মৰা মানুহ এজনে বেৰৰ ফুটা ৰে চাই আছিল😱 Real Horror Story | JSS

  Рет қаралды 108,469

JSS Unscrripted

JSS Unscrripted

2 ай бұрын

Пікірлер: 425
@santudas6975
@santudas6975 2 ай бұрын
বৰষুণৰ 🌧️বতৰত ৰাতি এটা বজাত আপোনাৰ ভূতৰ👻👻 কাহিনী শুনি বহুত ভাল লগতে ভয় লাগিছে । কাষতে ভূত শুই থকা যেন অনুভৱ হয়।
@Saya_ek_Rahashya
@Saya_ek_Rahashya 2 ай бұрын
Ebar amr channel tu sabole napahoribo jdi he horror story lover hoi ❤❤
@bhriguphukan8313
@bhriguphukan8313 2 ай бұрын
মানুহ মৰিলে আত্মাটো তিনিদিনলৈ ঘৰৰ মহলতে থাকে ।মোৰ দেউতা ৰাতিপুৱা মৰিছে আৰু ৰাতি দেখা পাইছো ।মোৰ দাদাৰ লগতো এনেকুৱা ঘটনা হৈছে ।
@B.GOHAIN
@B.GOHAIN 2 ай бұрын
Hoi thake thake ...
@BandanaRoy-jt7sc
@BandanaRoy-jt7sc Ай бұрын
ম ই মোৰ মামা মৰাৰ 24 ঘন্টা পিছত মামাৰ মাতটো শুনিছিলো
@TukuRay007
@TukuRay007 Ай бұрын
Kidney touching knowledge!!😶‍🌫️
@AnkurJoyti123
@AnkurJoyti123 2 ай бұрын
ৰাতি তিনিটা বজাত সদায় খটক্ খটক্ খটক্.. (ইংৰাজ ভুত)।
@Abinashvlogs100
@Abinashvlogs100 19 күн бұрын
😅😅😅 ইংৰাজ ভূত 😅😅😅
@narjiyesmin6049
@narjiyesmin6049 2 ай бұрын
ভাষা দুই প্ৰকাৰৰ লিখিত আৰু কথিত 😊😊😊শুনি ভাল লাগিল 😊😊
@krishnomonivlogs
@krishnomonivlogs 2 ай бұрын
Vutor video bur komi goise aru dibo sun
@kaberiDeka-qq3go
@kaberiDeka-qq3go 2 ай бұрын
Um diba sn baa💝
@Pryrrrt
@Pryrrrt 2 ай бұрын
(বিভিন্ন ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহ) 💥 হিন্দু ধৰ্ম - বেদ, উপনিষদ, গীতা, ভাগৱত। 💥 বৌদ্ধ ধৰ্ম - ত্ৰিপিটক। 💥 ইছলাম ধৰ্ম - কোৰান। 💥 শিখ ধৰ্ম - গুৰু গ্ৰন্থ চাহিব। 💥 খ্ৰীষ্টান ধৰ্ম - বাইবেল। 💥 জৈন ধৰ্ম - আগাম সুত্ৰছ (Agam Sutras) 💥 Zoroastrianism - Avesta. 💥 Confucianism - Analects. 💥 Judaism - Tanakh (Hebrew Bible).olp porhi lowa kamat ahina ✅
@anamikakalita4732
@anamikakalita4732 2 ай бұрын
Sowali joni r khta khine vl a lagisa xouni.. kintu sowali joni a vut r kahini jimn kowisa culi khine o ximn a larisa 😅😅
@PoliticalAddaWithKajal
@PoliticalAddaWithKajal 2 ай бұрын
Always Chant Hanuman Chalisa. No mantra is more powerful than the Hanuman Chalisa. Jai Bajrangbali. Jai Hanuman🙏
@puspadas9235
@puspadas9235 2 ай бұрын
ঠিকেই কৈছে তেওঁ এনেধৰনৰ বহুত নিগেটিভ এনাৰজি আছে, পিছে আমি কিছুমানে এ 37:15 নেধৰনৰ একো নাই বুলি কব খোজে,যিহেতোনেকি যাৰ লগত হৈছে তেওঁ হে গম পায়। ভাল লাগিল।।,👌👌👌👌👌
@julisarma3483
@julisarma3483 2 ай бұрын
Oloukik karubar kiba ase jodi o video bonabosun. Okol vut vut Sai voy lage. Vogobanoru bohut kahini thake. Pale share koribo.
