| MOROM DIYA MUK | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR |

  Рет қаралды 1,195,573

Prostuti Porasor

Prostuti Porasor

Күн бұрын

Пікірлер: 942
@hirenphukanhirenphukan5600
@hirenphukanhirenphukan5600 4 жыл бұрын
আজি আকৌ চালো। কান্দিলোঁ‌। বৰ দুখ লাগে নাটকখন চালে। সুন্দৰ কাহিনী উপস্থাপন, সংলাপ, অভিনয়, গীত। চকুত চকুলোৰ ঢল বৈছে ঔ।
@gautamdeka3488
@gautamdeka3488 4 жыл бұрын
ইমান সুন্দৰ নাটক এখন ৰাইজক উপহাৰ দিয়াৰ বাবে মৃদুল ভূঞা দা আৰু প্ৰস্তুতি বাক অশেষ ধন্যবাদ ।
@kamalaanirmolia7374
@kamalaanirmolia7374 3 жыл бұрын
Errrr
@pujasahariah8919
@pujasahariah8919 2 жыл бұрын
Bhut beya lage চাই
@Pinchipiya
@Pinchipiya 4 ай бұрын
Apunar matha beya je hkrne val bostu u beya e pabo​@@pujasahariah8919
@Kaushik632
@Kaushik632 Жыл бұрын
ক'বলৈ ভাষা নাই। এইখন নাটক চাই কিমান বেছি ভাল পাওঁ, প্ৰতিটো সংলাপে অন্তৰ চুই যায়। আশাকৰোঁ আগন্তুক আৱাহনৰ নাটকবোৰো এনেকোৱা হোৱা উচিত।
@simantabora7072
@simantabora7072 4 жыл бұрын
ভ্ৰাম্যমাণ জগতৰ দুইগৰাকী জনপ্ৰিয় চিনাকী মুখ প্ৰস্তুতি বা আৰু মৃদুল দাক একলগে ।। বহুত ভাল লাগিল
@pujamedhi6863
@pujamedhi6863 4 жыл бұрын
Ei khon natok sai hoitu kunu ejon dorxokeu sage sokulu nutukakoi thoka nai.....thank you so much madam iman dhuniya ekhon natok upohar diyar babe
@ninturay1693
@ninturay1693 4 жыл бұрын
অভিনেত্রী নাটখনৰ পিছতে মোৰ এইখন আন এখন ভাল লগা নাটক | বহুদিনৰ পৰা ৰৈ আছিলোঁ এই নাটখনলৈ আজি পালোঁ ভাল লাগিল |
@Techandissues
@Techandissues 4 жыл бұрын
বা নাটক খনৰ কাহিনীটোৰ মাজত মই নিজেই সোমাই পৰিছো আৰু নাটকখন শেষ হোৱাৰ পাছতো মোৰ চকুৰ পানী ওলাইয়ে আছে আৰু সমাজক নাটকীয় ভাষাৰে আপোনালোকে বহুতো কথা বুজাই দিলে।।। গোটেই কেইজনৰ অভিনয় সচাকৈ শলাগিব লগীয়া।। বা আপুনি মোৰ অতি মৰমৰ হয়।। আৰু মৃদুল দা আপুনি নাটকখনত নিজক ইমান ধুনীয়াকৈ প্ৰতিষ্ঠাপন কৰিছে।। I am so happy to see all of you.. I wish we will see more and more..
