এয়া মোৰ জীয়াই থকাৰ অন্তিম চেষ্টা এটা😭😭Paramananda Hazarika

  Рет қаралды 267,769

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер
@JSSUnsscripted
@JSSUnsscripted 2 ай бұрын
Please help him..🙏 UPI: 9707060701@okbizaxis Gpay: 9707060701 50170016676161 Bandhan Bank IFSC - BDBL0001504
@alwaysentertainment9144
@alwaysentertainment9144 2 ай бұрын
Poisa account 2t ni juwa
@udiptaboruah-qd7iy
@udiptaboruah-qd7iy 2 ай бұрын
Nmbr2t Poisa jua naii ... payment failed failed dekhaise....
@Yz6666Borah
@Yz6666Borah 2 ай бұрын
Number tut poisa nai jua
@JSSUnsscripted
@JSSUnsscripted 2 ай бұрын
@@alwaysentertainment9144 50170016676161 Bandhan Bank IFSC - BDBL0001504
@অসমীয়াছোৱালী-দ৮ঙ
@অসমীয়াছোৱালী-দ৮ঙ 2 ай бұрын
Mur porao juwa nai
@muhilaboruah1458
@muhilaboruah1458 Ай бұрын
হনুমান চাল্লিচা পাঠ কৰক, হনুমান জী য়ে আপোনাক উদ্ধাৰ কৰিব। তেওঁৰ ওপৰত আস্থা ৰাখক।
@Mayank-comedyvx
@Mayank-comedyvx 28 күн бұрын
Haaaaa😅😅😅😅😅😅
@akhilmaxing
@akhilmaxing 2 ай бұрын
মোৰ সামৰ্থ অনুযাই আপেনাক সহায় কৰিব চেস্টা কৰিম । ভূল মানুহৰে হয় 😢 মানুহ জনক সকলো সহায় কৰক 🙏 সচাকৈ মানুহ জন বহুত কস্টত ভুগি আছে ।
@bishnuchetri8365
@bishnuchetri8365 2 ай бұрын
৺ড° ভূপেন হাজৰীকাদেৱক শ্ৰদ্ধা জনাই আমি প্ৰত্যক অসমীয়াই তেওঁক সহায় কৰিব লাগিব" মানুহে মানুহৰ বাবে...😢
@rupalikalita6024
@rupalikalita6024 Ай бұрын
হয়
@mysongs5697
@mysongs5697 Ай бұрын
@@rupalikalita6024 correct
@nandiray289
@nandiray289 Ай бұрын
হাজৰিকা দেৱ, আপোনাৰ দুখৰ জীৱন কাহিনী শুনিলো I আমাৰ অন্তৰ চুই গল । ভুল মানুহৰে হয়৷ মানুহেই ত্ৰাণকৰ্ত্তা হয়। বিশ্বাস সবল হওঁক I সমস্ত পৃথিবীয়ে আপোনাৰ বেদনাৰ সবিশেষ জানিলে । আপোনাৰ জীয়াই থকাৰ অধিকাৰ আছে আৰু জীয়াই থাকি সুস্থিৰ জীৱন নিৰ্বাহ কৰক। আপোনাক আমি চিনি নাপাও কিন্তু মানৱীয় মূল্যবোধ আমি বুজি পাওঁ । সাধ্য অনুসৰি সহায় আমি কৰিম । আপোনাক সহায় কৰাৰ পথ দেখুবাব I এজন অচিনাকি মানুহ ।
@bimansaikia4305
@bimansaikia4305 2 ай бұрын
ভাইটি বিমান দাই কৈছো।জীৱন যুদ্ধত ইমান দিন লৈকে স্থিৰ থকাৰ বাবে তোমাক শত কোটি বাৰ ধন্যবাদ জনালো।তোমাৰ উচ্চা কাং খ্যা বেছি হ'ল বুজি পাইছো । ভবিষ্যতে এনে কাম নকৰিবা । উচ্চকাংখ্যা বেছি হোৱাৰ বাবে ৰামায়ণত জগতৰ ৰাজ লক্ষী হৈয়ো বন বাসী সীতাৰ কি হ'ল দেখিছা। আপোন ইচ্ছাত ৰামৰ লগত বনলৈ যোৱাৰ সীতাৰ এই স্বণ মৃগৰ কি প্ৰয়োজন আছিল। এই স্বণ মৃগৰ বাবে ই ৰামায়ণ খনো দীঘল হৈছে লগে লগে ৰামায়ণৰ গতি পথো সলনি হৈছে। আমাৰ যে উচ্চাকাংক্ষা বেছি হ'ব নালাগে তাৰ জ্ঞান ৰামায়ণে দিছে। ধম্ম শাস্ত্ৰ মানৱ জাতিৰ জ্ঞানৰ দাপোন। তাৰ পৰা জ্ঞান সদৃশ অমৃত মন্থন কৰিবলৈ চেষ্টা কৰিবা। তুমি মোৰ ওচৰলৈ আহিবা বহুত টকা দি সহায় কৰিব নোৱাৰো বুদ্ধি দি গাৱৰ ল'ৰা যেতিয়া যিমান পাৰে সাধ্য অনুসাৰে সহায় কৰিম ।
@TridipDoley-ro3rr
@TridipDoley-ro3rr 2 ай бұрын
❤❤❤
@TridipDoley-ro3rr
@TridipDoley-ro3rr 2 ай бұрын
মানবতাৰ জয় কৰো আহক !❤❤❤
@sayedzamustafa264
@sayedzamustafa264 Ай бұрын
Ahak ami hokoluwa awk hohai koru.
