Maa moi Abhijeet aru Nilotpala Koisu //মা মই অভিজিত আৰু নিলোৎপল এ কৈছোঁ 😢😢// Heart Touching Song //

  Рет қаралды 634,228

Deep thakuria

Deep thakuria

Күн бұрын

Пікірлер: 393
@riturajkalita2767
@riturajkalita2767 3 ай бұрын
অভি-নীলক লৈ লিখা সংগীত শুনি হৃদয় খনে কান্দি উঠিছে। দুয়ো জনে আজিও ন্যায় নাপালে। তেওঁলোকে য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক।
@leenagoswami1281
@leenagoswami1281 Жыл бұрын
দোষীয়ে উচিত শাস্তি পালে নে ? নাই , এয়াই আইন আৰু কি কম ভাষা নাই । মনত পৰিলে বুকুখন ফাটি যায় । 😱
@probhatibaruah9978
@probhatibaruah9978 Жыл бұрын
কেতিয়াও নুশুকুৱা কলিজাৰ এটুকুৰা কেঁচা ঘা । মোৰ মাতৃ হৃদয় কান্দি উঠে গীতটি শুনিলে । দুয়ো ভোটাতৰা হৈ সদায় জিলিকি থাকা আকাশত । 🙏🙏🙏
@RinaRoy-db1pf
@RinaRoy-db1pf 2 ай бұрын
Hajar hajar NiltpalrJnm hok, provu❤❤❤❤❤❤❤❤
@AnkhumanKonwar
@AnkhumanKonwar 2 ай бұрын
​@@RinaRoy-db1pf,
@anjanabaro3711
@anjanabaro3711 Жыл бұрын
শান্তিৰে থকা।কবলে ভাষা নাই।দিব পাৰু কেবল বিষাদে ভৰা চকুৰ পানি।🙏🙏🙏😭😭
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
আজি শুনিলো ।চকু পানী ওলায় গ'ল। 🙏🌹🌹🙏 দুয়ো জনৰ এইদৰে গানৰ সুৰৰ মাজত জিলিকি থাকক।
@Balamurali8039
@Balamurali8039 Жыл бұрын
বহুত কৰুণ আৰু দুখ লগা গান দুয়ো জনক ভগৱানে ভাল ঠাইত ৰাখক ধন্যবাদ
@joshnaray3117
@joshnaray3117 Жыл бұрын
দুখৰ ভাখা নাই বিনা দুখি নিল , অভি দুয়ো জতে আছা শান্তিৰে থাকা 😩😩🙏🙏🙏
@golenabegum3103
@golenabegum3103 Жыл бұрын
হে আল্লাহ তুমি ইচ্ছা কৰিলে আমাৰ মাজৈলৈ আকৌ ঘুৰাই দিব পাৰা । বহুত দুখ লাগিল ।
@junalibasumatary2805
@junalibasumatary2805 3 ай бұрын
এতিয়াও বহুত দুখ লাগে তোমালোকক জি কিতা পিখাছে মাৰি পেলালে সিহঁত কেতিয়াও শান্তিৰে থাকিব নোৱাৰিব । তোমালোক সদাই তৰা হই জিলিকি থাকা
@tarungogoi8841
@tarungogoi8841 17 сағат бұрын
সুন্দৰ লাগিল ।গীতটি শুনি চকু পানী ওলাল ।পুনৰ অভিজিৎ আৰু নীলোৎপল জন্ম হওঁক ।ভগৱন্তৰ ওচৰত এইয়াই প্ৰাৰ্থনা ।🙏
@numpearih589
@numpearih589 Жыл бұрын
অতি সুন্দৰ গীত দেই মন পুৰি মাৰে ৰাজেন ইংতি কামৰূপ দিষ্টিক Dikchak তপ্তলি
@SerialAssames
@SerialAssames 8 сағат бұрын
বহুত বহুত দুখ লাগিল গানটো শুনি আজিলৈকে অভি নিল নীয়াই নাপালে, অভি নিল তোমালোকে যতে আচা ভালকৈ থাকা ভগবান আশীৰ্বাদ কৰিছোঁ
@minudas7981
@minudas7981 4 ай бұрын
