Рет қаралды 2,508
মোৰ ফাৰ্ম সোনালী কুকুৰাবোৰ#sunali chicken farm #sgrb farming #
🙏নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছো।
মোৰ ফাৰ্মখনত মই কেনেকৈ কুকুৰা পালন কৰি আছো তাৰে কিছুমান কথা আপোনাকলৈ আগবঢ়ালোঁ আশা কৰিলোঁ মোৰ ভিডিও চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পায় তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে যেন ধন্যবাদ।