No video

আনৰ গোঁহালি ঘৰত থাকি পঢ়াশুনা কৰা ভাইটি দলে উজ্বলিল মেট্ৰিকত

  Рет қаралды 417,978

Jitumoni Neog

Jitumoni Neog

3 ай бұрын

আনৰ গোঁহালি ঘৰত থাকি পঢ়াশুনা কৰা ভাইটি দলে উজ্বলিল মেট্ৰিকত
ভাইটি দলেক সহায় কৰিবলৈ যোগাযোগ কৰক 9707179288

Пікірлер: 814
@pravachutia931
@pravachutia931 3 ай бұрын
ধনী মানুহবোৰে এনেকুৱা লৰাটোক সহায় কৰিলে ভগবানে বহুত আশীৰ্বাদ দিব ।
@user-nj1ro6ix2v
@user-nj1ro6ix2v 2 ай бұрын
😢😢 11:55
@kanakdeka3308
@kanakdeka3308 3 ай бұрын
বহুত দুখ লাগি গল দেই ,, লৰাজনক যাতে চৰকাৰে সহায় কৰে
@user-mf9mf6gm3d
@user-mf9mf6gm3d 3 ай бұрын
ভাইতি তোমাৰ জীৱন সুন্দৰ হওঁক ভগৱানে মঙ্গল কৰক ।
@rubidangoria8487
@rubidangoria8487 3 ай бұрын
ভাইটি তোমাৰ জীৱনটো উজলি উঠক। ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ।
@fjjsashklotfdcnncc
@fjjsashklotfdcnncc 3 ай бұрын
Good
@VitaliSoikia
@VitaliSoikia 11 күн бұрын
Good👍
@migangcpasung5114
@migangcpasung5114 3 ай бұрын
ভাইটি দলেক ধনেৰে সহায় কৰিব নোৱাৰিলেও আন্তৰিকতাৰে শুভেচ্ছা জনালো। ভগৱানৰ কৃপাত আগলৈ আগুৱাই যাওক এজন সুদক্ষ মানুহ হিচাপে নাম ৰাখক তাৰে কামনা কৰিলোঁ।
@LuitJatiyaBidyalayaLJB
@LuitJatiyaBidyalayaLJB 3 ай бұрын
ভাইটিলৈ আন্তৰিক শুভকামনা জনালোঁ ।ইমান কষ্টেৰে তেওঁ ভাল ফলাফল দেখুৱালে । আগলৈ আৰু আগুৱাই যাওক ।
@losermt999
@losermt999 3 ай бұрын
প্ৰকৃত দুখীয়া পৰিয়াল সকলেহে চৰকাৰী আঁচনি নাপায়।।😢😢 গাওঁৱৰ চৰকাৰৰ লিদাৰসকলে তেখেতৰ ঘৰখন দেখি নাপায় নেকি?? ঘৰখনৰ অবস্থা বেয়া বুলি।।😢😢😢😢
@hemalatachetia3765
@hemalatachetia3765 3 ай бұрын
চৰকাৰে সহায় কৰিব লাগে ।।ধনী মানুহ সকলে সহায় কৰিব। । লৰাটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।
@kamalsaikia7179
@kamalsaikia7179 Ай бұрын
ভগবানক প্রনিপাত জনাইছো তেখেতৰ সপোন বাস্তৱত ৰূপায়িত হওঁক। নতুন প্রজন্মৰ এক আদৰ্শ।
@ashokdas8961
@ashokdas8961 3 ай бұрын
জীৱন মানেই সংগ্ৰাম , সংগ্ৰাম কৰাৰ সাহস যাৰ আছে তেওঁ জীৱন যুদ্ধত জয়ী হবৈ । ভাইটি তোমাৰ ভৱিষ্যত জীৱন উজ্বল ই নিশ্চিত ।Best of luck & Wish U all the best ..... Actually You are the real HERO ....Thanks
@user-td6cd7vb4l
@user-td6cd7vb4l 3 ай бұрын
উৰুক্ষা পজা কেতিয়াও জীৱনত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ এই জন ছাত্ৰ ই দেখুওৱা লে তোমা লৈ বহু ধন্যবাদ থাকিল
@RupkantaPathori
@RupkantaPathori 3 ай бұрын
ৰাজনৈতিক দলসমূহে আৰু নেতা পালিনেতা সকল, মিচিং দল সংগঠন বিলাকে সাত পুৰুষলৈ কোটি কোটি টকা ধন ঘটে ।এইবিলাক লৰাক কিয় সহায় কৰিব নোৱাৰে।
@RupkantaPathori
@RupkantaPathori 3 ай бұрын
Where is Mising autonomous council .Why the council cannot support such kind of students.