@ranideka1084
@ranideka1084 2 ай бұрын
Saya ek rahashy,,, channel tut sab paribo apunar mn ppsndor kahini
@Who9-j7z
@Who9-j7z Ай бұрын
Bhoot dekhile rokhi pelai Hanuman chalisa matile bhoot 100 Meter durt thake 💪hnuman chalisa matile akhon shid create hoi xei sild khont bhoot aahibo nuware
@jutikakalita9168
@jutikakalita9168 2 ай бұрын
Ber r uporedi omli sai thoka kahini2 he mr bht voi lgil 😰😰😰😰...
@Saya_ek_Rahashya
@Saya_ek_Rahashya 2 ай бұрын
Jdi he horror story lover tene ebar amr channel 2 saboloi napahoribo ....❤❤
@jasminsultana8683
@jasminsultana8683 2 ай бұрын
Dhunia a lgise... Dhunia koi bujay dise sis jnonie.... ❤❤❤❤
@bhanitabayandas8157
@bhanitabayandas8157 25 күн бұрын
কুনখেন গাঁৱৰ আপি হা এই তু ? কেংকে কথা কয় হা ! 😄 শুনি ভাল লাগ-ছি দে
@user-jx5wd2ol9t
@user-jx5wd2ol9t 2 ай бұрын
Ba apunar show2 Sai bohut val lage❤️😌
@alinapatgiri4441
@alinapatgiri4441 2 ай бұрын
কথা খিনি শুনি ধুনীয়া লাগিছে ❤😊
@mintusaikia580
@mintusaikia580 2 ай бұрын
Moi buji paisu....dhuniya lagil video tu sai.....vutar story diba himasri baa...ba buli koisu tumi mor xomane hoba sage..
@manashidasmaina731
@manashidasmaina731 2 ай бұрын
Ji dina palat poribo negetive enarjir pesap olai jbo ... negetive enarji believe nkra burar ..ru kissomame boji powa ni boli koisa je ... English t kotha koi ase neki sis joniue 😂😂ata kotha nhi amr Assam r mnh belake aku English he boji pai , Assamese kotha boji nepai nhi 😂😂......over smart bure 😂😂
@bikashdeka1353
@bikashdeka1353 2 ай бұрын
Enarji nhoi baideu.. Energy hoi 😂😂😂
@prettyrekhadas5695
@prettyrekhadas5695 Ай бұрын
Apunr alp vul hl nki baidew,,,,, enarji nhoi he energy hoi.... Apun ko alp kmke buje sage 😅
@trishadutta4866
@trishadutta4866 Ай бұрын
Oo baideo ....upper assamr lukhokolor lower Assam r Kotha kua style tu bujat ohubidha hoi ...takee heikrne buji pua nai buli koise ...english hh buje english tt hh Kotha pate heitu nhoi ....nijei over smart dekhai ,kotha kb ahise eyt .
@njb6437
@njb6437 2 ай бұрын
Swali jonir thaka address tu jonabo sun.. moi jam abar gaon khonot
@user-sl4su3xj8i
@user-sl4su3xj8i Ай бұрын
Sangsari
@njb6437
@njb6437 Ай бұрын
@@user-sl4su3xj8i changsari r kuntu area t
@runuhazarika8290
@runuhazarika8290 2 ай бұрын
ভুতৰ কাহিনীতো শুনি ভাল লাগিল
@Saya_ek_Rahashya
@Saya_ek_Rahashya 2 ай бұрын
Jdi he horror story lover tene amr channel 2 visit koribo loi napahoribo
@AnkurJoyti123
@AnkurJoyti123 2 ай бұрын
বাইদেউৱে সদায় সাজ সন্ধিয়া ফুৰিব যায়। তাই সদায় ফুৰি ফুৰি আহি পিছ ফালে প্ৰেচাব কৰিব যায়😢।
@udhabkumar3579
@udhabkumar3579 2 ай бұрын
Mane
@TukuRay007
@TukuRay007 Ай бұрын
?
