 ай бұрын
Bohut dhunia speech dise cm sir a 🙏
@apurbakonwarandsaorovkonwa9469
@apurbakonwarandsaorovkonwa9469 7 ай бұрын
Mama jinda bat..... Love you zg
@Samarjyoti440
@Samarjyoti440 7 ай бұрын
মামাই সিংহ কোন ভালদৰে চিনি পায়।।।❤
@user-qf1ci1es4h
@user-qf1ci1es4h 7 ай бұрын
Jai zubeen da
@aditymoran7447
@aditymoran7447 7 ай бұрын
Good 👍 information news that I like that from tinsukia Assam India,
@user-xe7dd4uu1t
@user-xe7dd4uu1t 7 ай бұрын
Duiojonei val pua manuh❤❤❤❤
@dikuentertainment7768
@dikuentertainment7768 3 ай бұрын
মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবোৰ হৃদয়ত খুণ্ডা মাৰি ধৰিলে৷ সঁচাকৈ জুবিন আমাৰ বাবে এক শক্তি
@Mithieducational
@Mithieducational 7 ай бұрын
Zubeen da is a real Hero ❤
@GauriBaruah-gx7ck
@GauriBaruah-gx7ck 7 ай бұрын
সোমালোচনাৰ উৰ্ধত কোনো নহয়! জুবিন দুৰৰ কথা মহা মনৱ মহাত্মা গান্ধীও সোমালোচনাৰ উৰ্ধত নাছিল।লগাতকৈ বেছি তোশামোদ বেছি প্ৰস;সাই মানুহ এজনক ভৰ সহিব নোৱাৰা অবস্থালৈ লৈ যায়।ই সচাকৈ ক্ষতিকাৰক। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা গীতিকাৰ সুৰকাৰ গায়কেই নাছিল -- তেওঁলোক আছিল প্ৰকৃতাৰ্থত একোজন শিল্পী।----- ---- ৰাইজেই হ'ল শিল্পীৰ ঠিকনা।
@pritamdas7877
@pritamdas7877 7 ай бұрын
জয় জুবিন দা ❤❤
@lostvibeee
@lostvibeee 7 ай бұрын
Zubeen daa amar "ABEG _(EMOTION)_ "
@kartikkeot108
@kartikkeot108 7 ай бұрын
জয় জুবিন দা❤❤❤❤❤
@minukalita7577
@minukalita7577 4 ай бұрын
আপোনাৰ পেৰণাক প্ৰণাম জনালোঁ। হয় মহাশয়। নিউজ লাইভ জিন্দাবাদ। তধাপি, সৃষ্টিশীল সম্পদ।
@user-vh9dn2wj6h
@user-vh9dn2wj6h 7 ай бұрын
কৃষ্ণ হয় মই কাৰো নহয়।মই প্ৰকৃতিক ভাল পোৱা ।অকলে আহিছো অকলে যাব লাগিব।কৃষ্ণ 🙏
@hemenkalita6125
@hemenkalita6125 7 ай бұрын
❤❤❤❤❤
@dilipchdeka6812
@dilipchdeka6812 4 ай бұрын
জুবিন গাৰ্গ এজন ভাল মানুহ এয়া সচা কথা। কিন্তু "কা" ৰ বিৰুদ্ধে জুবিনৰ শক্তি কমোৱাৰহে বটা যেন অনুমান হৈছে। জয় আই অসম 🙏🙏🙏
@indianjourney5049
@indianjourney5049 7 ай бұрын
Think ❤Jubin or nisinaaaa ❤❤hoooobo nowareibooo C. M feels
@srimantazg602
@srimantazg602 7 ай бұрын
Zubeen da💓💓
@abanidas6895
@abanidas6895 7 ай бұрын
খুউৱ ভাল লাগিল মুখ্যমন্ত্ৰী ডাঙৰীয়া ।
@user-dv6xp2wb4d
@user-dv6xp2wb4d 7 ай бұрын
🙏🙏🙏
@krishnadaskrishna1820
@krishnadaskrishna1820 7 ай бұрын
Joi zubeen da ❤️❤️
@robinkvlogs5178
@robinkvlogs5178 7 ай бұрын
Zubeen da axomor hompot, zubeen da axomiar hompot....🙏🥰😘💝💚🇳🇪🪔
@MigamDoley-wt7bq
@MigamDoley-wt7bq 4 ай бұрын
জয় জুবিন দা।
@lalitabora912
@lalitabora912 7 ай бұрын
We are Congralution Ours Ours News Life if Oxomiya Jatir Xobo Kalor Xorbw Srethy Dr King of Song Zubeen Garg 2024 to 2025 to 2030
@lalitabora912
@lalitabora912 6 ай бұрын
Ours ours 1st Best of Year Bota Dr Best Actor Best Eco Silence bota and self Help Cook Women Best Walk Men
@HAli-ct6tf
@HAli-ct6tf 4 ай бұрын
মুখ্য মন্ত্ৰীলৈ ‌আৰু জুবিন দা জই আই অসম
@user-sl6gi2nh4m
@user-sl6gi2nh4m 7 ай бұрын
Oiling.....
