কিছুমান চিকিৎসালয়ৰ গোপন তথ্য ফাদিল কৰিলে এজন চিকিৎসকে😱 FT. Dr. Palash Pathak

  Рет қаралды 678,501

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 1 200
@wahidarahman9132
@wahidarahman9132 5 ай бұрын
ইমান সুন্দৰ আলোচনা কৰিলে সচাকৈ বহত উপকাৰ হব বিষ থকা সকলৰ 🙏
@manjubegum9442
@manjubegum9442 5 ай бұрын
Sir Apunar clinic Guhatir kon J crew agat
@amritprabhasonowal3035
@amritprabhasonowal3035 5 ай бұрын
চাৰ জনৰ কথাখিনি শুনি সচাঁকৈ বহুত ভাল লাগিল, মই আজি ২০১৭ চনৰ পৰা চিকিৎসা কৰি চিকিৎসকৰ লগত জড়িত হৈ আছো বুলি ক'ব পাৰি, কিন্তু এনেকৈ ভালকৈ বুজাই দি কথা কোৱা চিকিৎসক এজনো লগ পোৱা নাছিলো 🙏
@SudarshanRoy847
@SudarshanRoy847 4 ай бұрын
Sir আপুনার সম্পূর্ণ address তো জনাবো প্লিজ। বহু পুরানো মাথাবিশর কি ট্রিটমেন্ট হবনে জনাব
@KoshakantaDutta
@KoshakantaDutta 4 ай бұрын
Bahut val lagil....🌷🙏👍🙏🌷
@rajat3563
@rajat3563 Ай бұрын
​@SudarshanRoy847sir adress diba
@anjuhazarika-zi5ds
@anjuhazarika-zi5ds 28 күн бұрын
Bohut val lagil . apunar address tu janabosun
@bhabaniburagohain4273
@bhabaniburagohain4273 4 ай бұрын
ছাৰ আপোনি ইমান ধুনিয়াকৈ কথা বিলাক বুজাই কৈছে শুনিভাল লাগিছে । ভগৱানে আপোনাক আৰু শক্তি দিয়ক । মোৰও বিষ আছে আপোনাৰ তাত যাম কিছুমান ঘৰৰ সমস্যা আছে বাবে যাব পৰা নাই । 🙏 🙏
@proboiz2473
@proboiz2473 5 ай бұрын
কৃষ্ণ ৰাম সাক্ষাৎকাৰ টো চাই বহুত জ্ঞান অৰ্জন কৰিলো।ছাৰৰ সম্পূৰ্ণ ঠিকনাটো দিয়ে যেন এয়াই প্ৰাৰ্থনা
@M.DEEPEEKA
@M.DEEPEEKA Ай бұрын
অন্তৰ স্পৰ্শ কৰিব পৰাকৈ কথাখিনি উল্লেখ কৰিছে বহুত বহুত ধন্যবাদ ❤❤
@ushadas1841
@ushadas1841 5 ай бұрын
এজন ডাক্তৰ এ ইমান খুলা কে কথা কৈছে , সচাকে বহুত ভাল লাগিল
@Rekhasvlog1515
@Rekhasvlog1515 5 ай бұрын
Dr Palash Sir কথা বোৰ শুনি বহুত ভাল লাগিল । একেবাৰে খুলা মনৰ মানুহ ।❤❤
@ManojDas-c7s
@ManojDas-c7s 5 ай бұрын
Tekhetar mobile number janab
@KaushalyaChutia
@KaushalyaChutia 5 ай бұрын
realy good doctor
@Intatmant
@Intatmant 5 ай бұрын
S Wa 29:34 29:34 29:34 29:34 ​@@ManojDas-c7s
@MinaChutia-zp6nx
@MinaChutia-zp6nx 5 ай бұрын
Good good drco​@@KaushalyaChutia
