অশৰীৰী আত্মাই কেনেদৰে প্ৰাণ লয় মানুহৰ? বীৰা আৰু অশৰীৰী আত্মাৰ মাজত পাৰ্থক্য কি?

  Рет қаралды 120,540

NB News

NB News

2 ай бұрын

বীৰা আৰু অশৰীৰী আত্মাৰ মাজত পাৰ্থক্য কি? Multiple Personality Disorder এক বেমাৰ নে গাত ভূত লম্ভা? অশৰীৰী আত্মাই কেনেদৰে প্ৰাণ লয় মানুহৰ?
#nbnews #nbnewsdigital #paranormal #paranormalactivity #multiplepersonalitydisorder #bhoot #paranormalinvestigation #vodcast
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 345
@user-jt6ut1pn6l
@user-jt6ut1pn6l 7 күн бұрын
ভূত আছে। মই দেখিছোঁ। মই এইবোৰ কেতিয়াও বিশ্বাস কৰা নাছিলো । কিন্তু এদিন মই আৰু মোৰ বন্ধু এজনে ৰাতি এক বজাত ৰঙিয়া ৰেল ষ্টেচনৰ পৰা মোৰ ভন্টিক আনিবলৈ গৈছিলো আহি থাকোতে ডুমনিচকিৰ দলং এটাত বহি থকা নিজ চকুৰে দেখা পাইছোঁ। এক ভয়ানক অভিজ্ঞতা।
@democraticfreedom-g7q
@democraticfreedom-g7q 2 күн бұрын
Ki koi Valdore saisil ne
@abhijitdas9364
@abhijitdas9364 Ай бұрын
ভূত পিছাচ আদিৰ বাপ কোন বাপ হল মহাকাল মহাদেৱ , বজ্ৰং বলি হনুমান
@vijaykumardev1345
@vijaykumardev1345 Ай бұрын
বিৰা জিন এইবোৰক ভাৰত পাকিস্তানৰ সীমাত লগাই দিয়ক হে ৷ইয়াত ৰাখি কাম নাই । সৈনিকবোৰক অলপ অব্যাহতি দিয়ক আৰু বীৰা আৰু জিনবোৰক লগাই দিয়ক । এইবোৰ অন্ধবিশ্বাস লাহে লাহে কত কমিব এচামে বঢ়াই আছে ৷চুইচাইদ কৰা ৰুমত থাকিলো কিমান দিন অকলে ৷কিমান মানুহ জ্বলাই এঙাৰবোৰ থাকোতে মাজনিশা এক বজাত শ্মশানৰ মাজেৰে আহিছো তাৰ পিছতো ভূত নেদেখিলো আৰু এইবোৰ কৈ থাকক । ভূত মানুহৰ মনত সৃষ্টি হয় । মদাহীয়ে শ্মশানত পৰি থাকে গোটেই নিশা ভূতৰ কোনো ভয় নাই কিন্তু যেতিয়াই হোচ আহে তেতিয়াই মন সক্ৰিয় হয় আৰু তেতিয়াই ভূত আছে বুলি মনলৈ আহিব ধৰে ৷মদৰ নিচাত থাকোতে মন বুলি একো নাথাকে অচেতন হৈ থাকে৷সেইবাবে ভূতো নাথাকে । ইয়াৰ অৰ্থ ভূতৰ সৃষ্টি কেৱল মনত হয় বাহিৰত কতো ভূত নাই । এইয়া হল Projection of mind.