@gunajitbarman2066
@gunajitbarman2066 7 ай бұрын
Joi Zubeen da ❤❤❤
@archanakhanikar-bj4lj
@archanakhanikar-bj4lj 7 ай бұрын
👍👍🙏🙏
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 4 ай бұрын
Jai bhupen hazarika
@r2z190
@r2z190 7 ай бұрын
Joi Zubeen da ❤
@anantanath6453
@anantanath6453 7 ай бұрын
❤❤❤❤❤❤❤❤
@prakashnirola9779
@prakashnirola9779 7 ай бұрын
Baat toh sahi hai ❤💕🌝
@satyajyotichetiakonwar7253
@satyajyotichetiakonwar7253 3 ай бұрын
অভিনন্দন জ্ঞাপন কৰিছোঁ, দুয়েজনালৈ ।
@kusumbaruah2336
@kusumbaruah2336 3 ай бұрын
Zuben সদায় মোৰ তোমাৰ প্ৰতি সত্য শুদ্ধ বুলি পাহৰি নাযাব। কাৰণ আমি সকলোৱে মিলি Zuben darkar গীতৰ সুৰ সৈতে জড়িত ব্যক্তি
@lachitpatra4194
@lachitpatra4194 3 ай бұрын
Voice of Jubin is the voice of heart of everyone
@bhabanigogoi3278
@bhabanigogoi3278 6 ай бұрын
Very.good
@user-xv6vd9jk4r
@user-xv6vd9jk4r 7 ай бұрын
Joy zubeen da aji bhut vl lgisa love you zubeen da
@mamoninath4639
@mamoninath4639 7 ай бұрын
I love you zubeen ❤❤❤❤
@bikinathbiki1336
@bikinathbiki1336 7 ай бұрын
Jai zubeen da 💝
@jugendersaikia4176
@jugendersaikia4176 3 ай бұрын
প্ৰতিদিন চেনেলৰ নিতুমনি চাৰে কোবাৰ দৰে তিনিও জন মানুহ এক হওক চোন অসম সলনি হৈয় যাব অখিল হিমন্ত জুবিন।
@sohidalam9173
@sohidalam9173 4 ай бұрын
Moi ejon muslim lora hoi kintu mur jibonor xorbo prothom vaal loga singer hol zubeen ....I love all the songs of zubeen
@user-cm2xz1tl4g
@user-cm2xz1tl4g 3 ай бұрын
হাজাৰ বিতৰ্ক য়েও খহাব নোৱাৰা জনপ্ৰিয়তা ❤
@suryakumarrajbongshi7772
@suryakumarrajbongshi7772 7 ай бұрын
মুখ্যমন্ত্ৰীৰ আজিৰ মন্তব্যই সুকীয়া বাৰ্তা কঢ়িয়াই আনিছে .....
@colours-music
@colours-music 7 ай бұрын
An intelligent CM assam is witnessing
@SK_Status-pd7zc
@SK_Status-pd7zc 7 ай бұрын
Akadosi ratiya is a golden song. One love , one life ❤❤
@deepokronjondarshit8448
@deepokronjondarshit8448 6 ай бұрын
অনুস্থানত টো উপভোগ কৰিলোঁ বহুত ভাল লাগিল
@kalitajyoti09
@kalitajyoti09 7 ай бұрын
Love you zubinda... আপোনাৰ কাৰণে গান গাবলৈ শিকিছো। You are the heart of Assam. ❤❤❤
Doing This Instead Of Studying.. 😳
00:12
Jojo Sim
Рет қаралды 37 МЛН
Look at two different videos 😁 @karina-kola
00:11
Andrey Grechka
Рет қаралды 15 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 22 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 52 МЛН
Doing This Instead Of Studying.. 😳
00:12
Jojo Sim
Рет қаралды 37 МЛН