@user-ho8xq2qm6x
@user-ho8xq2qm6x Ай бұрын
O himashri ba apunak bhut val lage
@UttamSaikia-zv9gu
@UttamSaikia-zv9gu Ай бұрын
Koi thaka suali joni bom dhekeri marise ene motiont sai ase beya dise dhek pura dehekeri 😂😂😂
@user-zy1gq3xd4o
@user-zy1gq3xd4o 2 ай бұрын
mojja
@Nomadic-soul333
@Nomadic-soul333 2 ай бұрын
Jootar kotha tu amar ghorotu sobe huna paisil Nagaon t... Town r majot daily rati after 3am boot shoe sound
@lizadas7964
@lizadas7964 2 ай бұрын
Moi o xunisilu
@Nomadic-soul333
@Nomadic-soul333 Ай бұрын
@@Digi-Work britishers graveyard t besi k hoi
@mainadas7313
@mainadas7313 29 күн бұрын
Moiu hunisu kintu lakhutir maat maaj rati jetia moi mur mama ghort thokake goislu. Mama ghor main road r sidet
@bhanitabayandas8157
@bhanitabayandas8157 25 күн бұрын
​@@Digi-Work কোন ঠাইত চাহ বাগিচাখন ?
@Digi-Work
@Digi-Work 24 күн бұрын
@@bhanitabayandas8157 Oppsoite Spring Valley Resort (Mayfair) in Kamarkuchi, Sonapur, Guwahati
@simantadassong3978
@simantadassong3978 2 ай бұрын
Mojja lgil baaa story gutei bur voi o lgil😥😥mur nijor a baaa hoi☺
@himashreerajbongshi2335
@himashreerajbongshi2335 2 ай бұрын
Ghrt kot hoi
@simantadassong3978
@simantadassong3978 2 ай бұрын
@@himashreerajbongshi2335 changsari
@mandipdeka4371
@mandipdeka4371 2 ай бұрын
Xuni val lagil xadhu xuna jen lagil negative energy ajiloi log puwu nai dekhau nai
@Jiya___kalita___________
@Jiya___kalita___________ 2 ай бұрын
Dhuniya lagise Aru Xunim Baa Vutor Story ❤😊
@hemenkalita171
@hemenkalita171 2 ай бұрын
Baideu joni ak dom khosa kotha koise Jen lagise
@theas03ridder7
@theas03ridder7 2 ай бұрын
Baidaw apunak ha bhoot lagise hsa koisu😢
@Sarmah_Kangkana
@Sarmah_Kangkana 2 ай бұрын
Baa jni moromloga kotha keitao dhunia 😊
@ChandraLekharu-qb3hk
@ChandraLekharu-qb3hk Ай бұрын
মানে মানে মানে মানে 😂
@user-hj5dt1td2f
@user-hj5dt1td2f 2 ай бұрын
