আমাৰ মৰমৰ নাম : দেৱকণ্যা বৰঠাকুৰ (Devkanya Borthakur) ❤️

  Рет қаралды 697,575

BINDASS SUKANYA

BINDASS SUKANYA

Күн бұрын

Пікірлер: 2 500
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
ইমান মৰম আচলতে পোৱাটো সৌভাগ্যৰ কথা। মন ভৰি গৈছে ইমান আদৰ দেখি। আপোনালোক মোৰ সাহস।।।। 🙏🙏 সদায় আপোনালোকৰ হৈ থাকিবলৈ আশীৰ্বাদ কৰিব। আগৰ দৰে সকলোকে ব্যক্তিগত ভাবে reply কৰিব পৰা নাই। বেয়া নাপাব। নতুন জীৱনৰ ব্যস্ততা বহুত । প্ৰাৰ্থনা বোৰত আমাক ৰাখিব সদায়। ছোৱালী জনীক আশীৰ্বাদ কৰিব।।।। 🙏🙏🙏
@dibyajyotiborthakur1980
@dibyajyotiborthakur1980 2 жыл бұрын
🙏🙏🙏🙏
@jayateron3479
@jayateron3479 2 жыл бұрын
37,000 is
@dipanjalikalita9794
@dipanjalikalita9794 2 жыл бұрын
🙏🙏🙏🙏
@sangitabhuyan1966
@sangitabhuyan1966 2 жыл бұрын
Xasake bhagya thakilehe eman morom pua jai......soku xemeki uthise mur apunalukor eman morom dekhi.....xodai xukhi hoi thakok anekoi
@junalidutta9608
@junalidutta9608 2 жыл бұрын
🙏🙏🙏❤️🙂
@jurisarmah3442
@jurisarmah3442 2 жыл бұрын
সুকন্যা আৰু দেৱাশীষক আন্তৰিক অভিনন্দন জনালোঁ,, লগতে দেৱকন্যাক বহুত বহুত মৰম আৰু আশীৰ্বাদ জনালো l মাতৃ হোৱাতো জীৱনৰ এটা ডাঙৰ আনন্দ,,, কুশলে থাকা 😍😍
@rashmirekhadas7095
@rashmirekhadas7095 2 жыл бұрын
বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ❤️ বহুত বহুত মৰম কণমানি টিকলি লৈ😘💖
@renudas1994
@renudas1994 2 жыл бұрын
দুয়োজনৰে আধা আধা নাম লগাই এটি সুন্দৰ নাম সজাই ৰাখিলা। সুন্দৰ।
@riyamundaofficial8352
@riyamundaofficial8352 2 жыл бұрын
Baa , আপোনাৰ কণমানি দেৱকণ্যালৈ আৰু গোটেই😇😇 পৰিয়াল বৰ্গলৈ বহুত বহুত মৰম যাচিলো🙏 সদায় এনেদৰে হাঁহি ধেমালিৰে ভাল সস্কাৰে আপোনাৰ ছোৱালীক আগুৱাই যায় 🥰🥰 তাৰে কামনাৰে God bless you to💖 দেৱকণ্যা😘😘😘🙏
@chayanikadas893
@chayanikadas893 2 жыл бұрын
সুকন্যা বা জীৱন যাত্ৰাত মাতৃ হিচাপে জন্মগ্রহণ কৰা দিনটোৰ বহুতো শুভেচ্ছা। সুখৰ ৰ'দজাক জিলিকি ৰওঁক জীৱনৰ ৰান্ধনী বেলিৰ লৈকে। মৰমৰ ধৰালৈ স্বাগতম সোণ মা🥰🥰জীৱনটো সুখৰ বন্যাৰে উপচি পৰা মৰমলগা হেঁপাহ দেৱকণ্যা সদায়ে কুশলে থাকক❤
@mothuratalukdar4474
@mothuratalukdar4474 2 жыл бұрын
ফোন নাম্বাৰ দিব
@assamessvlog7846
@assamessvlog7846 2 жыл бұрын
এজনী মাক হোৱাটো বহুত শুভ ভাইগৰ কথা, সুকান্য বহুত সুখী দিয়া তোমালোক এজনী ছোৱালী পইছা ভালে কুখলে ডাঙৰ দীঘল হক তাৰে ভগবানৰ ওচৰত প্রথনা কৰিছোঁ,🙏🙏🙏
@ADevi-qe4vm
@ADevi-qe4vm 2 жыл бұрын
Congratulations to both of you 💐 Welcome to Assam Devkanya❤️❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@Bijoyadutta629
@Bijoyadutta629 2 жыл бұрын
@@dhunurumurlife6151 Muk back dia
@biologypathshala6851
@biologypathshala6851 2 жыл бұрын
I got tears out of happiness after watching this video 🤗🥲.... congratulations Sukanya baa and Debashis vindeu..
