মানকাচৰৰ বিহু সন্মিলনত হুঁচৰি প্ৰদৰ্শন, bihu husori at Mankachar কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ হুচৰি

  Рет қаралды 913

Colours of life 🌈

Colours of life 🌈

Күн бұрын

মানকাচৰৰ বিহু সন্মিলনত হুচৰি প্ৰদৰ্শন, bihu husori at Mankachar কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ হুচৰি প্ৰদৰ্শন। অসমৰ বিভিন্ন জিলাৰ পৰা আহি মানকাচৰত কৰ্মৰত হৈ থকা শিক্ষক-শিক্ষয়ত্ৰীসকলে সিমীত সা-সুবিধাৰ মাজতে মাথো এদিন অনুশীলন কৰি নিজৰ সংস্কৃতি আৰু পৰ্ম্পৰা ৰক্ষা কৰিবলৈ আন্তৰিকতাৰে এটি ক্ষুদ্ৰ প্ৰচেষ্টা কৰে।

Пікірлер: 13
@pabitrakumarray9065
@pabitrakumarray9065 Жыл бұрын
অতি সুন্দৰ । আপোনালোকে হওক আমাৰ আদৰ্শ । আমাৰ গৌৰৱ ।
@sajadhussain2037
@sajadhussain2037 Жыл бұрын
অশেষ ধন্যবাদ, আশা কৰোঁ চেনেলটি চাস্বক্ৰাইব আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰিব।
@arunpathak2120
@arunpathak2120 Жыл бұрын
সুন্দৰ প্ৰয়াস কৰা হৈছে। সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@sajadhussain2037
@sajadhussain2037 Жыл бұрын
ধন্যবাদ, আশা কৰোঁ চেনেলটি চাস্বক্ৰাইব আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰিব।
@bhadrakantapathori943
@bhadrakantapathori943 Жыл бұрын
সুন্দৰ পদৰ্শণ, আগবাঢ়ি যোৱাৰ নিদৰ্শন
@porimollikasvlog4962
@porimollikasvlog4962 Жыл бұрын
ধুনীয়া
@SKY-oy1kv
@SKY-oy1kv Жыл бұрын
so beautiful
@rupa7473
@rupa7473 Жыл бұрын
ধুনীয়া হৈছে 👌👌👌
@sabitadas5051
@sabitadas5051 Жыл бұрын
সুন্দৰ প্রয়াস আপোনালোকৰ । ছাৰ-বাইদেউসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
@sajadhussain2037
@sajadhussain2037 Жыл бұрын
Thanks
@pankajsaikia6076
@pankajsaikia6076 Жыл бұрын
Bhal lagil
@YouTube66x
@YouTube66x Жыл бұрын
Very nice.
@sajadhussain2037
@sajadhussain2037 Жыл бұрын
Thanks a lot 🙏
Worst flight ever
00:55
Adam W
Рет қаралды 45 МЛН
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,6 МЛН