@lombitborah7675
@lombitborah7675 Ай бұрын
ককাইদেউৰ জীৱন্ত জীৱন কাহিনীয়ে প্ৰতিজন হৃদয়ৱান লোকৰে হৃদয়ত চুই গৈছে । এই জীৱন কাহিনীৰ পৰা আমি বহু কথাই শিকিবলৈ পাইছোঁ । সেইয়েহে আমি সকলোৱে তেওঁৰ জীৱন কাহিনীৰ কিতাপখন কিনিছু বুলি ভাবি ; সামান্য পৰিমাণৰ হলেও সহায়ৰ হাত আগবঢ়াওঁ আহাঁ । যাতে; তেওঁৰ পৰিয়ালটো জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে ।
@assamesebhaktisongsnstuti8473
@assamesebhaktisongsnstuti8473 2 ай бұрын
হনুমান চালিছা পাঠ কৰক। হনুমান বাবা বৰ দয়ালু তেওঁ ভক্তক বৰ সহায় কৰে।
@Youtubefanpage7
@Youtubefanpage7 2 ай бұрын
Honuman baba 🤔
@RakeshBaro_
@RakeshBaro_ 2 ай бұрын
Ae bhaii ae 😂​@@KZbinfanpage7
@RakeshBaro_
@RakeshBaro_ 2 ай бұрын
Hanuman baba nohoi o
@Your-Lover
@Your-Lover Ай бұрын
কি ঘেন্টা হ'ব,,,😃 হনুমান চালিচা পাথ কৰিলেই সমস্যাৰ সমাধান হোৱা হয় মানুহে ইমান কষ্ট নকৰিলেই হয়।😁
@jyotikalita3572
@jyotikalita3572 Ай бұрын
​@@Your-Lover Buddha dev a koisil murkhok explain kori labh nai.. 😊
@Tonmoyee345
@Tonmoyee345 Ай бұрын
জয় শ্ৰীৰাম জয় শ্ৰী হনুমান বাবা, প্ৰভু ৰাম ৰ শৰণ লৱক হনুমান চালিশা পাঠ কৰক সকলো মঙ্গল হব
@Jyotishman-v8y
@Jyotishman-v8y 2 ай бұрын
বহুত দুখ পাইছোঁ, সকলোৱে অলপ সহায় কৰোঁ আহক বেংকৰ নম্বৰ টো ৰাইজৰ দিয়ক।
@horenterang4271
@horenterang4271 2 ай бұрын
Video description t diya ase ..gpay number u diya ase ...moi poisa send korilu 😢😢
@creat3.5
@creat3.5 Ай бұрын
Help him
@QueenshortsAssam
@QueenshortsAssam 2 ай бұрын
দাদা আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল। বহুত দুখ লাগিছে ।কাৰণ আজি 5মাহ ধৰি আমিও বহুত ধাৰত পৰিছোঁ। আমি কেনেকৈ এই ধাৰ বোৰ মাৰিম কল্পনা কৰিব নোৱাৰোঁ। দেউতাৰ presurre stork হৈ আজিও হস্পিলতালত কোনো মতে ৰাখি আছিলোঁ।। এতিয়া উপাই নোহোৱা হোৱাত আমি ঘৰলৈ আনিব লৈছোঁ।। আপোনাক মোৰ সাধ্য অনুসাৰে কিবা এটা দিছোঁ। আপুনি ধয্য ধৰক। হনুমান জী আপোনাক আৰু আপোনাৰ কণমানি ছোৱালী জনীক ভালে ৰাখক।।।😢
@BornaliBora-o4z
@BornaliBora-o4z 2 ай бұрын
এই মানুহজন সকলোৰে মিলী সহায় কৰো আহক
@armywifedipika
@armywifedipika 2 ай бұрын
Umm ahok
@rupjyotigogoi9690
@rupjyotigogoi9690 2 ай бұрын
নিজৰ গাত দুখ
@aiyushvlogs1177
@aiyushvlogs1177 2 ай бұрын
আহক সকলোৱে মিলি অকণমান সহায় কৰো তেখেতেক ।
@biswajitmallabujarbaruah7021
@biswajitmallabujarbaruah7021 2 ай бұрын
Very good think
@DharitriSaikia-be2dw
@DharitriSaikia-be2dw 2 ай бұрын
Exprctation....😊😊😊😊😊😊😊😊😊😊😊
@kunjalatakalita4174
@kunjalatakalita4174 2 ай бұрын
বহুত দুখ লগা জীৱন কাহিনী কি কম ভগৱানকে প্ৰাৰ্থনা কৰিছো যাতে ঈশ্বৰে আপোনাৰ লগতে পৰিয়ালটোক কৃপাদৃষ্টি কৰি জীয়াই থাকিব শক্তি দিয়ে। 🙏🙏
@pdhelp3307
@pdhelp3307 2 ай бұрын
ধৈৰ্য ধৰক ছোন । পাপু দা । সমাধান হব । সকলোৱে মানুহজনক সহায় কৰক ।
@Dharitri73
@Dharitri73 2 ай бұрын
Hohai koribo karone gpay t najai
@PkKan-e7c
@PkKan-e7c Ай бұрын
​@@Dharitri73Upi id tu use korok...hoise
@NikhilRanjanTalukdar
@NikhilRanjanTalukdar Ай бұрын
​@@Dharitri73UPI korok plz
@promuddas1481
@promuddas1481 2 ай бұрын
তোমাক ভালকৈ চিনি পাওঁ। তোমাৰ সমস্যাৰ কথা শুনি মোৰ বুকুখন বিষায় গৈছে। ধয্য ধৰা ভগৱানে তোমাক সহায় কৰিব।
@muzzkirhussain3104
@muzzkirhussain3104 2 ай бұрын
অসমত প্ৰায় ৩কোতি ৯০ লাখ মানুহ আছে। আধা সংখ্যকেও যদি ১০ টকাকৈ দিয়ে সমাধান হ'ব। যিয়ে যিমান পাৰে সহায় কৰক।
@sumichetia3739
@sumichetia3739 2 ай бұрын
Hsakoi aiuk hohai korok....
@worldexplorervlogs786
@worldexplorervlogs786 2 ай бұрын
Hohai koribo lage
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Phonpe nambato nambato dile khahai korim
@Simadas171
@Simadas171 2 ай бұрын
সঁচাকৈ শুনি বহুত দুখ পাইছোঁ😢
@naturalworld5597
@naturalworld5597 2 ай бұрын
Qr tu videor tolor left sidot aase 🙄
@AmitDas-bh9yi
@AmitDas-bh9yi Ай бұрын
আপোনাৰ জীৱনৰ কথাবোৰ পৰা বহু কথা শিক্ষা লাভ কৰিছো।জীয়াই থাকিলে সকলো সম্ভৱ। গতিকে ধয্য ধৰি কাম-কাজত আগ বঢ়ায়। ধন্যবাদ
@bipinchandraphukan1452
@bipinchandraphukan1452 2 ай бұрын
ধাৰ পৰিশোধ নকৰিব বুলিটো ভবা নাই।ধাৰ দিয়া সকলেও তেওঁৰ অৱস্থা মানবীয়তাৰে চাই সময় দিয়ক আৰু তেওঁক জীয়াই থাকিবলৈ দিয়ক।জীয়াই থাকক আৰু ধাৰবোৰ পৰিশোধ কৰাৰ চেষ্টা কৰক।
@DibyaPhukan-h6i
@DibyaPhukan-h6i Ай бұрын