আইনৰ ৰক্ষক সকলৰ দায়িত্বহীন কায্য ত দুখ লাগে। 😢নিৰীহ লোকৰ ওপৰত অত্যাচাৰ বেছি বাঢ়ি আছে ।
@rumibegum611
@rumibegum611 Жыл бұрын
সচাকৈ ইহঁতৰ কথা মনত পৰিলে চকুলো নিগৰি আহে 😭😭 দুয়োৰে আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏🙏
@AjayDeka-ju5vh
@AjayDeka-ju5vh 8 ай бұрын
😢😢😢😢😢😢😢😢❤❤❤❤❤
@niruprovaniruprova763
@niruprovaniruprova763 Жыл бұрын
বৰ দুখ লাগে মনত পৰিলে ৷ গানটো শুনি বুকুখন বিষাই গৈছে ৷ ময়ো মাতৃ ৷
@himangshukalita3140
@himangshukalita3140 Жыл бұрын
বৰ দুখ লাগে , দুটি ফুলৰ কলি মৰহী গোল এজাক উদনদা দানৱ ৰূপী মানুহৰ হাতত ।
@santanaphukongogoi7275
@santanaphukongogoi7275 Жыл бұрын
গীতটো শুনি বৰ দুখ লাগিল.আন কাৰো এনেকুৱা নহওক.
@karunabora4327
@karunabora4327 Жыл бұрын
বৰ দুখ লাগিল
@tina2637
@tina2637 Жыл бұрын
বহুত দুখ লাগিল শুনি সচাকৈ দুচকু নিগৰি আহিল
@vibols4909
@vibols4909 Жыл бұрын
দূখ লাগিলে । তেওঁলোক যতেই আছে শান্তিৰে থাকক ।
@grensillamarak5785
@grensillamarak5785 Жыл бұрын
😢😢🙏
@anabilananta
@anabilananta 2 ай бұрын
সুন্দৰ কণ্ঠ এওঁলোকৰ গিতিকাৰৰ সুন্দৰ লিৰিক সুৰকাৰৰো অনন্য উপহাৰ
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 2 ай бұрын
এই গীত টি শুনিলে বহুত দূখ লাগে। অভি নিলৰ মা কেউ তাকে সু বিচাৰ পালেনে।
@buliborah5758
@buliborah5758 Жыл бұрын
😭😭😭🙏🙏আজিও বুকুখন কপি উঠে তোমালোকৰ কথা ভাবিলে।
@moonsaikia7446
@moonsaikia7446 3 жыл бұрын
বহুত দুখ লাগিল
@rupadutta811
@rupadutta811 Жыл бұрын
কেতিয়াও পাহৰি ব নোৱাৰোঁ ঔ বহুত দুখ লাগিল যদিও চিনি নাপাওঁ
@jugudas1237
@jugudas1237 Жыл бұрын
Khub dukh lage mnt prile val lagil gan to oliya babe
@gitasaikia9688
@gitasaikia9688 3 ай бұрын
মোৰ মাতৃ হৃদয়ে কান্দি উঠে গীতটি শুনিলে । তোমালোক যতে আছা সুখত থাকা।❤
@khargeswarkalita4630
@khargeswarkalita4630 Жыл бұрын
সেই নৰপিশাচ বোৰ ৰ কিবা হল নে, আজি আমি অসম অসমীয়াই পাহৰি গলো কাৰণ মোৰ ঘৰ খনৰ নো কি হৈছে 😭 চৰকাৰে সোনকালে ফাঁচী দিব লাগে
@BaharulIslam-cb1bt
@BaharulIslam-cb1bt Жыл бұрын
3 days jail khati ahilu hei noropishasgitar logot.nagaon jailt 47 tasa ase.6 bosor dhori jeilet hajot khai ase.
@nilakshibora4483
@nilakshibora4483 Жыл бұрын
বৰ দুখ লাগিল শুনি
@songitaborah2142
@songitaborah2142 Жыл бұрын
বহুত দুখ লাগিল শুনি 😟
@indiramedhi2216
@indiramedhi2216 Жыл бұрын
Bohot dukh loga geet. Heart touching song. Nilotpal amar neighbour.