@probinhazarika7899
@probinhazarika7899 4 ай бұрын
But vl dei
@kusummedhi437
@kusummedhi437 5 ай бұрын
ইমান সুন্দৰ আলোচনা কৰিলে বহুত উপকাৰ হব, বিষ থকা সকলৰ, এই উপদেশ খিনি গ্ৰহণ কৰক, বহুত ভাল লাগিল, বহুত বহুত ধন্যবাদ 🙏, মোৰ কিন্তু বহুত মূৰৰ বিষ,,আপোনালোকৰ তাত চিকিৎসা কৰিলে খৰচ কিমান হব, মোৰ অৱস্থা সিমান ভাল নহ়, চাৰ আপুনি সহয় কৰক, বহুত বহুত ধন্যবাদ চাৰ 🙏🙏🙏
@rabindramedhi6308
@rabindramedhi6308 5 ай бұрын
বহুত ধন্যবাদ, আমি লগ কৰিব বিচাৰো,সঠিক ঠাই তিনি জনাবচোন।
@TirthaGogoi-ss5xe
@TirthaGogoi-ss5xe 5 ай бұрын
ইমান সুন্দকৈ চাৰে বোজালে শুনি বহুত ভাল লাগিল হিমাশ্ৰী,আগলৈ এনেকোৱা বিষয়ে শুনিবলৈ আখা কৰিলো,
@ganeshbarman7004
@ganeshbarman7004 4 ай бұрын
বহুতো গুৰুত্বপূৰ্ণ কথা জনালে , ভিডিঅটো চাই উপকৃত হ'লোঁ । অশেষ ধন্যবাদ ।
@AnimaDasAnimaDas-t6h
@AnimaDasAnimaDas-t6h 5 ай бұрын
বহুত ভাল লাগিল। মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম হয়।চাৰ মোৰ গাঁঠি বিষ আৰু মাংস পেষী বিষ আছে বহুত কষ্ট পায় আছো। কৃষ্ণ 🙏 আপোনাক ভগৱন্তই কৃপা কৰক। কৃষ্ণ 🙏
@bholaramboro2771
@bholaramboro2771 5 ай бұрын
বহুত কেইটা অৰ্জিনেল কথা কলে, বহট ভাল লাগিল, ।🙏🙏🙏🙏🙏🙏
@PutuDevi-z8w
@PutuDevi-z8w 5 ай бұрын
Dr. Pathak apunak kot pawa jaba?
@KiranPhukon-f4z
@KiranPhukon-f4z Ай бұрын
Dr.Palas Sir বিষৰ সম্পৰ্কে বৰ ধুনীয়া উপস্থাপন কৰিলে । ভাল লাগিল ধন্যবাদ।
@MinSaikia-i3d
@MinSaikia-i3d 5 ай бұрын
বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ কথাবোৰ শুণি বহুত ভাল লাগিল🙏🏻🙏🏻
@lahoridas6814
@lahoridas6814 3 ай бұрын
ছাৰ আপুনি ইমান ধুনীয়াকৈ কথাবোৰ উত্থাপন কৰিছে বহুত ভাল লাগিল ধন্যবাদ ছাৰ 🙏🏼🙏🏼
@ruhitgogoi4649
@ruhitgogoi4649 4 ай бұрын
প্ৰথমতে বাইদেউ চেনেল টোক ধন্যবাদ দিলো , আপোনাৰ চেনেলৰ দ্বাৰা স্পষ্ট বাদি ডক্টৰ এজনৰ সুন্দৰ পৰামৰ্শ পালো,ভাল লাগিল।
@prafulladas2483
@prafulladas2483 Ай бұрын
বৰ কাৰ্যকৰী কথোপকথন, শুনি বৰ উপকৃত হলো। ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@dipachaudhury6786
@dipachaudhury6786 5 ай бұрын
এই ধৰনৰ আলোচনা জানিবলৈ পাই বহুত ভাল লাগিল ধন্যবাদ
@bijumanidutta7722
@bijumanidutta7722 21 күн бұрын
আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল৷বহুতো নজনা কথা জানিব পাৰিলো৷আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ৷
@KarunaRajbongshi-vj2db
@KarunaRajbongshi-vj2db 5 ай бұрын
বহুত সুন্দৰ কথা কলে আপুনি ।।।ধন্যবাদ থাকিল ।।।🙏🙏🙏
@kaminineog9026
@kaminineog9026 5 ай бұрын
ইমান সুন্দৰ এটা আলোচনা ‌আমাক দেখালে নথৈ আনন্দিত হলো
@dalimigogoi3416
@dalimigogoi3416 5 ай бұрын
হিমাশ্ৰী ইমান এটা লাগতিয়াল ভি ডি অ আগবঢ়োৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনালো লগতে ছাৰৰ সু-স্বাস্থ্য ও দীঘায়ু কামনা কৰিলো।
@prasantagoswami1477
@prasantagoswami1477 2 ай бұрын
এটা ভাল Video, জগতক উপহাৰ দিলে। আনক বচাই নিজে চলা ধৰ্মবুলি জানিবা তাকে। বুধৰ মানুহৰ বোধ জ্ঞানবেছি, এখেত দয়াৱন্তলোক। ভগৱানে সকলোকে ভালে ৰাখক।
@pintudas3197
@pintudas3197 Ай бұрын
Joy guru 👏👏👏
@prasantagoswami1477
@prasantagoswami1477 Ай бұрын
@@pintudas3197 জয় গুৰু🙏
@prasantagoswami1477
@prasantagoswami1477 19 күн бұрын
@@pintudas3197 জয় গুৰু🙏
@prasantagoswami1477
@prasantagoswami1477 18 күн бұрын
🙏Jay Guru
@kirttanaramdas9381
@kirttanaramdas9381 4 ай бұрын
চাৰে ইমান সুন্দৰ ভাৱে কথাবৰ উপস্থাপন কৰিছে, তাৰ বাবে চাৰলৈ অশেষ ধন্যবাদ জনালো। লগতে চাৰক কত লগ পোৱা যাব সম্পূৰ্ণ ঠিকনাটো জনাবচোন।
@Pijubordoloi
@Pijubordoloi Ай бұрын
Sir ইমান ধুনীয়া কৈ বুজাই দিছে । ভগৱান ক লগোৱা যেন লাগিছে।
@gitabora3037
@gitabora3037 5 ай бұрын
সুন্দৰ সময়োপযোগী ভিডিঅ' । বহুত ভাল লাগিল 🙏❤️
@debabalatamuli5350
@debabalatamuli5350 5 ай бұрын
Dr polish sirৰ কথা খিনি বহুত গুরুত্বপূর্ণ। চাৰৰ ঠিকনা তো দিৱচোন।
@uttambiswas1730
@uttambiswas1730 5 ай бұрын
😊😊😊
@minusvlog8945
@minusvlog8945 4 ай бұрын
Pandu sadilapur,Jalukbari
@SujataRay-r8x
@SujataRay-r8x 4 ай бұрын
বহুত ভাল লাগিল কথা খিনি জানিব পাই ধন্যবাদ চাৰ
@DipaBaruah-m8l
@DipaBaruah-m8l 5 ай бұрын
বৰ ভাল লাগিল মোৰু ককালৰ বিষ আছে
@PradeepBorah-o8q
@PradeepBorah-o8q Ай бұрын
Dr.pathak sirror paint kathaboor suni bor bhal lagil.moiu adin Pathak sirrak lag dhriboli jam.thankyou.
