| MA KAALI | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR | 2016 |

  Рет қаралды 1,934,993

Prostuti Porasor

Prostuti Porasor

Күн бұрын

Пікірлер: 646
@mintudeka596
@mintudeka596 4 жыл бұрын
বহুত ভাল লাগিল নাতকখন চাই। অসমীয়া চিনেমা চোৱাত কৈ থিযেটাৰ চালে বেছি ভাল লাগে ।সকলোৰে ভাল অভিনয হৈছে
@jinaborah129
@jinaborah129 8 ай бұрын
@nirmalichowdhry855
@nirmalichowdhry855 11 ай бұрын
মৃদুল, প্ৰস্তুতি... বাপৰে মঞ্চ কপোৱা যুৰী ❤️❤️👍👍👏👏
@NarayanDas-ib9xb
@NarayanDas-ib9xb 3 жыл бұрын
কবলৈ ভাষা নাই কি কম মজা লাগিছে বোৱাৰীৰ অভিনয় 👍👍👍জয় মা কালি🙏।
@samudrasarma.600k6
@samudrasarma.600k6 4 ай бұрын
❤😅😊
@moinamun4170
@moinamun4170 3 жыл бұрын
Joi ma Kali...maje maje sai Mon tu val lage. Xahokh gotuat xohai korise ...Joi prostuti ba...❤️❤️😘
@diliptalukder2146
@diliptalukder2146 4 жыл бұрын
কি তেজাল কাহিনী ,কি তেজাল যৌৱনপুষ্ট অভিনয় ৷নষ্টালজিয়াই খেদি আহে এইবোৰ দেখিলে ৷মিলনমালাৰ পৰা আৰম্ভ কৰি আজিলৈকে সময় যদি পাইছো এৰা নাই ৷এই ভ্ৰাম্যমাণ থিয়েটাৰৰ সোৱাদ ৷বসন্ত চানাৱালাৰ চানা খাই খাই সেই আমেজ অজান মুলুকত গলেও পাহৰিব নোৱাৰিম ৷ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰন কামনা কৰিলোঁ ৷
@assameseap5873
@assameseap5873 4 жыл бұрын
Mojjaaa prastuti baa...ai natok khon moi bisari a asilu...aji sai khosa koi bohut vall lagise....Ai natok khon ami amr gaont a korim....Natok khon moi bohut vall paw..bohut vall lage sai O baa........
@evanisaikia5680
@evanisaikia5680 4 жыл бұрын
ইমান সুন্দৰ হৈছে,,, চকুপানী ওলাই গল গে,,
@sujyapatar5459
@sujyapatar5459 4 жыл бұрын
Tq
@debasishburagohain5564
@debasishburagohain5564 4 жыл бұрын
ভৱানীপুৰত চাইছিলো এক Bolero Camper আগে- পিছে উঠি। খুব ভাল লাগিছিল। Thanks for this Digital edition.
@amarassam8715
@amarassam8715 4 жыл бұрын
মই ও ভাৱানীপুৰতে চাইছিলো
@kushaldeka2645
@kushaldeka2645 4 жыл бұрын
বহুত ভাল লাগিল।সকলোৱে অপূৰ্ব অভিনয় আগবঢ়াইছে।
@digantakalita258
@digantakalita258 3 жыл бұрын
Kkknk8
@digantakalita258
@digantakalita258 3 жыл бұрын