@mayurigogoi7490
@mayurigogoi7490 2 жыл бұрын
বহুত বহুত অভিনন্দন তোমালোকলৈ।মাইনালৈ বহুত বহুত মৰম আশীৰ্বাদ থাকিল।বৰ ধুনীয়া নাম দিলা দে ।
@bandanadas7096
@bandanadas7096 2 жыл бұрын
অভিনন্দন দুয়োজনলৈ 💞 কণমানিজনী বৰ মৰম লগা নামটোও ধুনীয়া 😘❤ ভগৱানে তিনিওজনকে ভালে কুশলে ৰাখক 👏
@assamesevloggersmitakhi1107
@assamesevloggersmitakhi1107 2 жыл бұрын
কণমানিজনীলৈ বহুত বহুত মৰম আৰু তোমালোকলৈ বহুত বহুত শুভেচ্ছা❤️
@kankanagogoi3940
@kankanagogoi3940 2 жыл бұрын
দুই জনলৈ বহুত বহুত অভিনন্দন জনালো ।আৰু কণমানি জনিক স্বাগতম জনালো ।আপোনালোকৰ সংসাৰ খন সুখেৰে ভৰি পৰক।💕💕🤗
@dipikavlogs8790
@dipikavlogs8790 2 жыл бұрын
Bhut bhut morom দেৱকণ্যা তোমাৰলৈ ।তুমি সোনকালে ডাঙৰ হোৱা ।তুমাক বহুত আৰ্শিবাদ আৰু মৰম ।বহুত শুভেচ্ছা থাকিল মাক আৰু দেউতাকলৈ❤️❤️
@lizadevi2067
@lizadevi2067 2 жыл бұрын
তোমালোক দুয়োজনলৈ বহু বহু বহু অভিনন্দন জনালোঁ.......তোমালোকৰ নতুন পৰীজনী সদায়ে কুশলে থাকে তাৰেই কামনা ভগৱানৰ ওচৰত...... দেৱকন্যা বহুত মৰম তোমালৈ 😘😘😘....