@bontiborah7476
@bontiborah7476 5 ай бұрын
Dr Polash sir কথা খিনি শুনি বৰ ভাল লাগিল।
@sabitrikalita9526
@sabitrikalita9526 5 ай бұрын
Video টো চাই বহু অভিজ্ঞতা সঞ্চয় কৰিব পাৰিলো
@BipulGogoi-y5v
@BipulGogoi-y5v 3 ай бұрын
ইমান সুন্দৰ কৈ কথাখিনি চাৰে বুজালে সঁচাকৈ বহুত ভাল লাগিল, চাৰলে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
@NizaraGoldAssamTea
@NizaraGoldAssamTea 5 ай бұрын
Vanti tomar channel t bar vaal video show dekhuwala ,,,bahut knowledge hol,,ami janai nasilo ,,dr Palash Pathak sir ,,amaar ocharat ase... very very thanks.. Jai Hind,,Jai ai Assam.. from Rangia
@nitumanikhataniar6928
@nitumanikhataniar6928 5 ай бұрын
Beya napi jadi thikana tu dioksun tekhetar
@eunusaliahmed5912
@eunusaliahmed5912 5 ай бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
@moonmikalita
@moonmikalita 5 ай бұрын
বৰ সুন্দৰ ভিডিঅ, বহুত বহুত ধন্যবাদ 🙏🙏🙏
@momisonowal9610
@momisonowal9610 5 ай бұрын
বহুত ভাল অনুষ্ঠান, নজনা কথা শিকিলোঁ, Thank u so much 🙏🏻🙏🏻🙏🏻🙏🏻
@SaneswarBarman-j7c
@SaneswarBarman-j7c 3 ай бұрын
ভিদিও টোত যেনেকৈ কথাবোৰ উপস্থাপন কৰিছে, যিকোনো বিষ ভাল হোৱাৰ গেৰান্তি দিছে একো ভাল নহয়। সৰু সুৰা বিষ বিলাক ভাল হয় কিজানি।‌ বাকী বহু মানুহে ভাল নোহোৱাকৈ ঘৰত ঘূৰি যাবলৈ বাধ্য, কাৰণ এই ভিদিও টোৰ জৰিয়তে বহু মানুহে প্ৰগতি নিউৰো ৰিহেৱত ভাল হ'বলৈ চিকিৎসা কৰিবলৈ যায়, যোৱাৰ পাছত হে গম পায় তাৰ ভিতৰ চোৰা। ইয়াত যেনেকৈ কৈছে নিজে থেৰাপী দিয়া বুলি সকলো মিছা কাৰন প্ৰথম দিনা যি দেখালো পিছত তেওঁৰ এক মিনিট এটা সময় নাই সুধিবলৈ ৰোগীয়ে কেনেকুৱা পাইছে????
@sourabhsvlogs4615
@sourabhsvlogs4615 3 ай бұрын
মইও ভুক্তভোগী।
@midulsaikia7563
@midulsaikia7563 Ай бұрын
Aponi kt dekhaisil janabasun moi o bahut dr k dekhalu vl poa ni 10 month hl bahut bikh
@sangitadeka5736
@sangitadeka5736 Ай бұрын
Moro bohot kokalor bikh pls jonabosu kot delhaise.. Mor age 25yrs
@sumitabarman9150
@sumitabarman9150 20 күн бұрын
​@@midulsaikia7563 Chennai r Apollo hospital t surgery kribo lga Kari dise therapy di
@sumitabarman9150
@sumitabarman9150 20 күн бұрын
​@@midulsaikia7563 Njabo ehtr tat
@pajiruddinahmed2995
@pajiruddinahmed2995 5 ай бұрын
চাৰ, বহুত ধন্যবাদ জনাইছো
@BiyoliYein
@BiyoliYein 5 ай бұрын
বহু ত ভাল লাগিল আগলৈ আৰু এটা সহায় কৰক যে বেছি ম'বাইল চালে শিহু ৰ কি অপকাৰী হয় তাৰ ওপৰত এটি ভিডিঅ' ৰে চাৰ।
@lakhimiborthakur7893
@lakhimiborthakur7893 5 ай бұрын