মোৰো লগত এটা ডাঙৰ ঘটনা ঘটিছিল। মই যেতিয়া ষষ্ঠ শ্ৰেণীত অধ্যন কৰি আছিলোঁ সেই সময়ৰ ঘটনা। এনিশা প্ৰায় ১১ মান বজাত মোৰ মাঁ গালি দিয়াত মই খঙতে নিজান ৰাতিত এন্ধাৰৰ মাজত লগৰৰ ৰুমত ভয়ে- ভয়ে ৰাওনা হলো। কিছু সময় পাছত লগৰ জনক দৰ্জাৰ ওচৰত পাই লগৰ জনক বহুৰাৰ মাত লগালোঁ। দুৰ্ভাগ্য যে লগৰজন এবাৰো মাত নিদিয়াত কেনেবাকৈ দুৱাৰ খুলি ৰুমৰ ভিতৰত সোমাই তেওঁৰ বিচনাতে মইও তেওঁৰ লগতে শুভ ধৰিলো, তেওঁৰ ইমানেই টোপনি যে মোলৈ এবাৰো চকু মেলি চোৱা নাই আৰু এষাৰো মাত দিয়া নাই। এইয়া মোৰ প্ৰথম অভিজ্ঞতা যে সেই বয়সলৈ মই এবাৰো এনেকৈ ৰাতিত ঘৰৰ পৰা গৈ আনৰ লগত শুই পোৱা নাই সেই বাবে চাগে মোৰ এবাৰো টোপনি ধৰা নাছিলোঁ। প্ৰথম বাৰৰ বাবে এনে সিদ্ধান্ত লোৱাত মোৰ মনত বহু উগুল-টোগুল লাগি লাগি আছিল। তেনে পৰিস্থিতিত ৰাতি প্ৰায় ১ বজাত ঘৰলৈ যাওগে বুলি সিদ্ধান্ত লৈ লাগে লগেই বিছনাৰ পৰা উঠি ঘৰলৈ ৰাওনা কৰিলোঁ। ৰাতি এনেবোৰ খেলিমেলিত মোৰ ৰাতিপুৱা শুই উঠাত অলপ দেৰি হ'ল। যাৰ পৰিপ্ৰেক্ষিতত সেই লগৰ জন ৰাতিপুৱা মোক তেওঁৰ লগত মই শুইছিল নে নাই, তেওঁৰ মনত জুইৰ দৰে জ্বলি থকা প্ৰশ্নৰ সঠিক উত্তৰ মোৰ পৰা পাবলৈ সক্ষম নহল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁ উপাই নাপায় ঘৰৰ পৰিয়ালক ৰাতিৰ ঘটনাৰ বিষয়ে বিৱৰি কব লগা হল। ঘৰৰ মানুহেও দিপাঙত পৰি পঞ্জিকা চোৱাৰ সিদ্ধান্ত ললে। কোৱা মতে কাম, - লগে লগে তেওঁৰ মাঁ আৰু দাদা এজনক লগ ধৰি অন্য এটা গাঁৱৰ সু-নাম থকা পূজাৰীৰ ওচৰলৈ গৈ পঞ্জিকা দেখুৱালে। পঞ্জিকাৰ উত্তৰত পালে যে মোৰ বন্ধুৰ লগত হেনো এজনী নাৰী ৰূপী ভূত অভিৰ্ভৱ হৈছিল। সেই ভূত যদিহে সোনকালে ভষ্ম নকৰে তেন্তে মোৰ লগৰ জনক তাইৰ (ভূত) লগত লৈ যাব। লৰাটোক জীয়াই ৰখাৰ স্বাৰ্থত পূজাৰীৰ পৰামৰ্শ মতে পৰিয়ালৰ মানুহে ততাটোয়াকৈ যজ্ঞৰ সামগ্ৰী বজাৰ কৰি পিছদিনা লগৰ জনৰ ঘৰত পূজা কৰা আৰম্ভ হ'ল। সেই মূহুৰ্ততে মই স্কুলৰ পৰা ঘূৰি আহি থকা অৱস্থাত তেওঁলোকৰ ঘৰৰ চোতালত কেইজনমান গাঁৱৰে মানুহৰ লগতে মণ্ডব সাজি পূজাৰী এজনক যজ্ঞ কৰি থকা দেখা পায় মই থমকি ৰলোঁ আৰু ওচৰৰ বাইদেউ এজনীক সুধিলো যে মোৰ লগৰ জন কিবা হৈছে নেকি বুলি। সেই বাইদেউ জনী সেইনিশাৰ ঘটনাৰ সকলো কথা মোক বিৱৰী কলে আৰু বাইদেউ জনীৰ কথা শুনি মোৰ মূৰত যেন আকাশ খন খহি পৰিল যেন অনুভৱ হল। কাৰণ সেইজন ভূত মইহে আছিলোঁ। কিন্তু এতিয়া কেনেকৈ কম সেইজন মইহে আছিলোঁ বুলি, বুকুখন কপিব ধৰিল, আৰু এটা দাঙৰ বিপদত নিজে ছপাই অনিলোঁ । কিয়নো যদিহে নিজকে সেইজন ভূতৰূপী মনুজন মইহে আছিলোঁ বুলি কওঁ 👉 তেন্তে সেই সু-নাম থকা পূজাৰী জন জানো মোক হোধাই এৰিব নে? ওলোটা মোকহে তেওঁ মন্ত্ৰ-তন্ত্ৰৰে শেষ কৰিব। 👉 ইমান খৰছ কৰি যজ্ঞ কৰা সেই পৰিয়ালে জানো মোক এনেই এৰিবনে?? যদিহে যজ্ঞৰ গোতেই টকা মোক পৰিশোধ কৰিবলৈ কয়, তেন্তে সেই সময়ত ক'ৰ পৰা ইমান টকা পাই ঘূৰাই দিম। 