@knock._23
@knock._23 Ай бұрын
ভূত বাৰু মইও দেখা নাই। কিন্তু মই ভগৱানক ও দেখা নাই
@vijaykumardev1345
@vijaykumardev1345 Ай бұрын
@@knock._23 ভগৱান দেখা পোৱা বস্তু নহয়েই ৷ভগবান যদি কোনোবাই দেখিছে তেনেহলে সতৰ্ক হোৱা ভাল আৰু মানসিক ডক্তৰক দেখাই লোৱা ভাল ৷ভগবানৰ অৰ্থ হল -ভ মানে ভূমি,গ মানে গগণ ,ব মানে বায়ু ,আ মানে আগ বা অগ্নি আৰু ন মানে নীৰ মানে পানী । ভগবান শব্দটোতেই পাচটা অৰ্থ লুকাই আছে । এই সকলোবোৰ মিলিয়েই ভগবান ।
@nihagogoi9458
@nihagogoi9458 Ай бұрын
😒moi dekhisu aatma nij sokure
@nipjyotikalita7852
@nipjyotikalita7852 Ай бұрын
Val ka video tu sa
@vijaykumardev1345
@vijaykumardev1345 Ай бұрын
@@nipjyotikalita7852 কিয় চাব লাগে ?যাৰ দৰকাৰ পৰিছে এইবোৰ জ্ঞানৰ সেইজনে চাওঁক ।
@nirmalgoswami9475
@nirmalgoswami9475 2 ай бұрын
আত্মাৰ হাত ভৰি নাথাকিলেও শক্তি প্ৰয়োগ কৰিব পাৰে !অকল ড্ৰাইভাৰকে নহয় সকলো ক্ষেত্ৰত তেওলোকে কৰিব নোবৰা কাম নাই !
@mrindia814
@mrindia814 2 ай бұрын
😅😂
@user-dk4xu8el5z
@user-dk4xu8el5z Ай бұрын
​@@mrindia814 tuk smokhanot bandhi thobo lagib
@himadrideka4788
@himadrideka4788 2 ай бұрын
Bahut bahut val lagil vidiotor sai.love form mangaldai .
@shivamsanjiv5500
@shivamsanjiv5500 Ай бұрын
Apuni vul koise...moi Hatigaon high school r laxmi nath bezbaruah path t thaku...amar agor room tot asile vut... Kebol moi dekhile ba xunile manilu hoi je mur vrom hoise... Amar room hokolue dekhise ru xunise... Kandi thake... But dekha eko napao...atia room change kori dilu....
@GameWaveGuru
@GameWaveGuru 28 күн бұрын
অতি ভৌতিক শক্তিৰ অস্তিত্ব নাই বুলি ওকালতি কৰা বোৰে যদি সেইবোৰৰ একো প্ৰমাণ পোৱাই নাই তেনেহলে কেনেকৈ জানে নাই বুলি। যিবোৰে এইবোৰৰ প্ৰমাণ পাই তেওঁলোকক উপলুঙা কৰাৰ অধিকাৰ নাই সেইবোৰৰ।
@nihabegum2419
@nihabegum2419 Ай бұрын
আপোনালোক চহৰত থাকেনে গাঁওত থাকে?যদি চহৰত থাকে গাঁৱলীয়া মানুহক বুৰ্বক সজাই সকলো দোষ জাপি দিয়াৰ বৃথা চেষ্টা নকৰিব।
@Manjit_Baruah
@Manjit_Baruah Ай бұрын
Science ত পঢ়া কেইটাই ইয়াত জ্ঞান ফালি আছে 🤣🤣🤣🤣
@newexplore1068
@newexplore1068 Ай бұрын
Science r karone aji mobile tipi aso
@ratulkalita1758
@ratulkalita1758 Ай бұрын
Science nohole toi eku faliba nuwara ..
@ratulkalita1758
@ratulkalita1758 Ай бұрын
@@Manjit_Baruah kak johora koisa ..