কৃপা কৰি মানুজনক সহায় কৰক মানুজনক জীয়াই থাকিবলৈ দিয়ক ।জীয়াই ৰাখক । লগতে সেই মানুহ কিজনক কৈছু সময়ত আপোনালোকে এজন মহান দয়ালো হৈ এই মানুজনক উপকাৰ কৰিছিল ।আপোনালোক বহুত ভাল আজিকালী মানুহ হিচাপত। উপকাৰ কৰা হিচাপত এই মানুহ জনেও আপোনালোকক এই ধন ঘুৰাই দিবলৈ বহুত চত পতাই ফুৰিছে কিন্তুু সকলো চেস্থা বিফল হৈছে।এই মানুহ জন এজন শিক্ষিএ ধয্য ধৰা দয়ালো মহান বিয়ক্তি সেয়েহে আজি ইস্তুুদিয়ত মন প্ৰকাশ কৰিলে।আপোনালোকক মই বিনম্ব অনোৰোধ কৰিছু মানুহ জনক হময় দিয়ক । আপোনালোক ভৱিষ্যতে উপকৃএ হব ধন্যবাদ ।🙏
@DuttakD
@DuttakD 2 ай бұрын
ভগৱানে তেখেতক শক্তি দিয়ক আৰু আমাৰ ৰাইজে অলপ সহায় কৰক
@MamuDas-cz9nh
@MamuDas-cz9nh 2 ай бұрын
বহুত দুখ লাগিল। পাপু দা আপুনি ধৈৰ্য ধৰক আপোনাক ভগবানে সহায় কৰিব। আমাৰ সকলো ৰাইজে মিলি সহায় কৰো আহক ।
@dipunjachetia259
@dipunjachetia259 2 ай бұрын
আমি আছোঁ ভাঙি নপৰিব
@oxomormusic4453
@oxomormusic4453 2 ай бұрын
Tumi sini puwa neki tekhetok
@oxomormusic4453
@oxomormusic4453 2 ай бұрын
Plz jonaok plz apuni reply korok plz
@MamuDas-cz9nh
@MamuDas-cz9nh Ай бұрын
@@oxomormusic4453 মই চিনি পাওঁ ।
@MamuDas-cz9nh
@MamuDas-cz9nh Ай бұрын
@@oxomormusic4453 মই চিনি পাওঁ।
@jyotsnagogoi7933
@jyotsnagogoi7933 2 ай бұрын
তেওঁ জীয়াই থাকিলে সকলোৰে ধাৰ পৰিশোধ কৰিব পাৰিব ,গতিকে তেওঁক জীয়াই থাকিবলৈ দিয়ক ।
@ajoybori7087
@ajoybori7087 Ай бұрын
Really
@birajbaruah6074
@birajbaruah6074 Ай бұрын
মানুহ‌ জনৰ জীয়াই থকাৰ বহুত হেপাহ আছে। আমি সকলোৱে অলপ সহায় কৰো আহক । ❤ আৰু অনাগত দিনত এই ধৰণৰ ভূল নকৰিব ।
@gojenborah4591
@gojenborah4591 Ай бұрын
ধৈহ্য নেহেৰুৱাব উপাই দিব ঈশ্বৰে ।
@pulinsharma8826
@pulinsharma8826 Ай бұрын
হাজৰিকাদেৱ ধৈৰ্য্য ধৰক । সকলোকে অনুৰোধ জনাও যেন তেখেতক যি পাৰে সহায় কৰক। যি কলে সচা কথা।
@babulnath8664
@babulnath8664 Ай бұрын
পাপু দা video টো চাই বহুত দুখ লাগিল ।। মানসিক ভাবে হেৰুৱাই নেপেলাব ।। মানুহ মানুহৰ বাবে গতিকে সকলোৱে সহায় কৰিব আপুনি ভাগি নপৰিব ।। আপোনাৰ জীৱনত এনেকুৱা হৈ আছে বুলি ভবা নাছিলো ।। যিমান পাৰোঁ video টো share কৰিম আৰু সহায় কৰিম ।।
@banikalita3082
@banikalita3082 2 ай бұрын
মাৰ আশীৰ্বাদেই সকলোতকৈ ডাঙৰ আশীৰ্বাদ। পৰাপক্ষত মাকৰ কথা মানি চলাটো অতি দৰকাৰ। ধাৰ বিলাক পৰিশোধ কৰিবলৈ ভগৱানে আপোনাক শক্তি দিয়ক।
@BornaliGogoi
@BornaliGogoi Ай бұрын
বহুত ভাল কৰিছা হিমাশ্ৰী। ময়ো যি পাৰো দিম।ভাগি নপৰিব। সকলোৱেই সহায় কৰিব।
@buhabuhinagayannarayanpur1745
@buhabuhinagayannarayanpur1745 Ай бұрын
বহুত দুখ লাগিছে মই পাচ শ টকা দিম পাঢ বুকৰ নাম্নৰটো দিব
@Nupur12393
@Nupur12393 Ай бұрын
সামৰ্থ্য অনুযায়ী অকণমান সহায়ৰ হাত আগবঢ়াইছো। আঁহক আমি সকলোৱে অলপ হ'লেও সহায় কৰোঁ। ভাগি নপৰিব আপুনি। ৰাইজে নখ জোকাৰিলে নৈ বয়। ভগৱানে আপোনাক নিশ্চয় সহায় কৰিব। 🙏🙏🙏
@nijuborah816
@nijuborah816 2 ай бұрын
তুমি বহুত শক্তিশালী, মাথো জীয়াই ৰখাৰ আগুৱাই যোৱা। কণমানি জনিৰ লগতে মা আৰু পত্নী ৰ মুখলৈ চাবা । বজৰঙ্গবলীয়ে তোমাৰ সমস্যা সমাধান কৰিব। জয় বজৰঙ্গবলী 🙏
@ganeshtanti3539
@ganeshtanti3539 Ай бұрын
Jai shree Ram 🌺 Jai Hanuman Bajrangbali sankatmochan 🌺🌺🌹🌹🙏🙏
@koushikranjansaikia6575
@koushikranjansaikia6575 Ай бұрын
দাদা কবলে ভাষা নাই।। হাৰি নিদিব জীৱন যুদ্ধ যুঁজক।। ভগবান সহায় হ‌ওক।।
@depachetia3362
@depachetia3362 2 ай бұрын
ভগৱানে সহায় কৰক প্ৰভু এই মানুহজন সাগৰৰ পৰা তুলি ধৰা।
@ebcreation3984
@ebcreation3984 2 ай бұрын
Aapunar pora 1 lakh toka dibo buli Aakha rakhilu dei mohakhoi
@riturajkalita2767
@riturajkalita2767 2 ай бұрын
ভগৱান সহায় হ‌ওঁক আপোনাৰ তথা পৰিয়ালটোৰ। শক্তি দিয়ক ভগৱানে এই অগ্নি পৰীক্ষাত যুঁজিবলৈ।
@RajuDas-id1ky
@RajuDas-id1ky Ай бұрын
পাপু দা আপুনি ভাগি নপৰিব , ভাগবানে আপোনাক সহায় কৰিব, আহক আমি সকলোৰে সহায় হাতেৰে আগবাঢ়ায় নিও, ছোৱালী জনি মুখলৈ আপোনালোকে চায় কিবা দি সহায় কৰক 🙏
@bandanakonwar664
@bandanakonwar664 2 ай бұрын
আহক আমি সকলো মিলি তেওঁক অকণমান হ হাই কৰোঁ🙏🙏
@dipunjachetia259
@dipunjachetia259 2 ай бұрын
ধৈৰ্য ধৰক আমি আছোঁ সহায় কৰিবলৈ ❤
@mamonikonwar4686
@mamonikonwar4686 2 ай бұрын
এটা ভাল Message প্ৰচাৰ কৰিলে সকলো সতৰ্ক হ’ব ৷শিলত খুন্দা খোৱাৰ পৰা ৰক্ষা পৰিব ৷ মন স্থিৰ কৰিবলৈ হ’লে ঈশ্বৰৰ চৰণ নেৰিব ৷নিশ্চয় শুভ ফল পাব ৷
@hemakridoley7866
@hemakridoley7866 2 ай бұрын
বহুত দুখৰ কথা, ভগৱানে শক্তি দিয়ক, ভগৱানক প্ৰাৰ্থনা কৰিছো।
@namitamahanta3599
@namitamahanta3599 Ай бұрын
ধৈৰ্য ধৰক, আপোনাৰ ভাল দিন নিশ্চয় আহিব, আহক আমি সকলো মিলি অলপ হলেও সহায় কৰো
@bhabeshdas1961
@bhabeshdas1961 Ай бұрын
আপুনি ভাগি নপৰিব, আপোনাৰ সকলো ঠিক হৈ যাব, বহুত দুখ লাগিল কথা খিনি শুনি,সকলোৱে যাতে এই দাদা জনক অলপ হলেও সহায় কৰে।