@kabitanath5619
@kabitanath5619 2 жыл бұрын
আমাৰ অকণমানি মাইনাজনীৰ লগতে তোমালোক দুয়ো জনলৈ বহুত বহুত বহুত মৰম থাকিল💓💓💓💓💓💓
@gayatrirajguru6854
@gayatrirajguru6854 2 жыл бұрын
দুয়োজনলৈ অভিনন্দন আৰু কণমানিজনীলৈ বহুত মৰম দিলোঁ 😘।নামটো বৰ সুন্দৰ ৰাখিলা।ঈশ্বৰে তোমালোকক কুশলে ৰাখক।
@nijaradas603
@nijaradas603 2 жыл бұрын
বহুত বহুত মৰম থাকিলে বা। এতিয়াৰ পৰাই লক্ষ্মীজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤️❤️❤️🥰
@manikabora5835
@manikabora5835 2 жыл бұрын
❤❤❤
@mbcreation6098
@mbcreation6098 2 жыл бұрын
আপোনালোক দুয়োলৈকে বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন আৰু দেৱকন্যা বহুত বহুত মৰম। সদায় কুশলে থাকা ।
@garimanath4397
@garimanath4397 2 жыл бұрын
কণমানি জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল 🥰🥰🥰😘😘😘♥️♥️♥️
@hengulia3203
@hengulia3203 2 жыл бұрын
ইমান মৰম লগা কনমানি জনী। বহুত বহুত অভিনন্দন জনালো তোমালোকলৈ । নতুন জীৱনতো যাতে ভালে য়ায় তাৰে কামনা কৰিলো।
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@vanuborthakur2909
@vanuborthakur2909 2 жыл бұрын
বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বা । ♥️♥️♥️ দেৱকন্যা লৈও বহত বহুত মৰম থাকিল।♥️♥️♥️
@armyblink97778
@armyblink97778 2 жыл бұрын
বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ,দেবকন্যাজনী বহুত মৰম লগা দেই বহুত মৰম তাইলৈ 😘😘❤❤
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@armyblink97778
@armyblink97778 2 жыл бұрын
@@BINDASSSUKANYA নিশ্চয় আমাৰ মৰম আৰু আশীৰ্বাদ সদায় থাকিব তাইলৈ 😘
@sumpisarma8853
@sumpisarma8853 2 жыл бұрын
God bless you deha manu,,,তোমাৰ জীৱন টো সদায় ৰঙীন হৈ পৰক কলিজা জনী,,সোনকালে ডাঙৰ হোৱা তুমি,,, ummmaahhhhh😍😍😍😍😍
@popychetia4228
@popychetia4228 2 жыл бұрын
ভিদিঅ টো চাই বহুত বহুত বেছি ভাল লাগিল। অকণমানি জনী ইমান মৰম লগা।💞💞💞❤️❤️❤️
@NitishaChutia
@NitishaChutia 2 жыл бұрын
Congratulations to both of you 💐❤ may God bless her ✨
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@balendas3937
@balendas3937 2 жыл бұрын
Kybkcvn
@kangkanasaikia1722
@kangkanasaikia1722 2 жыл бұрын
Congratulations to both of you ❤️
@balendas3937
@balendas3937 2 жыл бұрын
@@kangkanasaikia1722 miotevmuvikmlomknvbngxsu
@dipanjalimohanta4800
@dipanjalimohanta4800 2 жыл бұрын
দেৱকণ্যাৰ ভৱিষ্যত মঙ্গল কামনা কৰিলো। লগতে ভন্তি সুকণ্যা আৰু দেৱাশীষলৈ অভিনন্দন আগবঢ়ালো।
@k.s.p_gaming2221
@k.s.p_gaming2221 2 жыл бұрын
Congratulations,,Nam to bor dhunia.
