মন্ত্ৰী সকলক যিমান হ'লেও নাটে ।পাৰিলে মাটি সম্পত্তি দহ জনমলৈ গোটাব । আমি পেট বান্ধি থাকিব লাগিব বাহ

  Рет қаралды 7,221

popy and raja

popy and raja

Күн бұрын

Пікірлер: 63
@rinjuborah1758
@rinjuborah1758 Ай бұрын
সত্য় কৈছে বাইদেউ । মন্তীমহোদয়সকলে এইবিলাক বুজী নাপায়। তেওলোকে ৰাইজ্যৰ টকাৰে পৰ্বত বনাই লৈছে।
@Krishnasonowalkk9085Ks
@Krishnasonowalkk9085Ks Ай бұрын
বাইদেউ আপোনাৰ এই মাহেকীয়া হিচাপ (মানে এখন ঘৰচলা )অংগনৱাদী সকলৰ দৰমহাই যে নোৱাৰে অজন্তা বা হিমন্ত উপৰিও আন বহু লোকে জানে ৷কিন্ত শাসনৰ লালসাত অন্ধ হৈ আছে মন্ত্ৰী সকল৷বাকী বিধায়ক সকলে মন ভাল লগাবলে সদনত এশাৰী দুশাৰী মান গায় পাল মাৰি থয়৷ যেনেকৈ শুই থকা মানুহক জগাব পাৰি কিন্ত তুপনি ভাও জোৰি শুইথকা লোকক জগাই লাভ নাই ৷এই কথাখাৰ ইহতৰ লগত মিলে৷হিমন্তই কয় কোনো দল সংগঠনে আন্দোলন প্ৰতিবাদ কৰিব নালাগে৷কিন্ত নকৰিলে একো নেপায় তাৰেই প্ৰমাণ এইয়া৷অংগনৱাদী সকলৰ দৰমহাকলৈ এচাম দালাল ইউটিউবাৰে বেপাৰ কৰে ৷এই দালাল সকলক ভূৱা বাতৰি প্ৰচাৰ কৰা বুলি কেচদি জেললৈ পথিয়াব লাগে৷
@popy775
@popy775 Ай бұрын
একেবাৰে সঁচা কথা কৈছে বাইদেউ ইহঁতক এসেকা দিব লাগিব।
@Priuuu01
@Priuuu01 28 күн бұрын
Baidew thik hisab di se sokolua ghorot sokari sakori tu nai
@UtpalaBordoloi-vv7rf
@UtpalaBordoloi-vv7rf 26 күн бұрын
ঠিক কৈছে বাইদেউ
@nipandasvlog810
@nipandasvlog810 Ай бұрын
আমাৰ মা হতে যিখিনি পইচা পাই সেইখিনিৰে একো নহয়,, আগতে চলিবলৈ বহুত কষ্ট হৈছিল কাৰণ আমাৰ দেউতা নাই এতিয়া মই নিজেই চাকৰি কৰি পঢ়ি থাকিব লগা হৈছে কাৰন সেইখিনি টকাৰে একো নহয়।।। এতিয়া বাৰু চলিবলৈ অসুবিধা নহয় কিন্তু বহুতৰ ক্ষেত্ৰতে এতিয়াও ৬৫০০ আৰু ৩২৫০ টকাৰে ঘৰখন চলিব লগা হৈছে কিমান অসুবিধা হয়,,, মহিলা হৈ মহিলাৰ দুখ কষ্ট বুজি নোপোৱা অজন্তাক কথোৰ ভাষাৰে গৰিহনা দিছোঁ 😊
@popy775
@popy775 Ай бұрын
সঁচাকৈ তোমাৰ মন্তব্য টো ভাল লাগিল।
@runupatangia8105
@runupatangia8105 Ай бұрын
সছা বাইদেউ আমাৰ ছলিব বহুত কষ্ট
@bontigogoi2622
@bontigogoi2622 Ай бұрын
Val kotha koise baideo
@SwarnaBorgohain-z1l
@SwarnaBorgohain-z1l 10 күн бұрын
কেনেকৈ বুজালে আমাৰ দুখ.বুজি.পাব.আমাৰ বাইদেউৱে
@bobynath1978
@bobynath1978 Ай бұрын
Bahut valo kotha
@mintulatagogoi5306
@mintulatagogoi5306 Ай бұрын
থিকেই কৈছা পপি আমাৰ লৰা ছোৱালীৰ সপোন দেখাৰ পৰা বঞ্চিত কৰিছে কাৰণ আমি এই কেইটা টকাৰে জোৰাব নোৱাৰো মন্ত্ৰী মহোদয় আমৰ ফালে এবাৰ চাওঁক
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 4 күн бұрын
বাইদেউ মোৰ মানুহজন ঢুকাল মই ছোৱালীৰ দুজনী লৈ ঘৰ চলিবলৈ বহুত কষ্ট হৈছে
@surabhigohain-qw9jk
@surabhigohain-qw9jk Ай бұрын
