মই কেনেদৰে পঢ়িছিলো, মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজৰ পঢ়া মেজৰ পৰা

  Рет қаралды 754,493

Assam Guide

Assam Guide

4 жыл бұрын

#dhritiraj_bastav_Kalita
#assam_guide
#hslc_result
#hslc_result_first_position
#hslc_first_postition_2020

Пікірлер: 822
@Islamic-km2bl
@Islamic-km2bl 2 жыл бұрын
মই এজন ছাত্ৰ। মইও ধৃতিৰাজ ভাইটিৰ পৰা বহুতো নজনা কথা শিকিলোঁ। ভাইটিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@user-ml5xj6qc9q
@user-ml5xj6qc9q 2 жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মইনা। ইমান সহজ নহয় দুয়োটা মূল পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাতো। তোমাক লৈ অসমবাসীয়ে বহুত আশা কৰিছে। আশাকৰোঁ তুমি অসমীয়া জাতিৰ ভোটাতৰা হৈ জিলিকি থাকিবা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। তুমি বহুত ডাঙৰ মানুহ হ'বা। আশীৰ্বাদ থাকিল।❤️
@charubaruah8843
@charubaruah8843 2 жыл бұрын
ইমান কম বয়সতে ইমান ভাবগধুৰ কথা ! ভিডিঅ'টো আগতে চোৱা হোৱা নাছিল । অতিশয় মুগ্ধ হ'লোঁ ধৃতিৰাজ বাবা । তুমি বিশ্ববন্দিত হোৱা ।
@bontiboruah5157
@bontiboruah5157 Жыл бұрын
ধৃতিৰাজৰ পিতৃলৈ অসীম শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ উচ্চ চিন্তা আৰু ভাৱনাৰ মূৰ্ত প্ৰতীক ধৃতিৰাজ বাস্তৱ কলিতা।
@gunvlog2372
@gunvlog2372 2 жыл бұрын
কথা শুনি থাকিবলৈ মন jai ভাইটি জনৰ ইমান সহজ সৰল ..সুস্বাস্থ্য হোৱা সদায় ভালে থকা ভাইটি ❤️❤️❤️
@ankurjyotisaikia4732
@ankurjyotisaikia4732 2 жыл бұрын
BESTBEST BEST😎😎🥰😎😎🥰😎😎😎🥰😎😎🥰😎😎💟💟💟💟💟💟💟💟💟💟💟💟💟💟
@BarshaBharali6677
@BarshaBharali6677 2 жыл бұрын
He maintained his consistency and secured 1st position in HS again. Proud of you Brother!❤️
@kanikadas9200
@kanikadas9200 2 жыл бұрын
অভিভাৱক হিচাপে তেওঁ কোৱা কথাখিনি একেবাৰে সময়োপযোগী আৰু যুক্তিসংগত। ধন্যবাদ থাকিল।
@ahmotivation5685
@ahmotivation5685 3 жыл бұрын
ধৃতিৰাজৰ ব্যৱহাৰতেই মই অনুমান কৰিব পাৰিছো যে সি বহুত বহুত সহজ সৰল মনৰ। ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@anjumalif4896
@anjumalif4896 3 жыл бұрын
Om ❤
@polibora7838
@polibora7838 3 жыл бұрын
@@anjumalif4896 p
@anjalibharali2220
@anjalibharali2220 3 жыл бұрын
Ati bhal lagil
@anjalibharali2220
@anjalibharali2220 3 жыл бұрын
Nitisikhar kotha gurutta je ase kuwa babe dhanyabad
@nirubora3660
@nirubora3660 3 жыл бұрын
8টটে।অষন
@mainaborah3395
@mainaborah3395 3 жыл бұрын
তেওঁ কোৱা ভাষা সমূহ অতিকৈ উচ্চ মানদণ্ডৰ ....বৰ সুন্দৰ
@bitopanbaruah3810
@bitopanbaruah3810 3 жыл бұрын
hi
@moonmoon9947
@moonmoon9947 3 жыл бұрын