বহুত আৱশ্যকীয় বিষয়ৰ ওপৰত আলোচনা হৈছে৷যথেষ্ট উপকৃত হ’লোঁ৷আগলৈ আৰু আশা কৰিলোঁ৷
@nirumahantadutta4701
@nirumahantadutta4701 5 ай бұрын
কথাখিনি জানি বহুত ভাল লাগিল, ঠিকনাটো দিবাচোন হিমাশ্ৰী ।
@JonaliBhagabati
@JonaliBhagabati 5 ай бұрын
😢মোৰনাভৰবিসহৈছেভালহবনে
@sikhadas7687
@sikhadas7687 5 ай бұрын
ঠিকনা আৰু ফোন নম্বৰ দিবছোন |
@minusvlog8945
@minusvlog8945 4 ай бұрын
Pandu sadilapur, Jalukbari
@AditkrDas
@AditkrDas Ай бұрын
ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ কথাবোৰে সাধাৰণ মানুহক বহুতো উপকৃত কৰিব। পুনৰাই আপোনালৈ ধন্যবাদ থাকিল।
@kovitas2173
@kovitas2173 5 ай бұрын
ছাৰ নমস্কাৰ, এই ভিদিও টো দেখি খুব ভাল লাগিলে , মোৰ ভাইটিৰ ৬ ,৭ বছৰ বয়সত বাত জ্বৰ হৈছিল বহুত চিকিৎসা কৰাৰ পাছতো ভাল নহল এতিয়া ভাইটি হেন্দিকেপ হাত ভৰি বেঁকা হৈ গৈছে ছাৰ, আপোনাৰ ক্লিনিকত্ত আহিলে সুফল পামনে ? জনালে উপকৃত হম্ 🙏
@Rekhasvlog1515
@Rekhasvlog1515 5 ай бұрын
God bless you 🙏 আপুনি পাৰিলে অতি সোনকালেই Doctor দেখুৱাই লওঁক । ই একপ্ৰকাৰৰ বাত বেমাৰ হয় । 😊 আপোনিৰ KZbin বত গৈ rheumatology doctor search কৰিব এই বেমাৰৰ বিষয় সকলো বোৰ বিছাৰি পাব বুলি আশা কৰিছোঁ । মোৰ মনৰ কথাখিনি কৈছোঁ । কিবা ভুল লেখিছোঁ যদি বেয়া নাপাব ।🙏🙏🙏
@lilabora4982
@lilabora4982 5 ай бұрын
বহুত ভাল লাগিল। মই ভাবো মোৰ বিষৰ বাবে ম ই আপোনাক বিছাৰি উইলিয়াম। ধন্যবাদ থাকিল।
@ranjitsaikia1746
@ranjitsaikia1746 5 ай бұрын
Dr pathok Sir r usort treatment kori ma r bhut val hol.vori bikh husil
@rumidutta9067
@rumidutta9067 4 ай бұрын
Tewr thikona dib ni
@ritamonibhuyan1116
@ritamonibhuyan1116 2 ай бұрын
Muru athu aru gar joinbur bixh ,juwakali Tezpur namecare medical t dekaisu.apunar video Sai upkrit hom buli bhabisu.
@SubhaBorah-r8p
@SubhaBorah-r8p 4 ай бұрын
ছাৰ আপোনাৰ কথা বিলাক ভাল লাগিছে
@dbora8280
@dbora8280 5 ай бұрын
Dr Pathak,apunar bohumulia upodesh bilak jikono rogar khetrat bor bhal lagil aru apunar arugya kendrat jaboloi chretha korim,Dhanyabad
@PradipSharma-j2d
@PradipSharma-j2d 5 ай бұрын
ড, পলাশ চাৰৰ কথা খিনি শুনি বহুত ভাল লাগিল।
@dilipbora7351
@dilipbora7351 5 ай бұрын
Very good video
@AnantaDas-lt3mc
@AnantaDas-lt3mc 11 күн бұрын
Dr Palash sir r katha khini shuni bahut bhal lagil lagote bahu upakrita halo welcome janalo sir
@SarajuBora
@SarajuBora 5 ай бұрын
Himashri aapunar V.D.O. khub chau .Bahut val lage kot kenekoi log pam janabosun .Sakalu bemarei val hoi ne ?