@ratulkalita1758
@ratulkalita1758 Ай бұрын
@@Manjit_Baruah science poha keitak nu ki koisa ..bhlkoi boholai ka
@djhmthouse3893
@djhmthouse3893 2 ай бұрын
Good information 🙏 we need more topic of nigetive energy 👁️🙏🙏
@tilokroy2666
@tilokroy2666 2 ай бұрын
Val lagil
@ABINASHAk47
@ABINASHAk47 Ай бұрын
সমাজত চলি ‌থকা কিছুমান অন্ধবিশ্বাস ভুত পিশাচৰ ক‌থা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে চাৰলৈ বহুত বহুত ধন্যবাদ 🙏
@NarayanIndustry-oy3ze
@NarayanIndustry-oy3ze 2 ай бұрын
Great inspiration
@manojsmusiccorner8016
@manojsmusiccorner8016 2 ай бұрын
sundar anusthan
@chawdggogoi8722
@chawdggogoi8722 2 ай бұрын
Val lagile
@manjuborah3500
@manjuborah3500 2 ай бұрын
Bohut bohut val lagil
@jinukakati1589
@jinukakati1589 Ай бұрын
Dhanyavaad 🙏🙏🙏🙏
@skvlogs744
@skvlogs744 8 күн бұрын
ভিডিঅ'টো আজিহে পালো ,নজনা বহোকথা গম পালোঁ ভাল লাগিল ❤❤
@dancestudio8920
@dancestudio8920 2 ай бұрын
ভাল লাগিল ❤❤❤
@debajitborah870
@debajitborah870 Ай бұрын
Thanks sir. Right discussion
@iampritom5877
@iampritom5877 Ай бұрын
Thank you 👍 Gom plu j Vut buli nai kintu atma ase ru Manuhr hei Atma tue negative energy khini eri thoi jai . Ru hei Negative energy bure mnuhr gat humai mnuhr monole vutor voi srishti kore . Manuhr brain unconscious kri diye . Tetiyai mnuhe ji ti dekhi pai nhole kori pai 👍
@uttamkumarsaikia8329
@uttamkumarsaikia8329 Ай бұрын
অনুষ্ঠানটো ভাল লাগিল। কিছু কথা জানিবলৈ পালো।
@nayanjyotidas7133
@nayanjyotidas7133 2 ай бұрын
Murkho bura Atmai Sharir tyag korar pasot sidha gusi goi janam noloi., Akaal mrityu hole, atmaghati hole, durachari hole, papi hole aibur karonot sharir tyag korar pasot Jeebatmai Prithibit Notun Sharir bichari bhuke-piyaahe kandi-kati ghuri phure jot-tot ashanto hoi tetia hei atmak Pret ba pret atma buli koy simply bhoot buli koy. Atmai negative energy ba positive energy korobat aeri thoi najay logot jaay. Garuda Puran (Pret kalpa), Srimad BHAGAWAT( Dhundkari pret) aru Geeta( Jeevatma tatwa) aru ( Bhutani Bhutayanti Bhuteja shlok tur meaning pohi loi , valdore jani loi karubak usort lecture dibo bujise.Anei aang-bang akhupa nagabo.
@user-lg8ob3lx7o
@user-lg8ob3lx7o 2 ай бұрын
Deutar.k o murkho bura buli address kora ne??
@SmitaSmitadeka
@SmitaSmitadeka Ай бұрын
Right kotha sir bht val lgil xuni
@democraticfreedom-g7q
@democraticfreedom-g7q 2 күн бұрын
It's a science that says about negative energy. That's the matter. আমি যে কথা বিলাক কও। এই বিলাক atmosphere ত থাকি যায়। School college campus ত ৰাতি গম পোৱা যায়। শব্দ বিলাক। দিনৰ ভিতৰত থকা শব্দ বিলাক reflectহয়।
@tushark7297
@tushark7297 Ай бұрын
Play hanuman chalisa while driving in lonely places.
@melodiouszone4501
@melodiouszone4501 17 күн бұрын
আপোনাৰ negative energy সম্পৰ্কীয় ধাৰণা মই মানি ল‌ও। ধন্যবাদ
@Promothify
@Promothify 12 күн бұрын
ভূতে হাগে নে নাহাগে ? যদি খাই তেন্তে হাগাও লাগিবই ন 😅 কাম নাই আপোনালোকৰ যদি পাৰে ভূতৰ লগত মুখামুখি কৰাই দিয়ক মই জীৱনভৰ আপোনাৰ গোলামী কৰিম
@gautamnath1854
@gautamnath1854 2 ай бұрын
Lot of cotridiction , in your experience, But till , from Today U Should Feel Dengerous Experience From Now,,,,,,
@jyotirmoydas1157
@jyotirmoydas1157 2 ай бұрын
❤...Joy Krishna Guru...🙏🙏🙏🙏..vogobanr nam lua sob val hbo...