Hii
@monbarashachangmai
@monbarashachangmai 3 жыл бұрын
Hii
@muhinibalamili1751
@muhinibalamili1751 3 жыл бұрын
Goi
@muhinibalamili1751
@muhinibalamili1751 3 жыл бұрын
Bohut guruttapurna kotha eman hundark koise teu👌👌🤙👍👍
@MChetia_Assam
@MChetia_Assam 3 жыл бұрын
He's the real Little Hero having wonderful moral knowledge. God bless u..., May God fulfill ur all dreams 🙏
@chandanadutta7315
@chandanadutta7315 3 жыл бұрын
Good spech
@jyotiranjannath5982
@jyotiranjannath5982 2 жыл бұрын
true
@kanubarla7761
@kanubarla7761 2 жыл бұрын
ধৃতিৰাজ দাদা তোমাৰ পৰা বহুতো ব্যক্তিগত কথা কেইটা সোনি বহুতো ভাল লাগিল । মই ও তোমাৰ দৰে পঢ়াত মনোযোগ দিম দাদা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@birenkalita2670
@birenkalita2670 Жыл бұрын
তোমাৰ পৰা বহুতো নজনা কথা জানিবলৈ পালোঁ দাদা বৰ ভাল লাগিল ❤️
@shilpibormudoi4573
@shilpibormudoi4573 3 жыл бұрын
বন্ধু খুব উৎফুল্লিত হ'লো তোমাৰ কথাত। অমায়িক তোমাৰ ব্যৱহাৰ। বহু কথা শিকিলো তোমাৰ পৰা। তোমাৰ লক্ষ্য পূৰণ হওক। খুৰাজনো ইমান সৰল মনৰ। ভাল লাগিল ভিডিওটি চাই। তোমাৰ কথা ময়ো মানি চলিম ভৱিষ্যত জীৱনত😊।
@rajendraprasadbania1655
@rajendraprasadbania1655 4 жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
@bitopanbaruah3810
@bitopanbaruah3810 3 жыл бұрын
hi
@tataborah1262
@tataborah1262 2 жыл бұрын
Good 🙋
@dharbojotiborah1960
@dharbojotiborah1960 Жыл бұрын
Umm xosa
@krishnaborah2420
@krishnaborah2420 2 жыл бұрын
ধৃতিৰাজ তোমাৰ মুখমণ্ডলত উজ্জ্বলি থকা জ্যোতিয়ে সকলোকে উজ্জ্বলাই তোলক৷বহুতো মৰম আৰু আশীৰ্বাদ থাকিল তোমালৈ৷ জ
@shamsunnahar7945
@shamsunnahar7945 2 жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ। তোমাৰ পিতৃ মাতৃ আৰু সহায় সহযোগিতা আগবঢ়োৱা সকলক অভিনন্দন জনালোঁ।
@kishorhaloi5563
@kishorhaloi5563 Жыл бұрын
মই লৰা জনকৈ তাৰ মা দেউতালৈ ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ লৰা ছোৱালী সপোন মা দেউতা দেখুৱাই
@sanjibsarmah8298
@sanjibsarmah8298 2 жыл бұрын
He got 1st Position in Hs final year from TRINITY (Congratulations brother)
@dr.girinbaruah5263
@dr.girinbaruah5263 3 жыл бұрын
❤️❤️মোৰ ভাগিন ক সকলোৱে আশীৰ্বাদ কৰিব🙏🙏
@ToponDas-mh1vr
@ToponDas-mh1vr Жыл бұрын
Umm
@Sanjib9x-tq1pr
@Sanjib9x-tq1pr 10 ай бұрын
😊😊😊😊
@DigantaGogoi-iy8bp
@DigantaGogoi-iy8bp 5 ай бұрын
Muk akhibad koribo hokoluye 🙏🙏🙏🙏
@dhritimanart
@dhritimanart 3 ай бұрын
jat ram
@Koushik-ql3qb
@Koushik-ql3qb 2 ай бұрын
Oo mama❤
@sabitrisvlog721
