Рет қаралды 112,302
#BigBreaking মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি আমছুৱে ক'লে- মুছলমান বিবাহ আইন কোনো কাৰণতে বাতিল কৰিবলৈ দিয়া নহ'ব। কোৰাণ হাদিছৰ মতেই চলিব আমাৰ কৌম। অন্যথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বাধাৰ সন্মুখীন হ'ব মুখ্যমন্ত্ৰী। আমছু আৰু মুছলিম সমাজৰ জৰুৰী বৈঠকত এই সিদ্ধান্ত