👉 যদিহে সেই নিশা মই মোৰ মাঁ গালি দিয়াৰ বাবে সেইজন লগৰ ৰুমত শুভ গৈছিল বুলি গম পায় তেন্তে মাঁ জানো মোক এনেই এৰিব নে?? নিশ্চয় পিঠি ফালিলে হয়। 🥺🥺 এয়া সেই বয়সত লাখ টকীয়া প্ৰশ্ন 🤔🤔🤔। সেইবোৰ কাৰণতে মই সেই দিনৰ পৰা আজিলৈ মনুষ্যৰৰূপী ভূত হৈ ৰঁলো। আৰু এটা কথা- এইষাৰ কথা আজিহে আপোনাক জনাইছো, আৰু কাকো নক'ব। যদি আপুনি মোৰ কমেন্ত পঢ়িছা মাথোঁ এটা লাইক কমেণ্টহে দিব। ধন্যবাদ
@sonmonidas201
@sonmonidas201 2 ай бұрын
😂😂😂
@sonmonidas201
@sonmonidas201 2 ай бұрын
😂😂😂😂
@user-hj5dt1td2f
@user-hj5dt1td2f 2 ай бұрын
@@sonmonidas201 kene
@Amu_11116
@Amu_11116 2 ай бұрын
😂😂😂😂manuh maribo dei
@user-hj5dt1td2f
@user-hj5dt1td2f 2 ай бұрын
@@Amu_11116 😎😎
@user-pz8qb7bf9o
@user-pz8qb7bf9o 2 ай бұрын
Suwali joni Voice tu dhuniya ❤
@shikhadas1495
@shikhadas1495 2 ай бұрын
Vl lagil xuni ❤
@Ratanhajong.
@Ratanhajong. 2 ай бұрын
Lastor story to mur lgt hoise
@pahikangkna5450
@pahikangkna5450 2 ай бұрын
Suali joni lower r vakha kuar ovyax so likhito koute olp ksto hoise Jen lagise
@user-pz8qb7bf9o
@user-pz8qb7bf9o 2 ай бұрын
Tar bbe nijor bhakha tu aribo nelage kobo laz korile tenoka a hoi
@mohansingha1373
@mohansingha1373 2 ай бұрын
Gawliya sowalir likhitoh kobole olop holew problem hye
@user-pz8qb7bf9o
@user-pz8qb7bf9o 2 ай бұрын
Sohoriya bure o gayoliya bhakha kobo bbe xatta jonom lobo lgibo😅
@pahikangkna5450
@pahikangkna5450 2 ай бұрын
@@user-pz8qb7bf9o 😂gaot a thaku holeu likhito kothitor lgt pblm ni ,, eyat ki 7ta jnmor ktha ahile,,murkhor nisina ktha nkbo eyat byake laj pbo nhle
@user-pz8qb7bf9o
@user-pz8qb7bf9o 2 ай бұрын
@@pahikangkna5450 sobei buji pyse tur he bujat problem hoise 🤣🤣🤣🤣🤣
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 2 ай бұрын
Val lagil xuni.. aru dhuniya koi koise kotha khini
@rumideka6291
@rumideka6291 2 ай бұрын
Val lagil khuni
@kushalsarkar8128
@kushalsarkar8128 2 ай бұрын
Baah bohut val lagil bohut dinor murot punor
@wodekho
@wodekho 2 күн бұрын
Dhuniya ❤ k bujaise tai❤ bhal lgise de story telling tu
@LIL.PIRATE
@LIL.PIRATE 2 ай бұрын
Wow super duper writer ma'am.....mojja lagil.....
