বহুখিনি ভাল কথা কৈছে ৷ কিন্ত তাৰে মাজত ক’লে যে চৰিত্ৰটো কেনেকুৱা মানুহে অভিনয় কৰিছে তাত কে অভিনয় চাব লাগে বুলি ৷ অভিনয়টো চাব লাগিব ৷কিন্ত প্ৰতিটো চৰিত্ৰ এটা বৈশিষ্ট্য আছে ৷ গতিকে উপস্থাপন চৰিত্ৰটো লগত মানুহজন মিলিছে নাই সেইটো নাচালে কেনেকে হ’ব ৷ অগ্নিগড় পাৰ হোৱা লগে লগেই মানুহে দেখি কব লাগিব যে এইজন আমোক চৰিত্ৰ হ’ব ৷