@sabitrisvlog721 2 жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ। তুমি আমাৰ সমাজ তথা দেশৰ সু নাম কঢ়িয়াই আনিলা❤️😘
@paragdas4056
@paragdas4056 3 жыл бұрын
Deutak or kotha khni akdom true...bhut bhal kotha koise deutake..bhut 😌 bhal lagil teur kotha xuni
@gkeverything1719
@gkeverything1719 4 жыл бұрын
ভিডিঅ'টিৰ জৰিয়তে শিক্ষাৰ্থী সকল বহুতো উপকৃত হ'ব……… ধৃতিৰাজৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
@assamguide
@assamguide 4 жыл бұрын
ধন্যবাদ আপোনালৈ
@bastavdhritiraj1127
@bastavdhritiraj1127 4 жыл бұрын
জীৱনৰ লক্ষ্য ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব
@gkeverything1719
@gkeverything1719 4 жыл бұрын
ধৃতিৰাজ তুমি আমাৰ বাবে গৌৰৱ।তোমাৰ সাফল্যৰ ধাৰা অব্যাহত থাকক। তুমি যদিও মোক চিনি নোপোৱা তথাপি তোমাৰ মা-দেউতা,খুৰা,মামাহতৰ লগত এক আন্তৰিক সম্পৰ্ক আছে। মই হেমন্ত বৰুৱা।মোৰ ঘৰ কৈকৰাত।চাকৰি সূত্ৰে বাহিৰত থকা বাবে তোমাক দেখা কৰিব যাব নোৱাৰিলো। দূৰৈৰ পৰাই মৰম আৰু শুভেচ্ছা জনালো।
@rajendraprasadbania1655
@rajendraprasadbania1655 4 жыл бұрын
ধৃতিৰাজৰ অনাগত দিনবোৰৰ উজ্জ্বল কামনা কৰিলো ।
@bhargovgogoi3916
@bhargovgogoi3916 3 жыл бұрын
dhritiraj tumi kun khon college ot admission lola
@barnalidutta8210
@barnalidutta8210 2 жыл бұрын
ধৃতিৰাজ তুমি আগুৱাই যোৱা, আমাৰ আশীষ থাকিল।
@simigogoi.4946
@simigogoi.4946 3 жыл бұрын
Keep his results aside , his speaking ability is most appreciable
@arnabdekavlog
@arnabdekavlog Жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছো
@tileswarboroo7529
@tileswarboroo7529 2 жыл бұрын
Iman moram loga loratu.god bless you beta❤️❤️❤️.Tumi aru bohut duroloi aguai jua....
@mamonidutta9715
@mamonidutta9715 2 жыл бұрын
ধৃতিৰাজৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো। আৰু আগবাঢ়ি যোৱা।
@FearlessYouths
@FearlessYouths 2 жыл бұрын
Tmi Bhai Agor Porai Bohut Talented. Tmr Kothabur r Mat Khube Xubola. Eibar HS tu Top Holder Hola. Tmi Yaar Prapya. Proud Of You Brother. Jibon t Aru Bohu Dur t Aguai Jua...
@lxpapumedhi554
@lxpapumedhi554 3 жыл бұрын
Moiu aber HSLC exam dim ......tmr kotha khuni ...moi bhut perona lav krisu.....moiu bisaru tmr dore hb ......🥰....
@hiteshsarma8516
@hiteshsarma8516 3 жыл бұрын
Feeling proud........ Dhritii..... U r my best Student.....forever.
@kxmusic777
@kxmusic777 2 жыл бұрын
Salute to You Bro,its not easy!!! 1st position in HSLC-2020 1st position in HS(Science)-2022 You are the Real Gem of our Region. Plz revive the uneducated society.