@assamesegirl___4850
@assamesegirl___4850 2 ай бұрын
Amar usoror a hoi sn ba joni👍❤️
@simantadassong3978
@simantadassong3978 2 ай бұрын
Tq 🤗mur baa hoi🤗
@StarplayZ227
@StarplayZ227 2 ай бұрын
Kot ghr baa jni r
@simantadassong3978
@simantadassong3978 2 ай бұрын
@@StarplayZ227 changsari t
@rjsfund7063
@rjsfund7063 2 ай бұрын
Changsari r kot ghor. Muru ghor changsari t
@joonmonibegum2491
@joonmonibegum2491 2 ай бұрын
​@@simantadassong3978changsarit r kt hoi
@nirupoomachoudhury2448
@nirupoomachoudhury2448 2 ай бұрын
Bhut bhal lagil
@BituPhukan-ci2df
@BituPhukan-ci2df 2 ай бұрын
Ba apnuar show2 sai bohut val lage Himashree imn simpal Val lagil❤❤❤JAI HANUMAN
@mridulaboruah6200
@mridulaboruah6200 2 ай бұрын
Gorur logt ghota ghotana Tu first hunisu .. Val lagil video Tu sai
@Harshitapriyam285
@Harshitapriyam285 2 ай бұрын
Bahut vl lagil
@nishakalita5722
@nishakalita5722 2 ай бұрын
Last or kahini to Xosa 😢
@munuHaloi-hx5yv
@munuHaloi-hx5yv Ай бұрын
Last tu a vl lgil🙂🙏
@priyamkalita467
@priyamkalita467 2 ай бұрын
ghot ghot koi jutu khobdo kuna jai .. kheitu jin hoi.. ghurare jai thakute khei khobdo khuna jai .. mur maye praiye khuna pai ... jinor ghuratu boga hatot saboli loi ghot ghot kori jai thke...
@Digi-Work
@Digi-Work Ай бұрын
Burha Dangoriya Buli Koi kheitu Cycle or Bel type khobdo kore rati 3ta maanot Juta khobdo tu ghor bhitorot hoi khitu beleg
@HemenDas-yl9kn
@HemenDas-yl9kn 2 ай бұрын
Suwali joni kintu khati gaolia val lagil❤❤❤
@SubhrajitRajkumar
@SubhrajitRajkumar 2 ай бұрын
Val lage tumar video bur sai❤❤
@rupasvlogs527
@rupasvlogs527 2 ай бұрын
Himashree imn simpal Val lagil..❤❤
@kishorepradhan6356
@kishorepradhan6356 2 ай бұрын
Bohot wait kora pasot aji palu horror story 😊 thkw baa
@mrinalkalita8955
@mrinalkalita8955 Ай бұрын
আমাৰ ইয়াৰ হয় চোন ছোৱালী জনী
@assamnoobgaming5914
@assamnoobgaming5914 Ай бұрын
Kor a vii pachariya niki oi
@KhusbuChetia
@KhusbuChetia 2 ай бұрын
Val lagil sai❤❤❤❤
@DipamoniThakuria-pc1br
@DipamoniThakuria-pc1br 2 ай бұрын
Val lagil ba❤aru lage voot or story
@user-qq7vt6ce3h
@user-qq7vt6ce3h 2 ай бұрын