@trishnalaskar23
@trishnalaskar23 2 жыл бұрын
বহুত বহুত অভিনন্দন জনালোঁ বা। কণমানিজনীৰ লগতে তোমালোকো কুশলে থাকা ❤
@core_skincare
@core_skincare 2 жыл бұрын
বহুত বহুত শুভেচ্ছা বা আৰু ভিনডেউ। ❤️,, আৰু ইমান এটা ধুনীয়া নাম দিলা। "দেৱকন্যা"❤️👍
@ganeshthakuria8081
@ganeshthakuria8081 2 жыл бұрын
বহুত বেছি ভাল লাগিল এইটো ভিডিঅ চাই। এই ভিডিঅ টো আপোনাৰ ছেনেলৰ বিশেষ ভিডিঅ। দেবকন্য লৈ বহুত মৰম আৰু আশি‌বাদ।😘💖 আপোনালোকলৈ শুভকামনা জনালো।
@sunayanaboruah5356
@sunayanaboruah5356 2 жыл бұрын
বহ বহু শুভেচ্ছা যাচিলোঁ আপোনালোক তিনিওকে🙏🌹 আগন্তুক দিনবোৰ মৰম চেনেহেৰে জিপাল হৈ পৰক আপোনালোকৰ জীৱন তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা🙏 কণমানিক বহু বহু মৰম আৰু আশীৰ্বাদ💝🤗 নাম এটি ভাবি আপোনাক জনালো- "দেৱাংগনা"
@MSB-e3x
@MSB-e3x 2 жыл бұрын
Congratulations to both of you,, নাম টো বহুত ধুনীয়া,,ঈশ্বৰে যেন তাইক সদাই সুস্থ আৰু সবল কৰি ৰাখে❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@MSB-e3x
@MSB-e3x 2 жыл бұрын
@@dhunurumurlife6151 sure
@ritupornabasu355
@ritupornabasu355 2 жыл бұрын
Nics Val dora thaka baa
@pujasaikia8931
@pujasaikia8931 2 жыл бұрын
মাতৃত্ব জীৱনলৈ শুভকামনা জনালোঁ বা❤️। আমাৰ ভাগিনীজনীক যাতে ভগৱানে কুশলে ৰাখে তাকে প্ৰাৰ্থনা কৰিছো। ভিডিঅ'টো চাই আবেগিক হৈ পৰিছিলো কাৰণ মাহী হোৱা আনন্দত । আপুনি ও নিজৰ যত্ন লব । তেতিয়াহে আমাৰ ভাগিন ৰ যত্ন লব পাৰিব। ভালে থাকক সদায় ।❤️
@mousumisaharia125
@mousumisaharia125 2 жыл бұрын
বহুত বহত ভাল লাগিল দেৱ কন্যা লগতে মাক দেউতাকৰলৈ অভিনন্দন জ্ঞাপন কৰিছো 🌷💚🙏
@dipunath6643
@dipunath6643 2 жыл бұрын
Bahut bahut morom thakil baa......bhogobane vle rakhok aponalokk....Love u debokanya♥️😘😘.....
@musfikaislam1353
@musfikaislam1353 2 жыл бұрын
So cute beti. God bless both of u maa n beti. Love frm Gelakey
@ashasmitasarmah
@ashasmitasarmah 2 жыл бұрын
তোমালোক দুয়োলৈকে বহুত শুভকামনা থাকিল ❤💐 আৰু কণমানি ❤দেৱকন্যা❤ লৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল ❤✨ ভালে থাকা সকলো ☺❤✨ Lots Of Love From Lakhimpur Bihpuria ☺✨
@nandaranikotoky5938
@nandaranikotoky5938 2 жыл бұрын
,
@samserabegum6429
@samserabegum6429 2 жыл бұрын
Bor val nam dai
@Bijoyadutta629
@Bijoyadutta629 2 жыл бұрын
Back me
@parchi641
@parchi641 2 жыл бұрын
Heartiest congratulations on having a cute little baby girl..May God bless you little angle...Loads of love to u angel n ur parents❤️
@rupamchetia5845
@rupamchetia5845 2 жыл бұрын