@bilahkonwar5865
@bilahkonwar5865 3 ай бұрын
ভাইটি জনৰ সৰলতাৰ মনৰ কথা শুনি বহুতো ভাল লাগিছে ভগবানে মঙ্গল কৰক
@NipenHazarika-ny1hr
@NipenHazarika-ny1hr Ай бұрын
ধন্যবাদ জনাইছো ভাইতি বহুত ল'ৰা ছোৱালীয়ে সুবিধা পাই তোমাৰ নিচিনা দেখাৱ পৰা নাই।তোমাক বহুত ধন্যবাদ জনাইছো আশা ৰাখিলোঁ আৰুআগবাহি জোৱা বুলি আশা ৰাখিলোঁ।
@Rukmo9887
@Rukmo9887 3 ай бұрын
ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সহায় কৰিম,আপোনালোকেও সহায় কৰক। কাৰণ ভাইটী আজি ছাত্ৰ কালিলৈ দেশৰ,আমাৰ সমাজ সম্পদ।
@nirusaikia7631
@nirusaikia7631 3 ай бұрын
আগুৱাই যোৱা, ভগৱান সহায় আছে 🙏 দৰিদ্ৰতা জীৱনৰ হেঙাৰ নহয় ।
@khagenburagohain2357
@khagenburagohain2357 3 ай бұрын
ভাইটি দলেক এটা চেলুত জনাইছোঁ আৰু তেওঁৰ সপোন দিঠকত পৈনত হক তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা।
@konvlogs2886
@konvlogs2886 3 ай бұрын
দূখ লাগিল। ধন্যবাদ জিতুমণি নেওগ। লগতে ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@user-mb6xt2qr3i
@user-mb6xt2qr3i 3 ай бұрын
এনে মানুহৰ সদায় জয় পৰাজয় বুলি কথাই নাই❤❤❤
@Spoliz
@Spoliz 3 ай бұрын
নেদেখাজন তোমাৰ সহায় হওক💗💖
@ranjankrray8275
@ranjankrray8275 3 ай бұрын
ভাল লাগিল নেওগ দা Salute নেওগ দা এনেকুৱা ভিডিঅ'ৰ বাবে
@air33-ias53
@air33-ias53 2 ай бұрын
Tumar Bhobisyot bhal houk vaiti... You are an inspiration for the society... God bless you.
@user-bh9nq6rp3n
@user-bh9nq6rp3n 3 ай бұрын
ভাইতি তোমাক শতকোতি প্ৰনাম 🙏👍💯 জনাইছো মাক দেউতাকৰ লগতে তোমাক আন্তৰিক শুভেচ্ছা জনালোঁ
@punam3691
@punam3691 3 ай бұрын
তোমাৰ ভবিষ্যৎ উজ্জ্বল হওক ভাইটি,মৰম আৰু আশিবাদ থাকিল তোমালৈ লগতে মা লৈ। বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি
@PankajPegu-jr9ns
@PankajPegu-jr9ns 3 ай бұрын
Baiti Doley প্ৰকৃত Hero
@Tonmoydewri
@Tonmoydewri 3 ай бұрын
অশেষ ধন্যবাদ। CM sir a sohai কৰক।
@user-it7qv8sy4c
@user-it7qv8sy4c 3 ай бұрын
ভগবান যদি আছে তেনেহলে এনে মানুহৰ বাবেই আছে বুলি মোৰ বিশ্বাস
@BhumidharNath-im7ml
@BhumidharNath-im7ml 3 ай бұрын
ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি সৎকর্মত আগবাঢ়ি গলে কোনো বাধাই ৰাখিব নোৱাৰে। সাৰথি কেৱল মাত্ৰ একাগ্রতা আৰু একাগ্রতা থাকিলে সফল নিশ্চয়ই হব। আগবাঢ়ি যোৱা, আশীর্বাদ থাকিল!!