@priyakhi407
@priyakhi407 Жыл бұрын
Hi
@bipinnath1661
@bipinnath1661 Жыл бұрын
Fa
@assamesevlogs4119
@assamesevlogs4119 3 жыл бұрын
বহুত ভাল লাগিল । ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যতৰ বাবে মই আন্তৰিক শুভেচ্চা জ্ঞাপন কৰিলো। এনেকৈয়ে যাতে জীৱনত আগবাঢ়ি যোৱা তাকেই কামনা কৰিলো। ❤❤
@matin.gaming123
@matin.gaming123 2 жыл бұрын
Good
@assamesevlogs4119
@assamesevlogs4119 2 жыл бұрын
@@matin.gaming123 umm
@educationtechnology3575
@educationtechnology3575 Жыл бұрын
Hosai tumar dore moi hoboloi sesta korisu... Tumar kotha burote proman hoi je tumi khub bhall lora
@pronunciationwithrituraj4899
@pronunciationwithrituraj4899 2 жыл бұрын
ঠিক কৈছা দাদা তোমাৰ কথা বোৰ ভাল লাগিল
@sewalikalita9301
@sewalikalita9301 2 жыл бұрын
জীৱনত আৰু আগবাঢ়ি যোৱা ❤️
@puspanjaleegoswami6540
@puspanjaleegoswami6540 2 жыл бұрын
তোমাৰ পৰা বহুত অনুপ্ৰেৰণা লাভ কৰিলোঁ।
@bidyutphukan5360
@bidyutphukan5360 2 жыл бұрын
ধৃতিৰাজ আৰু তেওঁৰ দেউতাকৰ কথাখিনি বৰ ভাল লাগিল। ধৃতিৰাজ তোমাৰ ভবিষ্যত উজ্জল কামনা কৰিলো।
@anowarabegum5390
@anowarabegum5390 2 жыл бұрын
মাক‌ দেউতাকৰ কাৰনে আজি ল'ৰা ই এয়াই ফল দিছে ❤❤❤❤,🙏🙏🙏🌹🌹🌹🌹🌹
@annalatasaikia2434
@annalatasaikia2434 3 жыл бұрын
পিতৃ তথা পুত্ৰ দূয়োজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালো।
@sushmitagogoi6339
@sushmitagogoi6339 2 жыл бұрын
Bohut morom aru aakhirbaad tumaloi bhaity.. tumi amar axom or ejon hompod hoi wish you a very bright future keep shining always ❤️❤️
@informationquizsworld2694
@informationquizsworld2694 2 жыл бұрын
পিতৃ-মাতৃ সদায় এনেকুৱা হ'ব লাগে ।
@kishorbiswakarma2464
@kishorbiswakarma2464 2 жыл бұрын
God bless you ,aru val howak tumar .
@tonaybpg7004
@tonaybpg7004 2 жыл бұрын
Dhunia mat kotha lgote otike medha tumi ujoli utha moiuu jen tmr dre hbo nuarilew kintu bhal km kri jm
@hmkpritam7005
@hmkpritam7005 3 жыл бұрын
বহুত সুন্দৰ দাদা। আপোনাৰ জৰিয়তে বহুতো কথা জানিব পাৰিছো। আপোনলৈ ধন্যবাদ জ্ঞাপন কৰিছো । 🙏🏼
@assamguide
@assamguide 3 жыл бұрын
বহুত ধন্যবাদ আপোনালৈ
@opgaming123r5
@opgaming123r5 4 жыл бұрын
You are great dhritiraj dada
@hemarajbongshi7463
@hemarajbongshi7463 2 жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।💕💕❤️❤️
@bolithakur1394
@bolithakur1394 2 жыл бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ 🙏🙏🙏🙏
@nilimasaharia3958
@nilimasaharia3958 2 жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছোঁ। তোমাৰ দৰে ময়ো ভাবো সুস্থ সমাজ এখনৰ বাবে ১৯৮৭ চনৰ আগতে বিদ্যালয়ত চৰিত্ৰ পাঠ পুঠি খনৰদৰে এতিয়াৰ বিদ্যালয় বিলাকতো চৰিত্ৰ পাঠ পঢ়োৱাৰ প্ৰয়োজন হৈ পৰিছে।
@prasenjitnath1519
@prasenjitnath1519 2 жыл бұрын
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
@ranjubhuyan262
@ranjubhuyan262 2 жыл бұрын
সুন্দৰ ভৱিষ্যত কামনা কৰিলো ধৃতিৰাজ । তোমাৰ আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰওক ।
@thetechykid1725
@thetechykid1725 2 жыл бұрын
Example of consistency 🔥
@NorthEasttravelandfoodvlogs
@NorthEasttravelandfoodvlogs 2 жыл бұрын
Congratulations Dhritiraj
@angryprashfanangryarmyjind7057
@angryprashfanangryarmyjind7057 3 жыл бұрын
He say = I want to read medical line Me = moi BONMONTRI HOM ...POLITICS OT JAAAAM AA ...THAT IS MY DREAM🙂😌
@user-ud9mu8vx4r
@user-ud9mu8vx4r 10 ай бұрын
Dhritiraz baba tumi mor sowalijanik akanman asirbad dibason.tmak bhagabane aru besi Gyan diyak ❤❤
@dharmendrakaman1859
@dharmendrakaman1859 3 жыл бұрын
Long live your Education life
@DigantaKoch-ry1gb
@DigantaKoch-ry1gb Жыл бұрын
Proud of you brother 😊❤❤❤❤
@amitmahato7222
@amitmahato7222 2 жыл бұрын
change your path not your goal .....nice line 💫
@rumidoley8168
@rumidoley8168 Жыл бұрын
God bless you Dada
@pobitragamallmixture4141
@pobitragamallmixture4141 2 жыл бұрын
God bless him.