@sorupaidas7114
@sorupaidas7114 5 ай бұрын
সুন্দৰ নিদৰ্শন ভগৱানে মঙ্গল কৰক। আশীৰ্বাদ কৰিছো।🙏🙏💯
@chandanadas4058
@chandanadas4058 5 ай бұрын
Himasri bor Val Lagile
@haripadhajong4438
@haripadhajong4438 5 ай бұрын
Y
@DrishitraHajarika
@DrishitraHajarika Ай бұрын
Thank you Dr pathok sir. Opunar advice bohot bhal lagil. Thanks for advice.
@CocBarman
@CocBarman 5 ай бұрын
Nikhita gogoi or babe plzz like korok tetiya he baa a comment tuh sabo
@dipadutta958
@dipadutta958 5 ай бұрын
ভিডিঅটো বহুত ভাল লাগিল । আপোনাৰ লগত ভগৱানে কৰিলে লগ হম বুলি ভাবিছো ।ধন্যবাদ চাৰ ।
@HorenSaikia-gz6qi
@HorenSaikia-gz6qi 5 ай бұрын
Himasri ba dr jonor thikona tu dibo soon
@BiswajitDey-l4x
@BiswajitDey-l4x 4 ай бұрын
Pandu sadilapur near jalukbari
@chandirampegu7837
@chandirampegu7837 3 ай бұрын
কিবা অসুবিধা হ'লে আহি অছু ধন্যবাদ
@dipadas291
@dipadas291 5 ай бұрын
Dr garakir clinic kot?
@chandraprobhadas688
@chandraprobhadas688 5 ай бұрын
Dr kot thake kobosun
@ajitkumarboro9178
@ajitkumarboro9178 5 ай бұрын
Jalukbari Sodilapur, near army camp
@pradipkalita2014
@pradipkalita2014 5 ай бұрын
Outstanding. বহুত বহুত ধন্যবাদ। বৰ সুন্দৰ আৰু অতি প্ৰয়োজনিয়। বহুত মানুহ অপকৃত হব।
@rinachutia3723
@rinachutia3723 5 ай бұрын
ইমান সুন্দৰ আলোকপাত কৰিলে ছাৰ নথৈ সুখী হলোঁ । মৰো পৰি হোৱা আঠুৰ বিষ আছে প্ৰায় এক বছৰ হৈছে ময়ো যাম ছাৰ , আপুনি অনুগ্ৰহ কৰি ফোন কৰিম ৰিছিভ কৰিব বুলি আশা ৰাখিলোঁ , ধন্যবাদ আপোনাক ।
@BanalataRahang
@BanalataRahang 4 ай бұрын
Bahut val lagile video tu dekhi Moi anekuwa eta treatment bahu dinor pora bisari asilu Hosakoi bahutu manuhe val pabo moi nishoi share korim Logote mur nijor treatment o koribo ahim... thank you agoloi enekuwa video r babe akha thali...