@luhitkoch9279
@luhitkoch9279 4 жыл бұрын
বাহিৰত আছো চিন্তা বহুত যিটো পৰিস্থিতি হৈছে ঘৰৰ মানুহ বোৰক দেখাই নেপাম বুলি। তেনেতে ২:৩০pm KZbin টো চালো। প্রথম তে এইখন নাটককে দেখিলো। অভিনয়, সংলাপ, নাটক ইমানে সুন্দৰ হৈছে। চকুত নিজেই নিজেই পানি নিগৰি গল। বহুত বহুত বহুত বহুত বহুত সুন্দৰ নাটক। বা আপোনাক বহুত বহুত বহুত ধন্যবাদ জ্ঞাপন দিচো, নাটক খন KZbin দিয়া বাবে। love you ba💓💓😘😘💓💓. Be careful বা। অসমতো কৰুণা virus পালেগে। আজি লৈ বিদায় ললো বা। 💓💓💓💓💓💓💓💓
@bintikumar8513
@bintikumar8513 3 жыл бұрын
Emn kandilo
@ratuldeka4372
@ratuldeka4372 3 жыл бұрын
L
@paharideori4288
@paharideori4288 3 жыл бұрын
প্ৰস্তুতি বা, ইমান এখন ধুনীয়া নাটক আমাৰ উপহাৰ দিলা... বহুত ধুনীয়া কাহিনীৰে পৰিপূৰ্ণ।
@dhrtirajdeka9958
@dhrtirajdeka9958 4 жыл бұрын
Ultimate prostuti baaa....n Mridul daa.... Sai thakote dusoku boi ahil sokure
@prasantanath4963
@prasantanath4963 4 жыл бұрын
সছাঁকৈয়ে কন্দুৱাই থৈ গল দেই। মৃদুল হাজৰিকা অভিনয় ও অনবদ্য। সকলোৰে অভিনয় সাবলিল।। প্ৰস্তুতি বাৰ অভিনয় মন পৰশা ।
@niranjannath7129
@niranjannath7129 4 жыл бұрын
It’s really heart touching story, cannot stop my tears!!!!!!!! Thanks to all , specially Prastuti ba and Mridul da .
@juhibaishya3415
@juhibaishya3415 4 жыл бұрын
Prastuti baa is the talented and confidencial actress in the world..
@GautamGautam-nc2wi
@GautamGautam-nc2wi 3 жыл бұрын
অভিজিত ভট্টাচাৰ্য্য ৰ কলমত যাদু আছে তেওঁ লিখা বহুত নাটক মোৰ প্ৰিয় প্ৰথম নিশাৰ নাটকবোৰ খুব মিঠা অভিনেত্ৰী, সন্যাসিনী,সম্ৰাজ্ঞী,সন্ধ্যাতৰা,দেউতা, মহাত্মা ৰ চকুপানী, আৰু বহুতো নাটক আছে তেওঁৰ ভাল লগা । আকৌ তেওঁৰ নাটকৰ বাবে ৰৈ আছো ।
@gautamsarma5296
@gautamsarma5296 4 жыл бұрын
এই নাটক খন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।🙏 বৰষুণৰ বাবে ভাল কে চাব নোৱাৰিলোঁ।
@tilakgoswami1498
@tilakgoswami1498 4 жыл бұрын
Axomr r uzzal votatora mridul da aru prastuti ba...... Salute mor fal r pora ei 2 jon axom r hira loi.....long live, God bless u mridul da aru prastuti ba
@sibanimoran5787
@sibanimoran5787 4 жыл бұрын
বহুত বেছি ভাল লাগিছে চাই। কান্দি কান্দি চাই আছোঁ😫😫😫♥️♥️
@priancarobin2375
@priancarobin2375 4 жыл бұрын
Bht bht bht val lagil Sai... What a versatile actor u are Prastuti baa, and my all time favourite Mridul Bhuyan..
@anuragboruah4306
@anuragboruah4306 4 жыл бұрын
কন্দুৱাই দিলে অ … এখন হৃদয়স্পৰ্শী নাটক চালোঁ‌। মৃদুল দা আৰু প্ৰস্তুতি বাৰ অভিনয় অত্যন্ত শক্তিশালী।
@jayantabaishyabaishya8270
@jayantabaishyabaishya8270 4 жыл бұрын
কি কম আৰু কবলৈ ভাষা নাই যে ইমান ধুনীয়া অভিনয় ইমান ধুনীয়া কাহিনী কিমান দুখ অনুভৱ হলে এজন লৰা মানুহে কান্দে আৰু তাতকৈ বহুত দুখৰ মানে কাহিনীটো মানে মই নিজেই বহুত কান্দিলো
@As_vloger752
@As_vloger752 4 жыл бұрын
Moi aikhn natok manchatu saisu tothapiu ako abr salu val lagile .it's really good . Moi kbo paru I am lucky .