@Assamese_boy78
@Assamese_boy78 2 жыл бұрын
God bless you dhiritiraj
@chahejulali4481
@chahejulali4481 2 жыл бұрын
God bless you dhritiraj
@khanshortz3680
@khanshortz3680 2 жыл бұрын
Please pray for matric exam 2022 such that it takes place
@jonalibarman6027
@jonalibarman6027 2 жыл бұрын
তুমি আগুৱাই যোঁৱা🤝
@shippo3601
@shippo3601 3 жыл бұрын
Make your own strategy..... Because of we depend for everything from for the toppers....ex...notes,time of study....for this Assam's students can not succeed. Stop viewing strategy videos...make your own strategy.
@lekopeyoutubechannel9864
@lekopeyoutubechannel9864 2 жыл бұрын
Excellent💯 God bless🙏 u
@purnimasenapoti5174
@purnimasenapoti5174 3 жыл бұрын
This boy is very cute and genius 💐💐😊
@saratkoch1718
@saratkoch1718 2 жыл бұрын
Congratulation God bless you
@dipalikalita5655
@dipalikalita5655 2 жыл бұрын
Not practice make man perfect (perfect practice make man perfect)
@strugglingtosuccess24
@strugglingtosuccess24 3 ай бұрын
NOT perfect practice make man perfect ✓(perfect practice makes man perfect) ভুল ধৰাটো একেবাৰেই সহজ Maddam
@rinkubora6349
@rinkubora6349 2 жыл бұрын
God bless you always .you are a great man in your future life and a best singer same to zubeen gurg.
@mukutarrahman6232
@mukutarrahman6232 2 жыл бұрын
তোমাৰ কথা খিনি শুনি বহু ভাল লাগিছে
@palkalita6696
@palkalita6696 2 жыл бұрын
Apuni kuwa kotha khni mor khube vl lagsi aru moi agoraki sosaton matrii hispe apunar kotha khni t akmot
@kulennath6456
@kulennath6456 2 жыл бұрын
Keep going Dhritiman 👍
@pranjaltamulimusical3617
@pranjaltamulimusical3617 3 жыл бұрын
ধৃতিৰাজ ৰ কথাখিনিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি মই ভাবোঁ। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়োৱাৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ।
@assamguide
@assamguide 3 жыл бұрын
Bahut dhanybad #pranjal_tamuli_musical
@dk-lo5tj
@dk-lo5tj Жыл бұрын
Bhut stand kra lora suwali dkhilu...kin2 anekuwa 1st aji he dkhilu
@abhigameryt4089
@abhigameryt4089 3 жыл бұрын
Very inspiring video I will try this things in my life as I am going to give hslc
@assamguide
@assamguide 3 жыл бұрын
Thanks a lot. Good luck
@pankajpatgiri5841
@pankajpatgiri5841 2 жыл бұрын
Real hero😍
@tarusaikia657
@tarusaikia657 2 жыл бұрын
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
@shankarmallah4989
@shankarmallah4989 2 жыл бұрын
Tumaloi antarik dhanyabaad thakil dhrithiraj bastov kalita bhai ...🙏🙏🙏🕉🤲🔱
@Sansita123
@Sansita123 3 жыл бұрын
God bless you 🙏 dhitiraj 🙂❤
@XYZBSvlog
@XYZBSvlog 2 жыл бұрын
God bless you vaiti❤️ ,i m frm Nagaon(assam)
