মোৰ কেঞ্চাৰ ক'ত হৈছিল। কেঞ্চাৰ হ'লে প্ৰথম কি কৰিব

  Рет қаралды 42,927

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

8 ай бұрын

মোৰ কেঞ্চাৰ ক'ত হৈছিল। কেঞ্চাৰ হ'লে প্ৰথম কি কৰিব#srimanta_motivator#cancer
• নিজৰ কন্যাক এঘৰলৈ উলিয...

Пікірлер: 195
@saraswatichaliha5773
@saraswatichaliha5773 8 ай бұрын
বহুত বহুত ধন্যবাদ জনালো ছাৰ ভগৱানে সদাই কুশলে ৰাখক
@bontikataky
@bontikataky 8 ай бұрын
আপোনাৰ কথাবোৰ লগতে আপোনাৰ চিন্তাধাৰা সঁচাকৈ বৰ সুন্দৰ। আগুৱাই যাওক এনেদৰেই সু-স্বাস্থ্যৰ অধিকাৰী হৈ।
@BhargabSaikia-gt5tf
@BhargabSaikia-gt5tf 8 ай бұрын
অতি ভাল কথা কলে ছাৰ ৷ আপোনাৰ সদায় সু-স্থাস্থ্য কামনা কৰিলো।
@beautydutta1999
@beautydutta1999 8 ай бұрын
ভগৱানে তোমাক চিৰদিন কুশলে ৰাখক ।তাৰ বাবে ভগৱানৰ ওচৰত হাজাৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 8 ай бұрын
মনোৰম ব্যাখ্যা। কুশলে থাকক সদায়। আপুনি এজন যুঁজাৰু। আমাৰ সদায় শুভেচ্ছা আছে।
@krishnagogoi301
@krishnagogoi301 7 ай бұрын
সুন্দৰ ব্যক্তিত্ব আপোনাৰ। সদায় সুখী হৈ থাকক❤
@lipadas312
@lipadas312 8 ай бұрын
বহুত উপকৃত হলোঁ দাদা, ভাল লাগিল।
@parveenbegum6484
@parveenbegum6484 Ай бұрын
Bahut xundar... Imanei xundarkoi kathabur koise, mur xuniyei chokupani ulaise...🙏🙏🙏
@daisybharali9469
@daisybharali9469 8 ай бұрын
🙏🏼🙏🏼🙏🏼আপুনি আজীৱন আমাৰ জীয়াই থকাৰ প্ৰেৰণা ছাৰ
@monimoysvlogs999
@monimoysvlogs999 8 ай бұрын
হয় আপোনাৰ সাহসতে আগবাঢ়ি গৈ চিকিৎসা কৰি বৰ্তমান সুফল পাইছো দা দা।🙏
@sampritigogoi2445
@sampritigogoi2445 8 ай бұрын
Sir apunar katha bur bahut val laga
@mrinalassamnk.3365
@mrinalassamnk.3365 2 ай бұрын
আপোনাৰ সুন্দৰ নিদৰ্শন বাৰ্তা দহজনৰ বাবে সচাকৈ অতুলনীয় অৱদান ❤❤ আপোনৰ জীৱন সুন্দৰ হ'ক 🙏 সাহস প্ৰেৰণা সকলো কে জিয়াই থকা অতুত বান্ধোনৰ মাজত বাৰ্তা দিলে 🙏
@rekhagogoi322
@rekhagogoi322 8 ай бұрын
আপোনাৰ কথাবিলাক শুনিলে আমি বহুত সাহস আৰু প্ৰেৰণা পাওঁ।আপোনাক ভগৱানে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰক ধন্যবাদ ।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 8 ай бұрын
ছাৰ আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰে পুষ্ট এই বহুমূলীয়া বক্তব্যটো আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস হওক। লগতে এনেদৰে সমাজৰ হকে কাম কৰি যাবলৈ ভগৱানে সদায় কুশলে ৰাখক 🙏🙏🙏
@dipanjalimonjai6186
@dipanjalimonjai6186 7 ай бұрын
জীৱন জিন্দাবাদ ❤ আপোনাৰ জীৱন যুঁজৰ যাত্ৰাই বহ জনক সাহস যোগাব 🙏🏼 ভগৱানে আপোনাক কুশলে থাকক 🙏🏼
@pritirekhasaudkakoty9571
@pritirekhasaudkakoty9571 8 ай бұрын
আপুনি সদায় কুশলে থাকক দাদা। এইয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏🙏আপোনাৰ কথা শুনিলে সকলো মানুহ সাহসী হৈ উঠিব🙏
@binaphukan7334