@pratapkalita8894
@pratapkalita8894 3 ай бұрын
তুমি আগবাঢ়ি যোৱা, ভগৱানে তোমাক সহায় কৰিব, লগতে চৰকাৰক অনুৰোধ জনাম যাতে লৰাজনক পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰে
@jagadishgoswami3494
@jagadishgoswami3494 3 ай бұрын
The real hero 🎉🎉 congratulations.
@nayanjitkonwar2894
@nayanjitkonwar2894 3 ай бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি। চিন্তা নকৰিবা এদিন তুমি ডাঙৰ মানুহ হবা আৰু ভগৱান তোমাৰ সহায়ক হ'ব। কেৱল এই ধাৰা অব্যাহত ৰাখা😊❤❤❤❤❤❤❤❤।
@bikramjitpegu
@bikramjitpegu 3 ай бұрын
ভাইটি দলে বহু ত দুখ লগা কথা 😢😢😢😢😢🙏🙏🙏। আগলৈ এনেকৈ আগোৱাই যায়
@user-ql5mk4qb2x
@user-ql5mk4qb2x 3 ай бұрын
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে।ৰৈ নাথাকিৱা আগুৱাই যোৱা।
@pratimdevi8759
@pratimdevi8759 3 ай бұрын
ভাইটিৰ অতি সুন্দৰ চিন্তাধাৰা, মাঁকৰ সপোন সাকাৰ হোৱাৰ পথত ,ধন্যবাদ ভাইটি, তোমাৰ সৰলতাত ঈশ্বৰে নিশ্চয় সহায় কৰিব ! আগুৱাই যোৱা I
@sarbanandarajkumar6356
@sarbanandarajkumar6356 3 ай бұрын
Vaiti Dole oxamor Real Hero. Oxomor natun prajanmoi vaiti Doler pora onuprerona pabo. Teonor. Vabishyat Uzzol kamona karilu
@bontisarmah7541
@bontisarmah7541 3 ай бұрын
হে প্ৰভু এই লৰাটোক চকু খুলি চোৱা চৰকাৰে সহায় কৰিব লাগে
@user-ct9gh5pr8c
@user-ct9gh5pr8c 3 ай бұрын
চৰকাৰে কিমান সুযোগ দি আছে কিন্ত এনেকুৱা মানুহ বোৰক কিয় ধুকি নাপায় 😢তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছো
@user-re5rn2vj6y
@user-re5rn2vj6y 3 ай бұрын
ভগৱানে তেওঁক ভাল মানুহ হোৱাত সহায় কৰক
@AnkurDoleyNatureLover
@AnkurDoleyNatureLover 3 ай бұрын
বহুত দুখ লাগিল ভাইতি, ভগৱানে তোমাৰ আশা পূৰণ কৰক 🙏🙏
@bitupanrajkhowa6239
@bitupanrajkhowa6239 2 ай бұрын
বহুত দুখ লাগিল লৰাজনৰ কথাখিনি শুনি।তেওঁ এই বয়সতে যথেষ্ট সংগ্ৰাম কৰিছে।মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এই ভাইটি টো অলপ কৃপাদৃষ্টি দিয়ক।তেওঁৰ ঘৰখন বনাই দিয়ক আৰু বিজুলী সংযোগ কৰি দিয়ক।আৰু মই ভাবো তেওঁ আগলৈ যি পঢ়িম বুলি ভাবিছে সকলো পঢ়াৰ খৰচ চৰকাৰে বহন কৰিব লাগে।কাৰণ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত,দেশৰ সম্পদ।আৰু মোৰ বিশ্বাস আছে এই লৰাজনে যদি ভালকৈ পঢ়িবলৈ অলপ সুবিধা পায় এদিন আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।