@kalpanasaikia5516
@kalpanasaikia5516 2 жыл бұрын
ধূতিৰাজ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@nibirmedico7740
@nibirmedico7740 2 жыл бұрын
Proud to be a Bjvian. My mother his teacher
@chittaranjankonwar3664
@chittaranjankonwar3664 2 жыл бұрын
Wish you a best result in exam go ahead
@chayanikamoranchmo8086
@chayanikamoranchmo8086 2 жыл бұрын
Dhitiraj dada apunar pora bohut hahokh paiso moiu apunar dore agbarhi jabloi sesta korisu apunar kothai bohut hahokh paisu apuni aru agbarhi jaok tare kamona korisu vogobanor usorot
@mrinalbhattacharyya1936
@mrinalbhattacharyya1936 2 жыл бұрын
Brilliant student...👏👏🤗🤗
@bhaskarsarma93
@bhaskarsarma93 3 жыл бұрын
We inspierd from you dada
@Park-dimpy
@Park-dimpy 2 жыл бұрын
I wish you a bright future
@JitaBorah58
@JitaBorah58 3 жыл бұрын
ধৃতিৰাজৰউজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
@anaya--yt
@anaya--yt 2 жыл бұрын
চচচচচচচচচচ
@ganeshdutta2039
@ganeshdutta2039 3 жыл бұрын
বহুত ভাল লাগিল দাদা আগবাঢ়ি যোৱা god blesse you☺
@jimiii_2k5
@jimiii_2k5 2 жыл бұрын
Good bless you❤❤ Dhiriraj dada
@gulnarkhatun7690
@gulnarkhatun7690 3 жыл бұрын
He is sooo good person.. I just love❤
@rajenbhuyan2792
@rajenbhuyan2792 2 жыл бұрын
God bless you.
@mantudas3746
@mantudas3746 2 жыл бұрын
মই আপোনালোকৰ আলোচনা বহু বাৰ দেখিছো শুনিছো বহুত ভাল লাগিছে , আলোচনা হব লাগে আপোনালোকৰ দৰে গঠন মুলক আপোনালোকক ধন্যবাদ
@assamguide
@assamguide 2 жыл бұрын
বহুত ধন্যবাদ আপোনালৈ। এনেধৰণৰ গঠন মূলক মন্তব্য বা দিহা পৰামৰ্শ ই আমাক উৎসাহিত কৰে।
@mantudas3746
@mantudas3746 2 жыл бұрын
কঠা খিনি শুনি বহুত ভল পালো
@jitendrakrnath5828
@jitendrakrnath5828 3 жыл бұрын
Go ahead dhritiraz
@mantudas9329
@mantudas9329 2 жыл бұрын
ধৃতিৰাজ খুড়া ভাল লাগিছে
@trishnarabha4328
@trishnarabha4328 2 жыл бұрын
😂
@alobalaray6397
@alobalaray6397 2 жыл бұрын
Brilliant student🤗
@rupjyotidutta568
@rupjyotidutta568 3 жыл бұрын
2mi hody aguai jua Dhritiraz 👍👍😘😘
@Dibakarpatar4x
@Dibakarpatar4x 10 ай бұрын
Dada tumi likhi likhi mukhostho korisila nki😊
@shahinakhtar6491
@shahinakhtar6491 2 жыл бұрын
Now I am feeling fully motivated
@user-zf2zj6tt4e
@user-zf2zj6tt4e 3 жыл бұрын
ভাল কৈই পৰিবা
Son ❤️ #shorts by Leisi Show
00:41
Leisi Show
Рет қаралды 9 МЛН
Useful gadget for styling hair 🤩💖 #gadgets #hairstyle
00:20
FLIP FLOP Hacks
Рет қаралды 11 МЛН
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 12 МЛН
GIANT umbrella by Tsuriki Show
00:15
Tsuriki Show
Рет қаралды 7 МЛН
আজি NKTVত বিস্ময় বালক!
36:42
NKTV PLUS
Рет қаралды 891 М.
Son ❤️ #shorts by Leisi Show
00:41
Leisi Show
Рет қаралды 9 МЛН