@binaphukan7334 Ай бұрын
ভগৱানে কুশলে ৰাখক। আপোনাৰ জীৱনে বহু জনক উপকৃত কৰিব।
@bulumoninath6956
@bulumoninath6956 8 ай бұрын
বহুত বহুত উপকৃত হ'লো ।সদায় সুষ্ঠ হৈ কুশলে থাকক 🙏🏾
@user-vd4jo4mt1s
@user-vd4jo4mt1s 7 ай бұрын
আপোনাৰ কথাখিনি শুনি বহুত সাহস পোৱা যায় আৰু ভাঙি পৰা মনটো যোগাত্মক চিন্তাধাৰালৈ পুনৰ নিবলৈ চেষ্টা কৰোঁ,,,👍👍👌👌
@user-uv7rx7rf8s
@user-uv7rx7rf8s Ай бұрын
ভগৱানে আপোনাক সদায় কুশলে ৰাখক🙏
@gitsstudio288
@gitsstudio288 8 ай бұрын
বহুত বহুত ধন্যবাদ জনালোঁ। সদায় পজিটিভ হৈ থাকক,সুস্হ হৈ থাকক। আমিও থাকিম ।
@evagoswami8826
@evagoswami8826 8 ай бұрын
বহুত সাহস পালো জীয়াই থাকিবলৈ । সদায় কুশলে থাকক।
@JayantiSaikia-qm6vj
@JayantiSaikia-qm6vj 8 ай бұрын
Apunar katha khini% right, prarthana karisu bhagabana apunak drighau karak. Mur Mr 2013 rt hoi B B. G. Properly tretmen kara hol, bartaman bhal apuni kurdara dhaya, sahas laga bahut bahut.
@rupakonwar7299
@rupakonwar7299 8 ай бұрын
সদায় কুশলে থাকক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
@user-gv3hw7ls6n
@user-gv3hw7ls6n 5 ай бұрын
আপোনাৰ ধনাত্মক চিন্তাধাৰাৰ কথা শুনি বহুত উৎসাহ পালো লগতে বহুত কথা জানিব পাৰিলো । অশেষ ধন্যবাদ জনাইছোঁ ।
@runuchetia1658
@runuchetia1658 8 ай бұрын
আপোনাৰ কথাখিনি শুনি অতিকে মুগ্ধ হ'লো!প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক
@user-pr1jq4hf7f
@user-pr1jq4hf7f 8 ай бұрын
কথাখিনি শুনি আত্মসন্তুষ্টি প্ৰকাশ কৰিলো৷ আপোনালৈ ধন্যবাদ সহ সুস্বাস্থ্যৰে দীৰ্ঘায়ুষ কামনা কৰিলো৷
@meeradeka4667
@meeradeka4667 8 ай бұрын
খুব সুন্দৰ কৈ কথা খিনি কলে। বহুত ভাল লাগিল। ধন্যবাদ
@anantakalita9689
@anantakalita9689 2 ай бұрын
🙏🙏🙏🙏🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক, বহুত ধন্যবাদ, ইমান গুৰুত্বপূৰ্ণ কথাখিনি জনোৱাৰ বাবে।🙏
@sanjitkumarswargiary8092
@sanjitkumarswargiary8092 8 ай бұрын
সুন্দৰ কথা।হৃদয় চুই গ'ল।
@mondirakalita4221
@mondirakalita4221 8 ай бұрын
খুব ভাল লাগিল৷ যোগাত্মক চিন্তাই সকলো দিশতে আগুৱাই নিয়ে৷ তোমাৰ কথাৰ পৰা সাহস পোৱা যায়৷
@user-qf6cm5bk2x
@user-qf6cm5bk2x 25 күн бұрын
বহুত ভাল লাগিছে আপোনাৰ কথা শুনি।
@user-qf6cm5bk2x
@user-qf6cm5bk2x 25 күн бұрын
আপোনাক ভগৱানে ভালে ৰাখক
@rirupon9251
@rirupon9251 Ай бұрын
নমস্কাৰ তাৰ ।আপোনাৰ উপদেশ আৰু কথাবিলাক বহুত বহুতভাল লাগে ভগৱানে আপোনাৰ মঙ্গল কৰক । ধন্যবাদ।
@monikanarjinari9209
@monikanarjinari9209 8 ай бұрын
Eman dhuniya kotha koly moi bohut hikibo parilu dhoinobat
@gupalgogoi
@gupalgogoi 10 күн бұрын
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
@lachuboruah6360
@lachuboruah6360 8 ай бұрын
দাদা,কথাখিনি পৰা বহুত সাহস পালোঁ,সুস্থ থাকক আপুনি..