@pubaleedehingia7376
@pubaleedehingia7376 2 ай бұрын
Joy Krishnaguru pravu
@sanjibdas9117
@sanjibdas9117 Ай бұрын
Krishna guru nhy,, Radha Krishna buli kou,,,
@jilele4305
@jilele4305 Ай бұрын
dekhai dekhise nedekhai nai....agote moi bhoot bisakh nokoru rati rati ghuri furu ..but jetiya moi nijei protkhya vabe dekha palu aru nokou...khei beya din bur monot pelabo mon nejai
@krishnak.tboruah5536
@krishnak.tboruah5536 2 ай бұрын
Congratulations for him
@plabanbhuyan6930
@plabanbhuyan6930 Ай бұрын
ভূত পিশাচ নিকট নাহি আৱে মহাবীৰ জব নাম চুনাৱে জয় হনুমান
@mrinaldas7072
@mrinaldas7072 2 ай бұрын
Nowgaon r pariyal tur bikhaye janabo ,actualy pariltur ki hoise now present positions. ....please
@chayanikadeka7028
@chayanikadeka7028 3 күн бұрын
Answer বোৰ সম্পূৰ্ণকৈ কবলৈ দিব আধৰুৱা হবলৈ নিদিব
@LilaKantakakati
@LilaKantakakati 2 ай бұрын
@jyotirmoytalukdar4414
@jyotirmoytalukdar4414 Ай бұрын
Padcast ❌vodcast ✅
@BRabha2
@BRabha2 Ай бұрын
শিশিৰ সেন গুপ্তৰ মই পোষ্ট পাও Paranormal activity in assam পেজটোত ।মানুহজনক দেখি ভাল লাগিল।
@user-lq3lh5wd4x
@user-lq3lh5wd4x Ай бұрын
মহাশয় যদি মানুহে পোহা বীৰাই কাৰোবাক জলা কলা খুৱাই যন্ত্ৰ ন কৰি থাকে তাৰপৰা বাচি লবলৈ উপায় কি
@drubajitkalita8617
@drubajitkalita8617 2 ай бұрын
PRITHIBIT VOOT ASE..MOI DEKHISU...BOGA SADOR PINDHA,SULI POKA BURHI 1TA
@AbhijitDas-iy9nf
@AbhijitDas-iy9nf Ай бұрын
Kneke olp vlkoi kousun jnibo mn
@prabhatsingha1420
@prabhatsingha1420 10 күн бұрын
Hoi buri manuh hoi...mur chinaki dujon manuhe dekhise ratipuwa olop endhar khomoyot.maat diyat hothat herai gol..aru akou manuhtur deutai mash dhori thakute khondiya pichot dekhise noir parot bohi thokatu...khihote khihotor atmiyo buri ejoni ase tekhet hoi buli maat disile uchoror porai kintu mone mone bohi thoka dekhi bhoyote lora lorikoi ghorot ahi rokha poril nohole aru uchorot gole kiba hole hoi
@pranabbora2620
@pranabbora2620 21 күн бұрын
ভূত দেখাবোৰ সব মানসিক ৰোগী হয় । এইসকলক মানসিক চিকিৎসাৰ প্ৰয়োজন ।
@anibesanbaruah6631
@anibesanbaruah6631 15 күн бұрын
মই বুজাই দিম আহ
@anibesanbaruah6631
@anibesanbaruah6631 15 күн бұрын
নিজেই পলাই ঘৰৰ ভিতৰত লুকাই থাকিবি
@pranabbora2620
@pranabbora2620 11 сағат бұрын
@@anibesanbaruah6631 মাকচুদু জহৰা গঞা মেখেলাৰ তলত সোমাই থাক ভূতৰ ভয়ত ৷তহঁতবোৰে ভূত দেখিবিয়েই কাৰণ তহঁত নিজেই একো একোজন গাওঁলীয়া ভূত হয় । হস্তমৈথুন কৰি শুই থাক জহৰা।
@pranabbora2620
@pranabbora2620 11 сағат бұрын
@@anibesanbaruah6631 বাপেৰৰ কণীতো চুপি শুই থাক তহঁতবোৰ নিজেই একো একোজন গাওঁলীয়া ভূত হয় । তহঁতক বেলেগ ভূতৰ প্ৰয়োজনেই নাই । মেখেলা পিন্ধি থাকিবি ভূতৰ ভয়ত দেই।
@pranabbora2620
@pranabbora2620 11 сағат бұрын
@@anibesanbaruah6631 তোৰ চিকিৎসা মই কৰিব লাগিব পোকৰত ভলুকা ভৰাব লাগিব । উজনি অসমৰ কোনখন গাওঁৰ কোনখন বাৰীৰ বাহৰ তলৰ পৰা কৈ আছ জনাবি ।
@AijanDevi-gt4ri
@AijanDevi-gt4ri Ай бұрын
Aww....