@ritadas854
@ritadas854 4 ай бұрын
বহুত ভাল কথা কৈছে ছাৰ।
@puspadas9235
@puspadas9235 5 ай бұрын
হয় অতি সুন্দৰ ভিডিঅ'টো ৰাইজৰ মাজলৈ লৈ আহিলা, বৰ ভাল লাগিল আৰু হয় ছাৰৰ সঁচা কথাখিনি এশ ভাগেই সঁচা,কাৰণ আজি এসপ্তাহৰ আগতে মই নিজেই প্ৰগতি নিউৰ ৰিহেব চেণ্টাৰত গৈ আহিছো, মোৰ খুবেই ভাল লাগিল, বিশেষ কৈ ড০ পলাশ পাঠক চাৰে খুবেই সুন্দৰ কৈ সকলো কথা খুলি ভাঙি বুজায় দিয়ে, ছাৰৰ লগতে শিমাক্ষীলৈ বহুত বহুত আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা থাকিল অনুষ্ঠান টি‌ৰ বাবে।🙏🙏🙏😊😊😊🥰🥰
@garimagogoi2647
@garimagogoi2647 5 ай бұрын
বহুত ভাল লাগিল।
@diptigogoi8456
@diptigogoi8456 Ай бұрын
বহুত ভাল লাগিছে বিষৰ বাবে video চাই।
@illaborsaikia4934
@illaborsaikia4934 5 ай бұрын
বহুখিনি উপকৃত হলোঁ ৷
@rajitagoswami5307
@rajitagoswami5307 5 ай бұрын
বহুত ভাল লাগিল ভিডিঅ' টো।Dr Polash Pathak Sir ৰ Ghy add দিব।
@KangkanDas-l6y
@KangkanDas-l6y 2 ай бұрын
আপুনি বহুত বহুত ভাল কথা কৈছে 🙏🙏
@_harshajit_borah_7324
@_harshajit_borah_7324 4 ай бұрын
বহুত ভাল লাগিল ছাৰক। বা তোমাক বহুত ধন্যবাদ জনাইছো ইমান সুন্দৰ বাৰতা এটা আগবঢ়োৱা বাবে। ❤
@rajuchowra7222
@rajuchowra7222 4 ай бұрын
বহুত ভাল লাগিল।বিষৰ সম্পৰ্কে কিছু কথা গম পালো।
@snigdharay3429
@snigdharay3429 3 ай бұрын
আলোচনা খিনি চাই বহুত ভাল লাগিছে, ধন্যবাদ।
@RupjyotiSaikia-v6f
@RupjyotiSaikia-v6f 5 ай бұрын
বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ কথাবোৰ শুণি বহুত ভাল লাগিল 🙏🙏🙏
@rintasharma6006
@rintasharma6006 5 ай бұрын
বৰ ভাল লাগিল। বহুত কথা জানিলো।
@Lahan01
@Lahan01 2 ай бұрын
খুবেই সুন্দৰ আলোচনা ভাল লাগিল
@rikisvlog1830
@rikisvlog1830 3 ай бұрын
বহুত কথা শিকালে । বহুত ভাল লাগিল ।🙏
@nilutpalll669
@nilutpalll669 4 ай бұрын
Himashree tumak bohut dhanyabad jonalu Dr Palash sir or interview tur babe. Tekhetor suggestion Bure viewers hokolok bohut upokrito koribo.
