মাজুলীয়ে কান্দিছে...মাজুলীৰ চৌদিশৰ পৰা ভাঁহি আহিছে সৰ্বহাৰাৰ আৰ্তনাদ। উটি গৈছে ঘৰ, খহি গৈছে বাট-পথ

  Рет қаралды 131,664

News Live

News Live

9 күн бұрын

মাজুলীয়ে আজি কান্দিছে...মাজুলীৰ চৌদিশৰ পৰা ভাঁহি আহিছে সৰ্বহাৰাৰ আৰ্তনাদ। উটি গৈছে ঘৰ, খহি গৈছে বাট-পথ। ব্ৰহ্মপুত্ৰৰ বলিয়া বানে অঘৰী কৰা গাঁৱে গাঁৱে কেৱল চকুলো। মাজুলীৰ এই আৰ্তনাদ অসহনীয়
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 74
@sorupaidas7114
@sorupaidas7114 7 күн бұрын
🙏হে ভগৱান আৰু এন কোৱা আৰু নকৰিব।বৰ দুখ লাগিছে। অনুৰোধ কৰিছোঁ চৰকাৰক বান বিধ্বস্ত সকলোকে সহায় কৰক। প্ৰশাসনক কাতুৰ অনুৰোধ।
@miduldutta8798
@miduldutta8798 7 күн бұрын
সমগ্ৰ মাজুলী বুলি কিয় ভুল কৈ কৈছে, মাজুলী মানুহৰ নাক দীঘল চৰম পাব , এইয়া প্ৰকৃতিৰ প্ৰলয় তাক কোনেও বাধা দিব নোৱাৰে, স্বয়ং ভগৱানেও নোৱাৰে বিধিৰ বিধান এনেকুৱা হয় , হে প্ৰকৃতিৰ প্ৰলয় তুমি ক্ষান্ত হোৱা কাতৰ অনোৰুধ তোমাৰ চৰণত 🙏🙏🙏
@sibaninath8483
@sibaninath8483 7 күн бұрын
যিবোৰ নেতা পালিনেতা আৰু ঠিকাদাৰ মিলি মাথাউৰি বনোৱাৰ নামত অহা টকাবোৰ খাই নিজৰ সম্পত্তিৰ পাহাৰ গহিছে তহঁতৰ পাপ লাগিব।
@purbidas5636
@purbidas5636 2 күн бұрын
সকলোৱে সহায় আগবঢ়ায় যেন
@user-mb6xt2qr3i
@user-mb6xt2qr3i 7 күн бұрын
মানহক একো দিব নোৱাৰিলেও মঠাওৰিটো ক চৰকাৰে শকতকে দিয়ক
@harenpanging3275
@harenpanging3275 4 күн бұрын
বহুত দুখ লগা দৃশ্য ৷
@user-xr2by2lv9l
@user-xr2by2lv9l 7 күн бұрын
বহুত বেয়া লাগিল কথাবোৰ শুনি 😢😢🙏🙏 Help please
@RatulGayon
@RatulGayon 5 күн бұрын
এই অৱস্থাত এতিয়া ভগৱানেই একমাত্ৰ ভৰষা । কৃৃষ্ণ ।
@jiitofficial3131
@jiitofficial3131 7 күн бұрын
কিয়নো আহিলি বান, সপোনৰ ঘৰখন কৰি থৈ গলি থান বান 💔
@MistuDey-s3p
@MistuDey-s3p 6 күн бұрын
@@jiitofficial3131 😭
@pypypnpn4077
@pypypnpn4077 7 күн бұрын
ওম শ্ৰী সূৰ্য দেৱায় নম:
@ratultaro6391
@ratultaro6391 7 күн бұрын
বৰ দুখ লগা কথা
@user-qp9ol8ib4o
@user-qp9ol8ib4o 7 күн бұрын
হে ভগৱান কি কৰিলা এইবোৰ ❤😢😢
@user-vm8mr4nb6e
@user-vm8mr4nb6e 7 күн бұрын
N H P C. কাল হ'ল অনাগত দিনত আৰু বিপদ হ'ব আমাৰে ভুল
@niranjankashyap2515
@niranjankashyap2515 7 күн бұрын
Bohut dukh loga
@user-ct2kv3qn1l
@user-ct2kv3qn1l 5 күн бұрын
কৃষ্ণ আমি বোৰে প্ৰকৃতিৰ শক্তিৰ লগত একো কৰিব নোৱাৰো।কেৱল মাত্ৰ ঈশ্বৰৰ ওচৰত ভৰষা ।এয়া জীৱৰ জীৱন।কৃষ্ণ 🙏🙏🙏
@user-cz2gk4vm6q
@user-cz2gk4vm6q 7 күн бұрын
অকল মাজুলী বুলি নকব । আমি লখিমপুৰ বা সিও পানীত কক -বিকাই আছোঁ। পেটত ভোক আছে কিন্তু খাবলৈ নাই । বানে সকলো লৈ গল 😭😭😓😔 । চকু মেল খাব নে চৰকাৰৰ।
@priyankabaruah2311
@priyankabaruah2311 7 күн бұрын
ঠিকাদাৰ কেইটা ধৰি আনি খুব ধুলাই দিব লাগে। পাৰিলে দুটা এটাক পানীত উটি যাবলৈ দিব লাগে।
@jaganathsaikia641
@jaganathsaikia641 4 күн бұрын
ভুবন গাম কলৈ গ´ল
@momiboruah355
@momiboruah355 7 күн бұрын
খুব দুখ লাগিল
@archananath3143
@archananath3143 7 күн бұрын
Vgban kia eman kost disa 😭😭