ভাইটী তোমাৰ একাউণ্ট নম্বৰ টো দিবাচোন মই যি পাৰোঁ সহায় কৰিম। মোৰ নিজৰে নাই তথাপি যি পাৰোঁ সহায় কৰিম।আমাক যদি ভগৱানে ধন টকা পইচা অলপ দিলে হয়,আমি যদি ধনী মানুহৰ শাৰীত স্বীকৃতি পালো হয় তেতিয়া মই অকলেই এই লোৰাজনৰ পঢ়াৰ দায়িত্ব ললোঁ হয়।কিন্তু কি কৰিবা আমাৰ নিজৰেই ফুটা কপাল।বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যি যি এই video টো চাইছে প্ৰত্যেকেই অলপ চলপ পৰিমাণে হলেও লৰাজনক সহায় কৰক।যোনে যিমান পাৰে সহায় কৰক।যদি ১ টকাকৈ এক লাখ মানুহে সহায় কৰে তেতিয়াও এক লাখ টকা হব।গতিকে সকলো আগবাঢ়ি আহক আৰু ভাইটি টোক অলপ সহায় কৰক তেতিয়াহে সি আগবাঢ়ি যাব পাৰিব।
@nabajyotiray931
@nabajyotiray931 3 ай бұрын
তোমাৰ ভৱিষ্যত ভাল হক তাৰেই কামনা কৰিলো
@darkGamer42028
@darkGamer42028 3 ай бұрын
ভাইট দলেক এটা চেলুত জনাইছোঁ তোমি আগুৱাই যোৱা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।❤❤❤❤
@rajapegu7723
@rajapegu7723 3 ай бұрын
ভাইতি তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@lovefrombangaigaon3926
@lovefrombangaigaon3926 3 ай бұрын
কষ্টৰ ফল সদায় মিঠা❤
@user-qr2su2rf2z
@user-qr2su2rf2z 2 ай бұрын
বহুত দু:খ লাগিছে ঈশ্বৰে লৰাটোক আশীৰ্বাদ দিয়ে যেন তাকে কামনা কৰিলো।
@NDoley-yv8mk
@NDoley-yv8mk 2 ай бұрын
Jitumoni neog da anekuwa newsbur raijor majoloi ulai niyok bohutor babe preronadayok hob logote bhaiti Doley aru akbari dauk tar kamonare
@santadeuri7838
@santadeuri7838 3 ай бұрын
Bohut bhal lagil
@debenborah2905
@debenborah2905 3 ай бұрын
অলেখ-অযুত শুভেচ্ছা ভাইটিলৈ। জীৱনত বহুদূৰ আগবাঢ়ি যোৱা। কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'বা। ঈশ্বৰ আৰু চৰকাৰ তোমাৰ সহায় হওঁক। ঈশ্বৰে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ ❤❤🙏 তোমাৰ পিতৃ-মাতৃকো সেৱা জনাইছোঁ 🙏🙏 সাধ্যানুশাৰে ভাইটিক সহায় কৰিবলৈ চেষ্টা কৰিম
@narayannath8410
@narayannath8410 3 ай бұрын
ভাইটি দলে , তোমাৰ ভবিষ্যত জীৱন উজ্বল হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘাযু হোৱাৰ বাবে ভগৱানৰ চৰনত শতকৌটি প্ৰণাম জনালোঁ।
@nabajitdeka279
@nabajitdeka279 3 ай бұрын
সৌ তাহানিৰ পৰা আজিলৈকে আপোনাৰ সংবাদত নতুনত্ব, চতুর্থ স্তম্ভৰ ভ্যেলু আছে। ভাল লাগে জিতুদা।
@user-jk4oe6xk5f