Nkk8okknnknkk8n8nknkkó8nk
@Kaushik632
@Kaushik632 Жыл бұрын
দুৰ্দান্ত অভিনয়, আৰু সংলাপ....এই নাটকখন এতিয়া লৈকে ১০০ বাৰৰ ওপৰত চালোঁ। প্ৰায়ে চাওঁ। বহুত বেছি ভাল পাওঁ।
@ParagDas-ce9mu
@ParagDas-ce9mu 5 ай бұрын
Hi,ba❤️♥️👍
@simantasaikia8638
@simantasaikia8638 3 жыл бұрын
ভাল লাগিল । সকলোৰে বৰ সুন্দৰ অভিনয় । আজিৰ সমাজলৈ এটা সুন্দৰ নিদৰ্শন আগবঢ়াই দিলে বা । সমাজৰ মানুহে নাৰীক " মা কালি " নসঁজাই " মা লক্ষ্মী " সঁজাবলে যত্ন কৰক । শুনি আছো , দেখি আছো বহু অবলা নাৰীৰ প্ৰাণ গৈছে , যন্ত্ৰনাত ভূগি আছে । ক্ষমা কৰিব বা , এইবোৰ কথা ইয়াত ক'ব নালাগিছিল ক'ব মন গ'ল কৈ পালো ।
@santanudas6387
@santanudas6387 4 жыл бұрын
পস্তুতি বা আপোনি আমাৰ গৌৰৱ।আপোনা অভিনয় মোক সচাই পাগল কৰে।লগ পোৱা বহুত হেপাহ আছে আপোনাক।অলপ যদি কথাকে পাতিব পাৰিলো হয় আপোনা লগত বহুত আনন্দ পলো হয় বা।
@historyassam6192
@historyassam6192 4 жыл бұрын
Hi Santanu moi o tmr nisina ajon anuragi hoi khub vl pau prastuti bar avinoy sai. Aru tmi kt thaka tmk ko lg koribo lage abar
@dimpibarman8283
@dimpibarman8283 4 жыл бұрын
বহুত ভাল লাগিল চাই ,,,বহুত সাহস পবো নিৰ্যাতিত ছোৱালী বোৰে চাই ,,,,,নাৰী অবলা কেতিয়াও নহ য়,,,,,,,প্ৰথম বিয়া পিছত মৃদুল দা সংলাপ খিনি কৈ থাকোঁতে কব নোৱাৰাকৈ চকু পানী ওলাই আহিছিল
@kulubiki2309
@kulubiki2309 4 жыл бұрын
Ba sakupanibur emankoi kio uliowa o, maram diya muk khonetu eatkoiu tejjadi o ba, সচাকৈ তুমি মহাৰানী বা, আগন্তুক দিনবোৰত ইয়াত কৈও আগুৱাই যোযৱাৰ অশেষ শুভকামনা থাকিল এই ভাইটিতোৰ পৰা।।
@amarjitkalitaamarjitkalita1268
@amarjitkalitaamarjitkalita1268 Жыл бұрын
Ajihe salu bor vall lagill...👌👌👌👍👍❤️❤️
@sabitakalita3949
@sabitakalita3949 Жыл бұрын
কলিজাৰ ফুলপাহ শুকাই গ'ল ও কোনেও নিদিলে পানী আৰু কাৰোবাৰ লাগিছে পিয়াহ কেনেকৈ আনি দিও গোলাপ এপাহি......💗🔥
@chumidas1057
@chumidas1057 4 жыл бұрын
সুন্দৰ নাটক বা,সচাঁয় নাৰী যে দুৰ্বল নহয় তাক প্ৰমাণ কৰি দেখুৱালে...সচাঁই বহুত ভাল লাগিল প্ৰস্ততি বাৰ অভিনয় বৰ সুন্দৰ
@the-fraky99
@the-fraky99 4 жыл бұрын
বা হৃদয় চুই যোৱা অভিনয় তোমাৰ....আগুৱাই যোৱা বা...