@Balamurali8039
@Balamurali8039 2 жыл бұрын
Thanks 🙏🙏🙏🙏🙏👍👍 congratulations 👏👏👏🎉🎉🎉🎉🎉🎉🎉 Mridul da and prastuti baa. Very very nice Abhinay. Bahut bahut bahut Bhal Lagil da Thanks 🙏🙏🙏
@indraneelkachari9130
@indraneelkachari9130 4 жыл бұрын
বহুত ধুনীয়া বহুত কান্দিলো । সুন্দৰ নাটক ....👌
@rupjyotinath4120
@rupjyotinath4120 4 жыл бұрын
আজিলৈ উপভোগ কৰা নাটক বোৰৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ নাটক।নাটখন চাই কোনেও নকন্দাকৈ কোনেও থাকিব নোৱাৰে।
@moinuddintalukdar2370
@moinuddintalukdar2370 3 жыл бұрын
হয়
@bhabanahazarika1748
@bhabanahazarika1748 4 жыл бұрын
অতি সুন্দৰ ..চকুলো ধৰি ৰাখিব নোৱাৰিলো ।মৰম অৱিহনে জীয়াই থকা কষ্টকৰ ।
@TribeniKalita-dk4rt
@TribeniKalita-dk4rt 4 күн бұрын
আজি আকৌ এবাৰ চালো বহুত কান্দিলো। সমাজৰ কিছুমান বোৱাৰীৰ লগত ঘটি থকা ঘটনাৰ আঁৰৰ কাহিনীকে উপস্থাপন কৰিছে, বহুত ভাল লাগিল চাই ।❤❤❤
@paragsway
@paragsway 4 жыл бұрын
মূলাগাভৰু খন লাগে..... আপোনালোকক লাগে যদি কমেণ্টতো লাইক কৰক....
@biplobphukan3469
@biplobphukan3469 4 жыл бұрын
Mulaagabhru
@nilanjanarabha3862
@nilanjanarabha3862 4 жыл бұрын
Mulaghaburu laga
@barnalidevi4695
@barnalidevi4695 4 жыл бұрын
Bordoisila mahiyashi khan diyak sun
@majaniroy194
@majaniroy194 4 жыл бұрын
Hi
@majaniroy194
@majaniroy194 4 жыл бұрын
Hiihjd
@deltaone2882
@deltaone2882 4 жыл бұрын
প্ৰস্তুতি বাৰ অভিনয় আৰু মৃদুল দাৰ অভিনয় কি Outstanding ... এনেকুৱা অভিনেতা আৰু অসমৰ বাবে উজলা হিৰা...
@sanjukhanikar6124
@sanjukhanikar6124 4 жыл бұрын
বা আপোনাৰ এই নাটক খন ৰাতিপুৱা বিচনাতে চাই বহুত কান্দি গৈছো, আপুনাৰ বহুত ধুনীয়া আৰু আবেগিক অভিনয় চাই ভাল লাগে@@@@
@jintihaloientertainment4312
@jintihaloientertainment4312 Жыл бұрын
Bahut dhuniya natak aru shokolare avinai a man muhu jai. Pisaloi o anekuwa natak pam buli asha karilu.manshat o sai so aru iyato bahut bar salo aru prati bare kando.
@bbbbbnnnnnnnnmmmmm2540
@bbbbbnnnnnnnnmmmmm2540 4 жыл бұрын
Locked down homoi suwa najai nupuwai hei buli eikeidin apuner natok bur sai par korisu . Apuner aru mridul dar ovinoi moi bohut val pau theater jogotr dujon ujjal nokhytra apunaluk . Apunalukok vogobane mongal korok aru apunalukr pora ami hodai val natok sabo paru tare akha korilu. Naat khon sai pise olp sokupani muru ulal. Good luck ba n mridul da. And Abahan team
@animashdutta4
@animashdutta4 3 ай бұрын
একেখন মঞ্চত দুগৰাকী বলিষ্ঠ অভিনেতাৰ অভিনয় চাবলৈ কপাল লাগিব , হৃদয় চুই গল❤