@mitalidakua104
@mitalidakua104 8 күн бұрын
Brain নোহোৱাকৈ light selection কৰি আপোনাৰ মেচিনৰ চুইচ জ্বলাই দিব পাৰে, আপুনি negative study আৰম্ভ কৰিছে, বিজ্ঞানে এতিয়ালৈকে ঢুকি নোপোৱা বিষয় এটা study কৰাৰ বাবে ধন্যবাদ
@mitalidakua104
@mitalidakua104 8 күн бұрын
Positively try কৰিলে হে কিবা positive হব
@CctvKalita
@CctvKalita Ай бұрын
ইহঁত নিজে কি? বীৰা নে আত্মা
@gautamnath1854
@gautamnath1854 2 ай бұрын
Aapai Nojonake, Kotha Koi Fosigol Dada
@BastabSaikia-hn2ml
@BastabSaikia-hn2ml 2 ай бұрын
Muk ata kotha bujai kowksun ami xodai manuhor vutor kotha kio koi thaku... Manuhor badew Proti dinei bohut jibo jontur mrityu hoi thake. Xaiburor atma ami kio nedekhu?? Moi aitu kotha buji napao
@user-nj2dg9sq1m
@user-nj2dg9sq1m Ай бұрын
Jibo jontu paap punya nai Xihotor atma loge loge next janmo loi.. hope you understand
@deukaofficial326
@deukaofficial326 Ай бұрын
Jibo jontur aatma dekhisu moi,,,kukuror
@ratulchetia5283
@ratulchetia5283 Ай бұрын
Very well answer
@dr7374
@dr7374 Ай бұрын
Ami na to manuh r atma dekhu na jontur....heitu a tu kola....atma gusi jai... negative energy buli ja koisa tat a manuh ba jontu sobora akeloga gout khai thaka...heitu asolota Amar body r ata part buli kobo pari....karon Amar body tu bhut energy (totto)di nirman hoi......
@himankuguruj4324
@himankuguruj4324 Ай бұрын
@@user-nj2dg9sq1m তুমি জীৱ জন্তুৰ লগত মৰি পাইছা ন?সেইবাবে next জনম পায় বুলি আত্মবিশ্বাসত কৈছা ।
@pranabsarmah5744
@pranabsarmah5744 2 ай бұрын
ভূত৷পিশাচ ডাকিনী কৰ্ণ পিশাচ ব্ৰহ্ম ৰাক্ষস আদি তলৰ খাপৰ যোগিনী অপ্সৰা গন্ধৰ্ব আদি উচ্চ খাপৰ৷
@birambhabasumatary1591
@birambhabasumatary1591 11 күн бұрын
অনুষ্ঠান টো আধৰুৱা যেন লাগিল,আকৌ পৰিবেশন কৰিব নে? যদি কৰে তেন্তে জনাব বুলি আশা কৰিলো।
@yuvrajchoudhury4558
@yuvrajchoudhury4558 2 ай бұрын
Horror music tu nidileo hoi sn
@jyotiprakashsaikia8111
@jyotiprakashsaikia8111 2 ай бұрын
ভুতেৰ কাৰুকাৰ্য্য দেখিছো
@bharatsu322
@bharatsu322 18 күн бұрын
আধুনিক বিশ্বত প্ৰায়বোৰ দেশেই বিজ্ঞান প্ৰযুক্তিত বহু দূৰ আগুৱাই গল আৰু আমাৰ মূলুকত এইবোৰ সংস্কৃতিত মজি ৰল এচাম
@chitraboruah3532
@chitraboruah3532 Ай бұрын
negative energy is meaningless.