@akonaliali6333
@akonaliali6333 2 жыл бұрын
Bohut bhya lagise dei
@MunmiBora-lm4fu
@MunmiBora-lm4fu 3 ай бұрын
তেওঁলোকৰ আত্মা শান্তি কামনা কৰিলো।দুখ লাগি গল গানটো শুনি😢😢
@sarojinidutta5058
@sarojinidutta5058 3 ай бұрын
আজিও ন্যায় নাপালে আমাৰ অসমীয়া লৰা অভি-নীলে, প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱাই কাল হ'ল।কিমান কাকূতি-মিনতি কৰিলে সিহঁতে জীয়াই জীয়াই কিমান আত্যাচাৰ চলাই নৃশংস ভাৱে হত্যা কৰি পেলালে। পিতৃ-মাতৃৰ বুকুৰ কেঁচা ঘা টুকুৰা আজিও বুকুত বান্ধি লৈ আছে হত্যাকাৰী সোনকালে ফাঁচি হব লাগে। গানটো শুনি যেন মৰণকাতৰ চিঞৰ-বাখৰ আৰু হৃদয়স্পৰ্শী দৃশ্যই মনটো বিষাদেৰে ভৰি পৰিল।শেষত দুয়োজনে যতে আছে কুশলে থাকক, পিতৃ -মাতৃয়ে যেন অতি সোনকালে উচিত ন্যায় পায় কামনা কৰিলোঁ।
@GirishSarma-ye6sd
@GirishSarma-ye6sd 20 күн бұрын
গানৰ মাজেৰে দুয়োজনে জীয়াই থাকক আমাৰ সকলোৰে মাজত।
@AmalDas-qb5nf
@AmalDas-qb5nf 2 ай бұрын
Bhut bhut bhut basi beya lagi ji tomaloka jata asa khukat thka dada
@jayamoniborah3928
@jayamoniborah3928 Жыл бұрын
Oti dukh loga ganti...teulukor atmai sirohanti pauk 🙏🙏🙏
@b.k.d6894
@b.k.d6894 3 жыл бұрын
বৰ দোষ লগা গীত টো ।। তেওঁলোক যতে আছে সুশে সন্তিয়ে থাকক ।।🙏🙏😭 মোৰো চকু পানী দুগালেৰে বৈ গৈছে গানটো শুনি।
@parthagohain9434
@parthagohain9434 Жыл бұрын
বৰ দুখ লগা গানটো।
@kukischannel1984
@kukischannel1984 Жыл бұрын
Krishna krishna 🙏🙏🙏😭😭😭
@mrinalmili7421
@mrinalmili7421 Жыл бұрын
R free hu by ni ft ft
@montudas1577
@montudas1577 18 күн бұрын
Bahut beya Lage mont porile 😢😢😢😢😢
@bijulidas6789
@bijulidas6789 3 ай бұрын
বুকুখন হমহমাই গৈ চকু দুটা সেমেকি উঠিল। আমাৰে লৰা নহয় জানো!!!!!