@monsumkashyap800
@monsumkashyap800 2 жыл бұрын
জয় মা কালী।।। অতি সুন্দৰ অভিনয় প্ৰস্তুতি বা ।।। আপুনি মোৰ সদায় প্ৰিয়।।।🙏🙏🙏❤❤❤❤
@desitigers9162
@desitigers9162 4 жыл бұрын
মৰমে মৰম বিচাৰে, শান্ত শিষ্ট মহাদুষ্ট , ৰাংঢালী ছোৱালী , এইকেইখন নাটক ও দিওক বা
@samnurali8066
@samnurali8066 3 жыл бұрын
Right
@axoma2zvideo
@axoma2zvideo 4 жыл бұрын
বা আৰু নাটক দিব চোন মই বহুত ভাল পাওঁ ভ্ৰাম্যমাণ জগত খন😍😘
@trailokyadeka5225
@trailokyadeka5225 3 жыл бұрын
আৱাহনৰ ''মা কালী'' নাটক খনত সচাকৈ নাৰী শক্তিৰ সুন্দৰ উপস্থাপন কৰিছে, এইক্ষেত্ৰত নাট্যকাৰৰ শলাগ লৈছোঁ লগতে এনেকুৱা গঠন মুলক নাটক আগলৈ পাম বুলি আশা কৰিলো।
@bibhutiborah
@bibhutiborah 4 жыл бұрын
Bohut dhunia lagise ba..muru bohut axa thaki goal .goisilu odisonr namot mur pa toka khale direktore
@DepaDas-g8l
@DepaDas-g8l Жыл бұрын
Bohut besi Val lagise , ontor sui goise❤❤❤
@hkmusical3965
@hkmusical3965 4 жыл бұрын
Amazing Parstuti Baa❤️❤️❤️🙏🙏🙏
@KalitaHarakanta
@KalitaHarakanta 11 ай бұрын
জয় মা কালী জয় বহুত বহুত ভাল লাগিছে
@abhigyanrawani
@abhigyanrawani Жыл бұрын
একো ক'বলৈ ভাষা নাই। প্ৰস্তুতিবা আৰু মৃদুলদাৰ দুৰ্দান্ত অভিনয় মোৰ প্ৰশংসাৰো উৰ্দ্ধত। অনাগত দিনত অধিক আশা কৰিলোঁ।
@bimalkumarnath4652
@bimalkumarnath4652 4 жыл бұрын
থিয়েটাৰ মোৰ বৰ প্ৰিয়, কিন্তু বহু ভিতৰুৱা ঠাইত থকা বাবে প্ৰবল ইচ্ছা থাকিলেও ছোৱাৰ সৌভাগ্য নহয়, আপোনাৰ এই প্ৰচেষ্টা নি্ঃসন্দেহে প্ৰশংসনীয়, আমাৰ দৰে দৰ্শকৰ বাবে এই সুবিধা কণ দিয়াৰ বাবে আপোনালৈ কৃতজ্ঞ জনালোঁ।
@manashmedhi9972
@manashmedhi9972 4 жыл бұрын
বৰ, ধুনীয়া লাগিছে বা, মই আপোনাৰ নাট, চাই বৰ, ভাল পাওঁ
@sibanirajkhowa6203
@sibanirajkhowa6203 4 жыл бұрын
প্রস্তুুতি বাৰ এই অভিনয় বোৰে আমাৰ দৰে ছোৱালী/ নাৰী / মহিলা/ সকলক শক্তিশালী কৰি তোলে🙏
@gyanashree5985
@gyanashree5985 3 жыл бұрын
Wahh...what a acting...mridul Bhuyan da..🙏🤗😍
@kaushikdas-of8bp
@kaushikdas-of8bp 4 жыл бұрын
Mridul dar krne ata ❤👍like
@santushlukhurakhan836
@santushlukhurakhan836 4 жыл бұрын
Val lagesa
@7stuhin.mmedia
@7stuhin.mmedia 4 жыл бұрын
Spammers
@labanyabarman4921
@labanyabarman4921 4 жыл бұрын
@@santushlukhurakhan836the
@hemendas5241
@hemendas5241 3 жыл бұрын
Fv
@nomitagogoi8870
@nomitagogoi8870 3 жыл бұрын
'তই মোৰ একোয়েই নহয়'  Bohut val lagile
@babitaray6754
@babitaray6754 3 жыл бұрын
বহুত বহুত ভাল লাগিল সঁচাকৈয়ে
@jintukhanikar2387
@jintukhanikar2387 4 жыл бұрын
হৃদয় কঁপি উঠিল।দুৰ্দান্ত অভিনয়🙏🙏🙏
@pallabivlogs1273
@pallabivlogs1273 3 жыл бұрын
Tq baa😘 theyrter ot apunar acting Or xoman ba tatke bse vl kuno hboi nuware
@pitumusicandvlog7060
@pitumusicandvlog7060 2 жыл бұрын
বাইদেউ আপোনাৰ অভিনয় বহুত ধুনীয়া আগুৱাই যাওঁক
@abinashduwarah3463
@abinashduwarah3463 4 жыл бұрын
আমাৰ দৰে ভ্ৰাম্যমাণ অনুৰাগী সকলৰ বাবে এক সুন্দৰ পদক্ষেপ । 😍
@jayantadutta6971
@jayantadutta6971 3 жыл бұрын
@Archana Kalitahvjxdj ককক
@goodpresentationkalita3036
@goodpresentationkalita3036 Жыл бұрын
@Archana Kalitahvjxdj was