@bnjn5135
@bnjn5135 2 ай бұрын
হয় ভূত প্ৰেত আছে
@user-ow5js8sb4d
@user-ow5js8sb4d Ай бұрын
Personality disorder সেই দিনাৰ পৰাই হব পাৰে৷ জানু. সেইটোও এটা চিন্তাৰ বিষয়..
@pankajnath4344
@pankajnath4344 2 ай бұрын
Bhogwan or babe sob khoman hoi .....kintu Nirih Jibo jontu k kio boli diya hoi....kunubai jonabo niki....
@basantiboro4314
@basantiboro4314 2 ай бұрын
ভালকৈ উত্তৰ দিবই না জানে।
@user-zz2oe9hh6j
@user-zz2oe9hh6j 10 күн бұрын
Helloo sar korno pikhs sadona r ata vidio diok e sadhona korar khomot ki ki ghotisel khebur diok tetne manhuor vidios bhutu ulaba apuni tewlukok r videos anibor e cenel tulioy adaorini jonalu dada aru agg barok e cenel tu videos episode bur khe karone koli baki apunar lukor khota
@asbgamer8823
@asbgamer8823 Ай бұрын
Hoi
@lakhimonigogoi7317
@lakhimonigogoi7317 2 ай бұрын
Sound kori bamboo vonga jeora vonga gulirdore sound kori doli Mora bamboot khunda Mora moi nijei paisu moi osoloi going saisu eku nai kihor sound aia ek any sakti ase buli moi driha biswasi holu ai bigyanor uprot karon moi paisu amar ekhon barit
@Brilliantff
@Brilliantff 2 ай бұрын
Negative energy aru bira r difference hudhisile. Kunuba a proper ans 2 bisari pala ne koka r kotha t 😂😂😂
@RohitDas-fu7pp
@RohitDas-fu7pp 2 ай бұрын
Takhetor kotha bor sompurna suddho jen loga ni. Tekhete enargy kotha koi ase dirrect vut buli kole kiba okhubidha hoy nki.vut pret ase aito sosa. Tekhetor anargy he ni sage.
@lakhyaofficial5667
@lakhyaofficial5667 Ай бұрын
46:37 45:54
@SamirmajumdarKajal-ju2zr
@SamirmajumdarKajal-ju2zr 2 ай бұрын
Training Lobo Lagibo Gompaicy
@Nobitasizuka594
@Nobitasizuka594 5 күн бұрын
Kothakeita believe koribo taan holeu misa nohoi,amar etate manuh eghort bira puhe teulokr ghoror front t prai a accident hoi
@jayantabora2827
@jayantabora2827 13 күн бұрын
কেলা কাম নাই তহতৰ!
@PinkuLoing-jy5iv
@PinkuLoing-jy5iv 2 ай бұрын
Moi dekhisu Mur ghrr pisfale 6.30 pm pist .moi ga dhui asilu
@nabajitkonwar6184
@nabajitkonwar6184 Ай бұрын
Can i join your team
@minatimohan2518
@minatimohan2518 2 ай бұрын
Val koi uttar dibo najane
@binodbujarbaruah
@binodbujarbaruah Ай бұрын
During my service life I had visited jungle graveyard any many abandoned places. But never seen ghost bhoot. Had ghost bhoot Beera have been available India or Assam govt.would deploy them in borders.
@prabhatsingha1420
@prabhatsingha1420 10 күн бұрын
Hoi kothatu thik koise apuni eko puwa nai... Kintu eta joga ase amar jogatu hill area hoi tate kiba sabo hole khunibo hole ahibo pare... kintu nijor riskot jabo lagibo...
