This video is about the benefits of Mahogany tree plantation in Assam. উন্নত মেহগনি পুলি যদি আপোনাক লাগে যোগাযোগ কৰক -9706853731 এই নম্বৰত ৷৷ #মেহগনিগছ# #mehogany# Mehogany tree cultivation in Assam, mehogany plant Thanks Rb tips
Пікірлер: 130
@lakhindratairai527816 күн бұрын
মেহগনি গছৰ বিষয়ে বহু কথা জনোৱা বাবে ধন্যবাদ থাকিল ❤❤❤❤❤
@RBTips15 күн бұрын
ধন্যবাদ ৷আমাৰ পৰিয়াললৈ স্বাগতম ৷
@pannalalkurmi46097 ай бұрын
মেহগনি গছৰ বিষয়ে বহুখিনি কথা জনোৱাৰ বাবে ধন্যবাদ থাকিল।
@RBTips7 ай бұрын
ধন্যবাদ ৷
@prohladchutia1514 Жыл бұрын
Very nice information 👍
@RubiMahantaGardenTips3 жыл бұрын
ভাল লাগিল।
@rinabora98106 ай бұрын
Mor 100 jopa man aase,8yrs hoise,,,aru kisu bosor pisat kenekoi kot sale koribo parim? Kot sale korim,link tu jonabo,mor Ghar barpathar,golaghat.reply koribo
@prasantasaikia42399 ай бұрын
বহুত ভাল লাগিল
@RBTips9 ай бұрын
ধন্যবাদ ৷
@renuboro60119 ай бұрын
Good Good news.
@surajkumarbarman46563 жыл бұрын
ভাল লাগিল বন্ধু, ধন্যবাদ।
@RBTips3 жыл бұрын
স্বাগতম ৷৷
@mamonipator7640 Жыл бұрын
Xasai bhal lagil. Thanks
@RBTips Жыл бұрын
ধন্যবাদ ৷
@lakhindratairai527816 күн бұрын
মই মেহগনি গছ পুলি ৫০০ ৰোপন কৰিছোঁ।
@sanjiblaskar9526 Жыл бұрын
❤ Thanks ❤
@bijoyhandique578 Жыл бұрын
🙏
@mostafizurrahman-kr3rk Жыл бұрын
মোৰ দহ জোপা গছ আছে আৰু ফল দিয়ে কিন্তু কত বিক্ৰী হয় নাজানো জনালে উপকৃত হম l
@pabinsarma29896 ай бұрын
TQ soms
@rupjyotisensuwa20109 ай бұрын
Bhal lagill
@RBTips9 ай бұрын
Thanks.
@jayachetry290410 күн бұрын
Dada kot bikibo pari jonabo nki, video bohut paisu gas jupar bikhaye ami ruisu 185jupa kintu,kuneu kuwa ni je kot bikibo,jonabo nkk
@anajalisaikia33453 жыл бұрын
অতি সুন্দৰ ভিডিওটো চায় খুঊব ভাল লাগিল বহু নজনা কথা জানিবলৈ পালোঁ ধন্যবাদ জনালোঁ ।বহুত দিনৰ পিছত পালোঁ ভাল লাগিল 🙏👌ভালে আছেনে ??
@RBTips3 жыл бұрын
মন্তব্য দিলে যে ভাল লাগিল ৷ভালে আছো ৷আপোনাৰ ?
@anajalisaikia33453 жыл бұрын
ভালে আছো । আপোনাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে কম সময়তে ইমান সুন্দৰকৈ কথাবোৰ বুজাই দিয়ে কিন্তু আজিকালি আপোনাৰ ভিডিও নোপোৱাই হ'লো কিয় বাৰু জনাবাছোন