@ranganadi6556
@ranganadi6556 4 жыл бұрын
বহুদিনৰ মূৰত এখন নাটক চাই কান্দিলো । (কৌশিক বৰা, লখিমপুৰ)
@bornaliborah7099
@bornaliborah7099 3 жыл бұрын
Bohut bhal lagil natok khon sai.mridul da you are the best and also prostuti baa.thank you sm aamak eman hundor natok upohar dia babe.god bless you
@BOHAGIMEDIA
@BOHAGIMEDIA 4 жыл бұрын
কাহিনী খুবেই হৃদয়স্পৰ্শী ।চকুপানী ওলাই গল।
@currentaffairs1561
@currentaffairs1561 4 жыл бұрын
প্ৰস্ততি বা আৰু মৃদুল দাৰ অভিনয় বহুত বহুত ভাল লাগে।
@debasishburagohain5564
@debasishburagohain5564 4 жыл бұрын
Many Thanks. Was weeping in the Pandal while watching this drama in Bhavanipur. মৰ্মস্পৰ্শী নাট। বহুত ধন্যবাদ আকৌ চাবলৈ সুবিধাকণ দিয়া বাবে। আৰু নাট পাম বুলি আশা ৰাখিলো।
@Kaushik632
@Kaushik632 Жыл бұрын
আজি পুনৰ আকৌ চালোঁ। বহুত ভাল লাগে। হাজাৰ চালেও আমনি নালাগে।
@assam2515
@assam2515 4 жыл бұрын
আবাহন থিয়েটাৰ নাম শুনিলেই মনটো ভাল লাগি যায়। নাটক বোৰ খুব ভাল লাগে। আজিও মনত আছে সৰুতে চাইছিলো স্নেহবন্ধন নাটক খন মৰম এনাজৰী গানটো।
@harijitdadu2988
@harijitdadu2988 4 жыл бұрын
সৰু কালৰে পৰা প্ৰিয় এই দুইজন ❤️❤️
@pinkyahmeda2299
@pinkyahmeda2299 2 жыл бұрын
Uff............. this story was very interestingggg nd I love both of you mridull bhuiyan nd prastuti baaa❤️❤️😘😘❤️❤️🙏🙏👍👍😘😘😘
@jitubiswas7254
@jitubiswas7254 4 жыл бұрын
Bor beyake kandi palo ou....... Bohut besi val lagil natk khn sai👌👌👌
@gitanjalidas2569
@gitanjalidas2569 4 жыл бұрын
i love u...prostuti baa .... tmk.moii bht vl pw..... bht.... tmr acting xle pgolr dre hoi jw bht vl lge tmk.... lockdwnt ghrt thki mr maa moii tmr gute keikhn ntok xlu khub vl lgxe... tmi bht dhuniya acting kra...bht dhuniya tmi... ru mridul da thkle vl lge bxi dhuniya hoi xble lv u frevr baa ❤❤❤❤❤❤😍😍😍😍😘😘
@rakstar657
@rakstar657 4 жыл бұрын
নাটক খনে কন্দুৱাই দিলে ও বৰ বেয়াকৈ । বহুত কান্দিলো নাটক খন চাই । সঁচাই বহুত ধুনীয়া অভিনয় প্ৰস্তুতি বা আৰু মৃদুল দাদাৰ ।❤️
@jyotiprasadnath7963
@jyotiprasadnath7963 4 жыл бұрын
Bhal lagisa sai . Moja.😊😊😊😊.
@uddiptamedhi7794
@uddiptamedhi7794 4 жыл бұрын
সচাঁকৈ এখন অতি সুন্দৰ নাটক। পোন প্ৰথমবাৰৰ বাবে নাটক চায় কান্দি পেলালো। আশা কৰো আগলৈও এনেকুৱা উৎকৃষ্ট মানৰ নাটক উপহাৰ দি যায়। ।।।।
@pritirekha7879
@pritirekha7879 4 жыл бұрын
Imn Dhunia natok Sai bohut vl lgile aru bohut kandilu .. thank you so much...