@rumimahanta1744
@rumimahanta1744 2 ай бұрын
বৰ দুখ লাগিল। আমি সকলোৱেই অলপ সহায কৰো
@anurupasaikia7251
@anurupasaikia7251 2 ай бұрын
ভাগি নপৰিব,,ভগৱান ৰুপি মানুহ এই অসমতেই ওলাব
@rekhasarmah460
@rekhasarmah460 2 ай бұрын
সদাই হনুমান চালিচা পাঠ কৰক।
@axomiyaloraa.l
@axomiyaloraa.l 2 ай бұрын
Bl
@Donvaiiiii
@Donvaiiiii 2 ай бұрын
​@@axomiyaloraa.l mur vangi dim ovodro axur
@sadarborah3493
@sadarborah3493 2 ай бұрын
আপুনি ধৈর্য্য ধৰি,মানস কৰি হনুমান ভগবান ৰ ওচৰত হনুমান চালিশা পাঠ কৰক, তেওক কাকুতি কৰি ৰাষ্টা বিচাৰক। নিশ্চিয় আপুনি সহায় পাব। অলপ ধৈর্য্য ধৰিব লাগিব। ভগৱানৰ ওপৰত একো নাই।
@JaiCryptoTrading_pro
@JaiCryptoTrading_pro Ай бұрын
এই ভিডিঅটো একলাখ আশি হাজাৰ মানুহে চাইছে কিন্ত তাৰ ভিতৰত ১ লাখ মানুহেউ 100 টকাকৈ দিলে ১কোটী টকা হব সকলোৱে সহায় কৰক মানুহে মানুহৰ বাবে এবাৰ মানিছো মানুহ জনৰ ভূল হ'ল কিন্ত মনুহৰ ভূল হয়ে এজনী জীয়ৰী দেউতাক হিচাপে এজনী মাতৃ পুত্ৰৰ হিচাপে এজনী পন্তীৰ স্বামী হিচাপে সহায় কৰক সকলোৱে🙏❤️🙏
@simibarman6994
@simibarman6994 2 ай бұрын
আপুনি কথাবোৰ বৰ সুন্দৰকৈ আৰু শুদ্ধকৈ কয়। এইটো আপোনাৰ গুণ।
@chitra_kitchen65
@chitra_kitchen65 2 ай бұрын
স্ক্ৰীত seanner দিয়া আছে আহক আমি মানুহ জনক সহায় কৰো ।ৰাইজে নখ যুকাৰিলে নৈ বয়। হে ভগৱান মানুহ জনক জীয়াই ৰাখক ।
@KiranPhukon-f4z
@KiranPhukon-f4z 2 ай бұрын
মুখ্যমন্ত্ৰী মহোদয় আপোনাক আন্তৰিকতাৰে অনুৰোধ জনাইছো পৰিয়ালটোক উদ্ধাৰ কৰক ।অন্তত অকণমানি ছোৱালী জনীৰ মুখলৈ চাওক। লগতে বেংক কতৃপক্ষক ও অনুৰোধ জনাম যদি কিবা উপায় আছে তেখেতৰ ঋণৰ ৫০/পাৰ চেণ্ট ৰেহাই দিয়ক।মানৱতাৰ উৰ্ধত একোৱেই নাই। ধন্যবাদ।
@momibaruah3048
@momibaruah3048 2 ай бұрын
Anurudhu korisu mukhyo montti mohudoy mur manuhjonok udhar korok moi teur wife
@ajoychamuahvlogs8850
@ajoychamuahvlogs8850 2 ай бұрын
Kindly send another bank account details
@KiranPhukon-f4z
@KiranPhukon-f4z Ай бұрын
Momi Baruah Bank account Details no di diak . Darkhake bisarise.
@ghanashyamborah1063
@ghanashyamborah1063 Ай бұрын
Hon'ble CM Sir, kindly see the matter sympathetically.
@tushennath9371
@tushennath9371 Ай бұрын
দাদা দুখ লাগিল। বেছিকৈ নোৱাৰিলেও সামান্য পৰিমাণে আপোনাক সহায়ৰ হাত আগবঢ়ালো।
@Ketalaman
@Ketalaman 2 ай бұрын
ইমান দিন ধৰ্য্য ধৰিলে দাদা , সকলোৱে সহায়কৰিব আপুনি আৰু অলপ দিন অপেক্ষা কৰক ।মানুহৰ মানবিয়তা আজিয়ো আছে ।যিয়ে যিমান পাৰে সহায় কৰিব । ভগৱান এই পৃথিৱীত আপোনাৰ বাবে আছে ।
@gameheaven6256
@gameheaven6256 Ай бұрын
Lubhei paap, paapei mrityu...Bhogowane apunak xohai korok...🙏🙏🙏 Bhogowanor usorot pray korisu apunar konmani jonir karone, tair life tu jate val houk.. baki apuni g korile korile...
@dipikadas2317
@dipikadas2317 2 ай бұрын
ধৈৰ্য্য নেহেৰুৱাব ৷ভগৱানে নিশ্চয় পথ দেখুৱাব ৷
@PulokNath-ri1de
@PulokNath-ri1de 2 ай бұрын
😢😢😢😢
@anjumanisonowal2784
@anjumanisonowal2784 Ай бұрын
ধৈৰ্য ধৰা ৰজা হৰিশ্চন্দ্ৰ কথা চিন্তা কৰা ভগবানে সহায় কৰিব ।🙏
@Bibhu09276
@Bibhu09276 Ай бұрын
Manujonor soku keita dekhi , manuh jon bohut dukhot ase Jen lagise , bohut kosto ase 😢
@এনেই
@এনেই 2 ай бұрын
ধৈৰ্য ধৰক দাদা । থকা হলে বহুত সহায় কৰিব মন গৈছিল দাদা । পঢ়ি আছোঁ দেউতাই পঢ়াই আছে বহুত কষ্ট কৰি তথাপিও তাৰে অলপমান আগবঢ়াইছোঁ ।
@gitanjaligoswami7908
@gitanjaligoswami7908 2 ай бұрын
আপোনাৰ ভিডিওতোয়ে মনটো বৰ দুখ লগাই দিলে। আপুনি খুব নিষ্ঠা সহকাৰে হনুমান বাবাকে চিন্তা কৰক আৰু দিন ৰাতি হনুমান চালিয়ে পঢ়ক।আপোনাক হনুমান বাবাই বচাব। জয় বাবা হনুমান 🙏🙏🙏🙏
@gitanjaligoswami7908
@gitanjaligoswami7908 2 ай бұрын
চালিছা
@kanitakalita4320
@kanitakalita4320 2 ай бұрын
Opuni. Hanuman chalica pahri nijake sthir karak 'aoke help karib para jai kanekai
@bishnupriyagogoi9679
@bishnupriyagogoi9679 Ай бұрын
ভগৱান তুমি তেওঁ সহায় হোৱা প্ৰভু,,জীৱনটো আগৰ দৰে কৰি দিয়া,আপুনি কেতিয়াও মৃত্যু কথা নাভাবিব,সকলোৱে সহায় কৰক তেওঁক🙏
@lakhidutta2829
@lakhidutta2829 2 ай бұрын
ভগৱান আছে দাদা বিশ্বাস ৰাখা আৰু ধৈৰ্য্য ধৰা তুমি উদ্ধাৰ হ'বাই । সকলোৱে তোমাক সহায় কৰিব।
@sawpna.hazarika8849
@sawpna.hazarika8849 28 күн бұрын
এইয়া আপোনাক ভগৱানে পৰীক্ষা লৈছে ।কাৰন ভগৱানক যে বেছি ভাল পাই আৰু ভগৱানৰ নাম যে লৈ থাকে । ভগৱানৰ নাম লোওক ।ভগৱানেও উদ্ধাৰ কৰিব ।
@SubhasBuragohain
@SubhasBuragohain 2 ай бұрын
একাউণ্ট নাম্বাৰ দিয়ক ১০০ দিম ।যিপাৰে সকলোৱে দিয়ক ।মানুহেই ভগৱান !