@user-jk4oe6xk5f 3 ай бұрын
ভাইতি ভগৱানে তোমাক সহায় কৰিব চিন্তা নকৰিবা
@pabinsarma2989
@pabinsarma2989 3 ай бұрын
চৰকাৰে সহায় কৰক পৰিয়াল আৰু প্ৰতিভা বান ছাত্ৰ জনক,, অনুৰোধ জনালোঁ
@smritiborah6778
@smritiborah6778 3 ай бұрын
Loratu a ei boyokhot bohut hapun dekhise bohut motivated lora val lagil,tumar vabishot bahut val habo enekoi sesta kori thaka edin tumi jiliki uthiba ,vaiti
@bhabendoley6151
@bhabendoley6151 3 ай бұрын
Eyat joy sree ram kihor?, antorikota dibo lage, aag barhi juwa,kripa korok nedekajone
@user-vx4rj5lu4w
@user-vx4rj5lu4w 3 ай бұрын
মনোবল আৰু বাঢ়ক ।সৰস্বতী আই কণ্ঠত ৰওক 🙏
@nandeswartaye805
@nandeswartaye805 3 ай бұрын
বহুত বহুত ভাল লাগিল ধন্যবাদ থাকিল 🌹👍🏼 হৈছে
@thageswaribaro1853
@thageswaribaro1853 3 ай бұрын
Manar saktie sakulu durbalatak prashay nidiba God bless you. ❤❤❤❤❤
@atulchetia91996
@atulchetia91996 3 ай бұрын
ভাইটি তুমি লক্ষত ‌উপনিত ‌‌হুৱা তোমাৰ দক্ষতাৰ যোগ্য ভগৱান ওচৰত পৰ্থনা জনাইছোঁ
@NITUKURMEEMANGE
@NITUKURMEEMANGE 2 ай бұрын
CONGRATULATIONS 🎉🎉🎉 BHAITI BROTHER ।।। আগুৱাই যোৱা জীৱনত 🎉🎉🎉
@jayantabora5037
@jayantabora5037 3 ай бұрын
ভাটি তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
@Bhagyu670
@Bhagyu670 3 ай бұрын
বহুত দুখ লাগিল।ভগৱান সহায় কৰক
@bikashrojok7971
@bikashrojok7971 3 ай бұрын
শুভেচ্ছা জনালোঁ ভাইটি ❤❤❤
@MridulGogoi-be5zf
@MridulGogoi-be5zf 2 ай бұрын
এওলোকেই অসমৰ গৌৰৱ।। ❤‍🩹🥰👍গৌৰৱ অনুভৱ কৰিছো ভইটি দলেৰ এই কঠোৰ সংগ্ৰাম দেখি। ❤‍🩹👍
@joypadun7771
@joypadun7771 3 ай бұрын
ভাইতি দলে, তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ।
@monalishaduttasaikia3025
@monalishaduttasaikia3025 3 ай бұрын
আৰু আগুৱাই যোৱা ,,, বহুত বহুত শুভেচ্ছা তোমালৈ🎉
@dhanmaniscreativity8134
@dhanmaniscreativity8134 3 ай бұрын
উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি তোমাক
@lakhyajyotidas2594
@lakhyajyotidas2594 2 ай бұрын
ভগবানৰ ওচৰত কামনা কৰিলো 😊😊😊
@pikumoniDoley
@pikumoniDoley 3 ай бұрын
Bohut bhal lagil,anedore aguwai jua.
@maryborah584
@maryborah584 3 ай бұрын
Kio nedekhe sarkare. Ane bixoi buror babe investigation kori manuh potha obo lage. Xosai proud you.