@itsenjoy4720
@itsenjoy4720 2 жыл бұрын
চকুপানী ওলাই গল অ।। ইমান সুন্দৰ নাট।। এতিয়া ৰাতি 1.19 am ত চাই আছোঁ।।ইমান ধুনীয়া নাট এখন উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।।
@monjitdeka6778
@monjitdeka6778 4 жыл бұрын
ক'বলৈ ভাষা নাই ইমান ধুনীয়া হৈছে কান্দি গলো।।
@Bitupan-wi6rx
@Bitupan-wi6rx 4 жыл бұрын
খুব সুন্দৰ লাগিল।।।। বন্ধৰ মাজতে আৰু আপোনাৰ ওচৰত থকা ভাল ভাল নাট উপহাৰ পাম বুলি আশা থাকিল।।।।
@pragyankashyap5286
@pragyankashyap5286 4 жыл бұрын
সুন্দৰ বা ভগবানে তোমাৰ মঙ্গল কৰক , আমাক আৰু উপহাৰ দি যোৱা ।
@narayankalita7181
@narayankalita7181 4 жыл бұрын
দুৰ্দ্দান্ত অভিনয় । চকু সেমেকি গ'ল ।
@deijiranikalita1953
@deijiranikalita1953 3 жыл бұрын
Bahut dhunia lagise ❤️.imn xundar avinay ru kahini .Xsai bhut dhunia❤️❤️❤️❤️
@debabarman9325
@debabarman9325 4 жыл бұрын
সুন্দৰ নাটক বা আগলৈ এনেকুৱা স্মৃতিৰ আপোনাৰ অভিনয়ৰ নাটক পোৱাৰ আশা থাকিল । আৰু মোৰ হেঁপাহ কোনোদিনে আপোনাৰ লগত একেখন মঞ্চত অভিনয় কৰিবলৈ খুবেই আগ্ৰহ ।নাজানো কেতিয়া সেইটো সুবিধা প্ৰদান কৰিব ।
@jyotikadeka9251
@jyotikadeka9251 4 жыл бұрын
বহুত বহুত ভাল লাগিল,,বহুত কান্দিলো । সুন্দৰ অভিনয় বা
@simantaborah645
@simantaborah645 4 жыл бұрын
Mojaa prostuti baa 2019-20 natok kaikhn dibo xun parile
@rashmiphukon5552
@rashmiphukon5552 4 жыл бұрын
কান্দি কান্দি চালোঁ অ ।প্ৰস্তুতি আৰু মৃদুল দাৰ অভিনয় সচাই অতি সুন্দৰ।বাকী সকলোৰে অভিনয় ইমান সুন্দৰ।
@kajalroy3463
@kajalroy3463 4 жыл бұрын
চকু পানী ৰখাব নোৱাৰিলো । বহুত দিনৰ মূৰত এখন ভাল নাটক উপভোগ কৰিলো । সুনদৰ কাহিনী
@mamonidevi617
@mamonidevi617 Жыл бұрын
Very nice Prastuti tumi xochakoi eman dhunia abhinoy koricha bohut kandilu xokoluke dhyanobad jonalu
@majibarrahman6959
@majibarrahman6959 4 жыл бұрын
Dhuniya logdawonr khomoyot j sabo paisu..ru di thakok
@namitakalita8035
@namitakalita8035 3 жыл бұрын
Bht dukh lagi jai
@aminulhoque6321
@aminulhoque6321 2 жыл бұрын
Heart touching story.sabo nuwari o.emotional hoi jaw
@monjitboruah8401
@monjitboruah8401 4 жыл бұрын
ভাৱনাবোৰৰ জীয়া ছবি 😌😌😌
@priyankasarmah4431
@priyankasarmah4431 3 жыл бұрын
bor hundor acting ba apunar mur bohut vl lage apunak apunar acting sai kandi glu so sweet
@lifeisgreenpranjal
@lifeisgreenpranjal 4 жыл бұрын
নাটকৰ কথা যে নহয় বাস্তৱ জীৱনৰ কথা ।বহু ত সুন্দৰ
@sabeswarlahon9668
@sabeswarlahon9668 4 жыл бұрын
Wrysbmco
@chinmoyeegogoi2629
@chinmoyeegogoi2629 4 жыл бұрын
Sobore jibonot happy ending nathake o ba....bohut val lagil....bohut kandilu...
@simantabora7072
@simantabora7072 4 жыл бұрын
বহুত বহুত ধন্যবাদ বা ।। আশা কৰোঁ দেৰিকৈ হলেও এইবৰ্ষৰ "মুলাগাভৰু" নাটকখন চাবলৈ পাম
@hemantadas552
@hemantadas552 4 жыл бұрын
Baa mojja natk..... Mojja ovinoy n mojja kahini n bohut bohut vl lagil.....bohut vl. Lagil sai n aru agoloi anekua natok pm buli akha thakil....
@abinashduwarah3463
@abinashduwarah3463 4 жыл бұрын
সুন্দৰ 👌 এনেদৰেই যাতে ভৱিষ্যতলৈও নাটক সমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো । আমি নিশ্চয় চাই যাম ।
@kishorroy3425
@kishorroy3425 4 жыл бұрын
Bahut bhal lagil
@ananyaboruah3123
@ananyaboruah3123 4 жыл бұрын
Brindabon theater r smokhan jatra natok khon pam neke karibar usorot
@abinashduwarah3463
@abinashduwarah3463 4 жыл бұрын
@@ananyaboruah3123 May be natok khn nai. Moi atiyaloike puwa nai kotu.