@nitulofficial9584
@nitulofficial9584 5 ай бұрын
Palash Pathak sirok bohut ber lg paixu aru tekhetr hoite poitek bar lg pau te notun notun health advise bur pau tekhetor neutrasitical aru farmacitical r uport prai hklu khini experience aru knowlage axe buli kuat kunu hodekh nai tekhetok apunar chenal t dekha pai otikoi hukhi hoixu,apunaloi aru Palash sir loi bohut bohut dhanyabad Thakil❤❤❤
@Gbora-s8j
@Gbora-s8j 5 ай бұрын
বহু ত বহু ত ধন্যবাদ ❤❤❤
@SusamaGoswami
@SusamaGoswami 5 ай бұрын
খুব ভাল লাগিল। বহুত কথা জানিব পাৰিলো।
@sandhyaphukan3560
@sandhyaphukan3560 4 ай бұрын
ধন্যবাদ চাৰ । বহুত ভাল লাগিল।
@anamikabhuyan5156
@anamikabhuyan5156 5 ай бұрын
আলোচনাটো শুনি বহুত উপকাৰ পালো
@mriduladutta3773
@mriduladutta3773 5 ай бұрын
সুন্দৰ পোষ্ট আৰু বহুত জানিবলৈ আশা থাকিল।
@begumnarjee5046
@begumnarjee5046 21 күн бұрын
Sir kothakhin huni bohut val lagel , bohu nojana kotha janilu thank you sir , dhynbad
@roji690
@roji690 5 ай бұрын
ইমান এটা ভাল অনুস্থান কৰিলা ধন্যবাদ
@BaidurjyaHatiboruah-n4o
@BaidurjyaHatiboruah-n4o 5 ай бұрын
বহুত বহত ধন্যবাদ আপোনালোকলৈ
@pranabdutta8333
@pranabdutta8333 26 күн бұрын
Dared, Honest,Real,Dr.❤,,😊
@PranjalBorah-p4i
@PranjalBorah-p4i 5 ай бұрын
বাইদেউৰ পৰা কথাবোৰ গম পাই বহুত ভাল লাগিল। বাইদেউ লৈ বহুত ধন্যবাদ থাকিল ।
@swapnanalbaria-eo2zm
@swapnanalbaria-eo2zm 4 ай бұрын
Sar apunar kotha khini xuni bohut Val lagil dhanyawad
@kuntaladevi6378
@kuntaladevi6378 5 ай бұрын
বৰ ভাল লাগিল, সুন্দৰ পৰামৰ্শ
@pahareedeka6419
@pahareedeka6419 5 ай бұрын
আলোচনা টি বহুত ভাল লাগিছে। ডক্তৰ পাঠকক নিশ্চয় লগ কৰিম
@bobitasaikia2753
@bobitasaikia2753 3 ай бұрын
বৰ ভাল information . কেৱল প্ৰশ্ন কৰা গৰাকীয়ে ডাঙৰৰ লগত বা সন্মানীয় ব্যক্তিৰ লগত কি দৰে কথা পাতিব লাগে সেইটো শিকা উচিত ৷ ইমান কেজুৱাল ভাবে কথাবোৰ নকলে বেছি ভাল লাগিব ৷ আশা কৰো আগলৈ ইন্টাৰভিউ ললে কথাটো মনত ৰাখিব ৷
@ajchannels8132
@ajchannels8132 5 ай бұрын
খুৱ ভাল লাগিছে আপোনাৰ পৰামৰ্শ বোৰ খুবেই ভাল
@pajiruddinahmed2995
@pajiruddinahmed2995 5 ай бұрын
চাৰ বহুত ধন্যবাদ থাকিল
@AnantaRabha-yd6sn
@AnantaRabha-yd6sn 4 ай бұрын
Buhut buhut val lagil,so thanks.....
@rinisarmah3269
@rinisarmah3269 5 ай бұрын
জানি ভাল লাগিল , সুন্দৰ পৰামৰ্শ।
@newgamer7070
@newgamer7070 5 ай бұрын
Dhanyavaad sir bohute laabh karibo
@mousumsonowal973
@mousumsonowal973 5 ай бұрын
হিমাশ্ৰী বা আপোনালৈ বহু ধন্যবাদ থাকিল ইমান ভাল ভাল বিষয় বোৰ লৈ আহে বহুত ভাল লাগিল।
@BenuChoudhury-em9ek
@BenuChoudhury-em9ek 5 ай бұрын
ভাল লাগিছে চাৰ এনেকুৱা ভিডিও দি থাকিব বহুত বহুত শুভেচ্চেচা থাকিল
@lipigogoi7372
@lipigogoi7372 Ай бұрын
Val lagil huni eman dhuniyaka bujai disa.hothik adarsh dibo
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 14 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 138 МЛН
Indian Physiography FULL Chapter | Udaan Geography Chapter 5 | OnlyIAS
3:51:33
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 14 МЛН