@monikaboruah2786
@monikaboruah2786 8 ай бұрын
Bohut Sundar kath Best of luck
@Violinabora-pt6bj
@Violinabora-pt6bj 8 ай бұрын
কথাখিনি জানি বহুত ভাল লাগিল দাদা।কুশলে থাকক সদায় আমাৰ সাহস হৈ।
@KaSiYali
@KaSiYali 8 ай бұрын
এদিন অনুপমা বৰগোহাঞি বায়ে কৈছিল মনৰ শক্তিৰ ওচৰত সকলো হাৰি যায়।মনৰ শক্তিয়ে সকলো।আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সদায়ে কুশলে থাকক দাদা।
@user-og6hr6zs6k
@user-og6hr6zs6k Ай бұрын
ভাল লাগিল আপোনাৰ ভিদিঅ চাই ভগৱানক বহুত ধন্যবাদ দিছোঁ আপুনি ভালে থাকক
@renuborah6005
@renuborah6005 8 ай бұрын
সুন্দৰ কথা । হৃদয় চুয়় গৈছে 🙏
@nijumoniborah1667
@nijumoniborah1667 7 ай бұрын
আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল। ভগৱানে কুশলে ৰাখক সদায়।
@abmonty7274
@abmonty7274 8 ай бұрын
ভাল লাগিল
@user-tl1xj9dp6e
@user-tl1xj9dp6e Ай бұрын
আপোনাৰ পৰা বহুত নজনা কথা জানিব পৰিলোঁ ভাল লাগিছে
@user-bx4yf6rm2b
@user-bx4yf6rm2b 7 ай бұрын
বহুত ভাল লাগিল,আপোনাৰ কথা খিনি শুনি,, বহুত বেছি সাহস পালোঁ আপোনাৰ কথাৰ পৰা, ধন্যবাদ থাকিল 🙏🙏
@kabitabhuyan4148
@kabitabhuyan4148 7 ай бұрын
Bohut val korha kole dada.hosai manuh positive monor hobo lage aru hokolu kothate dhoijya dhoribo lage..mur dadar ru small intestune t cancer hoisl 2019 t.operation hol bortoman dada hustho kin2 check up koribole he bhoite goi thake.
@KarabiKalita-so5bv
@KarabiKalita-so5bv 8 ай бұрын
আপোনাৰ কথাখিনিয়ে বহুত সাহস দিলে। thank you so much sir..
@dipankarbhuyan947
@dipankarbhuyan947 Ай бұрын
Thank you xukhi holu mane bohut bohut val lagil anekoi xodai thakok
@RupaChutia-tj1nb
@RupaChutia-tj1nb Ай бұрын
আপোনাৰ যোগাত্মক দৃষ্টিভংগীৰ বাক্যই আমাক অনুপ্ৰেৰণ যোগালে ।আপোনাৰ স্বাস্থ্য সদায় কুশলে থাকক ।🙏
@user-fn3jf6vc8f
@user-fn3jf6vc8f 8 ай бұрын
ছাৰ, আপোনাৰ কথাখিনিৰ পৰা যথেষ্ট সাহস ,প্ৰেৰণা পালোঁ । আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ। ভালে থাকক সদায়.….
@swapnajyotiborahgogoi9805
@swapnajyotiborahgogoi9805 8 ай бұрын
বহুত নজনা কথা জানিব পাৰিলো।অশেষ ধন্যবাদ।
@nirumonigayan3356
@nirumonigayan3356 8 ай бұрын
আপোনাৰ কথাবোৰে আমাৰ লগতে সকলোকে জীয়াই থকাৰ সাহস আৰু পেৰণা দিয়ে,কুশলে থাকক সদায় দাদা🙏
@rijugoswami3801
@rijugoswami3801 8 ай бұрын
আপোনাৰ কথা খিনি বৰ সুন্দৰ, ঈশ্বৰে আপোনাক কুশলে ৰাখক। সু-স্বাস্থ্য দিয়ক।
@neelimadevi9393
@neelimadevi9393 Ай бұрын
মানসিক সাহসৰ পৰামৰ্শৰ বাবে ধন্যবাদ জাছীলো।কুশলে থাকক সদায়ে ।
@bimangogoi3058
@bimangogoi3058 8 ай бұрын
ধন্যবাদ ছাৰ 🙏 ভালে থাকক 💝💝💝
@madhukalita1184
@madhukalita1184 8 ай бұрын
Bahut Bahut bhal lagil God bless you
@mithusaikia9776
@mithusaikia9776 8 ай бұрын
বহুত সাহস পালো আপোনাৰ কথাখিনি শুনি ।ভগৱানে সদায়ে কুশলে ৰাখক আপোনাক ।
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 8 ай бұрын
আপোনাৰ কথা জানি সকলোৰে সহায় হব। ভগৱানে সদায় আপোনাক ভালে ৰাখক
@barnalidutta5866
@barnalidutta5866 7 ай бұрын
ভগৱানে আপোনাক সদায় ভালে ৰাখক।
@sabitadas9153
@sabitadas9153 7 ай бұрын
Bahut Val lagil . Khundor sinta apunar. God help you.
