বহুত গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।
@adyutborpatragohain68392 ай бұрын
বলিষ্ঠ, স্পষ্টবাদী, নিৰলস ভাৱে কথা ক'ব পৰা বহু বয়োজেষ্ঠ ব্যক্তিতকৈ কোনো গুণে কম নহয় এঞ্জেলা। দৰ্শক হিচাপে মোৰো এটা বিবেচনা আছে যে ইমান কম বয়সতে ইমান সুন্দৰকৈ গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি যোৱা এঞ্জেলা বহুতৰে উৰ্ধত।🇮🇳👌
The very fact that the hostess keeps transitioning unconsciously and frequently in acknowledging the honorable guest from তুমি to আপুনি shows that Respect can only be earned by the Deserving, not demanded. Anjela ma'am truly deserves huge respect and admiration. She is truly an inspiration for Assamese youth. 🔥 Really good session 👍 Please invite more guests of such high calibre. It was enlightening to hear the entire conversation ❤ Thank you very much to the entire podcast team and Best Wishes for more meaningful and amazing endeavours 🙏
মই ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ এঞ্জেলাদৰে অসমৰ প্ৰতি গৰাকী মহিলা হক অসমৰ পতেখন ঘৰত সৃষ্টি হয় যেন এগৰাকী এঞ্জেলা অসম মাতৃক কোনো কোনো বাই হাত কোনো বাই ভৰি বিচাৰিছে মই কব খন খুজো ভাগ ভাগ কৈ এই দেহাটোয়ে কাম কৰিব পাৰিব বুলি
সুন্দৰ, এনেকৈয়ে জিৱনৰ বাটত আগুৱাই গৈ থাকা, May God bless you with good health and happiness.
@nitulgogoi92602 ай бұрын
বাইদেউ ৰাজনীতিক লৈ বৰ সুন্দৰ কথা এষাৰ কলে আজিকালি ৰাজনৈতিক বিলাকে যে যেতিয়া ইলেকচন হয় তেতিয়া হিন্দু মুছলিমৰ ৰাজনীতি বেছিকৈ কৰা অসমত দেখা পোৱা যায়
@kailashchsarma61917 күн бұрын
সুন্দৰ আলোচনা । গঠনমূলক,সমাজ সংস্কাৰমূলক দৃষ্টিভঙ্গীৰে এঞ্জেলা চাংমায়ে নিজৰ মনৰ মাজত ঠাহ খাই থকা আকাঙ্ক্ষাৰ কথা ব্যক্ত কৰিলে । মহাপুৰুষ দুজনাৰ অসমখন একত্ৰিত কৰি ৰখা আদৰ্শৰে অনুপ্ৰাণিত সেৱিকাগৰাকীৰ মনৰ আশাখিনি পূৰণ হওক । অৱশ্যে শাক্তধৰ্মী বা ভিন্ন দেৱ-দেৱীৰ উপাসকসকলে সতকাই নিজৰ পৰম্পৰাগত উপাসনা পদ্ধতি সলনি কৰিব নোখোজে যদিও মহাপুৰুষ দুজনাৰ কালজয়ী সৃষ্টিৰাজিৰে সমৃদ্ধ আধ্যাত্মিক তথা সাংস্কৃতিক দিশটোৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱ পোষণ কৰাটো এটা ইতিবাচক দিশ । তৎস্বত্বেও তেওঁৰ এই মহান প্ৰত্যাশা সাৰ্থক হোৱাৰ কামনাৰে আন্তৰিক শুভেচ্ছা যাচিলোঁ।
@satyajitsaikia6312 ай бұрын
Absolutely genuine from her heart ❤ proper example of #Multi-talented ❤🎉 KEEP SHINING AND KEEP SPREADING YOUR POSITIVITY ALL AROUND ☺️
@Jeshmin929Ай бұрын
Angela baa k 2017 porai sini paw amar Lakhimpur girls college re asil ttyar prai bohut dhunia k kotha bur koi . Birat sposthobadi aru hahokhi. We proud of you Angela Baa ❤
@mrinaleechetiaburagohain4226Ай бұрын
অতি সুন্দৰকৈ কথা ক'ব পৰা ইমান স্পষ্টবাদী ইমান সাহসী .....তুমি অসমীয়াৰ স্বাভিমান এঞ্জেলা , আগুৱাই যোৱা ।
Sankar Dev shishu Niketan Bordologni nd me Sankar Dev Vidya Niketan , Garamur , Krishnanagar .
@lalitadas908611 күн бұрын
কনকলতা স্বাধীনতা আন্দোলনৰ এগৰাকী মুক্তিযোদ্ধা হিচাপে অসমৰ জ্বলন্ত উদাহৰণ। ঠিক সেইদৰে এঞ্জেলা তুমিও সঠিক ভাৱে আগুৱাই যোৱা ,নৱ প্ৰজন্মই পূৰ্বপুৰুষৰ আধ্যাত্মিক সমাজৰ জ্ঞান সমূহ যাতে পাবলৈ সক্ষম হয়। তোমাৰ অসীম সাহস।সু স্বাস্থ্য ও দীৰ্ঘাযু কামনাৰে আশীৰ্বাদ থাকিল। ধন্যবাদ ❤❤ ব
সঁচা কথা কবলৈ আমি কেতিয়াও ভয় কৰিব নালাগে । সকলোৰে মন মগজু যদী একেই হোৱা হ'লে ভাৰত খন, অসম খন বহুত উন্নত হল হেতেন । ❤❤🙏🙏🙏❤❤
@bharatibora71012 ай бұрын
Anjela kothabure muk bohut motivet kore
@MridulDeka-pe8rj20 күн бұрын
ভাল লাগিল,মানুহ সদায় এনেকুৱা ইস্পষ্ট হব লাগে,❤️👍
@CEO-of-YouTube-12 ай бұрын
Motivational kothabur........khuni moja lage baat...... practically koribo iman easy nohoy......jetiya kothabur khuni thaku tar keidin man..... charge up hoi thake....but tar pisot back to normal life......😂😂😂😂
@hemkantabybowri73027 күн бұрын
I like Angela's confidence.may God bless her.
@ayanststatus18312 ай бұрын
কথা কোৱা বোৰ বৰ মিঠা বা ❤😊
@ratikantamili.5442Ай бұрын
বহুত ভাল লাগে আপোনাৰ কথাবোৰ ❤❤ এঞ্জেলা বা
@Dilipchandra-dv6ym19 күн бұрын
Angela Changmai is not a name only, she is a good sense of humor and a responsible citizen of the nation. I really impressed by the way.