@dipankarkalita5767
@dipankarkalita5767 2 ай бұрын
অসমৰ গোটেই মানুহবোৰে এনেকুৱা মানুহবোৰক অকনমান সহায় কৰিব লাগে
@krishnakakaty2624
@krishnakakaty2624 3 ай бұрын
Bohut. Dukh loga. Kahini. Aru. Aguwai. Juwa. Tar. Kamonare. Thank. You
@nemuramgorh6812
@nemuramgorh6812 3 ай бұрын
ভাইটি তুমি ইমান কষ্ট কৰি পঢ়িছা , তোমাৰ ভবিষ্যত লক্ষ্য এদিন পূৰ হবই । ভালকে পঢ়া-শুনা কৰা তুমি যি আশা কৰিছা তোমাক ভগৱানে সহায় কৰিব 🎉🎉
@sineswarmoran4006
@sineswarmoran4006 2 ай бұрын
তোমাৰ নামটো ' ভাইটি ' । এতিয়া তুমি মৰমৰ ভাইটি । কথাবোৰ শুনি বৰ ভাল লাগিছে ; কিন্তু তোমাৰ দুখ: বোৰ দেখি শুনি অন্তৰে উচুপিছো 🥲 ! তোমালৈ অলেখ শুভ কামনা জনালোঁ। ভবিষ্যতে তোমাৰ অপাৰ শুভ হওঁক।
@rosanchetry5663
@rosanchetry5663 3 ай бұрын
Abdul Kalam ha ya 1 din ya iAS bana ga 😮😮😮😮😮
@RanjumoniKonwar
@RanjumoniKonwar 3 ай бұрын
Bohut dukh loga kotha 😢😢😢
@user-gf1kh2yx1t
@user-gf1kh2yx1t 2 ай бұрын
Good
@user-gf1kh2yx1t
@user-gf1kh2yx1t 2 ай бұрын
Bahita
@g.t.n.khicirivlog-ec5vu
@g.t.n.khicirivlog-ec5vu 3 ай бұрын
Bohut val lagil Babu tumi aguwai jua God bless you ❤
@MousumiThakuria
@MousumiThakuria 3 ай бұрын
God bless you tumi jate anekoi aguai jua
@nikumonikalita427
@nikumonikalita427 3 ай бұрын
Aya akuta ujjal nakhyatra. God bless u always..plz help govt
@reshnakumbang8053
@reshnakumbang8053 3 ай бұрын
Great report collection
@user-xm3tg6io7c
@user-xm3tg6io7c 3 ай бұрын
Good blash you.
@juhitakalita1871
@juhitakalita1871 3 ай бұрын
মন ভৰি গ'ল ভিডিঅ'টি চাই ... শুভকামনা ভাইটি😊
@user-un6eu9qq4s
@user-un6eu9qq4s 3 ай бұрын
🙏dhoinobad bhaiti tumar nishina lorai lage hokoluke duk kosto korabuja ishwore tumak kamona kore🙏
@aparajitatamuli7273
@aparajitatamuli7273 3 ай бұрын
এই য়াই অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা❤😢🎉
@QuestionbankEnglish
@QuestionbankEnglish 3 ай бұрын
টেলেন্টৰ লগত জাতিৰ প্ৰশ্ন নানিব
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 2 ай бұрын
ভাইটীলৈ শুভেচ্ছা জনালোঁ ভগৱানে সদায় কুশলে ৰাখক তোমাক আগুৱাই যোৱা কষ্টৰ ফল সদায় মিঠা হয় বহুত বহুত ধন্যবাদ জনালোঁ তোমাক ❤🙏
@pabinsarma2989
@pabinsarma2989 3 ай бұрын
বহুত ‌বহুত‌‌ শুভেচ্ছা জনালোঁ ভাইটি দলে লৈ
@sambhuchoudhury4602
@sambhuchoudhury4602 3 ай бұрын
God bless you Bhaity aru aguyai joa ashirwad koriso dei
@pranitasaikia5164
@pranitasaikia5164 3 ай бұрын
ভাইতিলৈ আন্তৰিক শুভকামনা জনালোঁ,,আগলৈ আৰু আগুৱাই যাওক ।
@user-kd9rh8mf7h
@user-kd9rh8mf7h 3 ай бұрын