@user-mv1uw4pv7e
@user-mv1uw4pv7e Ай бұрын
সদায় আপুনি কুশলে থাকক ভগৱানৰ ওচৰত তাৰ বাবে প্ৰাৰ্থনা জনালোঁ
@rupalihazarika5484
@rupalihazarika5484 8 ай бұрын
আপোনাৰ কথাবিলাক শুনি বহুত ভাল লাগিল , আপোনি সচাকৈয়ে এজন যোগ্য শিক্ষক , আশীৰ্বাদ কৰিছো আপোনাৰ ১০০ বছৰ আয়ুস হওক, আৰু জীয়াই থকা দিন বিলাক অতি সুখৰ হওক, আৰু সকলোকে প্ৰেৰণা দিয়ক ধন্যবাদ ।
@binaphukan7334
@binaphukan7334 Ай бұрын
ভগৱানে আপোনাক কশলে ৰাখক। আপোনাৰ জীৱনে বহু জনক উপকৃত কৰিব।
@dipsikhadutta712
@dipsikhadutta712 8 ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল দাদা।
@jinulahon29
@jinulahon29 8 ай бұрын
Hosakoi bondhu.kotha mur.khetot.hosa
@user-wd9bh6lc1y
@user-wd9bh6lc1y 7 ай бұрын
Bahut val lagil dada kuhole thakak apuni
@user-zi4zg4um9g
@user-zi4zg4um9g 8 ай бұрын
Thank you Sir
@KumudSaikia-cq5pm
@KumudSaikia-cq5pm 8 ай бұрын
বহুত বহুত ধন্যবাদ জনালো দাদা।কুশল মংগল কামনা কৰিলোঁ।
@anjumanisarma4793
@anjumanisarma4793 26 күн бұрын
মোৰ আজি কেইদিমানৰ পৰা খিনাইছো ওজন আমি গৈছে ওলাই গলে সকলো ৱে সুধে মোৰ মন বহু বেয়া হৈ গৈছে
@hiramonimedhi7576
@hiramonimedhi7576 6 ай бұрын
Bohut val lagil apunar kotha xuni God bless you 🙏🙏🙏
@minuphukan372
@minuphukan372 8 ай бұрын
তোমাৰ কথাৰ পৰা গম পালোঁ মনৰ শক্তিৰ সমান একো হ'ব নোৱাৰে।
@bobita9914
@bobita9914 Ай бұрын
আপোনাক ধন্যবাদ জনালো । আপোনাৰ ‌‌ বহুমূলীয়া ‌উপদেশ ‌ সদায় ‌মনত ৰাখিম‌ আৰু ‌আগলৈকে পাম বুলি ‌আশা‌কৰিলো
@freefireffgm4
@freefireffgm4 7 ай бұрын
Thank you sir aapunar kotha bor xuni bahut besi Val lagil
@deepasaikia4697
@deepasaikia4697 8 ай бұрын
বৰ ভাল লাগিল আপোনাৰ কথাবোৰ শুনি আৰু জানি, ঈশ্বৰে কুশলে ৰাখক।
@ghamgadhali7724
@ghamgadhali7724 4 ай бұрын
ইমান সুন্দৰকৈ কথাখিনি বুজাই ক'লে মই ভাবোঁ সকলোৱে উপকৃত হব ৷কুশল মংগল কামনা কৰি প্ৰাৰ্থনা জনালো
@user-mo5eo1bb3f
@user-mo5eo1bb3f 7 ай бұрын
Aapunar kothakhinie bahut hahokh dile .Thank you sir
@user-vd5dg6ru9b
@user-vd5dg6ru9b 3 ай бұрын
Bohut nojona kotha janilu . Thank u dada . Apuni bohut bhal monor goraki heibabe bhogobane apunak bhal kori dile.