মোৰো মানুহজন নাই ছোৱালী লৈ মা দেউতা ঘৰত আছো দেউতা ও নাই ।মা অসুস্থ দেহা ,জীয়াই থাকিব মন নোযোৱা হৈছে ।
@SamarpanDas-qm2ol
@SamarpanDas-qm2ol Ай бұрын
Right baideo
@sawpnabordoloi6616
@sawpnabordoloi6616 29 күн бұрын
Hoy Baideu❤❤❤
@142NoPanigaonNamgharNagaonUrba
@142NoPanigaonNamgharNagaonUrba 5 күн бұрын
Apunar kotha bur xumi vhal lage lage baidew ..apni anekoi video bonai thakibo baidew❤
@Taahi.bordoloi
@Taahi.bordoloi 29 күн бұрын
Xosai baidew.amar soliboloi bohut kosto hoise sarkare alop Buji pale bhal hoi moi agoraki unmarried suali
@chandrmaneog1717
@chandrmaneog1717 Ай бұрын
বহুত বহুত লাগতিয়াল কথা কলে বান্ধবী অজন্তা পোহনীয়া কুকুৰটোৱে ৫০০০ হেজাৰ টকাৰ খানা খায় বুলি শুনিছো
@popy775
@popy775 Ай бұрын
হয় নেকি এইটো ৰ ওপৰত বনাব লাগিব।
@RumiGogoi-w7y
@RumiGogoi-w7y Ай бұрын
Popi Thanku
@DonKelar123
@DonKelar123 3 күн бұрын
Ajanta Nagug rbisar bibag nai koran AWW workar monthly 2000,00 Toka dise
@syedajahirabegum4948
@syedajahirabegum4948 Күн бұрын
Baidew mojja kota koisa
@ALLINONE-nl5pq
@ALLINONE-nl5pq Ай бұрын
বাইদেউ বিধবাৰ সকলৰ কথা নকলে
@popy775
@popy775 Ай бұрын
হয় মনলৈ নাহিল যে বেয়া নাপাব পিছত নিশ্চয় কম।
@chandrabora2359
@chandrabora2359 Ай бұрын
Val katha kole baidew
@HemakantiGogoi
@HemakantiGogoi Ай бұрын
Right
@jahnabigogoi2280
@jahnabigogoi2280 Ай бұрын
Right 👍
@RupaMelsudha
@RupaMelsudha 2 күн бұрын
ঠিক কৈছে😊😊
@DonKelar123
@DonKelar123 6 күн бұрын
Ajanta Nagug a AWW agorakik 1 dinot 67,00 tokakoi par day dise mahot 2000,00 Toka dise
@priyasimanarzary6864
@priyasimanarzary6864 27 күн бұрын
B.J.p.Sorkarr Dinot Akha Nokoribo
@popy775
@popy775 25 күн бұрын
তাকেহে
@JalbariaNarayanpur
@JalbariaNarayanpur 5 күн бұрын
Hay Baideu Thanku
@rumadeka6172
@rumadeka6172 27 күн бұрын
Val kha koise baidew koi ki lav Kune xunib xuna manuh nai. Amar dukh Kune xunib
@pranjalkurmi7206
@pranjalkurmi7206 28 күн бұрын
Baideu apunar kotha hosa imaan kom poisat ghor ekhon ktiau cholabo nuari dhoinobaad baideu.
@popy775
@popy775 25 күн бұрын
Thanks
@nonihazarika1900
@nonihazarika1900 3 күн бұрын
Raight
@binitaborgohain5688
@binitaborgohain5688 Ай бұрын
বাইদেউ মইও এগৰাকী A w w। মোৰ স্বামী ৰ মৄত্যু হল ।মই মাৰ ঘৰত কেন্দ্ৰ চলাবলৈ যাওঁ আৰু গাৰী ভাৰা বাবদ ৫০০০ মানেই খৰচ হয় ঘৰৰ আন আন খৰছ কৰি বলৈ এটকাও বাকী নৰই লৰা ছোৱালী কেইটা পঢ়াই আছোঁ কেতিয়াবা মৰি যোৱাৰ কথা চিন্তা কৰোঁ কিন্তু বহুমূলীয়া জীৱনটো বাৰু কেনেকৈ শেষ কৰি দিও।।বহুত দুখত জীয়াই আছোঁ। মন্ত্ৰী মহুদয়াই যেতিয়া ৪ লাখ টকা ৰিতায়েৰ হলে পাব বুলি কৈ থাকে মোৰ খং উঠি যায় ,হেই টকা পোৱা ৰ কাৰণেটো আমি খাইবৈ জীয়াই থাকিব লাগিব😂😂😂😂😂😂