@user-fp6ud8ym5k
@user-fp6ud8ym5k 7 күн бұрын
Hey God save us. There is no one to see our suffering.political leaders will give us only promises when election comes.
@toraliluhar7459
@toraliluhar7459 7 күн бұрын
Bohut dukh lagil help please 🙏
@mrmajuli8736
@mrmajuli8736 7 күн бұрын
এখন বৃহত নদীক 4 হাত মান বলি মাথাউৰিৰ জানো বাধা দিব পাৰে ? মাথাউৰি নিৰ্মাণৰ নামত কৌৰ কৌৰ টকা বোৰ যায় ক'ত ?এতিয়া সকলো বিষয়া নেতা ঠিকাদাই মাঠা তলমূৰ কৰিব। আৰু খৰালি দিনত পাহৰি ঠিকাদাৰ লগ হৈ লুন্ঠন কৰিব। এইয়াই আমাৰ ভাগ্য
@evilgaming460
@evilgaming460 7 күн бұрын
😢😢
@pobitrimunda7743
@pobitrimunda7743 7 күн бұрын
পৃথিৱীত আটাইতকৈ ডাঙৰ সমস্যা বান ---- এই সমস্যা চৰকাৰ যে সমাধান কৰিব নোৱাৰিলে আৰু কোনোদিনে নোৱাৰে
@KD-dj1iq
@KD-dj1iq 7 күн бұрын
Ireland Netherlands goi sai ahok keneakea control korisea, belegea parea Ami burea nuwaru
@junakilaskar6198
@junakilaskar6198 7 күн бұрын
কৃষ্ণ কৃষ্ণ
@nilkamalburagohainburagoha9656
@nilkamalburagohainburagoha9656 7 күн бұрын
ইচ ৰাম
@puspadhardowarah1932
@puspadhardowarah1932 7 күн бұрын
এনে আৰ্তনাদ দেখি নেতাবোৰে অলপ শান্তি লওক!
@nilishaika5262
@nilishaika5262 7 күн бұрын
Hoy
@dr.lakshmikalita8857
@dr.lakshmikalita8857 7 күн бұрын
ডাঙৰ বানপানী হ'লে ডাঙৰ মথাউৰিও ভাঙি যাব। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব। বহুত বেয়া লাগিল 😢😢
@runuhazarika8290
@runuhazarika8290 7 күн бұрын
চরকারে এই খুরা জনক সহাই কৰক লগতে রাইজেও দেখি বৰ দুখ লাগিছে
@urmilanarzary2678
@urmilanarzary2678 7 күн бұрын
Sonuwal kot gl 😢
@ShyamalMajumder-jt5dd
@ShyamalMajumder-jt5dd 7 күн бұрын
😢😢😢😢😢
@Ashu-ic6lv
@Ashu-ic6lv 7 күн бұрын
মাজুলীবাসীয়ে এইবাৰ কাক ভোট দিছিল? যিজনক দিছিল সেইজনৰ পৰা সহায় বিচাৰিব লাগে। এয়া প্ৰাকৃতিক দুৰ্যোগ, ভগৱানেও ৰক্ষা কৰিব নোৱাৰে ।
@ManikhaMili
@ManikhaMili 2 күн бұрын
Garv aha nai neki
@user-tn4rt8pq1c
@user-tn4rt8pq1c 7 күн бұрын
😢
@sibaninath8483
@sibaninath8483 7 күн бұрын
কিদাল তদন্ত কৰিব। সবেই একেখন থালিৰ ভাত ভগাই খাই। এনেকুৱা দায়িত্ব জ্ঞান নাইকীয়া বোৰৰ চাকৰিবোৰ নিলম্বন নহয় নেকি
@momiboruah355
@momiboruah355 7 күн бұрын
দুখীয়া মানুহ অঘৰী কৰি দালান বনোৱা বিলাকক অন্তৰৰ পৰা শাওপাত দিছোঁ
@bituponbora8062
@bituponbora8062 7 күн бұрын
😢😢😢😢
@gutungdipakpegu2134
@gutungdipakpegu2134 4 күн бұрын
Modi , great flood in Majuli attention please and try to save the Majulian .
@BBCartoon19
@BBCartoon19 7 күн бұрын
😢😢🙏🙏
@user-ox3lb6xl2s
@user-ox3lb6xl2s 7 күн бұрын
Ki dukh loga sobi oo😢😢😢
@pranjitnath-pc6cv
@pranjitnath-pc6cv 7 күн бұрын
😢😢😢
@MistuDey-s3p
@MistuDey-s3p 7 күн бұрын
😭😭😭😭😭
@TIMEPASSCHANNELFOKOTIYAVLOK
@TIMEPASSCHANNELFOKOTIYAVLOK 7 күн бұрын
😢😢😢😢😢😢😢😢
@pulakkonwar5082
@pulakkonwar5082 7 күн бұрын
