মিচিং ভাষাত দিহানাম

  Рет қаралды 292

Majulir Khabar

Majulir Khabar

Күн бұрын

পবিত্ৰ ভাদ মাহ সোমোৱাৰ লগে লগে মাজুলীৰ বিভিন্ন সত্ৰ-নামঘৰত বাজি উঠে হৰি নামৰ ধ্বনি। মাহজোৰা চলি থকা আধ্যাত্মিক ধ্যান ধাৰণাৰে ভগৱান বনন্দনাত নিমজ্জিত হৈ পৰে আইসকলৰ লগতে ভকতবৃন্দ। বিভিন্ন সত্ৰ নামঘৰৰ লগতে মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজতো দেখা যায় ঈশ্বৰ বন্দনাৰে ঢোল,খোল,তালৰ মাজত হৰি নাম। মাজুলী জেংৰাইমুখৰ উজনি বৰপমূৱা হৰিনামঘৰত বৰ্তমান দেখা গৈছে মিচিং ভাষাত দিহানাম পৰিৱেশন কৰা এক অভূতপূৰ্ব দৃশ্য।

Пікірлер
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 215 МЛН
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 19 МЛН
Sigma Girl Pizza #funny #memes #comedy
00:14
CRAZY GREAPA
Рет қаралды 3,2 МЛН
Jonai Gumrag Ope Ba:tak Jonrum kébang
8:11
LD All Content
Рет қаралды 5 М.
কন্ঠশিল্পী  সবিতা দলে পেগু
6:24
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 215 МЛН