আপোনালোক দুয়োজনৰে নাম মিলাই দেৱকণ্যা ৰাখিলে বহুত ভাল লাগিছে।শুভকামনা থাকিল।
@nimishagoswami8666
@nimishagoswami8666 2 жыл бұрын
বহুত মৰম থাকিল দেৱকন্যালৈ।লগতে তোমালোক দুই জনলৈ শুভেচ্ছা থাকিল।ধুনীয়া ধুনীয়া vdo চাব পাম বুলি আশা থাকিল।
@rubibonia1416
@rubibonia1416 2 жыл бұрын
বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল মাইনাজনীলৈ♥️♥️♥️ সুস্থ আৰু শক্তি শালী হোৱা🥰🥰🥰 আশীৰ্বাদ থাকিল আমাৰ মৰমৰ দেৱকণ্যা লৈ 😘😘❤️❤️
@lunagayan3368
@lunagayan3368 2 жыл бұрын
বা এটা নতুন জীৱন 💜 congratulations to both of you😘😘🌼 God bless her✨
@amiagogoi7664
@amiagogoi7664 2 жыл бұрын
God bless you
@priyaDas-gc2gy
@priyaDas-gc2gy 2 жыл бұрын
তোমালোক সুখী হোৱা ❤
@Curious_guy10
@Curious_guy10 2 жыл бұрын
God bless you.❤️
@lalitakakati7899
@lalitakakati7899 2 жыл бұрын
অভিনন্দন জনালোঁ বা। দেৱকন্যা খুব সুন্দৰ নাম।মৰমলগা দেৱকন্যালৈ বহুত বহুত মৰম যাচিলোঁ😘😘❤️❤️ভালে থাকক কণমানিজনী।
@adentertainmend5066
@adentertainmend5066 2 жыл бұрын
সদায় ভালে থাকক, অনাগত দিনবোৰত সমূহে গৌৰৱ কৰিব পৰাকৈ পৰিচিত হ'ওক মৰমৰ দেৱকণ্যা সেয়াই ভগৱানৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা জনাইছোঁ
@priyankasaikia4908
@priyankasaikia4908 2 жыл бұрын
Xorogor pori Devokanya..........ata lesso ase from class 3.....tat asil ai nam tu God bless ❤️❤️❤️
@NikumaniVlogs
@NikumaniVlogs 2 жыл бұрын
Baa , আপোনালোকৰ ছোৱালী দেৱকন্যা বৰ মৰম লগা। দেৱাসিশ দাৰ নামেৰে দেৱ আৰু সুকন্যা বা ৰ নামেৰে কন্যা ।দেৱ+কন্যা=দেৱকন্যা। । বৰ ধুনীয়া নাম। আশা কৰোঁ মাইনা আৰু তুমি ভালে আছা। মাইনা আৰু তোমাৰ মঙ্গল হওক তাৰেই কামনাৰে --- আপোনাৰ শুভাকাঙশী
@bumonisvlog5550
@bumonisvlog5550 2 жыл бұрын
kzbin.info/door/asH-zhwrb4njMedywCNKNA
@mousumichetiavlog6935
@mousumichetiavlog6935 2 жыл бұрын
Hi Mur video Saba dei moi tumer friend hoi
@bumonisvlog5550
@bumonisvlog5550 2 жыл бұрын
@@mousumichetiavlog6935 ok moiu hobo khuju kzbin.info/door/asH-zhwrb4njMedywCNKNA
@Mother.purabi3378
@Mother.purabi3378 2 жыл бұрын
বহুত মৰমলগা কণমানিজনী।
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@bornaliborah1237
@bornaliborah1237 2 жыл бұрын
Congratulations to both of you 😍🥳🎊 May god bless her 🥰😚 Take care baa❤
@Moon_Kalita
@Moon_Kalita 2 жыл бұрын
Congratulations to both of you 😘. God bless to Devkanya 💓
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@pobitrabhatta2814
@pobitrabhatta2814 2 жыл бұрын
Sukanya + Devasis = Devkanya ❤️ bohut moromloga nam 😘😘😘 god bless her !