@bijoygogoi6671
@bijoygogoi6671 Ай бұрын
😭😭🥺Bhout dhukh lagise
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
এই গানটো হৃদয়ত বেয়াকৈ আঘাত কৰে , সেই কাৰণে , এই গান গাব নালাগে / বজাব নালাগে ।
@jitukalita1297
@jitukalita1297 Жыл бұрын
Bhut baya lagil gaan to xoni sako pani olai gol mor tomalok vale thaka jote asa
@dimbeswargogoi2750
@dimbeswargogoi2750 Жыл бұрын
কব নোৱাৰি বহত দুখ লগে
@jontihazarika4420
@jontihazarika4420 Жыл бұрын
বহুত বেয়া লাগিল🙏🙏🙏🙏🙏😭😭😭😭
@rijumonibordoloi2723
@rijumonibordoloi2723 Жыл бұрын
আজিও, বহুত দুখ লাগে
@RakhimoniBorahRakhimoniBor-c2l
@RakhimoniBorahRakhimoniBor-c2l Күн бұрын
👍👍😭😭😭😮val lagil
@hiranyapatgiri4060
@hiranyapatgiri4060 2 ай бұрын
গীতটো শুনি খুবেই বিৰচিত হৈ পৰিছো
@pulomadas4191
@pulomadas4191 3 ай бұрын
গানটো শুনিলে বহুত দুখ লাগি যায়
@ChandanaMajani
@ChandanaMajani 2 ай бұрын
😢 bahut dukh laga kotha, pahoribo nuyari 😢😢😢
@kumkumburagohain659
@kumkumburagohain659 Жыл бұрын
বহুত দুখ লাগিলে দেই
@SkullGamesYT904
@SkullGamesYT904 Жыл бұрын
অতি মৰ্মান্তিক অতি সুন্দৰ 👍🙏
@SafiqulHaqueChoudhury-is8nc
@SafiqulHaqueChoudhury-is8nc 3 ай бұрын
অ মোৰ কলিজা দুটা কত আছে মনত পৰিলে মই পাগল হৈ য়াওঁ চাৱ নোৱাৰো মই
@sahidakhatun5624
@sahidakhatun5624 3 ай бұрын
Monot porilay kandu dai
@Mary-xo9kq
@Mary-xo9kq 3 ай бұрын
Animesh da abhi Neel dar atmar shanti kamona korilu
@salehabegum2649
@salehabegum2649 3 ай бұрын
Bhut dukh lagil guntu xuniboi pai. Ki j hobo koua bxa nai
@lavitatalukdar4801
@lavitatalukdar4801 Жыл бұрын
বৰ দুখ লগা
@merinaenghipi7391
@merinaenghipi7391 2 ай бұрын
Feel very sad may their souls rest in peace hope and pray such incedent occure in future .
@assamesetraditionalfood2051
@assamesetraditionalfood2051 Жыл бұрын
বহুত দুখ লাগিল ।
@CinuBorah-p2x
@CinuBorah-p2x Ай бұрын
Dada tumale bohut monot porise ooo 😭😭i miss you dada
@niranjanpatar3455
@niranjanpatar3455 Жыл бұрын
Khosakoi bohut dukh loga ATI kahinir 😢😢😢😢😢
@prabalbania4477
@prabalbania4477 Жыл бұрын
Excellent,nice song.May their soul rest in peace .
@ayotriphukonmohan5638
@ayotriphukonmohan5638 Жыл бұрын
বৰ দুখ লাগে
@ataburrahman1048
@ataburrahman1048 2 ай бұрын
বহুত দুখ লাগিছে গানটো শুনি
@Miduldutta
@Miduldutta Жыл бұрын
অসম চৰকাৰে একো কৰিব নোৱাৰিলে এই ল'ৰা দুটাক অকাৰণে মাৰি দিলে , দুটা জহৰা পুতেক encounter কৰি দিয়া হ'লেও ভাল লাগিল হয় , দুখ লাগে সচা কৈ কাৰণ মানুহৰ অন্তৰ এখন দিলে যেন ভগৱানে , বৰ দুখ লাগে 🥲🥲🥲 আমাৰ দৰে ল'ৰা জীৱনৰ কিমান আশা সপোন আছিল , চকুৰ আগতে মৰি পেলালে জংলি জানোৱা বোৰে, কিন্তু অসম চৰকাৰে মানুহক encounter কৰে , এনেকুৱা জানোৱা বোৰক encounter নকৰে , অকল ৰাজনীতি কৰে ৰাজনীতি,
@joyaborgohain892
@joyaborgohain892 3 ай бұрын
Val lagil
@BandanaKonwar-u5v
@BandanaKonwar-u5v 2 ай бұрын
মাকৰ এটোকোৱা কেঁচা ।সদাই জিলিকি থাকা।
@jayaborah2926
@jayaborah2926 Жыл бұрын
Hartthatching & speechless to say .............❤️💔💔💔💔
@CinuBorah-p2x
@CinuBorah-p2x Ай бұрын