খিলঞ্জীয়াৰ সুৰক্ষাৰ দায়িত্ব স্বয়ং কোনোবাই লৈ থৈছিল নেকি বাৰু
@user-fx7zl4ei5f
@user-fx7zl4ei5f 7 күн бұрын
ARU BJP EK VOTE DE
@prasantarajbongshi7584
@prasantarajbongshi7584 7 күн бұрын
😂😂😂 বহুত দূখৰ বিষয়, একেই অবস্থা আমাৰ হৈছিল 2022,
@user-hd4xc7em8v
@user-hd4xc7em8v 7 күн бұрын
Emn pni hua loi rkhi asile ne
@sahedalisahedali5273
@sahedalisahedali5273 7 күн бұрын
ইয়া মিকাইল🎉 আলাইহিছালাম নেৰিবা তুমি তুমাৰ কাম তুমি চলাইযোৱা আমি মুছলমানসকলে জীয়াই থাকি লাভ নাই আৰু জীয়াই থকাৰ ইচ্ছাউ নাই ।
@scorpiojorhat
@scorpiojorhat 7 күн бұрын
Nonsense national media. No highlight in prime news. Apathy of our minister. National media apathy
@user-tp2dp1ki9g
@user-tp2dp1ki9g 7 күн бұрын
Putra asile Mane ki ha.......
@thejknath6017
@thejknath6017 7 күн бұрын
Namami pati core core kharas koribo,,,core core tokar bihu patibo,,,,sadaran jantak basartu murkh hajibo,,,,,jansadharanu ak pakarar murkh,,,😢😢
@user-hd4xc7em8v
@user-hd4xc7em8v 7 күн бұрын
Olp pni houtei habodhn hbo lgosile
@SaikiaPorismita-xt7cg
@SaikiaPorismita-xt7cg 7 күн бұрын
Kiman vugibo aru majuli bashiye. Majuli manuhe sukhot thokar odhikar nai... Eaiya xunor majulir nomuna.. 😢😢😢😢
@niranjankalita4493
@niranjankalita4493 7 күн бұрын
About abar modi sardar,Zindabad
@papuagarwal513
@papuagarwal513 6 күн бұрын
অৰু হুৰ দে লেতেৰী চব
@user-px2gw1si1i
@user-px2gw1si1i 7 күн бұрын
Akw 1bar Modi sorkar buli siyorok.but beya lagila
@mrinalpachani8984
@mrinalpachani8984 7 күн бұрын
Nonsense .
@arupdutta2554
@arupdutta2554 7 күн бұрын
Gourav Ali kot gol majulit nai je etoa
@RajibHorijon
@RajibHorijon 7 күн бұрын
Very good bjp government
@lohitchdeka3273
@lohitchdeka3273 7 күн бұрын
Khilonjiya assamiya màjulir manuhbor bengera teoloke asamar aan thait mati kinibo lage ba pam kholibo lage kisuman okha thai jene kharupetia rowta dhekiajuli adi okha thai tat kono din flood nahai tat bangali miya bore bar aramat ase
@hasimali9023
@hasimali9023 7 күн бұрын
Dukh norbi dispu monttri amel abakht banpani
@VimolGhatowal
@VimolGhatowal 7 күн бұрын
Gausr manuhe panek dore rakele hol
@pranabbarua3031
@pranabbarua3031 7 күн бұрын
Piyush Hazarikar r lunthan r namuna
@hamidulali7436
@hamidulali7436 7 күн бұрын
Bakar,bjp,sarkar,bad,lak
@mousumiboramousumibora7461
@mousumiboramousumibora7461 7 күн бұрын
😢😢
@kongkonadas6154
@kongkonadas6154 7 күн бұрын
😢
@pulinkalita2422
@pulinkalita2422 7 күн бұрын
😢😢😢😢
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 9 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 53 МЛН
ИРИНА КАЙРАТОВНА - АЙДАХАР (БЕКА) [MV]
02:51
ГОСТ ENTERTAINMENT
Рет қаралды 14 МЛН
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15