Tumar video homuh sai bor val lage hosae ❤❤
@lizahazarika7231
@lizahazarika7231 2 ай бұрын
Was eagerly waiting for your horror stories ❤
@harenKalita-cu4is
@harenKalita-cu4is 2 ай бұрын
Suwali Jani katha khini xuni bhot bhal lagil
@ananyaB4U
@ananyaB4U 2 ай бұрын
Gorur mirgi bemar hoi sage
@yrchill_er2589
@yrchill_er2589 2 ай бұрын
I love your stories hinashreee baaa i want more horror stories❤
@hirendas5794
@hirendas5794 2 ай бұрын
Ba tumak bhut val lage ❤
@DigantaSaikia-lq6xy
@DigantaSaikia-lq6xy 13 күн бұрын
❤❤bohut bhal lagil kintu baa❤❤😊😊😊
@barashadas333
@barashadas333 Ай бұрын
Suwali jnir ghr kt hy
@dipjyotitalukdar7303
@dipjyotitalukdar7303 Ай бұрын
Nce
@tgx.ghanashyam9560
@tgx.ghanashyam9560 2 ай бұрын
Akou abar bhoot ❤❤❤❤ moi joya Kali bhoot dekhi silo hospital t
@lizadas7964
@lizadas7964 2 ай бұрын
Kua sun ..xunibo mn goise
@armysdddirtymindcleaner998
@armysdddirtymindcleaner998 2 ай бұрын
Plz kuwa sun xunibo mon goise kiba
@momisonowal9610
@momisonowal9610 2 ай бұрын
Val lagil......
@saifunnesha204
@saifunnesha204 2 ай бұрын
Nice ❤❤❤val lagil khuni
@KABOTOMANGO
@KABOTOMANGO 2 ай бұрын
Lora bilaku bhoot story kuwa sanch diya akou__moja lage sai❤❤
@midulbarman1223
@midulbarman1223 2 ай бұрын
Baa Armyr podcast laga😊
@PurnimaBorah-tf6pw
@PurnimaBorah-tf6pw Ай бұрын
😰😰😰
@user-mi9on4lc5v
@user-mi9on4lc5v 2 ай бұрын
Hoi diwa muro anekuwa hoisil.
@edxqueenborahsayanika2393
@edxqueenborahsayanika2393 2 ай бұрын
Hekhor 2 stry bhut voi lagil😢
@bhumika4267
@bhumika4267 2 ай бұрын
Bohut val lagse baa ❤️
@mundas6452
@mundas6452 2 ай бұрын
মোৰ আইতাকৰ লগতোsemঘটনা হৈছে 25:34
@bishaldas6513
@bishaldas6513 21 күн бұрын
Suwali tr ktha bilak amr vabor dre hoi sb Mile.. Vl lgil
@user-cy9wv7iv6y
@user-cy9wv7iv6y Ай бұрын
I love you Himashree baa 😘😘😘
@himashreenath1625
@himashreenath1625 2 ай бұрын
Moi guvedha dexisu . bohut voi loga hoi
@Animalcreat
@Animalcreat 2 ай бұрын
Knakuwa hoi nu kowa sn
@user-xk2es7yb7v
@user-xk2es7yb7v 2 ай бұрын
Baa aru bhutr kahinu lage kak kak lage comment kora
@anajlibarman2493
@anajlibarman2493 2 ай бұрын
Val lagil.