@babitatamuliborah7986
@babitatamuliborah7986 8 ай бұрын
বৰ প্ৰয়োজনীয় কথা খিনি জানিব পাৰি উপকৃত হ'লো। ভগৱানে সদায় কুশলে ৰাখক আপোনাক ‌🙏
@maryborah3224
@maryborah3224 8 ай бұрын
আপোনাৰ কথাখিনিয়ে সকলোকে অনুপ্ৰেৰণা যোগাব। সুস্বাস্থ্যৰে সদায় কুশলে থাকক ছাৰ 🙏🙏
@SITCH_HERE
@SITCH_HERE 5 ай бұрын
বহুত ভাল উপদেশ । ধন্যবাদ!
@rupasaikia5761
@rupasaikia5761 8 ай бұрын
আপোনাৰ কথাবোৰ বৰ ভাল লাগলিলে, সদায় ভগবানে আপোনাক কৌশলে ৰাখক তাকেই কামনা কৰিলো
@sonmoniborah5685
@sonmoniborah5685 8 ай бұрын
Kotha khani buhut val lagil vale thakok 🙏🙏
@rumineog6736
@rumineog6736 6 ай бұрын
ভগৱানে তোমাক কুশলে ৰাখক তাকেই কামনা কৰিলো
@arpanburagohain6917
@arpanburagohain6917 8 ай бұрын
Thank you sir.
@jitakalita5034
@jitakalita5034 8 ай бұрын
Bohute dhanyabad val massage dise🙏🙏
@nilakalita7588
@nilakalita7588 7 ай бұрын
কথাখিনি বহুত ভাল লাগিছে দাদা
@ruliraniborkotoky3407
@ruliraniborkotoky3407 7 ай бұрын
কথাখিনিয়ে অনুপ্ৰাণিত কৰিলে । আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।
@bhawanichetia1748
@bhawanichetia1748 7 ай бұрын
সুন্দৰ কথা কলে। ভালে থাকক সদায়।
@rinahaloi8506
@rinahaloi8506 Ай бұрын
Baba hodai vilai thika tomar kotha khane xune bohut vil lagil🙏🙏🙏🙏🙏
@user-bg1xc8cu8w
@user-bg1xc8cu8w 8 ай бұрын
Apunar kothabor xuni bht bhl lge bhle thakok
@TCF573
@TCF573 7 ай бұрын
Bohut bhal lagill vogobane apunak kukhole.. Rakhok .
@nirmalimahanta7682
@nirmalimahanta7682 8 ай бұрын
Aaponar videoto chai khub anuprerona palo. Val lagil.Aapuni kusale thakok. May God bless you
@ankitasaikia9759
@ankitasaikia9759 8 ай бұрын
Thank you sir🙏
@mitaliboruah7809
@mitaliboruah7809 8 ай бұрын
বৰ ভাল লাগিল কথা খিনি ,সাহস পালো
@himamonidevi4011
@himamonidevi4011 8 ай бұрын
সুন্দৰ মনৰ সুন্দৰ চিন্তা ❤❤
@pratibhahazarika335
@pratibhahazarika335 8 ай бұрын
Sir apuni bohut bhal kotha koi se tar karne apunak bohul lagise aru apuni bhaba dare muru man jay ki mayu duxiya manuhak xahay korib kintu mur hatat toka nai aru apunak moi bohut bohut dhayabad janalo ❤️❤️👍👍👍
@moushumidas8461
@moushumidas8461 4 ай бұрын
Thank you Sir🙏 bohut hahokh Palu Apunar kotha khini huni
@DiptiBaruah-dj9pe
@DiptiBaruah-dj9pe Ай бұрын
Thank you God bless you
@ujjaldutta2264
@ujjaldutta2264 8 ай бұрын
Apunar kathabur huni val lagil.
@sumkilifestylendvlogs
@sumkilifestylendvlogs 8 ай бұрын
ভাল লাগিল❤️কুশলে থাকক সদায়❤
কেঞ্চাৰ ৰোগ হোৱাৰ কাৰণ @healthylivingwithshyamalima
7:13
Healthy Living with Dietician Shyamalima
Рет қаралды 17 М.
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 10 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 24 МЛН
Каха заблудился в горах
00:57
К-Media
Рет қаралды 9 МЛН