@fukondas1048
@fukondas1048 Жыл бұрын
​@@goodpresentationkalita30365t5 Ju😅😅😮 ❤ ❤ bu
@SebikaBarman-i6q
@SebikaBarman-i6q 5 ай бұрын
​@@jayantadutta6971r ki
@pranjalkalita1680
@pranjalkalita1680 4 жыл бұрын
বহুত বহুত ধন্যবাদ । আপোনাৰ চেনেলটো জৰিয়তে আমি সকলোৱে আকৌ এবাৰ হৈ যোৱা নাটক সমূহৰ সোঁৱাদ পালোঁ । আপোনাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী অসীম দিশলৈ গতি কৰক।
@gangadharrajbangshi5921
@gangadharrajbangshi5921 3 жыл бұрын
F
@madankoch6698
@madankoch6698 3 жыл бұрын
Nj
@mijingramchiarymijingramch2001
@mijingramchiarymijingramch2001 3 жыл бұрын
rr%rrrrr
@bhargab4314
@bhargab4314 2 жыл бұрын
J
@boykarup9773
@boykarup9773 4 жыл бұрын
সকলোৰে ভাল অভিনয় আৰু প্ৰস্তুতি পৰাশৰৰ strong acting ।
@chintubaniaart9115
@chintubaniaart9115 4 жыл бұрын
প্ৰস্তুতি বা আপুনি অভিনয় জগতৰ ৰাণী হয়
@dalimideka3405
@dalimideka3405 4 жыл бұрын
আপোনাৰ নাটক চাই বর ভাল পাও বা
@riyahiya3182
@riyahiya3182 Жыл бұрын
Apuni eman energy kenekoi pai ba❤ bhut besi vl lgil aguwai jaok best wishes🎉
@abboruah-fl7zd
@abboruah-fl7zd Жыл бұрын
Nice poshtuti ba midul da Val lagile apunalukor natok khon sai
@ritamoninath9532
@ritamoninath9532 4 жыл бұрын
Thanks ba....bohut val lagil sai....
@manashjyotidutta2681
@manashjyotidutta2681 4 жыл бұрын
nat khon bohut val lagil . prostuti ba real acting korisa . best acting korisa bai
@brnypegu6127
@brnypegu6127 4 жыл бұрын
bohut bohut dhuniya hoise💘💘💘 love you ba👍jai maa kali🔪
@jatamatavlogs5434
@jatamatavlogs5434 4 жыл бұрын
ধন্যবাদ বা,,,,, ইমান সুন্দৰ নাটক আৰু সুন্দৰ অভিনয় । আৰু ইমমমান সুন্দৰ sound । ধন্যবাদ বা,,,,,,
@bhanitadeka5875
@bhanitadeka5875 3 жыл бұрын
O ba apunar ovinoi sai je ki kom vakha naio xosake bohut val lagy apunak ba aydin log pabor mon jaio ba
@bikramingti8675
@bikramingti8675 4 жыл бұрын
প্ৰস্ত্তুতি বা আৰু মৃদুল দা অভিনয় চাই ভাল লাগে
@rabindeori3865
@rabindeori3865 4 жыл бұрын
VL lagil video tu sai
@rashmiboruah5247
@rashmiboruah5247 2 жыл бұрын
Bhut val lagile baa..hosae suwaliburk bor durbol buli vabe ..tumar abhinoe dekhuai dile ajir nari eman durbol nohoi..mridul daa acting tamam hoise dei..
@wesisters997
@wesisters997 4 жыл бұрын
Thanks Bohut Val paisu ghorote sabo paisu natok khomuh..
@puspabora8604
@puspabora8604 3 жыл бұрын
Bohut val lagil pastuti bar avinoy sai sakur Pani ulai gol 😭😭
@nabanitadeka8286
@nabanitadeka8286 3 жыл бұрын
Mridul Da aru prastuti Baa mor Khdai Priyo.
@bdm2618
@bdm2618 2 жыл бұрын
Facebook t dekhi ahilo eyaloi baa . Xub xondor acting tmr🙏😍.... Atul r funny acting mojha😄😄
@susmitathakuria8291
@susmitathakuria8291 4 жыл бұрын
Moja.fali dise.Maa Kali👍
@ankur.26
@ankur.26 4 жыл бұрын
বহুত বহুত ধন্যবাদ নাটক খন দিয়া কাৰণে
@barasharajbongshi1672
@barasharajbongshi1672 4 жыл бұрын
Khub vl lgil baa.. Aikhn natok moi nalbari belsor t saiclu.. Akou abr sabo pai vl lgil..