@astomgogoi9173
@astomgogoi9173 2 жыл бұрын
মৰম লগা হয় বহুত মৰম আৰু শুভেচ্ছা থাকিল নামটো বহুত ধুনীয়া
@praptipujabora735
@praptipujabora735 2 жыл бұрын
অভিনন্দন বা❤️✨ ভগৱানে কণমানি জনিৰ লগতে তোমাৰ পৰিয়ালটোক ভালে কুশলে ৰাখে যেন 🙌😘
@btsworld8637
@btsworld8637 2 жыл бұрын
May your baby be blessed with good health,love and laugher,Warmest congratulations on the birth of your sweet baby girl.Welcome to the world little one💖💖❤❤
@balendas3937
@balendas3937 2 жыл бұрын
Etcbk kgxbk
@parishmitakashyap7150
@parishmitakashyap7150 2 жыл бұрын
Heartiest congratulations to both of youu ❤️ lots of love and wishes to you little sweetheart...god bless youuu ❤️🧿
@sangeetabaruah7339
@sangeetabaruah7339 2 жыл бұрын
বহুত বহুত হিয়াভৰা অভিনন্দন যাচিলোঁ। কনমানিলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ।
@khimapriyomvlogs805
@khimapriyomvlogs805 2 жыл бұрын
খুউব ভাল লাগিল ভিডিঅ টো চায়।আৰু বিশেষ কথা এটাত বেছিকৈ ভালো লাগিল যে দেৱকণ্যা ৰ জন্মদিন ত মম নুনুমাই চাকি জলাম বুলি কোৱা।। লগতে আপোনালোক দুয়োকে বহুত শুভেচ্ছা থাকিল।।
@Mitashri_Khaund
@Mitashri_Khaund 2 жыл бұрын
অভিনন্দন বা❤️❤️ কণমানি জনিলৈ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ❤️
@Gitasree204
@Gitasree204 2 жыл бұрын
বা নামটো বহুত ভাল লাগিছে 😘❤😇 অকণমানি দেৱকণ্যালৈ অলেখ মৰম জাছিলো 😘😘😘 সদায় কুশলে থাকা ❤❤❤
@bidyawatiboruah982
@bidyawatiboruah982 2 жыл бұрын
Debo Konya long live.
@dearuniversepoetry5349
@dearuniversepoetry5349 2 жыл бұрын
Heartiest congratulations to both of you,Baa😊❣️
@assamesculturelittlepori8768
@assamesculturelittlepori8768 2 жыл бұрын
দেৱকন্যালৈ বহুত মৰম আশীৰ্বাদ থাকিল নতুন পৃথিৱী খনলৈ আদৰনি জনালো
@upakulparashar8628
@upakulparashar8628 2 жыл бұрын
My favorite assmese actress Love you maina ... Maina Tumi bhale thaka ... Love you maina❤️🥳❤️ .. god always bless you
@arabindavlogs300
@arabindavlogs300 2 жыл бұрын
Congratulations to both of you ❤️💐💐may God bless her 😍
@dolineog8014
@dolineog8014 2 жыл бұрын
Congratulations baa and vindew❤️🥺 stay blessed puwali joni❤️🌚
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@jumikalita4444
@jumikalita4444 2 жыл бұрын
Congratulations to both of you🎉.. May God bless her🥰
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@janmoni-sani4879
@janmoni-sani4879 2 жыл бұрын
Amar jumi hoi ne
@bhumikaminivlog
@bhumikaminivlog 2 жыл бұрын
Congratulations ba❤️❤️❤️❤️ মাইনা জনী আৰু আপুনি কুশলে থাকক🥰🥰🥰 আপুনি সোনকালে সুস্থ হৈ উঠক❤️❤️❤️মাইনা জনীৰ নামটো সচাকৈ বহুত ধুনীয়া লাগিছে🥰🥰
@kritishahazarika
@kritishahazarika 2 жыл бұрын
Aio 🥺 💓 tikli জনী লৈ বহুত বহুত মৰম ❤️ ভগৱানে সদায় ভালে ৰাখক 😘
@narsinbegum4171
@narsinbegum4171 2 жыл бұрын
Congratulations to both of you may god bless her✨✨💫💫
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@angitagogoi4607
@angitagogoi4607 2 жыл бұрын
ইমান মৰম লগা কণমাণিজনী 😘💞💗দুয়োলৈকে অভিনন্দন জ্ঞাপন কৰিলো 🙏🏻🌸
@arotimachari5509
@arotimachari5509 2 жыл бұрын
অশেষ মৰম আৰু শুভকামনা ❤️ভগৱানে কণমানি জনীক কুশলে ৰাখে যেন 🙏🙏
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@surabhisarmah7292
@surabhisarmah7292 2 жыл бұрын
নতুন জীৱনলৈ স্বাগতম। দেৱকণ্যাক ভগৱানে সদায় কুশলে ৰাখক। অভিনন্দন ও শুভেচ্ছা জনালো।
@pinkisaikia3837
@pinkisaikia3837 2 жыл бұрын
Bhut bhut morom lage cutipie jonik😘😘😘.. God bless you..