@nilamanikalita6873
@nilamanikalita6873 4 жыл бұрын
সচা কৈ এখন খূব ধূনীয়া নাটক উপভোগ কৰিলো । বহুত ভাল লাগিল
@hiyangkanatalukdar1828
@hiyangkanatalukdar1828 3 жыл бұрын
সংলাপবোৰে অন্তৰ চুই যায় 💕
@runuma714
@runuma714 Жыл бұрын
Xosakoi... Bhut kandilu.. Oh ai nat khon sai... 😢❤❤❤
@nabajyotibora3919
@nabajyotibora3919 4 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল প্ৰস্ত্ততি বা , এইখন নাটকৰ বাবে বহুদিনৰ পৰা বাট চাই আছিলো | মই কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ বাবে এই বছৰৰ পৰা আপোনাৰ নাটকসমূহ চাব নোৱাৰিম | এনেদৰে আগলৈকো আপোনি নাটকসমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো
@plabonborah4428
@plabonborah4428 3 жыл бұрын
Kot thka
@nbsvlogs1250
@nbsvlogs1250 Жыл бұрын
প্ৰস্তুতি বা... আকৌ এবাৰ লওক মৃদুল দাদাক আৱাহন থিয়েটাৰত... ❤️ জনাৰ্দন জিতু ৰঙিয়া ❤️
@bi2186
@bi2186 4 жыл бұрын
অতি সুন্দৰ ,,,,কোব কোনো ভাষা নাই,,,,, এই বাৰৰ হৈতে ৩বাৰ দৰ্শন কৰিলো । কিন্তু তথাপিও আমনি নেলাগিল, বা আপোনাৰ আগন্তুক দিন বোৰ যাতে আৰু উন্নটৰ হয় পাৰে তাৰেই কামনা কৰিলো ।,🔥🔥🔥🔥🔥🔥👍
@ratenthouse1760
@ratenthouse1760 4 жыл бұрын
সুন্দৰ হৈছে বা এনেকৈ নাটকবোৰ দি থাকিবা
@kalyanjyotisaikia1754
@kalyanjyotisaikia1754 4 жыл бұрын
Ba parila ru 2khn mn natok diba sun, lockdown ttt sb parim,, bohut vl lage natok sai 2mrr
@habilali4550
@habilali4550 4 жыл бұрын
আপোনাৰ অভিনয় সচাকৈ হৃদয় চুই যায় ও
@sankarrabha2949
@sankarrabha2949 3 жыл бұрын
Jar jar soku pani ulaise like di jua
@ranaprankshot6921
@ranaprankshot6921 4 жыл бұрын
Love you ☺️ mridul da.. mridul da mr God..
@surajitbarman521
@surajitbarman521 4 жыл бұрын
নাটক খন চাই বহুত বহুত ভাল লাগিছে
@neelrupunath7868
@neelrupunath7868 4 жыл бұрын
কি কম বা আপোনাক ইমান সুন্দৰ অভিনয়, চকু পানী ৰখাব নোৱাৰিলো
@davidgamer6442
@davidgamer6442 4 жыл бұрын
Val lagi ba..moja..aru natok diba joldi
@ripun8038
@ripun8038 3 жыл бұрын
Really heart touching story 😭😭
@kalpakalita6046
@kalpakalita6046 4 жыл бұрын
অৰ্চনা পূজাৰিৰ অভিনয় খুব প্ৰিয় মোৰ।
@sanjibkashyap5646
@sanjibkashyap5646 4 жыл бұрын
Vle korise lock down time upload bbe,,, thanks
@sanjaydeka8499
@sanjaydeka8499 4 жыл бұрын
বৰ ভাল লাগিছে চাই
@rakesh_X7
@rakesh_X7 4 жыл бұрын
Prostuti Baa Apuni Upload Kora Gutei Keikhon Natok Bohiya Lage Sai..👌🔥 Apunar Acting Taamamm Vaal Lage 👌👌 Too Good!!! Aru Logote Keikhon Mnn Action Thoka Natok Upload Korok Chun..🙏🙂
@gourangasarma4652
@gourangasarma4652 4 жыл бұрын
Finally..!