@joonmonibegum2491
@joonmonibegum2491 2 ай бұрын
Gaoliya suwali ktha bur bht vl lge❤
@bituponbora3300
@bituponbora3300 2 ай бұрын
Ba joni bohut danger thait thake dakun😮
@himangshudas7049
@himangshudas7049 2 ай бұрын
Mojja 😅
@suprotim1.2k63
@suprotim1.2k63 2 ай бұрын
A mojaaaa😬
@Bibhu09276
@Bibhu09276 2 ай бұрын
Last or story tu , amar aju kokar lohotu hoise 🙂
@alakabaruah7479
@alakabaruah7479 2 ай бұрын
Vl lagil xuni
@PritamDas-sl4yf
@PritamDas-sl4yf 2 ай бұрын
Aibor kahini mor bohut val lage
@user-ne2cz6ut2f
@user-ne2cz6ut2f 4 күн бұрын
Moja laga
@dipudas1526
@dipudas1526 2 ай бұрын
Bhal lagil
@bonoshreesarmah1291
@bonoshreesarmah1291 2 ай бұрын
Ba abur Darrang r vaxa hoi asolote moi u Darrang re hoi kintu deuta r sakori karone nagaon t thaku moi buji paisu kotha bur . Aru tumar video bur val lage de ❤❤👍 aru bonaba anekua video ❤❤
@mameesarma5593
@mameesarma5593 2 ай бұрын
Aitu darrang r bhaxa nohoi...Nalbarir bhaxa..khati Nalbeira bhaxa..moi darrang r Mangoldoi r hoi...darrang r bibhinna anchalor kothita bhaxa r oparatot jathesta janu
@simantadassong3978
@simantadassong3978 2 ай бұрын
aitu vaxa kamrupar hoi changsari pura kothito☺mur baa hoi
@jintu_10k
@jintu_10k 2 ай бұрын
Aji kali aeibur nai neki kiman manuhe smokham t mati kini ghor bandhi ase ako nai .. vhoy a vhut
@manashidasmaina731
@manashidasmaina731 2 ай бұрын
Tenekoi to vobaue jai amr iyt ahe Saba sun tumi ......pothai dim maj rati .....hejar hejar mnh pure amr kakhte , douri tot nepba
@DipjyotiDipjyotideka-dy1ne
@DipjyotiDipjyotideka-dy1ne 2 ай бұрын
বাপেৰৰ মূৰটো কেলা
@udhabkumar3579
@udhabkumar3579 2 ай бұрын
Tmr ne😂😂😂
@PSB16
@PSB16 2 ай бұрын
Bahut Val lagil
@paribordoloi9818
@paribordoloi9818 Ай бұрын
Bohut dhunia k koise teu xuni vl lgil...heoah e nopolal sai😊
@jeautiboro489
@jeautiboro489 2 ай бұрын
Baa Tumi imn simple thoka val lage tumk❤
@user-ps1ju5ow6j
@user-ps1ju5ow6j 2 ай бұрын
Baa aru Lage horror story ❤
@Kasturi3912
@Kasturi3912 2 ай бұрын
Lower Assam upper eibur aru comment koribo loga ki ase... Kisumn mnh mane enekua fltu thke nije eku kribo nuare anor lyf khusori fure😂
@udhabkumar3579
@udhabkumar3579 2 ай бұрын
Xasai kintu
@pranjaldeka8451
@pranjaldeka8451 2 ай бұрын
Val lagesa soni aro sonkala debo laga streybilak
@bijuhazarika913
@bijuhazarika913 2 ай бұрын
ভূত /ভূতনী/জখিনী আছে আমাৰ ঘৰতো প্ৰায়েই গম পাওঁ কিন্তু ভয় নকৰো
@KunjaNath-mh2ny
@KunjaNath-mh2ny 2 ай бұрын
Gubedha khosa ke ase amar gaout ase
@princekumarnath1384
@princekumarnath1384 2 ай бұрын
Kinu heitu
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 49 МЛН
PUT CARDBOARD TOOTHPASTE ALL OVER ONE’S BODY!#asmr
0:40
HAYATAKU はやたく
Рет қаралды 12 МЛН
САМЫЙ ЖАРКИЙ ШТАТ (@therealoscarmendez - TT)
0:23
В ТРЕНДЕ
Рет қаралды 17 МЛН
PUT CARDBOARD TOOTHPASTE ALL OVER ONE’S BODY!#asmr
0:40
HAYATAKU はやたく
Рет қаралды 12 МЛН
And how are they not embarrassed?
0:19
Rinuella
Рет қаралды 27 МЛН
ЧТО НАМ ПОПАЛОСЬ?😜😜😜
0:12
Chapitosiki
Рет қаралды 1 МЛН