@riyanasrin9405
@riyanasrin9405 2 жыл бұрын
Congratulations to both of you ❤️ may god bless her❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim
@kaberikalita6847
@kaberikalita6847 2 жыл бұрын
Congratulations to both of u 🥰 God bless her ❤️❤️
@mridusmita9950
@mridusmita9950 2 жыл бұрын
বহুত ধুনীয়া অন্তৰ চুই যোৱা নাম , দেহাজনীক ভগৱানে কুশলে ৰাখক , লগতে বাৰ সুস্বাস্থ্য কামনা কৰিলোঁ... ❤️ মুন দা Congratulations 🥰
@bhupenkalita8938
@bhupenkalita8938 2 жыл бұрын
Very happy to see the Angel Garigaon Jewtipara Ghy 12
@violinadeka5409
@violinadeka5409 2 жыл бұрын
কনমানি ভাগিনি জনি লৈ বহুত মৰম চেনেহ যাচিলোঁ মাইনা বা আৰু আপোনালোকক অভিনন্দন জনালোঁ 😘😘😘
@gautamiborah
@gautamiborah 2 жыл бұрын
Aww... congratulations for the new phase of life......welcome angel....🧿🧿🧿
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello muru frd hba ni moiu back krim tumk
@trishnasarma3147
@trishnasarma3147 2 жыл бұрын
Congratulations to both of you
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@monasreehazarika7087
@monasreehazarika7087 2 жыл бұрын
Congratulations ❤ God bless you ❤
@BINDASSSUKANYA
@BINDASSSUKANYA 2 жыл бұрын
দেৱকণ্যা'ৰ হৈ ধন্যবাদ।। আশীৰ্বাদ কৰিব তাইক।।। 🙏🙏🙏
@Anannya8
@Anannya8 2 жыл бұрын
বহু ত মৰম যাচিছো মাইনী জনীক। উজ্বল ভৱিষ্যত কামনা কৰিলো
@purnimamajumdar1803
@purnimamajumdar1803 2 жыл бұрын
দেৱকন্যালৈ বহুত বহুত বহুত মৰম ,, ভালে থাকক কলিজাটো
@himakshikakati8199
@himakshikakati8199 2 жыл бұрын
Congratulations 🎉 to both of you ba and dada🤗...May God bless her ❣️
@bobitadutta8206
@bobitadutta8206 2 жыл бұрын
কনমানি জনীলৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল।শেৱালি বাইদেউৰ ফুৰ্তি দেখি বৰ ভাল লাগিছে
@archanamisra7153
@archanamisra7153 2 жыл бұрын
Name tu bahut val lagise...konmani jonik bhogobane aashirwad korok... Love you to 🥰... Congratulations to both of you....