@popy775
@popy775 Ай бұрын
বাইদেউ আপোনাৰ মন্তব্য শুনি দুখ লাগিছে কি কৰিব আমি মৰি মৰি জীৱাই থাকিব লাগিব।
@HemakantiGogoi
@HemakantiGogoi Ай бұрын
▶️
@anjalisarma2937
@anjalisarma2937 Ай бұрын
Right baido
@RingkuDoley-f7e
@RingkuDoley-f7e Күн бұрын
❤❤❤❤❤❤
@bontigogoi2622
@bontigogoi2622 Ай бұрын
Ajonta neog aru himonta mama kunu hriday nai
@ChampaDas-yi2xw
@ChampaDas-yi2xw 2 күн бұрын
B J P sarkar dhar Kari sali ase Anganwadi sakalak kor para darmaha baraba
@ReenaPhukan-l8j
@ReenaPhukan-l8j 6 күн бұрын
Hai hakhi😢😢
@dipikabora3008
@dipikabora3008 Ай бұрын
Right ba
@LordPritom
@LordPritom Ай бұрын
Moi aru mur helper bidoba ami kenaka solim baidew
@RekhaRani-tp2wx
@RekhaRani-tp2wx Ай бұрын
🙏🙏🙏
@jahnabidas4276
@jahnabidas4276 Ай бұрын
Bujet khanot aru bahut rai gal.jene-kapur /sabun/ Tel adi.....
@popy775
@popy775 Ай бұрын
হয় হয় বাইদেউ আৰু বহুত ওলাব।
@LipikaSaikia-i4w
@LipikaSaikia-i4w Ай бұрын
Amar kheti nai bor kosto
@BrojenTisso-g8h
@BrojenTisso-g8h Ай бұрын
Helpar 10000
@dulalsarma9638
@dulalsarma9638 Ай бұрын
আপুনি ভি,ডি ,ওক চৰকাৰে গুৰুত্ব দিছি জানো ।ভি, ডি , ও বনাই থাকিলে কি হব ।
@tonmoyborahsaikia2745
@tonmoyborahsaikia2745 Ай бұрын
কাম নহলেও নিজৰ দূখবোৰ এই নিউজটোত লিখি দিলে নিজৰ হৃদয়ত জুই হৈ জলি থকা কথাবোৰ মনটো অলপ পাতিলিব ৷কাৰণ বাইদেউ এগৰাকী কমীহে তেখেতে আন ৫০০জনীক কৱ তেনেকৈ কিবা এটা জানিব ৷
@popy775
@popy775 Ай бұрын
@@dulalsarma9638 চৰকাৰে গুৰুত্ব দিয়া নিদিয়াক লৈ মই ভিডিঅ' বনোৱা নাই। মই কেৱল মনৰ আবেগ বোৰ প্ৰকাশ কৰিবলৈ হে বনাইছো। কথা বোৰ সকলোৱে চিন্তা কৰিব হ'ল।
@popy775
@popy775 Ай бұрын
@@tonmoyborahsaikia2745 ধন্যবাদ জনাইছোঁ আপোনালোক
@tonmoyborahsaikia2745
@tonmoyborahsaikia2745 Ай бұрын
@@popy775 welcome
@RumiKonwarphukon
@RumiKonwarphukon Ай бұрын
Baidoapunithkykoysa
@uuuuuy4249
@uuuuuy4249 9 күн бұрын
Very good 8:13
@mouchumidevi5365
@mouchumidevi5365 Ай бұрын
Right 👍👍
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 26 МЛН
ЭТО НАСТОЯЩАЯ МАГИЯ😬😬😬
00:19
Chapitosiki
Рет қаралды 3 МЛН
TEACHER ADVERTISEMENT CHOCHÂ|| CEM MADC APAKYHNA-2024
22:51
VOICE OF MARALAND
Рет қаралды 2,3 М.
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 26 МЛН