দহ হাজাৰ বছৰতকৈয়ো কম সময়ত কেইজনমান তুলামূলকভাৱে সৱাতোকৈ প্ৰতিভাশালী গ্ৰন্থকাৰে ৰচনা কৰি থৈ যোৱা ধৰ্মগ্ৰন্থৰ ভিত্তিতহে এই ভূ-ভাৰস্তত প্ৰকৃত ভকতৰ সৃষ্টি হৈছিল বুলি মনে নধৰে দেখোন ৷ লক্ষ লক্ষ বছৰৰ পুৰনি মানৱ জাতিৰ ইতিহাস ৷ দহ হাজাৰ বছৰ পূৰ্বৰ মানৱ জাতি ধৰ্মহীন, জ্ঞানহীন, দৈত্য-দানৱ বুলি কব নোৱাৰি ৷
@sashibhatta51982 ай бұрын
সঁচা কথা মিছা বুলি কবলৈ দু:সাহসো লাগিব ৷
@amiyaborah93052 ай бұрын
কৃষ্ণ
@DMg-w7n2 ай бұрын
Bor hunkala vokot hoi hum
@nilimarabha73732 ай бұрын
Krishna🙏🙏❤
@indrakantadas1522 ай бұрын
অতি সুন্দৰ ব্যাখ্যা।
@sashibhatta51982 ай бұрын
তেওঁলোকৰ নামৰ শেষত নতুনকৈ বৈষ্ণৱ উপাধি কোনে দিলে জনাব ৷ নিজে অথবা ইউটিউব খোলা জনে দিব পাৰে বুলি অনুমান কৰি পেলাইছোঁ ৷ ঈশ্বৰত বিশ্বাসী আন সকল বৈষ্ণৱ নহব নেকি ? আমি জনাত নিৰানব্বৈ শতাংশ লোকেই ঈশ্বৰ, আল্লা, গড আদি বিভিন্ন শব্দৰে বুজোৱা সৰ্বশক্তিমানজনক বিশ্বাস কৰে, প্ৰাৰ্থনা কৰে বাবেইতো তেখেত সকল 'বৈষ্ণৱ' ৷
@tapandeka36062 ай бұрын
Ram ram pravo tankeswar sipajhar
@kusumkalita8282 ай бұрын
Apunak provu xatokouti pronam ata kotha janiba bisaru provu xut kun aru xuk kun koboniki
@REKHAMONIDAS-s2v2 ай бұрын
Krishna2 2 2
@bijubharali84842 ай бұрын
আমি প্ৰভু বুলি ভগৱানকহে কও।এইজনে একো সৃষ্টি কৰিব নোৱাৰে।অধ্যয়ণ কৰিলে সকলোৱে পাৰিব।
@giripathak83332 ай бұрын
Apunak Kone kaba kale
@PremadaNath-yv3tg2 ай бұрын
Aponi aibor nasaboa
@HareswarHira2 ай бұрын
Deka boisnab katia hol boji loi kobo vokot boisnab ki hoi
@lilydas26492 ай бұрын
Ji jone Krishna ba Bishnu Narayana ji e kowk tewk upasona kore tewr guno naam Kritan kore xeijone vaishnav.... Krishna 🙏🙏🙏