@AmarjitGogoi-er6lx
@AmarjitGogoi-er6lx Ай бұрын
Pratham vgat bhut nai buli koi asil hekht goi ase hol goi aku ata kothai clear k kobo nuwrile
@mintumonisaikia275
@mintumonisaikia275 2 ай бұрын
Biggan atiyau khiman unnoto huwa nai j machinea bhoot dhoribo pare.
@quotationworld5
@quotationworld5 8 күн бұрын
I respect the Assamese Bhoots, Bira, jin, burha dangaria, kumora bhoot, jakhini , parua ,ud, pikhsh, raikosh,
@pranabjyotikashyap6238
@pranabjyotikashyap6238 Ай бұрын
This is not scientific process.
@krishnakakati6417
@krishnakakati6417 Ай бұрын
Agte moi akebare aibur andhabiswakh buli vbisilu. Kaal sandhiya adin moi ru xuri jetiya amr rastar front thoka baahoni jupa majot burhi manuh kanda xunilu.akebare usrte. Bahh xini bht bessi jungle,kukur vukisil.tash light mari sawte dexilu aku nai. Ru amr usrtu kunu burhi manuh nsl Amr usar manuh agte koisil j baahh khinit bhoot agr pora ase.ami kintu missa kotha koi buli h vbisilu. Ji dina nizz sakure usrte maat xunilu.haidinai confirm holu.negative energy ai World j ase
@kuladipmixer4061
@kuladipmixer4061 Ай бұрын
Qatar/Kuwait t o anekoi sil mare neki baru Money value kiman india aru Qatar r
@hemantahaloi3090
@hemantahaloi3090 Ай бұрын
40:42 krrrishaanar nam lale nigetiv anarji nohowaa hoi jay
@user-rz4ib3un3y
@user-rz4ib3un3y 2 ай бұрын
ভিডিওতো চাই কিছুমান নজনা কথা জানিলু । ধন্যবাদ 🙏
@Chandansaikia8638
@Chandansaikia8638 Ай бұрын
Aatori diyok Bira ahise 😂
@heartstrings.6335
@heartstrings.6335 Ай бұрын
Bhut Jodi nai "Bhut" word kor pora ahil.
@dgitumoni5808
@dgitumoni5808 Ай бұрын
Kio kobo nwre mecinr oprt.bujile aibr ki hoi Raiej...
@nilakshidas3115
@nilakshidas3115 Ай бұрын
Kuldhara Village aru Gaurav Tiwari le mnt porise
@santanukaushik
@santanukaushik 3 күн бұрын
Science left the chat
@kangkandevboro9958
@kangkandevboro9958 2 ай бұрын
Quantum physics or kotha jane ne upuni , tate electron kihor pora centrifical force gain kore , Do you believe in Big bang theory. Can you explain about multiple Univers, Einstein was also bilive in God and soul energy. Do you know about Neutron , 😢
@Janukolita
@Janukolita 2 ай бұрын
@pranabsarmah5744
@pranabsarmah5744 2 ай бұрын
multi verse,parallel universe,multi dimensions ,time dilationall these phenomenon are described in hindu script thousand years ago.