@krishnaray5319
@krishnaray5319 4 жыл бұрын
Valll hoisee . 2 taroka hit
@rupamdas9249
@rupamdas9249 Жыл бұрын
Porstuti ba manisu aru apunak ki km koboloi ako nai bohut val lagil
@rumikonwar731
@rumikonwar731 4 жыл бұрын
Natok bur sai Bor Val lgise ...anedore agoai jaouk ...
@apus1993
@apus1993 4 жыл бұрын
সুন্দৰ অভিনয়. বহুত ভাল লাগিল.
@vishalvishnusaikia4042
@vishalvishnusaikia4042 4 жыл бұрын
ভাষা নাই কি বুলি কম জয় মা কালী
@Rimli_Deka
@Rimli_Deka 4 жыл бұрын
বহুত বহুত ভাল লাগিল নাটক খন চাই।
@majulilife662
@majulilife662 4 жыл бұрын
আৰু আগুৱাই যোৱা বা।..... ভাষা নাই অ' বা। এইবাৰ যোৰহাটত লগ পাম বা। কথা দিলো.............
@abhimanipuwali1839
@abhimanipuwali1839 Жыл бұрын
uff abar 2 bar sale hapahi napolai bahut bahut hundor ovinoi xokolure ❤
@sushmitakaushik7937
@sushmitakaushik7937 2 жыл бұрын
One of my favorite Drama, 👌❤🥰❤👌 Love you Prastuti ba❤
@jintivlog
@jintivlog 3 жыл бұрын
Bohot val lage baa apunar acting bor😍♥️😍♥️👌👌
@aminul8939
@aminul8939 4 жыл бұрын
Mirdul bhuya da may God bless you.thaks .mor bohut duk lagisa.good drama
@mitukalita2839
@mitukalita2839 3 жыл бұрын
Oooooo baaaa bht bht val lagil sai....
@hoto4105
@hoto4105 4 жыл бұрын
Thaks you ba senel to loi bhut vl lagil they're anekuwa hob lge
@manujdeka5460
@manujdeka5460 3 жыл бұрын
I have no words to say what a nice drama
@mridulkalita7959
@mridulkalita7959 4 жыл бұрын
Mridul daa is mind blowing Love you so much mridul daa ❤❤❤❤❤
@rumidas2263
@rumidas2263 Жыл бұрын
Dhuniya ovinoi,👍👍agbari jaowk
@monasmitamaini6767
@monasmitamaini6767 4 жыл бұрын
ধন্যবাদ বা আমাক ইমান ধুনীয়া ধুনীয়া নাটক উপহাৰ দিয়াৰ বাবে
@rulenkhalarofficialmusic4580
@rulenkhalarofficialmusic4580 4 жыл бұрын
Bastb jibonor lgt khap khua akhn jiya... Natok.... Bht vl lgil.... Prai swaliye biyar pst...jotukor babe nirjatnr boli hb lgiya hoi....
@manashdas5680
@manashdas5680 4 жыл бұрын
বা বৰ ভাল লাগে আপোনাৰ অভিনয় চাই ‌। সচাকৈ কন্দুৱাব পাৰে আপোনাৰ অভিনয়ে । বৰ সুন্দৰ নাটক । ম‌ই মাৰ ছোৱালী নাটক খন দিবচোন ।
@manabphukan7836
@manabphukan7836 Жыл бұрын
Apunar video bure konduwai diwe o ba .Sai bohut vl lage .aguwai jua ba tumi
@digantasaikia9095
@digantasaikia9095 3 жыл бұрын
Dhunia ❤️❤️❤️
@binudkhanikar8791
@binudkhanikar8791 3 жыл бұрын
Oooooo ba Apuni iman dhuniya avinay kare moi saï Pagal Hoi jao 💓❤💘💘💜💜💗❤💙💚🧡💞💞💞❣️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@janokdeka5590
@janokdeka5590 4 жыл бұрын
Prastuti Ba Bhut Val lgise Natok khn sai ..super.sua nsilu mi so aji salu..next ae bosoror Abhahon Theater t Memsahab Natok khn dibo an Bhut sabo Mon ...plzy .nd so beautiful Ba apuni .