@nikumaninathvlog4729
@nikumaninathvlog4729 2 жыл бұрын
Bohut ceut aru mor fav actor Tumi ba and happy birthday sukanya baa and God bless you 💝🎂
@chekonidhara4766
@chekonidhara4766 2 жыл бұрын
সচাকৈ বা নামটো হৃদয় চুই যোৱা 🥰🌼মাইনাজনীক সদায় ভালে ৰাখক ভগৱানে ।
@sumongogoi2617
@sumongogoi2617 2 жыл бұрын
Congratulations🎉🥳👏 Sukanya baa ru Debasish bhindew.. Konmani jonik aai prithibiloi swagotom ❤❤❤❤❤
@karabibhuyan8607
@karabibhuyan8607 2 жыл бұрын
Dhunia nam tikli tuloi bohut bohut mrm vale thaka sdai Tumi❤️❤️😘😘
@nitamalakar1743
@nitamalakar1743 2 жыл бұрын
Eman morom Laga mumuuu maa jni🥰 tai kin2 bhut lucky hob mane ...deutakr dore hob je🥰🥰🥰
@ruma_s
@ruma_s 2 жыл бұрын
অভিনন্দন জনালোঁ আৰু বহুত বহুত আশীৰ্বাদ কৰিছোঁ উজ্বল ভৱিষ্যতৰ কাৰণে 🥰🥰🥰 ভাল লাগিল চাই আৰু
@chandraneeborgohain8089
@chandraneeborgohain8089 2 жыл бұрын
বহুত বহুত শুভকামনা। বৰ মৰমলগা গোসাঁনি মাইনা। ভাল হওঁক সফল হঁওক কণমানি টি।
@sainikadutta8815
@sainikadutta8815 2 жыл бұрын
অকমাণি জনী বৰ মৰমলগা ..কণমানিজনী নামতো বহুত ধুনীয়া 💖💖😘
@khagorikamaina1866
@khagorikamaina1866 2 жыл бұрын
বা অভিনন্দন তোমালোকৰ পৰিয়াললৈ😍😘দেৱকন্যা মাইনা জনী 🥰😘তোমাৰ নিচিনা হয় যাতে😍🥰😘
@dharitreesahariah...573
@dharitreesahariah...573 2 жыл бұрын
Gukhai mnoh2k সদায় ভালে ৰাখক কুশলে ৰাখক ঈশ্বৰে....🙏🙏 Bhut bci moram ru akhirbad ♥️
@dipshikhadas7398
@dipshikhadas7398 2 жыл бұрын
Apunalukor iman hepah iman morom dekhi moi utfullito hoi golu.. 🥺 god bless her.
@shayaranigogoi9786
@shayaranigogoi9786 2 жыл бұрын
বহত বহুত শুভেচ্ছা আৰু মৰম থাকিল। আপুনাৰ এই ভিডিওটি সচাকৈ বহুত ভাল লাগিল
@nitubarua3352
@nitubarua3352 2 жыл бұрын
Congratulations to both of you,দেৱকন্যা খুবেই সুন্দৰ নামটো।কণমানি জনীলৈ বহুত মৰম আৰু শুভাশীষ জনালো।
@rashmibordoloi4335
@rashmibordoloi4335 2 жыл бұрын
Congress baa.. konmani joniloi bohut morom aru akhirbad korisu vogovane vale rokhauk... Love from morigaon Assam
@indiastalentassam7854
@indiastalentassam7854 2 жыл бұрын
Many many congratulations Baa Vindew💞😍 Konmani joni loi bohut bohut morom ❤️
@its_ilisha
@its_ilisha 2 жыл бұрын
All blessing to you and debashish da aru devkany..lots of love 💕💕
@pubalisaikia5521
@pubalisaikia5521 2 жыл бұрын
Bhut dhuniya naam rakhisa baa. Tumalukole bhut bhut xuvessha thakil aru konmani jonile bhuuuutt morom ❤❤
@binitamahanta7567
@binitamahanta7567 2 жыл бұрын
Bhutei Val lagil aponalkor khbr to pay, xuvessa thakil kanmani dabokanya loi. Nam dhunia milay rakhise xundar nam.
Mom had to stand up for the whole family!❤️😍😁
00:39
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 269 #shorts
00:26
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 2,3 МЛН
অন্তসত্বা | Assamese video
13:32
HULKATA হুলকাটা
Рет қаралды 314 М.
Mom had to stand up for the whole family!❤️😍😁
00:39