@davidgamer6442
@davidgamer6442 4 жыл бұрын
Dispuror hahi jak jak lga sba like korok
@dinakantagogoi9744
@dinakantagogoi9744 4 жыл бұрын
Salu dispuror hahi bhal lagil
@jetukibarman2414
@jetukibarman2414 4 жыл бұрын
Mio slu dispurar hahi...vl lgil
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo 2 жыл бұрын
ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল
@nabajyotibora3919
@nabajyotibora3919 4 жыл бұрын
নাটকখন চাই বুকুখন বিষাই গ'ল | দুচকুৰে চকুপানি নিগৰিছে , নাটকখন চাই আমাক কম বয়সতে এৰি থৈ যোৱা মোৰ ন'ৱলৈ আজি বৰকৈ মনত পৰিছে | নাটকখনৰ প্ৰতিটো ছবিত আমাৰ পৰিয়ালটোক বিচাৰি পাইছো | যেতিয়া ডেউৰেক জনে আহি বৌৱেকক শাৰীখন উপহাৰ দিছিল সেই ছবিটোৱে মোৰ বুকুখন ভাগি পেলাইছে , কাৰণ মইয়ো এজন দূৰ্ভগীয়া ডেউৰ | যিয় বৌৱেকৰ মৃতুৰ সময়তো কাষত থাকিব নোৱাৰিলো | বৌ তুমি য'তেই আছা কুশলে থাকা , তোমাৰ আত্মাই শান্তি পাওক 🙏🙏🙏 Miss u Bow....😭😪😊
@pakhi_meli_jaa_uri
@pakhi_meli_jaa_uri 4 жыл бұрын
😔❤️💐
@priyankagayan9698
@priyankagayan9698 4 жыл бұрын
Prostuti baa r abhinoi akhomor abhinoi jogotor ak apuronio hompod..... May God bless you baa.....
@mrinalgoyari8112
@mrinalgoyari8112 3 жыл бұрын
A heart touching drama. Having watched I couldn't but cry. Once I happened to watch another drama 'morame moram bisare' a few years before at nalbari where Prastuti baa played main role. That time also I had to dropped tears. I really appreciate you for your amazing acting. The way you play role is very attractive. May you live long. Lots of thanks.
@padmabatidas1620
@padmabatidas1620 4 жыл бұрын
Baaa xosakoi bhut val lagil natokkhon sai.... Mor xosakoi sokur pani olai goise.....
@dipsikhadevi9565
@dipsikhadevi9565 4 жыл бұрын
কন্দুৱাই দিছা বা। অকলে অকলে কান্দিছো। তোমাৰ দৰে মোকো অলপ মৰমৰ প্রয়োজন।
@abhijitanamika9154
@abhijitanamika9154 4 жыл бұрын
Hmm sem
@filmychannel6703
@filmychannel6703 4 жыл бұрын
aha morom krim😂
@tulikamajuli755
@tulikamajuli755 2 жыл бұрын
কিমান বাৰ যে চাইছো, হেঁপাহ নপলাই তথাপিও। প্ৰতি টো সংলাপ যেন মনত ৰই গৈছে।
@dilipdeka6555
@dilipdeka6555 4 жыл бұрын
"Morome morom bisare" nat khon dibo son
@নাৰীতুমিঅনন্যা
@নাৰীতুমিঅনন্যা 4 жыл бұрын
কি সুন্দৰ অভিনয়৷ আপ্লুত হ'লোঁ৷
@dipuhandique7214
@dipuhandique7214 4 жыл бұрын
বা লভ ইউ।থেংক কিউ দিয়া বাবে!আৰু দি যাব বা
@popihondique2990
@popihondique2990 4 жыл бұрын
Bohut val lagil.aji ha Saisu aru bohut duk lagila aru kandilu da.so nice.
| MEMSAHAB | ABAHAN THEATRE | 2019-20 | PRASTUTI PORASOR | JOGESH KASHYAP |
2:14:13
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 59 МЛН
Can You Find Hulk's True Love? Real vs Fake Girlfriend Challenge | Roblox 3D
00:24
Turn Off the Vacum And Sit Back and Laugh 🤣
00:34
SKITSFUL
Рет қаралды 6 МЛН
Milanpuror Mel//2024 new Assamese short film//
24:57
Gautam Mahanta
Рет қаралды 12 М.
Birikhor Birina Full Drama I Best Drama Award Winner I Rajdweep
2:15:06