@JSSUnsscripted
@JSSUnsscripted 2 ай бұрын
Gpay: 9707060701
@chanakyagogoi2500
@chanakyagogoi2500 Ай бұрын
Diya ase
@rupalikalita6024
@rupalikalita6024 Ай бұрын
হয় সহায় কৰিম অলপ হলেওথযি পালো😢
@pranabpegu8442
@pranabpegu8442 Ай бұрын
সেইবাবে মানুহ অতি উচ্ছাক্ষাংকী হ'ব নালাগে। যিকি নহক সকলো কথা স্বীকাৰ কৰাৰ বাবে ভাল লাগিল। চিন্তা নকৰিব দঃনি-পʼলঃ (ভগৱান) সহায় কৰিব আপোনাক। মাত্ৰ ধৈয' ধৰক। যিমান পাৰো সহায় কৰিম আমিও।
@satishroy1012
@satishroy1012 Ай бұрын
GOD BLESS YOU.
@sewaligogoi9170
@sewaligogoi9170 2 ай бұрын
ইয়াকে কয় গ্ৰহৰ দুখ । চিন্তা নকৰিব । আপুনি সংকটমোচন হনুমান পাঠ কৰি চাওঁকচোন ?
@ankurboruah3072
@ankurboruah3072 Ай бұрын
অসমৰ ৩ কোটি মানুহৰ ভিতৰত ১ কোটি মানুহেও যদি ১ টকাকৈ দিয়ে ১কোটি টকা উঠিব । মোৰ অসমৰ অসমীয়া ৰাইজলৈ অনুৰোধ 🙏🏻 আপোনাৰ ১ টকা বা ১০ টকা এটা গলে একোই হানি নহয় । কিন্তু তেখেতৰ এটা পৰিয়াল ৰক্ষা পাব ,তেখেতৰ অকণমানি এজনী ছোৱালী জীৱনটো বাচি যাব । Please মানুহজনৰ পৰিয়ালটো অসমৰ ৩ কোটি জনতাই বচাই দিয়ক । তেওঁৰ অকণমানি ছোৱালী জনীৰ জীৱনটো বচাই দিয়ক 🙏🏻। ৰাইজে নখ জোকাৰিলে নৈ বয় ।
@bishnuchetri8365
@bishnuchetri8365 2 ай бұрын
হে প্ৰভূ🙏 এওঁক উদ্ধাৰ কৰক।
@jitumonibharali7946
@jitumonibharali7946 Ай бұрын
সকলোৱে সহায় কৰিব আপোনী সাহসেৰে আগবাঢ়ি যাওক হীমাশীলৈ অশেষ ধন্যবাদ ভবিষ্যতে এনেবোৰ কাহিনী চাই পিছৰ প্ৰজন্মৰ সতৰ্ক হব
@priyankasaikia5302
@priyankasaikia5302 Ай бұрын
মানুহে মানুহৰ বাবে..... সুধা কণ্ঠ দেৱৰ এই কথাষাৰে কৰোবাক হয়টো জগাই তুলিলে।. হয়টো বুজিছে কি কব গৈছো.... নাজানো এও কোন কৰ হয় কিন্তু সচাকৈ চকুপানী ওলাই গল.কথাবোৰ জানি. আমি আছো দাদা আমি সহায় কৰিম। মানুহ এনেকৈও জীয়াই থাকিব পাৰে আপুনি এজন সাহসী মানুহ। ইমানবোৰ বোজা লৈ মানুহ আচলতে কেনেকৈ জীয়াই থাকিব পাৰে?? তাৰ এটা উদাহৰণ আপুনি.বহুত কষ্ট ত আছে বুজিছো কিন্তু সকলো সমস্যাৰে সমাধান মৃত্যু কেতিয়াও নহয় মানুহে মানুহৰ বাবেও হয়😊😊....জীৱনটো বৰ সুন্দৰ দাদা সকলোৰে লগত উপভোগ কৰক🙏
@dipenkumargohain5351
@dipenkumargohain5351 2 ай бұрын
যি কাৰণতেই হওক এই স্পষ্টবাদীতা আপোনাৰ আপোনাৰ এক সাহসিকতাৰ পৰিচয় হৈছে। আপুনি কোৱাৰ দৰে আপোনাৰ এই ভিডিঅই ছোৱালীজনীক তেতিয়াহে সাহসিকতাৰ দিব যেতিয়া আপুনি জীয়াই থাকিব ।আৰু আপুনি জীয়াই থাকিব লাগিব।আপোনাৰ জীৱনৰ এই আন্ধাৰ নিশ্চিত ভাৱেই শেষ হব এই কথা এশ নহয় দুশ নহয় তিনিশ শতাংশ শুদ্ধ। আপোনাৰ পৰিবাৰৰ লগতে মা গৰাকীৰ ধৈৰ্য্য আৰু পৰামৰ্শ প্ৰশাসনীয়।কণমানিজনীৰ ভাগ্য ইমান বেয়া নহয় দিয়ক, তাইৰ ভাগ্যই আপোনাক উদ্ধাৰ কৰিব।মাত্ৰ ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস অটুট ৰাখক। কৃষ্ণ
@BinodKalita-rw4ec
@BinodKalita-rw4ec 2 ай бұрын
সকলোৱে মানুহজনক জীয়াই থাকিবৰ বাবে সহায় সহায় কৰক। ছোৱালীজনীৰ মুখলৈ চাই please 10 টকাকৈ হলেও দিব।
@purnimakalita1805
@purnimakalita1805 2 ай бұрын
ছোৱালীজনীৰ আৰু মানুহজনীৰ মুখলৈ চাই জীয়াই থাকিব
@MinakshiDas-o4b
@MinakshiDas-o4b Ай бұрын
Raije nokh jukarile noi boi apun bhal manuh karone sikar korise Thank you dada
@shantibora8971
@shantibora8971 2 ай бұрын
সকলোৱে সহায় কৰক। মইও যি পাৰিছো সহায় কৰিছোঁ। কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়।
@swapyneog2657
@swapyneog2657 Ай бұрын
দুখ লাগিল কথাখিনি শুনি। থকা হ'লে সহায় কৰিলোঁ হয় ।
@BabitaGogoi-j8j
@BabitaGogoi-j8j 2 ай бұрын
ধৈৰ্য্য ধৰক ভগৱানে সহায় কৰিব।
@KakaliDevi-xr2nm
@KakaliDevi-xr2nm 2 ай бұрын
ছাই বাবা আৰু হনুমান যি নাম লৈ এগিলাছ পানী খাই হনুমান মন্দিৰ যাওঁক মোৰ বিশ্বাস সফলতা লাভ কৰিব 😢😢😢😢😢
@JonaliDoley
@JonaliDoley Ай бұрын
দাদা আপোনাক ভগৱানে সহায় কৰক সেই মই প্ৰাৰ্থনা কৰিছো 🙏🙏🙏
@pranjaldas815
@pranjaldas815 Ай бұрын
ৰাইজে নখ জোকাৰিলে নৈ বয় । সকলোৱে সহায় কৰক, মইও কৰিম যি পাৰিছোঁ । প্ৰভূই কুশলে ৰাখক পৰিয়ালটোক । 🙏