Muk dada tuk val lagese❤❤
@mousumiborah93
@mousumiborah93 2 ай бұрын
শুনি লে বুকুখন‌ বিষয়াই যাই 😢😢😢
@mousumibhuyansarukon4510
@mousumibhuyansarukon4510 3 жыл бұрын
Bohut dukh lagil gantu huni 😭😭😭
@SukleswarSarmah-y7f
@SukleswarSarmah-y7f Күн бұрын
Hai bhal lagise
@MinotiBoruah-b3b
@MinotiBoruah-b3b 4 ай бұрын
Bohut. Dukhe. Laghisa
@MosumiKormkar-wh1ez
@MosumiKormkar-wh1ez Ай бұрын
Hosai dei aibur ghotnai buku khoni kopai jaai😢😢😢
@JayantaBora-uv4og
@JayantaBora-uv4og 2 ай бұрын
Bhout bohut dhukhe lagise😔😒🌝😢😢😢
@sapnadevi5043
@sapnadevi5043 Жыл бұрын
Om Shanti 🇮🇳🙏🇮🇳
@Dikshitadas8864
@Dikshitadas8864 3 жыл бұрын
Bohut dukh paisu
@mamonibora1861
@mamonibora1861 2 ай бұрын
Very Nice ❤
@JinkiDas-q1b
@JinkiDas-q1b Ай бұрын
Bahut dukh lage
@dipadevi-eq4yj
@dipadevi-eq4yj 4 ай бұрын
বহুতদুখ লাগিল
@DasPrasanta-e9j
@DasPrasanta-e9j 2 ай бұрын
❤weertyuiop
@mayamoniengtipi2119
@mayamoniengtipi2119 3 ай бұрын
Tum jaha bhi raho khush raho beta.o god
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
So sad and heart touching song. Nostalgic moment. Rest in peace and her eternal soul lives in heaven Abhijit nath and Nilotpal das. God help to him. Om santi.
@jonbaishya6586
@jonbaishya6586 Жыл бұрын
c.d.s.
@pahiworld4093
@pahiworld4093 Жыл бұрын
Dil ko rula dia. So sad💖😭😭😭
@unknownreason8672
@unknownreason8672 3 ай бұрын
Gan to huni bahut dukh lagi goi se aru manat pirise tetiyar 😢😢😢hei kajini
@MintuSonowal-n7j
@MintuSonowal-n7j 4 ай бұрын
Bohut.dkjhe.laghise
@romeshdasassamesevlogs6133
@romeshdasassamesevlogs6133 Жыл бұрын
বহুত ভাল লাগিল 🥺🥲😥😭
@ddmunu8332
@ddmunu8332 3 жыл бұрын
Nice song
@dhirajsaikia5514
@dhirajsaikia5514 Жыл бұрын
Bht dux lagil di song to xuni .aru tywlokor atmai xanti paw vogobanor uosorot parthona 🙏🙏🙏😭😭
@tinakalita4126
@tinakalita4126 Жыл бұрын
Bht dukh lge
@simantashekharbaishya8029
@simantashekharbaishya8029 3 жыл бұрын
Mnt pori gl neel abhi da loi😭😭
@parishmita1000
@parishmita1000 2 ай бұрын
Bahut dukh Lage,dudakhar Hira axamia manuhe heruwale
@MayaHazarika-i4m
@MayaHazarika-i4m Ай бұрын
😢😢😢😢😢😢😢😢😢😢😢
@RajdipRajdipSaikia
@RajdipRajdipSaikia 2 ай бұрын
Bohut dukha laga kotha 😢😢
@PorishmiaBoruah
@PorishmiaBoruah 3 ай бұрын
জিমা দোখ লাগালেও আমি একো নিয়াই দেখি নাপালো বৰ দোখৰ কথা😢😢😢😢😢
@SabitaNath-yo9oy
@SabitaNath-yo9oy 2 ай бұрын
Gaanto. Suni bohut dhukh lage
@pampikalita1354
@pampikalita1354 2 ай бұрын
Bohut miss kri dada
@amaldas7496
@amaldas7496 3 ай бұрын
Monot pori gol 😢😢 bohut dukh lagil😢😢😢😢😢
@pravadutta9333
@pravadutta9333 Жыл бұрын
Uh hohibole bor kothin
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
Best song, my favorite song, I love you this song
@jyotirmoydas-p6j
@jyotirmoydas-p6j 2 ай бұрын
So sad 😭😭😭😭😭😭😭😭😭😭
@Anupama_Das.
@Anupama_Das. 7 ай бұрын
Bohut bohut dukh loga
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН