(মনৰ কথাবোৰ)গীত, লুক, 2,35

  Рет қаралды 23,519

Ranjan Chutia

Ranjan Chutia

Күн бұрын

Пікірлер: 186
@kalpanadoley-kh6of
@kalpanadoley-kh6of Жыл бұрын
Prabhu hallelujah hallelujah mai bar bipadat asu muk sahai Kara amen amen
@gayatriburagohain899
@gayatriburagohain899 Жыл бұрын
Praise the lord 🙏🙏 bahut bahut dhanyabad probhu Jesu 🙏🙏 pitai r soront hotokuti pronam jonaisu aru bahut bahut dhanyabad pitai 🙏🙏😭😭 ameen 🙏🙏
@rikirajchitrakor7506
@rikirajchitrakor7506 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক । ইমান সুন্দৰ কৈ গীতটি গাইছে ও প্ৰভু । প্ৰত্যেক দাস দাসীকে সহায় কৰা প্ৰভু ❤ আমেন
@aparajitaborbora1668
@aparajitaborbora1668 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।। সুন্দৰ গীতৰ যোগেদি সকলোকে কৃপা কৰিবা প্ৰভু ❤❤❤
@debajanigogoi3539
@debajanigogoi3539 Жыл бұрын
Praise theLorad .Hai PRAVU JESUSU . Ai Geetor Dorai Tumar Saront Prathana Janisu. Amen
@This__gurl
@This__gurl Жыл бұрын
ঈশ্বৰৰ প্রসংশা হওক প্রভূ🙏🙏🙏✝️✝️✝️
@amrithazarika6667
@amrithazarika6667 Жыл бұрын
Praise the lord 🙏 guru pita Amen 🙏 mur lora dutak mritunjoy aru Nayan joty kripa korok 🙏
@hemarisong5764
@hemarisong5764 Жыл бұрын
Praise the lord amen ✝️ Thank you lord 👏 🙏🏻 💖 Thank you Gurupita ♥️
@RajuNath-nu3lk
@RajuNath-nu3lk 10 ай бұрын
Praise the lord jesus provu aru guru pati aru guru maa 🙏 halleluya 🙏 amen halleluya ❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@binuhazarika2535
@binuhazarika2535 Жыл бұрын
ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক 🙏 গুৰুপিতাৰ যোগেদি ঈশ্বৰে আমাৰ সকলোৰে মনৰ কথাবোৰ বুজি আশীৰ্বাদ কৰে যেন❤ আমেন 🙏🙏🛐🛐
@purabigogoi559
@purabigogoi559 Жыл бұрын
Praise the lord 🙏🙏 guru pita..guru maa loi hewa jonaisu..geet tu huni bohut val lgile...issare hokoluke akhirbad korok..amen 🙏🙏🙏
@rakeshbaruah5224
@rakeshbaruah5224 Жыл бұрын
Oti hundar oti hundar.. Praise the Lord gurudeb
@risongnrisong9366
@risongnrisong9366 Жыл бұрын
Thank you Jesus amen amen very nice voice j&k
@abhinshabikarmia2657
@abhinshabikarmia2657 Жыл бұрын
Praise the Lord🙏. Thank you ❤Jesus🙏🙏🙏🙏
@user-jw3io2bl3x
@user-jw3io2bl3x Жыл бұрын
praise the lord🙏🙏🙏✝🙏🙏🙏guru pita aru maa🙏🙏✝🙏🙏amen
@hirengogoi5527
@hirengogoi5527 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁ‌ক।এই পাৰ্থনা ৰে বিশ্বাসী সকলো জনকে আশীৰ্বাদ কৰক ঈশ্বৰে🙏❤️❤️
@ruphinaamsih4556
@ruphinaamsih4556 Жыл бұрын
ধন্যবাদ প্ৰভু যীচু আমাক সহায় কৰাৰ বাবে , ঈশ্বৰৰ প্ৰশংসা আৰু গৌৰৱ হ‌ওক‌ হালুলোয়া আমেন।🙏🙏🙏🙏🙏🙏🙏
@bedabrat6466
@bedabrat6466 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 পিতাই গীতটোৰ শুনি বহুত✝️ বহুত ভাল লাগিলে। এই গীতটো শুনি ঈশ্বৰৰ মনোনিত বিশ্বাসী দাস-দাসী সকলোকে সকলো দিশতে আশীর্বাদ কৰে যেন। আৰু আমাৰ ঘৰৰ বংশ মিতুকুটুম সকলোকে ঈশ্বৰে আশীর্বাদ কৰে যেন। আমেন।
@priyankaDas-pd2000
@priyankaDas-pd2000 Жыл бұрын
Praise the lord 🙏 গুৰু দেউতা গুৰু মা শ্ৰী চৰণত সেৱা আৰু প্ৰণাম জনাইছো ঈশ্বৰে যেন এই গীততিৰ যোগেদি সকলোকে আশীৰ্বাদ কৰে🛐✝️হে পিতৃ মই কৰি অহা পাপৰ পৰা যেন মোক ক্ষমা কৰি দিয়া তোমাৰ বাক্য আৰু পথত যেন চলি যাব পাৰো তুমি আমাক ধৰি ৰাখিবা প্ৰভু যীচু 🤲✝️✝️ হালেল্লোয়া আমেন❤️🙏
@babyborah4841
@babyborah4841 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 ধন্যবাদ প্ৰভু যীচু 🙏ধন্যবাদ গুৰু পিতা 🙏 গুৰু পিতাৰ পবিত্ৰ চৰনত সেৱা জনাইছোঁ 🙏 প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰে গুৰু পিতাক সুস্বাস্থ্য , দীঘায়ু আৰু মহত মহত অগম্য কাৰ্য কৰবলৈ শক্তি দিয়ক আশীৰ্বাদ কৰক । এই গীতৰ যোগেদি আমাৰ আত্মাই বহুত শক্তি পালো । ঈশ্বৰৰ সকলো বিশ্বাসী দাস দাসীক আশীৰ্বাদ কৰক । আমেন 🙏🛐 হা
@rumenbegum8131
@rumenbegum8131 Жыл бұрын
praise the lord ,probhu tumi ammar logot xodai thakiba。amen.
@jaminigohain5838
@jaminigohain5838 Жыл бұрын
Praise the Lord..🙏 pronam janaisu pitai soronot 🙏💚🙏
@rumenbegum8131
@rumenbegum8131 Жыл бұрын
praise the lord, hallilujah, amen.
@khirudrajkhowa4088
@khirudrajkhowa4088 Жыл бұрын
Praise the Lord. Kripa kora pitai. Hallelujah
@pramilabrahma9323
@pramilabrahma9323 Жыл бұрын
Praise the Lord.Amen Amen Amen .🙏🙏🙏🙏🙏
@ripasahu3584
@ripasahu3584 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তোমাৰ পবিত্ৰ শ্ৰীচৰণত সশ্ৰদ্ধে সেৱা জনাইছো🙏🙏ধন্যবাদ প্ৰভূ🙏🙏
@reemasobor8289
@reemasobor8289 Жыл бұрын
🙇‍🙇‍ঈশ্বৰৰ প্ৰশংসা হওঁক পিতা। 🙇‍🙇‍
@lakhiramdas4712
@lakhiramdas4712 Жыл бұрын
praise the lord pita .amen
@gitanjoligogoi6279
@gitanjoligogoi6279 Жыл бұрын
Praise the lord 🙏গুৰু পিতা আৰু মালৈ প্ৰনাম ও সেৱা জনাইছো 🙏ঈশ্বৰে সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏
@chandrarekhasonowal1342
@chandrarekhasonowal1342 Жыл бұрын
Praise the lord guru pita aru maa❤❤
@mumuvlogs4197
@mumuvlogs4197 Жыл бұрын
Praise the Lord Pitai🙏🙏🙏
@radhikasahu-nk6hj
@radhikasahu-nk6hj Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে প্ৰভু তোমাৰ মহিমা অপাৰ প্ৰভু এই গীতটো শুনি বহুত ভাল লাগে পিতা হ্নদয় মন উপচি যায় ধন্যবাদ😭😭😭😭 নতুন নতুন গীত আমাক দিয়াৰ বাবে আমাৰ গুৰুপিতাৰ পবিত্ৰ চৰণত সেৱা ও ধন্যবাদ জনাইছো👏👏❤
@gargeedoley
@gargeedoley Жыл бұрын
Praise the Lord ✝️🙏✝️🙏✝️❤❤❤
@annerajjak4621
@annerajjak4621 Жыл бұрын
Prise the lord 🙏 Amen deuta✝️🛐
@user-nk4bi4ez1r
@user-nk4bi4ez1r Жыл бұрын
Praise the Lord.eman hundor parthona dila pita.❤ Amen
@sunaliduarah6306
@sunaliduarah6306 Жыл бұрын
Praise the lord .guru pitar git to huni bohut val lagil❤
@rupabora2769
@rupabora2769 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ ঈশ্বৰে আমাক সদায় কূশলে ৰাখক।
@monishagogoi4596
@monishagogoi4596 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️ আমেন
@dipikadoley1683
@dipikadoley1683 11 ай бұрын
Praise the Lord✝️🙏 amen🙏✝️
@prodipdutta3033
@prodipdutta3033 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 আমেন 🙏
@minotisobor6069
@minotisobor6069 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে পিতা তোমাৰ এই সুন্দৰ গীতৰ যোগেদি মোক আৰ্শীবাদ কৰিবা 😭😭🙏🙏🙏 কেইদিন ধৰি গাটো ভাল নহয় তুমি মোক সুস্হ কৰা পিতা 🙏🙏💞💞😭😭
@bolentalukdar4123
@bolentalukdar4123 9 ай бұрын
Priase the Lord Jesus guru peta aru guru maak khawa Janlu ✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@deepikadehingia
@deepikadehingia Жыл бұрын
সুন্দৰ গীতটোৰ জৰিয়তে ঈশ্বৰে সকলোকে আশীর্বাদ কৰক🙏 গুৰুজনাক এইদৰে গীত গান কৰিবলৈ ঈশ্বৰে সদায় শক্তি দিয়ক🙏🙏
@luckydutta3391
@luckydutta3391 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐🙏♥️ প্ৰভু তোমাৰ প্ৰবিত্ৰ বাক্যত দেউতাক যেন আৰু নতুন নতুন গীত দিবা পিতা,দেউতাৰ গীতত আমি যেন সকলোৱেই আশীৰ্বাদ পাওঁ✝️🛐আমেন ✝️🛐🙏♥️😭😭😭
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 সঁচাকৈয়ে প্রভু গুৰুজনা এই আত্মাৰ গীতটি শুনিবলৈ ইমানেই ভাল লগিছে মনত বহুত সাহস আৰু আনন্দ লাগিছে ঈশ্বৰে গুৰুজনা লগতে সকলোকে আনন্দিত কৰক 🛐♥🧚‍♀️🧚‍♂️♥🛐
@rajdutta5094
@rajdutta5094 Жыл бұрын
PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏
@rupohilahon3087
@rupohilahon3087 Жыл бұрын
Praise the lord 🙏🙏🙏❤
@pronabsaikia1998
@pronabsaikia1998 Жыл бұрын
Praise the lord hallelujah 🙏🙏🙏❤
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx Жыл бұрын
Praise the lord🙏🏻🌹💖✝️💖🌹🙏🏻
@DiptiKalita-hh4ry
@DiptiKalita-hh4ry Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা ‌হওক পিতৃ ঈশ্বৰৰ জৰিয়তে সকলোৰে মনৰ কথা ব্যক্ত কৰিবলৈ ঈশ্বৰৰে যেন শক্তি প্ৰদান কৰে এই গীতটোৰ জৰিয়তে সকলোৱে যেন আশীৰ্বাদ ‌পায়🙏 ‌হালেলুইয়া 🙏❤️ আমেন ❤️❤️❤️❤️❤️
@pramilaboruah6601
@pramilaboruah6601 Жыл бұрын
Praise the Lord 🙏
@munmidas1405
@munmidas1405 Жыл бұрын
Praise the Lord❤❤❤❤❤❤❤
@jugeswarsonowal187
@jugeswarsonowal187 Жыл бұрын
Praise the lord,s Amen.❤❤❤
@akbarhussain000
@akbarhussain000 Жыл бұрын
Praise the lord pitai ❤❤❤
@xutradharpuwali-hx2ge
@xutradharpuwali-hx2ge 10 ай бұрын
Praise the Lord pita
@senehalatahandique9027
@senehalatahandique9027 Жыл бұрын
Very nice song press the lord ❤
@Bhaskarjp11
@Bhaskarjp11 Жыл бұрын
Dhonyabad Pitai Praise The Lord Amen🙏💝
@shikhasaikiagogoideha8558
@shikhasaikiagogoideha8558 2 ай бұрын
Amen
@bhagyashreechetia383
@bhagyashreechetia383 Жыл бұрын
Praise the lord pita
@manideka2250
@manideka2250 Жыл бұрын
Pitai mor Pitai, Bajali Bhawanipur ++++++++++++++++++++++++++++++
@chinubaruah8311
@chinubaruah8311 Жыл бұрын
Praise the Lord🌹 Thank you Jesus🙏 Hallelujah Amen🙏🙏🙏
@indukhanikar5457
@indukhanikar5457 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন❤❤❤
@B2pn84
@B2pn84 Жыл бұрын
Praise the Lord Amen ✝️🛐🙏
@parulborgohain8511
@parulborgohain8511 Жыл бұрын
Nice. Amen Amen❤❤
@nirupoma5935
@nirupoma5935 Жыл бұрын
Praise the Lord 🙏✝️🛐
@manmayuribicamiya4801
@manmayuribicamiya4801 Жыл бұрын
Praised the Lord Jisu baba and gurujna baba. I am everyday to wait a your prayer.......Amen 🎄🏰🌲🌲
@ranjumoniborah5560
@ranjumoniborah5560 Жыл бұрын
Praise the lord Jesus 🙏✝️✝️✝️
@jadumonihazarika9378
@jadumonihazarika9378 Жыл бұрын
Paise the lord Jisu
@pobalisonowal-ng8hl
@pobalisonowal-ng8hl Жыл бұрын
Praise the lord😊
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 হে যিহোৱা কাণ পাতা মোক উত্তৰ দিয়া, কিয়নো মই দুখী আৰু দৰিদ্ৰ মনৰ কথাবোৰ ক'বলৈ মন যায় || প্রভু মোক কৰিবা সহায় ২ মন কথাবোৰ ক'বলৈ মন যায়, প্রভু মোক কৰিবা সহায় ||২ হে যিহোৱা কাণ পাতা, কিয়নো মই দুখী আৰু দৰিদ্ৰ,, মোৰ প্ৰাণ ৰক্ষা কৰা, মই তোমাক বিশ্বাস কৰোঁ | তোমাৰ দাসক পৰিত্ৰাণ কৰা, তোমাৰ দাসক পৰিত্ৰাণ কৰা || মনৰ কথাবোৰ ক'বলৈ মন যায়, তোমাৰ দাসৰ প্রাণ আনন্দিত কৰা | মই তোমালৈ সাবিহাস কৰোঁ, তুমিয়ে মঙ্গলময় আৰু ক্ষমাবান || মন কথাবোৰ ক'বলৈ মন যায় , প্রভু মোক কৰিবা সহায় | প্রভু মোক কৰিবা সহায় || সংকতৰ কালত মই প্রাথনা কৰিবা, কিয়নো তুমি মোক উত্তৰ দিবা | মোলৈ মুখ কৰা আৰু কৃপা কৰা, ২ মন কথাবোৰ ক'বলৈ মন যায়, প্রভু মোক কৰিবা সহায়, প্রভু মোক কৰিবা সহায় ||আমেন🛐🛐 গুৰুজনা এই আত্মাৰ গীতটি শুনিবলৈ বহুত ভাল লাগিলে এই গীতটি জৰিয়তে সকলো ৰোগী- দুখী বিলাকক সদায় আনন্দিত কৰিবা প্রভু আমেন🛐🛐🛐🛐
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
প্রভু ভুল হলে ক্ষমা কৰিবা🛐🛐
@indiramech7241
@indiramech7241 Жыл бұрын
Praise the lord halleluya amen
@ritagogoi9384
@ritagogoi9384 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏😍❤️❤️
@neepasahu735
@neepasahu735 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏❤️হে মহান প্ৰভু তোমাৰ পৱিত্ৰ চৰনত সেৱা জনাইছো🙏আমেন🙏
@golakdas6799
@golakdas6799 Жыл бұрын
Praise the Lord.......Amen❤🙏🙏🙏🙏🙏
@swapnagogoi
@swapnagogoi Жыл бұрын
praise the lord.✝️🛐🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@dhontamuli1180
@dhontamuli1180 Жыл бұрын
Praise the lord
@monikaadhikari7076
@monikaadhikari7076 Жыл бұрын
Bohut val lagil.praise the lord
@rumenbegum8131
@rumenbegum8131 Жыл бұрын
praise the lord, amen.
@dipaliborah1592
@dipaliborah1592 Жыл бұрын
Praise the Lord.Amen 🙏🙏🙏❤❤❤
@bhanibalasaikia5176
@bhanibalasaikia5176 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হক, গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে আমেন ।
@ratulbaruah2919
@ratulbaruah2919 Жыл бұрын
❤❤❤❤praise the Lord
@user-ty7ve9tx7y
@user-ty7ve9tx7y Жыл бұрын
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিaৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। परमेश्‍वर का गीत गाओ, उसके नाम का भजन गाओ; जो निर्जल देशों में सवार होकर चलता है, उसके लिये सड़क बनाओ; उसका नाम यहोवा है, इसलिए तुम उसके सामने प्रफुल्लित हो! 5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তাb। परमेश्‍वर अपने पवित्र धाम में, अनाथों का पिता और विधवाओं का न्यायी है*। গীত, 68
@luckydutta3391
@luckydutta3391 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐🙏♥️😭😭
@radhikasahu-nk6hj
@radhikasahu-nk6hj Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 আমেন প্ৰভু 🙏🙏
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক ধন্যবাদ পিতাই🛐🛐
@manideka2250
@manideka2250 Жыл бұрын
Pitai mor Pitai, Bajali Bhawanipur ++++++++++++++++++++++++++++++
@bedabrat6466
@bedabrat6466 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏🙏 ✝️✝️❤❤❤
@100ffofficial
@100ffofficial Жыл бұрын
Priase the lord amam ✝️ 🙏🏻 ❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@gayatriburagohain899
@gayatriburagohain899 Жыл бұрын
Bar bar hunibo mon Jai 😭😭😭🙏🙏
@dipsikhagogoi3984
@dipsikhagogoi3984 Жыл бұрын
Priase the lord 🙏🙏🙏
@duttapartha5245
@duttapartha5245 Жыл бұрын
Praise the Lord✝️❤️💕🙏💞❣️✝️🙏
@trishnaborah9893
@trishnaborah9893 Жыл бұрын
Praise the lord
@renugogoi8836
@renugogoi8836 Жыл бұрын
Pra8se the lord
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 Жыл бұрын
Ishwaror prokhangkha houk 🙏🙏🙏💝
@lipikagogoi4434
@lipikagogoi4434 Жыл бұрын
Praise the Lord ✝️✝️🙏🙏🙏🙏
@pranab79038
@pranab79038 Жыл бұрын
Praise the lord Jesus 🙏🙏🙏
@dipadutta6631
@dipadutta6631 Жыл бұрын
Praise the lord 🙏🙏🙏
@nirugogoi8744
@nirugogoi8744 Жыл бұрын
Praise the lord 🙏🙏
@dipaksarma5693
@dipaksarma5693 Жыл бұрын
Amen 🙏🙏🙏
@mrinmoytalukdar6601
@mrinmoytalukdar6601 Жыл бұрын
Praise the. lord 🙏🙏🙏❤️❤️❤️
@lakhimaipanging4473
@lakhimaipanging4473 Жыл бұрын
Praise the Lord🙏🙏🙏
@pranabjyotigogoiflutemusic9493
@pranabjyotigogoiflutemusic9493 Жыл бұрын
বহুত সুন্দৰ গীত 🛐
@mainagogoi206
@mainagogoi206 Жыл бұрын
praise the lord
@dhoogogoi9051
@dhoogogoi9051 Жыл бұрын
Aamn
@nitubarua3352
@nitubarua3352 Жыл бұрын
Praise the Lord,Amen🙏
@anurajkhowa21
@anurajkhowa21 Жыл бұрын
Praise the Lord amen
@ghanakantikonwar2176
@ghanakantikonwar2176 Жыл бұрын
ধনবাদ। ধন্যবাদ। আৰু। ধন্যবাদ আমেন
@jyotibikashsaikia4683
@jyotibikashsaikia4683 Жыл бұрын
Praise The Lord🙏🏻✝️❤
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 49 МЛН
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 47 МЛН
যীচুৱে নিব তোমাক সৰগলৈ.
5:05
Ranjan Chutia
Рет қаралды 26 М.
hargele //Ranjan Chutia// gospel song WHPC
6:36
Ranjan Chutia manik
Рет қаралды 18 М.
Mur bipodor kalot Sunday worship world healing prayer centre Ranjan chutia
8:54
KOTONU JATONA // RANJAN CHUTIA // WHPC // ASSAMESE GOSPEL SONG //
7:05
Ranjan Chutia manik
Рет қаралды 43 М.
SUNDAY WORSHIP || WORLD HEALING PRAYER CENTRE || HINDI GOSPEL SONG ||
9:09
Ranjan Chutia manik
Рет қаралды 32 М.
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 49 МЛН