@priyankahaloipinky1404
@priyankahaloipinky1404 2 ай бұрын
hokoloe 100 tokakoi help korok...protitu comment t kra mnuhe plsss🙏🙏🙏 মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ❤... আজি আপোনালোকে সহায় কৰক কালি ঈশ্বৰে আপোনাক সহায় কৰিব🙏♥️
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Account nambato diya plz
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Plz account nambato diya plz kiiba ata dib parim
@priyankahaloipinky1404
@priyankahaloipinky1404 2 ай бұрын
@@KhruloraPatar-yt3cf video tur description t diya Ase tate di dibo paribo....
@nirmalihazarika1964
@nirmalihazarika1964 2 ай бұрын
A/c no to diyok
@rabiulhussain1087
@rabiulhussain1087 Ай бұрын
Account on screen
@ShowreinRC
@ShowreinRC Ай бұрын
brother you have all the potential to bounce back with enormous power! I have been through it myself but by God's (Hanuman ji's) grace I didn't give up on myself....I am doing well today and we all are happy at home...so buck up and start working...have complete faith in Hanuman ji....everything will get back on track....its only a matter of time...all the best! Life is much bigger than the problems we get into my friend....dont give these challenges so much importance...you are a fit person...start working...you'll get back on your feet in no time...believe me! lots of love!
@MalabikaBhuyanBaruah
@MalabikaBhuyanBaruah 2 ай бұрын
একো বেলেগ কথা চিন্তা নকৰিব দেই। শক্তিশালী মন এটা লৈ আগবাঢ়ক।ভগবানৰ ওপৰত ভৰষা ৰাখক।
@teokmudoijanvlogs8274
@teokmudoijanvlogs8274 Ай бұрын
পাপুদা‌ বহুত ভাল মানুহ । তেওঁ ঘৰ বনাওতে মইয়ো কাম কৰিছিলো। তেওঁ ব্যৱহাৰ পাতি বহুত ভাল। কিন্তু কৰ পইচাই ঘৰ বনাইছিল আমি গম পোৱা নাছিলো বা আমাৰ জানিবলৈ প্ৰয়োজনো নাছিল।‌‌ কিন্তু এই ভিডিঅ'টো চাই সকলো গম পালো। মানুহৰ জীৱনত ভুল হৈ যায় কেতিয়াবা সেইবুলি আত্মহত্যাৰ দৰে পথ বাচি লোৱাতো শুদ্ধ নহয়। অসমৰ ৰাইজে সহায় কৰিব আপুনি চিন্তা নকৰিব। মইয়ো সামৰ্থ অনুযায়ী আপোনাৰ Gpay নাম্বাৰত কিবা এটা দিলো।
@jitugogoi6098
@jitugogoi6098 Ай бұрын
Bhal lagil. Moiu kiba ata disu ,sini nepaw jodiu manuh hisabe ami help koribo lage.
@jugalthakuria3070
@jugalthakuria3070 Ай бұрын
Okad nai laval dibo jai beleg ok dekhabo babe ghrr bonabo jai tako loan loi / thakibo babe akdom proyojon hole 10/15 lakh loan ata loi o ghrr bonabo pare / e betai ghrr thakibo babe bonowa nai labal di beleg ok show off kribo babe loan 60 lakh loise . Enekuwa nohole hbo ki tar
@Abhinob123
@Abhinob123 2 ай бұрын
ভূপেন হাজৰিকাই কৈ থৈ গৈছে "মানুহে মানুহৰ বাবে" আহকচোন সকলোৱে পাৰিলে ১ টকা হ'লেও আগবঢ়াওক
@BoniTaidNarah
@BoniTaidNarah 2 ай бұрын
Yes
@ebcreation3984
@ebcreation3984 2 ай бұрын
Aapunar pora 1 lakh toka dibo buli Aakha rakhilu
@AshimChutia-w5x
@AshimChutia-w5x Ай бұрын
মানুহ জনক জীয়াই থাকিব দিয়ক ছোৱালী জনিৰ মোখ লৈ চায় মৰি গলে পয় ছা কেতিয়াও নাপায়।❤❤❤❤
@jyotidas2063
@jyotidas2063 2 ай бұрын
আপুনি হনুমান চালিচা পাঠ কৰক সমস্যা সমাধান হবই
@axomiyaloraa.l
@axomiyaloraa.l 2 ай бұрын
Bl hobo
@Donvaiiiii
@Donvaiiiii 2 ай бұрын
​@@axomiyaloraa.l mukh erai dim kukur HANUMAN JIK OPOMAN NOKORIBI
@PronobNirmali942
@PronobNirmali942 2 ай бұрын
​@@axomiyaloraa.lOi mather sud ktha valke kobi renda boinek suda
@PinkiBora-u3t
@PinkiBora-u3t Ай бұрын
​@@axomiyaloraa.lapuni bor ovodra dei..
@kaushikn98
@kaushikn98 Ай бұрын
Ki faltu toi be.​@@axomiyaloraa.l
@sasangkaphukan1813
@sasangkaphukan1813 Ай бұрын
Baidew apunak dhonyobad.......aru dada apuni matra apunar family r kotha vabok.....sob thik hoi jabo.......