তোমাৰ যাত্ৰা হওঁক সূৰ্যৰ দিশলৈ। তুমি আকাশৰ উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকা।
@BimalaAdhikari-yz2bh
@BimalaAdhikari-yz2bh Ай бұрын
Don't give up and keep it up bhaiti dole👍and Congrats 🎊🎉
@user-ol3sr5iw1c
@user-ol3sr5iw1c 3 ай бұрын
Bohut dukh lagil,vaiti2 r ujjol bhobissyt kamona korilu,❤❤❤❤
@user-vc1uo5tq8r
@user-vc1uo5tq8r 3 ай бұрын
Very very congratulations to Bhaiti Doley l prospectus your future life
@manashjyotigogoi5378
@manashjyotigogoi5378 2 ай бұрын
ভাইটিলৈ অশেষ শুভকামনা ও মৰম যাচিলোঁ। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক, ভগৱানে তোমাৰ মঙ্গল কৰক; এয়ে আমাৰ প্ৰাৰ্থনা।🙏🏾
@p.doleyvlogsmajuliassam8343
@p.doleyvlogsmajuliassam8343 3 ай бұрын
Big Congratulations Bro.Bhati Doley🙏❤❤❤🙏
@dipanitamedok6181
@dipanitamedok6181 3 ай бұрын
Very good beta aag barhi jua
@apurbabaida383
@apurbabaida383 2 ай бұрын
Aguwai jaok.Xofol howk tare kamona korilu.
@sunjitsaikia25
@sunjitsaikia25 2 ай бұрын
Vaiti jonoloi bohut dhonyabaad gyapon korisu teu emaan dhunia koi aaru bohut kostore pohi teu vaaldore paas korise mur bohut vaal laagise vaiti jonoloi aaru vaaldore aaguwaai jaawok aaru aagoloi aaru vobisyote teu vaal saakori korok taarei kaamonaare❤❤❤❤
@kk-bf6ol
@kk-bf6ol 3 ай бұрын
সামান্য হলেও কিবা এটা সহায় কৰাৰ ইচ্ছা হয় ।তেনে একো ব্যৱস্থা নাৰাখিলে দেখোন ?
@Spoliz
@Spoliz 3 ай бұрын
description ot no 2 ase .💗
@thenaa2076
@thenaa2076 3 ай бұрын
contact him 9707179288
@DaimariMonoranjan-vq1rs
@DaimariMonoranjan-vq1rs 3 ай бұрын
Good brather
@ranjudaimary1792
@ranjudaimary1792 3 ай бұрын
Khakalu raijoi anirudh jate loratuloi jate arthik khaya aagboraboloi dhanyabad
@White-vt9yy
@White-vt9yy 3 ай бұрын
😳Tumi real legend 😢
@Priyanshbodo
@Priyanshbodo 2 ай бұрын
Xub xundor vaity ❤ agoloi val manuh hoba nijor family tu valkoi saba kobo loi nalage tumi dekhi buja goise 🥰 aru bhut morom loga vaity tu ❤❤❤❤❤
@jsyoutubechannel8927
@jsyoutubechannel8927 3 ай бұрын
Hats off brother..👏👏👏 keep shining..
Я обещал подарить ему самокат!
01:00
Vlad Samokatchik
Рет қаралды 8 МЛН
Каха заблудился в горах
00:57
К-Media
Рет қаралды 9 МЛН
Amazing weight loss transformation !! 😱😱
00:24
Tibo InShape
Рет қаралды 63 МЛН
Dotma bajarni miting|| Dr mama pwidwng #Nijira barman
26:32
Nijira Barman
Рет қаралды 7 М.
Я обещал подарить ему самокат!
01:00
Vlad Samokatchik
Рет қаралды 8 МЛН