@SabinaYeasmin-li6hb
@SabinaYeasmin-li6hb Жыл бұрын
Pgli cinema khn r dore hoise ba❤I'm proud of you 💪🤗🌝😘ba.......
@chandanamazumdar3116
@chandanamazumdar3116 4 жыл бұрын
Monchot aponar dore dopdopai thoka ovinetri 2nd goraki ny baa.. Love u so much..
@mausumidas2933
@mausumidas2933 3 жыл бұрын
Kandi dilu 🥺khundor concept❤🥺
@Memories_of_Amar_Jeet
@Memories_of_Amar_Jeet 4 жыл бұрын
postuti baa apnr acting bht val lge..apunr theatre sabo bht din r pora i bhbi asu..ajile sabo i pua nai..next sam..photo akhn maribo dbo dai🥰
@bubudutta6345
@bubudutta6345 3 жыл бұрын
কবলৈ ভাষা নাই ইমান ভাল লাগিল
@junudeka9143
@junudeka9143 3 жыл бұрын
moja prastuti baar avinoy. agoloi jat a aru val hoi. mor akha
@ranjitnath4963
@ranjitnath4963 4 жыл бұрын
Thanks Baa for uploading
@KhargeSaloi
@KhargeSaloi 3 жыл бұрын
Dhuniya😊💗
@denjompaswargiary5050
@denjompaswargiary5050 3 жыл бұрын
Vhal lagise Baideo 👏👏👏👌👌👌
@knowledgehub159
@knowledgehub159 4 жыл бұрын
বা আপোনাৰ যিমানবোৰ নাটক চালো তাৰ ভিতৰত মোৰ মূলাগাভৰু" আৰু "মৰম দিয়া মোক" বৰ প্ৰিয়। পাৰিলে এই দুয়োখনো আপলোড দিবচোন।
@brentleysullivan4080
@brentleysullivan4080 3 жыл бұрын
you probably dont give a shit but does any of you know of a tool to log back into an instagram account..? I was dumb lost my login password. I would love any assistance you can offer me!
@sonmainatumung3027
@sonmainatumung3027 3 жыл бұрын
Bohut val hoise
@চামিউলহক
@চামিউলহক 4 жыл бұрын
বা" আপোনাৰ অভিনয় বহুত ভাল লাগে ।
@shikhasarma8160
@shikhasarma8160 4 жыл бұрын
Apunar natok sai bht Val lge baa
@preranaphukon7981
@preranaphukon7981 4 жыл бұрын
ধন্যবাদ বা । আকৌ এবাৰ চাবলৈ সুবিধা কৰি দিয়াৰ বাবে আমি অতি সুখী ।
@kiranmoniphukan3658
@kiranmoniphukan3658 3 жыл бұрын
Bht vl lgile xai baa... Aji kli homajot ene ghotona ghoti axe xuali bur kotu hurokha ni.. Bhte joutukor bbe buwarik enekoi mari pelai
@girishdas8433
@girishdas8433 2 жыл бұрын
অতি সুন্দৰ বাইদেউ আপোনাৰ নাটক মই বহুত ভাল পাওঁ
@chanakyadas9802
@chanakyadas9802 4 жыл бұрын
Thnk u so much Baa for uploading this drama 😊❤
@assammusic1665
@assammusic1665 4 жыл бұрын
Prostuti ba aru Mridul da r acting moja hoise deiii
@prakashgogoivlog
@prakashgogoivlog 3 жыл бұрын
Bohot val lagesa apunar thatar bor sai really nice👌👌
@bepositive5294
@bepositive5294 4 жыл бұрын
Bohut vall lagil prastuti baa
| MOKORAJAL | ABAHAN THEATRE | PRASTUTI PORASOR|
1:40:32
Prostuti Porasor
Рет қаралды 2,1 МЛН
World’s strongest WOMAN vs regular GIRLS
00:56
A4
Рет қаралды 48 МЛН
| XOINYAXINI | ABAHAN THEATRE | PRASTUTI PORASOR |
1:47:43
Prostuti Porasor
Рет қаралды 1,3 МЛН
| GIRIP GARAP KOINA AHISE | PRASTUTI PORASOR | BHAGYADEVI THEATRE |
2:32:16
Prostuti Porasor
Рет қаралды 389 М.