@AtoZ-su3iv
@AtoZ-su3iv 2 ай бұрын
মৰাৰ কথা নাভাবিব ছোৱালীজনী আছে। সকলোৱে সহায় কৰিব আপোনাক
@lakhinathmahanta6194
@lakhinathmahanta6194 17 күн бұрын
আপোনাৰ অৱস্থা লৈ বৰ বেয়া লাগিছে। কিন্তু আপুনি ত ডুবিলে লগতে কেইজনমানক লৈও দুবিলে।
@KendraChetry
@KendraChetry 2 ай бұрын
এয়াই মানৱতাৰ পৰিচয় দিয়াৰ উপযুক্ত সময়। সহযোগ কৰিবলৈ সকলোকে কৰযোৰে প্ৰাৰ্থনা জনালো।😊😊 আপোনাৰ একাউণ্ট ৰাজহুৱা কৰক।
@ebcreation3984
@ebcreation3984 2 ай бұрын
Scaner diya aase dekha nai neki
@NDgaming_Live
@NDgaming_Live Ай бұрын
Praise the lord jene ke holeu ei manujonor problem tu solve kori diya🙏😭😭😭
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 2 ай бұрын
মানৱতাৰ খাতিয়ত অসমৰ সকলো মানুহে তেওঁক তেওঁ কনমানি জনীৰ কাৰণে জীয়াই থাকিবলৈ অলপ অলপ টকা দি সহায় কৰক ।
@dhrubajyotidas3295
@dhrubajyotidas3295 Ай бұрын
দিবলৈ বহুত ইচ্ছা, তথাপিও মোৰ পৰা অলপ সহায়ৰ হাত আগবঢ়ালো। আপুনি সোনকালে যাতে এইবোৰ অসুবিধাৰ পৰা মুক্তি পায় তাৰে কামনা কৰিলো।
@bolendowarah9188
@bolendowarah9188 Ай бұрын
এখন জীৱন্ত জীয়া কাহিনীৰ দুখৰ কিতাপ পঢ়িলোঁ। আমি মানু্হ হিচাপে সহায় কৰিব লাগিব। ধৈৰ্য ধৰক ।শক্তি গোটাওঁক। সকলোৱে এশ টকাকৈ দিলে এক লাখ লোকে দিলেই হ'ব।
@kishalayaNL
@kishalayaNL Ай бұрын
God be with you, Bhagaban ase,sinta nokoribo,ji paru xohai korisu,sobe mili kiba eta dile apunar dhar moribo,manuhe manuhor babe........
@pankajdas6310
@pankajdas6310 2 ай бұрын
সুখ আৰু দুখ মানৱ জীৱন শেষ নুহোৱা পযন্ত এক অতুলনীয় অংগ ।ঠিক যেনেদৰে বাৰিষা নদী সমূহ যেনেদৰে খৰালী শুকাই ঠিক তেনেদৰে মানুহৰ জীৱনটোও দুখ বোৰ নাইকীয়া হৈ সুখৰ মুখ তেনেদৰে আহি লগ দিয়ে।দাদাজন যে বহুত বিপদত পৰিছে তেখেতৰ কথাত বুজি পোৱা গৈছে ।এই বিপদৰ সময়ত যদি আমি মানুহৰ জনম লৈ মানৱীয়তা খাতিৰত তেখেতক উদ্ধাৰ নকৰো শ্ৰেষ্ঠ মানৱ জাতিৰ মানৱতা নামত থাকিব নো কি??? সেয়েহে সকলোলৈ হাতযোৰ কৰি বিনম্ৰতাৰে অনুৰোধ যথা সম্ভৱ সুবিধা হোৱাকৈ দাদাজনক এই চুড়ান্ত বিপদৰ সময়ত সকলোৱে কিবা এটা বৰঙণি আগবঢ়াই সহায় কৰক।
@dulpachanipachani9110
@dulpachanipachani9110 2 ай бұрын
তেওঁ মনৰ দুখবোৰ সকলোৰে আগত কবলৈ কুণ্ঠাবোধ কৰা নাই ,গতিকে আহক আমি সকলোৱে মিলি তেওকঁ সহায়ৰ হাত আগবঢ়াও।
@momibaruah3048
@momibaruah3048 2 ай бұрын
Amar poriyal tuk bosauk moi teur wife koisu.lgte apunaluk hokoluke kritogyota gyapon korilu
@mintudas1455
@mintudas1455 2 ай бұрын
​@@momibaruah3048 Mor falor pora kiba ata hohai korim.
@mintudas1455
@mintudas1455 2 ай бұрын
Mor falor pora kiba ata hohai korim. Apuni dudin man ​dhoijo dhorok hokolo thik hoi jabo@@momibaruah3048
@pankajbaruah9238
@pankajbaruah9238 2 ай бұрын
পাপু মই পঙ্কজ দা । তোমাৰ সৎ আৰু সুন্দৰ ব্যৱহাৰ, সামাজিক দায়বদ্ধতাৰ বাবে তোমাৰ কণমানি জনি তোমাৰ বাবে মাৰ বাবে তুমি জীয়াই থাকিব লাগিব। বহুত কিবা দিব নোৱাৰো সামান্য কিবা অকণমান কালিলৈ মই তোমাৰ ঘৰলৈ গৈ মা হাতত দি আহিম। তুমি সৎ ভাবে জীয়াই থাকিব লাগিব। হৃদয়বান প্ৰতিজন বক্তিলৈ আমিও অনুৰোধ কৰিছোঁ কণমানি ছোৱালী জনীৰ মুখলৈ চাই সকলোৱে অকণমান সহায় কৰক। পাপু ধৈয্যই ধৰণী, সহসেই লক্ষ্মী সেয়ে নিজক নিজে বুজোৱা আৰু আত্মউপলব্দিৰে নিজক সংশোধন কৰি ঈশ্বৰৰ ওপৰত আস্থা ৰাখি ন-কৈ জীৱনতো আৰম্ভ কৰা
@ranjumedhi3320
@ranjumedhi3320 Ай бұрын
এনেকুৱা মানুহ আছে বেলেগৰ টকাৰে ঘৰ বনাই নিলাজৰ দৰে ঘূৰি ফুৰিছে । আপুনি সঁচাকৈয়ে মহান।
@dhurbajyotiborah8743
@dhurbajyotiborah8743 2 ай бұрын
কান্দি গলো চাই থাকোতে ।ভগবানে তোমাকসহায় কৰিব।
@bjentertainmentnext2205
@bjentertainmentnext2205 Ай бұрын
আপোনাৰ কণমানি ছোৱালী জনিলৈ চাই মোৰ ফালৰ পৰাও অলপ সহায় কৰিলোঁ।
@arjuchoudhury240
@arjuchoudhury240 2 ай бұрын
যদি পাৰো নিশ্চয় কিঞ্চিৎ হʼলেও সহায় কৰিম বুলি কথা দিলো।
@ratulbasumatary8313
@ratulbasumatary8313 Ай бұрын
Be strong........don't lose heart......don't take any negative step........Believe in God...... Good days will come again...... 🙏🙏🙏
@UtpalLamphar1234
@UtpalLamphar1234 2 ай бұрын
কি কম ভাষা নাই আপোনাৰদৰে মইও একেই অবস্থাত আছো বেলেগৰ কাৰণে মইও ধাৰত পোট খাই আছো মইও বেলেগক আনৰ পৰা টকা লৈ দি পেলাই আজি দুবছৰৰ পৰা বেলেগৰ বোজা মই মোৰ মূৰত লৈ আছো এতিয়া মই মোৰ পৰা অলপ অলপ কে ধাৰ মাৰি আছো আপুনি ভাগি নপৰিব ধৈৰ্য্য ধৰক চেষ্টা কৰক লাহে লাহে সকলো ঠিক হব আত্মহত্যাই শেষ উপায় নহয় আমি পুৰুষ হওঁ কাপুৰুষ নহওঁ সমস্যাৰ সতে মুখা-মুখি হম আৰু সমস্যাৰ সতে যুজিম মইও যুজি আছো কিন্ত হাৰ নামানো যুজি যুজি জিকিম মোৰ বিশ্বাস ৷
@jahakhan2538
@jahakhan2538 2 ай бұрын
Dada moro ake obasta dada ki kam kenekoi jiyai aso kaba nowaro
@UtpalLamphar1234
@UtpalLamphar1234 2 ай бұрын
@@jahakhan2538 বিপদত ধৈৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই নিজে যি কাম কৰি আছা সেইটো ভালকৈ কৰি যোৱা আৰু মানুহ খিনিৰ পৰা সময় লোৱা লাহে লাহে অলপ অলপকৈ মানুহৰ টকা দি যোৱা ৷
@MiniVlogs9291
@MiniVlogs9291 2 ай бұрын
Same problem dada muru 2020t porai aji o xut di asu belegor porai ani belegok disilu
@SantanuNath-b2n
@SantanuNath-b2n 2 ай бұрын
Nice your coment
@SantanuNath-b2n
@SantanuNath-b2n 2 ай бұрын
Very nice your coment
@ennoentertainment2311
@ennoentertainment2311 Ай бұрын
Be a strong father, a hopeful husband and a great son for your family......God has a good plan in future...work hard n believe in yourself....