@kangkandevboro9958
@kangkandevboro9958 2 ай бұрын
@@pranabsarmah5744 yess ,
@kangkandevboro9958
@kangkandevboro9958 2 ай бұрын
@@pranabsarmah5744 han ji 😳
@abhigyankonwar2504
@abhigyankonwar2504 28 күн бұрын
Kiddo flexing his class12th knowledge 😂
@YouTube_Axom
@YouTube_Axom 2 ай бұрын
Be is not clear about his thoughts
@1mikon
@1mikon Ай бұрын
অসমত অসম সাহিত্য সভাৰ কৰ্মচাৰী হ’লেই অসমীয়াত সাহিত্যিক নহয়। “ পেহীক খুজি আছিল “ বুলি নকয় । “পেহীক বিচাৰি আছিল” বুলি ক’ব। পেহীয়েকৰ চাগৈ Childhood traumatic experiences আছিল। সেইটোৰ কাৰনে multiple personalities ত ভুগিছিল। এই দুটাই খালি দেখোন ভয়েই খুৱাই থাকিলে। কি কৈছে এইবোৰ? “বতাহত নাকেমুখে ভূত সোমাব পাৰে ! “ কি যে যে কয়! চালে বেৰে কোবাই আছে। কৃষ্ণ! 🙏
@kunaldas9358
@kunaldas9358 2 ай бұрын
Hoi hoi aatori diyok dangoriya ahise
@Aashingfa6706
@Aashingfa6706 2 күн бұрын
Jetia nijor logot hobo experience tetia believe koribo believe nokora bure
@smilewithlove6488
@smilewithlove6488 Ай бұрын
Answer bilak clearly napalu.confusion thaki gol ako ata clear bujai nkole apuni.... Bhoot ase ne nai aituo clearly kbo nuarile😮
@thejknath6017
@thejknath6017 2 ай бұрын
Dangariya aagote asil bira bostutu,,,mod Vang nisinakoi,,,,atiya aribo hol ,,,kiyo??bira houk albal ,,teuk hudhok apuni kun??
@Rupantagogoi-pb9xq
@Rupantagogoi-pb9xq 2 ай бұрын
Ishorrr nam loly aku ni aibur
@prasannabora7644
@prasannabora7644 2 ай бұрын
Ki kotha koi ase apuni ????? Response dibole Energy ye keneke Hunile apunar kotha ??????? Kunu clear kotha kuwa nai apuni ??
@tuhineswarbharadwaz6946
@tuhineswarbharadwaz6946 8 күн бұрын
Tmi buj napaba diya...khoi thaka...tmi
@debanandaborah6704
@debanandaborah6704 2 ай бұрын
কোন অ এই গৰু কেইটা?ইহতি পঢ়োতে বিজ্ঞান খন মুখস্হ কৰিলে, ভালকৈ পঢ়া হেতেন!!
@dekhoviralshorts
@dekhoviralshorts 2 ай бұрын
odorkari, ondhobisakh
@user-fj6gt7sg9s
@user-fj6gt7sg9s 13 күн бұрын
Saroj sanman disu tekhotok nomoskar. Kintu tekhete sudha nohoi Karon amar hatot bastob ovigoyta ase ,multiple personality r oporoo an Satya ase janiboloi phon koribo moi samarendra kalita kamrup rangia ,dimu Dobok g p
@MonaPaul-wk6bo
@MonaPaul-wk6bo Ай бұрын
নতুন উপাৰ্জনৰ ৰাস্তা
@raktimsaikia3402
@raktimsaikia3402 Ай бұрын
bah gos or tolot humai lukai thua ba khuba manhu jar kokak bhabngi koise bed ot thoka manhu apuni khujkora dakhise janu je ...kisuman bostu nai koi dise everything is possible in this world and no one is correct about what really happens
@user-cv2ji4pi8d
@user-cv2ji4pi8d Ай бұрын
Ehoti a ata ata vut sudurvaii hot😂
@reehaokip9417
@reehaokip9417 2 ай бұрын
❤ the topic but explaination is kinda meaningless & boring .. He is not able to connect the proper answer against the question
@Himangshu12351
@Himangshu12351 16 сағат бұрын
There is nothing called ghost
@haxarika999
@haxarika999 Ай бұрын
Matrix
@mintumonisaikia275
@mintumonisaikia275 2 ай бұрын
Personality Mane baleg person. Khei baleg person jon bhoot hoi.
Cool Items! New Gadgets, Smart Appliances 🌟 By 123 GO! House
00:18
123 GO! HOUSE
Рет қаралды 17 МЛН
অম্বুবাচী#Bhagawat||Namti Lunpuria||Padma kakoti||@jyotimoy6018 ||Pranjit Gogoi||
34:31
জ্যোতিময় Jyotimoy
Рет қаралды 1,1 МЛН