ভাল লাগিল বাইদেউ। কলা বগা বুলি একো নাই। এটা কথা জানে নে সৌন্দৰ্য্যপিপাসা কাৰনো নাই? সুন্দৰ আৰু সৌন্দৰ্য্যৰ বাবে ক'ত কাব্য চৰ্চা হয়, ক'ত ই গল্প - উপন্যাস ৰচনা কৰে। ক'তজন বীৰে হাতত যুদ্ধাস্ত্ৰ তুলি লয় সৌন্দৰ্য্য বাবেই। সৌন্দৰ্য্যৰ অমোঘ আমন্ত্ৰতেই সীতা হৰণ হয়,ট্টয় নগৰী ধ্বংস হয়। মাৰ্ক এণ্টনীৰ মৃত্যুৰ কাৰণ ও জানো সুন্দৰী ক্লিঅ'পেট্টাৰ প্ৰতি থকা তেওঁৰ প্ৰেমেই দায়ী নহয়।শুনা মতে নেপোলিয়ন ও যুদ্ধত পৰাস্ত হৈছিল তেওঁৰ পত্নীৰ সুন্দৰতাত মোহীত হৈ অবাবত সময় নষ্ট কৰা বাবে। সৌন্দৰ্যৰ যে ক'ত বদনাম এবাৰ ভাবকচোন। সকলোৱে মনৰ সৌন্দৰ্য্য ক গুৰুত্ব দিব।অ-সুন্দৰতাক ঘৃণা নকৰিব।আপোনাৰ দৃষ্টিকোণ সলনী কৰিলে পৃথিৱী সুন্দৰ হ'ব।(মণিমালা কলিতা, যোৰহাট লাহদৈগড়)
@mouchumirajbongshi56192 ай бұрын
One should respect her feelings... Her opinion towards a relationship is 👏👏👏 one should learn rather than give comments on her physical attire.... And I think she is more beautiful than any other women. ❤
Bijeta Baa eman simple aru khohoj xorol kotha bor eman khula ke koi bhut besi vl lgil tmi mnr dhuniya hoi, apunak je kapur jurok loi insult korisil xei joni sage আঙুৰ লতাই হ'ব
@dhiramonikalita5552 ай бұрын
বিজেতা বা বহুত স্পষ্টবাদী । বা'ক মোৰ বৰ ভাল লাগে❤❤
@ManakhiBorah-i9w2 ай бұрын
Eman dhunya kotha botora bohut val lagil.... Agbahi jauk val lage apunak❤
@puspadas92352 ай бұрын
অতি সুন্দৰ অনুষ্ঠান টি চাই বৰ ভাল লাগিল, ধন্যবাদ।🙏
মোৰ শাহু কʼলা । কিন্তু মোতকৈ তেখেত অকনমান ওখ । সেইকাৰণে যেতিয়াই সুবিধা পায় তেতিয়াই মোৰ উচ্চতাকলৈ comment মাৰিবলৈ নেৰে । যেতিয়ালৈকে মনে মনে শুনি থাকিলোঁ, তেতিয়ালৈকে কৈয়েই থাকিল । কিন্তু যেতিয়াৰ পৰা সেই comment ৰ আৰত ঠাত্তাৰ সুৰ সোমাই আছে বুলি গম পালোঁ তেতিয়াৰে পৰা উলোটাই উত্তৰ দিয়া আৰম্ভ কৰিলোঁ আৰু এতিয়া পিছে একো নোকোৱা হʼল । মই কিন্তু আজিলৈকে তেখেতৰ কʼলা ৰঙ আৰু মুখমণ্ডলৰ কথা কেতিয়াও কৈ নাপালোঁ।
@shikhalaskar2 ай бұрын
Bor bhal lagil....manuh gorakir kothabur
@dipikadas57802 ай бұрын
Kola boga salkhonor he rong ...monor rong dhaniya hb lage ..apuni monor pra bahut dhunia ba ...agbarhi juwa ba ...monor morome ghr akhn dhri rakhe ...kla boga samrai nhy ...
@ShivaniBora-dl3vu2 ай бұрын
Emn horol ba jni.. Bohut vl lgl aji vdo Tu sai.. ❤❤❤❤
@alpanapakgharandvlog63122 ай бұрын
Vl lagil kotha khini aagbadhi juwa
@HasibRahim072 ай бұрын
ধুনীয়া ভণ্টি, আগবাঢ়িল যাওক। ধন্যবাদ
@chandanasarma1206Ай бұрын
Barr kthabor xuni bht besi val lgil.. aru xuni thakib mn asil
@wind15432 ай бұрын
Apuni morom loga hoi but naake mukhe o bohut dhuniya apuni.
@renutalukdar94372 ай бұрын
Biju .tumake dakhi val lagila .❤❤❤
@PonitaboraPonitaboraАй бұрын
বহুত স্পষ্ট বাদী বাবে মোৰ ভাল লাগে❤
@oliborpatragohain7112 ай бұрын
Val lagise.suwali hoi jonom loboloi monjua karone.karom mohila nohole nohoya.
Rup nu ki kotha ba moiu kola muk ako mur manuhjone hahe moi bht kola buli baganiya bule asolote ki jana manuhe morute seheratu loi jai kintu sinakitu gunehe di thoi jai sherai nhoi
@debajitnath41012 ай бұрын
Val lagil ❤
@safiul1616Ай бұрын
Eitu ata mosto penpenia podcast chanel
@BibhaBodoАй бұрын
Mur ma ni moi ghr khan solabo sakori korisilu... atiya biya holu.... atiya eku nkoru moi