@momibaruah3048
@momibaruah3048 2 ай бұрын
Pun prothome apunalukor hokoluke mur falor pora kritoigyota gyapon korilu.jibontu bor anupom jibontu bor dhunia.akhon monumuha prithibi nohoine...ghat protighat honghat dhumuha hokolu ahe..kintu dhumuhar hoite jujiboloi dhoijya hoktir prayujon. Har monatu jibon nohoi.vabise sage moi kun....moi PARAMANANDA pottni(Ardhangini).aaji moi vogobanor usorot kritoigyo aru parthana jonaisu ai babe j gar sar dore manuhjonor logot protitu pol hahokh di ahisu perona di ahisu Akolhoriya hob dia.ratik din kori teuk bujai bujai ure nikha ujagore thaku teu kakhot konmani jonik loi maa hoite..kintu aaji montu bht val lgse aaji teuk hahokh diboloi mur tuli jiyai thakiboloi apunaluke bht khini perona dse aarhibad dse hahokh dse vogobanor rupot apunaluk.sirokritoigyo hoi rom apunalukor usorot hodai.moi kua aru likha burot ajanite kiba vul hole maf koribo.ajoni suwali babe biyar agot nijor maak aru biyar pisot nijor manuhjon.jot nirapotta hukh bur nivaj morom bur biswakh bur pai.muru jibonot atia manuhjon he aru vogobanor upohar hisape aamar majoloi oha aamar maa laxmi hunjoni jiu kolijar tukuratu aamar.tai vobiswot tu val houk arhibad koribo.deutakor jiutu kolijatu..gotike suwali jonir deutak hisape jiyai thakiboloi teuk hahokh diyok okoman hohai korok amak.aiya mur falor pora aadekh buli navabibo.matro anurudh he.mur manuhjon bht dil khula manuh hklure bipodot teu goi agt thiyo hoi bohutok hohai kori thoise teu.vogobane teuk bht dile kintu kiba karonot teu honi dokha soli alp vul korile hokolue maf koribo teuk.teu bohut dilkhula manuh nijor manuhjon buli prohonkha kora ni teuk jimane sini pai hklue kob.jibonor goti poth ankuai...vul holehe hudha ki janibo pari...poriyal pora dhori ankua kisumn manuh palu jot teulukor majot manobiyotai ni...mathu poisa...kiyo najanu ontor khuli kotha bur apunalukor agot kob mon gol..suwali jonik aami manuh koribo lgb.tai dangor manuh hob nalage matro val manuh houk aiyai vogobanor usorot parthana koru.apunalukeu arhibad koribo.manuhjonok kou prithibit val manuh atiao ase.studiot kotha khini kob jaoute bare bare koisu jua khula ontore vogobanor name hokolu khuli kua.kunubai ki vabe haitu vabi lav ni..aamak raijor prayujon atia karon suwali joni vobiswot ase jua..kenekua din par kori asu ki kom...gaonr aru homondhiyo Bhaite aru buwari duyutai kintu bohut hohai korise ai muhutra loike suwali joni pempurs loike buli.....Bhaite name Abinash Das.hokoluke hekhot ata kothai kou manuhjonor A/C no kiba ata hol jar babe poisatu humua ni.studio loi ako matise haikarone. Aajir pora moi okolhoriya nohoi mur manuhjonor kakhot thakibo apunaluk vogoban soku meli sua.apunalukor morom aru aarhibad bur aru dan borongoni burr babe hodai sirokritoigya hoi rom.apunalukk hokoluke huswaitho kori rakhok vogobane kaomona korilu.bea napabo hokolue.
@bkclasses2983
@bkclasses2983 2 ай бұрын
বা ......চিন্তা নকৰিব l সকলো মানুহৰ দ্বাৰা ভগৱানে আপোনালোকক সহায় কৰিব ....পৰিলে ফোন নম্বৰ দিবছোন দাদাৰ লগত কথা পাতিম...
@pallaviborah2831
@pallaviborah2831 Ай бұрын
Sinta nkrbo baido vogamn asa vdo to ami jeman pari share krsu potiyak jon manuh a jata ai vdo Sai ru olp hola u hohai ag bohai 👏
@ritamonimoran7097
@ritamonimoran7097 Ай бұрын
Tekhetok youtube channel ata khulibo dyok ru tat ki bhul korile haibur belege jate nkore kotha burok loi video bonabo kok raije sabo ru tekhetor olp holu hohai hb
@RajuDas-id1ky
@RajuDas-id1ky Ай бұрын
চিন্তা নকৰিব নবৌ , ভাগবানে সহায় কৰিব
@gitimahazarika1539
@gitimahazarika1539 Ай бұрын
আপুনি ধাৰ মুক্ত হৈ যাব , অলপ ধয্যৰে কাম কৰক , মানসিক ভাবে শক্তিশালী হব লাগিব ,
ВЛОГ ДИАНА В ТУРЦИИ
1:31:22
Lady Diana VLOG
Рет қаралды 1,2 МЛН
SLIDE #shortssprintbrasil
0:31
Natan por Aí
Рет қаралды 49 МЛН
Sanjay saikia contant creator #podcast
30:07
rongmon jia
Рет қаралды 127
SR : Tuirial Airfield Veng thihna thleng
1:01:55
Vanneihthanga Vanchhawng
Рет қаралды 321 М.
Nurasmee Podcast S02E04 - Ahmed Anwar (Thuhthu)
28:55
Nurasmee Podcast
Рет қаралды 55